জুবিন গাৰ্গ অসমীয়া জাতীয় জীৱনৰ সম্পদ - মুখ্যমন্ত্ৰী

Поделиться
HTML-код
  • Опубликовано: 22 ноя 2024

Комментарии • 591

  • @BipulSonowal-qz5bm
    @BipulSonowal-qz5bm 9 месяцев назад +8

    জুবিন গাৰ্গ জীয়াই থাকোতেই ভাৰতৰ সৰ্বোচ্চ সন্মান ' ভাৰত ৰত্ন ' প্ৰদান কৰিব বুলি সমগ্ৰ অসমবাসীৰ অধীৰ আগ্ৰহৰে অপেক্ষাত । বহোত কৰিলে জুবিন গাৰ্গে অসমীয়া জাতিটোৰ কাৰনে ..শিকাই গল কেনেকৈই একত্ৰিত থাকিব লাগে গানৰ মাধ্যমেৰে । অধীৰ অপেক্ষাত ভাৰতৰ সৰ্বোচ্চ সন্মান ' ভাৰত ৰত্ন ' । Love you জুবিন দা । From Dhemaji....❤❤❤❤❤

  • @j.swargiari1323
    @j.swargiari1323 9 месяцев назад +15

    মুখ্য মন্ত্ৰী হিমন্তবিশ্ব sir আৰু news live এ আগবঢ়োৱা জুবিন গাৰ্গৰ এই উল্লেখনীয় পদক্ষেপৰ বাবে বহু ত বহুত ধন্যবাদ থাকিল। লগতে মুখ্য মন্ত্ৰী sir. ৰ বক্তব্য ই যথেষ্ট আবেগিক কৰি তুলিছে 🙏🙏🙏🙏🙏

  • @bikashkakati4546
    @bikashkakati4546 10 месяцев назад +38

    আপুনি ভালদৰে জীয়াই থাকোঁতে সন্মান দিব বা দিয়া কাৰনে সৰ্বশ্ৰেষ্ঠ
    মুখ্য মন্ত্ৰী ❤❤❤,, শেষত jay জুবিন দা ❤❤❤❤

  • @dhanjitpathak5589
    @dhanjitpathak5589 10 месяцев назад +103

    সেই বাবে জুবিন দা সদায় একক আৰু অনন্য ❤❤❤❤❤ জুবিন দা জিন্দাবাদ

  • @priyakshi
    @priyakshi 10 месяцев назад +64

    জুবিন দা সদাই আনতকৈ পৃথক,আৰু আগুৱাই যাওক❤

  • @BontiDutta-dp6mh
    @BontiDutta-dp6mh 6 месяцев назад +1

    অসমৰ হৃদয় স্বৰূপ হৈছে জুবিন গাৰ্গ. . .নৱপ্ৰজন্মৰ বাবে এক বিশেষ আদৰ্শ তেওঁ... তেওঁৰ গান শুনিয়েই ডাঙৰ দীঘল হৈছো আমি
    তেওঁক কিছুমানে মদাহী বুলি কয়..সমালোচনা কৰে..তেনে কুকুৰবোৰক কৈছো নিজৰ স্হান চাই লবি কেলা... জুবিনে সমাজৰ বাবে যি কৰিছে .... তহঁতৰ 14 গোষ্ঠীয়ে সেইবোৰ কৰিব নোৱাৰে..
    জুবিন গাৰ্গ আমাৰ জীৱন স্বৰূপ
    জয় জুবিন দা ❤

  • @NabajitSaikia-le3nz
    @NabajitSaikia-le3nz 10 месяцев назад +103

    জুবিন দাৰ গানেৰে মন জীপাল কৰি তোলে।❤❤❤

    • @SangetaKurmi
      @SangetaKurmi Месяц назад

      @@NabajitSaikia-le3nz হয়

  • @Frustratedmitu
    @Frustratedmitu 10 месяцев назад +15

    স্কুল বিলাকত যেনেকৈ ভূপেন্দ্ৰ সংগীত , জ্যোতি সংগীত, ৰাভা সংগীতৰ অনুষ্ঠান পাতে তেনেদৰে এতিয়াৰ পৰা যেন "জুবিন গাৰ্গ সংগীতো" যেন পাতে ❤

