সকলো খুলি ক'লে প্ৰথমবাৰৰ বাবে || মোৰ লগত যিটো ঘটনা হৈ গ'ল, মই চাগে গৈ নদীত পৰি মৰিব লাগিছিলে

Поделиться
HTML-код
  • Опубликовано: 13 янв 2025

Комментарии • 650

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 9 месяцев назад +23

    সচা মৰম আৰু অন্তৰৰে আৰু সচা ভালপোৱাবোৰক লৈ জীয়াই থাকা কল্পনা। মনৰ হেঁপাহেৰে সুখী হৈ থাকা আজীৱন।

  • @priyakalita1743
    @priyakalita1743 9 месяцев назад +4

    Baa tumi bhut positive hoi 👍aitu time t tumi iman strong n lora jonir proti thoka vl vab bur hosakoi bhut vl lagise gom pai....we love you baa n god bless you baa

  • @ranjudas7942
    @ranjudas7942 9 месяцев назад +24

    Thank you বহুত সাহস পালো ।।8 years ৰ ভালপোৱা বিয়া ও ঠিক হৈছিল কিন্তু মই আৰু নাথাকো তেওঁৰ লগত কাৰণ আপোনাৰ দৰে মোকো ঠাট্টা কৰে সৰু চাকৰি কৰো assam govt ৰ অমুক তামুক... misunderstanding and all নোৱাৰিছো আৰু গতিকে সিদ্ধান্ত লৈ পেলালো।।

  • @dharmeswar63
    @dharmeswar63 10 месяцев назад +69

    যিয়ে আঁতৰি যাব বিচাৰে আঁতৰি যাব দিব লাগে। চেকেণ্ড অপশ্বন থকা মানুহৰ লগত প্ৰেম নাথাকে, থাকে মাত্ৰ স্বাৰ্থ!! Focus on your wealth, health and career 🎉 ১৪ বছৰ এগৰাকীক ভাল পালোঁ, স্বাৰ্থ শেষ হ'ল আঁতৰি গ'ল।‌ যোৱাৰ আগত আপোনাৰ দৰে এটাই কথা ক'লো ক'ৰবাত দেখা পালে মাতষাৰ দিবি, অচিনাকীৰ অভিনয় কৰিব নোৱাৰোঁ 😭

  • @jyoti2509
    @jyoti2509 10 месяцев назад +41

    ইমান শক্তি আছে আপোনাৰ গাত🙏🙏 ভুক্তভোগীয়ে জানে এই কষ্ট বেদনা বোৰ

  • @jintidas8554
    @jintidas8554 10 месяцев назад +67

    ভালপোৱা মানুহজনক এৰি কেনেকৈ থাকিব পাৰি 🥺 যাক ইমান ভালপোৱা যায় কিছু সময় মাতসাৰ নুসুনিলে কোনোবাখিনিত নিজক আধৰুৱা যেন অনুভৱ হয় সেইজনক এৰি থকাটো কেনেকৈ সম্ভৱ। হয়টো সকলো সময় আৰু পৰিস্থিতিৰ দাশ। 🙂 ( ১২বছৰ একেলগে থকাৰ পিছত ইজনে সিজনৰ পৰা দূৰত থকা ভাবিলে আচৰিত লাগে)। 🥲

  • @heeyamanirabha27
    @heeyamanirabha27 10 месяцев назад +135

    " Quality চাবি quantity নাচাবি , পইচাৰ পিছত নুঘুৰিবি , পৰীক্ষাৰ আগত কান্দিবি পৰীক্ষাৰ পিছত নাকান্দিবি " এইষাৰ কথা আমাক ও কৈছিল।

  • @drishtipriyarabha5894
    @drishtipriyarabha5894 10 месяцев назад +44

    সকলোৱে কল্পনা বাৰ কথা কৈছে কিন্তু interview লোৱা বা জনি ইমান positive আৰু ইমান মৰমলগা, ইমান ৰঙীয়াল।

  • @mowsumisaikia9737
    @mowsumisaikia9737 10 месяцев назад +34

    প্ৰেমত প্ৰতাৰণা কৰি কোনো সুখী হব নোৱাৰে এদিন সকলোৱে ভুগিব।

  • @silpigogoi9520
    @silpigogoi9520 10 месяцев назад +33

    কল্পনা বা সছাঁই বৰ সৰল মনৰ অধিকাৰী।কথাবিলাক শুনিলে শুনি থাকিব মন যায়।আগুৱায় যোৱা সদায়।

