📌৪০ বছৰ বিধায়ক হৈ কিয় সম্পত্তি গোটাব নোৱাৰিলে ফণীভূষণ চৌধুৰীয়ে?

Поделиться
HTML-код
  • Опубликовано: 3 окт 2024
  • 📌'নিৰ্বাচন খেলিবলৈ মোৰ হাতত পইচা নাই'। ৪০ বছৰ বিধায়ক হৈ কিয় সম্পত্তি গোটাব নোৱাৰিলে ফণীভূষণ চৌধুৰীয়ে? কেতিয়া কোনে দিব বিছাৰিছিল ঘোচ? টিকট লাভ কৰি ৪০ বছৰে ১টকাও দুৰ্নীতি নকৰা কথা ফণীভূষণ চৌধুৰীৰ মুখত।

Комментарии • 453

  • @SamimAkter-fe8qt
    @SamimAkter-fe8qt 6 месяцев назад +159

    এজন আদৰ্শ ৰাজনীতিবিদ আৰু এজন বহুত মৰমলগা মানুহ। ছাৰ আপোনাক প্ৰনাম জনালোঁ।

    • @kanaklalsutradhar6998
      @kanaklalsutradhar6998 6 месяцев назад +6

      Politicianr kono aadarsha nethake bro. Only subidhawadi Swarup tu he lukai thake.

  • @okikayastha7068
    @okikayastha7068 6 месяцев назад +57

    আপোনাৰ লৰাটোক কব যে তেও এজন ভাল মানুহৰ লৰা। আজিকালি ভাল মানুহ পাবলৈ নাই।

  • @sambarukumardas1357
    @sambarukumardas1357 6 месяцев назад +115

    শৰৎ চন্দ্ৰ সিংহৰ পিচতেই ফনী ভুখন চৌধুৰীৰ স্থান অসমৰ ইতি হাসত জিলিকি থাকিব।

  • @anjanabezbaruah9617
    @anjanabezbaruah9617 6 месяцев назад +18

    প্ৰকৃত ৰাজনৈতিক আপুনি বহুত মহান আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ভগৱানে আপোনাক মঙ্গল কৰক তাকেই কামনা কৰিলোঁ 🙏🙏🙏🇮🇳🇮🇳

  • @mahmudabbas4197
    @mahmudabbas4197 6 месяцев назад +31

    চৌধুৰী ছাৰৰ দৰে ৰাজনৈতিক নেতা দেশৰ কাৰণে বিৰল।
    ছাৰক দেখিছোঁ আৰু যিখিনি শুনিছোঁ, ছাৰ মানুহজন একদম অহংকাৰ মুক্ত মানুহ আৰু সাধাৰণভাৱে জীৱন-যাপন কৰে।
    অসমৰ বৰ্তমানৰ বুদ্ধিজীৱী,ওপৰৰ মাল, চাণক্যৰ দৰে ৰাজনীতি নকৰাৰ বাবে আজি ছাৰৰ ল'ৰাই ভৱিষ্যতৰ কাৰণে চিন্তিত।

  • @manoranjankalita9103
    @manoranjankalita9103 6 месяцев назад +41

    চাৰ মোৰ বিবেকে কয় অসমত আপোনাৰ দৰে মানুহ থাকিলে আজি অসম খন বিশ্বাৰ ভিতৰত একত জিলিকিলে হয় ৷

  • @MukulSaikia-k7g
    @MukulSaikia-k7g 6 месяцев назад +2

    আপোনাৰ সততাক প্ৰণাম জনালো। তথাপি নিজৰ সন্তানৰ আবেগক উপলদ্ধি কৰি আপোনাৰ পৰিয়ালৰ ভবিষ্যতৰ দিনবোৰ আনন্দৰ মাজৰে অতিবাহিত হোৱাটোও কামনা কৰক। আপোনাৰ কুশল কামনা কৰিলো।

  • @oxygenlife8980
    @oxygenlife8980 6 месяцев назад +19

    I meet this guy during AGP regime when I was in school. He suddenly visited my house and asked for Coconut water. I refused him by saying that I couldn't climbed for u to get Coconut water .He was then minister of Assam Govt. He smiled and went out. I am proud of u sir .A real hero from Koch-Rajbongshi community next to Sarat Sinha.

