Это видео недоступно.
Сожалеем об этом.

এটা আদৰ্শবান সফল খেতিয়কৰ পৰিয়াল- M.Com,LLB কৰি আৰম্ভ কৰিছে খেতি-Farming in Assam

Поделиться
HTML-код
  • Опубликовано: 18 апр 2021
  • এটা আদৰ্শবান খেতিয়কৰ পৰিয়াল- M.Com,LLB কৰি আৰম্ভ কৰিছে খেতি-Farming in Assam
    #farming #AssameseEducator
    Farming in Assam
    Agriculture in Assam
    Traditional food production in assam
    Fish Farming in Assam
    Cow farming in Assam
    Duck farming in Assam
    Local hen farming in Assam
    pig farming in Assam
    All kinds of Farming in assam
    Graduate farmer in assam
    Motivational story of a farmer
    * Copyright Disclaimer Under Section 107 of the Copyright Act 1976, allowance is made for "fair use" for purposes such as criticism, commenting, news reporting, teaching, scholarship, and research. Fair use is a use permitted by copyright statute that might otherwise be infringing. Non-profit, educational or personal use tips the balance in favour of fair use. -This video has no negative impact on the original works (It would actually be positive for them) -This video is also for teaching purposes. -It is not transformative in nature. -I only used bits and pieces of images to get the point across where necessary.

Комментарии • 420

  • @rajibahmed5214
    @rajibahmed5214 3 года назад +158

    এই আদৰ্শবান খেতিয়ক বিলাকৰ নিউজ চেনেলবোৰে দেখা নাপায় সিহতে কেৱল ৰাজনীতি, কোৰোনা আদিক হে দেখাই থাকে,এই বিলাক মানুহ ৰ খেতি বিলাক যদি নিউজ বোৰে ভালকৈ দেখালে হৈ বহুতো উৎসাহ পালে হৈ,,,, মোৰ কাৰণে এইবিলাকে হে Real Hero👍🏻👍🏻

    • @karishmakalita9826
      @karishmakalita9826 3 года назад +3

      Right

    • @mdteach7494
      @mdteach7494 3 года назад +1

      Right

    • @binod7477
      @binod7477 3 года назад +1

      Bohut dhunia kotha koisa..hoi news channel bur ondho hoi

    • @prakashdas3992
      @prakashdas3992 3 года назад +2

      কৃষি ফাৰ্মৰ পৰিবেশটো ভাল লাগিল।এই পৰিয়ালটোৰ কৃষি আদৰ্শক আজিৰ যুৱচামে আদৰ্শ হিচাপে লৈ আগবঢ়ি যোৱা সুবেই প্ৰয়োজনীয়তা আছে।

    • @abhijitkakati212
      @abhijitkakati212 3 года назад +1

      বহুত ভাল লাগিছে এয়া এক ডাঙৰ উদাহৰণ পাৰিলে এবাৰ যাব চেষ্টা কৰিম চাবলৈ বহুত মন গৈছে

  • @chitrakumarhazarika9224
    @chitrakumarhazarika9224 3 года назад +58

    বৰ ধুনীয়া উৎসাহী এই সাক্ষাত্ কাৰটো উপহাৰ দিয়া কাৰণে আপোনালোকৰ চ্যেনেলটোক ধন্যবাদ দিছোঁ।

  • @prodipgorhofficial4147
    @prodipgorhofficial4147 3 года назад +35

    খেতিয়ক হ'বলৈ মোৰ বহুত মন। বহুত ভাল লাগিল ভিডিঅ'টি ইমান আদৰ্শবান,সহজ-সৰল ব্যক্তিত্বৰ লোক দুয়ো ভাতৃ,অকণো অহংকাৰো নাই।###যদি একমত লাইক কমেন্ট কৰিব।

