अपने देश को छोड़ के रहते हो दुबई... में kiu aap ko hindustan me जगह नहीं थी किया...इंडियन के नाम पे कलंक है ये लोग.....जो अपनी मातृभूमि ...अपने देश को छोड़ के जाते है....लोग कितने मतलबी हो गए हैं...हमारे देश के लोग अपनी जान तक दे देते है अपनी देश की रक्षा के लिए...और कुछ लोग पैसा..और ऐशो आराम के लिए अपना देश छोड़ देते है..
Proud of Geetika & Parashar. Dubait thaki Culture ki Dekhuai dile Aru Ami ???????? Hindu / Muslim / Pakistan/ Ram mandir/ Bangladeshi Kari Kari Axamia Jatik 1000 basar pisuai loi galu. Bhagwanor osarat Prarthana Karu jate Amak Xei 2014r agar Paribex ghurai die. Amio xanti / xampritire Amar Dexkhanar Unnati bicharu... Joy Aai Axam
আমাৰ অসমত ডুবাইৰ নিচিনা প্ৰশাসনীয় ব্যৱস্থা যদি কটকটীয়া কৰহয়, জনসাধাৰনেই কব যে ৰাইজক হাৰাসাষ্টি কৰিছে বুলি, সেই কাৰণে অসমৰ মানুহক বাহিৰৰ মানুহে হাহে,
ডুবাই নিচিনা উন্নত দেশ আৰু ঠাইৰ মানুহৰ চিন্তাকৰ্ম আদৰ্শই অসমীয়া মানুহক উচিত শিক্ষা লাভ কৰিছে।🙏🙏🙏
ইমান ভাল লাগিল যে বুজাবলৈ ভাষা নাই বুলি কব পাৰি। অন্যহাতে আমাৰ অসমৰ মানুহৰ ইমান বিলাক ভাল গুণৰ অভাৱ, সেই বাবে ৰাস্তা বিলাক সঁচাই বৰ লেতেৰা,যদি অকণমান বুজে আমিও তেনে এতা পৰিবেশ কৰিব পাৰিম চাগে।
🙏😍💋 বৰ ভাল লাগিল বাইদেউৰ এই প্ৰচেষ্টা দেখি ! তুলসী ক ইউৰোপত বেচিল বুলি কয় ! আমাৰ অসমতে অতি কমেও ষোল্লটা মান প্ৰকাৰৰ তুলসীৰ জাত আছে ! পিছে আপোনালোকে যি জোপাক বেচিল বুলি কৈছে সেইজোপা আমাৰ অসমত অসমীয়া ভাষাত গোৱিন্দ তুলসী বুলি কয় ! অত্যন্ত সুগন্ধি এই গোৱিন্দ তুলসী ! ❤️❤️❤️❤️❤️❤️❤️
চক্ৰ দা বাইদেউক চিনাকি কৰি দিয়াৰ বাবে ধন্যবাদ। বাইদেউক তেখেতৰ কৰ্মৰ বাবে শুভেচ্ছা জনালো।
বৰ এটা সুন্দৰ পৰিবেশ দেখা পালো
দেই ভাল লাগিল।
বৰ সুন্দৰ বৰ ভাল লাগিল দেই পৰাশৰ দা ।❤🎉❤nice ♥️
আমাৰ ধুনীয়া অসমখন ৰাজনীতি কৰি বেয়া কৰি পেলালে
baidew ok bor val lagil. thanks to beautiful person
আমাৰ ইয়াত ডুবাইৰ দৰে এখন পৰিস্কাৰ পৰিছন্ন দেশ হ'বলৈ সময় লাগিব। হয়তো ১৯৪০/৫০চনৰ ভিতৰত হ'বগৈ। প্ৰধানকৈ মানুহৰ পূৰ্ণ সহযোগীতাৰ প্ৰয়োজন
Amar Sarkar e benifesari sisti koratkoi enebur steps lobo lage
বৰ সুন্দৰ ligela ❤❤❤❤❤❤
আচলতে য'ত নীতি নিয়ম আছে সেই ঠাই পৰিষ্কাৰ পৰিছন্ন . আমাৰ অসমত কতো ধৰাবন্ধা নীতি নিয়ম নাই . সেইবাবেই অসমবাসী বহুত লেতেৰা আৰু কোনো অসমবাসী বিদেশলৈ গ'লে এনে লেতেৰা কার্য কৰাৰ বাবে আনৰ আগত লজ্জা পায়
Bohut bhal lagil sai 🥰🥰🥰
Vl lagil hundor
Salute gtika baa aru chkrpni daa
From kashmir...pulwama warrior(INDIAN ARMY)
Salute to Indian warriors 🙏
ডুবাই দৰে আমাৰ ইয়াত । সেনেকোৱা হোৱা হেতেঁন
Bahut val lagil🎉
Val lagil Kathabor huni God bless you ❤❤❤
Val lagil .......Thanks.......
