বিধায়কৰ পুত্ৰই কিয় পেট্ৰল পাম্পত তেল বেচিছিল ? শান্তনুৰ পিতৃ ৪০ বছৰ বঙাইগাঁওৰ বিধায়ক

Поделиться
HTML-код
  • Опубликовано: 7 янв 2025

Комментарии • 595

  • @heutimarak9137
    @heutimarak9137 6 месяцев назад +22

    শান্তনু বৰ সহজ সৰল লৰা ।ভাল লাগিল। আগবাঢ়ি যাওঁক।

  • @utpalbdas
    @utpalbdas Год назад +48

    ইয়াৰ মূলতে সংস্কাৰ ❤, পিতৃ ৰ সংস্কাৰৰ প্ৰভাৱ পেলায়।। পিতৃৰ দৰে পুত্ৰ ও নিজৰ কৰ্ম লৈ সুখী।। ভাল লাগে এনে ইতিবাচক সমালোচনা,, ধন্যবাদ এই অনুষ্ঠানৰ আঁত ধৰোতাজনক 🙏

  • @udipta72
    @udipta72 Год назад +33

    এনেকুৱা মানুহ থাকিব পাৰে বুলি বিশ্বাস নাছিল। The man raised by a gentleman

  • @tarundas7535
    @tarundas7535 9 месяцев назад +30

    সফল বাপেক চৌধুৰী দেৱ , বোপাই তোমাৰ উজ্বল ভৱিষ‌্যৎ কামনা কৰিছো।

  • @tarundas7535
    @tarundas7535 Год назад +35

    Like father like son.আশা তথা আশীৰ্বাদ কৰিছো ভোটা তৰাৰ দৰে জিলিকি থাকা।

  • @bhaskarjnath3637
    @bhaskarjnath3637 Год назад +52

    কিছুমানৰ লগত দেখোন আকাশ পাতাল পাৰ্থক্য। ইমান সৰল, নিৰহংকাৰী ল'ৰা। শান্তনুৰ ভাল হওক। কুশলে থাকক সদায়।

  • @minatidas4573
    @minatidas4573 Год назад +15

    মানুহ হ'লে এনে কুৱা হ'ব লাগে ধন্যবাদ

  • @nirodsarma6198
    @nirodsarma6198 9 месяцев назад +7

    খুব ভাল লাগিল..ইমান matured ল'ৰাজন..তেওলৈ শুভেচ্ছা থাকিল

  • @UjjalUjjal-po7gl
    @UjjalUjjal-po7gl Год назад +38

    সুন্দৰ! ভাইটি দেওতাৰ আদৰ্শৰে আগুৱাই যোৱা।

  • @patirabha325
    @patirabha325 8 месяцев назад +5

    বৰ ভাল লাগিল সহজ-সৰল অমায়িক ল’ৰা ৷ ওচৰৰপৰা লগ পাবলৈ এটা হেঁপাহ জাগিছে ৷ তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ৷

  • @navanitasaikia0260
    @navanitasaikia0260 9 месяцев назад +5

    Ufff ❤ anekua okol cinema t he dekhisilu...
    such a down to earth personality ❤ ভগৱানে কুশলে ৰাখক ..... ভাল লাগিল 🥰

  • @dbhargab
    @dbhargab Год назад +46

    সম্পত্তি,ক্ষমতা এইবোৰ মৃত্যুৰ পিছত নোহোৱা হৈ যাব কিন্তু ভাল কাম ভাল আদৰ্শ এইবোৰ মানুহৰ মাজত সদায় ৰৈ যাব ।🫡

  • @chitralekharay1840
    @chitralekharay1840 Год назад +28

    যিয়ে বঙাইগাঁও আহি এবাৰ MLA sir লগ পাইছে তেওঁহে তেখেতৰ Personality অনুভৱ কৰিব পাৰিব । প্ৰায় ৪০বছৰ ধৰি জিলা এখনৰ অভিভাৱকৰ দায়িত্ব পালন কৰি থকাটো সহজ কথা নহয়... ভাল লাগিল শান্তনুৰ কথা - বাৰ্তা লগতে আপোনাৰ অনুষ্ঠান।