  • @UVRAY-d6g
    @UVRAY-d6g 10 месяцев назад +22

    খুব ভালকৈ বুজি পাও এইখিনি কথা, 6 year ৰ relationship এদিনত শেষ হৈ গৈছিল... 2023 চন তো সঁচাকৈ প্ৰত্যাহ্বান মোৰ কাৰণেও. একো আক্ষেপ নাই মোৰো 👌 কিন্তু আজি বহুত কান্দিলো এই interview তো চাই 🙏🏻 বাকী সকলোৰে ভাল কৰক নেদেখা জনে

    • @MOROM_123
      @MOROM_123 10 месяцев назад

      Kalpana baa Mr favourite hoi .. Gunjan da o mr favourite asl...ajir pra vl nlga hl gunjan dak

  • @jibonorheujia...8263
    @jibonorheujia...8263 10 месяцев назад +6

    তোমাৰ সাহসক সন্মান জনাইছো। ভুল যাৰেই নহওক কিন্তু বাৰ বছৰৰ সম্পৰ্ক এটা ভাগি যোৱাৰ পাছত ভাগি নপৰি আগুৱাই যাব পৰাটো বহুত ভাল কথা। তুমি বহুতৰে প্ৰেৰণা হৈ ৰ'বা।

  • @BorshaBorah-vx4yi
    @BorshaBorah-vx4yi 10 месяцев назад +22

    "সৰু মা সদাই quality চাবি quantity নাচাবি,পইছাৰ পিছত নুঘুৰিবি ...আহিব টোৰ যেতিয়া আহিব লগা আছে,পৰীক্ষাৰ আগত কন্দিবি পৰীক্ষাৰ পিছত নকান্দিবি কাৰণ তোৰ desition তোৰ কথা"।

  • @dulumonidas473
    @dulumonidas473 10 месяцев назад +10

    কল্পনাৰ podcast চাই বহুত ভাল লাগিল। তেওঁৰ positivity honesty spiritual ❤

  • @p.dvlogs1326
    @p.dvlogs1326 9 месяцев назад +16

    13years asilu relationshipt. Kenekoi heruab loga hol nije najanu. Eta kothai xikilu jot biswas nai sei relationship 13years kio tatkoi besi years holeu nathake💔💔

  • @jinaborgohain1909
    @jinaborgohain1909 10 месяцев назад +26

    আজিৰ কথা ষ্টুদিয়ৰ কথায়ে সচাঁকৈয়ে সন্মোহিত কৰিলে । তেওঁৰ বলিষ্ঠ কন্ঠৰ আৰঁত এক হৃদয় ভৰা মৰমেৰে আকোৱালি লোৱা আৰু বিদায় দিব পৰা সৰল অনুভবি মন এটি জাগ্ৰত হৈ আছে বাবেই আজি সাৱলিল গতিত আগুৱাই যাব পাৰছে । দুয়ো বহুদুৰ আগুৱাই যোৱা মনৰ হেপাহেৰে তাকে কামনা কৰিলোঁ ❤❤।

  • @priyankasaikia5302
    @priyankasaikia5302 10 месяцев назад +45

    21:29 ডাক দিয়া কুকুৰা বোৰৰ কাণেই বহুত সম্পৰ্ক আধৰুৱা হৈ ৰয় জানানে বা 😢😢😢,,,, গুঞ্জন দাই ভুল কৰিলে,,,,, কল্পনা বা সচাই বহুত সাহসী,,মানিছো,,,,কাৰণ 12টা বছৰৰ ভাল পোৱা ইমান সহজ নহয়,,, অন্তৰ খনে চাগে কান্দিছে,,,, কিন্তু,,,,,🥺🥺🥺 ভালে থাকা,বা,,,আতৰি যোৱাবোৰক যাবলৈ দিয়ক,, কিজানি বহুত বেছি ভাল ৰৈ আছে,,,,💓💓💓💓

  • @pahihazarika3554
    @pahihazarika3554 10 месяцев назад +61

    অন্যতম প্ৰিয় অভিনেত্ৰী গৰাকী।অভিনয়ৰ লগতে ব্যক্তিত্বও প্রিয়। কেতিয়াবাই মনত ঠাই ল'লে তেওঁ। ভালে থাকা বা। এবাৰ লগ পোৱাৰ ইচ্ছা আছে, ঈশ্বৰে নিশ্চয় সেই ইচ্ছা পূৰাব।

