বিধৱা বাবেই বিয়া ঘৰৰ পৰা বাহিৰ কৰি দিছিল পংখীক

Поделиться
HTML-код
  • Опубликовано: 15 окт 2024

Комментарии • 603

  • @phulenkakoty3313
    @phulenkakoty3313 2 месяца назад +79

    ভন্টি তুমি লৰাতোক লৈ আগুৱাই যোৱাৰ ভগৱানক আশীৰ্বাদ আছে

  • @rekhaneog1101
    @rekhaneog1101 2 месяца назад +120

    Ponkhik বিয়াৰ পৰা যি খিনি মহিলাই উলিয়াই দিলে তেওঁ লোকৰ ছোৱালীৰ লগত যদি এনেকুৱা এটা হয় তেতিয়া তেনেকুৱা কৰিলে হেতেন জানো এই কথা শুনি বহুত খং উঠিল

  • @Anushka-yk5ek
    @Anushka-yk5ek 2 месяца назад +214

    এগৰাকী বিধবাৰ জীৱন কেনে সেয়া মই সৰুৰে পৰা দেখি আহিছোঁ মোৰ মাক। মানুহে ঘৃণাৰ চকুৰে চাই, নিজৰ মিতিৰ কুটুম কোনেও আঁকোৱালি নলয়। আৰু এটা কথা কও এগৰাকী বিধৱা মহিলা বহুত সাহসী হয়। ভগৱান সদায় আপোনাৰ লগত আছে আপুনি সাহসেৰে আগ বাঢ়ি যাওক❤

    • @rimjhimdutta1722
      @rimjhimdutta1722 2 месяца назад +4

      "বা "মই তোমাৰ ভিডিঅ' বোৰ বহু ত ভাল পাওঁ। তুমি বিধৱা হ'লা কি হ'ল... বেলেগৰ কথা নুশুনিবা। সদায় নিজৰ লগতে মৰমৰ ভাইটি ৰ কথা ভাবিবা। কোৱা মানুহে কৈ থাকিব.... কিমান দিন নো ক'ব.... তুমি সাহসী গতিকে সদায় এনেকৈয়ে থাকিবা❤❤❤।

    • @RaktimHatimuria
      @RaktimHatimuria 2 месяца назад

      ghenta kaku khati nkoriba 2mi domot thakiba..kunubai homalusona kri vl pai kintu kunubai aku ata nidiye.2mi vl hba ma u vle thakibo

    • @tutumonikalita3678
      @tutumonikalita3678 2 месяца назад

      বা ময় আপোনাৰ ভিডিও আজি চালো ভাল লাগিল বহু ত কথা খিনি শুনি.. তুমি বিধবা হলে কি হ'ল .বেলেগৰ কথা কেতিয়াও নুশুনিবা.। সদায় নিজৰ লগতে বাবুৰ কথা ভাবিব..। কোৱা মানুহে সদায় কবো সেইবোৰ ভাবিলে আপোনি কেতিয়াও আগবাঢ়ি যাব নোৱাৰিব..। মানুহে কিমান দিন কব..আপোনি যিহেতু সাহসী হয় গতিকে এনেকৈ সদায় থাকিব ❤️❤️❤️❤️

    • @ChiranjibDehingia
      @ChiranjibDehingia 2 месяца назад +1

      বিধৱা হল বাবে আপোনাক উলিয়াই দিছে ।কিন্তুু যদি তুলনী বিয়া হোৱা ছোৱালী জনী মাক জনী বিধৱা হয় তেতিয়া কি কৰিব ।

    • @JanekiSaikia
      @JanekiSaikia 2 месяца назад

      L​@Zee de😅 den🎉 JMAm
      rimjhimdutta1722

  • @S.M.8439
    @S.M.8439 2 месяца назад +81

    আনক সমালোচনা কৰা সকলৰ নিজৰ গলতো একে ঘটনা হলেহে উচিত শাস্তি পাব। তুমি আগুৱাই যোৱা।সমাজৰ বেয়া চিন্তাধাৰাক দুৰ কৰাৰ কাৰণে তোমাক ভগৱানে সুযোগ দিছে।নাৰীৰ শত্ৰু নাৰীয়ে।

  • @navajyotisaikia6698
    @navajyotisaikia6698 2 месяца назад +76

    তোমাৰ মানুহ জন এই পৃথিৱীৰ পৰা আঁতৰি গল।মানুহজনক মনৰ মাজত ৰাখি জীৱন বাটত আগবাঢ়ি যোৱা।ভগৱানে তোমাক লগ দিয়ক।

