Dritiraz bastav kalita//ধৃতিৰাজ কলিতাই গোৱা গীত //HS 1st Topper Dritiraz //

Поделиться
HTML-код
  • Опубликовано: 26 сен 2024
  • Dritiraz bastav kalita//ধৃতিৰাজ কলিতাই গোৱা গীত //HS 1st Topper Dritiraz //

Комментарии • 1,1 тыс.

  • @namitathakuria8066
    @namitathakuria8066 2 года назад +192

    ধৃতিৰাজ তোমাৰ গান শুনি মই পাগল হৈ গৈছো। পঢ়া শুনাৰ‌ লগত ‌স্ংগীতো জীয়াই ৰাখিছা।মানুহে‌ কৰিব খুজিলে ‌সকলো কৰিব পাৰি, তুমি তাৰে প্ৰমাণ।

  • @pobitraboruah9266
    @pobitraboruah9266 2 года назад +138

    এনেকুৱা প্ৰতিভা থকা লৰা আমাৰ দেশত ভৱিষ্যত , ভগৱানে আৰু আগবঢ়াই নিয়ক আগলৈ।।

  • @porishmitaborah7826
    @porishmitaborah7826 2 года назад +249

    ধৃতিৰাজ, তোমাৰ হাঁহি, তোমাৰ কথা, তোমাৰ গান- এই সকলোবোৰ মোৰ প্ৰিয়....আগুৱাই যোৱা তুমি...বহুত মৰম তোমালৈ😌😍

  • @অসমীয়াবোৱাৰী-ষ৬ঠ

    তুমি সচাই সুন্দৰ সুৰ অধিকাৰি। জুবিন দাই শুনিলে বহুত ভাল পাব, শুনি থাকিব মন যায়।

  • @Anuragkashyab
    @Anuragkashyab 2 года назад +415

    সাধনা দেৱী আৰু ধৃতিৰাজৰ মাজত বহুত পাৰ্থক্য আছে❤️,
    ধৃতিৰাজৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ

    • @Tympass07-rc7vt
      @Tympass07-rc7vt 2 года назад +14

      সাধনা ই Guinness World record bhangile

    • @fanofsinger6656
      @fanofsinger6656 2 года назад +3

      সাধনাৰ ক হব atya

    • @navabhiya
      @navabhiya 2 года назад +3

      100% agree

    • @pallabichetia7137
      @pallabichetia7137 2 года назад +9

      আকাশ পাতাল পাথক‍্য আছে। ভগবানে কোশলে ৰাখক ধৃতি।

    • @Anuragkashyab
      @Anuragkashyab 2 года назад

      @@Tympass07-rc7vt um thik koisa.❤️

  • @Wahidaafrin1194
    @Wahidaafrin1194 2 года назад +54

    দৰং জিলাৰ গৌৰব ধৃতিৰাজ বাস্তৱ কলিতা। ভাইটি তুমি এনেদৰে আগবাঢ়ি যোৱা।

  • @pradipchangmai8154
    @pradipchangmai8154 2 года назад +32

    ইমান সৰলমনা কোমল অন্তৰৰ লৰাজন।বহুত ভাল লাগিছে ধৃতি বেটা তোমাক।ভগৱানে তোমাক আৰু সফলতাৰ মুখ দেখুৱাওক ।তেওঁৰ পিতৃ-মাতৃ কিমান যে ভাগ্যৱান...

  • @143champak
    @143champak 2 года назад +546

    ভাইটি তুমি গাৰ নোম ঠিয় কৰাই দিলা হে। 😊❤️ পঢ়াৰ সমান্তৰালকৈ তুমি সংগীততো বহুত ভাল। ভগৱানে তোমাক কুশলে ৰাখক। ❤️

  • @minubathel9992
    @minubathel9992 2 года назад +47

    সঁচাকৈয়ে,ধৃতিমান তুমি অনন্য। ঈশ্বৰে তোমাক অসমৰ গৌৰৱ কৰি তোলক।

  • @swarnaliduttadas2324
    @swarnaliduttadas2324 2 года назад +220

    সুন্দৰ গাইছে ধৃতিৰাজে সকলো পিনৰ পৰাই আছে তেওঁৰ কৃতিত্ব কথা বতৰা ভাই ভনীৰ মৰম তথা উপলব্ধি সকলো ভাই ভনীৰ বাবে অনুকৰণ কৰিব লগা তেওঁ লোকৰ পিতৃ মাতৃক মোৰ আন্তৰিক শুভেচ্ছা জনালোঁ

