1st Stand in HS and HSLC - দুওবাৰতে প্ৰথম আচৰিত - Dimpu Baruah

Поделиться
HTML-код
  • Опубликовано: 26 июн 2022
  • this is all about a boy …. ultimate talented boy

Комментарии • 2,9 тыс.

  • @riyanrishavsworld6105
    @riyanrishavsworld6105 Год назад +527

    ধৃতিৰাজে প্ৰথম স্থানৰ বাবে নহয়, তাৰ কথা কোৱাৰ ধৰণ আৰু নম্ৰতাৰ বাবে সকলোৰে প্ৰিয় হৈ ৰ'ৱ❤️❤️
    বহু বহু শুভকামনা🌼

    • @kahanindrathakur3383
      @kahanindrathakur3383 Год назад

      Toi.aje.maya.boinak.5lakh.br.shudica.haram.jda.busor.putak.johrar.cole.kuttar.badsha

    • @pratimaray5773
      @pratimaray5773 Год назад +4

      Hosakoi....kiman j morom loga ktha vaity tur. Mukh khon dekhilei morom lagi Jay o.

    • @sandipanbiswas3877
      @sandipanbiswas3877 Год назад +1

      Which language iit is ??

    • @user-hy9sp7ui8y
      @user-hy9sp7ui8y 8 месяцев назад

      ​@@pratimaray5773চৰকাৰী কলেজত পঢ়ি প্ৰথম ৰেংক ৰাখিব নোৱাৰি ন ? সম্ভৱ নহয়

  • @deepdj77
    @deepdj77 Год назад +230

    কেৱল ৰিজাল্টৰ দ্বাৰাই নহয়, মানুহৰ আচাৰ-ব্যৱহাৰ ভাল হলে এনেই মৰম-আশীৰ্বাদ পাব পাৰি ! 😌❤

  • @mr.bairagi9342
    @mr.bairagi9342 Год назад +23

    বহুতে stand কৰিছে, বহুতে ভালদৰে পাচ কৰি আহিছে, কিন্তু ধৃতিৰাজৰ দৰে কোনেও এনেদৰে মানুহৰ মন জয় কৰিব পৰা নাছিল, যিমান সি পাৰিছে 💘 বহুত বেছি শুভেচ্ছা থাকিল 😍

  • @dutta22
    @dutta22 Год назад +30

    *Wow😍😍😍দিম্পুৰ দৰেই সহজ সৰল লৰা👍প্ৰতিটো কথাই,প্ৰতিটো শব্দই জোখতকে বেছি নকয়👌সঁচাকৈ মন চুই গল🌺সমাজত ধৃতিৰাজৰ নাম সদায় উজ্বলি থাকক তাকেই কামনা কৰিলোঁ আৰু ভাল মানুহ হোৱা*

  • @raktimchiring
    @raktimchiring Год назад +868

    Ki kom aru ❤❤ Asorit talent 🤞🤗 congratulations vaiti ❤❤❤❤❤❤❤❤❤

  • @munna3118
    @munna3118 Год назад +126

    ই বেটা আচলতে মানুহ😘, মৰম আশীৰ্বাদৰ যোগ্য সচাকৈ। ভগবান/আল্লাহ/ যীচু ই সহায় কৰিব তোমাক নিশ্চয়, সৰল মনতো ত অহংকাৰী ভাব আহিব নিদিবা কোনো দিন

    • @kahanindrathakur3383
      @kahanindrathakur3383 Год назад +1

      Tuhr.pareal.tui.etta.kotemara.mare.khala.asa.aru.lngta.hoi.nache.asa.

  • @saminaeasmin7134
    @saminaeasmin7134 Год назад +65

    Really i can see this guy's future, a true' Genuine young man, ready to guide generation...not trying to hide anything, or being selfish, Truely a greater human 👍🏻

  • @hemantahazarika9715
    @hemantahazarika9715 Год назад +3

    এইবোৰহে ল'ৰা , প্ৰকৃততেই ল'ৰা এজন নম্ৰ , অমায়িক স্বভাৱৰ, মৰম লগা, যিকেইটা কথা কৈছে সচাঁই প্ৰশংসনীয় কথা কৈছে, ভাইটি আগুৱাই যোৱা, অসমৰ বাবে ধুনীয়া ধুনীয়া কাম কৰি যোৱা,

  • @monimalakolita3267
    @monimalakolita3267 Год назад +819

    নিউজ চেনেল বিলাকে লোৱা সাক্ষাৎকাৰত যেতিয়া ভাইটিক সোধিছিল তোমাৰ সপোন কি তেতিয়া তেওঁ কৈছিল "আনৰ কি সপোন নাজানো মোৰ সপোন হ'ল এজন ভাল মানুহ হোৱা যাতে মৃত্যুৰ পিছত ও মোক মনট ৰাখে।"- হৃদয় চুই গৈছিল এই কথাই মোৰ। মোৰ শুভকামনা জনালোঁ তোমাক পঢ়া শুনা ৰ লগতে আধ্যাত্মিক,মানৱীয় গুণসম্পন্ন হৈ উজ্বলি উঠা।মাৰ্টিন লুথাৰে কৈছিল- 'যদিহে এজন মানুহ ৰাষ্টাৰ চাফাই কৰ্মী হয়, তেন্তে তেওঁ এনেদৰে ৰাষ্টা সাৰিব লাগে, যেন সেয়া মাইকেল এঞ্জেলো‌ৱে অংকন কৰা এটি সুন্দৰ চিত্ৰকৰ্ম হে, অথবা যেন বিথোফেনে সৃষ্টি কৰা এটি সংগীত ! নতুবা ছেইক্সপীয়াৰৰ এটি কবিতাহে যেন! তেওঁ এনেদৰেই ৰাষ্টা সাৰিব লাগে যেন, স্বৰ্গ আৰু মৰ্ত্যৰ নৰ-নাৰীয়ে ক'বলৈ বাধ্য হয় যে ইয়াত এজন চাফাই কৰ্মী আছিল, যি নিজৰ কৰ্তব্য সুচাৰুৰূপে পালন কৰিছিল"। মানুহে এনেকৈ কাম কৰিব লাগে যাতে মৃত্যুৰ পিছত ও অমৰ হৈ থাকে।
    এটা মনেৰে সুন্দৰ সন্তান গঢ়ি তোলাৰ বাবে ধৃতিৰ মাক দেউতাকলৈ ও মোৰ সন্মান আৰু শ্ৰদ্ধা জনালোঁ।

