অত্যন্ত দুঃখজনক ঘটনা... বিশ্ব বরেণ্য এই শিল্পীর বাড়ির পরিস্থিতি দেখে খুবই খারাপ লাগছে, রাজ্য সরকার কি করছে, কি করছে লোকাল প্রশাসন!!! অতিশীঘ্রই শিল্পীর বাড়ির উপযুক্ত রক্ষনাবেক্ষণ করা উচিত সরকারের...
Dada apunar ai prasestak moi kritagyata janaisu. Xudhakanthar ai smriti bijarita ghartu truism r babe axomar hampad hisape sangrah kari rakhatu sarkarar noitik kartabya hobo.
Sata kuti pranam Sir Bharat Ratna Dr Bhupen Hajarika Devalr bisaye janu war babe bahut dukh laga katha kabaloi vasha nai amar sakalure sardhar Sudhakantha Bharat Ratna Dr Bhupen Hajarika pariyaltuk ghar tu abahela karar babe Sarkare sanrakhyanar bebastha kare Jen bahut an 15:18
Moi apuner video sadai saw ETA o miss nkru agoloi enekoi video Di thakib vl lage ,,, Moro ETA নতুন channel khulisu Jodi bisare frnd hb video bur sab de 🙏
ভাৰত ৰত্ন ভূপেন হাজৰিকা তেক্ষতৰ বাসগৃহ ৷ মোৰ অতিকৈ আপোন ৷
ভাল লাগিল,আপুনি বহুত সুন্দৰকৈ উপস্থাপন কৰিছে।
ধন্যবাদ
বহুতো ভাল লাগিল
সুন্দৰ টপিক এটা উপস্থাপিত কৰি পোহৰলৈ আনিলে। কৃতজ্ঞতা জনালোঁ।
চেষ্টা কৰিছোঁ। আপোনাৰ দৰে ব্যক্তিৰ মন্তব্য পায় ভাল লাগিল। যদি আপুনি এনে কোনো স্পৰ্শকাতৰ বিষয়ৰ ওপৰত কিবা জানে, জনাব। চেষ্টা কৰিম উলিয়াই অনিবলে।
Ati hundar nidarkhan.....
আজীৱন মানুহক ভালপোৱা মানুহৰ বাবেই গীত কথা কৈ যোৱা মহান শিল্পী জনৰ অনাদৰ অৱস্থা দেখি বেয়া লাগিছে।
অসমীয়াৰ স্বাভিমান ভূপেন হাজৰীকাৰ কুঠৰীৰ এই স্মৃতি বিজড়িত ঘৰখনৰ নিৰ্মান কৰিবলৈ চৰকাৰলৈ মোৰ শতকোটি অনুৰুধ আৰু মিনতি কৰিছো ।আমি অসমীয়া চিৰদিন মৰম বলীয়া অতিথি পৰায়নতাই আমাৰ চিনাকী সেয়ে ফুকপ খুৰালৈ সেৱা জনালো দেই।
লগতে ডেকা সাংবাদিক ভাইটি লৈও অভিনন্দন জনালো এই বাতৰিটো জন মানসত প্ৰচাৰ কৰা বাবে।
ধন্যবাদ ভাইটী। আমাৰ ফালৰ পৰাও চৰকাৰৰ ওচৰত অনুৰোধ অনতিপলমে যেন কাম টো হাতত লয়।
অত্যন্ত দুঃখজনক ঘটনা... বিশ্ব বরেণ্য এই শিল্পীর বাড়ির পরিস্থিতি দেখে খুবই খারাপ লাগছে, রাজ্য সরকার কি করছে, কি করছে লোকাল প্রশাসন!!! অতিশীঘ্রই শিল্পীর বাড়ির উপযুক্ত রক্ষনাবেক্ষণ করা উচিত সরকারের...
