সদায় হাঁহি থকা, হহুঁৱাই থকা চেতনা বাইদেৱে উজাৰিলে মনৰ ক্ষোভ || Chetana Das
HTML-код
- Опубликовано: 24 авг 2023
- সদায় হাঁহি থকা, হহুঁৱাই থকা চেতনা বাইদেৱে উজাৰিলে মনৰ ক্ষোভ || Chetana Das
বাৰ্তালাপৰ ছাত্ৰ-ছাত্ৰীক দি গ'ল জীৱনৰ শিক্ষা...
#baartalaap #chakrapaniparashar #chetanadas #assam #assameseactoractress #assameseflim
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/
চেতনা বাইদেউ কথা বোৰ শুনি মন প্ৰাণ হাত পৰি হল । আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলো ।❤
🎉❤
বৰ সুন্দৰ । তোমাৰ এই সুন্দৰ অনুষ্ঠানটিলৈ বহুত বহুত আন্তৰিক শুভেচ্ছা জনাইছো দেই ।আমি এনে অনুষ্ঠান চাবলৈ বৰ আশাৰে হাট চাই থাকো।
বহুত ভাল লাগিল অনুষ্ঠানতো চাই,চেতনা বাইদেউৰ পৰা শিকিব লগা বহুত কথা আছে আৰু আৰু বহুত কথা শিকিলো,আকৌ এদিন বাইদেউৰ সাক্ষাৎকাৰ এটা লব চক্ৰ দা।বাইদেউৰ সু-স্বাস্থ্য কামনা কৰি ভগৱন্তৰ ওঁচৰত প্ৰাৰ্থনা জনাইছো🙏🙏
বাইদেউ মোৰ অতি মৰমৰ আৰু প্ৰিয়,বাইদেউৰ সুস্বাস্থ কামনা কৰিলো 🙏
চক্ৰপাণি অশেষ ধন্যবাদ তোমালৈ। চেতনা বাইদেউৰ বিষয়ে লিখাৰ যোগয়তা নাই প্ৰয়োজন ও নিশ্চয় নাই। এবাৰ বাইদেউৰ ভৰিদুখন যদি চুব পাৰিলোহেতেন!!!!!
বাইদেউ সদায় প্ৰিয়।🙏🙏🙏
Great 👍🏾 love you Baidew ❤ Stay happy healthy and blessed always 🙏🏽
Val lagil baidew .dirghau kamona korilo
সুন্দৰ লাগিছে বাইদেউ ❤❤🎉
Hohile hompod..khong namei sondal bohut dhunia koth kole aapuni ❤❤❤
বাইদেউৰ দীৰ্ঘায়ু কামনা কৰিলো ভগৱানৰ ওচৰত ইমান ধুণীয়া লাগিল কথাবোৰ মোৰ যে চকু পানী ওলাই আহিল আনন্দতে ধন্যবাদ থাকিল আপোনালৈ
God bless you catana badeu
বহুত ভাল লাগিল আজিৰ অনুষ্ঠানতো। বাইদেউৰ সু-স্বাস্থ্য কামনা কৰিলোঁ 🙏🙏
Bohoot,val,Lagil,O
Bahut bahut val lagise baideo..bahut xikib pariso❤❤
Love from Jorhat 😍🤩❤️💞 Akashdeep
বৰ সুন্দৰ সুন্দৰ কথা ক'লে দেই বাইদেউ..... আপোনাক 🙏 ...... সুন্দৰ অনুষ্ঠান 👏👏
বাইদেউৰ প্ৰতিটো শব্দ ই শিকিব লগা । যত জীয়াই থকাৰ বাৰ্তা আছে । বৰগীত, টোকাৰি গীত , দেহ বিচাৰ গীত আৰু লোকগীতৰ মাজতো আধ্যাত্মিকতা ধাৰণা তত্ত্ব উপল্বদ্ধি হয় । "" মনুষ্যৰ জীৱন"" নামৰ টোকাৰি গীত টিয়ে নিশ্চয় সমাজৰ মাজত সমাদৃত হওক ।
Bor bhal lagil. Baideu hodai Jen anedore thake
Baidewr kothabur bohut bhal lagil Porakhor da aapunak dhayanobad jonaichu logote badewku jonalu
Most importent advice Setana Baideu.