  • @dcddipudeka431
    @dcddipudeka431 Год назад +27

    কিমান সহজ সৰল যুৱক। বাপেক চাই পুতেক। আগবাঢ়ি যোৱা।✌🏻☝️👌

  • @TapankumarBordoloi-nv1kf
    @TapankumarBordoloi-nv1kf 6 месяцев назад +4

    বহুত বহত কাম কৰিছা ভগৱানে মংগল‌ কামনা কৰিছো

  • @bikashborah6109
    @bikashborah6109 Год назад +36

    বহুত ভাল লাগিল কথাখিনি শুনি,বাৰ্তালাপ বুলি কলে এনেকোৱা হ'ৱ লাগে মোৰ লগতে মোৰ দৰে ১০০জন আগুৱাই যাব পাৰিব শান্তনোৱে কোৱা কথা খিনি শুনি😍😍😍❤️❤️❤️

    • @madanbharali5056
      @madanbharali5056 Год назад

      Oooòoooooooooooòoooooòòo

    • @himurabha7021
      @himurabha7021 Год назад +2

      Sir Lt.Sarat ch. Singha aru present phani bhusan Choudhary both ideal person of Assam.

  • @ajitkumarphukan9736
    @ajitkumarphukan9736 6 месяцев назад +1

    God bless you oti hundor আগুৱাই যাওঁক ভাল মানু্হ হোৱা সুন্দৰ আশীৰ্বাদ

  • @jhoondeka8568
    @jhoondeka8568 9 месяцев назад +34

    এইটো থিক,যে ফণিভোষণ চৌধুৰী এজন নিকা ,সহজ সৰল ব্যক্তি, এনে মানুহ বৰ কম থাকে

  • @দুলু-ণ৭গ
    @দুলু-ণ৭গ 8 месяцев назад +3

    বহুত ভাল লাগিল। পৰিবৰ্তন আহিব।যাত্ৰালৈ বহুত বহুত শুভেচ্ছা যাচিলো 🙏

  • @sushilkonwar7012
    @sushilkonwar7012 Год назад +26

    আঠ বাৰ জয়ী হোৱা এম এল এ --- পৃথিৱীৰ গণতন্ত পৰিচলিত দেশত খূৱ কম আছে --- তেওঁ হয়তু নিজৰ সমষ্টিতোত ৰাম ৰাজ্য দৰে শান্তিত প্ৰতিস্থিত কৰাত আপ্ৰাণ চেষ্টা কৰে । ৰাইজে তেওঁৰ কৰ্ম আচৰণৰ প্ৰতি মুগ্ধ হৈ এৰিব নোৱাৰা এনাজৰী মাজত বান্ধ খাই আছে । চৌধুৰি চাৰক শত সহস্য প্ৰণাম --- পু্ত্ৰৰ ই আদৰ্শবান পিতৃৰ অনুকৰণ কৰিব লাগে । ধন্যবাদ পৰাশৰ ভাই -- তুমিও কম অভিজ্ঞ নহয় । তোমালোকেই জনমানসত -------সত্য নিষ্ঠ সংবাদ বিলাক --- দৰ্শৰ মাজলৈ কেমেৰা সন্মূখত ---- প্ৰতিফলন ঘটাই আহিচা ।