  • @hemantaroy9892
    @hemantaroy9892 6 месяцев назад +5

    আপোনাৰ নিচিনা ৰাজনীতিবিত ভাৰতবৰ্ষত থাকিলে সোণৰ ভাৰত হলে হয় ইমান দিন, কিন্তু কিছুমান চুৰ আছে সেই কাৰণে আজি আমাৰ ভাৰতবৰ্ষত আজি ইমান দুখীয়া।

  • @jyotirmoytalukdar6025
    @jyotirmoytalukdar6025 6 месяцев назад +26

    40 years MLA.. Unbelievable Salute....

  • @jitudas1462
    @jitudas1462 5 месяцев назад +4

    দুৰ্নীতি কৰি কোনোৱাই কব নেকি দুৰ্নীতি কৰা বুলি কি যে প্ৰশ্ন সোধে, আৰু দুৰ্নীতি নকৰা কৈ কোনেও ৪০ বছৰে ৰাজনীতিত তিকি থাকিব নোৱাৰে, নিজৰ বাবে একো নকৰিলেও বিভিন্ন চান্দা পাতি বা লগ কৰিব যোৱা মানুহক বিলাওঁতে কোটি কোটি টকা খছৰ হয়।।
    তেখেত ভাল হব পাৰে কিন্তু আজিৰ পেক্ষাপতত দুৰ্নীতি নকৰা কৈ ৰাজনীতি কৰা অসম্ভৱ।।

    • @SatishDaimary-wg6sl
      @SatishDaimary-wg6sl 3 месяца назад

      মূৰ্খইহে মূৰ্খক চিনি পায় ৷

  • @bhadreswardeka1695
    @bhadreswardeka1695 2 месяца назад

    Sir আপোনাৰ দৰে সকলোৱে হোৱাৰ কামনা কৰিলো।

  • @dineshbaruah6309
    @dineshbaruah6309 6 месяцев назад +8

    সৌ সিদিনা কান্দি-কান্তি ঘৰিয়ালৰ চকুপানী মচি ৰাইজক যি অভিনয় কৰি দেখুৱালে বাহঃ বাঃ ফনিভূষণ চৌধুৰী বাঃ। কি সুন্দৰ অভিনয়।

  • @debenchutia3309
    @debenchutia3309 2 месяца назад

    এনেকোৱা ৰজা হলে অসমৰ উন্নতি হ’ব

  • @dibyajyotiborthakur8968
    @dibyajyotiborthakur8968 5 месяцев назад +1

    Pranam jonalu , you are great , You are absolutely correct

  • @upenchdas3686
    @upenchdas3686 6 месяцев назад +27

    দাদা আপোনাক ভগৱানে মঙ্গল কৰক

  • @SatishDaimary-wg6sl
    @SatishDaimary-wg6sl 3 месяца назад

    অসমৰ মন্ত্ৰী এম এল এ সকলে লাজ পোৱা উচিত ৷

  • @nirumonichutia8169
    @nirumonichutia8169 6 месяцев назад +13

    Hosai প্ৰকৃত ৰাইজৰ প্ৰতিনিধি আপুনি হে চাৰ,,,, চেলুত আপোনালৈ,, আপোনাৰ পৰা আমাৰ কিছুমান প্ৰতিনিধিয়ে শিক্ষা পোৱাটো উচিত বুলি ভাবোঁ,,,,