  • @EmonBhuyan-w2t
    @EmonBhuyan-w2t 2 месяца назад +47

    সমাজৰ ঠিকাদাৰ কিছুমান থাকে প্ৰত্যেক সমাজত যিয়ে আনৰ খুব ভুল উলিয়াই কিন্তু তাৰ নিজৰ ঘৰৰ মানুহৰ স্বভাৱ লেখত লবলগীয়া 😅😅
    তুমি আগুৱাই যোৱা ❤❤❤ বহুত উন্নতি হওঁক তাৰে কামনা কৰিছোঁ ❤❤❤❤

  • @hemantaborah3953
    @hemantaborah3953 2 месяца назад +51

    তোমাৰ কথা বোৰ শুনি দুঃখ লাগিল । অকাল বৈধব্য কাৰোয়েই কাম্য নহয় !!। ইচ্ছাকৃতভাৱে কোনো নাৰীয়েই নিজক বিধবাৰ সাজত চাব নিবিছাৰে । এইয়া সকলো নেদেখা জনৰ ইচ্ছা । জীৱনটো উপভোগ কৰাৰ অধিকাৰ সকলোৰে সমান । দুষ্ট প্ৰকৃতিৰ মানুহ কম-বেছি পৰিমানে সকলো সমাজতে আছে । কি পুৰুষ !!! কি নাৰী !!!! । সমাজত ঘটি থকা অন্যায় -অবিচাৰ বোৰৰ বিপক্ষে সকলোয়ে মাত মতা উচিত । এই ক্ষেত্ৰত তোমাৰ সাহসিকতাক শলাগ ললোঁ । আগুৱাই যোৱা । শুভেচ্ছা থাকিল । লজ্যা নিবাৰণৰ অৰ্থে মানুহৰ দেহত বস্ত্ৰ এভাগ হ'লেই হ'ল । সি ৰঙাই হওক অথবা বগাই হওক !! উপযুক্ত পাত্ৰ এজন পালে তোমাক দিতৃীয় বিবাহ হ'বৰ বাবে পৰামংশ আগবঢ়ালোঁ । পত্নী বিয়োগৰ পাছত পুৰুষে এজনী গোটাব পাৰিলে তুমি এজনক কিয় চপাব নোৱাৰিবা !!!! অৱশ্যে সেইয়া তোমাৰ নিজৰ অধিকাৰ ।

    • @simplelifewithasimplegirl7852
      @simplelifewithasimplegirl7852 2 месяца назад +1

      100% শুদ্ধ কথা কৈছে❤❤❤❤❤

    • @hemantaborah3953
      @hemantaborah3953 2 месяца назад

      @@simplelifewithasimplegirl7852প্ৰতিক্ৰীয়াৰ ধন্যবাদ দেই

    • @KrishnaDekadas
      @KrishnaDekadas 2 месяца назад

      Right

  • @ChayanikaDeka-m4b
    @ChayanikaDeka-m4b 2 месяца назад +12

    তোমাৰ কথাখিনি শুনি বহুত দুখ লাগিছে বা😢😢😢ইমান বেয়া মানুহ কেনেকৈ থাকিব পাৰে ? তুমি সদাই সত্য পথত থাকি আগুৱাই যোৱা।এতিয়া সকলোতকৈ দেহাৰ সুখ টো বেছি important ❤. Be strong

  • @paharideori4288
    @paharideori4288 2 месяца назад +32

    এজনী ছোৱালী বিধৱা হৈ গলে মানুহৰ সমাজখনত অমুক তমুক ঢেৰ খন কিন্তু মাইকী মৰা পুৰুষ জনৰ সেইখিনি নাথাকে কিয়...? তেতিয়া সমাজখনে মাইকী মৰা পুৰুষ জনক কব যে পিছৰ কথা ভাবি লাভ নাই এতিয়া নতুন কথা ভাবক এইবুলি ..কিন্তু সেই ছোৱালী গৰাকীক কেতিয়াও নকয় যে নতুন কৈ ভাল কথা ভাবা বুলি...আমাৰ এই গেলা সমাজখনে...তুমি আগুৱাই যোৱা ponkhi ..ভগৱানে তোমাক সহায় কৰক❤❤️

    • @KasturiBorah-03
      @KasturiBorah-03 2 месяца назад

      Barrister Babu serial khon saboloi hokoluke onurudh jonalu..