    • @pranabjkoch6869
      @pranabjkoch6869 Год назад

      জুৱা খেলৰ সমষ্টি বৰ্তমান অৱশ্যে চৰকাৰী আইন কাঢ়া হোৱা বাবে জুৱা খেল নাই

  • @abhijitkonwar3286
    @abhijitkonwar3286 9 месяцев назад +24

    এনে ব্যক্তিত্বক শ্ৰদ্ধাৰে সন্মান জনাইছোঁ। সঁচাকৈ সাক্ষাৎকাৰটোৱে অন্তৰ চুই গ'ল।

  • @JanSaikia-mv9bg
    @JanSaikia-mv9bg 9 месяцев назад +7

    অবিশ্বাস্য, বিধায়কৰ পুতেক হয় নে নহয় সন্দেহ হৈ গৈছে। ইমান সৰল মনৰ। ভগৱান সদায়েই সহায় হওক তেওঁৰ।

  • @S.M.8439
    @S.M.8439 Год назад +21

    ভাইটিজন আইস্ক্ৰীমৰ নিচিনা ঠান্দা দেই।তেওৰ উৎজল ভৱিষ্যত কামনা কৰিছো।

  • @hiramoniborah5125
    @hiramoniborah5125 Год назад +20

    আপোনাৰ ভিডিও প্ৰায়ে চাও, কিছুমান ভিডিও skip কৰো বেছি দিঘলীয়া হ'লে কিন্তু এই ভিডিও টো সম্পূৰ্ণ চালো, আচৰিত পজিটিভ শান্তনু, বহুত বেছি matured, খুব সোনকালে জীৱন কি বুজি পালে, শান্তনু লৈ শুভকামনা। খুব সুন্দৰ বাৰ্তালাপ এয়া, আপুনিও আগুৱাই যাওঁক চক্ৰপাণি পৰাশৰ ❤

  • @digantasaikia123-t9b
    @digantasaikia123-t9b 5 месяцев назад

    ঈশ্বৰক বহুত বহুত ধন্যবাদ । এনে মানুহ জন্ম হলে হে শান্তি হব ।

  • @purobibordoloi7462
    @purobibordoloi7462 6 месяцев назад

    ধন্যবাদ।শাতনু।তোমাৰ কথা আৰু কৰ্মৰাজিক প্ৰশাংসা কৰিছো 17:20 ।এনেধৰণে আগবাঢ়ি যোৱা আৰ্শীবাদ কৰিছো।

  • @minatidevi7122
    @minatidevi7122 9 месяцев назад +7

    এই সৰলতাই সৌভাগ্য নিশ্চয় আনিব,শান্তনু আগবাঢ়ি
    যোৱা সৎপথেৰে,সফল হবাই

  • @bontibora5562
    @bontibora5562 Год назад +4

    সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী শান্তনু চৌধুৰী তুমি। বহুত ভাল লাগিল কথাবোৰ শুনি। আগবাঢ়ি যোৱা। তোমাৰ সপোনে বাস্তৱ ৰূপ পাওক ইয়াকে কামনা কৰি তোমালৈ যাঁচিলোঁ অন্তৰভৰা শুভাশীষ।💖💖💖💖

  • @myoldgramophoneinworkingco2559
    @myoldgramophoneinworkingco2559 Год назад +33

    যদি এই তেল দিয়া কামটো নাটক নহয় তেন্তে দৃঢ়তাৰে ক'ব বিছাৰিছো-- আদৰ্শবান পিতৃৰ আদৰ্শবান পুত্ৰ ।।👍👍👍🙏🙏🙏🙏❤️❤️❤️

  • @sagarikaborpujari6238
    @sagarikaborpujari6238 7 месяцев назад +2

    বৰ ভাল লাগিল ❤ সমাজলৈ এটা ভাল বাৰ্তা❤

  • @tultulborah5303
    @tultulborah5303 Год назад +9

    আজিৰ যুগত প্ৰকৃত মানুহ হিচাপে ভাবিব পাৰি,

  • @SukumarDas-t4x
    @SukumarDas-t4x 9 месяцев назад +34

    সাধাৰণতে ডাঙৰ মানুহৰ সন্তানবোৰ বৰ অহংকেৰীয়া আৰু খমতাশালী হৈ পৰে ।শান্তনুৰ ক্ষেত্র্ত সৰলতা আৰু মানবতা প্ৰকাশ পাইছে।

