Head off fr their confidence level.Main thinks is their millions dollar smiling satisfie faces tells tht really they r happy frm heart.... My best wishes always with such kind of unique family.... They wl inspire a lots of young generation... Take care... Lots of Love❤ frm sollong Kaliabor.
গোটেই পৰিয়ালটিক ধন্যবাদ জনাইছোঁ । বোৱাৰী কেইজনী এনেভাবে মিলি-জুলি আগবাঢ়ি যাওঁক । সমাজৰ বাবে তেখেতসকল আদৰ্শ ।
ভগৱানে আশীৰ্বাদ দিয়ক । মিলিজুলি চলিব পাৰিলে ভাল।
@@rupkantapathori9666
. Bhul
দেখি শুখি হৈছো
P
P by by ft ft@@purnimas8733
এনেকুৱা এটা পৰিয়ালৰ সদস্য হ’ব পৰা হ’লে অতিশয় আনন্দ পালোঁ হয়৷
আজিৰ দিনত এনেকুৱা পৰিয়াল পাবলৈ নাই বহুত ভাল লাগিল❤❤
Raijak hushraha karatu bohut danger kam bhal lagil aha korisu aru danger hoba
Khahu val Babei bulwari o val
সুন্দৰ পদক্ষেপ। আপোনালোকৰ মিলা-প্ৰীতি ও কামৰ যি আগ্ৰহ, ভাল লাগিছে দেই। আৰু আগবাঢ়ক। 🙏👍👍
তিনি গৰাকী জা-জুৱলিলৈ আমাৰ ফালৰ"পৰা"অশেষ অশেষ ধন্যবাদ। যত এজনী শাহুৱেক এজনী বোৱাৰীয়েক মিলি থাকিব নোৱাৰি অনাথ আশ্ৰমত আশ্ৰয় লৈছে;তেনে ক্ষেত্ৰত আপোনালোকে মিলি জুলি কাম কৰাত অত্যন্ত বিস্ময় মানিছো।আপোনালোকক ঈশ্বৰে ভালে ৰাখক।
আপোনালোকৰ মিলাপ্ৰীতি দেখি বহুত ভাল লাগিল । আগবাঢ়ি যোৱা । শুভকামনা যাচিলোঁ । বঙাইগাঁও ৰ পৰা । কেতিয়াবা গ'লে খাবলৈ নিশ্চয় সোমাম ।
আমাৰ গাঁৱলীয়া বোৱাৰীয়ে এওঁলোকৰ পৰা শিক্ষা লোৱা উচিত, কেনেকৈ মিলিজুলি থাকিব লাগে।
Kintu nijor hajpar uporot parele guruto debo lage
আপোনালোকৰ ইমান মিলা প্ৰীতি দেখি বহুত ভাল লাগিল...বাকী পৰিয়াল বোৰো যদি এনেকৈ মিলি থাকিলে হেঁতেন.... সঁচা কথা কবলৈ গলে 99% জা- জুৱালীৰ কেতিয়াও মিল নহয় ..... এনেকৈ এ আগবাঢ়ি যাওক সদায় পৰিয়ালতো একেলগে আৰু সুখত থাকক তাকেই কামনা কৰিছোঁ ...আপোনালোক বেলেগৰ বাবে আদর্শ স্বৰূপ...গুৱাহাটী যোৱা হলে নিশ্চয় সোমাম ❤❤
দেখি ভাল লাগিল 👍 কৰ্ম ই ধৰ্ম। মানুহে ক'ব ই। সেইখিনি আওকাণ কৰি আগুৱাই যোৱাতহে প্ৰাপ্তিৰ আনন্দ পোৱা যায়। আন্তৰিক শুভকামনা জনালোঁ 👍
সুন্দৰ পদক্ষেপ । ভাল লাগিল। জা জুৱালি সকলে জ্ঞান লোৱা উচিত তেওঁলোকৰ পৰা।
আপোনালোক সমাজৰ বাবে আদৰ্শ। খুব ভাল লাগিল। আদৰ্শ পৰিয়ালৰ আদৰ্শ বোৱাৰী।❤️❤️❤️। আপোনালোকৰ প্ৰতি মৰম, আশীৰ্বাদ আৰু শহুৰ ,শাহুৰ প্ৰতি সন্মান যাচিছো 🙏🙏
আপোনালোক সদায় এনেদৰে মিলি থাকিব । ভাল লাগিল আপোনালোকৰ বিষয়ে জানি ।
বৰ সুন্দৰ।কামৰ সৰু বৰ নাই। বহুত পবিত্ৰ কাম কৰিছে। অহাৰ খুৱা তো এটা মহৎ কাম। আগবাঢ়ি যাওক আৰু সফল হ ওখ।❤ শুভেচ্ছা থাকিল।
আপোনালোকৰ মিলাপৃতী সদায় অটুট থাকক।তাৰেই কামনা কৰিলোঁ