  • @malabikakalita864
    @malabikakalita864 2 года назад +224

    তোমাৰ উজ্জ্বল ভবিষ্যৎ কামনা কৰিছো ভাইটি❤❤🎉🎉

  • @rupambhagabati
    @rupambhagabati 2 года назад +45

    ল'ৰাজনৰ কণ্ঠতো বহুত ধুনীয়া । সঁচা অৰ্থত প্ৰতিভাশালী ল'ৰা এইজন । এদিন অসমবাসীয়ে এই ল'ৰাজনক উচ্চ স্থানত নিশ্চয় দেখিব ।

  • @namitathakuria8066
    @namitathakuria8066 2 года назад +131

    ধৃতিৰাজ‌ৰ পিতৃ-মাতৃ লৈ মোৰ মৰম আৰু শুভেচ্ছা দিলো। মই ভাবো আপোনালোক সফল ব্যক্তি।বাবাটোক আকৌ যত্ন কৰক সি‌ তাতে আগুৱাই যায়।

  • @arunabharunabh1627
    @arunabharunabh1627 2 года назад +5

    Naba kalita দা , আপোনাক প্ৰণাম আৰু আপোনাৰ লৰালৈ salute . বহুত শুভেচ্ছা থাকিল অনাবিল আনন্দ পালোঁ আপোনাৰ লৰাৰ প্রগতি দেখি আৰু আপোনালোকৰ দায়িত্ব বোধ দেখি . প্ৰণাম

  • @monjitlahon3861
    @monjitlahon3861 2 года назад +103

    Telent সদাই তেলেন্তেই পঢ়া শুনাই হওঁক নতুবা সংগীতে ই হওঁক, কেৱল লাগে অদম্য স্পৃহা,সঁচাই প্ৰতিভাবান লৰা ধিতিৰাজ।👍👍

  • @sinumoniborah2729
    @sinumoniborah2729 2 года назад +4

    ধৃতিৰাজৰ কথাত হৃদয় চুই যায় । ২ জনকে বহুত শুভেচ্ছা জনালোঁ । উজনী অসমৰ মৰম লগা ভন্টী চেৰি গোঁহাইকও এই মঞ্চত দেখা হ'লে সুখী হ'লো হেতেন ।

  • @nibeditakalita9480
    @nibeditakalita9480 2 года назад +49

    বহুত মৰম লগা তুমি ধৃতিৰাজ । আৰু আগবাঢ়ি যোৱা

  • @rashmirekhabaruah3128
    @rashmirekhabaruah3128 2 года назад +4

    তোমাৰ আত্মাত সৰস্বতীৰ বাস আছে ধৃতিৰাজ.কুশলে ৰাখক দুয়োকে আৰু আগুৱাই যোৱা দুয়ো.

  • @dimbeswardihingia100
    @dimbeswardihingia100 2 года назад +4

    খুব সুন্দৰ ভাইটি... আমাৰ সমাজ খনক বৰ্তমান তোমাৰ দৰে মানসিকতা, প্ৰতিভাসম্পন্ন আৰু সুস্থ চিন্তাধাৰাৰ ব্যক্তিত্বৰ খুবেই প্ৰয়োজন l

  • @Djames-oo4nt
    @Djames-oo4nt 2 года назад +2

    Ai gan to jdio moi agt emn koi huna nasilu...aji keidin manor pora ai gan to tumar voice t hunibo loisu ,ru mor khubei priyo hoi porise dhitiraj🤗❤️

  • @nitumoniphukan8192
    @nitumoniphukan8192 2 года назад +28

    ধৃতিৰাজ কথা বোৰ ইমান মৰম লগা তুমি আগুৱাই যোৱা,তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ.