Dr Bhupen Hazarika ghar aji Sai bohot val lagil dada tq❤❤❤❤
ka
Welcome
Assam sorkari kile ito maintain nokore ito toresim spot nohe
কথা সিনিৰ দাঙি ধৰা কাৰনে বহুত ভাল কৰিছে ।❤❤❤
Pran bhori gol apunar video tu Sai, Bhupen sir k pranam janalu 🙏🙏🙏🙏 apuni jotei ase kuxole thakok 🙏🙏🙏
Thank you. But My Name is also Navajyoti 🤝🤝 Dosti hoi golu
কুঠৰী ঘৰটো দেখি মৰ্মাহত হলো ।চৰকাৰৰ দৃষ্টিগোচৰ কৰিলো ।🙏
@@RamenBharali-m7i 🥲
Vl lgl vdeo tu sai
Vedeo khon Shai buhut bhal lagese aponak buhut buhut dhaybhat giyapon korisu brother 🙏
ধন্যবাদ জনালোঁ।
Bhut bhut val lagil ❤❤❤❤
আপোনালৈ বহু ত ধন্যবাদ এই ভিডিঅটো দিয়া বাবে । বহু ত ভাল লাগিল
মন্তব্যৰ বাবে আপোনাকো ধন্যবাদ জনালোঁ।
Mohan khilpir ghor dekhi duh lagil ghorto meramuti kori diar babe surkar osorot onurot thakil buht buht video prosar korar babe thanks you
Bohut kotha janilu video tu sai 👍👍👍😘😘
Thank you
Wold best singer Dr. Bhupen hazarika. ❤
Bohut val laagise dada aapunar video aaru dibo wait korim from dirug
Thank you and Love from me
Hundor.Sorkary eyar hundor baboatha lbo buli akha rakhilu
হয়। আপোনাক ধন্যবাদ জনালো।
Thik koise dada
অসম চৰকাৰৰ এইয়া এক বিশেষ দায়িত্ব।
মহান শিল্পীর প্রতি রইলো শ্রদ্ধা, ভালবাসা।
বাংলাদেশের মানুষ শ্রদ্ধেয় শিল্পীকে ভালবাসে।🇧🇩
আপোনাকে ধন্যবাদ জনাইছে
Vdo tu bohut val lagil
ধন্যবাদ।
অসমৰ স্বাভিমান এই চৰকাৰে ৰক্ষা নকৰে । নিয়ম নাই । মন্দিৰ বনাব । এইখন মন্দিৰ বনোৱা চৰকাৰ ।
এতিয়া কথা হ'ল এজন দূৰদৰ্শী সমাজ সেৱক শিল্পী লোকক নেতৃত্ব দি ফাষ্ট এটা গঠন কৰা আমি কিসিৎ হ'লেও সহযোগ কৰিম বহুতো ভূপেন্দ্ৰপ্ৰেমীয়ে স্ব-ইচ্ছাই সহযোগ কৰিব আমি চৰকাৰক দেখুৱাই দিব লাগে আমি আমাৰ স্বাভিমান ৰক্ষা কৰিব জানো ?
ভূপেন দা ঘৰটো দেখি সঁচাকৈ বহুত বেয়া লাগিছে ,চৰকাৰে কিয় মন কান কৰা নাই অতি সোনকালে সঙৰক্ষন কৰিবলৈ অনুৰোধ জনালোঁ
বিষয়টি গুৰুত্ব দি Vodio টি চাই বহুমূলীয়া মন্তব্য প্ৰদানৰ বাবে বাইদেউ আপোনাৰ ওচৰত চিৰ কৃতজ্ঞ। 🙏🙏
Bhupenor ghartu Sundar korok chorkar khoney dhonay bad 🙏🙏🙏👍🙏👍
সচাকৈ অন্তৰ দহি ৈগেেছ। ভূপেন হাজৰিকা দেৱৰ জৰাজীৰ্ণ কুঠৰিৰ ঘৰটো দেখি।
এৰা। চৰকাৰৰ সুদৃষ্টি পৰক।
মোৰ জীৱনৰ প্ৰিয় মানুহজন ঘৰৰ অৱস্হা এনে হ'ব লাগেনে। ;
Ghrtu dexi manti dux lgil manti dangariai Jen kothatu hatot loi 🙏🙏🙏
Thank you dada val lagil janib pai
I have seen this Video first, please make an arrangement to keep permenent his kutuir by the Govt.
