আকৌ বিচাৰি পালোঁ তোমাক.. || REDFM LOVE STORY BY RJ PAHI
HTML-код
- Опубликовано: 18 сен 2022
- This Love Story is very special and close to our heart.
Here we present the latest Love Story by our very own - the number one radio jockey of north east... RJ Pahi - Red Fm Assam | Guwahati.
Enjoy this story and don't miss to subscribe to the channel for regular dose of Love Stories. Every love story is based on respect and this story is based on that.
Follow RedFM Assamese FB Page: / redfmassamese
___________________________________________________
Now Enjoy your favorite show on the Red FM India App.
Download NOW: bit.ly/redfmapp
Connect with us at our social media handles
Facebook: / redfmindia
Twitter: / redfmindia
Instagram: / redfmindia
RUclips: / 935redtv
Telegram: t.me/redfmindia
Clubhouse: www.clubhouse.com/club/red-fm...
Follow your favorite RJ's at: www.redfmindia.in/
Regional Red FM RUclips Channels -
/ bauaaredfmindia
Follow RJ Pahi :
/ rjpahi
/ rjpahiassam
Follow RJ Kuldeep :
redfm_rjkuldeep
redfmrjkuldeep Развлечения
Thank you for all the love and support. Love story ti bonaute sokupani aamiu tukilu. ❤️ God bless the couple
Pahi baa kandilu bhut
Pahi baaa plzzzz.. Jetia xihot duijon apunalokr redfm t ahe plzzzz pic akopi post kribo.. Emn val lora ajon.. Emn vl suwali ajoni.. Ajir dint anekuwa prem thoka manhu duijonoke sabo bohut mon.. Plzzz pic acopi post kribo buli bhut akha rakhilu🙏🙏🙏🙏
@@kalyanidas1535 ummm😌
Pahi ba jdi apni teolkk lg kre....plzzz apni RUclips t video share kribo .....Ami roi thakim 💕💕💕
Story naam tu change kori dibo lage on public demand.....ai story r naam tu unique hobo lage.....eg: "Love" speechless what a story...❤️❤️
নিহাৰিকাই 3yrs 6 month পিছত ফোন কৰা শুনি মোৰ গাৰ নোম শিয়ৰি উঠিল বা।এনেকুৱা love story সচায় মানিব লাগিব,কান্দি দিলো দেই । জীৱনত বহুত শুনিছো love story but this is the one & only my favorite story..সদায় সুখী হোৱা দুয়ো।
সঁচা প্ৰেমৰ যে সদায় জয় হয়, এই কথাষাৰ প্ৰমাণিত কৰি দিলে দুয়োজনে।।।💝
সঁচাকৈ জয় হয় নে .......?
কন্দুৱাই দিলে, অন্তৰৰ পৰা কৈছো সদায় সুখত থাকক তেওলোক ,পৃথিবীৰ সকলো সুখ তেওঁলোকৰ হওক❤
Poetry bur Tumi likha na
সুখী হওক বিজু আৰু নিহাৰীকা ❤️
শেষত দুইটাই কিমান সুখী হৈছে তাকেই ভাবি মোৰো বহুত ভাল লাগিছে,সুখী হোৱা তোমালোক ❤️ ভগৱানে তোমালোকক ভালে ৰাখক।
ইমান মৰমলগা...❤
ক'ৰবাত যেন মোৰ সৈতে মিলি গ'ল...😓
কিন্তু মোৰ ক্ষেত্ৰত টো আজিও সম্ভৱ নহ'ল । 🙂
ভালে থাকক বিজু-নীহাৰিকা 💓
🙂🙂🥀সকলোৰে লগত নহয় ও😊
হৃদয়স্পৰ্শী এটি বহুত ধুনীয়া প্ৰেম কাহিনী___এই প্ৰেম কাহিনীটো যেন চকুপানীৰ অবিহনে আধৰুৱা--চকু পানী ওলাই আহিল শুনি✨.....আৰু পাহী বা আপোনাৰ কণ্ঠত আৰু দুগুণ সুন্দৰ হৈ আহিছে❤️✨
