Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
Sundar video frm Tinsukia
Bohut dhuniya video Val lagil
Dhanyabaad dada
গোলাঘাটৰ পৰা মৰম যাচিলোঁ দাদা😊
Good job
ভাতকেলা কেতিটোত বৰ ধুনীয়া ফলটো ধৰিছে কিন্তু!
মই মূল লম অহাবাৰ খেতিয়ক জনক লগ ধৰাই দিব।
Very nice
মূলটো গোটাকে নে টুকুৰা কৰি দিব লাগে
মইও এনেকুৱা খেতি কৰাত লাগি আছোঁ
Jat tu ki jane neki
সুন্দৰ উপস্থাপন
ধন্যবাদ
Moi abar spine gourd keti test kori saisu bahut profit hoi. Taman pol lage
ৰাইজ উপকৃত হ'ব ভিডিওটোৰ পৰা;সুন্দৰ হৈছে। মোক সঁচ খাটাং লাগিব কিন্তু;দিবানে?
নিশ্চয় দাদা
Jat tu koboi ninidile betai
God job
Sar te kenekoi diye
খেতিৰ শেষত মূল বিলাক উলিয়াই কিদৰে ৰাখিব লাগে। বহলাই কব চোন।
গা-গছ মৰাৰ পাছত মূল বিলাক মাটিৰ তলতেই থাকে। যেতিয়া অন্য ঠাইত ৰুব লগীয়া হয় মূল বা আলুবিলাক খান্দি নিলেই হয়।
ভাতকেৰেলা ডাল বা লতাৰ পৰাও কৰিব পাৰি। এহাতমান আগ ৰুই অকণমান পানী দিব লাগে আৰু ৰ'দ-বতাহত নুশুকাবলৈ খেৰ, শুকান ঘাঁহ-বনেৰে ঢাকি দিব লাগে। গুটিৰপৰাও ভাত কেৰেলাৰ খেতি কৰিব পাৰি, কিন্তু গুটিৰপৰা হোৱা বোৰৰ জাত সলনি হোৱাৰ সম্ভাৱনা থাকে।
Very nice vedio .
sir. vat kerela tu gutir pora nohoy neki baru
Bhat kerela aru potol r bij kor pora pam.
Krikhok bondhu holok nichoy upokrito hobo
Thanx brother
Hood
Bhat kerelar mul bosori thai kholabo lage neko?
মূল কেনেকৈ ক'ত পাম।সময়টো কেতিয়া ৰোপন কৰিব লাগে
Mota vaatkeroola tu kiba prakare faal pabo pari neki jonabosun uncal.
Ami jona mote napay..
Next year mul lagile kot jogajog korile pam kindly jonabo....
Nichoy
Jonabo sun etsa ase vatkerela kheti kora but val mul powa njay.. i m from bongaigaon..
Im from chirang, Panbari... Contact koribo Nichoy diya jabo
@@AssamAgriFarm ok cntct tu di dibo
8638286902
Vat kerela moi bhut val pau
Dipak assam
Kun thai... Alp briz lgisil
8638286902 contact koribo
Kun thai hoi..?
মূল পাম নেকি ? উচিত মূল্য দিম
Mur 1viga mati batkerala kheti ase
Ghor kot?
Can we get seeds or roots ?
Dada pule lage
ভাত কেৰেলা বিজ পাই নেকি জনাবচোন দাদা
Pabo
Guti ruyene tolor alu ruye kobsun
Alu r pora rubo lage
Nc.bt dada alop agotiya koi bonale basi bhal hl hoi
Next year koribo khetitu..
গুটিৰ পৰা ভাত কেৰেলাৰ পুলি ওলায় নে?
ওলায় কিন্তু প্ৰথম বছৰ ফল নধৰে।
ভাতকেৰেলাৰ মটাফুল আৰু মাইকীফুল কেনেকৈ চিনাক্ত কৰিব?
মতা গছেই বেলেগ হয়||
@@AssamAgriFarm assam agriffarm ক ধন্যবাদ জনালোঁ।ভাত কেৰেলাৰ মটা আৰু মাইকী চিনি পোৱা কৌশলটো অলপ বিতৎভাৱে জনাবলৈ অনুৰুধ জনালোঁ।
এইটো উন্নত জাত নহয়।
উন্নত জাতৰ নামটো কবচোন দাদা?
Tarun,nath
Bris. Lagisil
মুল বা পেতা ক'ত পোৱা যাব?
সময়ত যোগাযোগ কৰিব নিশ্চয় দিয়া যাব
muk u lagisile..pam nki
Donyabad
Dada pulie laga
Dada muk bidhantu dibosun
Contact number to লাগিছিল খেতিয়ক জনৰ
ভাত কেৰেলা পুলি বা মূল কত পাব?কোনে দিব পাৰিব জনাবচোন?
পানী লাগিব নেকি বাৰু
Hopta saridin nhoi oo,2 din ha uthabo paru
Sar diya mal khowahe koth.,.....😂
পুলিৰ বাবে আলু কত পাম
Late hol olp....alu ase
Bondu khokol aai prokira r pora kosto besi hoye
😢😢😢🎉🎉🎉🎉HN
সঁচ পোৱা ব্যৱস্থা কৰা হয় নেকি
এইবছৰ আৰু নাপাব... অহাবছৰ জানুৱাৰী ৰ আগতে যোগাযোগ কৰিব
ভাতকেৰেলা খেতিয়ক জনৰ Ph no তো দিব চোন
দাদা ফোন no tu diba ne
দেউতা ভাত কেৱেলা বিজতো কেনেকৈ পাম ।আপোনাৰ ফোন নম্বতো দিব নে দেউতা ।
Moi dim Tumi phone number tu diya
এই ভাতকেৰেলা সছ এতিয়া পামনে?