  • @arunjyotihazarika4950
    @arunjyotihazarika4950 2 месяца назад +44

    ছোৱালী এজনীয়ে বগা সাজ পৰিধান কৰিব লাগে বঢ়িয়া কথা কিন্তু ল'ৰা এজনে পত্নী নোহোৱা হোৱাৰ এমাহৰ পিছতে বিয়া কৰাব লাগে । জেষ্ঠ সকলে এনেদৰে আলোচনা কৰা নিজ চকুৰে দেখা পাইছোঁ ,এইয়া আমাৰ সমাজৰ নীতি নিয়ম । এনেধৰণৰ বৈষম্য দেখিলে দুখ লাগে ।

  • @munuboruah1540
    @munuboruah1540 2 месяца назад +6

    তোমাৰ সাহস দেখি ভাল লাগিল।আৰু আগুৱাই যোৱা তাকে ভগৱানৰ ওচৰত এই প্রাৰ্থনা কৰিছো । ❤❤❤❤❤

  • @rumibaruah9284
    @rumibaruah9284 2 месяца назад +8

    পংখীৰ উজ্বল ভৱিষ্যৎ কামনা কৰিলোঁ। তোমাৰ কথাবোৰ শুনি থাকোতে মোৰ মনটো অতীতলৈ ঘূৰি গৈ চকুলো বাগৰি গৈছে। ভুক্তভোগীয়েহে সেইবোৰ মৰ্মবেদনা বুজিব পাৰে। এনেদৰে হাঁহি মাতি কণমানিটিৰ সৈতে জীৱনত আগুৱাই যোৱা।

  • @nirusaikia7631
    @nirusaikia7631 2 месяца назад +29

    ময়ো এগৰাকী বিধৱা মহিলা। ময়ো পদে পদে তোমাতকৈয়ো কোনো গুণে কম নহয় এনে ধৰণৰ কৰ্কথনাৰ পৰা । আগুৱাই যোৱা পঙ্খী , ভগৱান তোমাৰ লগত সদায় সহায় হ'ব ।

    • @MonikaSaikia9328
      @MonikaSaikia9328 2 месяца назад +1

      Ponkhi baar pora moiu bohut hahokh pau,moiu 22 bosr boyakhot husbendok heruaisu aru mur lorai 14 mah boyakhot deutakok heruaise, teu dhukua atia 2 bosr hoi gol.

    • @nobinhandique5249
      @nobinhandique5249 2 месяца назад

      J​@@MonikaSaikia9328

  • @JibonKakati-wr6ho
    @JibonKakati-wr6ho 2 месяца назад +19

    জীৱনটো নিজৰ, কেৱল নিজৰ মতে জীয়াই থাকিবলৈ শিকা.... আনৰ কথালৈ গুৰুত্ব নিদিবা

  • @SURANJANADAS-i5s
    @SURANJANADAS-i5s 2 месяца назад +3

    তোমাৰ কথা বোৰ শুনি বহুত দুখ পালো পংখী। তথাপিওঁ তুমি পিছলৈ ঘুৰি নাচাবা। তোমাৰ বাবাটুৰ বাবে তুমি সাসহ হোৱা। মোৰ মৰম আৰু আশীর্বাদ সদায় থাকিব

  • @ChandanaDasChandanaDas-e8l
    @ChandanaDasChandanaDas-e8l 2 месяца назад +5

    হয়,জিমি তোমাৰ মতামতৰ লগত ম ই একমত। মই কি কাপোৰ পিন্ধিছো কি ফোট লৈছো সেইবোৰত মানুহে ঠিকেই চকু দিয়ে। কিন্তু কেনেকৈ ছোৱালী দুজনীক লৈ চলিছো , সেইবোৰত চকু নাই।মোকো বহুত মহিলাই কিবাকিবি কৈ থাকে ,ম ই কাৰো কথাক গুৰুত্ব নিদিও।

  • @maramikonwar9992
    @maramikonwar9992 2 месяца назад +12

    বহুতে ভাল লাগিছে ।তোমাৰ কথা বোৰ ভাল লাগিল।দেহাক মৰম দি যাবা পঢ়াই শুনাই মানুহ কৰিবা।

  • @minatidas4573
    @minatidas4573 Месяц назад

    মই তোমাৰ বাবে ভগৱানৰ ওচৰত প্ৰাথনা কৰিছো লৰাটোক লৈ তুমি আগুৱাই যোৱা এনেদৰে কাপোৰ পিন্ধি থাকিবা আনৰ কথা নুশুনীব ❤❤❤

