A Day In The Life Of A Farmer | ANGELA CHANGMAI

Поделиться
HTML-код
  • Опубликовано: 22 июл 2023
  • 📌 মেঘ আৰু মাটিৰ কথাৰে পথাৰৰ সেউজ মালিতা
    📌 ভৰুণ ধৰাৰ বুকুত কৃষকৰ শইচৰ কবিতা
    📌 এঞ্জেলা চাংমাইৰ সৈতে কথন-বীক্ষণ
    #assam #villages #farmers #farming #nature #naturalbeauty #green
    --------------------------------------------------------------------------------------------
    Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
    All you need to do is PRESS THE BELL ICON next to the Subscribe button!
    ND24 is an Assamese News Channel. ND24 RUclips channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
    Stay tuned for the latest updates from India and around the world!
    𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
    ▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
    ▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
    ▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
    ▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
    ▶️ 𝐊𝐨𝐨: www.kooapp.com/profile/nd24_news
    ▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
    𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐓𝐀𝐋𝐊 𝐒𝐇𝐎𝐖𝐒
    ▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
    • আজিৰ পৰ্যৱেক্ষণ | RAJD...
    ▶️ HASHTAG BY MANASH PRATIM DEKA
    • HASHTAG | MANASH PRATI...

Комментарии • 80

  • @boruah8390
    @boruah8390 Год назад +23

    সাংবাদিক গৰাকীয়ে উপস্থাপন কৰা কথা বোৰে অন্তৰ চুই গৈছে।। ভাল লাগিল আপোনাৰ কথা বিলাক।।

    • @rupkantapathori9666
      @rupkantapathori9666 Год назад +2

      এৰা গাঁৱলৈ মনত পৰি গল ।কিমান দিন যে হাল বালো ।কিমান দিন যে গৰু মহা চৰালো।কলেজত পঢ়িও হাল বাইছিলো আৰু আজিকালি লৰা ছোৱালীয়ে কৰিব নে ?

  • @JayantaChangmai-bs3py
    @JayantaChangmai-bs3py День назад +1

    এয়া সহজ সৰল চহা খেতিয়কৰ,নিভাজ মনৰ কথা,আৰু এনে নতুন কথা লৈ ভনী তুমি আগবাঢ়ি থাকা

  • @tapanray5469
    @tapanray5469 2 дня назад +1

    বৰ ধুনীয়া হৈছে কথোপকথন

  • @BinapaniDowarah
    @BinapaniDowarah Месяц назад +5

    ধন্যবাদ এঞ্জেলা। এনেধৰনৰ অনন্য, ব্যতিক্ৰমী অনুষ্ঠান আৰু লৈ আহিবা । ধুনীয়া ছোৱালীজনী ৰ'দ লাগি আৰু ধুনীয়া হৈ পৰিছা চাগে ।

  • @RimjhimBasumatary
    @RimjhimBasumatary 14 дней назад +6

    তেন্তে আমাৰ মাজত এনেকৈ সাংবাদিকতা কৰা ব্যক্তিও আছে❤❤। ব্যস্ত সেই মহানগৰ খনৰ নিউজ মৰা কতা কোনোবাই পলাই যোৱা এইবোৰ নিউজতকৈ বহুত পৃথক আজিৰ এই অনুষ্ঠান। এইবোৰ হে চাই ভাল লাগে। সঁচাকৈ আজি অনুষ্ঠান টি চাই বৰ সন্তোষ পালোঁ। ধন্যবাদ সকলো কৰ্ম কৰ্তালৈ❤❤

  • @SadanandaRoy-rt2fo
    @SadanandaRoy-rt2fo 3 дня назад +1

    এনজালা চাংমাই ৰ সকলো বিলাক চাই বহুত ভাল লাগে

  • @bkgogoi8636
    @bkgogoi8636 18 дней назад +3

    অতি সূন্দৰ অতি সূন্দৰ মইয়ো এজন খেতিয়ক বৰ ভাল লাগি । অতি সূনৰ হৈছে এনেকোৱা খেতি বিষয়ে ছবি দেশিবলৈ নেপাওঁ বহুত বহুত ধন্যবাদ

