Krishno komol dada apuni hosai positive manuhjon apunr name tu krishno jar namyei gutei bisho bormando ............apunr video agot moi RUclips t khubei sao aji kali nahe videobur atiya he gom palu j apuni fb t diye buli ai bartalapor joriyote ....moi Jona nasilu j apuni dibrugarhtei thake heidina moi apunk dekhisilu kintu hoi nohoi vabilu karon apunk bohot diinr pora video t dekha nasilu so moi confused hoi asilu atiya goom palu j Moi thoka jega tutei apuni thake ajon val prothivaban manuh khub val lagil apunk dekhi .......
সুন্দৰ অনুষ্ঠান 🥰
কৃষ্ণ দা আপুনি যে ইমান আগবাঢ়ি গৈ আছে ভাল লাগিল 2010 ত আপোনাক লগ পাইছিলো Guwahati pt ত🙏🙏🙏
সচাকৈ দুয়োজনকে বহুত ভাল লাগে।❤❤
বাৰ্তালাপ সদায় হেঁপাহৰ । আজিও প্ৰাণ ভৰি পৰিল । শ্বেয়াৰ কৰিলোঁ ।
অনুষ্ঠান টো চাই খুউব ভাল লাগিল চক্ৰপাণি , ধন্যবাদ আগলৈ
অভিনন্দন দুয়োলৈকে ।
ভগৱানে তোমালোকক কুশলে ৰাখক -
বৰ সুন্দৰ সাক্ষাৎকাৰ কবলৈ ভাষা নাই কোটি নমস্কাৰ 🙏🙏🙏🙏
মোৰ প্ৰিয় দুয়ো গৰাকীক একেলগে দেখা পাই বহুত ভাল লাগিল ।মনত উৎসাহ প্ৰেৰণা যোগোৱা পজেটিভলী দুয়োগৰাকীৰ সুস্বাস্থ্যও দীৰ্ঘায়ু কামনা কৰিলোঁ ।ভগৱানে তেওঁলোকৰ মংগল কৰক।🙏জয় শ্ৰীকৃষ্ণ🙏
দুয়োজনেই প্ৰিয়❤ যাৰ প্ৰতিটো কথাত সাহস পাওঁ❤
বৰ ধুনীয়া কথা, প্ৰেৰণাদায়ক আপুনি।
কবলৈ ভাষা নাই ...
কথাবোৰ শুনি ভাল লাগিছে। ❤
সচাই মানুহ জনৰ কথা বিলাক বহুত ভাল লাগে।
বৰ ভাল লাগিল
দুয়োজনেই বহুত প্রিয় হয়❤️ চক্ৰ দাৰ কথাত যাদু আছে আৰু KKB ৰ চিন্তাধাৰা আৰু কথাও just salute
প্ৰিয় মানুহ দুজন ❤️❤️🤗😍🥰
এই মানুহজনক লগ পোৱা হ'লে। কথা বিলাক বহুত ভাল লাগে
সুন্দৰ মনা ব্যক্তিত্বৰ অধিকাৰী কৃষ্ণ কমল দা
Val lagil Krishna dar kotha huni
Priyo manuh dujon ❤❤❤
Great job Krishna
দুয়ো জনেই প্ৰিয়ে যাৰ প্ৰতিটো কথাত সাহস পাঁও ❤।
আপোনাক বহুত ধন্যবাদ তেখেতক আপোনাৰ অনুস্থানলৈ নিমন্ত্ৰণ কৰি অনাৰ বাবে।
বহুত বহুত ভাল লাগিল । অনুপ্ৰেৰণা পাইছোঁ।
বহুত ভাল লাগিল
দুয়োজনেই প্ৰিয় ব্যক্তি
Bohut val lagile kotha bur huni... lots of love from Majuli...
Krishno komol dada apuni hosai positive manuhjon apunr name tu krishno jar namyei gutei bisho bormando ............apunr video agot moi RUclips t khubei sao aji kali nahe videobur atiya he gom palu j apuni fb t diye buli ai bartalapor joriyote ....moi Jona nasilu j apuni dibrugarhtei thake heidina moi apunk dekhisilu kintu hoi nohoi vabilu karon apunk bohot diinr pora video t dekha nasilu so moi confused hoi asilu atiya goom palu j Moi thoka jega tutei apuni thake ajon val prothivaban manuh khub val lagil apunk dekhi .......
এখেতৰ প্ৰায়বোৰ ভিডিও চাও বহুত ভাল ভাল কথাবোৰ চ'ছিয়েল মাধ্যমৰ যোগেৰে প্ৰচাৰ কৰি থাকে ❤
একে মনৰ মানুহ দুজন ❤ ষ্পষ্টবাদী
প্ৰিয় মানুহ দুজন ❤❤❤
বৰ ভাল লাগিলে কথা খিনি শুনি
আটাইতকৈ সুন্দৰ অনুষ্ঠান এটা আজি উপভোগ কৰিব পাৰিলো। আদৰ্শ ৰ চানেকি।
Bahot bahot. bhal lagil. Mind blowing
ভাল লগা মানুহ দুই জনেই । ভাল লাগে কথাবোৰ।
দুয়ো জনেই বহুত প্ৰিয় ।
Kotha bur xunile xuni thakibor mon jai,jiyai thokar,kiba ata korar hipah dugun jagi uthy❤️❤️love u both
Bohut val lage 🎉
দুয়োজনে মোৰ আদৰ্শ ,দুয়োজনকে লগ পাইছো ইমান ভাল লাগিল
Bht dhunia lgl apnkr video sai ruu 100% motivational speaker
2Jonei bohut priyo❤
ভাল লগা মানুহ দুজন 🙏
ভাল লাগিল।
Bohut val lagil apunalukor kothbur👍👍
দুয়ো জনেই মোৰ বৰ প্ৰিয় ব্যক্তি। তেখেত সকললৈ অভিনন্দন জ্ঞাপন কৰিলো।
সকাৰাত্মক ভিডিও lots of positivity lots of encouragement
আৰু শুনিব মন আছিলে❤️ দুয়োজন ৰ কথা বোৰ এ প্ৰিয় ❤️❤️
দুয়োজনকে খুব ভাল লাগে
দুয়োজনৰ কথোপকথন শুনি বৰ ভাল লাগিছে।
আৰু যেন শুনি থাকিম তেনে লাগিল, আপোনাক ধন্যবাদ
Bahut Val lagil ,
বহুত ভাল লাগিল দেই কথাখিনি শুনি
বহুত বহুত ভাল লাগিল
বহুত সুন্দৰ কথা কয়।
Both are my favourite....
