Ghunasuti akhn bohu vitorua gaon moi vabu jen hai gaon khn jodi aru unnoti hoi goi thake agoloi jen hain gaon khon bohut aag barhi jbo ghunasuti gaon khnt bohut val val poha likha manuh thakiu tat unnoti hbo nuarege vitorua jegar karone adin moiu goisu ghunasuti amr nijor manuh e ase moi vbu j hai gaon khn olp hohai krile vl hbo
Dada apuni ghunasutit ahi hokolu dekhale 😊bujai kole bohut val lage ❤moi ghunasut hoi 😊 aru moi miri jiyari clleget pohisilu 😊tq so much dada eman khini raijor dekhuwar babe❤😊❤
সৰ্গীয় ৰজনী কান্ত বৰদলৈ চাৰৰ লিখিত "মিৰি জীয়ৰী" কিতাপ খন স্কুলীয়া বয়সতো পঢ়িছো । মই ১৯৮৮ চনত মঙ্গলদৈৰ পৰা গৈ উত্তৰ লক্ষীমপুৰ সদৰ থানাত ১৫ বছৰ চাকৰি কৰি থকা কাল চোৱাত ঘুনাসুতিলৈ বহু বাৰ গৈছো। তেতিয়া ঘাগৰ নৈ বাহৰ দলং দি জীপ গাড়ী পাৰ হৈছিল এতিয়া সোৱনশিৰী নৈ খন ঘাগৰ নৈত মিলি সোৱনশিৰী হৈ পৰিল । সেই পথটোৰে ঢকুৱাখনালৈ গলে পথ চোৱা তেনেই চমু হয় । এবাৰ ভূপেনদা তালৈকে যোৱাত মোক Portocol Officer হিচাবে duty দিয়াত তাতে ৩ ৰাতি থাকিছো। ভৰত নৰহৰ ঘৰ দৰ্গে গাৱলৈৱো গৈছো। আগতে ঘুনাসুতি গৱলৈ বাৰিষা ধলঘাটৰ পৰাই নাৱত যাব লাগে । নাৱত গৈ ভাল লাগিছিল। চাঙত উঠি মিচং মানুহৰ ঘৰত ভাপত সিজোৱা বাও ধানৰ চাউলৰ ভাত(ৰঙা), মচুৰৰ দালি মুৰ্গী মাংস দি বনোৱা, লাই শাক শুকান মাছ দি বনোৱা, নামচিং খোৱা জুতি আজিও মনত আছে।
অতীতৰ হেই স্মৃতি বোৰে আপোনাক আজিও হাত বাউলি দি মাতি থাকে?
ভাল লাগিল আপোনাৰ জীৱনৰ জীয়া অতীত শুনিবলৈ পালো ডাঙৰীয়া ❤
Apunar ismiti bur huni val lagil ami dhakuakhana hoi
drive.google.com/file/d/1tqjoDUx7EU23ktk6fmDzi_yufGAc4fnJ/view
বহুত ভাল লাগিল সচাকৈয়ে। কাহিনীটো যে জীৱন্ত অাছিল জনা নাছিলো ৰজনী কান্ত বৰদলৈদেৱৰ কাল্পনিক কাহিনী বুলিয়েই ভাবিছিলো।😮
দেৰিকৈ হলেও বহুত ধন্যবাদ দিলো ।
এনেকুৱা নজনা কথা নেদেখা Picture বোৰ দেখিলে বহুত ভাল লাগে ॥ আছলতে মানুহে নজনা কথাবোৰ এনেকুৱা vdo ৰ জৰিয়তে বহুতো শিকিব পাৰি ॥ কিছুমানে আকৌ এটা ভুত জলকীয়া লৈ খকুৱাৰ দৰে ভাত খোৱা vdo বনায় সেইবোৰৰ পৰা মানুহে কি শিকিব ? যি নহওঁক ভাল লাগিল আৰু মিৰি জীয়ৰি কাহিনিটো vdo ত চাইছো চাই বহুত ভাল লাগিছে ॥
Right ❤❤