  • @dhrubajyotikalita3078
    @dhrubajyotikalita3078 Год назад +194

    আহ কি সুন্দৰ কথা, কি সুন্দৰ বিশ্লেষণ, তুমি যদি স্থানো নপালা হৈ তেতিয়াও কলো হৈ আজি যে তুমি এদিন বহুত ওপৰত যাবাই, তোমাৰ জ্ঞান অপৰিসীম, তোমাৰ কথাতে তোমাৰ জ্ঞানৰ পৰিচয় ওলাই, তুমি আৰু আগুৱাই যোৱা তুমি আমাৰ সম্পদ, তোমাৰ জ্ঞান তে যেন সোমাই আছে এখন সুস্থ সমাজ গঢ়াৰ প্ৰৱণতা,,, বহুত বহুত মৰম আৰু শুভেচ্ছা জনালোঁ ধৃতিৰাজ ❤️❤️❤️❤️❤️❤️

  • @chinmaymedhi9232
    @chinmaymedhi9232 Год назад +5

    মইও এইবাৰ ধৃতিৰাজ ৰ batch ৰ পৰাই HS exam দিছিলোঁ কটন বিশ্ববি্যালয়ৰপৰা। মোৰ ভবা মতে result নহল অকণমান কম হল , এইটো কথাত দুঃখিত হলো কিন্তু বন্ধুৰ কথাখিনি শুনি মোৰ মন ভাল লাগি গল , সঁচাকৈ আকৰ্ষণীয় personality আছে ইয়াৰ । ইয়াৰ কথাখিনি শুনি সাহস পালোঁ , যে নম্বৰ লৈ পঢ়াতকে , জ্ঞান r কাৰণে হে পঢ়া উচিত। জিকি নহক বন্ধু ধৃতিৰাঁজ তোমাক থাকিল অশেষ অভিনন্দন ❤️

  • @quizbotgeneral
    @quizbotgeneral Год назад +6

    ধৃতিৰাজ বাস্তৱ তোমাক আন্তৰিক অভিনন্দন জনোৱাৰ লগতে আৰ্শীবাদ কৰিছোঁ তোমাৰ মনোকামনা পূৰ্ণ হওক৷ তোমাৰ কথা বতৰা আৰু সংস্কাৰ ...প্ৰণাম তোমাৰ পিতৃ মাতৃলৈ তোমাক ইমান ধুনীয়া সংস্কাৰ দিয়াৰ বাবে ।

  • @durlovhatiboruah4950
    @durlovhatiboruah4950 Год назад +48

    ১/মোৰ মৃত্যুৰ পাছতো যাতে মোক দুজন মানুহে চিনি পায় । ২/মৰম-চেনেহ,শুভেচ্ছাঁ মানুহে নিদিয়াকৈও তেখেতলোকৰ আচাৰ-ব্যৱহাৰৰ পৰা পাব পাৰি💝
    ধৃতিৰাজৰ মানসিকতাৰ দুশাৰী💞

  • @hrishikeshbharadwaj1504
    @hrishikeshbharadwaj1504 Год назад +144

    খুৱ ধুনীয়াকৈ ক'ব জানে কথাবোৰ ল'ৰাজনে...pure talent.. take a bow brother... congrats

    • @bornalikakusaikia193
      @bornalikakusaikia193 Год назад +2

      বৰ মৰম লগা লৰা

    • @kahanindrathakur3383
      @kahanindrathakur3383 Год назад

      Rande.mare.mare.maya.boinak.sude.sude.dangar.hoica.toi.bl.sengar.cole.kukuror.putak.rander.lora.busor.putak

  • @pallabinath873
    @pallabinath873 Год назад +5

    সচাকৈ ধৃতিৰাজ এজন অমায়িক তথা অতি মেধাৱী ছাত্ৰ। এনেকুৱা এটা ফলাফলৰ বাবে তেওঁ যোগ্য। ভবিষ্যতে তেওঁ আশা কৰাৰ ধৰণে আগুৱাই যাওঁক তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো।মোৰ জীৱনত এনেকুৱা ধৰণৰ ফলাফল প্ৰথম দেখিলোঁ,একেৰাহে দুবাৰকৈ শীৰ্ষস্হান দখল কৰা এজন ছাত্ৰ যাৰ নাই অকনো অহং ভাৱ। অভিভাৱক তথা অসমৰ গৌৰৱ ধৃতিৰাজ ।শেষত তোমাৰ দীৰ্ঘায়ু কামনা কৰিলো।

  • @chandanadeka8
    @chandanadeka8 Год назад +4

    1st time I saw this type of maturity in a little boy... Great... Brilliant .
    simplicity is the main thing of Dhritiraj ❤️... বহুত ভাল , সফল মানুহ হোৱা ,,,,, তুমি Dhritiraj..
    Dhritiraj ৰ পিতৃ মাতৃ লৈ এনেকুৱা সংস্কাৰ দি ডাঙৰ দীঘল কৰিছে , সহস্ৰ প্ৰণাম 🙏🙏তেওঁলোকক ,,,,❤️

    • @kahanindrathakur3383
      @kahanindrathakur3383 Год назад

      Posut.koreo.adhm.toi.soretro.bohut.boya.tr.vl.gn.ni.murot.jntut.koreo.gn.km.tr.vl.taj.ni.tr.gat