বাইদেউৰ কথা বোৰ শুনি থাকিলে শুনি থাকিবলৈ মন যায়। বাইদেউৰ দীৰ্ঘায়ু কামনা কৰিলো ❤❤❤
বহুত ধুনীয়া কথা কৈইছে, বহুত ভাল লাগিল ধন্যবাদ
Bähut besi val lagile 💕👍🏻
Very heartfelt information !
কথাবোৰ শুনি ভাল লাগিল া🙏
সুন্দৰ বাইদেউ
Bohut val lagil dei kokaideu...
Mon sui gol kothabur.bohut val lagile.
Baideor kotha khini xuni khosai a bhut vll lagil❤
You are most beautiful woman in the world ❤
আপুনি সদায় সুখি হৈ থাকক বাইদেও
ইমান ধুনীয়া কথাৰ শৈলী........শুনিলে শুনি থাকিব মন যায়.........❤
বহুত ভাল লাগিল অনুষ্ঠান টো.......চেতনা বাইদেউক লগ পাব বৰ ইচ্চা আছে
Bohut val lagil Baideu hodai anekoi thakouk 🙏
Wah dhuniya ❤❤
চেতনা বাইদেউৰ অভিনয় সৰুৰেপৰাই চাই আহিছো☺ ইমান খুহুতীয়া অভিনয় কৰে❤ ভালে থাকক আপুনি 🙏💖
Baideok sodai val lage aru val lagi thakibo Aajibon...Biseh koi aji anusthan val lagile 🎉❤
বৰ ভাল লাগিল বাইদেউৰ কথাবোৰ। সু-স্বাস্থ্যৰে দীৰ্ঘায়ু কামনা কৰিলোঁ বাইদেউ🙏
Right baideu,God bless you....
বহুত ভাল লাগিছে ভিডিঅ'টি চাই। বাইদেউ আপোনাৰ কথা শুনি থাকিলে, শুনি থাকিব মন যায়।
চক্ৰপাণি তুমি বাইদেউ ভিডিঅ'প্ৰচাৰ কৰা বাবে তোমাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ 🙏❤️
বৰ ভাল লাগিল অনুষ্ঠান টো চাই
Very Thanks 👍🙏
Baidewr kathakhini aamarbabe bahut upakari buli anubhav karilo
Chakra daa bohut vaal lagil, kintu aru olop homoi koleu val logaburor karone homoi hodai komei hoi.......vaal lagil
Bohut Val lagil
Kotha khini bor val lagil bidewli sewa janalo bidew drighayou howk
বাইদেউক বহুত ভাল লাগে
Setona baideur kathabor huni thakibo mon jai shakri vaiti aru adin studio t anibasun naba projatmarbabe bor haruwa kotha aru hotupadesh.
Mur vl loga baideu joni❤
বাইদেউৰ অভিনয় সদায় অপূৰ্ব❤
❤❤❤❤
সুন্দৰ অনুস্থান
Bhaut val lagil
GOD BLESS YOU BAIDEU .