সচাকে হৃদয় চুই গ'ল শুনি ।
যুগ্ম জীৱন সুখী হওঁক।
সচাঁ প্ৰেম কেতিয়াও মৰহি নাযায়, storyটোৱে হৃদয়ৰ কোনোবা কোণত বাৰুকৈ চুই গ'ল। আজিৰ সময়ত এনেকুৱা love story শুনিব পোৱাটো এক ভাগ্যৰ কথা..👍
অধিৰ আগ্ৰহে ৰৈ আছিলো..... ❤️ Really heart touching..... সচাঁকৈ প্ৰেম যদি সঁচা হয় হাজাৰটা ধুমুহাই সম্পৰ্কটি ভাঙি শেষ কৰিব নোৱাৰে, সেই সমস্যা দূৰ কৰি এদিন নহয় এদিন সফল হ'বই হ'ব.... ❤️ বিধাতাই হয়টো হাৰ মানে তেওঁলোকৰ মৰম, ভালপোৱাৰ ওচৰত🌹.... শেষত তেওঁলোকলৈ বহুত বহুত মৰম আৰু শুভেচ্ছা , ভগৱানে সমষ্ট সুখেৰে আৱৰি ৰাখক দুয়োকে......🙏🙏
ohhh
@@debajanibora2901 umm
Ufff 🥀 এনে ইমান ধুনীয়া love story তাতে আকৌ আপোনাৰ কণ্ঠত , আৰু কি লাগে পাহি বা ,
Amazing , 🥀❤️
হৃদয় চুই গৈছে। আগুৱাই যোৱা তোমালোক।❤️🥺
এনে স্বৰ্গীয় প্রেমৰ উপমা দিয়াটো সচাকৈয়ে কঠিন। এয়াই সঁচা অৰ্থত প্রেম। hats of to both of u. 💓💓
কি সুন্দৰ...!, পৱিত্ৰ ভালপোৱা, মনৰ জোখাৰে সুখী হোৱা তোমালোক 💚💚💚💚💚💚💚💚💚
Please please please be happy together Biju &Niharika ❤Lord Krishna blessings to you both🥺
মই নিয়মীয়া শ্ৰোতা নহয় যদিও সময় উলিয়াই মাজে সময়ে love story পঢ়ো কিন্তু এনেকুৱা love story আজি প্ৰথম পঢ়িলো আৰু পঢ়িয়েই সচাই চকুলো নিগৰি আহিল।দুয়োজনেই সুখত থাকক তাকেই কামনা কৰিলো।🙏🙏🙏
শেষৰ খিনিয়ে কন্দুৱাই দিলে । পাহি বা , মই class 7 ৰ পৰা আপোনাৰ love story শুনি আছোঁ। এতিয়া মই HS 1st year. আজিলৈকে মই শুনা story বোৰৰ ভিতৰত এই story টো best👌👌👌❤️❤️❤️
পাহি বা আমাৰো এটা অনুৰোধ যদি নিহাৰিকা আৰু বিজু আপোনালোকক লগ কৰিবলৈ আপোনালোকৰ অফিচ আহে যদি তেওঁলোকৰ সন্মতি থাকে তেওঁলোকক লৈ এটা বিশেষ ভিডিঅ বনাব চোন বা। বহুত মন গৈছে তেওঁলোকক চাব।
Same feeling, face of real love, eagerly waiting to see the face of both, it's request pahi ba, lots of love ❤
ঠিক কৈছা 😍🥺
Hosakoi sokupani ulal😂😂
Mvi🎉🎉i8ni8n?:8ni?
I was literally weeping listening to the story and finally felt relieve by the end of the story❤️❤️❤️
My hearts melts after hearing this story♥️
বহুতেই ধুনীয়া লাগিছে story তো। মৰমবোৰ যেন সকলোৰে বাবে এনেকুৱাই হৈ ৰয়।❤️❤️
Toiu love story xunaa😁
@@jontideka4598 Ooo
@@jontideka4598 ll lll
মৰমবোৰ সদায় এনেকৈ থাকক 😌💖god bless you both ♥️
সচাকৈ হৃদয় চুই যোৱা সফল প্ৰেম কাহিনী.. Lots of love both of you❤ and Pahi baa❤
Hats off Biju niharika for true love and good understanding, respect to each other, and for the patience and the most importantly I want to say thanks that niharika parents for his guidance n support towards their child. Thank you pahi ma'am for presenting such a beautiful love story to us in a dramatic way. God bless you all, wish your Love, respect always flow same.