  • @KrishnaniGogoi
    @KrishnaniGogoi 10 месяцев назад +9

    ইমান সুন্দৰকৈ ক'লে কথাবোৰ.. সঁচাকৈ বহুত বেছি ভাল লাগিল আজি এই interview..❤❤

  • @sweetydeka5482
    @sweetydeka5482 9 месяцев назад +4

    কথা কোৱাৰ ধৰণ বহুত ভাল লগা। গীত টো বৰ ভাল লাগিল। আগন্তুক সময়লৈ শুভেচ্ছা থাকিল বহুত বহুত।

  • @dhandevi3879
    @dhandevi3879 9 месяцев назад +2

    Tumaluk hoise oxomor hompod... bahut bhal lgil...Kalpana tumi bahut besi dhunia hoy....monor pora taatutkoi besi dhunia hoy...tumar kotha khini a mon sui gol...kaaru proti bea bhab nerakhi bhal bur loi aguwai goisa...kaarubak khoma koribo pora gun tu xokolure nethake. Kintu tumar xei gun ase....tumi jiwanat bahut aguwai jaba... bhagawan tumar xohai howk..
    Ji hol bhalar karane hol....tumar bahut bhal hobo loga ase...xei karanei tumar logot bhagawan a enekua korile....ji jon lorai tumak biya patibo teo bahut bhagyawan hobo...aaru Pallavi apunar kotha studio r pora bahut upokrito hoisu.....nojona kotha bahut xikibo parisu....bahut bahut dhanyavad

  • @babuphukan8920
    @babuphukan8920 10 месяцев назад +261

    CORRECTION ----- jodi guest gorakik KHABOLOI mationa hoi tetia "NIMONTRON" xobdo tu use kora hoi, aru jodi guest gorakik KOTHA patiboloi ba BARTA-ALAAP koriboloi mationa hoi tetia "AAMONTRON" xobdo tu use kora hoi.

  • @flyingbird131
    @flyingbird131 10 месяцев назад +21

    কল্পনা বাক বৰ ভাল লাগে দেই❣️যি হয় ভালৰ বাবেই হয়।আমি সদায় হৈ যোৱা ভাল ঘটনাবোৰ সামৰি ৰাখি বেয়াবোৰ আমাৰ জীৱন নাটৰ এটা অংশ বুলি পাহৰি যাব লাগে।
    গুঞ্জনৰ মুখখন দেখিলেই আগৰ পৰাই ঠগিব দৰেই লাগে,,হলেও ভাল লাগিছিল বাৰু অলপ,কিন্তু এই কথাটো গম পোৱাৰ পিছত বেয়া লাগি গল।

  • @PadmaSaikia-v6m
    @PadmaSaikia-v6m 10 месяцев назад +9

    ৰুন আৰু ঝুনৰ মাক গৰাকীক বৰ ভাল লাগে, তেখেতৰ অনাগত দিনবোৰত মনৰ জোখাৰে সুখী হয় যেন, তাকেই প্ৰাথনা জনাইছোঁ ভগৱন্তৰ ওচৰত

  • @PodmoMoran-mc3mr
    @PodmoMoran-mc3mr 10 месяцев назад +23

    সৰল মনৰ ছোৱালী কল্পনা বা সদায় আগুৱাই যোৱা কেতিয়াবা লগ পোৱাৰ আশা থাকিল❤

  • @nikumoni_628
    @nikumoni_628 10 месяцев назад +7

    Apuni mukhere prakakh nkrilew apunar dukh ksta anuvab krib parisu baa😢😢. Hdai aguwai juwa apuni ❤❤

  • @phulmaivlogs1752
    @phulmaivlogs1752 10 месяцев назад +10

    ভুক্তভোগী বা😢কিন্তু এতিয়া নিজক সাহসী কৰিছো। মা-দেউতাৰ বাবে সকলো কৰিম,,, যাৰ সৈতে হয় তেওঁ হে বুজিব পাৰিব।

  • @BhaskarDuttapurbanchal
    @BhaskarDuttapurbanchal 10 месяцев назад +2

    Bhal Lagil... She is really a brave lady....and positive podcast

  • @smitadas622
    @smitadas622 10 месяцев назад +4

    Bhut vl lge apunar obhinoy n apunaku,,, apunar rlsn break huwar kthatu suni bhut beya lgil,,,, moi o mur 14 years vl somporko vl bondhu ajn heruwalu 2023 t,, apunr kthakhini suni sahokh palu ba,,,,

  • @jimlibharali6843
    @jimlibharali6843 9 месяцев назад +5

    দেউতাই কয় - Quantity নহয় quality চাবি, পইচাৰ পিছত দৌৰিব নালাগে, পৰীক্ষাৰ আগতে কান্দি লোৱা পিছত কান্দি লাভ নাই।

  • @shyamolimadutta8022
    @shyamolimadutta8022 10 месяцев назад +3

    Kalpana is a strong lady.. So very matured and calm at the same time. God bless her.

