HSLC আৰু HS 1st stand holder ধৃতিৰাজ বাস্তৱ কলিতা, পঢ়াৰ কৌশল ক'লে ধৃতিৰাজে,,Dhritiraj Bastav Kalita

Поделиться
HTML-код
  • Опубликовано: 15 ноя 2024

Комментарии • 369

  • @junalideka9587
    @junalideka9587 2 года назад +140

    ইমান ভদ্ৰ❤️
    মুখত মিছিকীয়া হাহিটো লৈ কথা কোৱাৰ ধৰণ টোৱে আৰু বেছি মৰম লগাই 😍😊

    • @pratimaray5773
      @pratimaray5773 2 года назад +2

      Hosakoi...👍

    • @punyalatagogoi4853
      @punyalatagogoi4853 2 года назад +2

      সঁচাই মৰম লগা

    • @anannya3133
      @anannya3133 2 года назад +2

      Exactly

    • @kahanindrathakur3383
      @kahanindrathakur3383 2 года назад

      Tok.kumba.pagla.kukura.kaim.race.mathar.dokh.hoice.tr.tr.bush.khn.kimn.dangar.johare.manuhor.taj.ni.tr.gt.olapo

    • @prashaantaarjyajyotishaalo136
      @prashaantaarjyajyotishaalo136 2 года назад

      Makar Rashi July 2022 Monthly Rashifol ! Assamese Rashifal MaKar Rashi / Capricorn July 2022
      RUclips Link ::::";::: ruclips.net/video/bT8z5K1UUuY/видео.html

  • @krisuudas2101
    @krisuudas2101 2 года назад +54

    অভিনন্দন জনাইছোঁ ধৃতিৰাজ তোমাক❣️তুমি উচ্চ শীর্ষলৈ আগবাঢ়ি যোৱা........ তোমাৰ কথাবেোৰত যেন এটা ৰস আছে শুনিলে শুনি থাকিব মন যায় 😌💓

  • @danieldefoe2179
    @danieldefoe2179 2 года назад +34

    ধৃতিৰাজ বাস্তৱ কলিতাৰ প্ৰত্যেক টি কথা বহুত মৰমলগা আৰু বহুত বেছি মূল্যবান হয়... তেওঁলৈ মোৰ সচাঁ অন্তৰৰ পৰা মৰম আৰু আশীৰ্বাদ থাকিল...।

  • @rishmitakashyap533
    @rishmitakashyap533 2 года назад +81

    সন্মানৰ ধৃতিৰাজ দাদাৰ এই সফলতাই হয়টো আজি মোক এটা পথ দেখুৱাইছে। এই সফলতা বোৰ দেখি মোৰো লাগে যে এদিন মইও এনেকৈয়ে সফলতা অৰ্জন কৰিম। ইয়াৰ বাবে আপোনালোক সকলোৰে আশীৰ্বাদ লাগিব। অহা বছৰলৈ যাতে মইও এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হও আপোনালোকৰ আশীৰ্বাদত........
    ধৃতিৰজ দাদাও যাতে আৰু আগুৱাই যাওক। দাদৰ ভৱিষ্যত বহুত উজ্জ্বল আছে✨🙌🏻।

    • @rishmitakashyap533
      @rishmitakashyap533 2 года назад +8

      @Dhamakedar music 🎶🎵 অশেষ চেষ্টা কৰি গৈ আছোঁ এক ভাল ফলাফল পাবলৈ। স্থান প্ৰাপ্তি নহলেও যাতে নিজে মনে বিচৰা মতে উত্তীৰ্ণ হওঁ.... নিজক যাতে সুখী কৰিব পাৰোঁ, দুই এজনৰো যাতে মুখত হাঁহি এটা আনিব পৰো। বাকী আশীৰ্বাদ কৰিব🙏🏻।

    • @alakeshsvlog
      @alakeshsvlog 2 года назад

      keep it up 👍👍

    • @food510
      @food510 Год назад

      Only comment dila😂😂

    • @Abinash77334
      @Abinash77334 8 месяцев назад +1

      Tomar Matha tu ki Dhritiraj or dore nki......