  • @palashdeka7996
    @palashdeka7996 6 месяцев назад +12

    Ideal politician of Assam ❤❤❤

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 6 месяцев назад +63

    ভোগ সৰ্ব্বোচ্চ ৰাজনীতিৰ দিনত তেওঁ এগৰাকী ব্যতিক্ৰমী ব্যক্তিত্বৰ অধিকাৰী। তেওঁক অতুল বৰা আৰু কেশৱ মহন্ত আৰু অসম গণ পৰিষদ দলে তেওঁক বৰপেটা লোকসভা সমষ্টিৰ টিকট দি পৰোক্ষভাৱে ৰাজনৈতিক হত্যা কৰিলে। এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰোক্ষ নিৰ্দেশত অসম গণ পৰিষদৰ নেতৃত্বই কাম কৰিছে। তেতিয়া হে হিমন্ত বিশ্ব শৰ্মাই 2026বিধানসভাৰ নিৰ্বাচনত বঙাইগাঁও বিধানসভা সমষ্টিত নিজৰ পছন্দৰ মানুহক টিকট দি নিজৰ লবীটো শক্তিশালী কৰিব পাৰে।

    • @travelingvlogs8349
      @travelingvlogs8349 6 месяцев назад +1

      Right

    • @mhmollah583
      @mhmollah583 6 месяцев назад

      Right 👍

    • @tapanlahkar9711
      @tapanlahkar9711 6 месяцев назад +2

      অন্য নেতা সকলো যেন এনে হলহেতেন। ঘটালা নকৰে বাবে আজি তেখেতৰ স্থান অন্যত । প্ৰণাম জনাইছোঁ আপোনাক। ভগৱানে মঙ্গল কৰক আপোনাক।

    • @hemantakumarroy1410
      @hemantakumarroy1410 6 месяцев назад

      হয় ।ফণিভূষণ চৌধুৰীয়ে কৰিছে শৰৎচন্দ্ৰ সিংহৰ দিনৰ আদৰ্শ ৰাজনীতি আৰু আপুনি ভবাৰ দৰে যদি আপোনাৰ এই পোষ্টটো সঁচা;তেনেহ'লে সেইটো হ'ব আজিৰ ৰাজনীতি।

    • @nilmanidas6990
      @nilmanidas6990 6 месяцев назад

      Right

  • @balendas4259
    @balendas4259 6 месяцев назад +4

    ডাঙৰ দুৰ্নীতি কৰিছে আপুনি । বিজেপিৰ কথা মতে উঠা বহা কৰাটো স্বভাৱ সেই কাৰণে অগপ দলটো শেষ কৰিলে সেইটোতকৈ ডাঙৰ দুৰ্নীতি কিবা আছেনে ? এইবাৰ বিজেপিয়ে আগপ খটম কৰিব ২০২৬ ত ।

  • @birennath8618
    @birennath8618 6 месяцев назад +3

    দুৰ্নীতি নাই কৰা সেইটো ডাঙৰ কথা নহয়, ৪০ বছৰত সমষ্টিৰ কিমান কাম কৰা হ'ল, সেইটো হে ডাঙৰ কথা।

  • @xmdi3687
    @xmdi3687 6 месяцев назад +20

    জনা জনে হে জানে দূৰৰ পাহাৰ খন ধুনীয়া !

  • @minakhipegu6503
    @minakhipegu6503 6 месяцев назад +5

    Sir khub vhal lagil. Dirgojibi honk

  • @businesslover704
    @businesslover704 6 месяцев назад +5

    Anekuwa manuh he CM hoba lage bht bht unnoti holak hoi ❤

  • @withRraktim
    @withRraktim 6 месяцев назад +4

    ভাল লাগে মানুহজনক❤

  • @Samarjyoti440
    @Samarjyoti440 6 месяцев назад +19

    আপোনাৰ স্থান স্বৰ্গত আৰু আপুনি স্বৰ্গত মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী হব আৰু পৃথিৱীৰ ৰাজনৈতিক মন্ত্ৰী দালালবোৰক নৰকত ৰাখে মধ্যত ৰাখে স্বৰ্গত ৰাখে আপোনাৰ চহী মৰ্মেহে স্থান পাব।
    ধন্যবাদ আপোনাক।।।