  • @barokhamoran850
    @barokhamoran850 Год назад +447

    লৰাজন বৰ মৰমীয়াল লগতে কথাখিনি শুনিলে শুনি থাকিবৰ মন যোৱা। বহুত বেছি অভিনন্দন ও মৰম😍এনেকৈ সকলোৰে মৰমৰ হৈ থাকা। আগুৱাই গৈ থাকা আৰু অসম খনৰ নাম উজ্জ্বল কৰা।

    • @gang8651
      @gang8651 Год назад +5

      Amr ghrt osrte tar ghrt

    • @jobinrabha2068
      @jobinrabha2068 Год назад +1

      jamani raxibo jya ki

    • @welcometomyaccount2785
      @welcometomyaccount2785 Год назад +1

      Hosakoi

    • @bishaofficialvlog9585
      @bishaofficialvlog9585 Год назад

      xosakoi lorajon morom loga

    • @kahanindrathakur3383
      @kahanindrathakur3383 Год назад

      Tok.bula.sidina.tajpuror.pagla.phatakoto.narkhelak.bula.tuhr.gowrmanauh.attai.mk.koice.rande.mathar.dokh.asa.tr.vl.tu.njna.toi.toi.etta.maya.baipar.haga.gu.khai.asa.tr.bush.khn.kimn.dangar.lngta.kore.kubm.tokhejra

  • @entertainmentwithkankan4910
    @entertainmentwithkankan4910 Год назад +529

    তোমাৰ এই সফলতা আৰু নম্ৰতাই তোমাক এদিন শিখৰতাৰ উচ্চ পৰ্য্যায়ত লৈ যাব।তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।proud to be darrangian🥰

  • @JIBONOREITUHITU-MADHURIMA
    @JIBONOREITUHITU-MADHURIMA Год назад +3

    ষ্টেণ্ড কৰা বহু দেখিছো চবেই ভাল বাৰু কিন্তু ধৃতিৰাজ আচাৰ-ব‍্যৱহাৰ, স্বভাৱ-চৰিত্ৰৰে অতি অমায়িক, অতি ভদ্ৰ খুব সুন্দৰ মনৰ। ব‍্যক্তিত্বত সেইটোৱেই ফুটি উঠে। পুনৰ অভিনন্দন আৰুভবিষ্যত উজ্জ্বল কামনা কৰিলো।

  • @manzilkhaund1600
    @manzilkhaund1600 Год назад +15

    Simply, just an adorable kid more than anything else!

  • @mampideka16
    @mampideka16 Год назад +116

    বহুত সাক্ষাৎকাৰ দেখিলো আজিলে স্হানপ্ৰাপ্ত শিক্ষাৰ্থীৰ কিন্তু এইজন লৰাৰ ব্যক্তিত্বই বাৰুকৈ চুই গ'ল.. সু ভৱিষ্যত কামনা কৰিলোঁ তোমাৰ❤️

    • @kahanindrathakur3383
      @kahanindrathakur3383 Год назад +1

      Gu.khai.jnmo.picle.toi.abhadro.neloitja.toi.toi.aje.baipar.kote.kaihajar.br.salkeca.kotemarar.cole

  • @banjitchangmai4047
    @banjitchangmai4047 Год назад +46

    আজি প্ৰথম দেখিছোঁ... আগতে শুনা নাই.. আগৰ stand কৰা লৰা ছোৱালী মিডিয়া আগত ওলোৱা পাছত পাহৰি যায় সকলো.. ডাঙৰ মানুহ হৈ যায়... ভাল্ লাগিল এনে হব লাগে

  • @Kaushik632
    @Kaushik632 Год назад +4

    ধৃতিৰাজ ভাইটিৰ পৰা বহুত কথাই শিকিলোঁ। ভাল লাগিল।
    ভাইটিৰ উৎজ্বল ভৱিষ্যত কামনা কৰিলোঁ।
    প্ৰকৃত এজন মেধাৱী ছাত্ৰ আৰু লগতে সু-নাগৰিক।❣️❣️

  • @nelsonmosahary5079
    @nelsonmosahary5079 Год назад +19

    He is so simple and Humble. May he become IAS officer and DC in future in Assam.

    • @tridevsenapati9376
      @tridevsenapati9376 3 месяца назад

      Bro he is in science stream !! At first you get some knowledge about careers then tell others ! Fucking nonsense !

  • @PankajPritom
    @PankajPritom Год назад +224

    এই ল'ৰাটো ভৱিষ্যতে এজন নিশ্চয় ভাৱে ভাল মানুহ হব।বাকী সকলতকৈ এইজন ছাত্ৰ অলপ পৃথক তুমি আগুৱাই যোৱা ভাইটি।

    • @pankard.k8147
      @pankard.k8147 Год назад +4

      Jar luck thake 3rd division holeo sakori pai 🙂

    • @bishnu9815
      @bishnu9815 Год назад

      @@pankard.k8147 Kotha tu moiu manu . Val kaa Pass Kora Lora Val Manhh Huw Khub Kom Xunisu deoo

    • @pankard.k8147
      @pankard.k8147 Год назад +1

      @@bishnu9815 atsa de 👈😊

    • @mousumsonowal5983
      @mousumsonowal5983 Год назад +1

      @@pankard.k8147 yes ambaneu hobo

    • @pankard.k8147
      @pankard.k8147 Год назад +1

      @@mousumsonowal5983 um hoi 😊😊👍

  • @CricketGuruAssam
    @CricketGuruAssam Год назад +135

    ধৃতিৰাজ প্ৰেৰণা হওক লাখ-লাখ অনুজ ছাত্ৰ-ছাত্ৰীৰ । 🌟

  • @anirbanrajkhowa9681
    @anirbanrajkhowa9681 Год назад +12

    Sincere, adorable, humble. Wish for your brighter future

  • @HirakJyotiKalita7
    @HirakJyotiKalita7 Год назад +3

    ডাক্তৰ,ইঞ্জিনিয়াৰ নহয়, ভাল মানুহ হোৱাৰ মন..... উফ ল'ৰাজনৰ ইয়াতেই বহল ব্যক্তিত্বৰ প্ৰকাশ পায় 😍

  • @pradyutburagohain6008
    @pradyutburagohain6008 Год назад +868

    Ketiau Kaku imn sincere moi dekha nai... He is so adorable...Ktha burot bohut maturity aru positivity spread Hoi... Aag barhi jauk he... Hokolure best wishes ase...Ihot burok sale ami bur korobate thaki jau... Toh ohonkar kori eku laav nai kunu kthate... Jonai nojonai tumi kenedore humble hbo lge hikai dsa amak... Thank you so much... Enedore thkba hodai... We want more people like you,young man... Keep going...