  • @nayanadas6422
    @nayanadas6422 10 месяцев назад +40

    বিশ্বাসঘাটকতা খিনিক চেলেঞ্জ হিচাপে লৈ আৰু ভাল কাম কৰি আগবাঢ়ি যোৱা।

    • @diljaanmedhi1378
      @diljaanmedhi1378 10 месяцев назад

      Bohut dux lagise ba tumi khodaye vhale jiyai thaka

  • @paparisarma2134
    @paparisarma2134 10 месяцев назад +26

    বৰ দুখ পালোঁ। কল্পনাই কৰিব পৰা নাই! গুঞ্জনে কিয় এনেকুৱা কৰিলে? ৰিম্পি দাসৰ বিয়াৰ সময়ত ঠিকেই দেখিছিলো!কিবা হ'ল???! ইমান ব্যক্তিত্ব থকা ভাল ছোৱালীজনীক হেৰুৱাই ললেদেই.. অত্যন্ত দুখ পালোঁ!

    • @bhaswatidas3538
      @bhaswatidas3538 10 месяцев назад +2

      Munmi phukan humaise bule duijon r majot

    • @girly4648
      @girly4648 10 месяцев назад

      Munmi phkoonr divorce hoise nki??

    • @bhaswatidas3538
      @bhaswatidas3538 10 месяцев назад

      @@girly4648 fb t paisu husband r ghar r pora gusi aha buli.. confirm najanu

    • @junalirabha3969
      @junalirabha3969 10 месяцев назад

      Edussezrlsx

  • @krishmitadas2937
    @krishmitadas2937 10 месяцев назад +72

    Gunjan da tumak vl paisilu ajir pora ru vl pau buli nokou ru ...beya lagil huni ..kalpana ba tumi aguwai goi dekhuwai diya 👍👍

    • @rohanchoudhuryofficial1458
      @rohanchoudhuryofficial1458 10 месяцев назад +4

      Kalpanao fotua

    • @c_ba_015
      @c_ba_015 9 месяцев назад

      You should not judge when you don't know the story... however one sided story is always one sided....Kalpana is a disgusting lady...lukor haga xodaiye bea gundhai...

  • @manash1964
    @manash1964 7 месяцев назад

    42:24..... Priyanka Chopra je bohut dhuniya dei...Even during her Miss World win

  • @taralisaikia8281
    @taralisaikia8281 10 месяцев назад +46

    অ ভগৱান 🙏 কিবা এটা যেন বিশ্বাস হোৱা নাই 💞 বেয়া লাগিল huni কল্পনা বা 😭 গুঞ্জন দাই বেয়া কাম কৰিলে,12 বছৰ relation ata এনেকৈ শেষ হৈ গল নে, আমি ছোৱালী বোৰে মানুহ চিনি পোৱাত বহুত দেৰি কৰি দিওঁ, haibabe পাছত postau 🥹

    • @Himashreebhdas
      @Himashreebhdas 10 месяцев назад

      Hosa kintu dei

    • @joutisankarpatowary2836
      @joutisankarpatowary2836 10 месяцев назад

      আৰু লৰাৰ 11 বছৰ সম্পৰ্ক শেষ হলে ছোৱালী বোৰ ও কম নহয়

    • @BinkuSaikia-wv9sy
      @BinkuSaikia-wv9sy 8 месяцев назад +1

      Muo baa 12 yous vall pai bera patey lu, Kenton muo hak hoi gol sob,

    • @taralisaikia8281
      @taralisaikia8281 7 месяцев назад

      সঁচা অ

  • @ManoTalukdar-cg2mu
    @ManoTalukdar-cg2mu 9 месяцев назад

    কল্পনা বা হৈ যোৱাতো যাৰ জীৱনত হৈছে তেওঁহে ভালকৈ বুজি পায়। আপুনি মূখত হাহি আৰু আনন্দৰে আগবাঢ়ি যাওক।আৰু মেঘমলা ছিৰিয়েল খনত মাহিমাৰঅভিনয় কৰি ভাল আদৰ্শ দেখুৱাই দিছে্।