  • @prince3326
    @prince3326 6 дней назад +2

    খুব সুন্দৰ উপস্থাপন❤❤❤❤thank you ❤❤❤

  • @jibanandachoudhury8859
    @jibanandachoudhury8859 9 дней назад +1

    সচাঁকৈ মন পৰশা দৃশ্য অতি আনন্দিত হলো ----ধন্যবাদ আপোনালৈ ।

  • @user-iq4lq4hz1y
    @user-iq4lq4hz1y 5 дней назад +1

    বাইদেউ আপোনাৰ ভি দি অ মই চাই থাকো বহুত ভাল লাগে। আপোনাৰ দীৰ্ঘকাল কামনা কৰিলো।

  • @dejitrabha5135
    @dejitrabha5135 5 дней назад +1

    সুন্দৰ উপস্থাপন কৰিছে ধন্যবাদ জনালো

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 29 дней назад +1

    বাৰিষাৰ বৰষুণ, শুকুলা মেঘৰ বৰণ আৰু আহাৰ/ শাওন মহীয়া কৃষকৰ পথাৰত সোনগুটিৰ বীজ অংকুৰণ কৰাৰ সময়। আহাৰ/ শাওন মাহৰ বোকা পানীৰ সঙমিশ্ৰনত প্ৰাণ পাই অসমীয়া চহা কৃষকৰ সপোনবোৰ। বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো অসমৰ এগৰাকী ব্যতিক্ৰমী সঙবাদকমী এঞ্জেলা। ❤❤❤

  • @hemantaborah3953
    @hemantaborah3953 Месяц назад +1

    শাওণৰ পথাৰ খন কথা আৰু কবিতা-গীতেৰে বৰ ৰহণীয়া হয় । কিন্তুু বাস্তৱত অন্ন দাতা সকলৰ পৰিশ্ৰম খিনিক উপনিৱেশীক কায়দাৰে হৰণ কৰি এজাক তেজ খোৱা মধ্যভোগী নুদোকা হৈ পৰে । কপালৰ কেচা ঘাম মাটিত পেলাই হাড়ক মাটি ;তেজক পানী কৰা কৃষি জীৱি সকলৰ উৎপাদিত ফচল সমুহৰ প্ৰকৃত মূল্য লাভ কৰক ।

  • @jadavlantaimoung5059
    @jadavlantaimoung5059 Год назад +1

    ৰ'দ, বৰষুণত আমাৰ কৃষকে শাওনৰ পথাৰত আশাৰ সপোন ৰচে। শাওনৰ আছে মাদকতা,শওনৰ আছে আমেজ, শাওনৰ আছে সম্ভাৱনীয়তা।আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতি হ'ল কৃষি সংস্কৃতি। আমি প্ৰত্যেক জন থলোৱা ব্যক্তিয়ে ইয়াৰ বাবে গৌৰৱান্বিত।

  • @rajibsonowal7599
    @rajibsonowal7599 9 часов назад

    Ati hundar

  • @rahulboro5009
    @rahulboro5009 Год назад +11

    Baideo jonio kijani farmar r sowali sai karona program to val lagisa.❤❤

  • @ajitkumarphukan9736
    @ajitkumarphukan9736 29 дней назад +2

    অতি সুন্দৰ আগ বাঢ়ি যাওঁক বহুত বহুত আশীৰ্বাদ এই খন হল সোণৰ অসম 👍👍👍

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 29 дней назад +1

    এইয়াই চহা অসমীয়াৰ প্ৰকৃত জীৱন আৰু জীবিকা।

  • @PrbinChutia
    @PrbinChutia 4 дня назад +1

    ধন্যবাদ।এনে ধৰনৰ সম্প্ৰচাৰ বা অনুষ্ঠানৰহে আজিৰ সময়ৰ আহ্বান।নগৰে চহৰে ভ্ৰমি ফুৰি,কোনো মহান পুৰুষৰ জন্ম তিথি বা মৃত্যু তিথিত সেই মহান লোক জনৰ নীতি আদৰ্শ স্বাৰ্থ ত্যাগ বা স্বদেশ,স্বজাতিৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বিষয়ে গভীৰ অধ্যয়ন সুলভ বক্তৃতা প্ৰদান কৰিলেও কোনো কামত নহাৰ দৰেই হয়। কাৰণ আজিকালি একাংশ সমাজে মহান লোক সকলৰ দিৱস উদযাপন কৰে যদিও তেওঁ লোকৰ নীতি আদৰ্শৰ প্ৰতি কোনো ধৰণৰ মিল থকা দেখা পোৱা নাযায়।কেৱল পাতিব লাগে বাবেই পাতে। সমাজৰ প্ৰকৃত কৃষক সকলৰ কাষ চাপি, তেওঁ লোকৰ অভাৱ অভিযোগৰ বোজ লৈ‌ সমস্যা সমাধানৰ পথ উলিয়াব পৰাটোহে আজিৰ সময়ৰ আহ্বান। আগুৱাই যাওক। শুভেচ্ছা থাকিল। ধন্যবাদ।

  • @arotitanti2537
    @arotitanti2537 День назад

    Val lagil ❤️

  • @simantahaloi5678
    @simantahaloi5678 Год назад +5

    খেতি কৰি চাব কিমান কষ্ট কিন্তু খেতিয়ক খেতি নকৰিলে খাব নাপায় কোণ এ, তাৰ পিছত খেতিয়ক সন্মান নকৰে অ যিমান কলে অ

