Indian army Etiya government or totol hol ge agniveer scheme ani ses korile Indian army, Indian Navy, Indian airforce. 4years kori Agor indian army government or mote sola nasile etiya army bhitorotu government a ji ti scheme ani diye without army airforce navy permission loi.
Politicst nami sabo deok jun somostir pora election khelilew haribo .. politics politics hoi Cinema songit jogot and politicsr majot akakh patal parthokyo ase
জুবিন দাক এই কাৰণে ভাল লাগে
সঁচা কথা কবলে অকণো ভয় নকৰে।
Love u Zubeen daa❤😊
Ya ❤❤❤ dada main
Ahil ata bhokto
Poisa kabo nupuwa hoise je besera2 aibabe boki ase
Yes❤
ঠিকেই কৈছে exam হোৱা আগত ভয় খুৱাইছে আপুনি যে drct কয় সেইটো ভাল লাগে জয় জুবিন দা জয়❤❤❤❤
কিছুমান খায় পাত ফলাৰ কথা শুনি জুবিন দাক আমি বেয়া পাব নোৱাৰোঁ। সমালোচনাৰ শিৰোনাম হোৱাটো কিন্তু ভাগ্য দেই বন্ধু সকল কাৰণ মুখৰ আগত সচাঁ কথা কোৱা জন সদায় বেয়া বুলি কোৱা হয়। পিঠিৰ পিছত দিগাৰ মাৰি মানুহৰ মাজত ভাল হৈ নাথাকি মুখৰ আগতে সচাঁ টো চিধা কৈ দিয়ে কাৰণে জুবিন দা মোৰ বাবে সদায় প্ৰিয়। বাকী পকৰ জ্বলি মৰা বোৰ জ্বলি পুৰি মৰি থাক 😎ঘেন্টাও কৰিব নোৱাৰ জুবিন দাৰ😎 জয় জুবিন দা ❤️ জয় আই অসম ⚔️
right thik.koisaa....Jaai zubeeen daa
Indian Army is the biggest ARMY in the world.....ৱাহ জুবিন দা 🥰🥰 মন জয় কৰি দিলে......ARMY lover 💪💪
Indian army is great ❤
only ULFA😂
I am Indian army
😂@@kidstoyshorts9144
Indian army
Etiya government or totol hol ge agniveer scheme ani ses korile Indian army, Indian Navy, Indian airforce. 4years kori
Agor indian army government or mote sola nasile etiya army bhitorotu government a ji ti scheme ani diye without army airforce navy permission loi.
Jubin dai je koise 100right
বেছি নকও আৰু জুবিন দাক মানুহে পইছা দি হলেও চাব আৰু মামাই পইচা দি মানুহ গোটাই 😂😂😂😂 আঁচনি নহলে মামাৰ ভাষণ এটাও নাসাই 😅😂 আৰু জুবিন দাৰ program এনেও ফুল লাগিলে জুবিন দাই শুই যাক but সব ৰাইজ ৰয় দিব সাৰ পুৱালৈ আৰু কি কম
You are Right Bro 👍
Right 👍❤
জুৱিন দা সদায় ভালে থাকক ,
সঁচাকৈ এজন টেলেণ্টেত মানুহ❤
Buskhan
@@binaykumar7820 তোৰ নেকি 🤣
আজি বহুত দিনৰ মূৰত জুবিন দাৰ খিতিং খতাং শব্দ টো শুনিলো❤❤❤ মৰি যাওঁ এইবোৰ শুনি❤
সঁচা কৈছা কিন্তু
@@jaishreekrisna01 সঁচাকৈ এইটো শব্দ অকল জুবিন দাৰ ওচৰত থাকিলে হে শুনিব পোৱা যায়
সঁচাকৈ জুবিন দাৰ প্ৰতিটো বস্তুৰ উপৰত জ্ঞান আছে।❤
জুবিন দা আমাৰ লগত সদায় আছে আৰু সদায় থাকিব love you zubeen da ❤❤❤❤
জুবিন দা মানেই অসম ❤❤❤❤❤
দাদা কিন্তু আজি অলপ মোছন ত আছে।।। যি তি নুহুধিব যি টি কৈ দিব
Toi aitu kuar agote aitu podcast hoi gol already atiya ki past jaai kobo paribi neki.