  • @danieldefoe2179
    @danieldefoe2179 10 месяцев назад +39

    জুবিন গাৰ্গে জীৱনৰ ঘাত-প্ৰতিঘাত সমুহক গুৰুত্ব নিদি সাংসাৰিক জীৱনৰ পৰা দূৰত থাকি অসমৰ সাংস্কৃতিক জগতখনক প্ৰগতিৰ হকে কাম কৰা এনে এজন মহান শিল্পী প্ৰতিজন অসমীয়াৰ বাবে চিৰস্মৰণীয়........ সচাঁকে, জ্যোতি-বিষ্ণু-ভূপেনৰ পিছতেই জুবিন গাৰ্গ ।

    • @chandanadas6658
      @chandanadas6658 6 месяцев назад

      আমার দেশৰ অমূল্য সম্পদ । তেওক অতি যতনৰে ৰখা উচিত।

  • @runubaruah60
    @runubaruah60 10 месяцев назад +23

    বৰ ভাল লগে , যেতিয়া এজন প্ৰকৃত শিল্পী,সাহিত্যিক, সংগীতজ্ঞ , কবি আদি মহান পুৰুষ-মহিলা সকলে প্ৰকৃত সময়ত পুৰস্কৃত হয় , তেখেতসকলৰ সমাজলৈ অৱদানৰ বাবে। কিন্ত অতি দুখ লাগে যেতিয়া এনে মহান ব্যক্তিসকলক জীৱনৰ অন্তিম মূহুৰ্তত স্বীকৃতি প্ৰদান কৰা হয় অথবা মৰণোত্তৰ ভাবে, যেতিয়া সেই স্বীকৃতিৰ কোনো মূল্য নাথাকে ।

  • @BeaTbabA..
    @BeaTbabA.. 10 месяцев назад +22

    এই কলি যুগত আজি প্ৰথম বাৰ দেখিছো যে কোনোবাই কাৰোবাক হিয়া ভোৰা সন্মান দিছে ?!❤❤❤❤

  • @SafikulIslam-mc3zj
    @SafikulIslam-mc3zj 9 месяцев назад +4

    Zubeen da তেজে তেজে বৈ আছে।❤❤❤ জুবিন দা আমাৰ অসমৰ দুৰ্লভ সম্পদ আৰু গৌৰৱ।❤❤❤।

  • @mahim_kr_nath_GPL
    @mahim_kr_nath_GPL 10 месяцев назад +31

    জুবিন ককাইদেউ লৈ মৰম যাচিলো❤NEWS LIVE Loi অভিনন্দন জনালোঁ❤

  • @amiokachari4375
    @amiokachari4375 10 месяцев назад +64

    সঁচাই এনে চৰিত্ৰ কোনো দিনে এই দুজনৰ মনৰ কথা মুখ্যমন্ত্ৰী আৰু জুবিনৰ অসমৰ জন গনে শুনা নাই !"❤❤🙏🙏,"

  • @akashpatarofficial5946
    @akashpatarofficial5946 10 месяцев назад +48

    সেই বাবেই আমাৰ জুবিন দা সকলোতে কৈ অ পীঠ কীয় জায় জুবিন দা 👍

  • @kajaldeb6178
    @kajaldeb6178 9 месяцев назад +11

    মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ বহুমুলীয়া শব্দ বাক্য ভাষনে মোক মোৰ ক্ষুদ্ৰ শিল্পীৰ অন্তৰ চুই গল,আগলৈও এনে মূল্যবান ভাষন শুনিবলৈ পাম বুলি আশা কৰিলো ধন্যবাদ।

