Tammam dhuniya video bonaise apuni konoklota boruwar barir video bonaise,aru ajonor video bonabo tejimola aru joymoti kuworir barir video bonabo please please please
Kanaklata a martyr is no more. I pay my salute for her supreme sacrifice for our nation. I have already sent her activities in Quit India Movement through my Whatsup to my friends outside of Assam.
Aji je moi aetu video sabo paisu bhut val lagise.. Thank you dada... Aru ghr khon je dekha palo uff kobo vakha ni kiman val lagise mor... Sobke share kri asu video to❤❤❤
শ্বহীদ কনকলতা বৰুৱালৈ সেৱা জনালোঁ , আৰু পৰিয়ালৰ সদস্য সকলক আশীৰ্বাদ নিবেদিছোঁ। ভাল লাগিল ।
🙏
সুন্দৰ এই কথা বোৰ শুনিলে শুনি থাকিব মন জায়.কনকলতা বৰুৱালৈ আন্তৰিক শ্ৰদ্বা জনালোঁ.
ধন্যবাদ। vedio বোৰৰ জৰিয়তে লগ পাই থাকিম
Padi😊
998iijjjiiioouuogg. Vtzzzghhzgj the bbbnjkffffggztezpokjj😂
@@chabindraborah6151
,joy mohan atma joy pronam
7Y@@Assamsetu1234
কনকলতা বৰুৱা আৰু শ্বহীদ পৰিয়ালটোলৈ শতবাৰ প্ৰণামো জয় আই অসম ❤🙏
🙏
🙏🙏🙏🙏🙏🙏🙏🙏
বহুত বহুত বহুত ভাল লাগিল... আবেগিক হৈ গ'লো। কনকলতা বৰুৱাৰ লগতে সমদলত যোগদান কৰা প্ৰতিজন যোদ্ধালৈ শ্ৰদ্ধা যাচিলো। আপোনালোকলৈও বহু বহু শুভেচ্ছা জনালো... অনাগত দিনলৈ ভাল ভাল কাম কৰি আগবাঢ়ি যাওক... 🙏
ধন্যবাদ।🙏
Tqs Bro
চৰকাৰে এই সকলক চৰকাৰী সকলো সুবিধা দিব লাগে।। 🙏🙏
ভিডিও টোত উল্লেখিত পুসপলতা (Puspa lata) দাসৰ ঘৰ গহপুৰৰ মাগনি অঞ্চলত নেকি বাৰু জনাবচোন!
শ্বহীদ কনকলতা বৰুৱা অসমৰ গৌৰৱ ! গহপুৰ অঞ্চলৰ গৌৰৱ ! আমি তেওঁক বছৰ বছৰ ধৰি সোঁৱৰণ কৰি আছোঁ ! আমাৰ ল'ৰা -ছোৱালী কেইটিকো ভাৰত ত্যাগ আন্দোলনত ভাগ লৈ শ্বহীদ হোৱা কনকলতা বৰুৱাৰ কথা কৈ থাকো ! ইতিহাস আৰু সাধুকথা যেন লগা এইবোৰ সুঁৱৰি বা আনৰ আগত প্ৰকাশ কৰি গৌৰৱবোধ কৰোঁ ! আমি জীয়াই থকালৈকে বৰেণ্য শ্বহীদ গৰাকীলৈ আমাৰ মনত পৰি থাকিব ! হে শ্বহীদ প্ৰণামো তোমাক !!🎉🎉🎉
ধন্যবাদ। পিছৰ প্ৰজন্মই জানিব লাগিব এই কথাবিলাক
হে শ্বহীদ প্ৰনামো তোমাক ❤❤❤
সঁচা কথা আত্মাই শান্তি পাওক। শুনি ভাল লাগিল ।
ধন্যবাদ। জয় আই অসম
ভাৰতীয় ৰ বাবে চিৰ যুগমীয়া ইতিহাস প্ৰসিদ্ধ সমল। সদায়ে প্ৰচাৰ কৰা ধন্যবাদ।
ধন্যবাদ।
View v
Bohut bohut val lagil
Thank you. Subscribe kori lobosun channel tu
বহুত বহুত ভাল লাগিল ভিডিওটো, জয় আই অসম, ভাৰত মাতা কি জয়🇮🇳