  • @showtimewithpriyakhibharot2489
    @showtimewithpriyakhibharot2489 2 года назад +17

    ইমান মৰম লগা লৰাটো সদাই হাঁহি টো তোমাৰ মুখত এনে দৰেই থাকে যেন god gifted boy ♥️♥️

  • @paniramyein3705
    @paniramyein3705 2 года назад +26

    বৰ মৰম লগা জ্ঞানৰ কথা কয় ধৃতিৰাজে ।আশীৰ্বাদ দিছো সদায় ভালে কুশলে থাকে ।

  • @ManikabarmanMm
    @ManikabarmanMm 2 года назад +47

    স্থান পোৱা বাবে তুমি যিমান মানুহৰ পৰা মৰম আদৰ Paisa তাতকৈ বেচি তোমাৰ কথা , ভাব ধাৰা বোৰে মানুহৰ অন্তৰ চুই গৈছে।

  • @RituAnuragMajuli
    @RituAnuragMajuli 2 года назад +34

    ধৃতিৰাজৰ যিমান ভিডিঅ' চাইছোঁ সকলো আকৰ্ষণীয়। ল'ৰাটোৰ কথাবোৰ বহুত ধুনীয়া। ভৱিষ্যতে আৰু ভাল হওক।❤❤❤

  • @smitabaishya8122
    @smitabaishya8122 2 года назад +82

    He's so humble, innocent, intelligent. God bless him 🙏 Keep going Ahead 👍

  • @jutikadohutia6269
    @jutikadohutia6269 2 года назад +36

    বহুত খিনি কথা শিকিব পাৰিলো তোমাৰ পৰা 🙏 আগবাঢ়ি যোৱা সদায়,,, শুভ কামনা তোমালৈ👍

  • @pranaynath8762
    @pranaynath8762 2 года назад +127

    Congratulations brother...❤️ Tumr ktha bilak bohut morom loga

  • @rinkumonichutia2054
    @rinkumonichutia2054 2 года назад +12

    ভাইটি তুমালৈই বহুত মৰম আৰু শুভেচ্ছা 💐 এনেকৈ আগলেও মূখত এটি মৰমলগা মিচিকীয়া হাহি লৈ আৰু আগুৱাই যোৱা👍❣

    • @kahanindrathakur3383
      @kahanindrathakur3383 2 года назад

      Tok.bula.sidina.tajpuror.pagla.phatakoto.narkhelak.bulaya.tuhr.gowr.manuah.attai.mk.koice.rah

  • @manalishadas2421
    @manalishadas2421 2 года назад +29

    1st view❤ইমান মৰমলগা ভাইটি ☺ কথাবোৰ ইমান ধুনীয়াকৈ বুজাই দিয়ে☺ তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো ভাইটি ☺❤

  • @bristiborshasharma6585
    @bristiborshasharma6585 2 года назад

    ধৃতিৰাজ বাস্তব কলিতাই ইমান সুন্দৰকৈ কথা খিনি কৈছে সচাই মানুহৰ মনটো তেনেকুৱাই হৱ লাগে। তুমি জীৱনত আৰু আগুৱাই যোৱা মোৰ লগতে গোটেই অসমবাসীৰ আশীৰ্বাদ তোমাৰ লগত আছে।

  • @ritumaniahmed3658
    @ritumaniahmed3658 2 года назад +19

    You are new inspiration of our new generation.. Congratulations.

