উচুপি উচুপি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কি ক’লে এগৰাকী যুৱতীয়ে?

Поделиться
HTML-код
  • Опубликовано: 14 окт 2024
  • উচুপি উচুপি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কি ক’লে এগৰাকী যুৱতীয়ে?

Комментарии • 499

  • @bijukumarmali8786
    @bijukumarmali8786 2 года назад +146

    অনুপম দালৈ ধন্যবাদ নজনাই নোৱাৰিলো ৷ আশাকৰো পৰিয়ালটিক মুখ্যমন্ত্ৰী মহোদয়ে চকু মেলি চাব ৷

  • @niraj8221
    @niraj8221 2 года назад +184

    এইবোৰ দুখীয়া মানুহে যদি ৰেচন কাৰ্ড নেপায়, অৰুণোদয় আঁচনি নেপায়, তেন্তে কোনে পাই আছে এইবোৰ আঁচনি ??মৰিগাঁও ৰ উপায়ুক্ত মহোদয়ে এই পৰিয়ালটোক ৰেচন কাৰ্ডৰ যোগাৰ কৰি দিয়ে যেন ।

    • @earthexplorer9415
      @earthexplorer9415 2 года назад +3

      Ai bur sob poisa thoka bilak he pai,june poisa dibo pare ai hokolehe ghar o pai. Sob expose korar homoi ahise, hosake jodi amar axom ot hosa Raja aase.

    • @ratusmoyratus1746
      @ratusmoyratus1746 2 года назад +8

      পাই‌ তেওঁ ‌‌লোকৰ আপোন বোৰে‌‌ টকা ‌থাকিলে‌ চবেই চিনিপাই‌ আমাৰ নিচিনা ‌গৰিবক‌ চিনি‌ নাপাই‌

    • @johirahmed1297
      @johirahmed1297 2 года назад +1

      Job kora manuh bilak rechon card pay, dukhiya manuk kiyo Nidiye ? Dhoni manu bilak k besikoi diyok.

    • @rajudeori5437
      @rajudeori5437 2 года назад

      Moi kao mnstr koisil arunudai asani pangu and bidhaba and biya nuhuwa sibir manuhe pabo buli kintu bhal manuhe kiyo paise DR Himanta sare koisil . Dukhiya manuhe ghar napai ,asani napai ai asani bur dhani manuhar karane dise neki sir .aamar yat voter card nathaka manuhe water pump line paise aamar voter card thakiyu puwa nai.BJP sarkar saku nai neki.

    • @thaneshwaribrahma5128
      @thaneshwaribrahma5128 2 года назад

      Himanto biswa bisas khatok

  • @ramanidas1542
    @ramanidas1542 2 года назад +39

    অনুপম দা লৈ মোৰ বহুত বহুত ধন্যবাদ । যদি এইখন সমাজত আপোনালোকৰ দৰে সমাজসেৱক নাথাকিলহেতেন তেন্তে এচাম দুখীয়া নিচলা মানুহৰ বিষয়ে চৰকাৰ আৰু চৰকাৰী কৰ্মচাৰী অৱগতেই নহলহেতেন । আপোনাৰ দীঘায়ু কামনা কৰিলো ।

  • @jitulkalita4864
    @jitulkalita4864 2 года назад +50

    অনুপম দাদা আপোনাক বহুত বহুত ধন্যবাদ 🙏🙏🙏 , আপোনাৰ প্ৰচাৰৰ দ্বাৰাই মাননীয় মুখ্যমন্ত্ৰী মহোদয় কানত পৰে যেন , বাকী পঞ্চায়তৰ সভাপতি , মেম‌্বৰ , M A L , এই বিলাকতো ডাঙৰ মানুহৰ ,এই বিলাকৰ দুখীয়া মানুহৰ পৰা টকা পইছা খাব নেপালে ক'ত আছনি পাব , ধনী মানুহে আছনি আগতে পাই ,