  • @Friendlypsychoss
    @Friendlypsychoss Год назад +24

    Such a grounded, down to earth and humble guy he is. God bless you.🙏♥️

  • @kunalbonysharma89
    @kunalbonysharma89 Год назад +16

    This boy is a great asset ...he will do wonders in future for sure ... congratulations brother ...may you shine and rise.

  • @himsarma3919
    @himsarma3919 Год назад +18

    ধৃতিৰাজ তুমি সঁচাকৈয়ে বহুত ভাল ভাল কথা কৈছা। তুমি আগুৱাই যোৱা। আমাৰ দৰঙৰ তুমি গৌৰৱ 👍👍

    • @kahanindrathakur3383
      @kahanindrathakur3383 Год назад

      Jabaror.damor.pi.jnmo.picle.toi.tr.bush.khn.kimn.dangar.jntut.koreo.gn.km.tr.soretro.boya.mathar.dokh.asa.tr.hejra.toi.olap.linot.thk.toi.

  • @jonjyotideka5370
    @jonjyotideka5370 Год назад +32

    আমাৰ গাঁৱত আহিছিলা তুমি,,, লগ নাপালোঁ Dimpu da Tomk,,, vaiti Amar গাঁৱৰে 🎉🎉❤️😘

    • @kahanindrathakur3383
      @kahanindrathakur3383 Год назад

      Toi.aje.maya.boinar.bush.khn.4hajar.br.salkeca.notir.cole.sudir.vai.kukuror.putak.toi.kailakh.mn.apek.kotemare.pica.busor.putak

  • @dimpiburagohain9785
    @dimpiburagohain9785 Год назад +15

    His personality is so warm and so calm... And dimpu sir so good concept it's really gonna help many students. God bless you man wishing you a brighter future ❤️

  • @rupnilentertainment6957
    @rupnilentertainment6957 Год назад +2

    ই বেটাই আৰু বহুবাৰ অসমৰ মানুহৰ মন জয় কৰিৱ খাটাং।সাফল্যই তোমাৰ ভৰি চুমক দেহাটো।

  • @jitulkalita2430
    @jitulkalita2430 Год назад +24

    শুদ্ধ অসমীয়া ভাষাৰ জ্ঞান থকা ল'ৰা ও ধৃতিৰাজ। ইমান শান্ত,শৌম্য আৰু অমায়িক ব্যক্তিত্ব। সফলতাৰ সৰ্বোচ্চ শিখৰত আৰোহণ কৰি নতুন প্ৰজন্মৰ বাবে তুমি পথিকৃত হোৱা। তোমাৰ বলিষ্ঠ ব্যক্তিত্ব আৰু সামাজিক দৃষ্টিভংগী জাতীয় জীৱনৰ বাবে প্ৰেৰণাৰ উৎস হওক।

  • @motivesortz
    @motivesortz Год назад +32

    কি নম্ৰতা, ভদ্ৰতা মনোভাৱ ‚ভাল লাগিল
    প্ৰত্যেক জন-লৰা ছোৱালী তোমাৰ দৰে হব লাগে,সকলোৱে পাৰিব মাথো বাহিৰা কথাত মন নিদি একাগ্রতাৰে অধ্যয়ন কৰিলে চবৰে সফল হোৱাটো নিশ্চিত,
    এই চেগতে সকলোৰে অভিভাৱক, শিক্ষা গুৰু সকললৈ সেৱা জনাইছো

  • @dipchiyalatif7837
    @dipchiyalatif7837 Год назад +8

    He can touch people's heart by his words.
    Too much positivity in his words...

  • @alimuliassam6405
    @alimuliassam6405 Год назад +5

    "আশা,আগ্ৰহ আৰু সাধনা" এইয়া আমাৰ মূল মন্ত্ৰ, তাৰ মানসিকতাই এইয়া উত্তম নিদৰ্শন,ভাল হওঁক সকলোৰে আগুৱাই যাওঁক সকলো, শুভকামনা আৰু সেৱা জনাইছোঁ ।।🌼🌼❤

  • @cricketjosh4781
    @cricketjosh4781 Год назад +90

    ইমান মেধাৱী ছাত্ৰ আৰু তেওঁৰ ভাল মনোভাৱ বোৰ দেখি সঁচা গৌৰৱ অনুভৱ হয় তুমি বহুত আগুৱাই যোৱা আৰু যাতে অসমৰ লগতে ভাৰতৰ এজন সুনাগৰিক হৈ নাম কৰিব পৰা তাৰে কামনা কৰিলোঁ।😍

    • @kahanindrathakur3383
      @kahanindrathakur3383 Год назад

      Tuhr.pareal.tui.etta.kotemara.mare.khala.asa.jntut.koreo.adhm.tuhr.pareal.tu.nokreba.laga.km.kora.nes.phutane.daikha.vorer.dhula.buleo.javabu.tuhk.moi.aiygane.tuhun

  • @AJayTHakuria
    @AJayTHakuria Год назад +67

    ল'ৰাজন সচাকৈ বৰ মৰমিয়াল , সহজ সৰল .. উজ্জ্বল ভবিষ্যত কামনা কৰিলোঁ ।
    সকলো মনৰ আশা আকাংক্ষা পূৰণ হওঁক । অসমৰ লগতে দেশৰ গৌৰৱ হওঁক।