  • @bidyutdekavlogs7695
    @bidyutdekavlogs7695 2 года назад +2

    বৰ সহজ সৰল লৰা দেই গোটেই বোৰ কথা বোৰ ধুনীয়া কৈ কয়। তুমি আৰু আগুৱাই যোৱা ধৃতি । বাকী কলা বিভাগত প্ৰথম হোৱা জনিৰ অলপ গৌৰৱ আছে বুলি মই ভাবো তাই যিহে কথা কয় মাথাত যে তিঙিছ কে যে মাৰে।

  • @indranigogoi4233
    @indranigogoi4233 2 года назад +2

    বয়সত সৰু যদিও ইমান ধুনীয়া কথা কোৱাৰstyle maturity. বৰ মৰম লাগে। আৰু আগুৱাই যোৱা তুমি ভাইটি।

  • @phulrani2479
    @phulrani2479 2 года назад +6

    .. Such a sweet boy..the thing that he told about showing off sounds really healthy and beneficial 🍀

  • @Kaushik632
    @Kaushik632 2 года назад +1

    ধৃতিৰাজ ভাইটি সছাঁকৈয়ে অসমৰ গৌৰৱ ❤️ তেওঁৰ পৰা বহু কথা ই শিকিলোঁ। বহুত ভাল লাগিল।
    শুভেচ্ছা থাকিল তেওঁ লৈ........

  • @mikealpran3142
    @mikealpran3142 Год назад

    এই ল'ৰাজনৰ হৃদয়ত বহুতো বিষাদ থুপ খাই আছে। এই বিষাদ তাৰ দেউতাকৰ বাহিৰে আন কোনেও নহয়। তাৰ জীৱনৰ লক্ষ্য আচলতে বেলেগ । সি যিবোৰ এতিয়া মুখেৰে কৈ আছে সেইবোৰ কেৱল জিভাৰেহে কৈ আছে। তাৰ হৃদয়খন কোনেও নুবুজে। দেউতাকজন বহুত বেছি সংকিৰ্ণ মনৰ মানুহ। ল'ৰাটোৰ বহুত প্ৰতিভা আছে। কিন্তু সঠিক পথত তেওঁ বাট বুলিব পোৱা নাই। সাহস কম ,হয়টো বয়সৰ বাবেই । কিন্তু লৰাটো অসমে ভবাৰ দৰে নহ'ব যেন লাগে। হবও পাৰে। কিন্তু তাৰ সপোন ঘৰখনে ভৰিৰে মোহাৰি দিছে।

  • @bobita828
    @bobita828 2 года назад +2

    শুভ কামনা থাকিল ভাইটি তোমালৈ,, জীৱনত সুন্দৰ কৈ আগুৱাই যাব পাৰা যাতে তাৰ বাবে শুভ কামনা সদায় থাকিব ,,আমি সকলো তোমাক লৈ গৌৰান্বিত,🥰তোমাৰ কথা বোৰ ইমান সাৱলীল,সৰল সকলোৰে মন মূহিব পৰা কোমল কণ্ঠ ,,কি কম আৰু বহুত বহুত মৰম আৰু পুনৰ বাৰ শুভ কামনা তোমালৈ আগুৱাই যোৱা।

  • @SumanSharma-mp5qo
    @SumanSharma-mp5qo 2 года назад +4

    He is so humble nd matured..

  • @manashithakuria466
    @manashithakuria466 2 года назад +2

    বহুত মৰমলগা কথাবোৰ ভাইটি জনৰ ❤️❤️❤️❤️❤️🥰🥰

  • @PranjalKakati
    @PranjalKakati 2 года назад +7

    Just love the guy. He is so humble 🙏

  • @r.d.creator8235
    @r.d.creator8235 2 года назад

    Kiman j morom loga xosake loratu, kothabur o iman khula, iman sposto k koi j xompurna Assamese ot koi kothabur birat bhal lagil ♥️♥️

  • @debasishpuja7601
    @debasishpuja7601 2 года назад +1

    আমি ক'ব পৰাকৈ কিবা থাকিল জানো?
    তুমি জিলিকি থাকা ধৃতিৰাজ।
    প্ৰত্যেক প্ৰজন্মই তোমাৰ দৰে চিন্তা ধাৰাৰে বাট বোলক।
    ভালে থাকা তুমি। জিলিকি থাকা তুমি।