  • @uttamdoley9053
    @uttamdoley9053 2 года назад +86

    অসমৰ প্ৰকৃত ৰূপ দাঙি ধৰাৰ বাবে অনুপম দালৈ ধন্যবাদ ।

  • @moneybear7836
    @moneybear7836 2 года назад +49

    অনুপম তোমাক ধন্যবাদ জনাইছো ।এই ছোৱালীজনীৰক এইখিনি কথা কবলৈ সুবিধা দিয়াৰ বাবে।

  • @rajendrasaikia878
    @rajendrasaikia878 2 года назад +76

    বহুত দুখ লাগিল । এনে লাগিল দুখীয়াৰ বাবে যেন একো আচনিয়েই নাই ।

  • @rebakantabori1449
    @rebakantabori1449 2 года назад +36

    অতি আচৰিত কথা আৰু পৰিতাপৰ বিষয় যে দৰিদ্ৰ সীমা ৰেখাৰ তলত বসবাস কৰাৰ পিছতো পৰিয়ালটোক প্ৰধান মন্ত্ৰী আবাস যোজনাই আজিও ঢুকি নাপালে।এনেবোৰ জীয়াতু ভোগা নৱম শ্ৰেণীত অধ্যয়ণত এজন ছাত্ৰই অমৃত বাণী দি কৈছিল-"দৰদ্ৰতাই হৈছে জীৱনৰ ঘাই শত্ৰু।"ছোৱালী জনীৰ প্ৰতিভা আছে আৰু মেধা শক্তিও আছে।থাকিলে কিডাল হ'ব দৰিদ্ৰতাৰ ওচৰত তাইৰ প্ৰতিভাই হাৰ মানিছে আৰু তাইৰ জীৱনৰ অগ্ৰসৰ পথত দৰিদ্ৰতাই এখন প্ৰাচী হৈ থিয় দিছে।যাৰ বাবে আজি তাইৰ মনোবল ভাগি গৈছে।আজি তাইৰ লাজৰ আৱৰণ খুলি চকুলো টুকি নিজৰ দৰিদ্ৰতাৰ কথা ছ'ছ‌িয়েল মিডিয়াত প্ৰকাশ কৰিবলগীয়া হৈছে।অতি দুখলগা কথা।গতিকে আমাৰ বিলাসী গাড়ী,প্ৰাসাদৰ গৰাকী জনপ্ৰতিনিধিসকলৈ এটি অনুৰোধ যে আপোনালোকৰ সমষ্টি,ৰাজ্যখনত থকা এনেবোৰ লোকৰ প্ৰতি উন্নয়নৰ হকে কাম কৰক।কাৰণ আপোনাৰ ৰাজ্যখনত থকা প্ৰজাৰ উন্নতি হ'লেহে আপোনালোকৰ ৰজাঘৰীয়াও মংগল হ'ব।Please do something on behalf of the poor people&give your helping hands towards the helpless people of your state.Please give your attention to our three basic needs.🙏🙏🙏

  • @saranganath7981
    @saranganath7981 2 года назад +26

    😢🙏সহায় কৰক চৰকাৰ বুলি নহয় যাৰ যি সামৰ্থ অনুযায়ী সহায় কৰিব লাগে এনেকুৱা মানুহক।বৰ দুখ লাগিল ভিডিঅটো চাই

  • @rupamsarmah9842
    @rupamsarmah9842 2 года назад +21

    ধন্যবাদ অনুপম দা। আপোনাৰ অনুষ্ঠান সমূহত এই বৰ্গৰ লোক সকলৰ বাবে আপুনি সময় দিয়ে। এওঁলোকৰ দূখ চৰকাৰী বিভাগে দৃষ্টি নিদিলে অসমৰ উত্থান কেতিয়াও নহ'ব।

  • @moin793
    @moin793 2 года назад +20

    অনুপম দা‌ আপোনাক ধন্যবাদ দিছো এনেকুৱা ভিডিওবোৰ বনোৱা বাবে

  • @beautykonwar427
    @beautykonwar427 2 года назад +75

    তুমি চৰকাৰলৈ আশা নকৰিবা নিজে বল দিয়া ঈশ্বৰে তোমাক সহায় কৰিব আগলৈকে আনক তুমি সহায় কৰিব পাৰিবা

  • @madhabmadhabdas459
    @madhabmadhabdas459 2 года назад +18

    অনুপম দাদাক ধন্যবাদ জ্ঞাপন কৰিছো ভন্টি জনিয়ে সচা কথা কৈছে ভন্টি জনি নিছিনা আমি । সকলো কথাই দুখ আমি বুজি পায়ছো । পাৰিলে ভন্টি জনিক জীৱন পথত অগ্ৰসৰ হ'বলৈ সুবিধা কৰি দিয়ে যেন ।
    ধন্যবাদ ।।