  • @arifhussainhazarika851
    @arifhussainhazarika851 2 года назад +61

    সঁচাকৈ বৰ ভাল কণ্ঠ, তুমি ধৃতিমান পঢ়াত যিমান ভাল । গীত তাত কে বেছি ভাল গোৱা। তোমাৰ বাবে মোৰ আন্তৰিক অভিনন্দন।

  • @avaranihazarika1730
    @avaranihazarika1730 2 года назад +65

    সকলোকেইটা শ্ৰেস্ঠ ভাল গুনেই আছে তোমাৰ গাত ধৃতিৰাজ ৷ভগৱানে তোমাক সকলোতে সহায় কৰি আগবঢ়াই নিয়ে যেন ৷ভগৱানে সকলোকে এই গুনবোৰ নিদিয়ে ৷পিতৃমাতৃও নিশ্চয় অতি ভাল ব্যক্তি ৷

  • @sanjaydutta912
    @sanjaydutta912 2 года назад +14

    মৰম লগা লৰা জন, Talent ৰ কথা কোৱাৰ যোগ্যতা আমাৰ নাই..
    আগুৱাই যোৱা, নিজৰ সৰলতা খিনি সদায় লগত ৰাখিবা

  • @amiyaborah4670
    @amiyaborah4670 2 года назад +3

    ইমান ধুনিয়া কণ্ঠ। ইমান ধুনিয়া কথা ।তুমি কথা কলে শুনি থাকিবৰ মন যায়।

  • @gautomphukon2752
    @gautomphukon2752 2 года назад +71

    কি অপূৰ্ব কণ্ঠ তোমাৰ❤️

  • @milankalita3080
    @milankalita3080 2 года назад +5

    ধৃতিৰাজ তোমালৈ মোৰ এটি অনুৰোধ যে,তুমি বহু উচ্চ শিক্ষা গ্ৰহণ কৰা। ভগৱানে তোমাৰ ওপৰত অশেষ কৃপা বৰিষণ কৰক কিন্তু তুমি সংগীতৰ চৰ্চা টো একেবাৰে এৰি নিদিবা।দেখিবা এদিন তুমিও জুৱিনদাৰ দৰে বহুতৰে অন্তৰ জয় কৰিবলৈ সক্ষম হবা তোমাৰ পৰা আমি শিক্ষা আৰু সংস্কৃতি দুয়োটাই আশা কৰো। তোমাৰ অন্তৰত এটি খাটী অসমীয়া ৰ ভাৱ-ধাৰা লুকাই আছে।যিটো তোমাৰ গুণৰ বাবে তোমাৰ সংগীত ত পশ্চিমীয়া সুৰৰ প্ৰয়োভৰ অলপ হ'লেও কম হব বুলি আশা কৰিলোঁ। তোমাৰ সকলোতে মঙ্গল হ ওক। তাকেই কামনা কৰিলোঁ।

  • @sabinasultana8273
    @sabinasultana8273 2 года назад +1

    তোমাৰ ব্যক্তিত্বৰ প্রতিটো গুনেই হৃদয় চুই যায় ধৃতিৰাজ। তোমাৰ গানতো এক যাদু আছে।তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো। তোমালৈ বহুত বহুত মৰম ভাইটি ।😍

  • @dipalidoloi8003
    @dipalidoloi8003 2 года назад +107

    Tumi baru xosake telented 👍🙏😉😘

  • @bobitadas1589
    @bobitadas1589 2 года назад

    Wow mon vori juwa voice mitha khuriya tumar kontho Mon pran vore gol Aguwai juwa tumi anakoi

  • @janbabaali3294
    @janbabaali3294 2 года назад +4

    দুয়ো মেধাৱী ছাত্ৰ ধৃতিৰাজ বাস্তৱ কলিতা আৰু সাধনা দেৱীলৈ অলেখ অযুত হিয়া ভৰা শুভেচ্ছা আৰু আশীৰ্বাদ জনালো।🙏🙏🙏🙏

  • @mitalidas3375
    @mitalidas3375 2 года назад

    Dhitriraj r dore lora 🙏🏾🙏🏾🙏🏾aru tar family 🙏🏾🙏🏾🙏🏾 emn dhuniya bhal calcur diya babe 🙏🏾🙏🏾🙏🏾🙏🏾