কয় নহ প্রেম স্বৰ্গীয়
এইবোৰেই তাৰ প্রমান।। 🥺❤
এয়া কেৱল হৃদয়ৰ মিলন নহয়
এয়া আত্মাৰো মিলন।। ❤♥
হৃদয়ৰ গভীৰ কোণৰ পৰা অনুভব কৰিব পাৰিছো এই প্রেম কাহিনী 💘❣️
💕💕💕💕💕💕
সঁচাই ☺❤😍
❤❤❤❤❤❤❤
❤❤❤❤❤
"সাজু নে তুমি" and the reply from Biju....That is enough for me to get Goosebumps....Wow man....Best story ever.
প্রকৃত প্রেম বুলি হয়তো ইয়াকে কয় ❤❤
Happy Ending ♥️♥️ congratulations guys.,..... Always stay happy and stay together 💕
২০১৮ চনৰ পৰা বহুত Love story শুনিলো আজিলৈকে ,আজিৰ এই story টোৱে বৰ বেয়াকৈ মন চুই গ'ল, বাৰুকৈয়ে কন্দোৱালে শেষত😭💗 GOOD BLESS THE COUPLE ❤🥺
hosake oO
Hosake oo
Hosakei mur bohut dukh lagise ❤️
Hosake de
Hoi khasa koi .... Mok o ....
প্ৰেমত সময় নহয়, বিশ্বাসৰ হে প্ৰয়োজন হয়। যিটো দুয়োজনেই কৰিছিল।❤️
পাহি বা মই জীৱনত কাকো এই ভাল পাই পোৱা নাই । কিন্তু এই কাহিনী তো শুনি মোৰ চকুৰ পানী বৰষুণৰ টোপাল পৰা দিছে। ❤️
I wish every Love story ending like this ❤️✨
Last lines from Pahi baa it's gives me goosebumps 😍😍
এবাৰ হাহিঁছো 😊এবাৰ কান্দিছো🥺 হৃদয় চুই গৈছে পাহি বা🥺😌,
বিশ্বাস আছিল বাবেই আজি দুয়ো সফল হ'ল ।। সচাকেই দে চকুপানী ওলাই গ'ল 🥺 আগলৈকে আৰু সুখী হোৱা দুয়ো মৰম বোৰ দুগুণ হওঁক তাৰেই কামনা🥀❤️
❤️
Xosai bht dukh lagil o ...... 😢
হৃদয় চুই গ'ল,,,ভাষা নাই কি কম
সদায় সুখী হৈ থকা দুইয়োজনে ভগৱানৰ ওচৰত এয়াই প্ৰাৰ্থনা
সচাই হৃদয় চুই গ'ল story2 শুনি। চকুপানী ওলাই গ'ল। সুখী হোৱা তোমালোক। 😍😍😘😘
2016 চনৰ পৰা নিয়মিতভাৱে প্ৰতিটো Love Story শুনি আহিছোঁ আজি লৈকে। কিন্তু আজিৰ এই Story টো যে সচাঁকৈ কিবা এটা ব্যতিক্ৰম। হৃদয়ৰ কোনোবা খিনিত ৰৈ যাব আজীৱন। শেষত এটাই আশা কৰোঁ সদায় সুখী হওঁক তেওঁলোক দুয়ো। Lots of Love Red FM Love Story ❤️❤️
বহুত মৰম বিজু আৰু নীহৰিকা লৈ।❤️❤️ সুখী হোৱা 🥰।
বৰ ধুনীয়া লাগিছে love story অলোপ দুখ অলপ হোক আছে thank you for all love story family
দুয়োলৈ বহুত বহুত শুভেচ্ছা আৰু শুভকামনা ভালে থাকা দুয়ো❤️❤️❤️
আন কাহিনী বোৰতকৈ পৃথক, ভাল লাগিল 💜
সঁচাকৈ হৃদয় চুই গৈছে, আপোনালোকৰ মৰম ভালপোৱাবোৰ সদায় এনেকৈ থাকে যেন। ❤❤❤