    • @kahanindrathakur3383
      @kahanindrathakur3383 Год назад

      Kotemare.mare.gu.khai.khai.bf.sai.lngta.hoi.nache.nache.dangar.hoica.tuhr.pareal.tui.jabr.neloitja.hoi

    • @AJayTHakuria
      @AJayTHakuria Год назад

      @@kahanindrathakur3383 ki koisa ,kak koisa a toi inke 🙄

  • @gayatrichoudhury9496
    @gayatrichoudhury9496 Год назад

    eman val lagil ধৃতিৰাজ ক, মাক দেউতাক ধন্য এনেকুৱা লৰা পাইছে, খুব ভাল লৰা

  • @learnwithTina9
    @learnwithTina9 Год назад +3

    His amiable nature wins many hearts ❤️❤️❤️❤️❤️❤️ tumi aguai jua , India r manuh out of India r manuh u tumak sini pauk

  • @shaheensultana3503
    @shaheensultana3503 Год назад +180

    He is a pure soul..The way he speaks is so mesmerizing reflects his innocence. Personally I never watch any of the speeches of toppers. But I listened to him without a pause.All the best Dhritiraj shine on!

    • @kahanindrathakur3383
      @kahanindrathakur3383 Год назад

      Jabaror.damor.pi.jnmo.picle.toi.johare.kukurne.murot.pokai.kaim.race.tr.soretro.bohut.boya.tr.pagla.mutter.toi.amogor.jbr

  • @biswajyotiarandhara9402
    @biswajyotiarandhara9402 Год назад +25

    ভাইটিটো সঁচাকৈয়ে কথা শৈলী খুব সুন্দৰ স্বভাৱৰ নম্ৰতাৰ আৰু ইমান মৰমৰ,,তোমালৈ বহুত বেছি অভিনন্দন জ্ঞাপন কৰিলোঁ আগুৱাই যোৱা নিজৰ লক্ষ্যত উপনীত হৈ
    ❤️👍

    • @kahanindrathakur3383
      @kahanindrathakur3383 Год назад

      Toi.aje.tr.baya.boinak.kailakh.br.shudica.rander putak.Mayak.sudar.cole.suoaror.badsha.mayar.busor.majot.ghr.tr.kukuror.putak.haram.jda

    • @biswajyotiarandhara9402
      @biswajyotiarandhara9402 Год назад

      @@kahanindrathakur3383 কোন তই আৰু কি ৰিপ্লাই কৰিব আহিছ মোৰ কমেন্টত 😠😠

    • @pandasa4519
      @pandasa4519 Год назад

      😂

  • @ashimnath3974
    @ashimnath3974 Год назад +4

    Not only a intelligent student..........he is a good human being....congratulations...God bless

  • @pankulphukan3138
    @pankulphukan3138 Год назад +3

    তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ভাইটি ❤️❤️❤️💖🙏

  • @anandmishraips432
    @anandmishraips432 Год назад +870

    Later he would become an established good man. I wish you a bright future Dhritiraj.❤🙏 And one more thing I want to tell everyone. Failure is pillar of the success .... so try and you will succeed.❤🙏

  • @INDRAJITKitchen
    @INDRAJITKitchen Год назад +12

    যেতিয়া নিউজ চেনেল বোৰত সাক্ষাৎকাৰ লৈছিল কথা খনি শুনি বহুত ভাল লাগিছিল তাৰ । ডিম্পু তোমাৰ জৰিয়তে তাক মোৰ শুভেচ্ছা জনালোঁ। আগলৈ অ তাৰ এই যাত্ৰা সফল হওঁক আৰু অসম খন অৰ বাবে কাম কৰক তাৰে কামনা কৰিছো🙏🙏।

  • @chiranjitsonowal5695
    @chiranjitsonowal5695 Год назад +3

    মই তোমাক comment sectionot কম বুলি ভাবিছিলো যে তুমি stand কৰা ল'ৰা বিলাকৰ ওপৰত video বনাবা আৰু তুমি বনাই দিলা । So ভাল লাগিল । So আজি first time video2 চাই বেছি ভাল লাগিল। Thanx Dimpu bhiti...💖💖..... Keep it up.... পাৰিলে গোটেই stand কৰা ল'ৰা বিলাকৰ video বনোৱা।

  • @afrinbegum7534
    @afrinbegum7534 Год назад +21

    Many many congratulations Dhritiraj.. I'm also from Mangaldai..you are truly a god gifted child..your way of thinking is on another level...I got goosebumps to hear your words...wish you a great future ahead

  • @bipuldas9798
    @bipuldas9798 Год назад +129

    আজিকালিৰ সাংবাদিক বিলাকৰ ডিম্পুৰ পৰা বহুখিনি শিকিবলগীয়া আছে কিদৰে এজন স্হান প্ৰাপ্তৰ সাক্ষাৎকাৰ লয়।

    • @kahanindrathakur3383
      @kahanindrathakur3383 Год назад

      Vorer.dhula.buleo.navabu.tuhr.pareal.tuk.moi.randame.koirba.jna.khale.lngta.kore.falm.tuhk.manuhor.semar.nohoi.tuhr.pareal.tu.murkho

    • @bhagyashreebora9045
      @bhagyashreebora9045 Год назад

      right kotha tu

  • @JyotirmoyB7530
    @JyotirmoyB7530 Год назад +169

    Other toppers: moi iit't btech korim.
    And he: moi iit chemistry professor hom.
    Just see the difference 🔥🔥🔥🔥🔥 zero attitude and such an intelligent down to earth guy.All the best to him.. ❤️

    • @kahanindrathakur3383
      @kahanindrathakur3383 Год назад

      Gu.khai.jnmo.picle.tuhr.pareal.tui.kotha.KOba.njna.tuhr.pareal.tui.boyaro.sema.noho.boya.tuhr.pareal.tu.nes.pgl.amogor.gu.kho

    • @JyotirmoyB7530
      @JyotirmoyB7530 Год назад +1

      @@kahanindrathakur3383 bhag murkho khandan'r nazaaish aulaad .. Axomiya kobo bahana jodi comment nokoribi.. Joldhagoru

  • @samarbaishya9449
    @samarbaishya9449 Год назад +82

    Dear Dimpu from my memories & knowledge I'm just sharing dat, In 2003 Devanga Raj neog ranked 1st stand for H.S.L.C from cotton collegiate school & in 2005 he ranked 1st stand again from cotton College. He was my senior buddy from school. He might be working at ISRO right now.