  • @baduliparasivamandirgolagh9288
    @baduliparasivamandirgolagh9288 2 года назад +2

    অনুপম দা আপোনাক এই কাৰণেই ভাল লাগে যে আপুনি বহুতৰ মাজত ব্যক্তিক্ৰম ।

  • @arupbaruah399
    @arupbaruah399 2 года назад +17

    অনুপম দাস বহুত বহুত ধন্যবাদ জনালোঁ

  • @jituassamboy9557
    @jituassamboy9557 2 года назад +18

    বহুত দুখ লাগিল ৰাতিপুৱা চালো ছোৱালী জনিয় দোখৰ কথা কোৱা ভিদো তো চাই।

  • @ghanakantamech6178
    @ghanakantamech6178 2 года назад +26

    ঈশ্বৰে আশীৰ্বাদ কৰক সেই পৰিয়ালটোক।

  • @PankajGogoi-jw1dd
    @PankajGogoi-jw1dd 8 месяцев назад

    অনুপম দা আপোনাক এই দুখীয়া পৰিয়ালতো দুখৰ কথাবো ৰাইজৰ আগলৈ অনা বাবে আপোনাক বহুত বহুত ধন্যবাদ। মইয়ো এজন দৰিদ্ৰ ‌পৰিয়াল ল'ৰা ‌ আমাকো ‌চৰকাৰে ‌কোনো ধৰনৰ আঁচনি ‌ দিয়া নাই। আপোনাৰলৈ বহুত বহুত ধন্যবাদ থাকিলে।

  • @pranitakonwar1413
    @pranitakonwar1413 2 года назад +23

    চৰকাৰী আঁচনি সমূহ প্ৰকৃত দুখীয়া ই পাইছেনে ......

  • @priyabordoloi7125
    @priyabordoloi7125 2 года назад +16

    পুৱাই এই বাতৰি বোৰে চকু পানী উলিয়াই দিয়ে। বেয়া লাগিল । কি কৰিব বিধায়ক মহোদয়, আপুনি লাইটটো বিনামূলীয়া কৰি দিয়ক । কাৰণ আমাৰ পৰাই চৰকাৰ খন চলি আছে চোন । ঘৰ এটা দিয়ক চোন । যদি নোৱাৰে এই ছোৱালীজনীক দিবলৈ বুলি চোন এদিনৰ কাৰণে কিবা এটা বস্তুৰ দাম বঢ়াই দিলেও পৰিব । এটা কথা মনত ৰাখিব চৰকাৰ ও এজন বিধায়কৰ আসন খনৰ মূলতে সাধাৰণ জনতা ।
    মোৰ ছোৱালী জনীয়েও বৃত্তি পাইছিল কিন্তু আজিলৈকে একো পুৱাই নাই । কি কৰিব লাগে তাকো নাজানু । কি কৰিব উপায় নাই ঔ । আমাৰ নিচিনা মানুহবোৰ খাই বৈ জীয়াই থাকিবলৈকে চিন্তা । ভন্টি জনী , ধৈৰ্য সাহস মনোবল হেৰুৱাই নেপেলাবা , এষাৰ কথাই কওঁ -- " চেষ্টাৰ অসাধ্য শেষ ক'ত .......

  • @joonjyotigohain1938
    @joonjyotigohain1938 2 года назад +9

    অনুপম চক্ৰৱতীক এনে বাতৰি পৰিবেশনৰ বাবে ধন্যৱাদ ।

  • @iqbalsaikia3003
    @iqbalsaikia3003 2 года назад +36

    Our beloved CM Himanta mama pls, pls,pls, look after the needs of such deprived families who are crying for government benefits. Let's hope and pray that the problem and difficulties of such poor families will be over soon.

  • @harekrishnadeka4616
    @harekrishnadeka4616 2 года назад +22

    অতি দোষ লগা কথা আমাৰ মুখ্য মন্ত্ৰীৰ ডাঙৰীয়াই অলপ মন কাণ দিয়ে অতি দৰিদ্ৰতাৰ পৰিয়ালৰ এয়া অনুভব

  • @earthexplorer9415
    @earthexplorer9415 2 года назад +36

    This journalist has a very serious and sincere mood.