  • @gohinboro440
    @gohinboro440 3 года назад +32

    লক্ষী দত্ত সচাকৈ এজন আমাৰ অসমীয়া সমাজৰ আদৰ্শ খেতিয়ক । তেওঁক আৰু তেওঁৰ পৰিয়ালক মই বহুত বহুত নমস্কাৰ জনাইছো । এই পৰিয়ালটোৰ পৰা আমাৰ অসমীয়া সমাজে বহুত শিকিব লগিয়া আছে । এই পৰিয়ালৰ দীৰ্ঘায়ু সু স্বাস্থ্য নিৰুগী আৰু মঙ্গল কামনা কৰিলো । ধন্যবাদ নমস্কাৰ ।

  • @dipalisharma5442
    @dipalisharma5442 3 года назад +5

    বহুত ভাল লাগিল আপোনালোকৰ এই আদৰ্শ কথা জানিব পাৰি।এখন সুস্থ-সবল ঘৰ সংসাৰ কৰিবলৈ হ'লে এজন সৎ -সাহসী, উদ্দমী, শিক্ষিত, আদৰ্শবান লোক এজনৰ দৰকাৰ। আপোনালোকক শত শত প্ৰণাম জনাইছোঁ। কেৱল এখন সমাজেই নহয়, আপোনালোক এখন সুস্থ সবল শক্তিশালী দেশৰ উদাহৰণ। আপোনালোকৰ আদৰ্শক🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻❤️👍👍👍

  • @montudutta7017
    @montudutta7017 3 года назад +14

    আদৰ্শবান খেতিয়ক , তেনেই সাধাৰণ যেন লগা মানুহ কেইজন কাম-বন , চিন্তা-ধাৰা কিন্তু বহুত ওপৰত ।

  • @santibalaburung278
    @santibalaburung278 3 года назад +4

    দত্ত ধন্য, ধন্য আপোনাৰ মানব জীৱন।আপোনী ল'ৰা দুজনক আদৰ্শ , উদ্যমী, কৰ্ম-দক্ষতা, খেতিৰ প্ৰতি মানে সকলো ধৰণৰ খেতি কৰি নিজে স্বাবলম্বী হোৱাৰ উপৰি দেশৰ উন্নতিৰ খেত্ৰত অৰিহন জগোৱাত সহায় আগবঢ়োৱা বাবে।

  • @kiritideka1080
    @kiritideka1080 3 года назад +43

    পামখন নিশ্চয় কৃষি পৰ্যটনৰ কেন্দ্ৰ হোৱা উচিত ।

  • @Luitporiyafoodifytraveltastic
    @Luitporiyafoodifytraveltastic 3 года назад +56

    দত্ত পৰিয়ালৰ আদৰ্শ অসমবাসীয়ে লোৱা উচিত।।।

  • @BhabnasVlog
    @BhabnasVlog 3 года назад +50

    বৰ প্ৰিয় মোৰ খেতিয়ক শব্দটো❤️

    • @s.d6539
      @s.d6539 3 года назад +7

      খেতিয়ক শব্দটো প্ৰিয় পিছে খেতিয়কৰ লগত বিয়া হ'ব হে নোখোজা।

    • @salimullah3099
      @salimullah3099 3 года назад +1

      সঁচাই এটা ধুনীয়া শব্দ খেতিয়ক

    • @nayandas8805
      @nayandas8805 3 года назад

      Very nice

  • @mohendrasaikia4808
    @mohendrasaikia4808 3 года назад +8

    চেনেলৰ কৰ্মকতাৰ লগতে উদ্যমী
    কৃষক পৰিয়ালটিক ধন্যবাদ জনালো। এইখন অসমত যে এনেকুৱা পৰিয়াল আছে, সছাকৈ বহুত গৌৰৱ অনুভৱ হৈছে।

  • @parbatidas919
    @parbatidas919 3 года назад +31

    স্বাধীনতাৰ মূল বস্তুটোৱে হৈছে খেতি,খেতি কৰিম নিজেও খাম আনকো খোৱাম। And I felt that