    • @nabajyotideka3836
      @nabajyotideka3836 Год назад

      Joytu cotton collegiate nostalgic. Devanga raj neog dada r ghor kot.

    • @daisykalita3886
      @daisykalita3886 Год назад

      No. He is asst. Professor at IIT Ghy

  • @Dhemajirsampriti
    @Dhemajirsampriti Год назад +2

    বহুত বেছি ভাল লাগিল Dimpu দা 😊
    ধৃতিৰাজলৈ বহুত মৰম আৰু শুভকামনা। ❤❤😘

  • @mousumichoudhury7409
    @mousumichoudhury7409 Год назад +25

    Dhritimanক বহুত ভাল লাগে।বৰ অমায়িক আৰু ভদ্ৰ মৰম লগা ল'ৰা। ঈশ্বৰে তোমাৰ মংগল কৰক।👍👍

  • @Priyangibharadwaj--
    @Priyangibharadwaj-- Год назад +87

    ইমান সহজ সৰল লৰাজন, তোমাৰ ভৱিষ্যত উজ্বল হওক ধৃতিৰাজ

    • @kahanindrathakur3383
      @kahanindrathakur3383 Год назад

      Tr.busor.phutatu.kimn.dangar.mor.sumatu.suhe.de.toi.6lakh.br.sowad.pabe.emn.phutane.dadagiri.nadai.khabe.toi.lngta kore.kubm.tok.sere.falm

  • @deshiganeradda8830
    @deshiganeradda8830 Год назад +3

    ভাইটি ধৃতিৰাজক লৈ ভিডিও প্ৰস্তুত কৰা বাবে অশেষ ধন্যবাদ জনালোঁ 🙏 ।
    কিন্তু সেই কলা বিভাগত প্ৰথম স্থান পোৱা অহংকাৰীজনীৰ ভিডিও নবনাবা দেই । নহ'লে তোমাৰ জনপ্ৰিয়তা বিলুপ্ত হ'ব ।

  • @RanjitDas-ni7eb
    @RanjitDas-ni7eb Год назад

    বহুত. বহুত শুভেচ্ছা জনালো ধিতিৰাজ

  • @digantasarmah4779
    @digantasarmah4779 Год назад +8

    ল'ৰাজনৰ আচাৰ- ব্যবহাৰত নিজৰ মা-দেউতাকৰ লগতে ঘৰখনৰ পৰিৱেশ প্ৰতিফলিত হৈছে। বৰ ভাল লাগিল ল'ৰাজনৰ কথাবোৰ। শুভেচ্ছা যাচিলোঁ💐💐💐

  • @kishordas2840
    @kishordas2840 Год назад +28

    লৰাজন লৈ অসম চৰকাৰৰ ভবিষ্যত আছে লৰা জনক চৰকাৰৰ ওচৰত দায়িত্ব লব লাগে ধন্যবাদ

    • @kahanindrathakur3383
      @kahanindrathakur3383 Год назад

      Toi.etta.maya.bayak.assom.khana.hate.ghura.ghura.sude.asa.bush.khor.pu.rander.cole.sator.putak.Mayak.sudar.cole

  • @debasishdutta1004
    @debasishdutta1004 Месяц назад

    Bohut morom loga tumi. You are the best. Congratulations......

  • @linakaibarta4818
    @linakaibarta4818 Год назад +1

    অসমৰ গৌৰৱ 🤗🤗.... কথাবোৰ ইমান সুন্দৰ 🥰🥰..... আগুৱাই যোৱা ধৃতিৰাজ ......best of luck ভাইটি

  • @jilmilmahanta3669
    @jilmilmahanta3669 Год назад +102

    ইমান অমায়িক ধৃতিৰাজ.. আগুৱাই যোৱা তুমি 😊💗

    • @kahanindrathakur3383
      @kahanindrathakur3383 Год назад

      Apadartha.manuhor kotha.sune.km.nokrebe.toi.johare.kukurne.300.bosor.jeyai.thikleo.vl.safa.noho.toi.olapo

  • @Radhepallavi108
    @Radhepallavi108 Год назад +17

    লৰাটোৰ কথাখিনি শুনিলেই মনটো কিবা ভাল লাগি যায় 🥰। ভগৱানে ভালে ৰাখক তাক🤗

    • @kahanindrathakur3383
      @kahanindrathakur3383 Год назад

      Tajpuror.pagla.phatakot.ghr.tuhr.pareal.tur.vl.gn.ni.murot.tuhr.olapo.johrame.koirba.jna.khale

  • @mrbidyabarman8662
    @mrbidyabarman8662 4 месяца назад +2

    Dhirendra Nath Buragohain .Jitandra Gopal Barpujari . Dhrubajyoti Borah . Santanu Baishya . Bipin Chandra Borah .Anupam Dutta .They were all topper both Hslc and HS in first rank both exam . Ram r larar nam najana .