জুবিন দা ALL IN ONE 🌍❤ জয় জুবিন দা 🫀💝
জুবিন দাক বহুত ভাল লাগে...❤❤লভ ইউ
Zubeen da lovers ❣️
Like kora👍
তেনেকৈ উপলুঙা কৰি কলে হব নেকি।আলফা নহলে বণিয়াই অসমীয়াক অসমৰ পৰা খেদি পঠাব
Aru ki
Ekmot.asomt ulfa reference ase. Zubeen dai asomot jaati honkotor homoiyot ulfa prahongikota bujibo..eneke Buji nepai ulfak
Zubeen da love you❤😘
ভালে থাকক সদাই ককাই। গণতন্ত্ৰ ৰ দশম স্তম্ভৰ পৰা সাৱধানে থাকিব।
বহু বছৰ চিনেমা চোৱা নাই
চিকাৰ খন চাব লাগিব
জুবিন দাৰ যিকোনো কথাই ভাল লাগে
যিকোনো বিষয়ৰ Articulation টো
Logically justified যেন লাগে
এটা সৰু অনুৰোধ
Next চিনেমা খনত এজন প্ৰতিভাবান অসমীয়া যুৱক প্ৰক্ষেপ কৰিব
আপুনি Hero নহলেও অসম মূলুকত মানুহৰ হৃদয়ত সদায় Hero হৈয়ে থাকিব
Wish you long live and healthy.
& Addiction to Tradition
Very good
Hope for tradition to ....
Assam cares your health.
@@manojsaikia6975 maire mura tu val lage
Modahi ako val nalage ohonkari modahi hoi
জুবিন দা সদায় জিলিকি থাকিব আমাৰ মাজত
বহাগত প্ৰগ্ৰেম আহি আছে আগৰ কণ্ঠ লাগিব আমাক ❤।
❤ মানৱ ৰূপী ভগৱান 🙏🙏
Maa deutar k bhogawan buli vabi xewa kor first,zubeen pagol k pst kobi ,,
সদাই ভালে থাকক আপুনি❤
পদ্মশ্ৰী সন্মান চৰকাৰে প্ৰদান কৰিব লাগে।
পদ্মশ্ৰী সন্মান ৰাষ্ট্ৰীয় সন্মান হয়। এই সন্মান অসম চৰকাৰে দিব নোৱাৰে বোপাই
@@sumitasharma8849 Assam govt recommendations ot o hoi.
😂
যোগ্যতা থাকিব লাগিব
Aponak dibo sage aibar 😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂@@SimantaKakati-mp3vp
Absolutely Right ZG Daa
জুবিনক দেখি প্ৰেৰণা পাওঁ 🎉
জুবিন দাই নিজেই টো যিতি কথা কয় আকৌ আনক কব আহিছে আৰু নিজেই মদ খাই আনক চিগাৰেট খোৱাৰ কাৰনে কৰাটো আপুনি ভাল কাম কৰা নাই
Zubin sikar❤❤❤
Indian army the nation's pride ... Im also served in This organisation
আপুনি প্ৰথমতে অভিনয় ভাল কৰক🙏🏻 সংলাপ ভাল কৰক🥏 নহলে আপোনাৰ চিনেমা চাব নোৱাৰে ৰাইজে ❤
হাবিত কহা মানুহে কিহৰ কি দাল কৰিব, তাকে বুজাবলৈ জুৱিনক লাগে নেকি ?