ধন্যবাদ। জয় আই অসম
ধন্যবাদ। জয় আই অসম
শ্বহীদ পৰিয়াললৈ অশেষ ধন্যবাদ।🙏🙏
ধন্যবাদ।
বৰ সুন্দৰ পদক্ষেপ।আমাৰ জনগণক সদায় সচেতন ভাৱ জাগ্ৰত কৰাৰ বাবে। ভবিষ্যতে আৰু উন্নত মানদণ্ডৰ আঁচনিৰে ধুকি পায় যাতে।জনগনৰ মাজত সদায় কনকলতা জীয়াই থাকে যেন তাৰেই প্ৰাৰ্থনা কৰিলোঁ ভগৱানক।
বহুত ভাল লাগিল এনে নজনা কথাবোর জানিবলৈ পাই অতন্ত সুখী হৈছো বিশেষ যে তেও বোরা রিহা খন চুই চাব নোরারিলে দেখা পাইছো তেওঁর নাম সদায় এনেদরেই জিলিকি থাকক তেওঁর লগতে পরিয়ালটি লৈকো কোটি কোটি বার প্রণাম জনাইছো
🙏
ভাল লাগিল। বহু তথ্য পালো। এনে ভিডিও আৰু বনাই থাকক
হৃদয় চুই গ'ল। শ্বহীদ কলকলতা বৰুৱালৈ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ 🙏 আমাৰ মান, আমাৰ প্ৰাণ আমাৰ গৌৰৱৰ প্ৰতীক।
বিৰাংগনা শ্বহীদ গৰাকীলৈ সহস্ব প্ৰণাম 🙏🙏। তেওলোকৰ দেশৰ প্ৰতি যি প্ৰেম, ত্যাগ, শুনিলে বুকু কপি যায়।। আই তোমাক আকৌ প্ৰণাম🙏
ধন্যবাদ।
বহুত ভাল লাগিছে video tu sai,,,,,,জয় আই অসম
MR.PAPU BORA GOOD STEP congratulations keep it
ধন্যবাদ।
বৰ ভাল লাগিল কথা বিলাক জানিব পাৰি। ধন্যবাদ জ্ঞাপন কৰিলো।
ধন্যবাদ।
অতি সুন্দৰভাবে কণকলতাৰ বিষয়ে কোৱা কথাখিনিয়ে আপ্লুত কৰিলে ।দুয়ো গৰাকীলৈ ধন্যবাদ থাকিল।
সেৱা জনাইছো
আন্তৰিক শ্ৰদ্ধা গ্ৰহন কৰিব
ভিডিঅ'টো চাই ভাল লাগিল ।শ্বহীদ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিলৈ প্ৰণাম জনালোঁ ।🙏
🙏
প্ৰথম বাৰ দেখিলো 🌺 কনকলতা বৰুৱাৰ ঘৰ
Moi ghrt goisu. Gahpur Barangabari jabo paribo. Tewlkr family bht val
কনকলতা বৰুৱাৰ পৰিয়াল বৰ্গলৈ আন্তৰিক। ধন্যবাদ জনালোঁ । জয় আই অসম ।
Video to val lagile ❤❤❤❤❤😊😊😊😊😊
ভ্হুদ ভাল লাগিল video টো চাই
ধন্যবাদ।
ভিডিঅটো চাই ভাল লাগিল আৰু কনকলতা বৰুৱাৰ ঘৰখন চাই ভাল লাগিল তেওঁলোকৰ পৰিয়াল কেইজনক দেখিলে ভাল আছিল
ধন্যবাদ। Log pai thakim enekoi
বৰ ভাল লাগিল
ধন্যবাদ। Support কৰিব
কনক। লতা বৰুৱাৰ লগতে প্ৰতিজন বীৰ শ্বহীদ লৈ শ্ৰদ্ধাঞ্জলি জনাইছো🙏🙏। ভিডিও টো বৰ সুন্দৰ হৈছে।
ভাল লাগিল। 👍
Val lagil konoklta buruwar dhorkhon dekhi
Thank you
বহুত ভাল লাগিল আগলৈও এনেকুৱা ভিডিঅ চাবলৈ পাম বুলি আগ্ৰহ কৰিলোঁ 🙏 ধন্যবাদ জয় আই অসম 🇮🇳🇮🇳🙏🙏
ধন্যবাদ । জয় আই অসম
সুন্দৰ ভিদেউ
বৰ ভাল লাগিল।
ধন্যবাদ। চাই থাকিব চেনেলটো
অসমৰ এই সাহসী বিৰংগনাক সহস্ৰ প্ৰমাণ🙏
ধন্যবাদ।