  • @bijitbaruah3715
    @bijitbaruah3715 2 года назад +6

    এনেকুৱা অঞ্চলৰ চৰকাৰি গাঁওবুঢ়া জনক নিলম্বিৎ কৰিব লাগে

  • @theindiancartoon465
    @theindiancartoon465 2 года назад +18

    সচাকৈ চকুৰ পানী ওলাই গল্😭🙏

  • @madhurisaikia3477
    @madhurisaikia3477 2 года назад +10

    অনুপমদা অসমত কিমান দৰিদ্ৰ পৰিয়াল আছে আপোনালোকৰ চেনেলে অনুসন্ধান কৰক দেখিব কিমান গাভৰুৱে উচুপিব লগিয়া হৈ আছে আমি বুজিপাও কিন্তু চৰকাৰে নুবুজে নেদেখে কি কৰিব

  • @asrafulcreation4241
    @asrafulcreation4241 2 года назад +2

    Help korok hokoloye

  • @pranjalaxom7696
    @pranjalaxom7696 2 года назад +3

    অনুপম দাদাক মই এই কাৰণে বহুত বেছি ভাল পাওঁ।❤️❤️❤️❤️❤️

  • @myoldgramophoneinworkingco2559
    @myoldgramophoneinworkingco2559 2 года назад +4

    অসমীয়া জাতিৰ স্বাভিমান ৰক্তে ৰক্তে প্ৰবাহিত ।। উপায়ন্তৰ হ'লে হে আনৰ ওচৰত আবেদন জনায় ।।এই মাইনা জনীৰ আকুল আৰু চকুলো ভৰা আহ্বানক আমাৰ মৰমৰ আৰু আশীষপুষ্ট মুখ্যমন্ত্ৰী মহোদয়ে সহায়ৰ কোমল হাতখন আগবঢ়াব বুলি আশাৰে বাট চালোঁ ।।ভাতৃ অনুপমৰ এই পৱিত্ৰ প্ৰচেষ্টাক হিয়া ভৰা সন্মান জনাইছোঁ ।।

  • @kisku7107
    @kisku7107 2 года назад +9

    আমাৰ মুখ্যমন্ত্ৰী কিয় নাছাই এনেকোৱা মানুহক কনা নেকি

  • @sanjaybaro7458
    @sanjaybaro7458 2 года назад +4

    Video টো চাই মনত বহুত আবেগ আহিছে ।

  • @manashpratim2713
    @manashpratim2713 2 года назад +1

    অনুপম দা বহুত ভাল কৰিছে নিউজটো বনাই। জয় হিন্দ

  • @tinkuboro8327
    @tinkuboro8327 2 года назад

    Aapunak bohut dhonyobad....🙏🙏🙏🙏xosa sobikhn dekhuwar babe🙏🙏🙏🙏🙏

  • @Assamesebyblood
    @Assamesebyblood 2 года назад +30

    Everyone cant be the same like you TRUE JOURNALISM

    • @anandodas3220
      @anandodas3220 2 года назад

      কান্দি লাভ নাই এইখন তেজ খুৱা চৰকাৰ

    • @sanjivroy7214
      @sanjivroy7214 2 года назад

      Jiye pare Ai suwali janir account poisa diya plz

  • @happyboy4579
    @happyboy4579 2 года назад +4

    Anupom da apuni bhut val kam koresa 🙏🏾

  • @minakshipathak6993
    @minakshipathak6993 2 года назад +1

    আমাৰ মুখ্যমন্ত্ৰী ছাৰলৈ মোৰ বিনম্ৰ অনুৰোধ🙏🙏🙏...ছাৰ আপুনিয়ে কিবা এটা কৰক।এওঁলোকৰ যিটো অভাৱ বা এওঁলোকৰ নিচিনা আৰু যে কিমান...সেই অভাৱৰ কিছু প্ৰয়োজনীয়তা যেন আপুনি পূৰণ কৰে ছাৰ লগতে এই মেধাৱী ছোৱালীজনীয়ে যেন আৰ্থিক অভাৱৰ বাবে তাইৰ মনৰ আশা-লক্ষ্য মনতে মচি নেপেলায়।তাৰ বাবে কিবা হলেও যেন আৰ্থিক বাট পৰিয়াল টোক উলিয়াই দিয়ে।