    • @bkp9774
      @bkp9774 6 месяцев назад +2

      বৈকুণ্ঠত থান আপোনাৰ। প্ৰণাম

    • @Aritraborokatharpi
      @Aritraborokatharpi 6 месяцев назад +1

  • @hemantaborah3953
    @hemantaborah3953 2 месяца назад

    ৰ্দু-নীতি কৰা নকৰাটো লগত মতলব নাই । ৰাইজৰ বাবে কি কৰিলে !!!সেইটোহে আচল কথা ।

  • @kanojhaloi193
    @kanojhaloi193 5 месяцев назад

    অসমৰ ইতিহাসত এজন সোনালী আখৰেৰে জিলিকি থকা নেতা সকলোৰে শ্ৰদ্ধাৰ ফনীভূষণ চৌধুৰী দেৱ সদায় কুশলে থাকক এজন ভাল মনৰ মানুহ।

  • @HemantaPathakHemantaPathak
    @HemantaPathakHemantaPathak 6 месяцев назад +2

    মহান ৰাজনৈতিক বিদ। সহজ সৰল মানুহ

  • @BipulBora-r8g
    @BipulBora-r8g 6 месяцев назад +6

    ফনিদাই কৰিলেনো কি?সাংসদ হিছাবে য্যোগ্য হয়জানো ফনিভূষন!
    কামনকৰিলে দুৰ্নিতি কৰপৰা হবা।

  • @Jon_mani
    @Jon_mani 6 месяцев назад +12

    আপুনী বহূত দিন জীয়াই থাকক ছাৰ।

  • @bishal7319
    @bishal7319 6 месяцев назад +1

    প্ৰিয় ব্যক্তি। আপোনাৰ অনুপস্থিতিত অন্য ব্যক্তিৰ পৰা আপোনাৰ প্ৰসংশা বুটলিব সেইদিনা লৰাই আপোনাৰ মহানুভৱক উপলদ্ধি কৰিব।

  • @paramanandabora1047
    @paramanandabora1047 6 месяцев назад +11

    Another Sarat Sinha in Assam. They
    are ideal persons in the state.

    • @kanaklalsutradhar6998
      @kanaklalsutradhar6998 6 месяцев назад

      Oho...Sarat Singha Sir r lgt tulona nokorai bhal. Tekhet ajon otimanab asil.

  • @JayramBordoloi-tk5qn
    @JayramBordoloi-tk5qn 4 месяца назад

    Very good persan phonibhukhon choudhary .

  • @mahimchdeka9298
    @mahimchdeka9298 4 месяца назад

    Dhanyabad. bahut bahut dhanyabad.kintu aponar ai adarsha Dale manisene?sakalowe jadi aponar adarsh manilheten tenehole aji deshar ai paristhiti naholheten. God bless you.

  • @JayramBordoloi-tk5qn
    @JayramBordoloi-tk5qn 4 месяца назад

    It is universaltruth speech . Ji khokol sattholubhi teolukehe duniti kore ha .

  • @DibharaniRabha-ny9rg
    @DibharaniRabha-ny9rg 6 месяцев назад +9

    Aponak bohut val lage, aponi burbok nohoi aponi ajon buhut val manuh.

  • @nityajitchetia3093
    @nityajitchetia3093 5 месяцев назад +1

    দূৰ্নীতি কৰিছে নে নাই তেওঁ জানিব, কিন্তু আমি তেওঁক কোনো দিশতে সফল দেখা নাই যোৱা 80 বছৰে।

  • @sisirsahariah1909
    @sisirsahariah1909 4 месяца назад +1

    কাকনো বুলিম ককা সকলোৰে দাড়ি চুলি পকা।এটাই দুখ বিধান সভাত ৪০বছৰৰত আপুনি একো কোৱা নুশুনিলো অসমৰ সমস্যাৰ ওপৰত।

  • @AlakeshBarman-pc8zn
    @AlakeshBarman-pc8zn 6 месяцев назад +12

    ছাৰ জিন্দাবাদ । জয় আই অসম🎉❤🎉

  • @Deeje15
    @Deeje15 6 месяцев назад +13

    দুৰ্নীতি কৰিছে নে নাই কৰা সেইটোতকৈ ৰাই বাবে কিমান কাম কৰিছে সেইটো হে দৰকাৰী

    • @nayanroy7561
      @nayanroy7561 4 месяца назад

      কাম নকৰিলে জিকে নেকি?