  • @arunsaikia1242
    @arunsaikia1242 19 дней назад +1

    বহুত ভাল লাগিল

  • @digantanath2622
    @digantanath2622 11 дней назад +2

    আমাৰ সমাজত এঞ্জেলা বাইদেউৰ দৰে সাংবাদিকৰ প্ৰয়োজন আছে❤

  • @user-gp5qr2ew6s
    @user-gp5qr2ew6s 6 дней назад +1

    কৃষ্ঞ !আই, আপুনি যি উদেশ্য আৰু লক্ষ্যলৈ এই ব্যৱস্হাৰে খোজ পেলাইছে,সমগ্ৰ অসমবাসীৰ হৈ মই প্ৰভু ভগৱন্তক আপোনাৰ বাবে অৰ্পণ কৰিলো ; আৰু কি বুলি সাধনা কৰিম --------বিচাৰি নেপাও শব্দ ,ভাষা।অৰ্পণ কৰিছো আপোনাৰ উদ্দেশ্য ঈশ্বৰৰ চৰিত্ৰৰে আগবাঢ়ক!অৱশ্যে মোৰ বিশ্বাস আপুনি ৰাজনীতিৰ বাবে নহয় বৌদ্ধিক ব্যক্তি আৰু সমাজ গঠনৰ বাবেহে এই পন্হৰ অভ্যাস কৰিছে। কৃষ্ণ!

  • @digantaborah4558
    @digantaborah4558 Месяц назад +1

    বাইদেউ সচাই ভাল লাগিল এনেকুৱা পৰিবেশ দেখুৱাব বৰ ভাল লাগে

  • @SwadhinSutradhar-nm9uv
    @SwadhinSutradhar-nm9uv 9 дней назад

    Bhal lagil

  • @kumudchandradeka1234
    @kumudchandradeka1234 21 день назад +1

    সুন্দৰ পদক্ষেপ ।

  • @BijenMajhi-d9k
    @BijenMajhi-d9k 6 дней назад

    Very nice post angala sangmai

  • @rintumaninath3313
    @rintumaninath3313 12 дней назад +1

    All time fevrt anjela baa....Assamese ancor

  • @BhanuksheeRabha
    @BhanuksheeRabha 5 дней назад

    ধন্যবাদ

  • @ManasAmji-ph3hc
    @ManasAmji-ph3hc 13 дней назад

    Val lagil gaon jibon❤

  • @biswajitchangmai1500
    @biswajitchangmai1500 Год назад +1

    অতি সুন্দৰ

  • @romenborpatragohain3959
    @romenborpatragohain3959 Месяц назад

    Very nice post thanks Angala sangmai

  • @user-ye3qb6qx4y
    @user-ye3qb6qx4y 27 дней назад

    👍val lagil. 😍🕉👌🙏🏻🥰

  • @hemantaphukon7578
    @hemantaphukon7578 Год назад +4

    ভাল লাগিল । যি সকলে খেতিৰ কৰে তেওঁ লোকেহে উপলব্ধি কৰিব পাৰে ।
    সাংবাদিক গৰাকীও খেতিৰ লগত জড়িত
    বুলি জানি ভাল লাগিল ।

  • @dibyajyotisaikia5053
    @dibyajyotisaikia5053 19 дней назад +1

    মৰম লগা বা গৰাকী❤

  • @biswajitborah7474
    @biswajitborah7474 Год назад +1

    সুন্দৰ উপ স্হাপন, ,,,,,,,,

  • @debabrata9864
    @debabrata9864 18 дней назад

    Xundr

  • @bhargabacharja1778
    @bhargabacharja1778 Год назад +2

    মাটিৰ মানুহৰ মণৰ কথা। 😊

  • @AnupamGogoi-tz7cl
    @AnupamGogoi-tz7cl 4 месяца назад

    Vall lagel sai

  • @Royalmusic647
    @Royalmusic647 Месяц назад

    Hundar uposthapn

  • @pulakdas3168
    @pulakdas3168 Месяц назад

    Dhuniya paribas

  • @debakumardas2207
    @debakumardas2207 5 дней назад

    Thank u Anjela sangmai

  • @barunkonwar6021
    @barunkonwar6021 Месяц назад +2

    সেউজীয়া পথাৰ গুচি এদিন সোণ গুটি পথাৰলৈ ৰূপান্তৰিত হ'ব। কিমান যে পথাৰখন ভাল লাগিব। ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি।

  • @ixine-pv9no
    @ixine-pv9no 11 дней назад

    Bor Sundor Lagil Hossake .