  • @nayankumarpawe2671
    @nayankumarpawe2671 8 месяцев назад +1

    সুন্দৰ লাগিল বাৰ্তালাপ অনুষ্ঠানটো চাই।

  • @KaSiYali
    @KaSiYali Год назад +9

    এইখিনি সততাৰেই আগুৱাই যোৱা।ভাল হওক তোমাৰ।❤

  • @satyajitmoran9648
    @satyajitmoran9648 6 месяцев назад

    বহুত ভাল লাগিল কথা খিনি শুনি শান্তনু। তুমি বহুত আগবাঢ়ি যোৱা

  • @BonteeHazarika
    @BonteeHazarika 7 месяцев назад +2

    বহুত ভাল লাগিল শান্তনু কথাবোৰ।অন্তৰ চুই গ'ল।

  • @joyshreeborah7752
    @joyshreeborah7752 Год назад +10

    লৰা জনৰ কথা বোৰ বহুত ভাল লাগিল। আগবাঢ়ি যোৱা ।

  • @bobysaikia8682
    @bobysaikia8682 Год назад +3

    এজন স্বভাবিমানি আত্মনির্ভৰশীল লৰা।ভাল লাগিল ।

  • @dipaliphukan545
    @dipaliphukan545 6 месяцев назад +1

    আজিহে চালো অনুস্থান টো, বৰ ভাল লাগিল🙏🙏🙏

  • @केशवानन्दओजा

    সুন্দৰ উপস্থাপনৰ বাবে চক্ৰপাণি পৰাশৰ ডাঙৰীয়ালৈ লগতে এক সুন্দৰ তথা বৰ্ণিল জীৱন পৰিক্ৰমাৰ বাবে শান্তনু চৌধুৰীলৈকো সদিচ্ছাৰ একান্ত শুভকামনাৰে সৈতে যাঁচিছো আন্তৰিক অভিবাদন আৰু একাজঁলি শুভেচ্ছা....

  • @smritychetia5794
    @smritychetia5794 7 месяцев назад +3

    পৰাশৰ বৰ ভাল লাগিছে। তোমাৰ কথা বোৰ টো মৰম লগাই তাতে শান্তণু।

  • @gitarthazgmedhi.
    @gitarthazgmedhi. Год назад +125

    আমাৰ ফালে MLA ৰ পুতেকে নিজকে Prime Minister বুলি ভাবে 😂

    • @Shortsvideo21803
      @Shortsvideo21803 Год назад

      😂😂😂😂😂

    • @drutisagardeka
      @drutisagardeka 9 месяцев назад +9

      Bhai putek keita baade disu, mla lgt pise pise ghuri fura lora keita he asol minister 🤣

    • @gitarthazgmedhi.
      @gitarthazgmedhi. 9 месяцев назад

      @@drutisagardeka yes 😄😄😄

  • @rajudeuri8235
    @rajudeuri8235 8 месяцев назад +5

    চক্ৰপাণি বাৰে বাৰে ভুলকৈ আঠ বছৰ আঠ বছৰ কিয় কোৱা হ’ল আঠ বাৰৰ ঠাইত ৷ বৰ বেয়া শুনিলোঁ ৷ কিন্তু সাক্ষাৎকাৰটো উৎসাহজনক ৷

