তেওঁ বিয়া হৈছে বিদেশীৰ লগত, সন্তানে আদৰিছে সনাতন সংস্কৃতি।
HTML-код
- Опубликовано: 9 фев 2025
- তেওঁ বিয়া হৈছে বিদেশীৰ লগত, সন্তানে আদৰিছে সনাতন সংস্কৃতি।
নাম তেওঁৰ প্ৰিয়দৰ্শিনী
+1 (336) 905-4102
নতুনকৈ আৰম্ভ কৰিবলৈ ভয় কৰিব নালাগে।
North East to North Carolina
বিদেশত থকা এগৰাকী অসমীয়া মহিলা
জীৱন যুঁজত হাৰ নমনা এগৰাকী সাহসী মহিলা
প্ৰেম বিবাহত পতাৰিত হৈ আজি সুখী তেওঁ
ধাৰ্মিক নহয় আধ্যাত্মিক হ'ব লাগে মানুহ
তেওঁ নিজৰ জীৱনটো শেষ কৰিবলৈ বিচাৰিছিল
বিদেশত তেওঁ জনপ্ৰিয় কৰিছে সত্ৰীয়া সংস্কৃতি
দেশে বিদেশে তেওঁ শিকাইছে নৃত্য
#PriyadarshaniDutta #usa #chakrapaniparashar #baartalaap
অতি সুন্দৰ। অসমীয়া তথা দুলীয়াজান বাসী হিচাপে প্ৰিয়দৰ্শিনীকলৈ গৌৰাম্বিত। বিদেশত থাকিও নিজৰ শিপাক ইমান সুন্দৰকৈ ধৰি ৰাখিছে।
আজিৰ ভিডিও তু ছাই বহুত ভাল লাগিল। বিদেশত থাকিও নিজৰ সংস্কৃতি তু বজাই ৰাখিছে। বৰ ভাল লাগিল❤❤
বৰ সুন্দৰ অনুষ্ঠান এটা উপভোগ কৰিলো। ধন্যবাদ চক্ৰপাণি পৰাশৰ ডাঙৰীয়া
বহুত ভাল লাগিল
ভাল লাগিল
অতি সুন্দৰ অনুষ্ঠান উপভোগ কৰিলো। চক্ৰপাণিলৈ হিয়াভৰা শুভেচ্ছা থাকিল। ধ্ৰুৱজ্যোতি ভূঞা।
Bohut vl lgil baa .bondhu chakrapani.amar bixoi tu patila best vl lgil ..thnk u
Bhaiti hoi Tumi ..mur Moromor
What a strong and strange life of a woman Many many thanks.
মোৰ বয়স সত্তৰ বছৰ। তোমাৰ কথাবোৰ শুনি বৰ ভাল লাগিল। আৰ্শীবাদ কৰিছোঁ তুমি আগবাঢ়ি যোৱা
সুন্দৰ লাগিল ।❤️
Xundor 👌Bor bhal kotha Xubheshya thakil🙏
Khub val lagil bubu. Tumi horurei pora bohut besi hahokhi. Tumar pora aro bohut aha koro..Aguwai jua. Arhibad hodai ase. Book akhon lekhiba. Tumar logot hokolu homoyate aso.Thakim
North East United FC 2 - 1 Punjab FC (Prediction)
Guys Please Support Football ⚽⚽
বহু বছৰৰ পাছত দেখা পালো। তোমাৰ প্ৰতিভাৰ বাবে আজি ইমান আগবাঢ়ি গৈছা । শুভেচ্ছা জনালোঁ অনাগত দিনবোৰত তুমি ভাল কাম কৰি যাবলৈ।
খুউব ভাল লাগিল আজিৰ কথোপকথন চাই । মই North Carolina ত প্ৰায় তিনি মাহ থাকি আহিলো । সঁচাই বৰ ধুনীয়া ঠাই । হয় তাত খুউব ভাল দৰে চলিব পাৰে । মোৰ ছোৱালী Duke University ত masters কৰি তাতেই কৰ্মৰত । তেওঁৰ কথা বোৰত মোৰ তাত ঘুৰি ফুৰা যেন লাগি গ'ল।
প্ৰিয়দৰ্শিনী ইন্মেন, তোমাক চক্ৰপাণিৰ বাৰ্তালাপত এনেদৰে পাই ভাল লাগিল। তোমাৰ জীৱনবৃত্তান্ত অকৃত্ৰিম ভাবে কৈ গ'লা, সঁচাই সাহসী তুমি।পৰাশৰলৈ ধন্যবাদ আৰু তোমালৈ বহুত মৰম।
Baa joni khub val lagil ♥️♥️
Thank you Muk bhal loga buli kuwar babe. Esware Tumar mangal karak.