  • @EmoniBorah
    @EmoniBorah 7 месяцев назад +1

    Ji korai valei kore vogobaner,সফল হবই আগবাঢ়ি যোৱা,শুনি বেয়া লাগিল কিন্তু ,বহুত সাহসী তুমি, শুভেচ্ছা জনালোঁ ❤️❤️

  • @স্মৃতিবৰাশইকীয়া

    কল্পনা বাৰ কথাবোৰ বহুত ভাল লাগিল,,,ইমান ধুনীয়া চিন্তাধাৰা ❤

  • @bharatiborah8630
    @bharatiborah8630 10 месяцев назад +3

    তোমাৰ দৰে অৱস্থা বহুতৰ জীবনতে হয় তোমাৰ নিজ মূখেৰে সকলোখিনি শুনি দূখো লাগিল আৰু ইমান শত সাহসী হোৱাৰ বাবে ভাল লাগিল সাহষৰে আগুৱাই যোৱা আশীৰ্বাদ থাকিল।

  • @monishatamuly791
    @monishatamuly791 10 месяцев назад +12

    তেওঁ কথা বিলাক শুনিলে শুনিব মন যায়। তেওঁ এগৰাকী শক্তিশালী নাৰী হয়

  • @BobySaikia-b6r
    @BobySaikia-b6r 6 месяцев назад

    Congratulations kalpona। সুখী হোৱা মনৰ জোখাৰে

  • @diipakkgogoi3252
    @diipakkgogoi3252 10 месяцев назад +134

    ইতিহাস সাখি আছে। আজি যদি কন্দুয়াছে কাইলৈ এদিন সি কান্দিব লাগিব, বহু উদাহৰণ নকলেওঁ বুজিব 👍

    • @umanandadas1479
      @umanandadas1479 10 месяцев назад

      Kia ktha aibu

    • @nillnayanvlog8895
      @nillnayanvlog8895 10 месяцев назад +2

      Yes

    • @Ghbb2
      @Ghbb2 10 месяцев назад +5

      এইচাত শ্যমন্তিকা ক দিলে নি বাৰু😂😂

    • @diipakkgogoi3252
      @diipakkgogoi3252 10 месяцев назад +1

      @@Ghbb2 তাকে হে 😏

    • @joutisankarpatowary2836
      @joutisankarpatowary2836 10 месяцев назад +1

      চ্যমন্তিকা😂😂

  • @Jitudas-u5m
    @Jitudas-u5m 10 месяцев назад +1

    বহুত inspiring কথা কোৱা দে কল্পনা বা, বহুত সাহস পালো তোমাৰ কথা বোৰ শুনি বহুত সাহসী লেডী দে তুমি বা

  • @rashmitabora3849
    @rashmitabora3849 10 месяцев назад +6

    অন্যতম প্ৰিয় অভিনেত্ৰী গৰাকী মোৰ। তোমাৰ কথা বোৰে মন চুই গ'ল বা । তোমাৰ কথাৰ পৰা নিজকে বহুত সাহসী কৰিলো। আৰু আগুৱাই যোৱা সদায় কুশলে থাকা ❤️❤️❤️

  • @Assam_zubeen
    @Assam_zubeen 9 месяцев назад +2

    Aguwai jowa 😊jibont ji hoi valor karne a hoy ,ji hoi goise xai to vabi lav nai , God bless you Baaa ❤❤

  • @gayatribaruah7801
    @gayatribaruah7801 10 месяцев назад +15

    Kenekua dhunia mat. Bohut val lagil gutei podcast tu. Congratulations for the award. Kotha Studioi bohut val kam kori ase jibur amar proyujon. Thank u

  • @jafringogoi3840
    @jafringogoi3840 10 месяцев назад +3

    Ba apuni aguwai যাওঁক ❤ বেলেগ যে দুখ দিয়া বোৰ ভাৱি নাথাকিব ❤ গুঞ্জন দা আপুনি কিন্তু বহুত ভাল সম্পদ এটা আপোনাৰ পৰা আঁতৰ কৰিলা

  • @runabhuyan88
    @runabhuyan88 10 месяцев назад +21

    Val lagile sai. Aru dukh palu..... Apuni kuar dore korma fol paboloi besi din nalagibo tu...Mur logot o apunar dore hoise aru already dekhilu sokur agot jar babe anekua korisil heigorakie teo logot same korise. Bholenath ass amar logot apunio result pabo xunkale.