জংকি পানৈ তথা ঘূণাসূঁটিৰ জেগা বিলাক দেখি সঁচাকৈ ভাল লাগিল।
মই মেট্ৰিক পৰীক্ষাত তোমাৰ প্ৰিও গ্ৰন্থ বুলি ৰচনা লিখা আহোঁতে মিৰি জীয়ৰী গ্ৰন্থ খন লিখিছিলোঁ।২০১৮ চনত।
জংকী পানৈ ৰ কাহিনীটো পঢ়িছিলো আজি জ্বলন্ত ছবি খন মানে গাওঁ খন দেখি বৰ ভাল লাগিল ।
👍👍👍👍👍👍❤️
জীৱনত প্ৰেম কৰিলে জংকী পানৈৰ দৰে প্ৰেম কৰিব লাগে,...তেতিয়াই হ'ব প্ৰকৃত ভালপোৱা,...... বৰ্তমান সময়ৰ প্ৰেম, ভালপোৱা বোৰ সচাঁকে সম্পূৰ্ণ ৰূপে ভণ্ডামিৰ বাহিৰে আন একো নহয় ।
Ekdom 👌
তাহানিৰ কালৰ পৰাই বৰ্তমানলৈকে আমাৰ অসমখনত যিমানবোৰ প্ৰেম কাহিনী শুনা পাইছোঁ,... জংকী পানৈৰ দৰে আজিলৈকে শুনি পোৱা নাই,... তেওঁলোকৰ(জংকী-পানৈ)ভালপোৱা আছিল সচাঁ ভালপোৱা, নিষ্পাপ ভালপোৱা ......। ইতিহাসত তেওঁলোকৰ(জংকী-পানৈ)ৰ প্ৰেম কাহিনী ❤ এতিয়াও সোণালী আখৰেৰে জিলিকি আছে আৰু লগতে অমৰ হৈ আছে ।
Khubei dhunia.....Dukh bhagor nuhua hoi jai enekua thai enekua manuh bur dekhile....Val video t views kom...Holeo jie saise monor pora saise..😊😊
উম বহুত ধুনীয়া কমেন্ট ❤❤
Nice❤😊
very good
Mor priyo uponyas khonor kahinito Satya buli ajihe gom palu.Thnks.Taid dangoriar ghorkhon APURBA
"Jonki panoi" is Mising Memorial wealth ❤❤❤ This is a Real love story ❤ that called Our Mising Communitys" Aipe' Me'nam" ❤❤
তোমাৰ জৰিয়তে নেদেখা ঠাইৰ দেখিবলৈ পালো বহুত বহুত ভাল লাগিল
ভাল লাগিল।মিৰিজীয়ৰী উপন্যাসখনৰ প্ৰতিটো পৃষ্ঠাত বিচৰণ কৰি থকা যেন লাগিল
জংকি-পানেই অমৰ প্ৰেম কাহিনীৰ সাক্ষী ঘূণাসুঁতিখন গাঁওখন চাই আপ্লুত হ'লোঁ!❤❤
বৰ ভাল লাগিল , ঘূণাসুতিলৈ যোৱাৰ হেঁপাহ এটা আছে...
Pariyalar lagat kathakhini bhalkai patile sru bhal lagil heten
Vaal lagil........Love from Ghunasuti🥀❤️
Bohut bohut val lagil dada,jangki panoi kahiniloi monot porile sokut soku Pani bagori ahe
বহুত ভাল লাগিছে পৰিবেশটো
@@riyanjyotinath7383 q
ভিডিঅ'টো চালোঁ , বহুত বেছি ভাল লাগিল । ধন্যবাদ ।
বহুত ভাল লাগিল❤❤
Class 7 t pohisilu novel khon , aji ako মিৰি জিয়াৰী উপন্যাস খনলৈ মনত পৰি গল ভাইটি😢
Misa kotha ....
Kalponik kahani
Tur mata mal kom sage 5:53
আমি সোৱণশিৰিৰ পাৰৰ বাসিন্দা ❤
So basically Axomiya Heer Ranjha story.