  • @priyankakalita4129
    @priyankakalita4129 2 года назад +3

    ধৃতি তুমি আৰু আগুৱাই যোৱা আমাৰ শুভ কামনা সদায় তোমাৰ লগত, ভগৱানৰ ওচৰত এটাই প্ৰাথৰ্না তোমাৰ দৰে আৰু ধৃতি জন্ম হওক এইখন অসমত। তোমাৰ মা দেউতাৰ দৰে সকলো সন্তানৰ মাক দেউতাক সফল হওক।

  • @kalitavlog451
    @kalitavlog451 2 года назад

    Congratulations Dhritiraj aru Sadhana.tumalokr ujjal bhabisyat kamona korisu.keep it up.

  • @banditadas2557
    @banditadas2557 2 года назад +33

    তুমি ভগৱানৰ এটি সুন্দৰ উপহাৰ। মঙ্গল হওঁক তোমাৰ।

  • @manokhisensua8403
    @manokhisensua8403 2 года назад

    Hosai Dhritiraj bohut talented lora...may god bless you dear.

  • @haladharkalita9820
    @haladharkalita9820 2 года назад +39

    Congratulations for great success D.B. Kalita. I wish you for great success in your life in future.

  • @pallabihaloi947
    @pallabihaloi947 2 года назад

    Bohut xundar dhritiraz aguai jua vogabane 2mk vale rakhak..

  • @kumkumduttamajuli1680
    @kumkumduttamajuli1680 2 года назад +53

    দাদা তুমি আৰু আগুৱাই যোৱা
    ভগৱানে তোমাক সহায় কৰক ।💕🌼🙏

  • @Priyangshu-
    @Priyangshu- Месяц назад

    অতি সুন্দৰ কণ্ঠ লৰা জনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ😮❤❤❤❤

  • @nagenchbaruah8343
    @nagenchbaruah8343 2 года назад +3

    মনত পৰিছে বা সজীৱ হৈ আছে মা দেউতাই বিভিন্ন অনুষ্ঠানে অনুষ্ঠিত কৰা গীতৰ প্ৰতিযোগিতা আৰু প্ৰতিভা সন্ধান পৰীক্ষা সমুহত তোমালোকক লৈ যোৱাৰ কথা । সকলোতে তুমি প্ৰথম হৈছিলা আৰু আজিও প্ৰথমেই হ'লা , আশা কৰিছো ভগৱানে তোমাক সহায় কৰক আগলৈ প্ৰথমেই হৈ থাকিবা ।

  • @muslimabegum8301
    @muslimabegum8301 2 года назад +1

    ধৃতিৰাজ সচাঁকৈ তুমি বহু আগৰণোৱা।প্ৰকৃততে এখন মাৰ্কচিটেই যে কেতিয়াও মেধাৰ পৰিচয় নিদিয়ে ,সেয়া তুমাৰ কথাৰ পৰা উপলব্ধি কৰিব পাৰিলো।☺️

  • @gitarthapathak6763
    @gitarthapathak6763 2 года назад +4

    My inspiration ❤️ধৃতিৰাজ বাস্তৱ কলিতা

  • @pronobiboro8313
    @pronobiboro8313 2 года назад

    Aru aguai jua vaiti. khub dhunia git poribekhon korisa khub val lagise.

  • @sabirahmed2309
    @sabirahmed2309 2 года назад +14

    He is very gentle, talented & mature.
    All the best young man 👍

  • @adipmahanta9602
    @adipmahanta9602 2 года назад

    Dhritiraj eman morom loga love you hodai agbahi jua

  • @rimplebordoloi7339
    @rimplebordoloi7339 2 года назад +32

    I m simply mesmerized with his humility wisdom brilliance and multitalented facet which reflects his best upbringing by his parents ....you are undoubtedly an inspiration for many and an asset to d society....Heartiest Congratulations beta....and all the very best for all your future endeavors.....keep glowing ....keep shining....May Almighty bless you alwayz