  • @mahantaAnjomonimahanta
    @mahantaAnjomonimahanta 5 месяцев назад

    মানুহে হাহিলে ভাল ।হাহিব দিবা ভগৱান সহায় হয়।আশীবাদ সদায় আছে ।আৰু আগুৱাই যোৱা।

  • @runjunburagohain2293
    @runjunburagohain2293 10 месяцев назад +15

    খুব ভাল লগা অভিনেত্ৰী

  • @bornalikonwar4083
    @bornalikonwar4083 10 месяцев назад +3

    Val lagil ....kalpana ba bht strong hoi tumi,,,,agbarhi jua vl a thaka,,,vogoban tumar hahokh houk,hustho thaka,vl vl kam kori jua,,,

  • @ratnawaliborah5103
    @ratnawaliborah5103 10 месяцев назад +4

    A break up after madness love is very hard to accept easily... But i must say you are a very nice women can handle every hard situation. Your personality explains that you are a very good lady. Luv you dear... God is for us... Js go ahead..

  • @GitumoniKochari-bz7hx
    @GitumoniKochari-bz7hx 10 месяцев назад +10

    My favourite actress Kalpana ba Tumi aguwai jua.

  • @LovelyBeachHammock-lx5se
    @LovelyBeachHammock-lx5se 10 месяцев назад +1

    Aji aku dukh lagil...nijor hei dinbur monot pori gol...ji hoi bohut besi val hoi...aji mur bohut val din ahil aji11bosor agot hei manuhjon mur pora atori nujuà hole mur bohut beya din solil hoi.. kunubai jodi karubak dukh diye dukh puwa jonik vohobane bohut besi val din diya ai kothatu monot rakhiba sun....adin hisa hoboi....

  • @DipikaMedhi-t8n
    @DipikaMedhi-t8n 10 месяцев назад +30

    কল্পনা তোমাৰ অভিনয় চায় ভালপাও|

  • @paporigogoi9547
    @paporigogoi9547 10 месяцев назад +2

    আমাৰ আৰ্শীবাদ আছে ভাল হওক তোমাৰ সদাই আৰু আগুৱাই যোৱা ভগৱানে মঙ্গল কৰক তোমাক

  • @pubaliborah7017
    @pubaliborah7017 10 месяцев назад +47

    উত্তৰ:"কান্দিলে পৰীক্ষাৰ আগত কান্দি ল পাছত কান্দি লাভ নাই"

  • @kiranbora6415
    @kiranbora6415 7 месяцев назад

    যিমান confident তথাপিও যেন কিবা এটা ক'ৰ বাত মনৰ কোনত এটা ছাঁ থাকাৰ অনুমান অনুভৱ কৰিছোঁ। বেয়া নাপাবা

  • @SiNGleBiRd-1998
    @SiNGleBiRd-1998 10 месяцев назад +3

    Anei moi podcast nasaw bore lge .kin2 kalpana bar karone sai delu full episode. Lots of love Kalpana Baa

  • @Rimpiiiiii
    @Rimpiiiiii 10 месяцев назад +53

    18:57 her break up story starts from.

  • @BarshaGogoi-z1q
    @BarshaGogoi-z1q 9 месяцев назад

    Hodai happy thaka baa tumar kotha bur huni bhut dukh lagil lgte tumar dore hahokhi agoraki eman dhunia kotha botora morom loga koi olpu attitude nedekhilu...adin lg pam buli akha thakil vale thaka happy thaka god bless you ❤

  • @dipankardarrangia8130
    @dipankardarrangia8130 10 месяцев назад +5

    বা ৰ কথা খিনিয়ে হৃদয় চুই গ'ল❤❤❤❤

  • @mitugoswami8763
    @mitugoswami8763 10 месяцев назад +11

    সচাঁকৈয়ে কল্পনাক প্ৰথমৰেপৰা ইমান ভাল লাগে নহয়, আৰু আজি ইমান ধুনীয়া মনৰ কথাবোৰ শুনি সচাঁকৈয়ে বহুত বেছি ভাল লাগিল ❤❤

  • @Styleandshine23
    @Styleandshine23 10 месяцев назад +4

    Biswakh nai hua kotha khar huni.... Apuna loi jothestho morom thakil... val hobo apunar..aguai jaok apuni...nd etai kotha jun byokti e karubar morom val pua buji npai 12 years rltn break kori dile,teu jodi imn din thaki hurt korise tente next je karubak hurt nkoribo tar kunu garantee nai so next ahibo logia girlfriend or wife be careful

