Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
তোমালৈ বহুত মৰম আৰু আশীৰ্বাদ আছে বেটা । আগবাঢ়ি যোৱা ভগৱানে তোমাক সহায় কৰক ।
অভি তুমি আগবঢি় যোৱা আৰু পাৰিবা ভগবান তোমাক মঙল কৰিব তুমি তুমি পাৰিবা মা আৰু আইতা বুকুৰ কুতুম হবা। তোমৰ লক্ষণ আছে । তুমি আগবাঢ়ি যোৱা ভগৱানে আশীর্বাদ দিব পাৰিবা। ❤❤
Qaa
খুব সুন্দৰ, তুমি আমাৰ গৌৰৱ, তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ, ভগৱান সহায় হওঁক, তোমাৰ আকি থকা ছবিখন সম্পূৰ্ণ কৰি মাছৰহাট বৰনামঘৰত বৰ্তমান উচ্চৰ্গা কৰিলা।নৃসিংহ মূৰাৰিৰ কি অপূৰ্ব সৃষ্টি,তোমাৰ হাতৰ পৰশত প্ৰাণ পায় উঠিছে।ভালে থাকা সদায় 🙏🏻🙏🏻🙏🏻👏🏻👏🏻👏🏻👏🏻
অভি, তোমাৰ প্ৰতিভা দেখি বহুত ভাল লাগিল, আগুৱাই যোৱা বাটত নিশ্চয় কাবাক লগ পাবা ; ভগৱানে তোমাক মঙ্গল কৰক , তাৰে কামনাৰে..….❤❤❤
হৃদয়ৰ পৰা শুভেচ্ছা জনাইছো তিক্ লো ❤❤❤
অভি ভগৱান তোমাৰ সহায় হওঁক।আৰু আগুৱাই যোৱা
Abhi aguwai juwa valke
বহুত সুন্দৰ ❤
বাবা, তোমাক ভগৱানে মংগল কৰিব। মইয়ো তোমাক আশীৰ্বাদ দিছো ,তোমাৰ উন্নতি হক।
ভগৱানে ওচৰত প্ৰাৰ্থনা কৰিছো অভিৰ ভবিষ্যতু ভাল হুৱোৰ কামনা কৰিলো
সুন্দৰ ভাৱে আগুৱাই যোৱাত ভগৱানে সহায় কৰক। আৰ্শীবাদ তোমাৰ বাবে সদায়ে থাকিব।
বহুত বহুত মৰম তোমালৈ । সুন্দৰ অতি সুন্দৰ
অতিসুন্দৰ।ভগলানে তোমাক কুশলে ৰাখক মাইনা।কাৰো নজৰ নালাগক।
ইয়াৰ পৰাই আশীৰ্বাদ কৰিছোঁ ভগৱানে সদায় ভালে ৰাখক তাৰেই কামনা কৰোঁ 🙏🙏🙏। এদিন ভাল মানুহ হবা
অভি তোমলৈ অভিনন্দন জ্ঞাপন কৰিছো ভগবানে কৃপাকৰক মঙ্গল কৰক ভগবানলৈ প্ৰাৰ্থনা জনালোঁ লগতে পৰিয়ালক কৃপা কৰক।,🙏🙏💐💐💖💖 কৰুণা গোস্বামী চিপহা সত্ৰ কেতেকীবাৰী তেজপুৰ
ভাইটিৰ দক্ষতা দেখি বহুত ভাল লাগিল আগলৈকে উজ্জল কামনা কৰিলো ভগৱানে তোমাক মঙ্গল কৰক
এয়াই টো মানুহৰ ৰূপত ভগৱান ❤ আগুৱাই যোৱা কলিজা
😅😢😂❤😊nb 0:09
অতি সুন্দৰ প্ৰদৰ্শন, কথাতেই কয় নহয়, অভাৱেই আৱিষ্কাৰৰ মূল। তুমি আগুৱাই যোৱা ভাইটী আমি সকলো আছোঁ তোমাৰ লগত।
ভোলানাথ ক আৰাধনা কৰি আগোৱাই যোৱা লৈ যাববহুত দোৰলৈ🥰🙏
অতি সুন্দৰ পৰিবেশন ,ভবিষ্যতে আগুৱাই যোৱাত ভগৱানে সহায় কৰক তাকেই কামনা কৰিলো ।
Very very nice
ভগৱানে সহাই কৰক তোমাক 🎉🎉🎉
অভি তোমাৰ কবলৈ মোৰ ভাষা নাই ইমান ভাল লাগিছে
অন্তৰ চুই গৈছে,হৃদয়ৰ পৰা আশীৰ্বাদ কৰিছো।
জীৱন বাটত ভগৱান সহায় হওঁক।
অভিনন্দন যাচিছো। আগুৱাই যোৱা। ভগৱানে তোমাক সহায় কৰক ।
ইমান সুন্দৰ প্ৰতিভাৰ অধিকাৰী । অভি, ভগবানে তোমাক বহুত শক্তি দিয়ক । তোমাৰ মনৰ সকলো আশা, সকলো পৰিকল্পনা সফল হওক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ।
Bhal lagil tumek. Very nice ❤
বহুত বহুত মৰম যাচিছো, ভগৱান তোমাৰ লগত সদায় থাকিব
অভি ভাইটি জনলৈ অভিনন্দন জনাইছোঁ, আৰু ভগৱানে কৃপা কৰক অভী আগুৱাই জাৱক!