  • @chitrakumarhazarika9224
    @chitrakumarhazarika9224 3 года назад +43

    এনেকুৱা ভিদিঅ' আৰু বনাব..বহুলোক উপকৃত হ'ব ।

    • @slcreation925
      @slcreation925 3 года назад

      ruclips.net/video/BwY-EyOhUHo/видео.html

  • @arunimadas2422
    @arunimadas2422 2 года назад +1

    বহুত ভাল কাম কৰিছে

  • @pankajdeuri4750
    @pankajdeuri4750 Год назад

    সুন্দৰ পৰিয়াল আজিৰ যুগত মানুহ বোৰে অত বিঘা বিঘা মাটি থাকিও বহিৰাজ্যত কাম কৰিবলৈ যায় এইবোৰ কৰি খাবলৈ বেয়া পায়। আনৰ তলত পৰি সাজিৰা কৰি খোৱাটো ভাল পাই। গতিকে আপোনাৰ পৰিয়ালটোক বহুত বহুত ধন্যবাদ থাকিল

  • @bhesojbaruah8725
    @bhesojbaruah8725 3 года назад +9

    কৃষিজীৱী পৰিয়াল
    যৌথ পৰিয়াল
    আদৰ্শ পৰিয়াল
    যতন কৰিলেই ৰতন পায় বুলি কোৱা কথাষাৰ এখেতসকলে কামেৰে কৰি দেখুৱাইছে ।
    অভিনন্দন জ্ঞাপন কৰিছো ।

  • @navarunmusical9830
    @navarunmusical9830 3 года назад +4

    Assam educator ক ধন্যবাদ ।।এনেকুৱা এটা পৰিশ্ৰমী আৰু উদ্যোগী পৰিয়ালৰ সৈতে চিনাকি কৰাই দিয়াৰ বাবে। আৰু অধিক এনেকুৱা ভিডিঅ লাগে।

  • @ranjanaburagohain8044
    @ranjanaburagohain8044 3 года назад

    বৰ্তমান সময়ত বৰ সুন্দৰ কাম কৰিছে।তেখেতসকলক শতকোতি নমস্কাৰ জনাইছো।উঠি অহা নৱপ্ৰজন্মৰ বাবে তেখেতসকল পাথেয় হৈ সুস্থভাবে আগুৱাই যাওক।নমস্কাৰ জানাই পুনৰ।ভগৱানে সকলোৱে কৃপা কৰক।

  • @ashimbarman5199
    @ashimbarman5199 3 года назад

    অতিকৈ সুন্দৰ এটি ভিডিও।

  • @narayannath8051
    @narayannath8051 3 года назад +11

    এয়া হে আচল অসমীয়াগিৰি। সকলো অসমীয়াই অভিনন্দন জনোৱা উচিত।

  • @hemalatasaikiagogoi6002
    @hemalatasaikiagogoi6002 3 года назад

    Val lagil apunalukor hundor adorkh

  • @gg-lt1zp
    @gg-lt1zp 3 года назад +5

    Val lagil,,,, , channel or Dada jonok doinobad jonalu ,,,

  • @sankarjyotisaikia9856
    @sankarjyotisaikia9856 3 года назад

    Khub val lagil. Apunaluk hakalu Asomiya juwo prajanmar adarsa houk.

  • @ashokdas7876
    @ashokdas7876 3 года назад +2

    প্ৰকৃত মানুহৰ পৰিচয়

  • @hemenhaloi808
    @hemenhaloi808 3 года назад +10

    এওলোকেই হল প্ৰকৃত খেতিয়কৰ উদাহৰন ।

    • @slcreation925
      @slcreation925 3 года назад

      ruclips.net/video/BwY-EyOhUHo/видео.html

  • @tarunborah3343
    @tarunborah3343 3 года назад

    আজিৰ অসমীয়াই দত্ত পৰিয়ালৰ আদৰ্শ ললে অসমৰ পৰা বিদেশী অসম এৰি গুচি যাব । বহুত বহুত ধন্যবাদ ।

  • @monjitguwala4623
    @monjitguwala4623 3 года назад

    Kormoi dormo...... Jibont sesta krili hklu kribo pare..... This is a real farmers of Assam

  • @rumeekalita3812
    @rumeekalita3812 3 года назад +2

    😊অভিনন্দন জনাইছোঁ দুয়োগৰাকীলৈ 💐অসমীয়াৰ স্বাভিমান এয়াই🙏

  • @dhrubajyotisarma9035
    @dhrubajyotisarma9035 3 года назад +1

    Mor mon oti val lgise,kheto krok tetiahe nojor abastha val hoi,oti val lagil, ai adjamar atukura mati nai babe dubori bono kinib loga hoise. Pranami tomak,miyaai he parene,apuni he akon Prakrit asomiya.