  • @KangkonaMahanta-uz4mq
    @KangkonaMahanta-uz4mq 6 месяцев назад +1

    সঁচাকৈ , জুবিন দাৰ প্ৰতিভা আমাৰ অতিকৈ প্ৰিয় ❤❤❤
    ভগৱানে সদায় কুশলে ৰাখক 🙏

  • @BikramDewri-pj4ik
    @BikramDewri-pj4ik 10 месяцев назад +9

    অসমৰ চুকে কোনে সকলোতে সকলোৰে অন্তৰত জুবিন দা আছে। জয় জুবিন দা।❤❤❤❤❤

  • @amarjyotitalukdar-zh7wu
    @amarjyotitalukdar-zh7wu 10 месяцев назад +14

    Apuni vale thakok Zubeen da apuni bht abeg hoi amar....love you so much ❤

  • @DipankaSharma
    @DipankaSharma 10 месяцев назад +15

    CM is really a good speaker. situation specific Kotha kuwar feelings., style xikibo logiya. people easily gets motivated. He is really fit for politics.

  • @babitadas3621
    @babitadas3621 10 месяцев назад +12

    খুউব ভাল পালোঁ,,,,

  • @rashmiborah1103
    @rashmiborah1103 6 месяцев назад +1

    অভিনন্দন শ্ৰদ্ধাৰ প্রিয় শিল্পীজনালৈ ভগৱানে ভালে ৰাখক🙏♥️💐♥️🙏

  • @basisthaacharya6590
    @basisthaacharya6590 10 месяцев назад +13

    জুবিন গাৰ্গ অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত এক বিশেষ ব্যক্তি যিজন সৰ্বকালৰ অসমীয়া।

  • @RituDeka-w9v
    @RituDeka-w9v 26 дней назад

    মামাক, মামীকঅশেষ ধন্যবাদ জনালো লগতে নিউজ লাইভ ক

  • @lh_fsh
    @lh_fsh 7 месяцев назад +2

    Always Zubeen daa❤❤....imane bhal paun, jitu hobdore prokas koribo nuaru 💕💕💕

  • @sankarjyoti1267
    @sankarjyoti1267 10 месяцев назад +8

    সদায় হৰিনাম শুনক জুবিন দাৰ বহত ভাল‌ লাগে । জয়‌ জুবিন দা 😊❤❤🎉

  • @ritamdeka9246
    @ritamdeka9246 10 месяцев назад +3

    মামাই জুবিন দাক সন্মুখত বহুৱাই বহুত গুণ সলাগিছে,ভাল লাগিল । এটা কথা থিক , জুবিন দাৰ গান অসমত আৰু ১০০-১৫০ বছৰ চলিব । আশা কৰো মামাৰ ৰাজনৈতিক কালৰ সময়তো যাতে জিলিকক। কথা খিনি এইকাৰণে কলো , মামাক নিজৰ মানুহে ভিতৰে ভিতৰে তেখেতে গম নোপোৱাকৈ থগি থকা যেন অনুভৱ কৰিছো ।

    • @NituLohar-x5m
      @NituLohar-x5m 27 дней назад

      Òk8⁸,oòòoooooòoooooòooòoo

  • @ratulmitra2306
    @ratulmitra2306 10 месяцев назад +16

    Long live Zubeen Da❤️Stay Blessed.Proud of you Dada

  • @satyajyotichetiakonwar7253
    @satyajyotichetiakonwar7253 6 месяцев назад

    অভিনন্দন জ্ঞাপন কৰিছোঁ, দুয়েজনালৈ ।

  • @hirakjyotimadhubinita4514
    @hirakjyotimadhubinita4514 Месяц назад +1

    পদ্মশ্ৰী দিব লাগে ❤
    জীয়াই থাকোতে শিল্পীক সন্মান দিব লাগে ।

  • @হালোৱাৰপুতেকমই
    @হালোৱাৰপুতেকমই 10 месяцев назад +33

    জয় জুবিন ! জয় হিমন্ত বিশ্ব শৰ্মা ৷

  • @dikuentertainment7768
    @dikuentertainment7768 6 месяцев назад

    মুখ্যমন্ত্ৰী মহোদয়ৰ কথাবোৰ হৃদয়ত খুণ্ডা মাৰি ধৰিলে৷ সঁচাকৈ জুবিন আমাৰ বাবে এক শক্তি