  • @ranudas593
    @ranudas593 2 месяца назад +17

    আৰু সাহসি হোৱা পংখি ,ভগৱানে তোমাক আৰু মাইনাক সহায় কৰিব,

  • @PompiGogoi.
    @PompiGogoi. 2 месяца назад +7

    বাক ভাল লাগে ❤ বাৰ দৰে বহুতো নাৰী আজি দিনত লুকাই আছে। সকলো ওলাই আহিব লাগে।

  • @nirugohain3692
    @nirugohain3692 20 дней назад

    মানুহ জন নাথাকিলে বুলি বগা কাপোৰ পিন্ধিব লাগিব এইটো অন্ধ বিশ্বাস। সঁচা কথাৰ ভনতী ঘৰৰ মানুহৰ পৰা বহুত কথাৰ শুনিব লাগে কিন্তু সেই মানুহৰ কথাৰ শুনি নাথাকিবা দেই। তুমি তোমাৰ ল'ৰাক লৈ আগবাঢ়ি যোৱাৰ আই। তেনেকুৱা মই ও এগৰাকী নাৰীৰ।

  • @sumudutta6281
    @sumudutta6281 2 месяца назад +18

    এইবোৰ একেবাৰে তল খাপৰ মানুহ, যিবোৰ মানুহে তোমাক অপমান কৰিছে তেওঁলোকৰ জীয়েকৰ লগত কৰিব নাই,, সিহঁতে কেৱল আনক ঠাট্টা কৰিব বা আনক দুখ দি ভাল পাই। সেইবোৰ মানুহে তুমি সুখী হৈ থকাটো ভাল নাপায়, সুবিধা লব আহে । এইবোৰ মানুহক গুৰুত্ব নিদিবা, এদিন যেতিয়া তুমি বহুত ওপৰত আগবাঢ়ি যাবা তেতিয়া সিহঁতৰ সমস্যা সমাধান বিচাৰি তোমাৰ ভৰিত পৰিবহি। তুমি মাত্ৰ সেই দিনটোলৈ বাট চোৱা। অতি সোনকালে আহিব সেই দিন। কিছুমান ঠেক মনোবৃত্তিৰ মানুহৰ কথাত লাগি থাকিলে জীৱন টো পাছ পৰি ৰব। প্ৰায় বিলাক শিক্ষত মানুহৰ মনোভাৱ ঠেক। এটা কথা ঠিক যে মানুহ সলনি নহয়, কেতিয়াও নহয়❤❤❤ তোমালোকলৈ বহুত বহুত মৰম আৰু শুভেচ্ছা🎉❤

  • @maramidas5569
    @maramidas5569 2 месяца назад +1

    পংখী তুমি নতুন কৈ জীৱন টো আৰম্ভ কৰা। জীৱন জীয়াবলৈ লগ এজন লাগে।

  • @Norendrablogs
    @Norendrablogs 2 месяца назад +11

    বহুত ভাল লাগিল আৰু আগুৱাই যোৱা ❤❤🙏🙏🙏

  • @digantahazarika1631
    @digantahazarika1631 2 месяца назад +5

    দেহা লৈ আগুৱাই যোৱা ভগৱানে সহায় কৰিব তোমাক❤❤❤❤

  • @bulbulisarmah1530
    @bulbulisarmah1530 2 месяца назад

    পংখী বিয়া হ'লে বিধবা হ'ব লাগিবই এয়া বিধিৰ বিধান সমাজৰ ঠেক মনৰ মানুহৰ কথা গুৰুত্ব নিদি তুমি আগুৱাই যোৱা ❤❤❤❤❤

  • @maramibarman5603
    @maramibarman5603 2 месяца назад +8

    তোমাৰ কথাবোৰ শুনি ভালো লাগিল দুখো লাগিল

  • @RajuRajbongshi-p5m
    @RajuRajbongshi-p5m 2 месяца назад +7

    তুমি যি কৰি আছা ভালে লাগিছে। আৰু আগুৱাই যোৱা । ভাবিষ্যত ভাল হব।

  • @Abdulrazak-so2jq
    @Abdulrazak-so2jq 2 месяца назад +17

    তেনে বিবহাৰ এক বিশেষ সম্প্ৰদায়ৰ লোকৰ মাজত সীমিত।

  • @rupabaruahchangmai8585
    @rupabaruahchangmai8585 2 месяца назад +8

    তুমি আগবাঢ়ি যোৱা। ভগৱানে সহায় কৰিব তোমাক

  • @mirjanurvlogs3960
    @mirjanurvlogs3960 12 дней назад +1

    Ponkhi Baa tmr babe xodai ami asu..... Manuhr khothat tumi Mon beya nokoriba karon manob jati tuye tenekuwa kisumanr bhal Aru kisuman beya xomalosona kore 😢😢😢❤❤❤love from Nalbari