  • @gogoida1518
    @gogoida1518 3 года назад +1

    উৎসা পূৰ্ণ এটা সুন্দৰ video 👌👌💕💕💕

  • @BGogoi-ft3wo
    @BGogoi-ft3wo 3 года назад

    অভিন্দন জনালো..
    সচাই আচৰিত দেই
    🙂🙂🙂

  • @well_COME
    @well_COME 3 года назад

    খুৱেই সুন্দৰ , অনুপ্রেৰণাৰে ভৰা এটি ভিডিও | বহুতে উপকৃত হৱ |

  • @binudbey9069
    @binudbey9069 3 года назад +16

    মৈ এই চেনেলটোৰ পৰা বা এই মানুহ কেইজনৰ পৰা এটাই শিকিবলৈ পালোঁ যে পঢ়িলেই যে চাকৰি কৰিব লাগে নহয় আমাৰ থলুৱা বা ঘৰোৱা উপাৰ্জন বহুত আছে ধন্যবাদ 🙏🙏🙏

  • @biplobgogoi4735
    @biplobgogoi4735 3 года назад +2

    Xundor, amar usoror eikeijone bohut kosoto kori agbarhi goise! Horure pora dekhi ahisu. !!!

  • @pallabdas1939
    @pallabdas1939 3 года назад +30

    গতিকে নিবনুৱা সকলে চাকৰি বিচাৰি নাপাই নিৰাশ হব নালাগে আমাৰ অসমৰ মাটিতে সোণ গুটি বিচাৰিব লাগে ।

    • @slcreation925
      @slcreation925 3 года назад

      ruclips.net/video/BwY-EyOhUHo/видео.html

  • @monuranjangogoi6276
    @monuranjangogoi6276 3 года назад +15

    সচাকে. কিন্তো. সাহস ,একাগ্ৰতা,উদ্য়মি অসমীয়া মানুহ দেখিলে মনত গৌৰম অনুভব লাগে. কিবা এতা কৰাৰৰ ইচ্চা যায়
    এনেকোৱা যুগাত্মক চিন্তাৰ প্ৰয়োজন আচে 🙏🙏🙏🙏🙏🙏❤

  • @akashpigfarm4476
    @akashpigfarm4476 3 года назад +14

    Vl lagil video2 sai.

  • @dhrubajyotikoch2440
    @dhrubajyotikoch2440 3 года назад

    মোৰ মনলৈ প্ৰায়েই আহি থকা , ভাৱবোৰৰেই বাস্তৱ ৰূপ দেখা পালো । এই আদৰ্শ পৰিয়ালটিলৈ সশ্ৰদ্ধ প্ৰনাম যাচিলো । বৰ্তমানৰ এই ভয়ংকৰ নিবনুৱা ৰ দিনত আমি বহুতেই দেখোন এনেবোৰ কাৰ্যৰ জৰি‌য়তে স্বাৱলম্বী হব পাৰো । আপোনালোকৰ আদৰ্শ ৰ বহুল প্ৰচাৰ হওক লগতে আপোনালোকৰ সু-স্বাস্থ্য আৰু বহুল উত্তৰোণৰ কামনা কৰিলো ।

  • @ratnakalita3020
    @ratnakalita3020 3 года назад

    বহুত বহুত ধন্যবাদ জনাইছোঁ । আদৰ্শ বান খেতিয়ক

  • @bijurajkhowa7114
    @bijurajkhowa7114 3 года назад +2

    ধন্য মানিছো। সচাকৈয়ে মহান।

  • @dhiyanshi2937
    @dhiyanshi2937 3 года назад

    Montu bohut bhal lagise vedio tu sai..