  • @manashvlogs2003
    @manashvlogs2003 10 месяцев назад +4

    Thank you news live ......zubin amar hosake hompod......jai aai axom

  • @Bidbeast
    @Bidbeast 10 месяцев назад +8

    মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চাৰ আপোনাৰ ন্যায় মানৱ দৰদি দিন দুখীয়াৰ প্ৰতি মৰম ।দুৰৰ পৰাই আপোনাক ভৰি চুই প্ৰণাম ।সদাই জিকি থাকক জন সাধাৰণ তথা ৰাইজৰ কল্যাণ কৰক।ধন্যবাদ।

  • @biswaborah2219
    @biswaborah2219 10 месяцев назад +13

    100%hosa ....amar life ❤ zubeen da❤

  • @lakhiburagohain9649
    @lakhiburagohain9649 10 месяцев назад +13

    যাৰ লগত যুঁজিবলৈ ক্ষমতা নাথাকে তাৰ আগত সৰু হৈ থকাই ভাল 🎉🎉🎉🎉🎉

  • @pranjyotisarmah3484
    @pranjyotisarmah3484 10 месяцев назад +9

    Bhal lagil mama zubin k diar babe.... 👌

  • @nayakinfo4613
    @nayakinfo4613 10 месяцев назад +5

    সেইটো কথা আমি হাড়ে হিমজুৱে অনুভৱ কৰো যে জুবিন গাৰ্গ অসমীয়া ৰ জাতিয় জীৱনৰ সম্পদ।

  • @dilipchdeka6812
    @dilipchdeka6812 7 месяцев назад

    জুবিন গাৰ্গ এজন ভাল মানুহ এয়া সচা কথা। কিন্তু "কা" ৰ বিৰুদ্ধে জুবিনৰ শক্তি কমোৱাৰহে বটা যেন অনুমান হৈছে। জয় আই অসম 🙏🙏🙏

  • @AyanPatgiri
    @AyanPatgiri 9 месяцев назад +4

    ❤❤❤ জুবিন ❤❤❤cm himont sir

  • @konwarmili3401
    @konwarmili3401 10 месяцев назад +7

    Mama thank you,,Jay zubeen da

  • @jollywoodworld7395
    @jollywoodworld7395 10 месяцев назад +5

    Jiyai thakute emn morom diya karone bhut dhonyabad .parile padmashree teuk diok❤

  • @BijuChamuah-h3x
    @BijuChamuah-h3x 10 месяцев назад +7

    Wahh🙏🙏🙏🙏🙏zubeen da

  • @aditymoran7447
    @aditymoran7447 10 месяцев назад +1

    Good 👍 information news that I like that from tinsukia Assam India,

  • @মৃন্ময়সোণোৱাল
    @মৃন্ময়সোণোৱাল 10 месяцев назад +7

    জুবিন দা। ❤❤❤❤❤😊

  • @dhrubakonch4498
    @dhrubakonch4498 10 месяцев назад +8

    Wonderful program for our legend zg ❤🙏

  • @AkashSaikia-re5jq
    @AkashSaikia-re5jq 3 месяца назад +1

    👍👍

  • @taznurdhaq8689
    @taznurdhaq8689 10 месяцев назад +6

    জুবিন পৃথীৱীৰ পৰা পৃথক

  • @lakshyaojha4274
    @lakshyaojha4274 10 месяцев назад +7

    Zubeen da Zindabad...I love you........u r My love... Kunu kotayi karu Najanu apunak janu...joy Aai Axom.........

  • @styledreamsk9886
    @styledreamsk9886 10 месяцев назад +1

    মোৰ প্ৰিয় মানুহ কেইজন হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া , জুবিন গাৰ্গ, আৰু দিম্পু কিয় জানো এওঁলোকৰ কথা বিলাক শুনিলে মনত বৰ আনন্দ লাগে আৰু বহুত হাঁহি উঠে মনতো ভাল লাগি যায়

  • @apurbakonwarandsaorovkonwa9469
    @apurbakonwarandsaorovkonwa9469 10 месяцев назад +4

    Mama jinda bat..... Love you zg

  • @pilingadeka
    @pilingadeka 6 месяцев назад

    All rights mama tq love you joi zubeen da ak dom sidha kotha asolote kotha khatang

