'মই চতুৰ্থ শ্ৰেণীত ৪বাৰ ফেইল কৰিছিলোঁ, অষ্টম শ্ৰেণীলৈহে পঢ়িলোঁ, বিদ্যালয়ৰ চকীদাৰৰ চাকৰি কৰিছিলোঁ...'
HTML-код
- Опубликовано: 28 дек 2024
- 'মোৰ দেউতা এজন ড্ৰাইভাৰ আছিল; মই চতুৰ্থ শ্ৰেণীত ৪বাৰ ফেইল কৰিছিলোঁ, অষ্টম শ্ৰেণীলৈহে পঢ়িলোঁ; বিদ্যালয়ৰ চকীদাৰৰ চাকৰি কৰিছিলোঁ কিন্তু ইচ্ছা আছিল এগৰাকী গায়ক হোৱাৰ...'
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/
অশেষ ধন্যবাদ ভবেশ ডাঙৰীয়া ,সচাঁকৈ বহুত ব্যয়বহুল পৰিসৰৰ মনৰ ব্যক্তিত্বৰ অধিকাৰী ,ইমানবোৰ সচাঁ কথা ,কোনোধৰনৰ লুক ঢাক নকৰাকৈ মনৰ কথাবোৰ কেমেৰাৰ সন্মুখত কবলৈ কুণ্ঠাবোধ নকৰা শিল্পীজনাক অশেষ ধন্যবাদ জনালো ,লগতে মহান শিল্পীজনাৰ মধুৰ ভৱিষ্যত কামনা কৰিলো ।
হয় দে । বৰ ট্ৰেজেদি । মানুহ একান্ত মণে কষ্ট কৰিলে ফল এদিন পাবই । কুমাৰ ভবেশৰ কথোপকথন খিনি মই ভাৱো নতুন প্ৰজন্মক প্ৰেৰণা দিব । জীৱনত কৃতকাৰ্য পাবলৈ কষ্ট কৰিবই লাগিব ।
আপোনি ইমান কম পঢ়া বুলি ভবা নাছিলো।
আপোনাৰ মনৰ কথাখিনি অতি সুন্দৰকৈ উলিয়াই আনি ৰাইজৰ আগত দাঙি ধৰা নিপদালৈ আন্তৰিক অভিনন্দন জনালো🙏🙏🙏💐
Oo moi xunisu mal khai dholong polong ke pantan high school or pora Chhagaon ahi paisil apuni maje maje. Mane Mohadi asil
@@b.kalita13816
😂
@@b.kalita1381
Tak Gela khuwa moi nijyi dekhisilu Dharapur Chariyalit 1995 t . Tinita tupola Akolyi gili diye 😅
ভৱেশদা অমায়িক আৰু সৰলতা খুবেই ভাল লাগে।
অভিজ্ঞতাই মানুহক পৰিপুষ্ট কৰে লগতে বিভিন্ন ঠাইৰ মানুহৰ সম্পৰ্কই মানুহক মানুহ হোৱাত সহায় কৰে...!!