  • @mridulahazarika4592
    @mridulahazarika4592 10 месяцев назад +2

    কল্পনা বৰ ভাল লাগে।শুনি দুখ লাগিছে

  • @karabiray7310
    @karabiray7310 10 месяцев назад +4

    সচাই কল্পনা বা আপুনি বহুত strong। মোৰ লগত এনেকুৱা হোৱা হলে মই হয়তো কোনোপধ্যে জীয়াই থাকিব নোৱাৰিলো হয়। আপোনাৰ কথাখিনি শুনি মোৰ চকুপানী ওলাই গল।love u ba❤❤❤

  • @JuriDeka-x5y
    @JuriDeka-x5y 10 месяцев назад +4

    Biyar agote aponi teok sini pale bht val hl ako beya howa nai aponar life tu sage Val hbo but moi mor manuh tok Buji napai atiya Swami gharr pora guchi ahib lga hl...mor he jibon bht dukhr baaa

  • @nijumonikalita531
    @nijumonikalita531 10 месяцев назад +8

    সৰু মা, কামৰ সদায় quality চাবি, quantity নহয়।পইচাৰ পাছত নুঘুৰিবি, তোৰ যেতিয়া আহিব লগা আছে আহিব।

  • @mriduladeka7465
    @mriduladeka7465 8 месяцев назад +1

    সছা কথা বহু ত ভাল পোৱা জনক কেতিয়াও অভিসাপ দিব নোৱাৰি মনৰ দূখ লাগে সছা কিন্তু তথাপিও তাকে মৰম ভালপোৱা থাকি যাই

  • @arupdas3027
    @arupdas3027 10 месяцев назад +34

    Gunjan da tumi bohut beya kam korila....tumak kintu bohut beya paisu...

  • @Madhu-t9k3s
    @Madhu-t9k3s 5 месяцев назад +1

    Kothakhini huni bohut dukh lagil.. bohut beya lge eman bosor ata relationship enekoi bhangi gole. Karubar logot sure nthkile ketyau relationship ot thakibo nlge. Kuneu njne hunmukhor mnhujone kimankhni suffer kore ba kenebhabe loi.

  • @kabitasaikia6078
    @kabitasaikia6078 8 месяцев назад

    Moiu par korisu ei2 xomoy.bahut kosto paisu depressiont goisilu.kin2 family support thakile sob thik hoi.etia bahut xukhi maa durga kripat ji hoi valor babe hoi.be strong ba.love u

  • @dhunup1501
    @dhunup1501 10 месяцев назад +33

    Every pain gives a lesson and every lesson change a person. Thanks a lot.

  • @nikumonidohutia
    @nikumonidohutia 6 месяцев назад

    Kalpana ba tumi aguwai juwa ...bhul byikti ajnk j tumi sini pala heiyai bohut

  • @Mainahazarika123
    @Mainahazarika123 7 месяцев назад

    আজিকালি সম্পৰ্ক বোৰ তেণেই থুনুকা। কাক বিশ্বাস কৰিম কাক নকৰোঁ কি যে কলি যোগ 😢

  • @678oktoyoutube
    @678oktoyoutube 7 месяцев назад

    খুউব ভাল ইমান ধৈৰ্য্য ভাল লাগিল

  • @assamesevlog8335
    @assamesevlog8335 7 месяцев назад

    Tumalukor jodituk Bohut val lagilsil..hbo diya ji hoi valor karone hoi ..

  • @indranigogoi4233
    @indranigogoi4233 10 месяцев назад +2

    কল্পনা বা মোৰ প্ৰিয় অভিনেত্রী। কিয় এনেকুৱা হ'ল তোমাৰ লগত, এনেকুৱা হব নালাগিছিল। বেয়া লাগিল।।