  • @krishnakakaty2624
    @krishnakakaty2624 2 года назад +1

    Sir. Apunaly. Dhoinobad. Logote. Votni. Jonir. Poriyal. Tuk. Deki. Dukho. Lagil

  • @lohitrabha3290
    @lohitrabha3290 2 года назад

    Anupam sir aponak bahut dhainybad aponar Katha hunile sakurpani ulay

  • @pobitralearner8969
    @pobitralearner8969 2 года назад +7

    Nice .this is real reporter.

  • @rimjimdas8333
    @rimjimdas8333 2 года назад

    khub hundor kotha koise anupom da

  • @jebinsultana9063
    @jebinsultana9063 2 года назад +1

    সকলো গাঁৱতে এনেকুৱা মানুহ বহুত আছে।আগবাঢ়ি আহক সকলোৱে।

  • @dilipgogoi3009
    @dilipgogoi3009 2 года назад +1

    চক্ৰৱৰ্তী ডাঙৰীয়াক ধন্যবাদ জনালোঁ ৷ মহোদয় অসমছৰকাৰে নিদিয়ে নাই আমাৰ অসমৰ ৰাইজ বহুতো দয়ালু লোক ৷ তেওঁলোকৰ এটা একাউণ্ট নম্বৰ মুকলি কৰি দিয়ক ৰাইজে তেওঁলোকৰ কাৰণে নিশ্চয় সহায়ৰ হাত আগবঢ়াব ৷

  • @mahindrikalita7291
    @mahindrikalita7291 2 года назад

    মুখ্য মন্ত্ৰী মহাশয় ঠিকে দিয়ে ৰাস্তাৰে আহি থাকোঁতে বেলেগ চাইদে বাগৰি যায়

  • @ranjankalita905
    @ranjankalita905 2 года назад +6

    ভেকচিন দিবলৈ যাই ঘৰে ঘৰে। আঁচনি দিবলৈ নাজাই kele । ভেকচিন দিবলৈ যোৱা মানুহক সুতা বাহনিৰে কুবাবো লাগে

  • @shyamaltalukdar8885
    @shyamaltalukdar8885 2 года назад

    হে হৰি

  • @hasinabegum222
    @hasinabegum222 2 года назад

    Anupam da aponak bohut bohut dhanyabad jonalo.

  • @sabitakalita7096
    @sabitakalita7096 2 года назад +3

    আমাৰো একেই গতি আমিও কোনো ধৰনৰ একো আচনি পোৱা নাই।এখন ৰেচন কাড নাই থাকিবলৈ ঘৰ এটা নাই।গিৰিয়েক হল মোৰ পাগল ঘৰ এৰি গুছি গল।দুটা লৰা আছে ডাঙৰ লৰাটো মোমায়েকৰ ঘৰত থাকি পঢ়া শুনা কৰি আছে।সৰু লৰাটোক পঢ়াব নোৱাৰিলো সি বহুত সৰু ১৭ বছৰ সিয়ে দিন হাজিৰা কৰি ঘৰটো চলাই আছে।গাওত আমাৰ একো নাই থাকিবলৈ ঘৰ নাই খাবলৈ ভাত নাই ৰেচন কাড এখন নাই কি কৰিম উপাই নাই।গুৱাহাটিত এটা ঘৰ ভাৰা লৈ দিন হাজিৰা কৰি খাই আছো।আজিৰ লৈকে চৰকাৰৰ পৰা এটা সুবিধা নাপালো।এয়াই হৈছে আমাৰ জীৱন😭😭😭

  • @uttambaro9976
    @uttambaro9976 2 года назад +2

    Bahut bahut dhanyawad Anupam Chakrabarti da

  • @Krishnanature5818
    @Krishnanature5818 2 года назад +2

    Anupam daa loi bohute dhanyawad 🙏🙏🙏apuni atleast akhon ghrarar dukh bur dekhuwai dile... eya ak example..aru bohute ase sir🙏🙏🙏