  • @netraprasadsarmah9896
    @netraprasadsarmah9896 3 года назад +14

    দত্ত পৰিয়াল লৈ মই গৌৰৱ আনুভৱ কৰিছোঁ

  • @RajibDas-rn3iv
    @RajibDas-rn3iv 3 года назад +2

    এইজন হে প্ৰকৃত খেতিয়ক,অখিল গগৈ খেতিয়ক হৈ জানো

  • @bhadrakantadas6101
    @bhadrakantadas6101 3 года назад +2

    Highly qualified farmer,Respected cultivator,keep up,god bless you,

  • @ranubarman857
    @ranubarman857 3 года назад

    Manisu dei Oti Xundor koi kheti korise 👍👍👌👍👍

  • @anitachetrychetry9633
    @anitachetrychetry9633 3 года назад

    Bohut val lagil .

  • @binod7477
    @binod7477 3 года назад +2

    Bohut val lagil sai ...moi bohut xukh onubhab korisu amar axomot eman dhunia xetiok ase ...jibon ai tuke koi moiu ajon sabolombi hobo bisaru kintu ki korim mur ghrr mati kali 1 bigha aku nai mur so sesta korim ru korie asu moiu......but love you jayanta dutta family....god bless you

  • @bobitabhuyan3260
    @bobitabhuyan3260 3 года назад

    Eybelak vedio he sai vl lage ...coronar vedio bur sai sai matha bur beya hoi Jai.👍👍👍👍👍👍👍👍👍👍nice vedio🙏🏼

  • @priyan9086
    @priyan9086 20 дней назад

    Govment should awarded him as an ideal farmer.His contribution is so great to our economy.

  • @nishantasaikia
    @nishantasaikia 3 года назад

    বহুত বেছি ভাল লাগিল , সকলো মানুহ এনেদৰেই আগবাঢ়ি যাব লাগে, আগলৈও এনেকৈয়ে ভাল ভাল video দি থাকিব । এওঁলোকৰ পৰা বহুত অনুপ্ৰেৰণা পালো।

  • @ritukhanikar2766
    @ritukhanikar2766 3 года назад +1

    বহু বহু ধন্যবাদ!!!

  • @korabimedhi9961
    @korabimedhi9961 3 года назад +1

    Aeijon real hiro hoi sorgo hoi aeikhon

  • @zirokumarhajong9280
    @zirokumarhajong9280 3 года назад

    Bohut bhal lagil bro

  • @jcrduckfarm2024
    @jcrduckfarm2024 3 года назад +6

    আপোনাক অশেষ ধন্যবাদ জনাইছো,আগলৈ এনেকুৱা ভাল ভাল প্ৰতিবেদন লৈ আহিব আমাৰ মাজত |
    অকল চাকৰি বিচাৰি থাকি বেছি লাভ নাই তাতকৈ বেছি ভাল নিজে নিজকে কিবা কামত নিযুত্তি কৰা | আৰু এনেকুৱা বাস্তৱ ৰুপ এই ভিডিঅ টোত প্ৰতিফলিত হৈছে |

  • @khaninsarma5522
    @khaninsarma5522 3 года назад

    Bahut bahut bahut bhal lagil...
    TV r news ot aibor kio nahe....
    Mon sui gol.....

  • @prafullabasumatary8493
    @prafullabasumatary8493 3 года назад

    Dhainyabad sir apunar adrkha arhi dekhi borbhal paisu...

  • @pankajkashyap6109
    @pankajkashyap6109 3 года назад

    Dhunia kotha kole.. Ghrr manuhor majot ekota.. Sob khula khuli alusona thakibo lage.. Aru apunalukr kheti aru fulok folok.. Apuna lukok adorkho buli vabilu.. Thnk you.. 🙏❤❤

  • @sudhirkejriwal4933
    @sudhirkejriwal4933 3 года назад +1

    Great.
    Very inspiring and motivating work.
    True Atmanirbhar Bharat Abhiyan.
    Politicians must see these true farmers of our country.
    Thanks Assamese Educator channel for this excellent video.👍