  • @robinkvlogs5178
    @robinkvlogs5178 10 месяцев назад +8

    আজীৱন লইকি ভাল পাই থাকিম জুবিন দা 🙏😘🥰💚🪔🇳🇪

  • @manashsharma7382
    @manashsharma7382 10 месяцев назад +6

    Many many congratulations 👏🎉 hrarthruub legend singer Zubben Garg da 🙏❤️❤️😍 love you zubeen da Jai zubben da 💪👌😊❤️❤️ all time' favorite and always best for ever everyone 👋🌞❤️💖💙

  • @deepokronjondarshit8448
    @deepokronjondarshit8448 9 месяцев назад

    অনুস্থানত টো উপভোগ কৰিলোঁ
    বহুত ভাল লাগিল

  • @jintikandali5921
    @jintikandali5921 6 месяцев назад

    একেবাৰে সত্য।

  • @krishnadaskrishna1820
    @krishnadaskrishna1820 10 месяцев назад +7

    Joi zubeen da ❤️❤️

  • @sanjaychetri9754
    @sanjaychetri9754 10 месяцев назад +5

    Love u heart beat of Assam❤

  • @Zubeen_Garg_IndianFan.
    @Zubeen_Garg_IndianFan. 10 месяцев назад +23

    Zubeen dak vaal powa xokole like korok👍👍❤️

  • @jumandeep
    @jumandeep 10 месяцев назад +6

    Bohut dhunia speech dise cm sir a 🙏

  • @HAli-ct6tf
    @HAli-ct6tf 7 месяцев назад

    মুখ্য মন্ত্ৰীলৈ ‌আৰু জুবিন দা জই আই অসম

  • @AssamBoy-l5o
    @AssamBoy-l5o 10 месяцев назад +11

    Jai zubeen da

  • @NikuBoro-g6k
    @NikuBoro-g6k 10 месяцев назад +4

    Duiojonei val pua manuh❤❤❤❤

  • @kamalpayeng5456
    @kamalpayeng5456 6 месяцев назад

    🎉🎉🎉joi jubin da

  • @Samarjyoti440
    @Samarjyoti440 10 месяцев назад +17

    মামাই সিংহ কোন ভালদৰে চিনি পায়।।।❤

  • @Rblog52
    @Rblog52 6 месяцев назад

    Zubeen Garg❤🎉

  • @sangitadas8022
    @sangitadas8022 10 месяцев назад +12

    Bharat ratna award dibo lage❤❤❤❤

  • @rupalibora170
    @rupalibora170 6 месяцев назад

    Joi Zubeen da

  • @parulnath7884
    @parulnath7884 6 месяцев назад

    Love you Zubeen Da , God bless you ❤️❤️❤️

  • @pritamdas7877
    @pritamdas7877 10 месяцев назад +6

    জয় জুবিন দা ❤❤

  • @hemenkalita6125
    @hemenkalita6125 10 месяцев назад +8

    ❤❤❤❤❤

  • @projectxobdo
    @projectxobdo 10 месяцев назад +2

    Zubeen daa amar "ABEG _(EMOTION)_ "

  • @gitanjalihira2324
    @gitanjalihira2324 10 месяцев назад +1

    জুবিন দাক সন্মান দিব বিচাৰে যদি পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিব লাগিছিল জুবিন দা পদ্মশ্ৰী বঁটাৰ অধিকাৰি তেওঁ যেতিয়ালৈকে তেওঁক পদ্মশ্ৰী পদ্মভূষণ নিদিয়ে তেতিয়ালৈকে মোৰ মনে শান্তি নাপাব