Baideo bohut vaal lagil apunar kothabur
আমাৰ গুৱাহাটীৰ চো কলদ অভিজাত লোকৰ বাবে এটা শিক্ষা বুলি কলে ভুল নহয় ।
❤❤❤👍😁 very Good
Borya bohut val lagil
Bohut val lagil video to sai,
Khuub bhal lagise .❤
বশুত ভাল লাগিল খেতিবোৰ চাই ময়ো কৰো বাৰি সময়ৰ পাচলি খাওঁ খোৱাত কৈ চাই ভাল লাগে আকৌ এবাৰ কওঁ বশুত ভাল লাগিল
বাইদেউ আপোনি যদি ভাল সাৰুৱা মাটি অলপ থকাহলে আৰু বেছি পাচলি কৰা দেখা পালো হেতেন। আপোনি বহুত কষ্ট কৰি এটা ভাল পৰিবেশত থাকে। বহুত ভাল লাগিল ,ধন্যবাদ জনালো। 🙏💐🌿🌱🌹🌻🌺🌸🌼🍊🍈🍏🥭🍋🍐
Chai enan bhal lagil je sabdre barnona Kotoba nowari,bihur dhanyobad.
Bohut Val Lagesa
She is kind of inspiration...❤ Quality content
Love from hajo adhiarpara
জয় আই অসম,,
অসমত কাৰ মাইকী কাৰ লৈ গল।। অকল এইবোৰ
ডুবাই নিছিনা আমাৰ অসম আনকো ভালদৰে চাফ চিকুনকৈ ৰাখিব লাগে
জয় আই অসম
Very inspiring video . Thanks for sharing this video .
Xundor
Wonderful👌👌👌. God bless you Mame.
Val lagil
বহুত ভাল লাগিল
Sai vl lagile ❤
Loved the administration rules
Proud of Geetika from Duliajan zing zing
Val lagil ❤️❤️
Bhal lagese scene belag
মিয়াৰ দেশৰ তুলনাত আমাৰ দেশ অধিক উন্নত।
Love from tezpur Dada ❤❤❤
Nice 🎉
আমাৰ দেশত প্ৰধানমন্ত্ৰীয়ে ছস্ব ভাৰত অভিযানৰ কথা কলে একাংশই খিলখিলাই হাঁহে ।
Very good 🎉
Oti sunder
Dada apnak bohut val lage
Amar Assam khonot ooo anekuwa babostha lobo lage
Pobitro sohorot pobitro niyom❤❤❤❤ Dil se salam
Right👍
Mujjang
❤❤❤❤❤❤❤❤❤❤❤
Dubai goisilu 2016 ot. Bohut gorom. Tetia feel korisilu asom khone best. Khali okonman ami ownership lobo lagibo asom khonor.
government a step lobo lagibo development r khetrot
Government e lobo lagibo. Agree koru kintu manuhkhinieu bujibo lagibo j asom khon bhalke rokhat amar bhumika main.