ভবেশ দা আপোনাৰ গীত বোৰ এতিয়াও আগৰদৰে হিদ হৈ আছে ,
hid nahai o, hit
প্ৰত্যেকজন কৃতকাৰ্য ব্যক্তিৰ অন্তৰালত থাকে বিচিত্ৰ অভিজ্ঞতা। ভাল লাগিল তেখেতৰ বিষয়ে জানি।
He is honest singer
কুমাৰ ভৱেশ দাৰ বিষয়ে জানি বহুত ভাল লাগিল...সদায় ভালে থাকক দাদা 🙏💙
বৰ ভাল লাগিল। সুন্দৰ সাক্ষাৎকাৰ
Nice
Kumar bhaves r story interesting..pohaxunat beya asil jodio manuhjon dynamic...."e mai bhat di bhat khai jao" corona mohamari/ductar babu hote/ vecsin dibo lagsi..eibar akow banpani r uporat gaan..tammam bhaves da god bless u
Bahut bahut bhal lagil❤❤❤❤
Bohut Val Lagil🎉🎉🎉
Bhal lagil❤
শিক্ষা মানে জ্ঞান নহয়; জ্ঞান শিক্ষাৰ বহু ওপৰত। তুমি এনেকৈয়ে জয়ী আৰু সুখী হোৱা💕, খুবেই ভাল লাগে তোমাৰ গানবোৰ💕💕💕
Kumar bhabesh Daa rrr babe ata like diya
Real Hero 👍
কুমাৰ ভবেশক বহুত ভাল পাও❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Real hero
Bohut bhal lagil, কথপখন
সুন্দৰ লাগিল।
My favourite singer
Congratulations bhabesh daa 🎉🎉
Heart touching fellings ❤
এখেতৰ দেউতাকৰ নাম চন্দ্ৰ কলিতা। মোৰ দেউতাহঁতে তেখতৰ ধাবাত খাবলৈ সোমাওতে প্ৰায়েই কুমাৰ ভৱেশক গিলাছ চামুচ লৈ মিউজিক বজাই গান গাই থকা শুনিছিল। এই কথা দেউতাই আমাক বহুতবাৰ কৈছিল।
My fav singer bhabesh daaa
ভৱেশ দা কাহিনী বিলাক আগতো শুনিচো। সচাই বৰ ভাল লাগে। বৰ খোলা মনৰ মানুহ অ। অকনো অহংকাৰ নাই।
Dada all time favourite ❤
🎉সত্যৰ সদায়ে জয়।সেইয় অসত্যৰ পৰা আঁতৰি আহি জীৱন গঢ়াৰ অভ্যাস কৰিব লাগে।মান-অপমান ,পোৱা-নপোৱা,অহংকাৰ আৰু লালসা এইবোৰ একুৰা জুই পুৰি ছাই কৰে মানুহৰ মহৎ সপোনবোৰ।সেইয়ে সাহসৰে সত্যৰ মুখামুখি হব লাগে।সত্যই ভগৱান আৰু পৰম সত্যই পৰমাত্মা।
My fevrt singer❤
Mojja ❤❤❤
Khub.val.lagil.tew.jadiu.papular.singar.hal.kintutew.scholat..murhat.bahi.tew.nijake.mahanatar.parisay.dile.
Very nice 👌 interview
Mur vla loga hilpi..👍👍
বহুত ভাল লাগিল।
I like you But you are True speak ,
ভাল লাগিল ❤
Moza
Great.
Sir you look so healthy and young
Old is gold ✨✨✨
Val lgil bhavesh da.. apunar gan bur o vl pau
Val lagil Kumar Da
Nice singer 😍😍
শিক্ষকৰ পদ পূৰণৰ ব্যৱস্থা কৰা হৈছে কিন্তু অবিবাহিতা যুৱতী সকলৰ (ভেন্সাৰৰ) আৰু বিধবা মহিলাৰ বয়সৰ সময়সীমা অলপ ৰেহাই দি নিযুক্তিৰ ব্যৱস্থা কৰিলেহেঁতেন!!!
৩০% মহিলাৰ কাৰণে সংৰক্ষিত!! বাকি ৭০% তো দখল আৰু কি নালাগে??? পুৰুষে চাকৰি পালে চাকৰি নথকা ছোৱালী বিয়া পাতিব পাৰে,,, কিন্তু চাকৰি কৰা মহিলায়ে চাকৰি নকৰা পুৰুষৰ সতে সংসাৰ কৰাব কিয় নোৱাৰে??? গতিকে পুৰুষ সকলকহে বেছি সুবিধা দিব লাগে
সকলো সলনি হ'ল ভাইটি! আজিৰ ল'ৰায়ো চাকৰিয়াল ছোৱালীহে বিচাৰে! বিয়া এটা সম্পূৰ্ণ সুকীয়া অধ্যয়! কিছুমান মানুহে নিজৰ বাবে ভাৱিবলৈ সময়-সুবিধা নাপায় দায়িত্ব আৰু কৰ্তব্যৰ খাতিৰত! ঘৰৰ দায়িত্ব আজি ছোৱালীয়েও বহন কৰি আছে! বাকী যি নহওঁক এই ৭০ শতাংশৰ মাজত ভাইটিৰ চাকৰিটো ঈশ্বৰে নিশ্চিত কৰক, কামনা কৰিলোঁ।
@@minubegum311 কিয় সংৰক্ষণ কৰিব লাগে??? পুৰুষ-মহিলা সকলৰ দক্ষতা বেলেগ বেলেগ নেকি???