  • @AparajitaBoruah-tj4jh
    @AparajitaBoruah-tj4jh 2 месяца назад +1

    নিজৰ সন্তানৰ বাবে আগুৱাই যোৱা❤❤❤

  • @RohelaBarman
    @RohelaBarman 2 месяца назад

    এগৰাকী বিধবাৰ জীৱন কেনেকোকা কনে বুজিৱ জিয় জানে সেয় বুজে কেতিয়াও হাহিঁব নাপায় । হব দে আপোনাৰ সদাই দিন ভাল হক❤❤❤❤❤❤

  • @sumu1532
    @sumu1532 2 месяца назад +10

    Ponkhi ba bohut val lage tumak ❤😊anor kotha bad di aru aguwai juwa 🥺kisuman e beya pai kintu horo vag manuhe bohut val pai 😊

  • @nilimaboruh4123
    @nilimaboruh4123 2 месяца назад +7

    পংখী তুমি সাহসেৰে আগবাঢ় ভয় নকৰিবা। এই কথাবোৰ কিন্তু মাইকী মানুহে কয় ,পুৰুষ সকলে নকয়। এই চৰিত্ৰ ৰ মানুহ আছলতে মানসিক বিকাৰ থকা বুলি ভাবিবা ।

  • @JunmoniSaikia-j2x
    @JunmoniSaikia-j2x 2 месяца назад +1

    মোৰ চকুপানী ওলাই গৈছে। তোমাৰ সাহস বহুত আছে 🥰 ভগবানে ভালে ৰাখক তোমালোক ক 🥰🥰

  • @MorzinaKhatun-b8u
    @MorzinaKhatun-b8u 2 месяца назад +11

    পংখী ময়ো যদি তোমাৰ নিচিনা ভিদিয় বনাব পৰা হলে বৰ মন যায় তোমাক আৰু দেহাক মোৰ বৰ ভাল লাগে মন বেয়া নকৰিবা মানুহৰ মুখ আট কাব নোআৰি 😚😚🙏

  • @purnimaterron-jh8pg
    @purnimaterron-jh8pg 2 месяца назад +2

    সঁচা কথা কৈছে মোৰ লগতো এনেকুৱা হৈছে, মই মোৰ ছোৱালী কণমানি তিনি জনিৰ মুখৰ ফালে চাই জীয়াই আছোঁ। এই সমাজখনৰ পৰিবৰ্তন হবনে

  • @bulbulisarmah1530
    @bulbulisarmah1530 2 месяца назад

    ❤❤❤❤
    পংখীৰ লগতে সুখ্যাতিলৈ বহুত বহুত মৰম থাকিল সুখ্যাতি তোমাৰ কথা আৰু হাহিতো বহুত মৰম লগা ❤❤❤❤❤❤❤❤❤❤❤❤

  • @gautambaishya2332
    @gautambaishya2332 22 дня назад +1

    Bohut val lage ba tomak aru aguy juwa vogoban ase tomr logot ba❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @allinonewithminu5270
    @allinonewithminu5270 2 месяца назад +2

    লৰা নহলে ও কিছু মান মুৰখই এনে কৰিব খোজে পমখি তুমি আগুৱাই যোৱা❤❤

  • @dipikabasumatary4313
    @dipikabasumatary4313 2 месяца назад +7

    হয দে ভূন্তি আমাৰ নিচিনা বিধবা মহিলা মাইকী কাৰনে সমাজৰ শুভ কামত আগভাগ লব নিদিয়ে কিন্তু মৃত কামকাজ ত হলে বিধবা মাইকী লাগে কিয় বুজি নাপাও । বেয়া লাগে এইবোৰ নিয়ম 😢

  • @munupetkuli7698
    @munupetkuli7698 2 месяца назад +1

    ❤❤😢😢 bohut dhuk lgl tumar kotha huni..ponkhi tumi agbahi juwa

  • @DiptiDas-ce7lp
    @DiptiDas-ce7lp 2 месяца назад +1

    সঁচা কথা মোৰো এনেকুৱা হৈছে তোমাৰ দৰে মোৰো ধুনু আছে❤❤

  • @manjubarman1855
    @manjubarman1855 2 месяца назад +1

    যি সকলে ওলিয়াই দিছিল সেই সকলে সদায় সধবা হৈ থাকিব বুলি ভাৱিছে চাগে।

  • @binitadevi8321
    @binitadevi8321 2 месяца назад

    তুমি সাহসেৰে যুঁজ দি যোৱা ।God bless you .