🎉❤ বহুত সুন্দৰ কাম কৰিছে ভগবানে সহায় কৰক 🙏🌟👌👌
বহুত ভাল লাগিল। আজিৰ দিনত ইমান মিলা পিৰিতি দেখি ভাল লাগিল। জা কেইগৰাকীৰ মিল দেখি ভাল লাগিল। কিছুমান আকৌ এনে জা ইজনী সেই জনীক দেখিব নোবাৰে আনকি এনেকুৱা ও এজনী জা আনগৰকীক পানী এগিলাছ দিবলৈ তান পায।ভাল লাগিল আপোনা লোকৰ মৰম দেখি সদায় এনেকৈ আগ বাঢি যাওক।
অতি সুন্দৰ,,,, সকলো সদস্য সকলক অশেষ ধন্যবাদ,,,,
আপোনালোকে যি বনায় দিলেও সোৱাদ হ'ব। ইমান মিলা মিছাকৈ কাম খিনি কৰিছে 😘।
পৰিয়ালৰ সকলোলৈকে শুভেচ্ছা আৰু অভিনন্দন জনালোঁ। আপোনলেকে সফলতা লাভ কৰক। আদৰ্শনীয় কাম কৰিছে।
যৌথ পৰিয়াল আজি-কালি দেখা নেযায় ।আপোনালোকৰ একতাৰ বান্ধোন সদায় অটুত থাকক ।গঢ়িতোলা ব্যৱসায়টোৰ কাৰনে শুভকামনা যাচিছো ।🙏🙏🙏 ।
বহুত আদৰ্শ বান পৰিয়াল ।আশীৰ্বাদ থাকিল ।ধন্যবাদ ।
আচলতে গোটেই পৰিয়াল টোৱেই বৰ ভাগ্য বান। কেতিয়াবা সুবিধা পালে এসাজ ভোগ কৰিম নিশ্চয়। আটাই কেইগৰাকী সহোদৰী যেন লাগিছে। শুভেচ্ছা থাকিল।
গুৱাহাটিত আহিলে নিশ্চয় আপোনালোকৰ তাত এসাঁজ খাম সচাঁই অতি সুন্দৰ পদক্ষেপ আৰু আগুৱাই যাওঁক
বা আপোনালোক আমাৰ আদৰ্শ। বহুত বহুত ভাল লাগিল।❤️❤️❤️❤️
সুন্দৰ পদক্ষেপ।আন্তৰিক শুভেচ্ছা জনাইছোঁ আপোনালোকক
সুন্দৰ হৈছে আৰু আগুৱাই যোৱা ।
প্ৰথম ৰ্বষপূৰ্তিৰ অলেখ শুভেচ্ছা জনালো! আপোনালোকৰ মিলাপ্ৰীতিবোৰ, সাহস ও কৰ্মনিষ্ঠা অন্য পৰিয়ালৰ বাবেও আৰ্দশ হওক। জয় আই অসম।।
আপোনালোকৰ মিলাপীতি দেখি বহুত ভাল লাগিল আগলৈ আৰু আগুৱাই যোৱা আজিকালি তেনেকুৱা বোৱাৰী পাবলৈ নাই
মোৰ আপোনালোকক চাই ভাল লাগিল । বহু ধন পইচা উপাৰ্জন কৰিৱ পাৰে কিন্তু এনে এখন ঘৰ লাগতে ঘৰৰ পৰিবেশ তাৰোপৰি এনে এখন বিপনি সছাকৈ বৰ ভাল লাগিল। সদায় এইদৰ থাকক ভগবানৰ সেৱা জনালে
আদৰ্শ পৰিয়াল। আপোনালোকৰ এই সফলতাই আন অসমীয়া পৰিয়ালৰ আদৰ্শ হওক ।পৰিয়ালটো ভবিষ্যতে আৰু আগুৱাই যাওক আৰু ভগৱানে মংগল কৰক।
ভাল লাগিছে। আপোনালোক আদৰ্শ হৈ ৰওক। উপাৰ্জনটোৰ কথা নকওঁ। এইটো যুগত তিনিগৰাকী জা-জোৱলীয়ে মিলিজুলি থাকিব পৰাটোহে মেইন কথা।
আজিৰ দিনত যৌথ পৰিয়ালত এনে মিলাপ্ৰীতি দেখি খুব ভাল লাগিল। 1 এই প্ৰীতিি অটুট থাকক।
বা তোমালোকৰ কলপাটত দিয়া খাৰলী।ভাল লাগিছে বা তোমালোক আগুৱাই জোৱা।❤❤❤❤❤
আপোনালোকলৈ শুভেচ্ছা থাকিল। আজিকালি পৰিয়ালৰ আটাইয়ে সহযোগ কৰি কাম কৰা বৰ বিৰল। কিন্তু তেনেকৈ কৰিলে যে আৰ্থিক ভাবে লাভবান হোৱাই নহয় ,মানুহৰ মনত সন্তুষ্টিও আহে, সেইটো আটাইতকৈ ডাঙৰ কথা ।
প্ৰথমেই মই তোমালোক তিনিও জনিলৈ বহুত অভিনন্দন জনাই চো লগতে তোমালোকৰ মকামিলা দেখি বহুত ভাল লাগিল আজিৰ দিনত এনেকুৱা মৰম চেনেহ দেখিবলৈ নুপোৱাই হৈছে লগতে তোমালোক Lucky eman val sobur sahu paisa
চব ভাল লাগিল কিন্তু অসমীয়া কথাৰ মাজে মাজে ইংৰাজী কোৱাতহে বেয়া লাগিল ।