Kimn vhal lage zubeen daa kotha bur ❤
চিকাৰ প্ৰথম দিনৰ প্ৰথম প্ৰদৰ্শন চালোঁ ..... এতিয়া "ৰৈ ৰৈ বিনালে"লৈ অপেক্ষা । ❤
দা দা আপোনি দেবটা জই জোবিন দা জই❤❤❤
😂
Artist kenekoi debota hobo pare boka😂
খ@@AmarjitBoro-vi8uj তই কি
Spelling correction kor ologotdho beta
অসমীয়া ভাষা টো শুদ্ধকৈ লিখিবলৈ শিকি ল😂
Dada a thik koise a❤❤❤
জুবিন দা কিন্তু সঁচা কথা কৈছে দেই
Ekdom xosa kotha ❤❤
Indian army k proxongkha korar babe val lagil...❤❤❤❤....
Dada bohut val lge, love you zubeen daa 👍👍❤️
মোৰ এটা প্ৰশ্ন আছে,যে অসমত কোন বেছি জনপ্ৰিয় হিমন্ত বিশ্ব শৰ্মা নে জুবিন গাৰ্গ?
দুয়োজনে এজন অসমৰ
এসেঙীয়া গড় এজন সিংহ
Zubeen
Zubeen da
@@mrinmoybarman6133 Ajon kind hearted, living legend, true human being aru Ajon matir dalaal, reputed corrupt person
Of course,ZG❤
❤❤সেই কাৰণে জুবিনদা হিয়াৰ পৰা ভাল পাওঁ❤❤
Jubin da is a hero vl loga mur jubin da ❤❤❤❤❤❤
জয় জুবিন দা best love you miss you God bless you ❤
Right Zubeen Daa 🙏🏻
বহুত ভাল কথা কৈছে
ATA BHAL LAGIL C.M OR OPOROT OPENLY KOTHA KOBOLOI ASE AJON SALAM ZUBEEN DA ❤❤
Joi Zubin da
যিজন পৰীক্ষাৰ্থীয়ে দুই নম্বৰি কৰি পৰীক্ষা দিব যায় সিহঁতক দিবই লাগে জৰিমনা, লাগিলে 1 কোটি য়ে হওঁক বা 10 কোটি য়ে হওঁক।
Aio hey 2 no re thtr mnuhr mjtei thke. Hadharon jonota ene fosi more
You don't understand Zubeen da's comment 😂😂😂
@@happy_feeling100 মই ভালকৈয়ে পাইছোঁ বুজি, যে ইমান পইচা থকা মানুহে এই পৰীক্ষা দিব নাযায়। এতিয়া তুমিও বুজি চোৱা যে যদি তুমি পৰীক্ষাত চুৰি নকৰা তেন্তে তুমি ভয় খাব লগীয়া কি আছে। চিন্তা সেইকসকলে কৰিব যিয়ে চুৰি কৰাৰ কথা ভাবি আছিল। বাকী নিজে কষ্ট কৰি পৰীক্ষা দিব যোৱা সকলৰ বাবে এইটো ভাল আইন। অন্ততঃ এই আইনখনৰ ভয়ত মানুহে তেনে কামৰ পৰা দূৰত থাকিব। কিছুমান কথাত অলপ মগজু টো খতাই ভাবি চাবা।
@@happy_feeling100 মই ভাল কৈয়ে বুজি পাইছোঁ, যে ইমান পইচা থকা মানুহে এই পৰীক্ষা দিব নাযায়। এতিয়া তোমিও বুজি লোৱা যে যদি তুমি পৰীক্ষাত চুৰি নকৰা তেন্তে ভয় খাব লগীয়া কি আছে! চিন্তা সেইসকল কৰিব যিয়ে দুই নম্বৰ ধান্দা লৈ পৰীক্ষাত বহিব যায়। বাকী জ্জি পৰীক্ষাৰ্থীয়ে কষ্ট কৰি পৰীক্ষা দিব যায় সিহঁতৰ বাবে এইটো এটা ভাল আইন, অন্ততঃ দুষ্ট প্ৰকৃতিৰ মানুহ খিনিয়ে অলপ ভয় খাই আঁতৰি থাকিব। কিছুমান কথা অলপ মগজু খটাই চিন্তা কৰি চাবা।
বৰষুণ ও স্বাৰ্থপৰ হৈছে ধনী জেগাই জেগৈ হে বৰষুণ পৰে।।।
Zubeeen da hodai hosa ktha koi ji koi direct koi amar mroomor zubeeen.. dai..❤❤
Ktha bilake amezing dada 😊