  • @malabikarabha5086
    @malabikarabha5086 2 года назад

    Anupam dda apnak bht bht dhanyabad,

  • @sushilkonwar7012
    @sushilkonwar7012 2 года назад

    ধন্যবাদ চক্ৰৱৰ্তী দা । আমাৰ সমাজ খনো চকু মেলি চাব লাগে । যাৰ পৰা ৰাজনৈতিক লাভা লাভ হয় তেওঁলোকৰ ওপৰতেহে চকু । আমাক সংখ্যা লঘূ কৰি এৰি দিলে নহব ।

  • @moheswarbora5751
    @moheswarbora5751 2 года назад +4

    সচাকৈয়ে বৰ দুখৰ বিষয়

  • @tapagmodernst1810
    @tapagmodernst1810 2 года назад +1

    দুখীয়া মানুহৰ দুখৰ সময়ত সং নাই,মাৰি খোৱা,ঠগি খোৱা মানুহৰ হিচাপ অগণন। যিহে নওক পৰৱৰ্তী সময়ত ভগৱাৰ কৃপা দৃষ্টিত শান্তি, অৰ্থনৈতিক বাবে টনকিয়াল হোৱা কামনা কৰিছো। আৰু ৰাজঘৰীয়াও যেন চকু মেলি চায়।

  • @guninmili6714
    @guninmili6714 2 года назад +1

    সাবাদিকজনক ধন্যবাদজনালো।

  • @iladoley1256
    @iladoley1256 2 года назад

    ধন্যবাদ অনুপম দা

  • @surenthakuri2780
    @surenthakuri2780 2 года назад

    Thanku anupamda

  • @uttamborah3929
    @uttamborah3929 2 года назад +1

    অনুপম ডাঙৰীয়া , আপুনি পৰিয়াল তোৰ পৰা অলেশ আৰ্শীবাদ পাব বুলি কামনা কৰিলো, ধন্যবাদ ।

  • @sonaliassam3.o503
    @sonaliassam3.o503 2 года назад +2

    সকলো বিধায়কে নিজৰ নিজৰ সমছতিত প্লিছ ভালকৈ এবাৰ ছাওক কুনে কি পালে কুনে নাপালে বিজেপি জীন্দাবাদ

  • @punyahandique1204
    @punyahandique1204 2 года назад +1

    এই দুভ'গীযা পৰিয়াল টোক সহায় কৰক ছাৰ ।

  • @nituhazarika5899
    @nituhazarika5899 2 года назад

    Dada apunaloi dhoinobad

  • @rojonigondha8554
    @rojonigondha8554 2 года назад +1

    ধন্যবাদ আমাৰ অনুপম ডাঙৰীয়া

  • @sadhanasultanajehirblogs4600
    @sadhanasultanajehirblogs4600 2 года назад +4

    Aabekik huwa kotha. Sinta nakariba bhani Respected CM Himanta Biswa Sarma sir help karib.

  • @montu7091
    @montu7091 2 года назад +5

    Good news .tenekua news dile kiba ata val lage .

  • @balenbarman1375
    @balenbarman1375 2 года назад +1

    এনেকুৱা দৰিদ্ৰ পৰিয়ালে প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ ঘৰ আৰু সকলো আঁচনি পাব লাগে এয়ে অনুৰোধ মাননীয় মুখ্যমন্ত্ৰী মহাশয় 🙏

  • @mriduldeka4495
    @mriduldeka4495 2 года назад

    Plizz help this family ....himanta mama

  • @krishnaguwala7618
    @krishnaguwala7618 7 месяцев назад

    এনেকোৱা.দুখীয়া লোক.সকলক.চৰকাৰে.কিয়.নাচায়.চাৱ.লাগে.আৰু.আমি.চৰকাৰক.অনোৰোধ.কৰিছো.যে.এখেত.সকলক.কিৱা.এটা.বেবচথা.কৰি.দিয়ক