  • @ChampaTalukdar-mn4zu
    @ChampaTalukdar-mn4zu 2 месяца назад +1

    আগুৱাই যোৱা পংখী ❤❤❤

  • @smritanjaliboragi8416
    @smritanjaliboragi8416 2 месяца назад +6

    তুমি আগুৱাই যোৱা পঙ্খী।

  • @luckygogoibora1537
    @luckygogoibora1537 2 месяца назад

    বহুত ভাল লাগে তোমাক। তুমি আগবাঢ়ি যোৱা ❤

  • @jeemonigogoi3455
    @jeemonigogoi3455 2 месяца назад +4

    ঝিমী বা তুমি সদায় প্ৰিয়❤

  • @ritamohan7056
    @ritamohan7056 2 месяца назад +1

    তুমি আগুৱাই যোৱা। আশীৰ্বাদ কৰিছো ।

  • @tutumanibarman5384
    @tutumanibarman5384 2 месяца назад +15

    ৰাস্তাৰে গলে কুকুৰে ভুকেই। প্ৰতিটো কুকুৰকেই যদি আপুনি শিল গুটি মাৰিব যাই আপুনি লক্ষ্যস্থান গৈ নাপাব। আনৰ কথাত গুৰুত্ব দি লাভ নাই। আনে নুখুৱাই নিজৰ ইচ্ছা মতে মতে কাম কৰি গৈ থাকক । মানুহে হিংসা কৰি একো কৰিব নোৱাৰে ভগৱানে হিংসা নকৰিলে হল ।প্ৰতি গৰাকী মাইকী আপোনাৰ দৰে সাহসী হব লাগে ।

  • @bishwajyotiphukon230
    @bishwajyotiphukon230 2 месяца назад +2

    পৃথিৱীত সকলোৱে জীৱন একে ভাগ্য নাথাকে কোৰোবাক সামালোচনা কৰাকৈ কেনেকৈ আগবাঢ়ি যাব পাৰে তাক চিন্তা কৰিব লাগে ।

  • @DharanikantaNath
    @DharanikantaNath 2 месяца назад +11

    Love you 😘💕 deha love you 😘💕 ponkhi ba moe tumak bohut bhal pao love you 😘💕 ponkhi ba and deha 😔 moe log dhoribo bisaro i miss you please 🥺

  • @TutumoniHira-jm3vy
    @TutumoniHira-jm3vy 2 месяца назад +154

    Tumi aguyai juwa ami asu vonti

    • @dimbeswariborgohain2266
      @dimbeswariborgohain2266 2 месяца назад +13

      Anusthantu Chai bahut Val lagil .moiu anekua Ata somoi par korilu.bagabane tumak soda Sohai koribo.tumi aru agai jowa.

    • @ratulborahborah7859
      @ratulborahborah7859 2 месяца назад +1

      MynAmesay❤😂🎉😢😮😅😊

    • @psaikia-ej9um
      @psaikia-ej9um 2 месяца назад

      0q😊​@@dimbeswariborgohain2266

  • @UshaSaikia-d1o
    @UshaSaikia-d1o 2 месяца назад +2

    Tumar kotha bur bor dhuniya hahoj saral..... Huniboloi eman dhuniyakoi koisa .... Hodai vale thaka aru aaguwai juwa... ❤

  • @LunashreeBoruah
    @LunashreeBoruah Месяц назад

    বাৰ দৰে মোৰ মা জীৱন কাহিনীও একেই মই ও ঘৰৰ একমাত্ৰ মা লগত দেউতা নোহোৱা দিনৰ পৰা কিমান কষ্ট হৈছে দেখি আহিছোঁ __বা আপুনি সদাই ভালে থাকক❤