    • @sukanyabora9061
      @sukanyabora9061 2 года назад +2

      অতি সুন্দৰ কন্ঠ। তোমাৰ কথাবোৰে সকলোৰে অন্তৰ চুই গৈছে। পঢ়া-শুনাৰ লগতে গানৰ ক্ষেত্ৰতো আগুৱাই যোৱা তাৰে কামনা কৰিলো

  • @jintuboruah7868
    @jintuboruah7868 2 года назад

    কি কম ভাষাৰ নাই ইমানেই ভাল লাগিল । আগবাঢ়ি যোৱাৰ ভগৱানে আশিষ লৈ।

  • @binitabhuyanboruah9466
    @binitabhuyanboruah9466 2 года назад +14

    সচাকৈয়ে অসমৰ এক প্ৰতিভাসম্পন্ন সম্পদ তুমি।তোমাৰ প্ৰতিটো সপোন বাস্তৱত ৰূপায়িত হওক নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ 🙏🙏❤️❤️

  • @kangkana2837
    @kangkana2837 2 года назад

    Hsakoi iman simple lorajon......olop maanu ohonkar naii......hsakoi aru aguwai juwa❤️

  • @bulendeka1005
    @bulendeka1005 2 года назад +5

    ধিত্ৰিৰাজ তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলো💞😍😘

  • @faijurrahman5049
    @faijurrahman5049 2 года назад

    Bhai tumi jui 🥰🥰🥰♥️♥️joi zubeen daa ♥️♥️❤️🤟🤟🤟🤟

  • @nabajuytideka1898
    @nabajuytideka1898 2 года назад +3

    Bhohut val lagil 🥰🥰🥰 👌👌👌👌👌👌

  • @majibarrahman-kc6yq
    @majibarrahman-kc6yq 10 месяцев назад +1

    Dritiraj da tumar kotha.... Tumar smile..... Tumar behaviour.... Tumar gan mur bohut prio.... Mur name moromi..... Dritiraj da.... I want to be like you..... God bless you.... 😊😊😊

  • @IMRANHUSSAIN-xy3cq
    @IMRANHUSSAIN-xy3cq 2 года назад +3

    This guy really awesome...all toppers aren't like him ..no attitude and no overconfidence❤️

  • @ankurzubeen1158
    @ankurzubeen1158 2 года назад

    Emnnnnn dhoniya koi gaisa bro aru bhuttttt aguwai jowa god bless you

  • @Angkita
    @Angkita 2 года назад +45

    Multi talented boy , god bless him 🕉️

  • @Bandanakalita3086
    @Bandanakalita3086 2 года назад +1

    Lovu u kalita , khosakoi prithibit manuh hoi ahisa,

  • @digantaborah181
    @digantaborah181 2 года назад +13

    2mi xoxa talent o bht vl lgise 2mr kthat kiba 1ta ase 2mk ke moi bht senior 2mr ktha xuni bht inspire hyse o.vogbne 2mk vale rakhok ma deutak jiman vl pau tar xoman 2mk vl paisu vl hok 2mr jibn bro.i love you so much

  • @himu261
    @himu261 2 года назад

    Eman dhunia voice aru agbahi jua vaitee tumi all rounder

  • @nanditadas4472
    @nanditadas4472 2 года назад +13

    ভগৱানে যাক দিয়ে সকলো দিয়ে।
    ,❤️❤️

  • @GoneshRva
    @GoneshRva 2 года назад

    Dritiraz dadak sam zubeen dar nisina sam dekha pai 🥰 love you dritiraz dada 😘 abar lok pabo mon ❤ love from Goalpara❤❤❤

  • @nikunjamudoi3656
    @nikunjamudoi3656 2 года назад +3

    ধৃতিৰাজ তুমি আগুৱাই যোৱা ভগৱানে তোমাৰ ভাল কৰক ❤️

  • @BLACKINK-ir9yw
    @BLACKINK-ir9yw 2 года назад

    Zubeen da is King of assem Dada Tumi bohut vl hoise song to ❤️❤️

  • @taniaaoronjon2792
    @taniaaoronjon2792 2 года назад +9

    Gant2 kom nohoy dei Dritiraj..god bless you.