Bohut dhuniya hoise babu tumi aru aguai jua. Vagobane tumak mongol karok
অসমৰ সম্পদ, এইজন ল'ৰাই এদিন ভাৰত জিনিব চাই থাকক, মই লিখি দিলো, ❤❤❤❤❤
বহুত বহুত ধন্যবাদ আৰু লগতে আশীৰ্বাদ থাকিল!
সুন্দৰ। ভবিষ্যত উজ্বল হওঁক।❤❤❤যুৱক নকব। তেওঁ এটি শিশু।
অতি সুন্দৰ অভি আৰু আগুৱাই যোৱা ❤❤❤
অতি সুন্দৰ । ভগৱান তোমাৰ সহায় হঁওক । ❤❤❤
সদায় সৎপথত চলিবা অভি। ভগৱানে তোমাক প্ৰতিভাৰ আকৰ কৰি এই পৃথিৱীলৈ পঠাইছে। ভগৱানেই বাট দেখুৱাই নিব।হিয়াভৰা আশীৰ্বাদ থাকিল।
ভৱিষ্যত উজ্বল হওক অভি ৰ । দেউতা নাই বুলি দুখ নকৰিবা । এদিন সুখৰ দিন আহিব 🥰❤️❤️❤️
ভৱিষ্যত উজ্জ্বল হওঁক তোমাৰ,ইমান সৰুতে সুন্দৰ প্ৰতিভাৰ গৰাকী,ভাল লাগিল
অন্তৰ চুই গৈছে,তোমাৰ বাবে আৰ্শীবাদ থাকিল ।আগবাঢ়িয়োৱা ।
আঐ দেহি তোমাক ভগৱানে আৰু আগুৱাই নিয়ক আৰু।মৰম জনালোঁ।❤❤❤❤❤
বহুত বহুত সুন্দৰ সুৰ আগবাঢ়ি যোৱা সফলতা দিশত
অভি তোমালৈ আশীৰ্বাদ থাকিল আগুৱাই যোৱা ভগ
অতি সুন্দৰ ।আগুৱাই যোৱা ভাই
অসাধাৰণ প্ৰতিভা❤তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ দেহা❤
অভি কাশ্যপৰ বাবে আমাৰ আশীৰ্বাদ সদায়ে আছে আৰু থাকিব ।ভগৱানে কৃপা কৰক ।তোমাৰ সম্পুৰ্ন ঠিকনাটো পালে ভাল পাম ।
অভি উচ্চ শিখৰলৈ যোৱা । শুভকামনা জনালোঁ ।
অভি আগুৱাই যোৱা, God bless you
এওঁ এতিয়া কিশোৰ অৱস্থাতে আছে। যুৱক হৈ উঠা নাই ।অভি তোমালৈ আশীৰ্বাদ থাকিল ।
১৪ বছৰ বয়সৰ ল,ৰাজনক যুৱক নুবুলি কিশোৰ বুলিলে ভাল লাগিব । অভিৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো ।
❤😊
বহুত ধূনীয়া । God help you.