পাব... কিন্তু অলপ পলম হল.. আগতীয়া ফলন নাপাব
Eibilak khai manu asusto he habo
Apunar phone Number to dibason .
Apunar please phone number too diba nki
Nice.
Sundar video frm Tinsukia
Bohut dhuniya video Val lagil
Dhanyabaad dada
গোলাঘাটৰ পৰা মৰম যাচিলোঁ দাদা😊
Good job
ভাতকেলা কেতিটোত বৰ ধুনীয়া ফলটো ধৰিছে কিন্তু!
মই মূল লম অহাবাৰ খেতিয়ক জনক লগ ধৰাই দিব।
Very nice
মূলটো গোটাকে নে টুকুৰা কৰি দিব লাগে
মইও এনেকুৱা খেতি কৰাত লাগি আছোঁ
Jat tu ki jane neki
সুন্দৰ উপস্থাপন
ধন্যবাদ
Moi abar spine gourd keti test kori saisu bahut profit hoi. Taman pol lage
ৰাইজ উপকৃত হ'ব ভিডিওটোৰ পৰা;সুন্দৰ হৈছে। মোক সঁচ খাটাং লাগিব কিন্তু;দিবানে?
নিশ্চয় দাদা
Jat tu koboi ninidile betai
God job
Sar te kenekoi diye
খেতিৰ শেষত মূল বিলাক উলিয়াই কিদৰে ৰাখিব লাগে। বহলাই কব চোন।
গা-গছ মৰাৰ পাছত মূল বিলাক মাটিৰ তলতেই থাকে। যেতিয়া অন্য ঠাইত ৰুব লগীয়া হয় মূল বা আলুবিলাক খান্দি নিলেই হয়।
ভাতকেৰেলা ডাল বা লতাৰ পৰাও কৰিব পাৰি। এহাতমান আগ ৰুই অকণমান পানী দিব লাগে আৰু ৰ'দ-বতাহত নুশুকাবলৈ খেৰ, শুকান ঘাঁহ-বনেৰে ঢাকি দিব লাগে।
গুটিৰপৰাও ভাত কেৰেলাৰ খেতি কৰিব পাৰি, কিন্তু গুটিৰপৰা হোৱা বোৰৰ জাত সলনি হোৱাৰ সম্ভাৱনা থাকে।
Very nice vedio .
sir. vat kerela tu gutir pora nohoy neki baru
Bhat kerela aru potol r bij kor pora pam.
Krikhok bondhu holok nichoy upokrito hobo
Thanx brother
Hood
Bhat kerelar mul bosori thai kholabo lage neko?
মূল কেনেকৈ ক'ত পাম।সময়টো কেতিয়া ৰোপন কৰিব লাগে
Mota vaatkeroola tu kiba prakare faal pabo pari neki jonabosun uncal.
Ami jona mote napay..
Next year mul lagile kot jogajog korile pam kindly jonabo....
Nichoy
Jonabo sun etsa ase vatkerela kheti kora but val mul powa njay.. i m from bongaigaon..
Im from chirang, Panbari... Contact koribo Nichoy diya jabo
@@AssamAgriFarm ok cntct tu di dibo
8638286902
Vat kerela moi bhut val pau
Dipak assam
Kun thai... Alp briz lgisil
8638286902 contact koribo
Kun thai hoi..?
মূল পাম নেকি ? উচিত মূল্য দিম
Mur 1viga mati batkerala kheti ase
Ghor kot?
Can we get seeds or roots ?
Dada pule lage
ভাত কেৰেলা বিজ পাই নেকি জনাবচোন দাদা
Pabo
Guti ruyene tolor alu ruye kobsun
Alu r pora rubo lage
Nc.bt dada alop agotiya koi bonale basi bhal hl hoi
Next year koribo khetitu..
গুটিৰ পৰা ভাত কেৰেলাৰ পুলি ওলায় নে?
ওলায় কিন্তু প্ৰথম বছৰ ফল নধৰে।
ভাতকেৰেলাৰ মটাফুল আৰু মাইকীফুল কেনেকৈ চিনাক্ত কৰিব?
মতা গছেই বেলেগ হয়||
@@AssamAgriFarm assam agriffarm ক ধন্যবাদ জনালোঁ।ভাত কেৰেলাৰ মটা আৰু মাইকী চিনি পোৱা কৌশলটো অলপ বিতৎভাৱে জনাবলৈ অনুৰুধ জনালোঁ।
এইটো উন্নত জাত নহয়।
উন্নত জাতৰ নামটো কবচোন দাদা?
Tarun,nath
Bris. Lagisil
মুল বা পেতা ক'ত পোৱা যাব?
সময়ত যোগাযোগ কৰিব নিশ্চয় দিয়া যাব
muk u lagisile..pam nki
Donyabad
Dada pulie laga
Dada muk bidhantu dibosun
Contact number to লাগিছিল খেতিয়ক জনৰ
ভাত কেৰেলা পুলি বা মূল কত পাব?
কোনে দিব পাৰিব জনাবচোন?