আপোনাৰ স্পষ্টবাদীতায় আপোনাৰ বহল মনৰ পৰিচায়ক। সত্য সদায়েই সুন্দৰ আৰু সুন্দৰতাতহে ঈশ্বৰৰ অস্তিত্ব বিৰাজ কৰে। এনে এটি সুন্দৰ মনৰ বাবেই আজি আপুনি বৰ্তমানৰ স্থানত পালেহি। এই সত্য ও সততাক আপুনি কেতিয়াও নেৰিব। মোৰ হিয়ভাৰা শুভকামনা ৰ'ল
Bhabesh DA *Apunar katha suni bahut beya lagise
❤❤❤
👌👌👌
Nice song
Jiki nhouk moi bohut val pau dadak ❤❤❤
After Zubeen garg my favourite singer is zubeen garg ❤
😂
😂
Love you vobes da
Super
Very Very Good ❤❤❤❤❤
My fev singer ♥️🙏
Ami graduate kori postaisu ...jene tene graduate kori palu ..
.... ... grade 4 ami dbo nuarar krne apunalukei palei ... apulukar luck aslei hykrne palei ...
1990's r kotha aibilak
Grade 3 di de
My favorite 👨 hi bro
Nice 👍
Moza.......😂
Bhal manuh dei
Apunar voice tune2 vl lge
New song katia ulabo
তেওঁ লিখা পৰাত পাকৈত নহলেও কিন্তু কথা বিলাগ শুনিলে তেনেকোৱা যেন নালাগে । তেওঁ গায়ক যদিও এজন সংগীত শিল্পীৰ নিচিনা ।
Val lagil dada
😊
😊
❤
Kumar Bhabesh gaan moi khoob vaal paau.
Hi Bhabesh Rajgarh r kotha monot pore ne.Baruah r pan dokan
Bell kubua ktha khini xuni bht hahilo..
Moi porhi oha school khonote sokidar asila Bhabesh daa
ও মা ভাত দিয়ে এ বৰ ভাল পাও ❤❤❤❤❤❤❤❤❤❤❤❤❤😂❤❤
Mor best singar Hoi kumar da
Dehajan
✌️
IV garde sakori tu apuni apoman korise ❤❤
তুমি চাগে 4rd Grade চাকৰি কৰা😂😂
Jiye nhok kiya sakori tu ❤️
Nokoru moi vensar school or sakori
আপোনাৰ দৰে সত্য বাদী এই অসমত হয়তু নোলাব
Hundar tym paas hoise mur aru sai thoka buror baba
অকল অসমতে নহয়। দেশ বিদেশতো দেহাজান জনপিয় হৈছিল।
Real asol kotha a koise bokasuda a, Congratulations ❤❤❤❤❤❤❤
jahara
Toi j mcd
Mur hiya jole nedekhi tumak bohut puroni get jodio hodai siro notun jen lage
I love you
Kumar bhabesh aaru Zubeen ok kio ekeloge dekha napao....ketiao duijone duijonor ktha kuwa dekha napao....
Hu ,aiai jibon.
😅😅😅❤
Eiit
এতিয়াও এই কন্ঠ চিৰসেউজ
কুমাৰ দা মই হলে হাহিলো দেই বহুত
😂😂
Bell bojua kothatu tamam jomoni.. 😂
Deutai kamai ane bojar kori vat xaw aite middle clss nohoi dada....
Last khini hahi rakhab nuwarilo .akole bhut hahilo😅
Atea sei din naai baba dangoriya agte 8 pas krutei mati ne sakori disil..
Atea sei din ni baba dialogue mari lav ni
Atwa graduated+ nibonwa bohut ase
Parile Graduated 🎓 nibonwa2r interview loi saba atwar jononr struggle knkwa gom pba..
atwa agor din ni baba
বিয়া কৰা নাই নেকি ভবেশ দা এ
Asolote batoribor besibhag misa buliye manuhe kuwa sunisu
😁😅😂👌💖👍
😂😂😂 good 👍
Assam r himesh Reshammiya
.😂😂
Atiyau val huwa nai school khon tenekoi ase karon moi tare hoi
Modahi asil
Kun eijon