I'm a teen but still listening to pahi dii from few years dying for her voice so sweet can't stop myself to listen her 💞💞
Heart touching🥺🥺
সঁচাকৈএই love story to এক নতুন অনুভৱৰ সৈতে সম্পৃক্ত কৰিছে ❤️❤️❤️ মন চুই গৈছে ( মন যাই )
সচাকৈয়ে বহুত ভাল লাগিলে ৷ প্ৰেমৰ সঁচা অৰ্থ বুজি পালোঁ ৷ আজিলৈকে প্ৰেম হোৱা নাই কিন্তু বহুত ৰাতি প্ৰেমৰ কাহিনীৰে পাৰ কৰিছো ৷ ভগৱানে তোমালোক দুয়োকে কুশলে ৰাখক ৷
😭😭😭😭😭😭
true love never ends ❤
Hats off to you both..... Thats is called trust and love
মই আজিলৈকে আপোনাৰ story শুনা নাছিলোঁ ।কাৰোবাৰ অনুগ্ৰহত শুনিলোঁ এ story 2 ।সচাঁই সুন্দৰ। এজন বা এজনী সৎ মনৰ মানুহে খুব ভালকৈ অনুভৱ কৰিব এ সঁচা প্ৰেমৰ মূল্য
সচাঁ হৃদয়ৰ মিলন। সুখী হোৱা দুয়ো❤️
Comment বিলাক পঢ়ি পঢ়ি love story টোৰ প্রতি গভীৰ শ্রদ্ধা জাগি উঠিছিল❤❤❤❤ আৰু প্রেম কাহিনী টো শুনাৰ পিছত কবলৈ ভাষা নাই সচাঁ কৈ এটা সুন্দৰ সম্পর্ক❤❤। এনেকুৱা ভালপোৱা আজিৰ দিনত বৰ দুৰ্লভ 👍👍 । এবাৰ যদি বীজু দাৰ কবিতা বোৰ শুনিব পাৰিলো হৈ.......... যদিও আপোনালোকে এই কেইবছৰ বহুত কষ্ট পালে কিন্তু যুগ্ম জীবন বহুত সুখৰ হব কাৰণ বীজু দাই নিহাৰীকা বা ক বহুত সুখত ৰাখিব। সচাঁ কৈ চকুপানী ওলাই গ'ল।এনেকুৱা ভালপোৱা আজীবন জীয়াই থাকক।👍👍👍👍😍😍😍💕💕💕
❤❤❤❤❤❤
বহুত ভাল লাগিল❤ তেওঁলোকৰ ভালপোৱা সদায় যুগমীয়া হৈ থাকক। এইয়াই হয়তো প্ৰকৃত ভালপোৱা, যি প্ৰতিজন মানুহে বিচাৰিছে দুয়ো এক হওক বুলি। শুনি থাকোতে চকুলো ওলাই গল। বহুত বহুত শুভেচ্ছা আপোনালোকৰ যুগ্মজীৱনলৈ❤❤❤ সুখী হৈ থাকক❣️
শব্দ বোৰ নোহোৱা হৈ গৈছে। চকুপানী ৰোৱা নাই। সঁচাকৈয়ে প্ৰেম ৰ প্রকৃত ৰূপ এইয়া।❤️ ইমান দিনে বিচাৰি ফুৰা প্ৰেমৰ প্ৰকৃত সংজ্ঞা আজি বিচাৰি পালোঁ ইয়াৰ যোগেদি ।বহুত বহুত শুভেচ্ছা দুয়ো লৈকে। ❤️💐
সঁচাকৈ story টো শুনি চকুপানী ওলাই গল। ইমান ধুনীয়া story. তেওলোকৰ জীৱন ভগৱানে সুখেৰে উপচাই তোলক। এয়াই কামনা কৰিলো❣️
Best love story i ever seen God bless you both of you 🥺
Salute to both of you ❤❤❤ I have no words to express my admiration for you. However, at the end, I wish that you both become number 1 in the world. Purity of mind.