  • @mrigankasarma6612
    @mrigankasarma6612 2 года назад +2

    বহুত বহুত শুভেচ্ছা থাকিল আপোনালৈ ধৃতি দা

  • @pritisprettyworld1176
    @pritisprettyworld1176 2 года назад +2

    Besera2r vagr lagi goise sge o.emnbr interview,emnbor mnuhe khbr lbo ahi ase..vldre tpnio maribo pra nai sge xi..tathapio hahi2 kin2 brtai rkhise xi..bht mrm tale..aru aguwai jaok💓❤

  • @munukalita6133
    @munukalita6133 2 года назад +7

    The smile on the face is really very cute going forward. 😊😘😘

  • @dishahazarika9198
    @dishahazarika9198 2 года назад +5

    তোমাৰ প্ৰতিটো কথাই মন চুই যায় ❤️।..... আগবাঢ়ি যোৱা।

  • @parishmitarajkhowa3984
    @parishmitarajkhowa3984 2 года назад +3

    1st rank examr result r marktei nhoi teu r hkluburei 1st rank proud of nd god bless you little brother

  • @pallavidas143
    @pallavidas143 2 года назад +3

    ইমান মৰমলগাকৈ কথাবোৰ কয় ধৃতিৰাজে😍 আগবাঢ়ি যোৱা❤️

  • @nilakhisaikia6805
    @nilakhisaikia6805 2 года назад

    Eman morom loga lorajon ....dekhileii morom lagi jaaii....tumar Mone voba bur puron houk .... xuvokamona thakil bohut....logote morom...

  • @ankurcreations5305
    @ankurcreations5305 2 года назад +3

    Dhitrirajor ktha bilak huniboloi bohut vl lage love you vai

  • @kakalidas8367
    @kakalidas8367 2 года назад +1

    তোমাৰ ভিডিওবোৰ চাওঁ মানে হেপাঁহে নপলায় ,ইমান সুন্দৰকৈ উত্তৰবোৰ দিয়া |

  • @priyankasaikia5302
    @priyankasaikia5302 2 года назад +2

    ইমান অমায়িক,,,,,,❤️😘,,,,,,যি মূলা বাঢ়ে তাৰ দুপাততে চিন,,,,,, এদিন ইতিহাস ত থাকি যাব,,,,,,,❤️🔥

  • @bhonisharma8971
    @bhonisharma8971 2 года назад +4

    তোমাৰ লৈ বহুত মৰম শুভেচ্ছা জনালোঁ । তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলো ।

  • @e.r.k1199
    @e.r.k1199 2 года назад +4

    Bhaiti i love you....tumi awesome....i am M.tech student from NIT jalandar, tumar pora bhut kiba hikilu...Allah bless you dear

  • @manashprotimsaikia6720
    @manashprotimsaikia6720 2 года назад

    অসমৰ গৌৰৱ তুমি, ভগৱানে ভালে ৰাখক 🙏🙏🙏

  • @minakshivaishnab1313
    @minakshivaishnab1313 2 года назад +1

    Bohut morom vaiti loi aguwai jawak aru vaiti God bless you ❤

  • @bidia5979
    @bidia5979 2 года назад +8

    লৰা টো ভাগৰি পৰিছে যেন লাগিছে
    মাতটো ভাগি গৈছে
    অলপ তাক আমি জিৰণি লব দিয়াটো ভাল হব

  • @happilywatchmovie2038
    @happilywatchmovie2038 2 года назад +2

    Futurely made Bright Assam. God bless bhaiti from every angle.. Good to go Ahead.