  • @zahangiralom4318
    @zahangiralom4318 6 месяцев назад +1

    তেওঁৰ নিচিনা মানুহ আজিৰ দিনত বিচাৰি পোৱা অসম্ভৱ ...........

  • @digantacharingia7957
    @digantacharingia7957 6 месяцев назад +24

    দুৰ্নীতি নহয় উন্নয়ন কিমান কৰিলে সেইটো হুধক। 40 বছৰত সমষ্টিৰ কিমান উন্নয়ন হল।

    • @GaneshDeka-l4f
      @GaneshDeka-l4f 6 месяцев назад

      উন্নয়ন নহলেও কথা নাই, যদি দুৰ্নীতি হোৱা নাই।

    • @pankaj48283
      @pankaj48283 5 месяцев назад

      দৃৰ্নীতি হোৱা নাই মানেই উন্নয়ন হৈছে

  • @rkbcreations09
    @rkbcreations09 4 месяца назад

    Salute🙏

  • @aabirgogoi1694
    @aabirgogoi1694 6 месяцев назад +7

    Sir আপোনাক প্ৰণাম, আপোনাৰ দৰে সকলো বোৰ যদি akei huwa hole অসম খন বহুত বেছি উন্নতি হল hoi

  • @RANGIA-v4z
    @RANGIA-v4z 6 месяцев назад +2

    চব মিছা কথা ৰাজনীতিত চব মিছাতে চলে।

  • @amulyaroy1600
    @amulyaroy1600 5 месяцев назад

    Long live phanibhusan Choudhury sir

  • @ranatalukdar7267
    @ranatalukdar7267 6 месяцев назад

    ফণীভূষণ চৌধুৰী ছাৰ জিন্দাবাদ

  • @pradipsarmah9509
    @pradipsarmah9509 5 месяцев назад +1

    দুৰ্নীতি কৰা নাই, দুৰ্নীতি ৰোধ কৰাৰ ক্ষমতাও নাই । "Love at first sight. "

  • @hemalatachetia3765
    @hemalatachetia3765 6 месяцев назад

    হে ভগৱান,,,আজিৰ তাৰিখত বিধায়ক সকলৰ কৌৰ কোটি,,,,,,মন্ত্ৰীৰ সকলৰ কৌৰ ,,কৌৰ কোটি ,,,আপোনাক কি বুলি ভাবিব লাগিব ককাইদেউ।

  • @pranabrazguru723
    @pranabrazguru723 6 месяцев назад

    ফণীভূষণ চৌধুৰী জিন্দাবাদ ❤

  • @manabkalita2660
    @manabkalita2660 6 месяцев назад +8

    Great leader😊

  • @RamChandra-ks1wf
    @RamChandra-ks1wf 6 месяцев назад +2

    40 year.Reyal Hero salut sar🙏🙏🙏🙏🙏

  • @joykumardas9992
    @joykumardas9992 6 месяцев назад +2

    ফণীভূষণ চৌধুৰী মন্ত্রী হৈ থকা কালত বঙাইগাঁও চহৰৰ মাজেৰে চাইকেল চলাই যোৱা দেখিছো। ১২৬জন এম. এল. এ. ৰ ভিতৰত নিকা এম. এল. এ.

  • @dhanjitnath4013
    @dhanjitnath4013 5 месяцев назад +1

    40 বছৰ ধৰি বিধায়ক হল বঙাইগাওৰ জনসাধাৰনৰ কি কি কাম কৰিলে ইমান বছৰত 🙏🌹

    • @nayanroy7561
      @nayanroy7561 4 месяца назад

      একোদাল নকৰিলে জিকিল হেতেন?