  • @kkvlog5507
    @kkvlog5507 10 месяцев назад +2

    Bhal loga manuh goraki❤ aguwai jua Kalpana baa

  • @porichutia093
    @porichutia093 8 месяцев назад +1

    Kobole he kalpona ba ..bohut dukht ase teu tthapiu hahi ase😊💚

  • @AnjulataPegu-fm4bo
    @AnjulataPegu-fm4bo 10 месяцев назад +11

    কাৰোবাক কন্দোৱাই কোনেও হাৰিব নোৱাৰে।ভগৱানে বিচাৰ কৰিব।

  • @Sumu154
    @Sumu154 10 месяцев назад +9

    কল্পনা বাক ভাল লাগে । তেওঁৰ সকলো ইন্টাৰভিও মই চাও ❤❤🎉🎉বহুত স্মাট হয় কথাবোৰ ।

  • @biswajitdas7510
    @biswajitdas7510 9 месяцев назад +1

    Past karma / karmik clen hoi gol new journey start .... Up coming true love ❤ soulmate💕 wating for u. whisg Univers support 4 u forever ✌🏻🎉 tq 😄

  • @SarbanandaTayung-n8d
    @SarbanandaTayung-n8d 10 месяцев назад +2

    Hosai Kalpana r episode sai bohut val lagil. Aguwai juwa..

  • @nabadas2528
    @nabadas2528 10 месяцев назад +7

    খুব সুন্দৰ। ভাল লাগিল

  • @dipsikhasaikia6473
    @dipsikhasaikia6473 10 месяцев назад +2

    আগুৱাই যোৱা সদাই তুমি সদাই বা ।।

  • @bhaskardutta1423
    @bhaskardutta1423 9 месяцев назад +1

    God bless you ba ❤2 jon a hukhi hoi thaka

  • @NOMITAkhonikor
    @NOMITAkhonikor 10 месяцев назад +10

    Very strong lady God bless you siso

  • @sashipatowary8614
    @sashipatowary8614 10 месяцев назад +1

    আপোনাৰ কথখিনি শুনি বহুত বেয়া লাগিল, দুইজন ক একেলগে বৰ ধুনীয়াকৈ মেলিছিল।

    • @jitumonikalita8425
      @jitumonikalita8425 10 месяцев назад

      Kalpana. মোৰ অতি মৰমৰ অভিনেত্রী আৰু আগুৱাই যোৱা।

  • @RosmiRekhaBorah
    @RosmiRekhaBorah 7 месяцев назад

    Kalpanar abhinoy bhut xundar.past 2 baad di aguai jua.

  • @bontibora4333
    @bontibora4333 10 месяцев назад

    kolpana baa tumi hosai bohut dhuniya ru loko geetu hundr gaisa

  • @RatnaChetia-z3r
    @RatnaChetia-z3r 10 месяцев назад +4

    12bsr relationship 1ta emn hunkale hekh krib pare Kiba janib Pari Val nalagil tumi hukhi hua Kalpana aguai jua tkei kamona kru

  • @bhabaniborah2779
    @bhabaniborah2779 10 месяцев назад +1

    ৰঙা টাপুত দূৰদান্ত অভিনয় চাই বহুত ভাল লাগিল ।

  • @tejaswinin7936
    @tejaswinin7936 7 месяцев назад

    Kisumn lora r krne ata homoy ahe jot kunu lora ke blv kribo nuarar dore hoi jai.. ajikli buji pao কাকো কেতিয়াও নিজতকৈ বেছি বিশ্বাস কৰিব নালাগে। কষ্ট বহুত হয়। কোনোবাই কম সময়ত আগবাঢ়ি যাব পাৰে আৰু কোনোবাই নোৱাৰে। চব নিজৰ স্বাৰ্থতে আহে আৰু যায়

  • @RupjyotiBaruahRB
    @RupjyotiBaruahRB 10 месяцев назад +9

    Atori jabo Diya .Dukh nokoriba.Tumak Bea puwa manuh Jon gusi goise Tumi kio dukh koriba.Agoloi bhal dore agbarhiba jate dukh nupuwa agoloi.nohole tew hahibo

  • @jatra7356
    @jatra7356 7 месяцев назад

    Be strong kalpana ba Guruji ase amar lgt.

  • @Pallforever
    @Pallforever 10 месяцев назад +16

    Kalpana baa apunk dhekhi moi bht haokh piso krn mor o recently brkup hoise 3yrs r ata samporko..moi o njke khub control koriso krn amr lgt g hoi hodai Val a hoi..so baa aag bharok njr Kam kri jauk..ru tnk u j moi o apunr pora aji bht encourage pisu😊😊

  • @dul6973
    @dul6973 10 месяцев назад +15

    অভিনয় খুব ভাল পাওঁ এওঁৰ।

  • @sumanproboy5063
    @sumanproboy5063 9 месяцев назад

    বা আপোনাৰ কথাবোৰ শুনি বৰ ভাল লাগিল😊