  • @LaxmiSharma-hx8ln
    @LaxmiSharma-hx8ln Год назад +1

    Proud of Assam.aguwai juwa.subhesa thakil

  • @rupambhagabati
    @rupambhagabati Год назад +160

    ধৃতিৰাজৰ দৰে এনেদৰে ধাৰাবাহিকতা অক্ষুণ্য ৰখা ল'ৰা আগতে মই শুনা মনত নপৰে । মেট্ৰিকত ভাল ৰিজাল্ট কৰা বহুত ছাত্ৰ-ছাত্ৰীৰ নাম সাধাৰণতে হায়াৰ ছেকেণ্ডাৰীৰ ফলাফলত দেখা নাযায় । এই ল'ৰাটোৰ সাধনাক মই প্ৰণাম জনালো আৰু লগতে ল'ৰাজনৰ উজ্বল ভৱিষ্যতো কামনা কৰিলো । এদিন নিশ্চয় ধৃতিৰাজক আমি এক ভাল স্থানত দেখা পাম ।

    • @ajoyhandique9872
      @ajoyhandique9872 Год назад +6

      এইবাৰ HS, ২০২২ ত দ্বিতীয় স্থান দখল কৰা অলংকৃতা গৌতম বৰুৱাই HSLC , 2020 ত দ্বিতীয় স্থান পাইছিল।
      HSLC, 2020
      1. ধৃতিৰাজ, 2. অলংকৃতা
      আৰু এইবাৰ HS, 2022
      1. ধৃতিৰাজ, 2. অলংকৃতা।।

    • @rupambhagabati
      @rupambhagabati Год назад +1

      @@ajoyhandique9872 borhiya. Dhritiraj aru Alangkrita duyore ujjal vobisyot kamona korilu.

    • @kahanindrathakur3383
      @kahanindrathakur3383 Год назад

      Maya.boinr.haga.gu.khai.rande.mare.mare.dangar.hoica.toi.bl.sengar.cole.suoaror.badsha.bus.khor.pu

  • @aspirant2357
    @aspirant2357 Год назад +21

    কি সুন্দৰ কথন শৈলী লৰা জনৰ। লগতে আপোনাকো ধন্যবাদ..এই vdo ৰ বাবে দিম্পূ দা

  • @mostafizurrahman1631
    @mostafizurrahman1631 Год назад +17

    Best wishes for your bright future.
    You will definitely succeed ahead.
    Just one advice to you never forget your roots that's you have.

  • @nazminsheikh5953
    @nazminsheikh5953 Год назад +2

    He is so down to earth. That's what makes him more adorable. Lots of good wishes.

  • @pyaraduz7205
    @pyaraduz7205 Год назад +26

    Proud, History of Assam...... 🥰 Love from Dhemaji. Kosek gaon
    Congratulations, dear brother. সচাঁই বহুত ভাল লাগিল। মৃত্যুৰ পাছত দুজন হলেও মোক চিনি পাই। এই কথাত সচাই বহুত ভাল লাগিল। তুমি সচাই মহান ব্যক্তি, মৰমৰ ভাইটি।

  • @-pojaaghar6190
    @-pojaaghar6190 Год назад +14

    আমাৰ পঁজাঘৰৰফালৰ পৰা তেওঁক বহু বহু শুভকামনা ভৱিষ্যত জীৱনৰ বাবে। 💕

  • @gamingwithsagar4713
    @gamingwithsagar4713 Год назад +1

    গোটেই ভিদও চালো আৰু চাই বহুত ভাল লাগিছে ❤

  • @AssamesekitchenandVlogs
    @AssamesekitchenandVlogs Год назад +4

    Bohut val lagil...very nice sharing❤❤

  • @afknowledge123
    @afknowledge123 Год назад +222

    He is not only a topper student but also a good person ❤️

    • @joymatidas5460
      @joymatidas5460 Год назад

      Dhritiraj congratulations ,your simplicity attracts all. Go ahead.Wish you a bright future. God bless you. Dimpu thanks for your interview with Dhritiraj.Wish you a great future ahead.

  • @kartikmandal2477
    @kartikmandal2477 Год назад +22

    লৰা জনলৈ বহুত বেছি শুভেচ্ছা জনালো আগন্তুক দিনবোৰ ভালে ভালে যাই তাৰে আশীর্বাদ কৰো

    • @kahanindrathakur3383
      @kahanindrathakur3383 Год назад

      Tuhr.pareal.tuk.kumba.pagla.kukura.kaim.race.mathar.dokh.hoice.mor.sumatu.suhe.de.toi.rander.badsha.sator.putak

  • @ddhemali2.040
    @ddhemali2.040 Год назад

    ধৃতিৰাজ ,
    এজন ভাল মানুহ হোৱাৰ সকলো গুণেই তোমাৰ আছে। সচাই তুমি আনকৈ অলপ বেলেগ।শেষত তোমাক বহুত বহুত মৰম আৰু অভিনন্দন জনালোঁ। 😊✌️

  • @PandishBoro1
    @PandishBoro1 Год назад +3

    Dhritiraj bhaity moi tomak pronam korisu dei.. 🙏.. Tomar bhobissot hodai udjol houk.. Many many congratulations once again..Tomak to log poanai baru kintu eitu video 20 bar maan salu.. Thanks Dimpu brother also for this video.. Akha koru jaate bhobissotoloi aru bhal bhal video tomar pora sabo parim..🙏

  • @rahuladhikary761
    @rahuladhikary761 Год назад +23

    অভিনন্দন জনালোঁ ভাই । ভিডিঅ টো বনোৱা বাবে দিম্পু বৰুৱা দাদালৈ অশেষ ধন্যবাদ ।❤🙏

  • @chitrineeborah2241
    @chitrineeborah2241 Год назад +12

    Congratulations 👍 .ইমান মৰম লগা কথা বতৰা ,দেখা শুনা সকলো ফালৰপৰা ।তুমি মনে যি বিচাৰিছা ভগৱানে তোমাক সকলো খিনি দিয়ক ।🙏

  • @bitumoniborah4401
    @bitumoniborah4401 Год назад

    সচাই কি কম ৰিজাল্ট ইমান ভাল আৰু ইমান সহজ সৰল কথাবোৰ কি শিক্ষা দিছিল মাক দেউতাকে god gifted.... ❤️❤️❤️❤️ God bless you ru aguai jwa monr jukhare asirbad disu

  • @levixenos8711
    @levixenos8711 Год назад +3

    He is matured and his way of giving answers is soo good... Just be like that be a human brother... We will need you