বহুদিনৰ পিছত এটা অন্যতম শ্ৰেষ্ঠ কাহিনী শুনিলোঁ পাহি বা।এয়াই সঁচা অৰ্থৰ ভালপোৱা। তেওঁলোক সদায় সুখী হৈ থাকক। ভগৱানেও চাগে তেওঁলোকক উপযুক্ত কৰি এজনক আনজনৰ কাৰণে স্ৰজিছে।
শেষৰ খিনি যে উফ,,,,প্ৰেম বিবাহ কৰা মানুহে অনুভৱ কৰিব পাৰিব,,,,ভালকৈ,,,,, নিজৰ প্ৰিয়জনক আজীৱন🥰🥰
Aji loike iman bur love story hunilu but aa love story tu a hosakoi konduai dile... Best wish to both of you❤
Pahiba best lovestory I hv ever Heard... Hats off to both of them.
সচাঁই চকু পানী ওলাই গ'ল ...সদায় সুখেৰে থাকা দুয়ো ।❤❤ আজিৰ দিনত এনেকুৱা নিস্বাৰ্থ মৰম ভালপোৱা আৰু সন্মান পোৱাটো বহুত কঠিন ।ছেলুট জনাইছো দুয়োকে ❤
Hosai bohut dukh lagise
Bpre kandi dilu 😰😰
Hosakoi konduai dile 😢😢❤
Hske vl lgil xuni...
Bor hundor bor mitha aru bor dukhomoi story
Story Tu xuni soku pani nutuki nowarilu.. Really... Bor xundor love story
Xunia story tur pramot pori golu ,hosakoi xosa pram xodei joi hoi ..
হাতত সুন্দৰতা প্ৰকাশ কৰিবলৈ শব্দৰ অভাৱ হৈ গৈছে, ইমান ধুনীয়া এটি প্ৰেমৰ গল্প ।।
২০১৮ ৰ পৰা শুনি আহিছোঁ কিন্তু এনেকুৱা এটাও শুনা নাছিলোঁ ।।
দুইজনকে salute ❤️
মনৰ কোনোবা এটা কোণত যেন শোকে খুচি-বিন্ধি ধৰিছিল, প্ৰথম বাৰৰ বাবে কান্দিছো love story শুনি।
ভালে থাকা নিহাৰিকা-বিজু❤️
এনেকুৱা মোৰো হৈ আছে কৈ দিও নিকি ময়ো মোৰ মনৰ কথাবোৰ তেওঁক!
কিন্তু কি হ'ব মই কৈ দিয়াৰ পিছত যদি আমাৰ বন্ধুত্বৰ সম্পৰ্ক থান-বান হৈ যায়!
ভয় লাগে😢
💞 lifeot happy taka
Aru story sunuya baba dhano bad apnak 🙏
কি কম ভাষা পোৱা নাই চকু পানি ওলাই গল হ্ৰিদয় শ্পশ কৰি গল ধন্যবাদ পাহি বা ইমান ধুনিয়াকে সজাই তোলা বাবে।
আপোনাৰ মিঠা কণ্ঠৰে সন্ধিয়াটো সুৱলা কৰি তুলে ৰৈ থাকো প্ৰতিটো ৰবিবাৰে আপোনাৰ কণ্ঠৰে শুনিব Love Story বোৰ Story টো ভাল লাগিল বিজু আৰু নিহাৰিকা সদায় সুখী হৈ থাকক সচা ভালপোৱাৰ জয় হবয়ে❣️❣️😍😍
The Only One Word for this AMAZING Love Story IS "Perfect"❤
Lots of love to the couple🤍
I just cried after listening to this story 🥹so much Happy for them
Salute জনাইছোঁ তোমালোক দুয়োকে❤❤❤
তোমালোকৰ প্ৰশংসা কৰিবলৈ এনেকুৱা কোনো ভাষাই নাই।হলেও শেষত দুয়োটাৰে মৰম পৃথিৱীৰ ভিতৰত নং ১ হওক তাৰেই কামনা কৰিলোঁ। পৱিত্ৰ মনৰ পৰা।
সচাকৈ চকুৰ পানী ওলাই গৈছে... ইমান মৰম ভালপোৱা....good luck both of you for your new journey❤❤❤❤❤❤❤❤ .. তোমালোকৰ মৰম ভালপোৱা সদায় এনেকৈয়ে থাকক...
