ড• ভূপেন হাজৰিকাদেৱৰ ঘৰটো বৰ্তমান কেনে আছে 😢 in Kuthari, Kaziranga
HTML-код
- Опубликовано: 7 май 2024
- সুধাকণ্ঠ ড• ভূপেন হাজৰিকাদেৱৰ কাজিৰঙাৰ কুঠৰীত থকা ঘৰটো বৰ্তমান কেনে অৱস্থাত আছে ! ভূপেন হাজৰিকাই অনা দেৰগাঁৱৰ ১৮ বছৰীয়া “চুৰেণ” নামৰ ল’ৰাজন এতিয়া ৮৬ বছৰ বয়সীয়া হ’ল ।
▶️ My instagram : / iamzeemi
▶️ My Facebook page : / iamzeemi
Background music by / @sidaflute
#bhupenhazarika #house #kaziranga #kuthari #drbhupenhazarika #home #caretaker #old #legend #assamese #assamesevideo #assamesevlogs #singer #assam #zeemi
আবেগিক হৈ পৰিলো মই ।আৰু লগতে আচৰিত হলো কিয়নো অসমীয়াৰ পিতামহ ড০ভূপেন হাজৰীকাৰ ঘৰটো চৰকাৰে এনেকৈ এলাগিকৈ থৈ দিছে ।ইয়াক অতি শুনকালে মেৰামতি কৰি ৰাইজৰ দশনৰ কাৰনে সুবিধা কৰি দিব লাগে
হিদয় চুই যায় এইবোৰ দেখিলে ❤ তুমি সদাই আমাৰ মাজত থাকিবা সুধা কণ্ঠ ভূপেন হাজৰিকা ছাৰ ❤
Lv u
Dekhile dr=Bhupen Hajorikar sodaisiro kityog hoi thakejen
সুধা কণ্ঠ ভূপেন হাজৰিকা ছাৰৰ ঘৰটো আজি তুমাৰ কাৰণে দেখিবলৈ পালো। ধন্যবাদ ভাইটি😊
অসমৰ চৰকাৰে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ বাসগৃহ সংৰক্ষণ কৰিব পৰা নাই খুব লাজৰ কথা ।😢😢😢
Right 👍
Kot keneke ki kobo lage tumi valkoi jana kintu...aguwai juwa zeemi❤
ভাল লাগিল ! মই বর্তমান ভুপেনদাৰ ঘৰৰ কিছু নিলগত আছোঁ ! চৰকাৰী কর্তব্যৰ খাতিৰত ! তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ !🙏
Tumaloi bohut dhanyawad vaiti literally 🙋🏻 tumar thorough Bhupen daar smriti bijorit thaikon ghortu dekhi bor kiba ""val""🥹🥹lagi gol,,aru tumar presentation excellent 👍🏻👍🏻,, heifale gole sure humam apak,, 🫶🏻🫶🏻 from Dibrugarh Tengakhat
ঘৰতোৰ পিছ ফালেদি এট জান বৈ গৈছে, আৰু জান খন পাৰ হলে পাহাৰৰ নামনিত এখন ৰবৰৰ বাগান আছে । অতি সুন্দৰ ঠাই, মই কিছু বছৰৰ আগতে ঘুৰি পকি জাগাখিনি চাইছিলো ।
অতি সোকালেই 100K হৈ যাব সকলোৱে suport কৰা ❤love from Kamrup ❤
অসম তথা সমগ্ৰ ভাৰতৰে গৌৰৱ, অসমীয়া জাতিৰ হিয়াৰ আমঠু, সুধা কণ্ঠ ডʼ ভূপেন হাজৰিকা দেৱৰ চেনেহৰ ঘৰখনৰ এনে জৰাজীৰ্ণ অৱস্থা দেখি মনত সঁচাই বৰ দূখ লাগিল।আমি অসমীয়া জাতিয়ে প্ৰকৃত যোগ জনক যে উচিত সন্মান দিব নজানো ই তাৰেই জয়ন্ত উদাহৰণ।এই সৰগীয় কুটিৰতে বহি মহা মণিষী গৰাকীয়ে অসমীয়া ভাষা সংস্কৃতি, সংগীত আদি সাধনা কৰি কত যোগজয়ী কালজয়ী গীত মাত ৰচনা কৰি আই অসমীৰ চৰণ পখালি গৈছে তাক পুনৰ দোহৰাৰ প্ৰয়োজন নাই। জনপ্ৰিয় চৰকাৰখনে অনতি পলমে তেখেতৰ বাস গৃহটি মেৰামতিৰ ব্যৱস্থা কৰি দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিলে তেখেতৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ লগতে চৰকাৰৰ ৰাজহৰ বাটো মুকলি হব। ধন্যবাদ।
Vl lagidei, ketiaba xeifle gole nissoy xumam, dhainyabad❤
Very nice video❤❤❤
Bahut bhal. Akon vikhyat lokar eta smriti dekhuala. Dhanyabad tomaloi.
ভিডিঅ'টো চাই ভাল লাগিল। কিন্তু ঘৰটোৰ অৱস্থাটো দেখি সঁচাকৈয়ে মনটো সেমেকি উঠিল।
ভাল লাগিল অ 🙏
Tmi kothabur khub dhuniakoi kua heibabe u video tu sai vl lagil ..."kaliabor mur oti apun thai, kuthorit mur prantu humai ase" Aitu bakyo huna pisot sokupani rokhabo nuarilu ru anke nu pori thakibo lge ne dr bhupen hazarikar apun thai dukhr..