  • @raistar1991
    @raistar1991 3 года назад

    Bohut vl lage aponar lokor kohta bur

  • @jdgplove9871
    @jdgplove9871 3 года назад +2

    বহুত ভাল লাগিল ভিডিঅটো চাই ।

  • @bimansaikia4305
    @bimansaikia4305 2 года назад

    ৰামায়ণততো লিখা আছে শু পুৰষ কৃষক । খালী মাৰাত্মক দৰব ব্যৱহাৰ কৰি খেতি কৰা সকল শু পুৰুষ নহয়। আপোনালোকে অগেনিক খেতি কৰাৰ বাবে ধন্যবাদ।

  • @bhaskardas9388
    @bhaskardas9388 3 года назад

    Bhal adorkho dekhaise dada bhal lagil..

  • @minaramsaikia3737
    @minaramsaikia3737 3 года назад

    এজন আদৰ্শবান খেতিয়ক হিচাপে আপোনাক অভিনন্দন জ্ঞাপন কৰিলো ।

  • @bhaskarjyotideka3821
    @bhaskarjyotideka3821 3 года назад +7

    ইমান সহজ সৰল মানুহ

  • @milanmoktan1265
    @milanmoktan1265 3 года назад

    Bahut vhal lagil sai.. ❤

  • @surajitdasart3477
    @surajitdasart3477 3 года назад

    Bohut val lagile. Bohut inspire holu....dhanyabad.🙏🙏

  • @jumanjigaming5087
    @jumanjigaming5087 3 года назад

    ভাল লাগিল কথাবোৰ শুনি
    প্ৰেৰণাদায়ক

  • @gunjanvlogs6300
    @gunjanvlogs6300 3 года назад

    Bohut val kam karise......teulukoloi xokolure pora abhinandan jonaisu....

  • @parbinakhatun9187
    @parbinakhatun9187 3 года назад

    Bahut vhal podokhep anagot dinot .aru aguwai jawk.akhirbad thakil

  • @jonak.p
    @jonak.p 3 года назад

    Hundar Kotha

  • @assamcreature8399
    @assamcreature8399 3 года назад

    Bohut vl lagil

  • @letsgo8628
    @letsgo8628 3 года назад +3

    Great two brothers ,very goot step

  • @MayaBgohain79
    @MayaBgohain79 3 года назад

    khub val lgl,video 2...

  • @euclids..funnyandcutebaby6442
    @euclids..funnyandcutebaby6442 3 года назад +5

    🙏🙏🙏 হে অসমীয়া তোমাক নমস্কাৰ

  • @pro_axomhighlights7481
    @pro_axomhighlights7481 3 года назад +1

    এই পৰিয়ালটিক অসমৰ যুৱক সকলে অনুসৰন কৰক.

  • @babybora7007
    @babybora7007 3 года назад

    Val lagil video tu sai.. Thank you

  • @paragjyotirajkhowa5241
    @paragjyotirajkhowa5241 3 года назад +9

    স্বাধীন প্ৰকৃত অসমীয়া এইসকল ,,,

  • @hemantadas403
    @hemantadas403 3 года назад +2

    You are human resource

  • @lakshyajyotideuri8540
    @lakshyajyotideuri8540 3 года назад

    Moi ji khini vbisu.. mne kori asu.. etia apunalukor pora gm pai aru agrohta plu.. dhaniyabad apunalukoi.. enekoiye aguai jaok..

  • @rupambora5056
    @rupambora5056 3 года назад +3

    Bohut Val Dutta sir, Assomea khatyok namaskar, akha koru aru Assomea ai kaijot joreto houk, tateahe bojar khon Amar hatot thakibo