উফ বিজু দাদা আৰু নিহাৰীকা বা 🥺❤️ লগ পাব মন যায় এনেকুৱা ব্যক্তি।
One of the Best❤️
Voices are really amazing❤️
One of the best love story ❤️ Heart touching 💘
চকুলোৱে বুজালে তোমালোকৰ প্ৰেমৰ গভীৰতা 💗 Want to meet you gyz 🙃
ইমান দিনে প্ৰেম কাহিনী বোৰ শুনি আছিলোঁ কিন্তু আজি প্ৰথম বাৰ ইমান সুন্দৰ হৃদয় চুই যোৱা কাহিনী এটা শুনিবলৈ পালোঁ। শুই শুই শুনি আছিলোঁ চকুপানী বৈ আহিছিল।। সচাকৈ 👌👌❤️❤️😍😍🥰🥰
Oohhh god❤❤❤❤❤ চকু পানী টুকি টুকি কমেণ্ট লিখিছোঁ পাহি বা......❤️ কি কম এনেকুৱা love story আগত নাই শুনা☺️ 😢❤❤
Best love story ever....♥️♥️pahi baa apuni o kandise...lots of love..♥️♥️♥️♥️
সচাঁ ভালপোৱাৰ এদিন নহয় এদিন জয় হবই। ধৈৰ্য আৰু নিস্বাৰ্থ মনেৰে প্ৰিয়জনৰ বাবে অপেক্ষা কৰিলে জীৱনতোৰ আহিবলগীয়া দিনবোৰ অত্যন্ত সুখৰ হৈ পৰে। দুয়োপক্ষৰ প্ৰেম সত্য আৰু পবিত্ৰ হলে দুটি মনৰ মিলন হলে প্ৰকৃত ভালপোৱাই প্ৰান পাই উঠে। এই love story তো তাৰেই এটা উদাহৰণ। শুনি ভাল লাগিল। love u pahi ba. Love from Nalbari. 💓💓💥💥
Bohut vl lgil hune 😍😍
চকু পানী ৰখাব নোৱাৰিলো সচাঁকৈয়ে। 😌
ইমান মৰম , ইমান ভাল পোৱা..থকাৰ ওপৰিও বহুত বহুত বহুতেই ভাল লাগিল আপোনালোকৰ দুয়োৰে মাজত থকা 'বিশ্বাস' 💗 । ৫বছৰে আপোনালোক দুয়োৱে কেনেকৈ কটাইছে সেয়া আমিও অনুভব কৰিছো।আপোনালোকৰ দুয়োৰে ভাল পোৱাক বহুত শুভেচ্ছা জানাইছো😊 । প্রেম ভালপোৱা ❤ যে শক্তিশালী হয় আপোনালোকৰ ভালপোৱাই বোজাই দিলে । ❤
শেষতঃ বিজু দা আপুনি এজন সচাঁকৈয়ে বহুত শক্তিশালী বিয়ক্তি ।
আপোনালোক দুয়োৰে পৰাই শিকিছো আচল ভালপোৱা কি ❤💗
বহুত ভাল লাগিল. . ভাষাই নাই বুজাবলৈ. . ধন্যবাদ সকলোকে. . .
অযুত প্ৰেম আৰু সন্মান❤️
মোৰ প্ৰিয় জনলৈ বহুত মনত পৰিছে 😭😭. কিন্তু..তেওঁ যে এই পৃথিবীতে নাই.. আমাৰ ভাল পোৱাৰ বোৰ আধৰুৱা হৈ গল ঔ....❤😥😥 পাহি বা..