  • @PurnimaPathakDas
    @PurnimaPathakDas 2 месяца назад

    খুব ভাল লাগিল । আগুৱাই যোৱা

  • @jayantadutta165
    @jayantadutta165 2 месяца назад +6

    আচলতে সেই
    সকল সতী দাহ প্ৰথা যুগৰ মানুহ।

  • @MridushmitaDas-hm2eo
    @MridushmitaDas-hm2eo 2 месяца назад +5

    Tumi xodai aguyai jua baa😢❤

  • @BarsaRuhi
    @BarsaRuhi 2 месяца назад +2

    তুমি আগুৱাই যোৱা❤❤❤❤

  • @SouravSourav-f4x
    @SouravSourav-f4x Месяц назад

    Tumi bhut xahoxi hoi tumi pariba ponkhi baa I'm proud of you

  • @bulbulisarmah1530
    @bulbulisarmah1530 2 месяца назад

    😂😂😂ময়ো বিধবা মোক হাহি দিয়া বোৰ আজি মোৰ চকুৰ আগত বিধবা সেয়ে ময গুৰুত্ব নিদিও কাৰণ হাতী দেখিলে কুকুৰে ভূকে কিন্তু হাতী তোলে ঘূৰি নাচায় সেয়ে নিজক হাতীৰ দৰে সাহসী কৰি আগুৱাই গৈ আছো❤❤❤❤❤❤

  • @tutumonibora4165
    @tutumonibora4165 2 месяца назад +5

    তুমি,বা, আগবাঢ়ি, যোৱা,

  • @junborah-nb9tr
    @junborah-nb9tr 2 месяца назад +1

    Baa tumi aguwai jua tumar gutei jibontu ase atia ..bhogobane hodai tumak aru deha hukhot rakhok..❤❤

  • @JuliKhound
    @JuliKhound 2 месяца назад

    Tumi hodai aguwai juwaa vonti Ami hokolu asu tumar lgt vogoban ase June tumar lgt beya korise adin nohoi adin teulukok vogoban e usit hasti dibo homoit God Blessed you sister ❤❤❤❤

  • @RupamRajbongshi-is5oi
    @RupamRajbongshi-is5oi 17 дней назад +1

    Tumi aguwa juwa baa ami shdai ashu tumar kasht🙂🙂

  • @mayahazarika1796
    @mayahazarika1796 2 месяца назад

    Tumi aru aguwayi juwa akhirbad thakil du. Maa beta .❤❤❤❤

  • @GitimoniBoruah-u2j
    @GitimoniBoruah-u2j 2 месяца назад +1

    Moi youtube t matro 3 goraki o vlog saw ponkhi ba , upasona ba ru dhritismita ba ..ru blg karue nasw ..mur vl pua kigoraki ❤❤❤ deha ru ponkhi ba tumaluk valee thaka bohut morom tumaluk loi ❤❤❤

  • @pranabjyotisarma8282
    @pranabjyotisarma8282 2 месяца назад

    ভালে থাকক ❤ বাবু ভাল মানুহ হওঁক 😊

  • @shubhadutta110
    @shubhadutta110 2 месяца назад +5

    Bohut val lagila...tumi ru tumar loratu k bhogobane soku mali sauk

  • @mainabora3384
    @mainabora3384 2 месяца назад

    তুমি কাৰো কথা নামানিবা নিজেই আগুৱাই যোৱা তোমাৰ মানুহ জন নাই বুলি মন আকাংখা এৰি নিদিবা 😢😢😢

  • @PrahelikaAmchiBordoloi-hp5zw
    @PrahelikaAmchiBordoloi-hp5zw 2 месяца назад +1

    Baa tumar kotha xuni kandi desu Bohut dukho lagese ❤❤ baa tumi aguai juwa ❤

  • @priyankasonowal9967
    @priyankasonowal9967 2 месяца назад

    দুয়ো গৰাকী কথাবোৰ খুব ভাল লাগিল

  • @AnitaBoro-d4i
    @AnitaBoro-d4i 2 месяца назад +1

    Tumi bohut khahokhi suwali aru tumak vogobane. Khahokhi. Diyok moiyu tumar dore ❤❤❤❤❤

  • @mamilabhuuyan6391
    @mamilabhuuyan6391 2 месяца назад

    ভগৱানে তোমাক আৰু আগুৱাই নিয়ক

  • @zeetkashyap
    @zeetkashyap 2 месяца назад

    সাহসী হোৱা ।। আগুৱাই যোৱা

  • @anantaduarah1684
    @anantaduarah1684 2 месяца назад

    ভগৱানে তোমাক সদায় সহায় কৰক

  • @MridulRay-lf5ch
    @MridulRay-lf5ch 2 месяца назад

    Emn bewa manuh ase vabiboy nuwari biyar pora ulai dise tak he besi bewa lagil ami asu frnd aguway jowa bohut bohut mrom jasilo ❤❤❤❤❤❤❤