Miri jiori upanyas khnoloi mnt pore gl❤🥺
ঘূণাসূতিৰে পাৰত বহি লৈ জংকি পানেইৰ কথা শুনিবৰ মন যায় ৷ সচাকৈয়ে খুউব ভাল লাগিল ৷তোমাৰ যোগেদিয়েই জংকি পানেইৰ দেশ চাবলৈ পালো ৷লগতে বন্ধুও হলো ৷❤❤
Apuner bohulukotke ankomon vidiobur arthapurna adorkhanea bhallagil Sai ❤❤
বৰ ভাল লাগিল ভাল লগা পৰিবষ অতি সূন্দৰ কৃষ্ণ কৃষ্ণ ধন্যবাদ । ❤️❤️❤️❤️❤️❤️🙏🙏🙏🙏🙏🙏🙏🙏
জীৱন্ত প্ৰেম কাহিনীৰ ৰূপ ৰেষা
তোমাক সেই ৰাতিপোৱাত কলহৰ লগত দেশা,
মিৰি জীয়ৰিএ এৰিলে হৃদয়ত চাপ
দশক - দশক ধৰি জীয়াই ৰল জংকী - পানৈৰ প্ৰেম গাঁথা।।।।।
বৰ ভাল পাইছো দেই দাদা আজি এক নজনা বস্তু জানিব পৰিলোঁ নেদেশা বস্তু দেখিলোঁ , aru aguwai juwa deiii🤍❤️
আমাৰ ঘৰৰ ওচৰৰে পৰা গল মই গমেই নাপালোঁ, আপুনি যে কৈছে সোৱণশিৰি চাৰিআলি কৈছিল সেইখন বেবেজীয়া চাৰিআলি বুলি কয় মোৰ ঘৰ আছিল চাৰিআলিতে আছিল😢 আপোনাক লগ পোৱা হলে ভাল লাগিল হয়
Ata Video t Keibar Dhuniake Dhuniake buli keibar kuwabaru....Hunibsun nijei 😂😂😂😂. Agor video burotu hunisu.....Menia hoi porise tumar
Khub hundor.manuh ghoror porebekh khub dhuniya
Actually জংকী আৰু পানৈ যিটো আধাৰত উপন্যাস খন লিখি উলিয়ালে এইখন ঘৰ জংকী আৰু পানৈৰ আচল পৰিয়াল নহয়। ঘূণাসুতি গাওঁতে গাঁও বুঢ়া এটা টাইড সম্প্ৰদায়ৰ পৰিয়াল আছে আৰু তাৰে আছিলে পানৈ । গতিকে অনুগ্ৰহ কৰি আছল original পানৈ ৰ পৰিয়াল টো দেখালে আৰু বহুত ভাল পালোঁ হয়।
Ki prem asile duyure ajiu jiyay ase Jonki❤ Panoi r prem kahini
Khub val video eta upobhog kribloi palo aaponar.. Joriyote... Dhonyobad aaponak.
যদি ভগৱানে সময় মিলায় এবাৰ ফুৰিব যাম সেই ঠাই খন লৈ❤
বহুত ভাল লাগিল। আপোনাক বহুত বহুত ধন্যবাদ বন্ধু।
সেউজীয়া ৰংঙৰ পথাৰত বাঁহ খেৰৰ ঘৰ কি যে মোহনীয় দৃশ্য। বিশুদ্ধ বায়ু থকা ঠাই
Eman dhuniya poribex moja lagil sai vdo to.
অতি সুন্দৰ। বৰ ভাল লাগিল।
খুবেই ভাল লগা পৰিৱেশ।
❤️❤️
পানৈ নে পানেই নাম টো খাটাং কৈ কওক । জানিব লগা ভিডিঅ' প্ৰচাৰৰ কাৰনে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
Most beautiful story and video
কি মজা কি সুন্দৰ.বহুত বহুত------বহুত ভাল লাগিল.
বহুত ভাল লাগিল। ধন্যবাদ আপোনাক।
পৰিৱেশ অতি সুন্দৰ ।
Hundor aibur video dekhuwai thakile Sai thaki huni thakibloi mon Jai bohut val lagil 👏👏👏👏❤️💖💖💖
Bhal lagil nice
Bhut bhal lagil xrure pora xuni ahisilo a story to but aji Thai doxr dexi bhut bhal lagil..