  • @Abinash77334
    @Abinash77334 8 месяцев назад +14

    Amar o jodi Dhritiraj or dore Matha holak hoi 😢😢😢

    • @Bikram-Gamin
      @Bikram-Gamin 7 месяцев назад

      কোনশ্ৰেণীত পঢ়ি আছ তুমি

    • @Abinash77334
      @Abinash77334 7 месяцев назад

      @@Bikram-Gamin 10

    • @SmilingCartoonCat-up8pd
      @SmilingCartoonCat-up8pd 2 месяца назад

      Same to you pohile sob xohosh har namaniba❤😢​@@Abinash77334

  • @ragini5.07
    @ragini5.07 2 года назад +10

    Congratulations 🎉🎂 bhaiii ❤️ tmk frnd hispe paii bhut xukhi ami . Aru aguwai jowa tmi amr Baneikuchi gaon r lgte goteii axam khnk biswat ujolaiii tola ❤️ 😍😍♥️♥️♥️♥️

  • @dilipbarman8289
    @dilipbarman8289 2 года назад

    Dritiraj dada r kotha bore bohut inspire kore. Sadai aguwai juwa dada.

  • @daizykonwar1282
    @daizykonwar1282 2 года назад

    অভিনন্দন ধৃতি ❤️ তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ 🥰🥰🥰🥰

  • @paragsarma1762
    @paragsarma1762 2 года назад +31

    বহুত শুভেচ্ছা❤❤❤❤❤

    • @kahanindrathakur3383
      @kahanindrathakur3383 2 года назад

      Toi.etta.maya.boinak.assom.khana.hate.ghura.ghura.sude.asa.bush.khor.pu.rander.cole.sator.putak

  • @gargi_vlogs6118
    @gargi_vlogs6118 2 года назад +3

    Congratulations bro.....❤️Tumar kotha bilak bohut morom lage aru aguai joua best of luck

  • @bhanishmitavlogs
    @bhanishmitavlogs 2 года назад +2

    ধৃতিৰাজ দাদা তুমি সদায় আগুৱাই যোৱা
    বহুত ভাল লাগিল ভিদিওতো চাই।

  • @ranjitadeka5728
    @ranjitadeka5728 2 года назад +2

    Congratulations❤brother tmr smile tu bhout val lage ❤TMI agoai jowa God bless you

  • @NirmolRay1996
    @NirmolRay1996 2 года назад +4

    বাস্তৱ কলিতাই আৰু আগলৈ আগবাঢ়ি যাওক,তাৰেই কামনা কৰিলো।।মোৰ ফালৰ পৰা মৰম ভালপোৱা যাচিলোঁ। কথাবোৰ অতি মনোগ্ৰাহী,সুন্দৰ আৰু স্পষ্ট।।।

  • @kabitadeka3560
    @kabitadeka3560 2 года назад +1

    Congratulations vaity aguai jua agoloi .kothabur khunile khunia thkib mn jai ..

  • @taralislifestyles7385
    @taralislifestyles7385 2 года назад

    Lora jonor ktha bor xuni eman val lage antor sui jai..eman dhuniya koi kthabor koi khasakoi vogbane mangol korok dey tomak..ru aguway jowa take kamna korilo👍🙏❤️

  • @asomiyabowarikabita3292
    @asomiyabowarikabita3292 2 года назад +1

    বহুত বহুত ধন্যবাদ জনালো তোমাক আগবাঢ়ি যোৱা

  • @H.R.Bboiszgamer-x910
    @H.R.Bboiszgamer-x910 2 года назад +1

    So gentle boy. God bless U.