  • @principriyapegu8614
    @principriyapegu8614 2 месяца назад +6

    Bahut bhal lagil ponkhi ❤️

  • @RupaDevi-k2h
    @RupaDevi-k2h 2 месяца назад

    Ponkhi agbahi juwa God bless you dehak aguwai niya❤❤❤

  • @jayshreedas4868
    @jayshreedas4868 2 месяца назад +4

    তুমি দেহাক লৈ আগুৱাই যোৱা

  • @HiteshSarmah-nq5rp
    @HiteshSarmah-nq5rp 2 месяца назад +1

    Ami asu baa Tumi aguyai juwa ❤❤❤❤❤❤❤❤❤

  • @JabedaBegum-dv9nb
    @JabedaBegum-dv9nb 2 месяца назад +2

    First time Ponkhi ba aro dehak moi brother sister buli vabisilo

  • @minakshivaishnab1313
    @minakshivaishnab1313 2 месяца назад +3

    Tumi aguwai juwa ba❤

  • @DipamoniMoni-sj2up
    @DipamoniMoni-sj2up 2 месяца назад +1

    Ponkhi baa . Aguwai jua tare kamona krisu .😍

  • @bhonikanbori7765
    @bhonikanbori7765 2 месяца назад

    Khub vl lge pankhi baa aru betak aguwai juwa💓💓💓💓💓

  • @TaraliHazarika-bu2vw
    @TaraliHazarika-bu2vw 2 месяца назад +1

    Tumi bow nhy tumi amr baa❤ hoi gtike tmr essa ate aguwai jowa ru deha k vll dre suwa Sita kriba. Ami xdai tmr lgt aso

  • @hemantakumarborah2893
    @hemantakumarborah2893 2 месяца назад

    Val bea ajir xomajkhonot bohutu manuh thake,bea khinik guruta nidi Val khinik guruta di aguai jua,mathu vogobanok bisah rakhiba,aguai jua

  • @mborahborah9039
    @mborahborah9039 2 месяца назад +1

    Ponkhi tumi aguai jua .murbohut akhirbad thakil tumaloi

  • @dragoborah6589
    @dragoborah6589 2 месяца назад +3

    বহুত ভাল লাগিছে।

  • @Cricket01-s2l
    @Cricket01-s2l 2 месяца назад +1

    Ba tumi nijor mote jiyai thaka.bohute bohut kotha kobo gurutto nidiba ba .Deha aru tumi hodai hahi thakiba.Deha r babe tumi xahoxi hobo lagibo ba.nijor ghor khonok loi gourob kora bow anki a je nijor bai vonir dore bhabe tumak.beleg huwa hole tumak ghoror pora khedibo sale hoi❤❤❤❤❤❤❤❤❤❤❤❤

  • @priyankabaruah1481
    @priyankabaruah1481 2 месяца назад +8

    Ponkhi ba aru deha hoday vale thakok❤❤❤

  • @BeautyKakati-j7y
    @BeautyKakati-j7y 2 месяца назад +1

    Phangkhi Thank you so much.

  • @joyoshrigoswami7038
    @joyoshrigoswami7038 24 дня назад

    Love you pankhi aguyoi jowa❤❤❤❤❤

  • @BorshaKhanikar-st9jk
    @BorshaKhanikar-st9jk 2 месяца назад +2

    বদনাম উলিওৱা মানুহ ধেই সহায় কোনেও নকৰে ,আগুৱাই যোৱা ......

  • @luhitborah9780
    @luhitborah9780 2 месяца назад +1

    Ponkhi ba tumi hodai আগুৱাই যোৱা

  • @bahrulali9350
    @bahrulali9350 Месяц назад +1

    Baa ❤manuh r kotha bad diyok ❤apuni xodai eidore aguyai jaok .❤❤najanu ajiu xomaje eibur bissakh kre j boga xah pindhi thki lehe hoi 😢aru taor kiba mon najai ne rongin Kapur pindhibo ❤bad diyok pongkhi baa .ai manuh bur r kotha ❤khi hot r u Jodi aji apunar dre hl hoi tetiya he hoitu buji pale hoi ❤j husband jon nohowa koi xontan dangor kora tu kiman kosto hoi ❤aru kiman manuh r kotha xunibo loga hoi 😢😔🥺🥹

  • @oppabtsarmyOT7
    @oppabtsarmyOT7 2 месяца назад +7

    Tumi jibonot agbahi jua

  • @Yasmin_rose12
    @Yasmin_rose12 2 месяца назад

    Ponkhi baa tmi enn dhnya bht morom lge tmk ❤❤tmi xdai agwai jwa ❤xklo dux pahri njke agwai loi jwa ❤