অতি সুন্দৰ এনেকৈ মিলি থাকক ।আজী কালি এনেকৈ মিলি থকা কমই আছে।
আদৰ্শ family। সবেই এনেদৰে কৰিলে অসমীৰ সন্মান বাঢ়িব।
Good Famaly
আপোনালোকক কি বুলি ক'ম কোনো ভাষা নাই। বহুত ভাল লাগিল বাতৰিতো চাই,
বৰ ভাল হৈছে দেই👍👍আৰু আগবাঢ়ি যাওক।
Enokua family ajir dinot khub rare..bhal lagil..Go ahead..
I appreciate, they are example, God bless all of them.
আৰু আগুৱাই যাওক আপোনালোক। শুভেচ্ছা থাকিল
অতি সুন্দৰ। নিজৰ ভৰিত থিয় দি স্বাৱলম্বী হোৱাতোৱেই সকলোতকৈ ভাল লগা কথা।
সচাকৈয়ে বহুত ভাল কাম কৰি আছা, আৰু আগবাঢ়ি যোৱা, শুভেচ্ছা থাকিল, খাবলৈ যাম এদিন
বহুত ভাল লাগিছে 👍🏼 আগুৱাই যোৱা,, এদিন খাবলৈ যাম 👍🏼👍🏼
আপোনালোক হৈছে সমাজৰ আদৰ্শ ।ভাল লাগিল।
আগুৱাই জোৱা শুভেচ্ছা থাকিল।
বহুত ভাল লাগিছে ইমান মিলিজুলি আছে । ধন্যবাদ।
মই ধেমাজিৰ পৰা চাই আছো । মাৰ্চ মাহত এটা কামত গুৱাহাটীলৈ গৈছিলো । থলুৱা খাদ্য বিচাৰি আমি ( মই আৰু মোৰ লৰা) কলপাতত খাৰলি পাইছিলোগৈ । তাত আপোনালোকৰ ব্যৱহাৰবোৰ ভাল লাগিল আৰু ভাত সাজ বৰ তৃপ্তিৰে খালো । আপোনালোকলৈ শুভেচ্ছা জনালোঁ ।
খুব সুন্দৰ....... একতাৰে আগবাঢ়ি যাওঁক।
ভাল লাগিল আপোনালোকক ...আগবাঢ়ি যাওঁক আৰু...😍😍😍
সকলোকে ধন্যবাদ জনালো,🙏 সুন্দৰ পদক্ষেপ
পৰিয়ালটি সকলোৰে আদৰ্শ হৈ ৰওঁক।বৰ ভাল লাগিল🙏
অসমীয়া তিনিগৰাকী জা-জোৱালী ইমান সুন্দৰ চিন্তা কৰি এক স্বাৱলম্বী হোৱাৰ পথ দেখুৱাইছে, অসমীয়া নাৰীৰ বাবে আহি থকা দিনসমূহত এক আশাৰ বতৰা লৈ আহিছে। তেখেতসকলৰ যাত্ৰা অধিক মনোগ্ৰাহী হওক, সেই আশা কৰি তেখেতসকলৰ Restaurant ত এদিন গুৱাহাটীত আহাৰ গ্ৰহণ কৰা আশাৰে পৰিয়ালটোলৈ মোৰ শ্ৰদ্ধা, শুভ কামনা আৰু শুভেচ্ছা জনালোঁ।
ড০ অঞ্জন শইকীয়া
অধ্যক্ষ
চিনামৰা মহাবিদ্যালয়ৰ
চিনামৰা, যোৰহাট -৮
আজিৰ দিনত জাজুৱলি এনেকৈ মিলি থকাটো বহুত ভাল লাগিল আৰু আগুৱাই যাওক
জাম দৈ খাবলৈ সদায়বিচাৰিছিলো অসমীয়া খানাৰ খানা ভাল লাগিল নিশ্চয়ই। জাম
এইদৰেই আৰু আগুৱাই যাওক। খুউব ভাল লাগিল। এদিন যাম খাবলৈ।
।বহুত বহুত ধন্যবাদ জনানে
আপোনালোকক শুভ কামনা জনালোঁ। এনেকুৱা পৰিয়াল পাবলৈ টান।🙏
Excellent grand salute all the family
অতি সুন্দৰ পদক্ষেপ।
nice . unity is the best policy
আপোনালোক ক লৈ বহুত আশি বাদ থাকিল ।
Bahut dhuniya moka mila hoi thaka dekha palu👍👍👍
Agbarhy Jauk ❤❤❤❤❤ Akota. thakile unnoti hoboi
সুন্দৰ আৰু আগবাঢ়ি যোৱা
বৰ ভাল লাগিল দেখি❤
বহুত শুভ কামনা জনালোঁ, নিশ্চয় যাম
ভাল লাগিল❤ সদায় এনেদৰে আগবাঢ়ি যাওঁক। ।
Head off fr their confidence level.Main thinks is their millions dollar smiling satisfie faces tells tht really they r happy frm heart....