সুন্দৰ পদক্ষেপ। বহুত ভাল লাগিল।
Salute mur jonki panoik ,
asol premok kunu bada dib nuware.
Nice dada from majuli
Bor vl lgl❤
Good job 👍👍🙂
ইমান ভাল লাগিল
আমি ও পহিছো কাহিনীটো hs 1st year t কাহিনীটো মনত পৰি গল ❤
Nice 👍
ভাল লাগে এনেকুৱা ভিডিঅ বিলাক চাই বহু কথা জানিব পাৰিছো
উপন্যাসখন মোৰ খুবেই প্ৰিয় ❤️❤️
Misa kotha nokobi o bupaitu. Beleg kam nai aru. Khatit dhor o hunamua. Luke kora khetir fosol khai kotha huna o. Hori hori.
Eman dhuniya poribekh ohh
Ghunasuti akhn bohu vitorua gaon moi vabu jen hai gaon khn jodi aru unnoti hoi goi thake agoloi jen hain gaon khon bohut aag barhi jbo ghunasuti gaon khnt bohut val val poha likha manuh thakiu tat unnoti hbo nuarege vitorua jegar karone adin moiu goisu ghunasuti amr nijor manuh e ase moi vbu j hai gaon khn olp hohai krile vl hbo
Nice vro
Love from Assam ghunasuti❤
Contact me bro moi jab bisaru ghonasuti
hundar
Mi hsa buli a janu high school axomia prhua baideuye amk kosil kahinitu
Baria senel bandhu
Asin adak atai❤😮😊
Mojja moyu agote umaisilu mur Botta oi❤👍
Amar college khon miss u😢
Aapunar video sai bohut ball lagil❤❤
Xundor👍❤❤❤
Log napalu mur ghor khajuate hoi🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺
Imagine jangki painoir dinot mobile thakile panoi akol jangkik a val pale hoi ne ?
জংকীৰ ঘৰ দেখুওৱা হলে ভাল আছিল
Val lgil
Bhut vl lagil sai, enekua video dib lage good job bro aru diba
Bhut vl lagila video to sai. aru kahenitu sai bhut vl lagile😊 aru dukhu lagele😢
Siro hundor 👍
ভাল লাগিল,
ভাল লাগিল
আপুনি ঠিকেই ধৰিছে ১৯৮৮ চনৰ পৰা ২০০২চনলৈ লক্ষীমপুৰত আছিলো জোনাই ধমাজী ঢকুৱাখনা গোগামুখ ধলপুৰ শিমলুগুৰী নাৰায়ণপুৰ লীলাবাৰী প্ৰাই বোৰতে আছিলো। শেষত Dy S P হৈ অবসৰ পালো দিন বোৰ মনত পৰি থাকে
Amar mising homajot (mising gaot) ahi apunar kenekua lagil ? Mur comment 2k reply dibo buli akha thakil.
ভাল লাগিল, ধন্যবাদ 🙏
পানৈ পানৈ কিয় কৰি আছা পানেই বুলি কোৱা ।
Val lagile😢❤ dada
Eman Xundor poribekh
Kahini to pohisu aji dekhibole palo poribekh to xsai bohut bohut val lagile😢
Vhal lagil 👍
Moza lagil
Dada apuni ghunasutit ahi hokolu dekhale 😊bujai kole bohut val lage ❤moi ghunasut hoi 😊 aru moi miri jiyari clleget pohisilu 😊tq so much dada eman khini raijor dekhuwar babe❤😊❤
Bhal lagil.
Khubei dhunia 😮😮😮😮😮
বৰ সুন্দৰ পৰিৱেশ
Jongki panoi atiyaw jiyai ase mane
বহুত বহুত ধন্যবাদ
সন্দিকৈ টাইড কোন হয় ?
Amar pale ahi bal lagil
Nice
Bohut vl lagel... hokolo khine sai
in class 3 I read this book in small size..crying nd crying..after 20 years I went to Dhemaji to watch this place
Gunasuti amar ariya hoy dada❤
Jabole he mn goise bht