Dukh nkriba o dada 🥺
@@janmoni-moni604 dukh kribole arisu aru.. Monot he pore ketiaba..
@@bhaskarkonwar565 তোমাৰ মোৰ জিবন কাহিনি একে . এই দুস পোৱাজনেহে বুজে .তালৈয় মনত পৰিলে উচুপি উথে মোৰ বুকুসনি 😥😥😥
Ufff সচাঁয় সকলোৰে মনবোৰ যদি এনেকুৱা হ'ল হয় । congratulations to both of you be happy🥺❤️
সচাঁ প্ৰেমৰ যে সদায় জয় হয়, এই কথাষাৰ প্ৰমাণিত কৰি দিলে দুয়োজনে। দুয়োজনে দুয়োজনে সচাঁ কে ভাল পাব লাগে 💜💜
সচাই প্রেম স্বর্গীয় অনুভৱ , সচা প্রেম এবাৰেই হয় ৷ সময়ৰ ব্যৱধানে কেতিয়াও এটা সম্পৰ্কক শেষ কৰিব নোৱাৰে ৷ তাৰে এই কাহিনীটো য়ে এক জীৱন্ত উদাহৰণ ৷ শুনি বহুত ভাল লাগিল , কন্দোৱালেও ৷ তাতে পাহী বা আপোনাৰ মাতটোয়ে যেন আকৌ জিপাল কৰিছে প্রতিটো ঘটনা , প্রতিটো মুহূর্ত্ত ৷ দুয়োয়ে সুখী হোৱা ৷
" আকৌ বিচাৰি পালোঁ তোমাক "
♥️✨
প্ৰেম কাৰোবাৰ বাবে শাৰিৰীক সুখৰ ক্ষন্তেকীয়া সঁজুলি।কাৰোবাৰ বাবে জীৱন ।
Right
তিনি বাৰ শুনিলোঁ তথাপিও হেঁপাহ পলোৱা নাই । বহুত ধুনীয়া লাগিছে তোমালোক সুখী থকা সদায়
Sabo mon goise Mur duyoke .Iman dhunia kahini tatokoi dhunia ai bissaxh bur iman bosore je duyo duyoke role manibo lagibo .moi coment nidi noarilo and love from pathsala ❤❤❤.
দুয়ো জনে সদায় সুখত থাকা তাৰে কামনা কৰিলোঁ।❤️💞❤️
True love never end 🤍 that is proved ✨❤️ Congratulations both of you✨
সদায় সুখী হৈ থাকা তোমাৰলোক ।চকুপানী ওলাই গল সচাঁকৈ ❤️❤️❤️❤️❤️
The real love ❤😘 ..... Vl lgi gol... Akol kandibo baki thakil.... Kbo babe aku ni jiman kolau kome hbo kua.... Akha koru tumaluk hodai happy thaka... 💝❤️
I'm literally crying right now... Just want to say that so much respect to the couple.... 🙏❤️
বহুত ভাল লাগিল আজিৰ story টো শুনি ❣️❣️
Xosake hridoy sui gol ..god bless the couple ❤️
Bohut dhunia end...god bless you both❤️
হৃদয় চুই গল পাহি বা বহুত love stry শুনিছো কিন্তু আজি লৈকে এনেকোৱা love stry শুনা নাই dill se selut দুয়োলৈ । এনেকোৱা stry শুনিলে হৃদয় খনক বুজাব লৈ প্ৰেৰনা পাই । সচাই কি জানা পাহি বা এই দুনিয়াত এনে কিছুমান নিয়ম চলি আহিছে যাৰ বাবে বহুত সচা ভাল পোৱাও সফল নহয় । যিটো মই উপলদ্ধি কৰো । poblem সকলোয়ে থাকে কিন্তু কিছুমান সম্পৰ্ক অলপ বেছি কাৰোবাক বহুত ভাল পাই আতৰি থাকিব লগা হয় ।আকৌ এবাৰ চেলুত তোমালোক ২ জনলৈ । এইটো stry জীয়াই থকা প্ৰেৰনা