আপোনাক এনেকুৱা ভিডিও বনালে চাই খুবেই ভালেই লগে,
আপুনি যেন আগলৈ আৰু বনাই
জয় আই অসম
সুন্দৰ ভিডিঅ'
ধন্যবাদ।
শ্বহীদ প্ৰণমো তোমাক❤️
বহুত ভাল লাগিল
ধন্যবাদ।
@@Assamsetu1234❤ video
ভাল লাগিল ,
ধন্যবাদ।
@@Assamsetu1234 676788
This Bro
হয় বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো
বহুত দুখ লাগিল
swahid Kanaklota Barua loi sraddhanjali jonaisu..logote porialborgoloi dhannyabad
মাতৃ ভূমিৰ ছহিদ হোৱা কনকলতাক শতবাৰ চেলত। জয় আই অসম।🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏💐💐
🙏
Hoo
হে শ্বহীদ প্ৰণামো তোমাক 🙏🙏🙏
এনেকুৱা video দিয়া কাৰণে আপোনাক ধন্যবাদ দিছোঁ,,নজনা কথা আজি জানিব পাৰিলো Thank you
ধন্যবাদ🙏
🙏🏾🙏🙏🏾krishna krishna❤ কঠাখিনি শুনি বৰ ভাল লাগিল ❤❤❤
Thank you
বৰ ভাল লাগিল ❤❤❤
বহুত ভাল লাগিল ভিডিঅ টো চাই 😢😢😢😢
ধন্যবাদ। চেনেলটো subscribe কৰি ল'বচোন
@@Assamsetu1234 okk ঠিক আছে ভাল ভাল viedo দি যাবা 💕
অতি সুন্দৰ। ভাল লাগিলে।
ধন্যবাদ।
বহুত ভাল লাগিল দাদা
এই বোৰ ভিডিও দিলে ভাল লাগে
🙏
Bor val lagil videotu
ধন্যবাদ।
Video sai bhut. Val lagese💖 sunder💙 kam korise very good👍 dada
ধন্যবাদ। চাই থাকিব চেনেলটো
বঢ়িয়া !
ধন্যবাদ।
Moi bichariyei asilutekhetor smriti. Khub bhal lagil. Parile aru anedhornor bhal bhal kotha huniboloi pam buli akha thakil. জই আই অসম
ধন্যবাদ। জয় আই অসম । চেনেল টো চাব । এনে ধৰণৰ vedio বিলাক দি যাবলৈ চেষ্টা কৰি যাম
Bohut val lagil video bur sai aru kanaklota boruhar kothabur huni bohut duk palu😢😢
ধন্যবাদ।
Good newas
Bhuat vhal lagil Sai kanok lota sachi des preme aaselo🇮🇳🇮🇳🌹🌹🇮🇳🥀🇮🇳🌹
কনকলতা বৰুৱা লৈ প্ৰণাম জনাইছোঁ
🙏
ভাল লাগিল ভিদিয়ো টো সেলুত k l
কনকলতা বৰুৱাৰ বিষয়ে শুনি ভাল লাগিছে।
Nice sharing..bhal lagil video tu..notun bondhu holu..axakoru muru bondhu hobo
Thank you
এই বিলাক ভিডিও চাই ভাল লাগে
ধন্যবাদ। জয় আই অসম ।
❤@@Assamsetu1234
Bahut Val lagil Katha khini
বৰ ভাল লাগিল
শ্বহীদ প্ৰনাম তোমাক
Nic video ভাৰত মাতা কি জয় 🙏
Thank you. Jai hind
বৰ ভাল লাগিল ভিডিঅ'টো
বহুত ধন্যবাদ। চাই থাকিব চেনেলটো
ভাল লাগিল পৰিয়াল আৰু ঘৰ চাই ভাল লাগিল
Anekuwa video dekhile man pran jagi uthe
My heart felt Gratitude & respect to Kanaklata baidew❤
Thank you .