  • @rubidehingia2402
    @rubidehingia2402 3 года назад +1

    Video tu bhut Val lagil 👍

  • @deviddas9511
    @deviddas9511 3 года назад +53

    সকলো অসমীয়াই এনেকে কৰ্মমূখী হ'লে মিঞা নিজে নিজে খেদা খাব।

    • @promuddas2417
      @promuddas2417 3 года назад

      👏👏😄😄

    • @udityasaikia1820
      @udityasaikia1820 3 года назад +1

      হয়, কৰ্মমুখী হবয়েই লাগিব- অন্য ক্ষেত্ৰত হলেও। কিন্তু এনে খেতি/ফাৰ্ম খুলিবলৈ মাটিও দেখোন নামনিত বিদেশীয়ে শেষেই কৰিলে ।

    • @deviddas9511
      @deviddas9511 3 года назад +1

      @@udityasaikia1820 যিখিনি আছে সেইখিনিও এনেই পৰি আছে। সেইখিনিও মিঞাই দখল কৰিব আমি পেলাই ৰাখিলে।

    • @mohendrasaikia4808
      @mohendrasaikia4808 3 года назад +1

      সত্য কথা।

    • @fazlulaminofficial6689
      @fazlulaminofficial6689 3 года назад

      Ai channel or Manuh Jon miya hoy

  • @poonam7508
    @poonam7508 3 года назад +7

    এই বিলাক হৈছে আজিৰ দিনৰ দেশ প্ৰেমৰ নমুনা |সমগ্ৰ মানব জাতিক লগা খাদ্য উত্পাদন বিপন কামত জড়িত হৈ থকাটো বহু উচ্চখাপৰ কাম,ধৰ্ম ৰ কাম | চেনেহী অসমী আইৰ যোগ্য অসমীয়া সন্তান,ধন্য দত্ত পৰিয়াল | জয় আই অসম !

  • @kaushikhandique1117
    @kaushikhandique1117 3 года назад

    অলপ উৎসাহ পালো৷আগবাঢ়ি যাওক🙏

  • @indianpanorama303
    @indianpanorama303 3 года назад +1

    এওক,,,, ৰাজ্য চৰকাৰে republic day ত সন্মান দিব লাগে,,,মৰি যোৱাৰ পিছত দিলে হব কি🙏🙏🙏🙏

  • @baruntarafdar7267
    @baruntarafdar7267 3 года назад +1

    ভাল লাগিল এনে ধৰনৰ আৰু Video দিব ৷

  • @kishorechoudhury4760
    @kishorechoudhury4760 3 года назад

    Dhanybad Dada khoob dhuniya akhon ghor dekhuaor babe

  • @arunpathak2120
    @arunpathak2120 3 года назад +10

    কৃষক সকলে এই ভিডিওটো চাওক। উপকাৰ হব। ধন্যবাদ।

  • @purobiborah2488
    @purobiborah2488 3 года назад +1

    Val lagise video sai

  • @anupkumarbaruah5558
    @anupkumarbaruah5558 3 года назад

    Bor xundor Interview,xakolu axomia r
    Karona ek ardorsha porial.

  • @luckykazivlog8782
    @luckykazivlog8782 2 года назад

    Mashallah great job! 😍❤️🤲

  • @minaramsaikia3737
    @minaramsaikia3737 3 года назад +1

    চেনেলৰ কমকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিলো

  • @junudeka2295
    @junudeka2295 3 года назад

    Very good news bohut val loga post

  • @bhupenkalita7907
    @bhupenkalita7907 3 года назад +1

    Dada aponalokor progrem to sai bahut val lagil.

  • @nabajyotinath7483
    @nabajyotinath7483 3 года назад +1

    Anekua peronamulok video diar babe Thanks

  • @nitirajkhowa6521
    @nitirajkhowa6521 3 года назад

    Bhut val lagel vidio tu si👌

  • @MrTikaramSonar143
    @MrTikaramSonar143 3 года назад

    बहुत अच्छा लगा
    New good

  • @nabajyotisaikia1396
    @nabajyotisaikia1396 3 года назад

    Bohut vl lagel sai
    Best family 👍🏾👍🏾👍🏾👍🏾👍🏾

  • @banikantamoran3697
    @banikantamoran3697 3 года назад

    Val kam kora dekhi bohut Val lagil

  • @bhanubarman8355
    @bhanubarman8355 3 года назад

    Vidioto sai bahut val lagil.