অসমত কোনো সংগঠনে লেতেৰা নকৰিবলৈ অনুৰোধ কৰিছে নে ? নাচ কৰিবলৈ ও বোকা লাগে । মদ নহ'লে গাড়ী চলাবলৈ অসুবিধা পোবা বহুতো। এইবোৰ আশা নকৰাই ভাল ।
অসমত ইমান সাৰুৱা মাটি মানুহে খেতি নকৰে। বা জনীয়ে ডুবাইত মাটি কিনি খেতি কৰিছে । বজাৰৰ সাৰ দিয়া চবজী বোৰে খাই ভাল পায়।
Khali Hindu nd Muslim politics korilay hobo Assam like this.
I like you dada ❤❤❤
বাইদেউ ফুল গছ কেইজোপা মান আমাৰ কাৰণে পঠিয়াব নেকি ?
আমাৰ অসমৰ বহুত মানুহে ঘৰৰ জাবৰ ৰাস্তাৰ নলাত পেলায়
Chakropani Bhaiti.......Electionor pasote Dubai..? Case ki...😅
চম্পা আৰু ঔটেঙা একেই নেকি বাৰু ?
ধন্যবাদ ❤
Sir amarakhom khon anekuya hobo lage
❤❤❤🙏🙏🙏😍
apuni dekhun news thews bad d youtube t lgil
Video টো চাই অতি উৎসাহিত হলো। ব্যস্ততাৰ মাজতো এনেদৰে সময় উলিয়াই সকলো খিনি কাম কৰিব পাৰে আমি অবাবত সময় নষ্ট কৰি আছোঁ। কামেই দেখা নাপাওঁ।
ইয়াত তেওঁৰ ঘৰৰ ওপৰত গেৰুৱা ঝান্দা নলগাই নেকি?
Amar eyar police bilake 200 toka loi 10000 toka pollution r fain map kori diya, ru amar eyattsamvob keneke
Dubai loi goi okol flower garden aru kitchen garden dekhuwalla .
Time tu enai nosto hoi gol.😁😁
अपने देश को छोड़ के रहते हो दुबई... में kiu aap ko hindustan me जगह नहीं थी किया...इंडियन के नाम पे कलंक है ये लोग.....जो अपनी मातृभूमि ...अपने देश को छोड़ के जाते है....लोग कितने मतलबी हो गए हैं...हमारे देश के लोग अपनी जान तक दे देते है अपनी देश की रक्षा के लिए...और कुछ लोग पैसा..और ऐशो आराम के लिए अपना देश छोड़ देते है..
Amar sorkare khali loan louk aru hitadhikari bonauk,gos katok
Amar eyat ghutka, pan bondho koribo lage
✅️
amar akhamotu tenakuwa haboi lage
Dimpur logt gousa no
Amar iyat ram tulshi buli koy
aibur asi lav nai tumar aitu jonmot aibur dekha nupawa ghy t.
Tumi dimuk follow kora no
Nije kiba kora
Jodi mati pale heten aru j ki korile heten........
Oi toi tat thak sarba bj. Mal dale no
Proud of Geetika & Parashar.
Dubait thaki Culture ki Dekhuai dile
Aru Ami ????????
Hindu / Muslim / Pakistan/ Ram mandir/ Bangladeshi Kari Kari Axamia Jatik 1000 basar pisuai loi galu.
Bhagwanor osarat Prarthana Karu jate Amak Xei 2014r agar Paribex ghurai die.
Amio xanti / xampritire Amar Dexkhanar Unnati bicharu...
Joy Aai Axam
অসমত কোনো সংগঠনে লেতেৰা নকৰিবলৈ অনুৰোধ কৰিছে নে ? নাচ কৰিবলৈ ও বোকা লাগে । মদ নহ'লে গাড়ী চলাবলৈ অসুবিধা পোবা বহুতো। এইবোৰ আশা নকৰাই ভাল ।