  • @tridipbaruah742
    @tridipbaruah742 2 года назад +2

    Vaiti 2mr kotha bur huni buhut val lage aru aguyai juya tare ahirbat korisu❤ Mayur da apunar video sai val lage😍

  • @kabitaroymedhi5510
    @kabitaroymedhi5510 2 года назад +6

    He is so adorable ❤️

  • @nibeditabaruah7916
    @nibeditabaruah7916 2 года назад +1

    Emn cute aru emn simple lora Jon ❤️

  • @rakhisarma6726
    @rakhisarma6726 2 года назад +15

    বহুত বহুত শুভেচ্ছা 🌺

  • @assamaspirant812
    @assamaspirant812 2 года назад +7

    Inspiration he is❤ aru kisumane swali ako uri ase🤣(if u know u know)

  • @gitudas2397
    @gitudas2397 2 года назад +12

    Congratulations..💕keep going ✨

  • @bonditakhanikar258
    @bonditakhanikar258 2 года назад

    Khub hundor bartta...noborkendrik hikkha nhy gyan kendrik hikkha...bht morom tumaloi❤️❤️❤️tumi aru aguwai jua

  • @nayanjyotinath5302
    @nayanjyotinath5302 2 года назад

    Tamara sinta dhora bohut Val driti tumi eman kom boyokhote spiritual knowledge ot jibon2 start korisa tumi ajon bohut val manhu hoba

  • @tajbinsultana3718
    @tajbinsultana3718 2 года назад

    dhritiraz dadar pora bohut vl kotha xikhibo parilu...aponi aru agoloi ahbarhi juwa....❤❤❤

  • @mrdhanjitentertainment9679
    @mrdhanjitentertainment9679 2 года назад +3

    Apunar video bor Sai bohut val lage ❤️❤️🔥

  • @amunu1226
    @amunu1226 2 года назад +5

    Congratulations🎉🥳 driti... God bless 🙏you...

    • @kahanindrathakur3383
      @kahanindrathakur3383 2 года назад

      Hejra.toi.emn.keya.rande.johra.bdmas.nes.pgl.jbr.neloitja.toi.jabaror.damor.pi.jnmo.picle.toi.manuhor.semar.nohoi.toi

  • @satyasenapati1992
    @satyasenapati1992 2 года назад +1

    Vaiti tur kotha bur bohut upgrade dy,,,down to earth. God bless you.

  • @anupamborah9726
    @anupamborah9726 2 года назад +2

    জয় আই অসম টো আগতেই ক'ম বুলি প্লেনিং কৰি লৈছে যেন লাগিছে 🤔😀। যি কি নহওঁক ভাল লাগিল🧡।

  • @hiranmonisaloi5991
    @hiranmonisaloi5991 2 года назад +1

    Bhut bhut xuvakamona jnaisu 2mak. Aru aaguai joa 👍

  • @harshitasahariah9001
    @harshitasahariah9001 2 года назад +6

    Darrong ( Mangaldai ) r Gourob tumi vaity ❤️Val houk tumar

  • @dhritishmitasarkar4562
    @dhritishmitasarkar4562 2 года назад +1

    Congratulations Dada 🥰❤️🥰 Aru Porha xuna kori Aag barhi joa . Love from Bongaigaon ❣️🥰❣️

  • @babyborah8818
    @babyborah8818 2 года назад

    Vaity tumatkoi moi 3 yr dangor aji tumar pora moi bhut kotha hikib parisu ..tumar eman interview saisu tothapiu amoni nalage ..Tumi bhut vodro nomro Lora hodai aahbahi juwa vogobanor usrot parthna ..

  • @himadridas3539
    @himadridas3539 2 года назад +1

    Congratulations vatii ...tumar kotha bor sru lorar nisina lage ....valke pohra val manuh howa ...

  • @jayshreedeka2629
    @jayshreedeka2629 2 года назад

    tumar kotha bur bohut morom loga bhaity anagot din bur aru bohut bohut bhal hk tumar pora aru ami bohut akha korisu

  • @mili_moon_44
    @mili_moon_44 2 года назад +18

    Congratulations ❤️💗🥰

  • @balenroy685
    @balenroy685 2 года назад

    Dhritiraj bohut dhonyabad , tomaloi

  • @myselfmika6924
    @myselfmika6924 2 года назад

    Bohutei bessi morom loga❣️😍😍kotha bur hunile huni thakibo mn jai❣️😍 congratulations 🎉😘🌹

  • @AnitaDevi-yk6kp
    @AnitaDevi-yk6kp 2 года назад

    শুভেচ্ছা থাকিল। আগবাঢ়ি যোৱা।

  • @champakbora6397
    @champakbora6397 2 года назад

    Bahut Val Lage tomar Katha xuni aru tomak aguwai jowa bahut Val hab tomar.....