Khub bhal lagil Priyadarshini !!!
অতি সুন্দৰ, সঁচাকৈয়ে বহুত গৌৰব,জয়,আই,অসম।
Thank you so much .. ashirwad koribo aru jate bhal kaam koribo paru
Bahut bhal lagil bartalap to. Thank you very much.
সুন্দৰ
Bohut,val,lagel
Khub hundar onusthan aji
অনুষ্ঠানটো চাই ভাল লাগিল সঁচাকৈয়ে । ভগৱানে ভালে ৰাখক তেখেতক ।
অতি সুন্দৰ ভাল লাগিল।
Bohut bosoror murat dekha palu val lagile. Anusthantu bohut val lagil...... ❤
খুব ভাল লাগিল।❤
অতি সুন্দৰ পৰিবেশন।
খুব ভাল লাগিল।
Sakrada aaji jibonot kiba ata confidence palu, bohute val lagil dei❤
No struggle,no goal mem.thanks.
অতি সুন্দৰ । দুয়োলৈ মৰম যাচিলো ।❤❤🙏🏻
চক্ৰৰ অনুষ্ঠান বোৰ খুব ভাল লগা 😊
সঁচাকৈয়ে বৰ ভাল লাগিল , অনুষ্ঠানটি ।
Nice video ❤
Bahut val lagil.
Very nice
Aajir Interview khub bhal lagil.Eman strog lady ,aapunak naskar jonaichu.
Thank you so much.. God bless you ❤
বৰ ভাল লাগিল। বহু কথা জানিব পাৰিলো।❤❤
Bhut bhut thankyou.❤❤❤bidawkbhut. ❤ Dilo.
প্ৰিয়দৰ্শিনী, তোমাৰ এই সাক্ষাৎকাৰটো শুনি বৰ ভাল লাগিল দেই 🥰
Thank you baideo
👌👌
Priyadarshini r xoite mur feelings xompurno eke dekhi bor asorit hoi goisu... bor bhal lagise.
বৰ ধুনীয়া জনী দেখুৱালা দেই।
Bohut bhal lagil ❤
Bahut val lagil
Bartalab bhaal lagile
We're proud of assamese lady
Val lagil 🙏🙏
Proud of you Priyadarshini
Mam thank you so much !!!
Val lagil❤
Congratulations🎉
Iman morom loga baidew joni kathabur
ভাল লাগিল ❤❤
Thank you ❤
Nice presentation ❤
moja lagil ❤❤❤
Proud of you bubu ba
Thank you Laxmi .. amar goror buwari, lakhimi
Proud of you dear❤
Sundar ❣️ we should learn from her...
❤❤❤
আমি খিলনজিআ বাইদেউ আচনিৰ যোগেদি গৌৰব অনুভব কৰিছো।
কথাবিলাক শুনি বৰ ভাল পালোঁ,নিভাজ অসমীয়া কৈছে, আমেৰিকাত থাকে যদিও
Khub xundor priyaaaa
Thank you so much ❤
Dada next Uddhav Bharali Sir k anibo🦏
Bahut bhal lagise
👍👌🙏
But val
Amar moromor ba ... bu ba❤😊
Thank you ❤bhal ne
@priyadarshiniinman4709 val ba...apunar
Bàidew goraki eman মৰমলগা কথা বোৰো বৰ হুৰিয়া শুনি আমনি নলগা
Thank you so much .. esware jate mangal kore
হুৰিয়া নহয়, সুৰীয়া।
Bubu ❤❤❤
Sub title tu Assamese huwa nai nki baru
মোৰ বা জনী 🫂❤️
Worldtanekuamanuhardarkar
Teok
Bor khudar artalp
বহুত ভাল লাগিল
Val lagil ❤
Bhal lagil
❤❤❤❤