কনকলতা বৰুৱা অমৰ হয় দেশৰ কাৰনে শ্বহীদ হৈছিল। আৰু এই বিলাক ভিডিঅ চাই ভাল লাগে। Thank you
Thank you
শ্বহীদ প্ৰনামো তোমাক 🙏🙏🇮🇳🇮🇳
শ্বহীদ গৰাকী লৈ সশ্ৰদ্ধ প্ৰণাম জনালোঁ 🙏🙏
Tammam dhuniya video bonaise apuni konoklota boruwar barir video bonaise,aru ajonor video bonabo tejimola aru joymoti kuworir barir video bonabo please please please
কথাবোৰ শুনি আৱেগিক হৈ পৰিলো। হে শ্বহীদ প্ৰণামো তোমাক।🙏
🙏
Story tu bohut val lagil ❤
Thank you
Dada video tu sai bohut vl lagel 🇮🇳🇮🇳
ধন্যবাদ।
Val lagil dekhi👍
বহট বহুট ভাল লগীল দেই
ধন্যবাদ। জয় আই অসম
এনেকোরা সঁচা কাহিনী চাবলৈ পালে বহুত ভাল লাগে
সুন্দৰ
ধন্যবাদ।
গাৰ নোম শিহৰিত হৈ গ'ল। কথা বোৰ শুনি।
🙏
Kanaklata a martyr is no more. I pay my salute for her supreme sacrifice for our nation. I have already sent her activities in Quit India Movement through my Whatsup to my friends outside of Assam.
🙏
ভাল লাগিল ককাইদেউ ।
ধন্যবাদ।
Val lagil
ধন্যবাদ।
Bohut sunder legel❤❤
ধন্যবাদ। জয় আই অসম
বহুত বহুত ভাল লাগিছে সেই ১৯৪২ চনৰ দেশৰ বাবে পান আহুতি দি য়া কনকলতা কাহিনী , সছাকৈ বৰ মৰমানতিক।
বৰ ভাল লাগিল ভিডিঅ'টো❤❤
ভাল লাগিছে দেখুওৱা ৰ কাৰণে। আপোনাৰ লগত জড়িত হলো আপুনি ও মোৰ ভিদিঅবোৰ চাব
নিশ্চয় । ধন্যবাদ
Video sai Val lgse 🤗🤗🤗 জয় আই অসম Thank you 285 subscribe 🤗🤗
🙏
Bohut val lagil ❤❤
ধন্যবাদ।
ভাল লাগিল ভিডিঅ'টো চাই
ধন্যবাদ।
Hosai borval lagil dei
ধন্যবাদ।
অভিভূত হলোঁ ৷
ধন্যবাদ। চাই থাকিব চেনেলটো
😮😢😢😢 8:24 8:24 8:24 😊😊😊🎉🎉🎉🎉❤❤❤❤🎉😮😮😢
Hoy hei sahid jibolak lok asil hakalore gharaloi goi kene paristit aase dekhuwale vall pam.thanks.
ধন্যবাদ।
Ami juwabar 14 August t r dina goisilo... Guwahati r pra ...rati pehi htr tt thaki pisdina gusi ahisilo...
Moja lagill dada homoi pale muku sai dibho
Thank you
Swahid Pranamo Tomak Kanaklata Baideo....
Sundor ❤️ bohut val lagil video tu sai 👍
ধন্যবাদ।
Aji je moi aetu video sabo paisu bhut val lagise.. Thank you dada... Aru ghr khon je dekha palo uff kobo vakha ni kiman val lagise mor... Sobke share kri asu video to❤❤❤
Thank you🙏
Val lagil.
❤
ধন্যবাদ।
অসমীয়াৰ চিৰগৌৰৱ। প্ৰতিজন অসমীয়াই এই ইতিহাসপ্ৰসিদ্ধ স্মৃতি চিৰযুগমীয়া কৰাৰ দায়িত্ব আছে ।
বৰ আবেগিক হৈ পৰিলো