  • @ankita_payeng
    @ankita_payeng 2 года назад +1

    Congratulations dhritiraj daa apunar kothabur huni bohut val lagil 🤗

  • @rajeshrajowar8998
    @rajeshrajowar8998 2 года назад

    এই ল'ৰাটো যেন দিম্পুতকৈ আগত যাব যেন লাগে.....

  • @ৰামধেনুrainbow
    @ৰামধেনুrainbow 2 года назад

    Aru aguai jua Dhritiraj.god bless you.

  • @poppydutta9022
    @poppydutta9022 2 года назад +2

    নতুন প্রজন্মই যেন তোমাক অনুশীলন কৰে

  • @gagaritalukdar5697
    @gagaritalukdar5697 2 года назад +1

    Dhritiraj eti axomiyar abeg ❤️

  • @sumi_das_
    @sumi_das_ 2 года назад

    Genuine person ❤️ agantak din bur bohut bhal houk ru iayt ke o congratulations aguai goi thka hdy

  • @pulakita6468
    @pulakita6468 2 года назад

    Congratulations bro Dhitiraj da,tok log pam de xonkale🤟🏻❤️🥳✨

  • @pahiray5303
    @pahiray5303 2 года назад +1

    Kotha bur bohut val koi kobo jana God bless you

  • @udayanofficial5390
    @udayanofficial5390 2 года назад +1

    অভিনন্দন জনালো ধৃতিৰাজ দা।

  • @rimzimsaikia6396
    @rimzimsaikia6396 2 года назад

    Ai vaity jonok bor val lage .Eman marjito Kotha botora.

  • @King_of_Quotes__
    @King_of_Quotes__ 2 года назад +1

    Bohut thanda lora jon
    Ktha botora bilk o bhut morom loga ❤️😊

  • @rubinaahmed7738
    @rubinaahmed7738 2 года назад

    Uff tumr ktha bur imn mrm lga bondhu dhriti ...❤️❤️

  • @pronobjyoti4268
    @pronobjyoti4268 2 года назад +1

    Congratulations ❤️ 😘🥰
    Mayur dar bohut val content 😘😘😘 love from charaideo sukafa 🥰🥰🥰

  • @smitabaishya8122
    @smitabaishya8122 2 года назад +11

    Congratulations 🎉❤️

  • @dhwrwmshabasumatary110
    @dhwrwmshabasumatary110 4 месяца назад +1

    I love you dhitriraj dada ...
    Moi tumar logot beya hom ..
    Biya korabana ....❤

  • @madhurjyaphukan5238
    @madhurjyaphukan5238 2 года назад

    Commerce 1st stand holder জনকো গুৰুত্ব দিব লাগে । Science , arts ru commerce সকলোবোৰ Stream এই সমান ।

  • @anweshaborah3836
    @anweshaborah3836 2 года назад +1

    Ktyaba log pm buli axa thkl....tmk bht admire kru.... Congratulations ❤️🌚

  • @hirakbhuyan2698
    @hirakbhuyan2698 2 года назад +1

    Bhut bhut val lage tumar kotha bur

  • @archanabarman2414
    @archanabarman2414 2 года назад +1

    বহুত ব্যতিক্ৰম লৰা দে তুমি।

  • @sujoydas2329
    @sujoydas2329 2 года назад +1

    maturity level- ♾️

  • @ritombora687
    @ritombora687 2 года назад +1

    শুভেচ্ছা জ্ঞাপন কৰিলোঁ