Video tu bhut besi Val lagil 😌
ভূপেন হাজৰিকা দেৱৰ ঘৰখন চাই ভাল লাগিল। মোৰ ঘৰ দেওমৰনৈ দৰং
ঘৰটি দেখুওৱাৰ বাবে আপোনাক ধন্যবাদ
ধন্যবাদ।
সুন্দৰ ভিডিঅ বনায়ছে
ধন্যবাদ
আপোনাৰ উপস্থাপন বৰ সুন্দৰ, এই আমাৰ সমাজ বৰ দুখ পাইছো
ধন্যবাদ জনালোঁ।
আতি ভাল প্ৰতিবেদন । সকলোকে কাতৰ অনুৰোধ ভূপেন দাৰ স্মৃতি যুগমীয়া কৰক । ৰাজনৈতিক ভাবে যদি স্বৰ্গদেউ চুকাফা শ্ৰেষ্ঠ অসমীয়া, আধ্যাত্মিক ভাবে যদি শ্ৰীমন্ত শংকৰদেৱ শ্ৰেষ্ঠ অসমীয়া তেন্তে নিশ্চয় সাংস্কৃতিক ভাবে শ্ৰেষ্ঠ অসমীয়া আমাৰ অতিকে মৰমৰ শ্ৰদ্ধাৰ ভূপেন দা । ভূপেন দা , আপুনি নাই, আমি আছো , অসমীয়াৰ জাতীয় পতাকা আমি কঢ়িয়াই লৈ যাম , আপোনাক কথা দিলো ।
আপোনাৰ বহুমূলীয়া মন্তব্যৰ বাবে অশেষ ধন্যবাদ জনালোঁ।
চিৰ বৰেন্য শিল্পী গৰাকীক প্ৰণাম
ধন্যবাদ।
আপোনালৈ বহুত বহুত ধৈনবাদ 🙏🙏🙏
ধন্যবাদ আপোনালৈও জনালোঁ।
Val lagil dei
ধন্যবাদ জনালোঁ।
অতি সুন্দৰ দাদা
ধন্যবাদ বিকাশ
চৰকাৰে ঘৰটো সোনকালেই জিলিকাই তুলক।
Please take valuable actiontion to repair Bhupen da, s home by Govt of Assam.
আপোনাৰ ভিডিঅ' চাই বহুত ভাল লাগে এনেকৈ ভাল ভাল ভিডিঅ' দিব বুলি আশা ৰাখিলোঁ।
ধন্যবাদ। সৰ্ব্যটোপ্ৰকাৰে চেষ্টা কৰিম।
Nice video
God bless you Neog da.
Bhupen koka ❣️
এই ভিদিওটো দিয়াৰ বাবে আপোনালৈ ধন্যবাদ থাকিল !
ধন্যবাদ কৃতজ্ঞ হৈ ৰলো।🙏
ভাল লাগিল দাদা। আপুনি এনেদৰে ভিডিঅ দিয়া বাবে। আপোনালৈ ধন্যবাদ থাকিল।
ধন্যবাদ।
আপোনাৰ এই vdo টি দিনটোত এবাৰ নাচালে নোৱাৰো। সঁচাই বহুত সুন্দৰ হৈছে।
নমস্কাৰ। আপোনাক কি বুলি ধন্যবাদ জনাম। এদিন লগ হম দিয়ক।
Val lagil dada sai videoto
🙏 জনালোঁ।
বৰ আৱেগিক হৈ পৰিলোঁ 😢😢😢
Dada apunar ai prasestak moi kritagyata janaisu. Xudhakanthar ai smriti bijarita ghartu truism r babe axomar hampad hisape sangrah kari rakhatu sarkarar noitik kartabya hobo.
হয়। আপোনাৰ বহুমূলীয়া মন্তব্যৰ বাবে ধন্যবাদ।
Val lagil dada
ধন্যবাদ।
দাদা আপোনাৰ সুন্দৰ মন্তব্য।
ধন্যবাদ।
Good idia.
Nice videos ❤😢
Hosai dukh loga kotha
🙏
ড°ভূপেন হাজৰিকাদেৱৰ ঘৰটো দেখি বহুত ভাল লাগিল ।এই ঘৰটো যাতে চৰকাৰে সুন্দৰভাৱে সংৰক্ষিত কৰি ৰাখে।
আপোনাৰ মন্তব্যৰ বাবে ধন্যবাদ।
Hasai dokh lagil.. Ghar to sai...