  • @Tulikaartacademy912
    @Tulikaartacademy912 5 месяцев назад

    এজিপি বাচি আছে একমাত্ৰ ‌বিজেপিৰ বাবে।

  • @NiranjanNath-pk9dr
    @NiranjanNath-pk9dr 6 месяцев назад +2

    আচলতে লোৱাৰ অসমৰ মানুহে বাহিৰা পইচা নাখায়।

  • @kalpanadas6707
    @kalpanadas6707 6 месяцев назад +3

    Great leader,,, Salute Sir,, God less you 🙏

  • @abhijitvlogs1283
    @abhijitvlogs1283 6 месяцев назад

    কি কম ভাষা নাই এনেকুৱা মানুহ লাগে আমাক।

  • @khanindradas7539
    @khanindradas7539 6 месяцев назад

    প্ৰকৃত মানুহ

  • @axamvai2800
    @axamvai2800 6 месяцев назад

    Bohut vl lagil asu news channel tuk tq jonaisu anekuwa ata video diyar babe

  • @kamalchandanath3875
    @kamalchandanath3875 6 месяцев назад

    চৌধুৰী ছাৰৰ দৰে সৎ বিধায়ক হ'লে অসম খন দেশৰ ভিতৰতে এক নম্বৰত থাকিব। আৰু এনে দৰে সৎ সাহসেৰে কোৱা বিধায়ক ইতিহাসত নোলাব।

  • @krishnavlogs8611
    @krishnavlogs8611 5 месяцев назад

    Super sir

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 6 месяцев назад +12

    একেবাৰে খোলা মনৰ মানুহ তেওঁ।

  • @user-ibankumarnath
    @user-ibankumarnath 6 месяцев назад +2

    Always respect 😊❤

  • @aminulhussainchoudhury1723
    @aminulhussainchoudhury1723 6 месяцев назад

    ধন্যবাদ ছাছাজী

  • @rajibroyroy-vr7dk
    @rajibroyroy-vr7dk 6 месяцев назад +2

    Really good man .

  • @iamrajbongshi8228
    @iamrajbongshi8228 6 месяцев назад

    এজন সুদক্ষ ৰাজনীতিবিদ ❤🙏

  • @JALALALI-v9c
    @JALALALI-v9c 6 месяцев назад

    Great leader. Salute sir

  • @sumansonowal8903
    @sumansonowal8903 6 месяцев назад

    বহুত ভাল মানুহ আপুনি

  • @KrishnachiringKrishnachiring
    @KrishnachiringKrishnachiring 6 месяцев назад +1

    God Bless you sir

  • @surabhiboro7490
    @surabhiboro7490 6 месяцев назад +23

    মানুহ হলে এনেকুৱাই হব লাগে

  • @yubkorkoria258
    @yubkorkoria258 6 месяцев назад

    সুন্দৰ

  • @educationentertainment9297
    @educationentertainment9297 6 месяцев назад +1

    মানুহজন ভাল বুলি জানো বাৰু কিন্তু কথা হ'ল ইমানবাৰ মন্ত্ৰী বিধায়কৰ বাবদ পোৱা দৰমহা টকা খিনি কি কৰে বাৰু ।

  • @BORGOSS4473
    @BORGOSS4473 6 месяцев назад

    Simple manuh ❤❤❤.
    Dadar nam history' t hodhai jiliki thakibo ... Jai phani da ..