  • @jubibordoloi7491
    @jubibordoloi7491 2 года назад

    Dhritiraz tumr voice tu bohut dhuniya hoi♥️ tumr kothabur xuni vll lage

  • @anjulaskar8342
    @anjulaskar8342 2 года назад +34

    God gifted talent...god bless you dr🙏

  • @nupurnath7142
    @nupurnath7142 2 года назад

    Uff emn dhuniya k gaise huni a thkibo mon jai tumi bhut aguwai jaba 💕💕

  • @momichetia2149
    @momichetia2149 2 года назад +4

    ভগৱানে তোমাৰ নিচিনা লৰা সকলোৰে ঘৰত জন্ম দিয়ে যেন লগতে উজ্জ্বল ভবিষ্যত কামনা কৰিলো 🌻

  • @anytimehelp8791
    @anytimehelp8791 2 года назад +1

    সচাই ধৃতি তুমি অসমৰ সকলো ৰাইজৰ অন্তৰত ঠাই লৈছা।।।তুমি সচাই ভগৱানৰ এক অৱদান।।তোমাক ভগৱানে সহায় কৰক।।ভৱিষ্যতেওঁ যে তুমি সকলোৰে অন্তৰত এনেদৰে সজীৱ হৈ থকা।।

  • @sabitahandique3306
    @sabitahandique3306 2 года назад +4

    ধৃতিৰাজ তুমি সঁচাই প্ৰতিভাবান । তোমালৈ বহুত মৰম আৰু আৰ্শীবাদ থাকিল । ভৱিষ্যৎ উজ্বল হওঁক তোমাৰ ।

  • @pulaksaikia4213
    @pulaksaikia4213 2 года назад

    Dhitiraj tumak Ki kom bohut talented Aru pohatu eman suka bohut val lagil video tu sai

  • @DishaBora19
    @DishaBora19 2 года назад +48

    God bless him , may he achieve heights of success, 🙌🤗

  • @tarunmosrong7231
    @tarunmosrong7231 2 года назад

    Swali jonitkoi bhaiti jon besi dhunia gai kintu dei manisu....lots of lv bhaiti....aguai jua

  • @mantunath6724
    @mantunath6724 2 года назад +373

    Aasolote tumi hasai telent,, tomar kotha bilak khub val lage.. Tumi je kowa "AASOLOTE" ai habdato khub val lage. Tomar kothat ahangkar vab nai, aito tomar ek no telent.. God blease you....

  • @bhangamon7907
    @bhangamon7907 2 года назад

    মিছা কথা নকও যে তেও পৰাত ভাল বুলি গানো ভাল বুলি কিন্ত সচাকে কৈছু বহুত ভাল গান গায় আগলৈ ভাল ভাল গান শুনিব পাৰিম বুলি আক্ষা থাকিল 😍😍😍

  • @mridusmitasaikia3503
    @mridusmitasaikia3503 2 года назад +4

    ধৃতিৰাজ তোমালৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।তোমাৰ কণ্ঠ অতি সুন্দৰ।

  • @biddutkamalborah3231
    @biddutkamalborah3231 2 года назад

    Adin akash subo heitu khatang.
    God Bless you Brother. Go Ahead.

  • @asomiyabowarikabita3292
    @asomiyabowarikabita3292 2 года назад +4

    বহুত বহুত ধুনীয়া গাইছে অনন্য প্ৰাতিভা আছে তেওৰ আগবাঢ়ি যোৱা এয়ে ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ

  • @abhilashaphukon8949
    @abhilashaphukon8949 2 года назад +1

    Emn dhunia gaise oo❤️❤️❤️

  • @ilovearmy4223
    @ilovearmy4223 2 года назад +5

    দাদা তোমাৰ এই result a আমাক যথেষ্ঠ প্ৰেৰণা যোগাইছে। বহুত বহুত শুভেচ্ছা থাকিল তোমালৈ। আৰু বহুত বহুত ধন্যবাদ জনাইছোঁ তুমি আমাক বহুত জ্ঞান দিয়াৰ লগতে বুদ্ধি ও দিলা ।