সুন্দৰ | ভাল লাগিল | তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ |
Thanks bro. Jai Radhe Radhe . God bless 🙏🎉🎉🎉🎉🎉🎉
Nice fluit. MUSIC 🎶 very very good. Perform. Nice.jai shree krishna
অভি তুমি আমাৰ বোকাৰ পদুমফুল❤ প্ৰতিভা আচৰিত❤থমকি নৰৱা।
Bohut agoloi jabo aguwai. God bless you
অতি সুন্দৰ অভি ❤❤ তুমি কেতিয়াও হতাশ নহবা । অভাৱ ৰ মাজত থাকিলেও তুমি বহুতো প্ৰতিভাৰ ধনী । তোমাৰ ভৱিষ্যত উজ্জ্বল হৈ জিলিকি উঠক তাৰে কামনা কৰিছো ।❤❤
Proud of you Jorhat.maina good bless you ❤️
বৰ ভাল লাগিল শুনি।অভি তুমি আৰু আগুৱাই যোৱা।
Very good performance... Heartiest Welcome to You for your performance..... Thank you...👍🙏😁😀
সোণ তোমাক ভগৱানে কৃপা কৰক।
Khub sundor ❤👍👌GOD❤🙏 Bless you ❤
বহুত মৰম আৰু আশীৰ্বাদ জনালোঁ, ভৱিষ্যত উজ্জ্বল হোৱাৰ কামনা কৰিলো।❤
খুব সুন্দৰ বহুত শুভেচ্ছা থাকিল
অভি তোমালৈ আশীৰ্বাদ থাকিল আগুৱাই যোৱা ভগৱান তোমাৰ সহায় হ ওক । ❤❤❤❤
বহুত বহুত সুন্দৰ ❤❤❤
❤❤❤ অতি সুন্দৰ ❤❤❤ভৱিষ্যত উজ্বল হৱক তাৰে কামনা কৰিলো
অতি সুন্দৰ আৰু আগুৱাই যোৱা ❤️❤️
আৰু আগুৱাই যোৱা ধন্যবাদ জ্ঞাপন কৰিছোঁ
Excelent Abhi❤
সুন্দৰ অতি সুন্দৰ আগুৱাই যোৱা ভগবানে সহায় কৰিব
❤❤❤ বহুত বহুত শুভকামনা জনাইছো । ভাল লাগিল।
অভি আগুৱাই যোৱা আশীৰ্বাদ থাকিল❤❤
আগুৱাই যোৱা সোণটো ভগৱানে তোমাক নিশ্চয় সহায় কৰিব ৷ ❤
ভগৱানে তোমাক শক্তি দিয়ক ভাইটি এনেদৰেই সদায় আগুৱাই যাবলৈ ❤️
উজ্বল হওঁক তোমাৰ ভবিষ্যৎ❤
অভি কাশ্যপ শৰ্মা ❤ proud of you....as always ❤
Very. Very. nice. Avi .Aguwai jowa. .
ইমান ধুনীয়াকৈ কৈছে কথাবোৰ ❤
Ashirbad korichu agbahi jwa.moina.Tumar maa tumar hahok...always be smile.❤❤❤❤❤😊😊
Aguaai jua beta vogobaner tumake hohai koribo ❤❤❤
ভগৱানে কৃপা কৰক অভী আগবাঢ়ি,জোৱা
অভি বেটা আৰ্শীব্বাদ কৰিছো আগুৱাই যোৱা ।❤❤
অভি তুমি বহু দূৰ আগবাঢ়ি গৈ থকা যেন 😢❤😘😘😘😘❤❤❤❤😢
Bhayti tumak. vogobane khohay koribo chinta nokoriba
জুবিনে, পাৰিলে ল'ৰা জনক সহায় কৰক, মোৰ অনুৰোধ।
Kadii man beay nakareba Vaite💓
সুন্দৰ,❤❤❤
Bohut val lagile thank you bhaity
bhut dhunia potiva enekoi agorai jok take vgobanor usorot kmona krisu
Agbarhi jua hodai 🙏🙏
Iman bhal lagil agoloi aru ag bari jua ai khini nilikhakoi thakibo nuarilu bohut bohut bhal lagil hosakoi
অতি সুন্দৰ বেতা
Bhut dhunia🎉🎉🎉🎉
তুমি আৰু আগ বাঢ়ি যোবা ❤❤
কথা বোৰ বৰ ধুনীয়াকৈ কৈছে❤ভাল লাগিছে
বহুত ভাল লাগিছে অভি।god bless you
শুভেচ্ছাৰ 💘 থাকিল। ❤
Bohoooot v,al lagil vaiti❤❤ God bless u

❤❤❤ অতি সুন্দৰ ❤❤❤
ভৱিষ্যত উজ্বল হৱক তাৰে কামনা কৰিলো