Bahut dukh loga kotha . . Apuni bahut val Kam korise
এই ভিডিঅটোৱে বহু কথা সোঁৱৰাই দিলে আৰু বহু নজনা কথা জানিবলৈ দিলে ! হয়, কাজিৰঙাৰ এই কুঠৰীতে বিশ্ববৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকাদেৱৰ প্ৰাণটো সোমাই আছিল ! কিন্তু এই গৰাকী মহান শিল্পীক অসম চৰকাৰে উপযুক্ত স্থানত উপযুক্ত সন্মান দিব পৰা নাই ! মোৰো সেইটোৱেই দুখ লাগিল !শেষত বিশ্ববৰেণ্য শিল্পী, সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাদেৱলৈ অশ্ৰু অঞ্জলি নিবেদিলোঁ ! তেখেত য'তেই আছে চিৰশান্তিত শুই থাকক !!🙏🙏🙏
আপোনাৰ বহুমূলীয়া মন্তব্যৰ বাবে ধন্যবাদ জনালোঁ।
Dukh loga kotha dada
Manuh jone bohut valke kotha koi.....
আজি প্ৰথমবাৰ আপোনাৰ video চালোঁ । বৰ সুন্দৰকৈ কথা কয় আপুনি ভাল লাগিল আৰু subscribe কৰি দিলোঁ। 😊
বহুত বহুত ধন্যবাদ জনালোঁ।
Aami akebare okamornya CM buli bhabo...
🤔
Really dada
হয়
Agphale duar dang pisphale dhubang bang bhupen dar kutharir ghar khan. Dukhar katha,
বৰ দুখ লগা কথা চৰকাৰে চকু মেলি চাব লাগে
হয়।
অতি দুখ জনক
hundar protibedon🌺❇️✳️✴️♥️
ধন্যবাদ জনালোঁ।
Apuni bohut val video bonale apunaloi hubo kamona jonaisu jate bobisotei anekuwa video bonab takib bulk.👍👍
Mondir bonabo ❤❤
Video sai bohut Val lagil, from Arunachal 👍
Thank you. I Love Arunachal ❤️❤️❤️
সুধাকণ্ঠৰ স্মৃতি-বিজৰিত কাজিৰঙাৰ কুঠৰী নামৰ ঘৰখন চৰকাৰী কৰ্তৃপক্ষই উদ্যোগ লৈ আটোমটোকাৰিকৈ সজালে বহুতেই গৌৰৱৰ কাম হ’ব ৷ এইক্ষেত্ৰত অসম চৰকাৰে অনতিবিলম্বে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবনে ?
Varry Varry good apunak
Very Nice
Good news dada
Bohut dukh loga kotha bhupen da axomor jatiyo sampod
এটা মিউজিয়াম বনাওক তেখেতৰ গীত বস্তু আদি দি ।
বহুমূলীয়া মন্তব্য। ধন্যবাদ আপোনালৈ।
Govt. Should take immediate step for cultural state of Assam.
🙏🏻🙏🏻
Sata kuti pranam Sir Bharat Ratna Dr Bhupen Hajarika Devalr bisaye janu war babe bahut dukh laga katha kabaloi vasha nai amar sakalure sardhar Sudhakantha Bharat Ratna Dr Bhupen Hajarika pariyaltuk ghar tu abahela karar babe Sarkare sanrakhyanar bebastha kare Jen bahut an 15:18
Bohut dukh lagy di
😫😭😭😭😭😭😭😭😭🙏🙏🙏🙏🙏
🙏💚
moyu apunar logte oti hunkale chorkarekarya koribo buli anurud
Xosai dukh lagil dei
Nice
Thank you
Moi apuner video sadai saw ETA o miss nkru agoloi enekoi video Di thakib vl lage ,,, Moro ETA নতুন channel khulisu Jodi bisare frnd hb video bur sab de 🙏
ধন্যবাদ। নিশ্চয় friend হম।🌺🌺
@@NEWLIGHTAXOM aaaaa
Very nice dada
Thank you
very nice programme.
ধন্যবাদ।
দূখ লগা ।সঙৰক্ষন কৰিব লাগে।
সুন্দৰ উপস্থাপন দাদা,বহুত ভাল লাগিল।
আপুনি কোন হয় বাৰু, ঘৰ?
@@NEWLIGHTAXOM Burhimai mandirr vitort j goisilu Ekeloge, mnt prisene baru?
Feel good,
concept tu bhal loise kokai
akha koru apunr vdeo tu sai govt r soku xule
Apunar kotha right
শিঘ্ৰে তত্বাৱধান লোৱাতো কামনা কৰো
ধন্যবাদ।
Bohut dukh lagel dekhi...