  • @স্মৃতিহাজৰিকাগগৈ

    নিজৰো উপাজন কৰা মন এটা থাকে। শান্তনু সচাই কবলগীয়া 🎉🎉🎉❤❤❤🎉🎉🎉

    • @jutikadeka6506
      @jutikadeka6506 9 месяцев назад

      Perfect family and perfect boy 😢

  • @kalyanidas9500
    @kalyanidas9500 7 месяцев назад +1

    👌👌👍👍ইমান ভাল লাগিল চাই,শান্তনুৰ গহীন গম্ভীৰ কথাত অন্তৰ চুই গল....🙏🌹

  • @mrinalkumarsaikia9351
    @mrinalkumarsaikia9351 8 месяцев назад +4

    ভাল মানুহ ফনী ভূষন চৌধুৰী পূত্র ভালেই হব।

  • @ayotriphukonmohan5638
    @ayotriphukonmohan5638 8 месяцев назад +3

    সাক্ষাৎকাৰটোৱে অন্তৰ চুই গল ৷ শান্তনুৰ আগুৱাই যোৱা সাহসেৰে ৷

  • @mamitasaikia6194
    @mamitasaikia6194 Год назад +11

    বহুত ভাল লাগিল কথাবোৰ। তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।

  • @harendoley2957
    @harendoley2957 6 месяцев назад +1

    বাৰ্তালাপ পৰিয়াললৈ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে আজিৰ অনুষ্ঠানৰ অতিথি শান্তনু ভাইটিলৈ আমাৰ তৰফৰ পৰা শুভাৰ্শীষ যাচিছো । অসমৰ নৱপৰজম্মৰ আদৰ্শ হক।❤❤❤

  • @Grihini123
    @Grihini123 Год назад +6

    শান্তনু খুব ভাল লৰা। সচাঁ কথাবোৰ কৈ ভাল পায়।

  • @rinjuborah1758
    @rinjuborah1758 9 месяцев назад +8

    লৰাটো ৰ সহজ সৰল ভাল লাগিল তেও কথাবোৰ। ভৱিষ্যত উজ্জল কামণা কৰিলো।

  • @Manjuara-Begum786
    @Manjuara-Begum786 Год назад +7

    সুন্দৰ ব্যক্তিত্ব সুন্দৰ অনুষ্ঠান ❤🎉

  • @mukulrabha3816
    @mukulrabha3816 7 месяцев назад +6

    আঠ বছৰ বুলি কিয় কৈ আছে ! বুজি নেপালো ! ৮ বাৰ বিধায়ক হ'ব লাগিছিল নেকি। দুই তিনিবাৰ আঠ বছৰ বুলি উল্লেখ কৰি আছে।

  • @MinecraftGamer-ks9ki
    @MinecraftGamer-ks9ki 6 месяцев назад +1

    বহুত সহজ সৰল যুৱক ভাল লাগিল

  • @BKN05
    @BKN05 7 месяцев назад +1

    এই ভিদিঅটোৰ পৰা শিকিবলগীয়া বহুত আছে দাদা । ভাল লাগিল ছাই

  • @gohandroburagohain3571
    @gohandroburagohain3571 Год назад +11

    এটা সুন্দৰ মনৰ লৰা ❤❤❤❤

  • @purnanathborah2729
    @purnanathborah2729 8 месяцев назад +18

    ৮ বছৰ নহয় চক্ৰপাণি ৮ বাৰৰ বিধায়ক ৷ ১৯৮৫ চনৰে পৰা দেখি আহিছোঁ ৷

  • @Manojhuman
    @Manojhuman Год назад +6

    শান্তনুৰ কথাত তেওঁৰ মনত সহজ সৰল ভাবধাৰা ফুটি উঠিছে। লৰা জন যে ভাল নদিক কব পাৰি।

  • @NabinboraJan
    @NabinboraJan 6 месяцев назад +1

    বৰ ভাল লাগিল

  • @___lalitachutia
    @___lalitachutia Год назад +1

    সুন্দৰ ।ভাল লাগিল।

  • @BharatiBorgohain
    @BharatiBorgohain 6 месяцев назад

    ভাল লাগিল আগবাঢ়ি যোৱা

  • @akhilpathak6181
    @akhilpathak6181 Год назад +15

    দেৰগাঁৱৰ মিছামৰা অঞ্চলত প্রায় বাৰজন থলুৱালোকে নাপিত বৃত্তিৰে নিজৰ পৰিয়াল সুন্দৰকৈ চলাই আছে |