  • @shahidulislam-tb8bv
    @shahidulislam-tb8bv 6 месяцев назад

    Khub val lagil

  • @BhumidharNath-im7ml
    @BhumidharNath-im7ml 6 месяцев назад +11

    আপুনি দুৰ্নীতি কৰা নাই মানিচো, কিন্তু "কা" বলবৎ কৰাৰ খেত্ৰত আপুনি কিয় বিৰোধিতা কৰা নাই?আপুনি এতিয়াও অসমবাসীৰ লগত থাকক। আপুনি চিৰদিন লৈ অসমবাসীৰ বাবে আদৰ্শ হৈ থাকিব।

  • @TarunChDeka-cb4go
    @TarunChDeka-cb4go 6 месяцев назад +2

    হাতীৰ কলগছ খোৱাৰ বল নাই,সেয়ে পদুম ফুল খাব ললে,কোচ ৰাজবংশী সকলে জনজাতি পালেনে,কা আহিলে কত আছে,দিল্লীত গলে কি হব চকী শুৱনি নহব,ডেকাহে যাব লাগে বয়স বাঢ়িলে জিৰনীৰ প্ৰয়োজন,পিচত গম পাব গল খাব

  • @manabdas9631
    @manabdas9631 6 месяцев назад +5

    Holeu Guwahatit Komse kom 3ta man Flats bonabo lagisile. Baki MLA MP bilakor Dore.

  • @Vvinod-gr7ib
    @Vvinod-gr7ib 5 месяцев назад

    Dada is really DADA

  • @dhirendeka6638
    @dhirendeka6638 6 месяцев назад

    Sir aponak bahu2dhanyavad best of luck

  • @NilamaniNath-ri7rg
    @NilamaniNath-ri7rg 5 месяцев назад

    Good sir

  • @lovelyroy1547
    @lovelyroy1547 6 месяцев назад +2

    Respect sir

  • @gitashrihazarika1253
    @gitashrihazarika1253 5 месяцев назад

    Hundor vl kri jawk joy bjp

  • @AbdurRashed-m2m
    @AbdurRashed-m2m 5 месяцев назад

    Only cpim

  • @NazrulMdTechnical
    @NazrulMdTechnical 6 месяцев назад

    Great work

  • @anthanydsouza8801
    @anthanydsouza8801 6 месяцев назад

    ১০০% হয় সচাঁ কথা। মোৰ ঘৰ বাক্সাত যদিও তেখেতৰ বিষয়ে ভালকে শুনিছোঁ।

  • @putalsarmah6725
    @putalsarmah6725 6 месяцев назад +1

    আপুনি সৎ বুলি সকলোৱে জানে কিন্তু আপোনাৰ ল'ৰাটোৱে দূৰ্নীতি কৰাটো বিচাৰে নেকি?

  • @HamimLaskar-re5uf
    @HamimLaskar-re5uf 6 месяцев назад

    ধন্যবাদ স্যার

  • @manabkonwar423
    @manabkonwar423 6 месяцев назад +12

    শনিবশন চৌধুৰী ধন্যবাদ

  • @prasanta365kb
    @prasanta365kb 6 месяцев назад

    Salute Phanibhusan Choudhury

  • @Grv360
    @Grv360 6 месяцев назад

    Tekhete nijor Salary khini bhalkoi save kora usit.Bhal lagil ajir dinot enekua minister thoka buli jani.

  • @Rebel-ku4du
    @Rebel-ku4du 5 месяцев назад

    মুকলি মনৰ মানুহ। ভাল লাগিল ছাৰৰ কথা খিনি

  • @md.azimuddinahmed224
    @md.azimuddinahmed224 6 месяцев назад

    Salute you Fani Bhushan Choudhary Sir.

  • @MiranHussain925
    @MiranHussain925 6 месяцев назад

    Salute sir ✋ ❤

  • @jitensarma1210
    @jitensarma1210 6 месяцев назад +8

    তেওঁ অসমৰ ‌কাৰণে কৰা ভাল দুটামান উদাহৰণ দিবছোন যদিহে আছে, থাকিবতো নালাগে !

  • @NurulAmin-kt8cm
    @NurulAmin-kt8cm 5 месяцев назад

    এনেকোয়া এমপি আমার দরকার

  • @manashjd3365
    @manashjd3365 6 месяцев назад

    Great person always remember this great men in politician.

  • @RiyanBarman-l4v
    @RiyanBarman-l4v 6 месяцев назад

    আপোনাৰ দৰে ভাল নেতা পাবলৈ বহুত তান ।