  • @jitenmunda9951
    @jitenmunda9951 2 года назад

    Anupam da loi bohut bohut dhoynabaad thakil

  • @Damanadadas3084
    @Damanadadas3084 2 года назад +1

    Good luck

  • @bikihazarika4591
    @bikihazarika4591 2 года назад +2

    Gd news nd gd job

  • @sibajitbordoloi6276
    @sibajitbordoloi6276 2 года назад

    Anupomda apunak dhoinnobad

  • @subhajitmoran2016
    @subhajitmoran2016 2 года назад

    Anupam da dhanyabad anekuwa batori dekhwr babe. cm sir re nishoi hohai koribo

  • @MGK358
    @MGK358 2 года назад

    Thanks Sir You're Very nice

  • @aabirgogoi1694
    @aabirgogoi1694 2 года назад

    অনুপম দা খুব ভাল কৰিছে আপুনি

  • @jibontaye6714
    @jibontaye6714 2 года назад +2

    Very good NKtv

  • @pankajkalita5138
    @pankajkalita5138 2 года назад

    This is our change development

  • @jogendihingia6876
    @jogendihingia6876 2 года назад

    Anupamdada. Joaiaham. 👍

  • @biswajyotigohain7230
    @biswajyotigohain7230 2 года назад +1

    Asoni pboloi abedon koribo lgibo bhonti bpl card apply koribo lgibo

  • @rajubora3005
    @rajubora3005 2 года назад

    অনূপম দাদা আমাকো হহায় কৰক চোন

  • @ebhabasumatary908
    @ebhabasumatary908 2 года назад +14

    God help those who help themselves.we must help the poor people. Helping to the poor is lending to the Lord's.we can't help everyone but everyone can help someone.

  • @anantanath9232
    @anantanath9232 2 года назад +4

    Bahut dukh lage 😭😭

  • @bitusaikia135
    @bitusaikia135 2 года назад

    Bahut dukh lagil dei plz help cm sir

  • @diplubora1535
    @diplubora1535 2 года назад

    অনুপম দালৈ ধন্যবাদ জনালো ।

  • @hiteswarboro6011
    @hiteswarboro6011 2 года назад

    Anupam da bohot val news dise aponi*** aneka nws aro bisari bisari dekhuabo lage****

  • @AATERKO1998
    @AATERKO1998 2 года назад

    Atsa kam kiya NKTV ne.... God bless you.

  • @stopresent4758
    @stopresent4758 2 года назад

    অনুপম দা আপোনাক ধন্যবাদ*****

  • @sukumarray823
    @sukumarray823 2 года назад

    Thank You Anupom da

  • @janardanbora3440
    @janardanbora3440 2 года назад

    ধন্যবাদ N k tv

  • @rekhakalita9211
    @rekhakalita9211 2 года назад +1

    চৰকাৰে যদি এই পৰিয়ালটো দুখ খিনি দেখিছে তেনেহলে সহায় কৰক হাতযোৰ কৰিছো ।

  • @gautambarman2277
    @gautambarman2277 2 года назад +1

    CM sir (Mama) 🙏🙏🙏 jonalo hohai kork anekuw poriyalak

  • @palashdewri
    @palashdewri 2 года назад

    Anupam da bahut val kam korise

  • @sangitapatar8337
    @sangitapatar8337 2 года назад

    Bor dukh lagil ..sokupani ulai gol o. .plzz take action cm sir.

  • @HimaniRajbangshi-to3bf
    @HimaniRajbangshi-to3bf Год назад

    ৰামকান্ত অলপ পৰিয়ালত চকু দুটা মেলি চাওক

  • @Banidasbordoloi5
    @Banidasbordoloi5 2 года назад +5

    Amak dekhi napai kunu.dekhio nedekhe.BJP Sarkare😭😭😭

  • @pritamdoley7343
    @pritamdoley7343 2 года назад

    Anupam da apuni great....

  • @kolponayoutubechannel6014
    @kolponayoutubechannel6014 2 года назад +2

    Anupam da apunak eikarone Val lage apuni bhut mohan

  • @jobexamwithddas56
    @jobexamwithddas56 2 года назад

    মামা আপুনিয়ে কিবা এটা কৰক পৰিয়ালটোক।

  • @bulbulhussain2728
    @bulbulhussain2728 2 года назад +5

    আমাৰ বিধায়ক ডাঙৰীয়াৰ কথাই বেলেগ।

  • @balenbarman1375
    @balenbarman1375 2 года назад +2

    Anupam da you are great 🙏

  • @bobymech7096
    @bobymech7096 2 года назад

    Hosai Dada Apuni Eiya Bohut Bohut Val Kam korise Dhuniyabad 🙏🙏🙏