  • @lakhiboruah7533
    @lakhiboruah7533 Год назад +2

    সুন্দৰ তোমাৰ জীৱন

  • @ramkrishna3197
    @ramkrishna3197 Год назад +3

    সচাকৈয়ে বহুত সহজ সৰল ল’ৰা ৷

  • @Pranjitsonowal-nm5pf
    @Pranjitsonowal-nm5pf 7 месяцев назад

    সম্পূৰ্ণ পৃথক বেলেগত কৈ বেলেগ,Go ahead 👍👍👍 Love frm Lakhimpur ভাল লাগিল ভাই😍😍

  • @অসমীয়াবোৱাৰী-ঝ৭ব

    ভাল মানুহৰ ভাল সন্ধান ❤ লৰাটোৰ উজ্জ্বল ভৱিষ্যত আশা কৰিলো

  • @letsplay9856
    @letsplay9856 8 месяцев назад +1

    ভগৱান তেওঁৰ সহায় হৱক।❤

  • @sashibaruah8868
    @sashibaruah8868 Год назад +4

    ভগবানে❤❤❤❤❤সহাইকৰক

  • @mandirasaikia-bi8qe
    @mandirasaikia-bi8qe 9 месяцев назад

    সুন্দৰ অনুষ্ঠান ।খুউব ভাল লাগিল। ❤।

  • @nilambarsarma1521
    @nilambarsarma1521 8 месяцев назад +6

    বাৰ্তালাপত এনেকুৱা আলোচনাৰ মাজেৰে সমাজৰ কিবা পৰিৱৰ্তনৰ আশা কৰিব পাৰোনে ?

  • @BhaduRay-ee6sk
    @BhaduRay-ee6sk 9 месяцев назад +3

    Dada tumar onusthan bilak ci bor bhal lagil. shantonu tumi agbari jao.

  • @mitalipegu181
    @mitalipegu181 Год назад +3

    বৰ ভাল লৰা। আশীৰ্বাদ থাকিল❤❤❤❤❤❤❤

  • @namitanath1264
    @namitanath1264 6 месяцев назад

    মাক আৰু দেউতাকো ধন্যবাদ

  • @anukalita705
    @anukalita705 Год назад +7

    ইমান ঠান্ডা ল'ৰা। আচলতে ভাল বেয়া তেজত ( জিনত) থাকে। বাপেক চাই পুতেক। বৰ্তমান সময়তো ইমান সহজ সৰল ল'ৰা খুৱ কম হে পোৱা যায়। তোমাৰ ভৱিষ্যত উজ্জ্বল হওঁক।

  • @goalporiyaloramoi9981
    @goalporiyaloramoi9981 Год назад +18

    লৰাটোৱে কথা অলপ কম কয়...তথাপি যিখিনি কলে খুৱ ভাল লাগিল

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Год назад +5

    Grand salute to him. God bless you. We're proud of you.He was real Hero of our society. ❤🎉❤

  • @prabhatsingha1420
    @prabhatsingha1420 9 месяцев назад +2

    This youngman is very lovely and also very kind hearted and transparent too.

  • @indrajitprosad4917
    @indrajitprosad4917 6 месяцев назад +3

    আঠ(৮)বছৰ নহ'য়। আঠ(৮) বাৰ বিধায়ক হিচাবে নিৰ্ব্বাচিত হৈছে।

  • @BabaniPayeng
    @BabaniPayeng 6 месяцев назад

    Great ❤❤❤❤

  • @KhirudGogoi-h4z
    @KhirudGogoi-h4z 9 месяцев назад +1

    আদৰ্শবান ল"ৰা ।

  • @dilipsarma3020
    @dilipsarma3020 6 месяцев назад +1

    অতি উওম ধৰনৰ. লৰা আজি ৰ. দিনত. পোৱা নেতাই।

  • @dhananjaydas1764
    @dhananjaydas1764 7 месяцев назад +3

    আজি তোমাৰ লগত সাক্ষাৎকাৰতো কিন্তু তোমাৰ দেউতাৰ পৰিচয়ৰ বাবে ।

  • @truthforpeaceinassamese3197
    @truthforpeaceinassamese3197 9 месяцев назад +1