  • @mitalideka207
    @mitalideka207 2 года назад +1

    Khub sundar gaaisa tumi....sakolodisar pora aaguai jua....bhabisyat ujjal kamana karilu....aaguai jua.... god bless you my child

  • @bibhakordeka9901
    @bibhakordeka9901 2 года назад +6

    ৱাঃ ৱাঃ ২৫ ঘন্টা পঢ়া ছোৱালী জনীও আহিছে।🤣🤣 What ever Dhitiraj congratulations 👏🎉🎉

  • @bakulrobidas4648
    @bakulrobidas4648 2 года назад

    সঁচাই বৰ ধুনীয়া তুমি জীৱনত আগুৱাই যোৱা

  • @polisaikia7185
    @polisaikia7185 2 года назад +5

    তোমালোকৰ দুইজনলৈ মৰম চেনেহ শুভেচ্ছা জনালোঁ। আগবাঢ়ি যোৱা।

  • @banjitvlog8144
    @banjitvlog8144 2 года назад +1

    Ki sundar...moja babu.moja gaisa.

  • @rantuvlog3151
    @rantuvlog3151 2 года назад +3

    Voice tu mojja ❤️❤️

  • @arminhussain4398
    @arminhussain4398 2 года назад +1

    Bhai tumi jui....

  • @bobita828
    @bobita828 2 года назад +5

    আগুৱাই যোৱা মৰমৰ ভাইটী তোমালৈ শুভ কামনা সদায় থাকিব 🥰,তোমাৰ সাৱলীল কণ্ঠ ,সৰল কথা বতৰাত সঁচাকৈ আপ্লুত হঁলো,,সকলোৰে মন আকৰ্ষণ কৰিব পৰা তোমাৰ অনুভৱ কথা বোৰ,ভাল লাগিল বহুত ,শুভ কামনা সদায় থাকিব আগুৱাই যোৱা শেষত বহুত বহুত মৰম তোমালৈ🙏🥰

  • @ahumswallimoiborokha3550
    @ahumswallimoiborokha3550 2 года назад

    Dhritiraj tumi hosai bhut val gua aru simple vl lge anekua hb lge alpu tumr ego ni akebare horol hohoj,tumar hahi tu bhut morom loga aru hadhona tumr majot bhut pathkoyo ase tai tumr d tu hb nuyare tumi aguyai jua

  • @shorifmehebub4864
    @shorifmehebub4864 2 года назад +6

    He is All-rounder... Allah bless you brother ❤️

  • @sunitadas4052
    @sunitadas4052 2 года назад

    Wow bro bohut bht dhuniya gaisa dei .. xokolo pine talented asa dei vl lagise ru aguwai juwa 2mi

  • @PAHI_RAJKHOWA
    @PAHI_RAJKHOWA 2 года назад +3

    Aww Awesome voice Dhiritiraj 😍😊😇

  • @rajdeepdutta4130
    @rajdeepdutta4130 2 года назад

    Uff eman morom loga hur ♥️♥️♥️aguwai juwa

  • @bidyutgogoi7195
    @bidyutgogoi7195 2 года назад +6

    তুমি আমাৰ গোটেই ভাৰতৰ গৌৰৱ ভাইটি। তুমি আৰু আগুৱাই যোৱা। সকলোৱে আৰু আশা কৰে তোমাৰ পৰা

  • @alpanasarmagoswami8165
    @alpanasarmagoswami8165 2 года назад +1

    Really unbelievable talent. Speechless. Just outstanding. No words to praise you. Brilliant student and Brilliant singer. God bless you.

  • @gamingbro-hy2eu
    @gamingbro-hy2eu 2 года назад +35

    His voice is just wow 🤩😲

  • @jianasparbin688
    @jianasparbin688 2 года назад +1

    Hosakoye driti raaz bohut tent tumi....tumar ujjol future kamona korilu😍😍

  • @trishnasaikia7151
    @trishnasaikia7151 2 года назад +8

    Dhitiraz is most talented boy.. Wish u a bright future...

  • @Lionelmessi1-h7xxxxx
    @Lionelmessi1-h7xxxxx 2 года назад +1

    Emn dhunia gan gaisa wow💖