  • @hemnathsaikiya1491
    @hemnathsaikiya1491 Год назад

    Bhaal lagil anusthantu(progrem)sai

  • @NabaGogoi544
    @NabaGogoi544 25 дней назад

    Favourite ❤

  • @MoinaRay-mz4ow
    @MoinaRay-mz4ow 26 дней назад

    👍👌baidu apnar matkhar xune bhuat vl lage

  • @user-iu1pn5ik4o
    @user-iu1pn5ik4o Месяц назад

    বাঃহ

  • @lnl6069
    @lnl6069 Год назад

    Bohut val lagile...❤❤❤
    Siro kheijiyak jano gekhura korib pari.🇪🇬🇪🇬🇪🇬

  • @pravakarpegu9079
    @pravakarpegu9079 Год назад

    এ মজা

  • @hajatgogoi1620
    @hajatgogoi1620 Год назад

    Hundor

  • @user-iz3vk6lp9c
    @user-iz3vk6lp9c 13 дней назад

    🌹👍💕👍🌹...nice

  • @miscellaneousknowledge786
    @miscellaneousknowledge786 Год назад

    Mojja

  • @Aa.g5
    @Aa.g5 28 дней назад +2

    Anjela baideu agte ata reel dekhisilu morona mora ....tetiya pora teur kotha aru tekhetor personality mur bohut val lagee ❤❤❤

  • @jadabdas1778
    @jadabdas1778 4 дня назад

    ❤❤❤

  • @anamikadas-tk9jf
    @anamikadas-tk9jf Месяц назад

    ❤❤❤❤❤❤

  • @KiranDutta-dt5cp
    @KiranDutta-dt5cp 9 дней назад

    👍👍👍👍👍❤️❤️❤️

  • @parikhitdewri
    @parikhitdewri 7 дней назад

    ❤ ilovu to bar

  • @IndiavillagesmanM
    @IndiavillagesmanM Год назад

    সাংবাদিক গৰাকীক বহুত ভাল লাগিছে

  • @user-lk5pc6os7u
    @user-lk5pc6os7u Год назад +1

    এয়াই আমাৰ সোনালি পথাৰ খন ।

  • @chaoarunavkumarnayak7565
    @chaoarunavkumarnayak7565 Год назад

    This is a village mostly comprising people of our aboriginal Kaibarta-Jalkeot ethnic group of Assam. We have a rich ethnic culture in the Undivied Kamprup region of Assam comprising of varoious traditional rites, dances, drums(BorDhul), musical instruments etc...

  • @banjitchangmai4047
    @banjitchangmai4047 8 дней назад +1

    কচু আমাৰ তাত ৰোৱে,, খোৱাং হালধি বাৰী

  • @Damodar-q7c
    @Damodar-q7c Месяц назад

    Krishna Jai guru Sankar

  • @amalgogoi805
    @amalgogoi805 Год назад

    Request to anchor to continue with the subject to attract assamese youth

  • @Partha-zx9xy
    @Partha-zx9xy 3 дня назад

    Roowni boownir bekhat bahut dhunia lagise. krikhoke kasta kore ami bohi bohi khao

  • @bipuldoley1906
    @bipuldoley1906 Год назад +1

    Nirbota. Axomiya. Mojja

  • @skcreation3821
    @skcreation3821 8 дней назад

    6:59 obaapuni seogia pathar logat miligoise emavalagiseba apunar namtoo ki. Ganab

  • @SuranjitRabha-qc1cc
    @SuranjitRabha-qc1cc 23 дня назад

    Amar °OXOM❤

  • @abhijitbarman5730
    @abhijitbarman5730 Год назад

    Baidew goraki bor morom lga deyy kintu

  • @J.Koch2023
    @J.Koch2023 Месяц назад

    Sangmai peoples are from which community

  • @user-hr4md8gh6o
    @user-hr4md8gh6o Месяц назад

    ❤❤❤❤❤❤❤😊😊😊😊🎉🎉😮😮😮😮😮😮😊😊😊

  • @dhirendeka784
    @dhirendeka784 Месяц назад

    ৰণজিৎ চাউলৰ দাম কম ।

  • @rupanta-tu8vu
    @rupanta-tu8vu Месяц назад

    Great news

  • @lohitborah1303
    @lohitborah1303 8 дней назад

    Val lagil ❤

  • @prahladsaikia2584
    @prahladsaikia2584 Год назад +1

    বহুত ভাল লাগিল

    • @protimadutta2890
      @protimadutta2890 Год назад

      এনেবোৰ দৃশ্য দেখিলে মনটো আনন্দত নাচি উঠে----বৰ ভালে---আনন্দত চকুৰ পানী ওলায় ।