    সচাকৈ ভাল লাগিল কথাবোৰ শুনি

  • @banajitkalita160
    @banajitkalita160 8 месяцев назад +2

    ভাল মানুহ ৰ পুত্ৰ সদাই ভাল এ হব সদাই

  • @jasepahmed7706
    @jasepahmed7706 9 месяцев назад +2

    Good keep it up brother, always Allah bless you 💖

  • @pranabdas7121
    @pranabdas7121 Год назад +6

    জালুকবাৰীৰ এম এল এ জনৰ লগত কোনেও ফেৰ মাৰিব নোৱাৰিব,, অৰাজক

    • @jai_my_boy
      @jai_my_boy 9 месяцев назад

      Gu r lagat huna r tulana kiya kora?

  • @minahazarika3820
    @minahazarika3820 8 месяцев назад

    বহুত ভাল লাগিল ,তুমি নৱ প্ৰজন্মৰ আদৰ্শ।

  • @MontuGogoi-j7v
    @MontuGogoi-j7v Месяц назад

    Thankyou tumaloi

  • @kaushikparashar6776
    @kaushikparashar6776 Год назад +5

    Soft spoken yet simple... He spoke little but he meant a lot. Val lagil

  • @dipamoniraj2425
    @dipamoniraj2425 Год назад +1

    Kotha bur xuni gat lagil aru tar logote jibonot aguwai jowat bhut khini xohari palu anekoi xokoluye agbarhi jaok tare kamona logote Thank you chakrapani Daa❤

  • @Jyoti.raj-5913
    @Jyoti.raj-5913 Год назад +11

    কথাবোৰ xoni ভাল lagile, bhut Simple Lora jon,, agoloi Aagbarhi jowa

  • @NabajyotiLahon-yv8qx
    @NabajyotiLahon-yv8qx Год назад +1

    বহুতো ভাল লাগিল ❤।

  • @parthamixarsassam6762
    @parthamixarsassam6762 6 месяцев назад

    দেউতাক ক্ষমতাশালী হ'লেও শান্তনুৱে সাধাৰণ ভাৱে থকাৰ গুণটো সদায় আদৰ্শ।

  • @BhaskarTalukdar-t2r
    @BhaskarTalukdar-t2r 4 месяца назад

    Bahut val lagil manuh anekuwa hob lage

  • @dipalibhagawati9050
    @dipalibhagawati9050 8 месяцев назад +2

    বৰ ভাল লৰা দেউতাকৰ নিচিনাই।

  • @theharo4084
    @theharo4084 6 месяцев назад

    দেউতাক ৰ নিচিনা সহচ সৰল শান্তনু ❤❤❤

  • @fdx9079
    @fdx9079 14 дней назад

    Proitekh jon MP. MLA. Putroh jodih Hantanu Choudhury, nisina sinta dhara hole Assam, bideshi nohol heten. Vidio tuh Sai moi asorit holu. Notun projomoh ei hikibo loga ei vidio tuh saoh. Thanks you very nice. 🎉👍

  • @অসমীয়াhindu6777
    @অসমীয়াhindu6777 8 месяцев назад

    শান্তনু বহুত সহজ সৰল আৰু sharp & inteligent

  • @Padamluson__mtb
    @Padamluson__mtb 8 месяцев назад

    Val lagil bhut ,aguwai juwa

  • @pawanborah2748
    @pawanborah2748 Год назад +1

    👍ভাল লাগিল