  • @manalishadas2421
    @manalishadas2421 Год назад +57

    অভিনন্দন জনালো ভাইটি তোমাক ❤ ইমান মৰমলগা ভাইটিজন 😍❤ তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো ভাইটি ❤☺

  • @nabadeepborah2774
    @nabadeepborah2774 Год назад +35

    Just passed HS and he is talking about Research , A Brilliant Boy Salute 😎

  • @pranatibaruah3467
    @pranatibaruah3467 Год назад

    বৰ মৰম লগা লৰা,অকল পঢ়া শুনা ই নহয় ব্যৱহাৰে সকলোকে মোহিত কৰিছে,ধৃতিৰাজৰ উজ্বল ভৱিষ্যত কামনা কৰিলো

  • @anjugogoi6536
    @anjugogoi6536 Год назад

    ধৃতিৰাজক হিয়া ভৰা আশীৱাদ তথা শুভেচ্ছা জনালো । তোমাৰ বৰমা বুলি কামনা ও প্ৰাথনা কৰিম নেদেখা জনৰ ওচৰত ' তোমাৰ লগ যে ভগৱানে সদায় দিয়ক ।

  • @biswajitbarman6868
    @biswajitbarman6868 Год назад +31

    Congratulation ❤️💐🎂 ধৃতিৰাজ 🙏 তোমাৰ দৰে এনেকুৱা সহজ সৰল মনৰ শিক্ষাৰ্থী খুব কমেই দেখা পাইছোঁ,, তুমি আৰু আগুৱাই যোৱা ভাই ❤️❤️ আশা কৰো এদিন তুমি আমাৰ অসম খনক শিক্ষা নগৰী বুলি পৰিচয় কৰি দিব পাৰা 🙏🙏 god bless you 🎁🙏

  • @nikkieevlogs8561
    @nikkieevlogs8561 Год назад +21

    পোৱালি জনৰ ভবিষ্যত বহুত বেছি ভাল হওঁক তাৰে কামনাৰে

    • @kahanindrathakur3383
      @kahanindrathakur3383 Год назад

      Toi.aje.maya.boinar.piha.duta.kaihajar.br.salkeca.rander.putak.sudmarone.haram.jda

  • @bhaswatikalita9272
    @bhaswatikalita9272 Год назад

    ধৃতিৰাজ তোমালৈ বহুত বহুত মৰম আৰু শুভ কামনা থাকিল। তুমি আৰু আগুবাই যোৱা। তোমাৰ কণ্ঠ,বাকপটুটা ধুনীয়া ।তুমি যাতেভৱিষ্যতে সকলো দিশতে সাফল্যৰ শিখৰত উপনীত হ'ৱ পৰা তাকে আৰ্শীবাদ কৰিলো ।দিম্পো দালৈ ও মৰম যাচিলো ধৃতিৰাজ লগত ভিডিঅ বনোৱাৰ বাবে। ❤️❤️❤️

  • @tutandutta5247
    @tutandutta5247 Год назад +1

    Tumi Assam r gourab...aguai jua...pisole ghuri nasaba...Dhritiraj❤️

  • @bishwakalita6789
    @bishwakalita6789 Год назад +51

    আমাৰ অসমৰ গৌৰৱ, আমাৰ ছিপাঝাৰৰ গৌৰৱ তথা আমাৰ অঞ্চলৰ গৌৰৱ, বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ 🙏🙏❣️ ধন্যবাদ।।

    • @kahanindrathakur3383
      @kahanindrathakur3383 Год назад

      Rande.mare.mare.maya.boinak.sude.sude.danagr.hoica.tuhr.pareal.tui.boyaro.sema.boya.tuhun.murot.pokai.kaim.race.tuhr

  • @MullahSpeaks
    @MullahSpeaks Год назад +46

    down to earth, মৰমিয়াল লৰা। আগুৱাই যোৱা, আমাৰ আশীৰ্বাদ সদায় তোমাৰ সৈতে থাকিব।❣️

  • @jharnaghandique8729
    @jharnaghandique8729 Год назад

    বৰ সুন্দৰ ।আৰু আগবাঢ়ি যোৱা ভাইটি ।

  • @danieldefoe2179
    @danieldefoe2179 Год назад

    বাস্তৱিকতে ক'বলৈ গ'লে ধৃতিৰাজ বাস্তৱ কলিতা অসমৰ এগৰাকী ৰিয়েল হিৰো তথা প্ৰকৃত বীৰ হয়....। তেওঁ অসম তথা ভাৰতবৰ্ষৰ সুনাম অৰ্জন কঢ়িয়াই আনক তাৰেই কামনা কৰিলোঁ আৰু লগতে তেওঁলৈ অলেখ অভিনন্দন জ্ঞাপন কৰিলোঁ । মই গোৱালপাৰাৰ পৰা তেওঁলৈ মৰম যাচিলোঁ ।

  • @flcco.2981
    @flcco.2981 Год назад +63

    Never met him personally but from these videos one thing I learnt is that this guy is really humble even he is born with virtues and other accolades. This shows he really has the calibre which he need not to brag about.

  • @chantanuborah0000
    @chantanuborah0000 Год назад +47

    Pure talent ,ekdom jukhor kotha keita koise 🔥

  • @banasridevi489
    @banasridevi489 Год назад

    Emn besi mrm lga lora..teor bixoye jmn koleo kom kua jene lgb so blg nkou..teor উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আৰু বহুত বহুত মৰম শুভেচ্ছা যাঁচিলো😇

  • @Pinkukabita954
    @Pinkukabita954 Год назад +1

    Congratulations Dhitriraj❤️aguwai juwa tumi.. Eman nmro vodro o lra to. Eman morm lga. Jibnt bhut val manuh hba tumi.. Akhirbad thakil🙏

  • @piyaranam9026
    @piyaranam9026 Год назад +30

    He will definitely become a significant man in his time. Totally different kind of topper. Best wishes 💐