bhut bhut dhanyawad
সুন্দৰ
Bohoot,Val,Lagil
ধন্যবাদ বাইদেউ ❤
চেতনা বাইদেউক লগ পাইছিলো আজিৰ পৰা প্রায় 5 বছৰ আগতে | তেতিয়া নাটকৰ সময়ত | 2018 চনৰ জুলাই মাহত | বাইদেউৰ এষাৰি কথাই মনটোত চুই গৈছিল | বাইদেউক কৈছিলো - বাইদেউ এখনি ফটো তোলো আৰু মই লগালগ পেনৰ পকেটৰ পৰা মবাইলটো উলিয়াইছিলোহে - বাইদেউৰ প্রশ্ন তোমালোকে মবাইলো লৈ আহা নেকি ? সেইষাৰি কথা আজিও মনত পেলাওঁ - সঁচাকৈ খুব ইচ্ট্রিক আছিল বাইদেউ আৰু তেনেদৰে ল'ৰা - ছোৱালীখিনিক খুব মৰমেৰে কথাবোৰো বুজাই গৈছিল | বাইদেউৰ সান্নিধ্যই জীৱনটোক ধন্য কৰিলে | এগৰাকী পূজনীয় বাইদেউ | সদায় শ্রদ্ধা আছে তেওঁলৈ | তেওঁক সদায় ভগৱানে কুশলে ৰাখক তাৰে কামনা কৰো | বাকী বাইদেউ কথানো কি কম | সেয়া ক'লেও কম হ'ব | সৰু কথা এটাকে চেয়াৰ কৰিলো সকলোৰে আগতে | ❤❤❤🙏🙏🙏😍😍😍
Real Actress 🎉
🙏❤️❤️❤️❤️❤️❤️❤️❤️❤️
Chakrapani dar personality vl lage kiba ata...emn nijor apun apun lage teuk❤
bohut vsl lagol
ভাল লাগিলে ।
Val lage baido r kothabur huni
God bless you 🥰😊
Nice ❤❤❤❤
চেমিমক অনুৰোধ কৰি কৰি হতাশ হলো এতিয়া চক্র বাপু লৈ অনুৰোধ এসময়ৰ অতিকৈ জনপ্রিয় অভিনেত্রী বিদ্যা ৰাও বাইদেউৰ কথোপকথন ৰাইজৰ ওচৰত দাঙি ধৰিবলৈ । গোৱালপাৰাৰ পৰা।
Moi o bisaro
বহুত ভাল কথা কলে৷বহুত ভাল লাগিল ৷
অতি সুন্দৰ অনুষ্ঠান ।
বাইদেউৰ হাঁহি , কথা-বাৰ্তাক সদায় শ্ৰদ্ধা কৰোঁ ।🙏💓😊
বাইদেউ মোৰ প্ৰিয় অভিনেত্ৰী
চেতনা বাইদেউৰ voice টো বহুত sweet হয় ❤
Love you chakara pani dada
❤❤❤
enekuwa enekuwa hilpi bilakok alop dekhbo sun bohut mon jai kotha bur huniboloi
Baidew ktha bor bahut lage
Bahut dhuniya.... Val lgil pranab kumar barman dadak matok na plz dada... Moi nalbarir pora juri koisu
khub hundar koi kotha khini koise baideor jibantu aru hundar houk
Setona baidew bohut val pau .
Zubeen dak aonk na please🙏🙏
Nslsge besi legel diye
অনুষ্ঠানতো চাই বহুত ভাল লাগিল ।
এদিন জুবিন দাক লাগে চক্ৰ দা ।আপুনি মাতিলে জুবিন দা আহিব
Chetana baideur swami, jak ami Bimal da, buli matisilu tekhet ex serviceman huar pisot business hutre chariduwar t amar gharat bhara loi asil, tetiya moi bht xoru asilu, muk Bimal dai bht morom korisil, last Bimal dak log paisilu Tezpuror lalmatit
Sound khub kom apunar video burot please sound quality Tu thik korok Chakkra da
খুব সুন্দৰ উপদেশ বৰ ভাল লাগিল।আমাৰ তেজ পুৰ জীয়াৰী আমি বহুত ভাৱ পাওঁ সুন্দৰ লোক গীত গাই গাভৰু কালত কেতেকী বাৰী লৈ খুবেই আহিছিল জেঠায়েকৰ ঘৰ।মামন বা বুলি মাতো আমি।
@@montimahanta1977
❤❤@@montimahanta1977
8.7444
Chakra da sound tu alp sbasun saru hy sunat problem hy
অতি।খুনদৰ।অনুষ্টান।পাতিছে
Sound nohoi dada
Dailog eta anurudh korisu olop hahir khurak diboloi anurudh korisu
বহুত কথা শিকিব পাৰিলোঁ ।
Rite
বাইদেউ কথাবোৰ সচাই অন্তৰ চুই গল ।
Satona Baydaw Aww r babaw alop kowk
Nitumoni saikia daak anibo lge
Zubeen dak lage BAAARTA LAAP at❤❤
Mur srather bidew sadiy hahe thakak ameu hahe thakem .
Baidewor kotha bur khosa
Sakur Pani ulay
Ideologies of the 70s and 80 s do not match those of 2020s
Zubeen Dak lge
Bor,bhal,kotha,koiseboideo
Kotha bor vl ke hunay nejay faltu chnl