Right.....1crore dibo para hole Kune exam di sakori bisarile hoi
Internet Disconnect কৰাটো ডাঙৰ মূৰ্ঘামি,, তাতকৈ আৰু বেয়া কি হব পাৰে
Joii Zubeen daa🙏🌎❤😘
Chikar salu bohut val lagil❤❤❤❤
Love you Zubeen da ❤❤❤❤❤
Sikar salu bht vl lgil
Love 💕 you Zubin da
Excellent zb ❤
One of the best podcast …..❤️
জয় জুবিন দা love you ❤❤❤
❤love you ❤
Joy zubeen da ❤❤❤❤❤❤❤❤
I love you 😘😘 Zubeen da
Zubin da zindabad
Zubeen daa on 🔥🔥💚
Lovely ❤❤❤❤
মদ খাই যদি 10 গান লিখিব পাৰি
বেলেগে কিয় কৈ মদ বেয়া
Right, absolutely right. 😊
Lovu you Jubin da
Zubeen da always jui🔥🔥
Mojja dada ❤ you
জুবিন দা আমাৰ গৌৰৱ ❤
Jubin mane hosa mon ❤
Zubeen I am your big fan may god bless you always
ZG❤️🔥
Always zubeen garg 🎉🎉🎉is my favourite ❤❤❤
Bohut bhal lagil❤
Zubeen da❤❤
ভূপেন হাজৰিকাৰ লগত জুবিনৰ তুলনা নহয় হে লিলি নে ছিলি।আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত পৰেশ বৰুৱাৰহে গুৰুত্ব আছে;জুবিনৰ নহয়।
Joi Zubeen daa❤❤❤❤❤❤❤
Zubeen dada all right
Zubeen da if you want you can change our Assam...
Eku ghoti tu change koribo nuare...okol pitkoni pikoni bure ha teur kotha huni joi zubeen da siori thke...baki bure okol teur gan ha bhl pai
Politicst nami sabo deok jun somostir pora election khelilew haribo .. politics politics hoi Cinema songit jogot and politicsr majot akakh patal parthokyo ase
জয় ডক্তৰ জুবিন দা ❤❤❤❤ যুনে যুনে জুবিন ডাক ভাল পোৱা মৰ cmnt অত like কৰা ❤❤❤
Dr. Nohoi
@@AmarjitBoro-vi8uj ki te conductor na vikhari
@@RakeshBarmanRB Singer babu
@@AmarjitBoro-vi8uj Babu dctr upadhi ponaiii nki baall kho
@@RakeshBarmanRB Tetiya hole bemar hole zubeen dadarerk treatment koribo dibi
I love Dr Zubeen Gurg
Apunar gaan he hunibo val lage.
Apunar politics kotha val nalage..
Ako nai vai dada sab sarkar lagte val eyar agt maniya tarun gagai lagato val asile atiya himantar lagato dadak beya navabiba
Teoru odhikar ase ..nhyneki manuh.tumr nsinake teoru ase
Zubeen da ❤❤❤❤❤❤❤
জয় জুবিন দা❤
ৰৈ ৰৈ বিনালে ছবিত আপুনি গায়ক বোৰক নায়ক বনাইছে ভাল হ'ৱ জানো দাদা ? ৰবি দা যতিন দা কপিল আদি বহুত জেষ্ঠ নায়ক আছে ।
Right Dada👍👌
100% zubeen right.
Zubeen Garg my god
Good hosa kotha Dada
Zubeen da hodai king 🤴
সদাই ভালে থাকক❤
Joy jubin da
What a Man amr Zubeen Da❤️🔥, straight forward 🫶
Apuni xdai priyo...xdai vle thakok..kali sikam sabo goi aso❤ jai zubben da❤
Joy Zubeen da ❤