Val lagile
ভাল লাগে মানুহজনক,কথাবোৰে সাহস দিয়ে
Oh Sir& Dada muku eata Kaam diyaksun, from Tezpur , Jai Hanuman.
Bohut vall Manuh 2jon.god bless ❤
Khub Val lage
দুয়োজন মোৰ খুৱেই প্ৰিয় ❤।
মোৰ আদৰ্শ স্বৰূপ তেওঁলোক
Bohut lage manuhjonor kothabilak.
Video টো চাই বহুত ভাল লাগিল,
মোৰো বহুত ভাল লাগে। মোৰ গাৰ নোম শিয়ৰি উঠিছে। দুয়োজনকে ইমানে ভাল লাগে । মোৰ ভাষা নাই
দুয়োজনৰে নং পালে সদায় এটা হ'লেও মেছেজ কৰিম।
Bohut bohut vl lagil dada🙏🙏
উহ কবলৈ ভাষা নাই❤❤❤❤
তিভিত , ভাল লাগে বাস্তৱ ত দেখিলে হে লেখিম
Sir bohut val lagila sai ,,
ভাল লাগে দাদা আপোনাৰ কথাবোৰ...
Hosai apunar kotha bur khube val lage
Bohut val lagil aajir video tu sai,manuhjonor kothabor bohut val lage,bohut prerona powa jai teor video boror pora❤❤❤❤❤
খুব ভাল লাগিল দুয়োজনেই মোৰ পিঋয়
সঁচাকৈ বহুত ভাল লাগিল❤.....অপেক্ষা 😌
সুন্দৰ অনুষ্ঠান🎉🎉🎉❤
Krishna kamal dada . Bohut besi val pao❤❤
এই মানুহজনক মোৰো বহুত ভাল লাগে ।Facebook ত দেখি থাকো ।Great quality accumulated in him.
Bohut Val lge dada jonor kothabor
Bohut VL lage dadar kothabor bohut kotha janibo paru
Homajot sobo anekuya manuh thoka hole .... Ki hol hoi hmaj khon... Mjaaa
Bohut vl lagil
মানুহ জনৰ এটা কথা ভাল লাগিল গীতা পঢ়িব দিছে সঁচাকৈ মইও second year t pohu মইও koun প্ৰত্যেক জন লৰা ছোৱালী য়ে পঢ়া ক সঁচাকৈ success পাবৈ কষ্ট কৰক
Bartalapr dada mor favorite hoi. Bhut vl pao dada
ভাল লাগিল
ভাল লাগে মানুহ জনক ,সাহস পাওঁ তেওঁৰ কথাত , কণ্ঠত সুকীয়া মাদকতা আছে তেওঁৰ ❤️🔥
Aapunar show tu kodai saw, ajir episode tu bhut val lagil
তেওঁৰ কথাবোৰে জিয়াই থাকিবলৈ সাহস দিয়ে ... বহুত সুন্দৰ কথা কয় আৰু সছা কয় ... মই ও তেওঁৰ পৰা বহুত কথা শিকিছো
2 জন দাদা মোৰ প্ৰিয়❤️❤️❤️
কৃষ্ণ 🙏মই বিচাৰি থকা কথাবিলাক এখেতৰ ভি ডি অ বোৰত পাও 🙏ৰাতিপুৱা খোজ কাঢ়িবলৈ যাওঁতে হয় ভাগৱত ব্যাখা শনি যাওঁ নহয় এখেতৰ ভি ডি অ শুনো 🙏 তেখেতক ভগৱানে কৃপা কৰক 🙏
KKB ❤️❤️❤️
KKB da one of my best inspiration man👍
সচাই ভাল লগা অনুষ্ঠান
বহুত বহুত ধন্যবাদ চকদা মই বহুত আশা কৰিছিলো এই মানুহজনৰ সাক্ষাত চাবৰ বাবে এও মোৰ খ
Katha bilak bar vallage
এই মানুজন মই বহুত ভাল পাও তেও কথাবোৰ বহুত ভাল লাগে
বাহ, কীয়া বাত হেই ...👌👌👌👍👍👍🙏🙏🙏
WILL POWER
Khub val pou dadajonok teur kothat hahoh pou....
🙏❤️❤️❤️❤️❤️❤️
চিন্তা 😊
প্ৰিয় মানুহ দুজন ❤❤
কৃষ্ণকমলক চিনি পাইছোঁ, দুলীয়াজানৰ পৰা বিয়া কৰাইছে ।