ভাল লাগিল ❤
Bohut bht val lagise d hosa ke mon tu vori goise krishno🙏🙏🙏
Val lagil video to sai .nije jab pora nai jodiu tumar joriote sab parilu.
আবেগিক হৈ পৰিলো 😢 বহুত ভাল লাগিল ❤
ভি ডি ও টো চাই বৰ ভাল লাগিল।
❤❤❤❤ moja bai tomi bohu val
সুন্দৰ ভিদীয় ❤❤
কিমান যে ভাল লাগিল Zeemi দাদা ❤
Quality content ❤
Bohut Val lagil video to Sai 💗
দুখ লাগিছে এইবোৰ দেখি
Val lagil dekhi
Khub val lagil
Bohut val lagil❤❤❤❤
বহুত ভাল লাগিল ভিদিও টো চাই
Very nice zeemi Dada
❤Dhuniya lgil
Bahut val lagile sai zeemi da..... anekua vdo bor agoloi bonai jabo
Best vdo I have seen ever.Great job bro.
Hundor 👍👍🙏❤️❤️👍
Zeemi da apuni belegot koi beleg so vl lge apunar video bur ❤❤❤❤❤
Bohut vl lagil dada video tu sai ❤
Love From Borsola 💜❤️🩹
Val lagila video tu
val lagil 😊❤
ভাইটি তোমাক বহুত বহুত ধন্যবাদ।
Val lagile
Dhuniya 🙏🥰❤️
Hundar lagil
Thanks bro for a good information Assam people ❤❤😊
Love from nalbari zeemi da❤️
Moja Dada ❤️
অতি সুন্দৰ
vl lagil bro
Zemi Daa 🔥
Nice content dada🔥..... Love form Lakhimpur ❤
Vedio Tu sai bohu val lagil vaiti kintu.... Mohan bekti ajon Or jiman khonman manpotro puwa jibur anekoi pori ase take dekhi bohu beya lagil...😢😢.
The content ✅ best 🔥🔥🔥
Khub khundor
Video bur hodai saw...axomr only one fav RUclipsr tmi a ...and 2nd ktha tu hol j tmatkoi dangr mnuhk এওঁ buli nokoi তেখেত buli koi...miu najanisilu dautai video sai muk hikai dise ....nijor mnuhe vul k kole hudhorai diya tu duty buli vbu..so kolu
চৰকাৰে ঘৰটো ল'লে হয়।কিন্তু দুখৰ বিষয় যে ঘৰটোৰ মেৰামতিত অৱহেলা কৰি আছে।
এইবোৰেই আমাৰ সম্পদ, চৰকাৰে এইবোৰ কিয় চকু নকৰে নুবুজো😢
Vall lagil ❤
Great video zeemi❤
সুন্দৰ বৰ্ণনা
Good information ❤
Bohut bhal
Mojja
So nice ❤
Thanks dada
Nice 👍 zeemi
Bro keep it up ❤❤
তেওঁৰ ঘৰ সন অলপ ভাল কৰিৱ লাগে 😌
Very nice video Love you viii
very nice zeemi
Vl lagela video to
Nice video
Very nice video dada ❤❤❤❤
Nice video. ❤
চাই বৰ ভাল পালোঁ ।
Mic ata loi lobo voice quality bea ahise.. Video tu vl lagil ❤
Nice
Very nice
Lv u ❤❤❤❤
Olop ghor Tu hojai porai thobo lgy ny ke kuwa gise ❤❤❤ amar hokoluwry priyo ❤❤
Borhia video bonaisa
❤
❤❤❤❤❤❤
Good boy
nice
❤😢
❤❤❤
microphone use koribo lage blgr karone sounds val hole he val lage sai
পাৰিলে লোৱাৰ চিন্তা চৰ্চা কৰা উন্নতি হব।
Love form vobanipur
❤❤❤❤❤
zimi da tumar video bur bohut vl pau moi ru aaguwai jua
সকলো সময়তে ভূপেন হাজৰিকাৰ গান বিলাক এই বিলাক ঠাইত মাইকত বজাই থকাৰ ব্যৱস্থা কৰক। সুন্দৰ park
বনোৱা
Government
ব্যৱস্হা লোৱাটো ভাল।
ওক
Moi mayang par Sai asu bahut val lagil
first comment😊❤
Bohut dukh lagil eman jora jirno abastha😢 sorkare ako babostha a lowany... Ki dikkar pabo logiya sarkar
Can we protect and preserve his simple but most valuable memorial
for the people of Assam
Very sad to see the condition of the house of Dr Hazarika.Pl.take care of the house it's my humble request to all Assamese people 🙏
বহুত বহুত ধন্যবাদ আগুৱাই যোৱা তাকেই নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। পাৰিলে খাপলাং কাইৰ ঘৰৰ ভিডিঅ' এটা লৈ আশাৰে বাট চায় ৰলো
তোমাৰ কাৰনে ভূপেন হাজৰিকাৰ ঘৰটো দেখা পালোঁ। ধন্যবাদ