My best wishes always with such kind of unique family.... They wl inspire a lots of young generation...
Take care... Lots of Love❤ frm sollong Kaliabor.
আৰু আগুৱাই যোৱা আশীৰ্বাদ থাকিল ভাল পৰিযাল দেখি ভাল লাগিল কেতিয়াবা যোৱাৰ আশা থাকিল
Baidao aponalok or Mila prity dekhi bahut vl lagil god bless you
যোৱাকালি হোটেলখনত ভাত খালো,সচাই ভাল লাগিল। একেবাৰে ঘৰুৱা খানা, তেল মচলা বহুত কম। আমি চাপৰৰ পৰা গৈছিলো। হোটেলখনৰ উন্নতি হওক, ইয়াকে কামনা কৰিলো।
Eman dhunia k ase mili nijor poriyalor majot. Dhunia ❤❤
ঈশ্বৰে আপোনালোকক মঙ্গল কৰক । আন আন মহিলা বাবেও প্ৰেৰণাৰ উৎস হওক, তাৰে কামনা কৰিলোঁ ।
ভাল লাগিল আৰু অসমীয়া বোৱাৰী সকল ওলাই আহক
বহুত বহুত ধন্যবাদ জনালো এসাজ খাবলৈ জাম কাম কৰি জাওক
Val ,lagil, aguwai jauk❤👍🌺💐🙏
কথাখিনি শুনি বহুত ভাল লাগিল,গম পাইছে
খুবেই সুন্দৰ ।
কলপাতৰ খাৰলিত খাই আহিছো। বহুত সুন্দৰ
Great...... Heartiest best of luck. ....
জ্যা যোৱলীৰ এনেকোৱা মিলাপ্ৰীতি খুব কম।আগলৈ এইদৰে মনবিলাক ভাঙিব নিদিলে ভাল।ৰাইজৰ নিশ্চয় আশীৰ্বাদ থাকিব।
সঁচাই সুন্দৰ নিদৰ্শন 💚
Bhut val lagil apunar lukor morom dekhi khosai morom lagise dei❤❤❤
Homajor karone adarha apunaluk👍👍👍👍
khub val lagil anekoi mili juli agbari jaouk 👍👍
,bohut bohut dhonoya bad jonalu .good bless you
আদৰ্শ পৰিয়াল❤
বহুত বহুত ধন্যবাদ ধন্যবাদ
Val lagil video 2 sai aatma nirvolxilr logote ata adarxah milapriti ase.
Happy family ❤️ God bless you 🙏
Bohut val lagile ata dagor udahorn hokolure babe donybad
পোষ্টাৰখন ভাল লাগিছে💞
Bohut hundor podakhab moi ghy aahiley Lunch korim with family salute 🙏🙏🙏
ভাল লাগিল। আগুৱাই যাওক
আপোনালোকৰ মিলজুলি কৰা কাম দেখি বৰ ভাল লাগিল এনেকৱা পৰিয়াল পাবলৈ বৰ টান মানে নায়েই
Best of luck to all respected baideus.United we stand, divided we fall.
এনেকুৱা জা বহুত কম আছে.. সঁচাকে দেখি ভাল্ লাগিল
বৰ্তমান সময়ৰ এক বিৰল দৃশ্য ❤
আপোনালোক আদৰ্শ। আজিৰ পুৰুষ নাৰীয়ে আপোনালোকৰ পৰা শিকিলে সমাজত শান্তি বিয়পিব।