  • @TulonSonowal-gs3vt
    @TulonSonowal-gs3vt 5 месяцев назад

    জুবিন দা জিন্দাবাদ❤❤❤

  • @SimantaKakati-mp3vp
    @SimantaKakati-mp3vp 7 месяцев назад +1

    Jai bhupen hazarika

  • @lachitpatra4194
    @lachitpatra4194 6 месяцев назад

    Voice of Jubin is the voice of heart of everyone

  • @srimantazg602
    @srimantazg602 10 месяцев назад +7

    Zubeen da💓💓

  • @nipeshmonipatorofficial552
    @nipeshmonipatorofficial552 9 месяцев назад

    ##Joi ##Zubeen ##Da🎉🎉🎉

  • @priyankadas3542
    @priyankadas3542 5 месяцев назад

    Zubeen da love you❤❤🤟

  • @lachitpatra4194
    @lachitpatra4194 6 месяцев назад

    God bless🙏

  • @indianjourney5049
    @indianjourney5049 10 месяцев назад +4

    Think ❤Jubin or nisinaaaa ❤❤hoooobo nowareibooo C. M feels

  • @bhabanigogoi3278
    @bhabanigogoi3278 9 месяцев назад +1

    Very.good

  • @chinmoykalita..darrang.ass8788
    @chinmoykalita..darrang.ass8788 7 месяцев назад +1

    King 😊

  • @MigamDoley-wt7bq
    @MigamDoley-wt7bq 7 месяцев назад +1

    জয় জুবিন দা।

  • @NirmalDas-qy7vl
    @NirmalDas-qy7vl 6 месяцев назад

    Zubin da Jinda bad❤❤❤❤

  • @TarunGogoi-zt2ox
    @TarunGogoi-zt2ox 9 месяцев назад

    বহুত ভাল লাগিল।

  • @minukalita7577
    @minukalita7577 7 месяцев назад

    আপোনাৰ পেৰণাক প্ৰণাম জনালোঁ।
    হয় মহাশয়।
    নিউজ লাইভ জিন্দাবাদ।
    তধাপি,
    সৃষ্টিশীল সম্পদ।

  • @AnjaliHazarika-w3o
    @AnjaliHazarika-w3o 8 месяцев назад

    nice ,bhout moromor zubeen da

  • @jyotibora8504
    @jyotibora8504 6 месяцев назад

    Long live jubin

  • @dikjoyrabha2091
    @dikjoyrabha2091 7 месяцев назад +1

    I love Zubeen 😍😘😘😍😘😍😘😘😍😍😍😍😍😘😘😘😘😘😍😍😍😍😍😍😘

  • @AdiRakesh-y8x
    @AdiRakesh-y8x 9 месяцев назад

    Jug jug jiyo Zubeen da 🎉🎉🎉🎉

  • @kusumbaruah2336
    @kusumbaruah2336 6 месяцев назад

    Zuben সদায় মোৰ তোমাৰ প্ৰতি সত্য শুদ্ধ বুলি পাহৰি নাযাব। কাৰণ আমি সকলোৱে মিলি Zuben darkar গীতৰ সুৰ সৈতে জড়িত ব্যক্তি

  • @bornaliphukan8610
    @bornaliphukan8610 9 месяцев назад

    100% hosa amar life ❤zubeen da

  • @abjitgogoi3366
    @abjitgogoi3366 8 месяцев назад

    Love. You. Jubin❤da

  • @ajoygogoi196
    @ajoygogoi196 7 месяцев назад

    Val lagil👍

  • @Mithieducational
    @Mithieducational 10 месяцев назад +5

    Zubeen da is a real Hero ❤

  • @prakashnirola9779
    @prakashnirola9779 10 месяцев назад +4

    Baat toh sahi hai ❤💕🌝

  • @kamalchandradeka9353
    @kamalchandradeka9353 8 месяцев назад

    এনেকৈয়ে একো একোজন শিল্পী বিক্ৰী হৈ যায়। আৰু এনেদৰে কা নাইকীয়া হৈ যাব।

  • @saratdeury2912
    @saratdeury2912 9 месяцев назад

    ঠিকেই, আমাৰো ভাল লাগিল।সৰ্ব্বশ্ৰেষ্ঠ আৰু বহু বিষয়ত পাব লগা আছে।

  • @KhargeswarKalita-h1d
    @KhargeswarKalita-h1d 23 дня назад

    জয় জুবিন দা জুবিন দাদাই দেউতাকৰ বাহিৰে আন কাকো ভয় নকৰে