I m so thankful to you.moi agot ebar comment korisilu joymoti kuworir jonmothai khon dekhuabole.NANGFA namor novel khon khon pohar pasore porai khubjanibo mon goi asil ..atlast apuni mur monor asha poor korile.thank you so much dada
The drone shots were very good. It would be good if the Government of Assam takes some initiative to restore and maintain these historically important archeological sites. It would be good for educational purpose as well as contribute to the tourism of Assam.
Very shamefull for the people of Assam and being Assamese why those historical monuments n sites are not given attention n protected or developed. The monuments n sites are the only evidence of Civilised Dimasa Kachari kingdom (1st )and Ahom kingdom(2nd) in entire NE area. It is very odd to see those encroachers residents near the historical sites.
শিৱসাগৰ আৰু আহোম যুগৰ সম্পদ সমূহ সকলোৰে আগত লৈ অহা বাবে বহুত ভাল লাগিছে।।। ধন্যবাদ দাদা।।
ভাল লাগিল কিন্তু
বহুত ভাল লাগিল
@@baneswarpanging3220 q
শিৱসাগৰ আৰু আহোম যুগৰ সম্পদ সমূহ ৰাইজ আগত লয় আহিচে বাবে বহুত ধন্যবাদ
@@baneswarpanging3220 >#
শিৱসাগৰত জন্ম লাভ কৰি গৌৰৱ অনুভৱ কৰোঁ । আমৰ ঠাই খনৰ বিষয়ে ইমান সুন্দৰ কৈ উপস্থাপন আৰু ভিডিঅ' কৰি অসমৰ বিভিন্ন প্ৰান্তৰ লোকে জানিব পৰাকৈ সুবিধা দিয়াৰ বাবে ধন্যবাদ থাকিল আপোনালোকে
আগলৈ ও এনে ঐতিহাসিক স্থান আৰু ঘটনাৰ বিষয়ে জনাই থাকিবচোন ধন্যবাদ । মই গৌৰীসাগৰ হাতীঘূলিৰ লক্ষিমী গগৈ
বঢ়িয়া হৈছে দাদা,
ঐতিহাসিক কথা বোৰ এনেকৈ আমাক অৱগত কৰি থাকিব 🙏🙏🙏❤️❤️
ড্ৰুন ছটটো মজ্জা লাগিল 👍👍👍
সুন্দৰ প্ৰচেষ্টা ৷৷ ভাতৃদ্বয়লৈ আন্তৰিক শুভেচ্ছা আৰু আশীষ জ্ঞাপন কৰিছো ৷৷চহকী অসমৰ চহকী ইতিহাস ৰাইজৰ সন্মুখত ডাঙি ধৰি এক পৱিত্ৰ কাম কৰিছে বুলি ভাবিছো ৷৷
ঐতিহাসিক.কথা.বোৰ.এনেকৈ.অৱগত.কৰা.বাবে❤❤❤❤
ভাল লাগিল মনপৰশা হৈছে ধন্যবাদ
দ্রোন চুট ধুনীয়া হৈছে ।। আচল থাই বোৰ এতিয়া দেখা পালো ।। ধন্যবাদ দাদা ।।
Video sai val lagise bhut bhut
জয়মতীৰ জন্ম গাঁও খন দেখি অতীতৰ সোৱ্ৰৰণ জাগ্ৰত হ'ল । এনেকুৱা ভিডিঅ' আগলৈও আশা কৰিলো ।
Thanks ককাইদেউ
জয় আহোম
জয় আই অসম
শিবসাগৰলৈ কেতিয়াও যোৱা নাই। শুনিছোহে। বহুত নজনা কথা জানিলো বহুত নেদেখা ঠাই দেখিলো। বৰ ভাল লাগিল। ভবিষ্যতলৈ আকৌ এনে ধৰণৰ ভিডিও পাম বুলি আশা থাকিল। মৰম আৰু শুভেচ্ছা যাচিছো। ধন্যবাদ।
Bhut val lagil aru jen anekuwa video sabole pau
গৌৰৱ কৰোঁ ঐতিহাসিক শিৱসাগৰত জন্ম লাভ কৰি ❤️ from মেচাগড়
Moja lagil dai
I m so thankful to you.moi agot ebar comment korisilu joymoti kuworir jonmothai khon dekhuabole.NANGFA namor novel khon khon pohar pasore porai khubjanibo mon goi asil ..atlast apuni mur monor asha poor korile.thank you so much dada
It's my plsr
nangfa khanar likhok kon?
Thank s ক ককাইদেউ জয় আই অসম আৰু আহোম
যিবিলাক বুৰঞ্জীত পঢ়িছিলো সেইবোৰ দেখা পালে মনত কি অনুভৱ হয় সেইটো বুজাৱ নোৱাৰো... বহুত ভাল লাগিল ভিডিঅ'টো চাই👍👍👍
আমাৰ শিৱসাগৰক সকলোৰে আগত চিনাকি কৰাই দিছে।আগলৈ শিৱসাগৰৰ চুকে কোণে সিচঁৰতি হৈ থকা আহোম যুগৰ সম্পদসমূহ ৰাইজৰ আগত লৈ আহিব বুলি আশা কৰিলো ।এবাৰ নামতিলৈ আহিব ।আমাৰ নামতিতো আহোমৰ দিনৰ দুটা দ'ল আৰু পুখুৰী আছে ।
Sibsagar jila khan moi bahu val pao
@@madanbarman804 hoi neki...apunar ghr Kt.?
Manas national parkor ocharat.
Super dron shot
Time Machine পোৱাহেতেন বুৰঞ্জী কালতে থাকিলো হয়
agor dinot thakile torwalre fight koribo lagil htn..
Sword fight janu dia
Val lagise etihax khini jani
সুন্দৰ পদক্ষেপ | অসমৰ মানুহক শিৱসাগৰখন চিনাকী কৰাই দিয়াৰ বাবে
Muro janibo mon jai aji appunalukor ay video tu pai moi bohutei hukhi
মাদুৰি ঠাই খন চোৱাৰ ইচ্ছা আছিল।অশেষ ধন্যবাদ।
Good video
Bohut no jana Kotha janilu
ধন্যবাদ আপোনালোকলৈ ঐতিহ্যময় মেছাগড় পুখুৰী পাৰতে মোৰ ঘৰ
খুব ভাল লাগিল চাই
মোৰ ঘৰ মাদুৰীতে। জয়মতীৰ ভায়েকৰ নাতীয়েক মই। কিছুমান তথ্য ভুলহৈ আছে। লাইথেপেনা বৰগোহাঞিৰ কাষৰ বাগানখন জয়া বাগান(জয়মতীৰ নামত ব্ৰিটিছে বনোৱা)। লাইথেপেনা বৰগোহাঞি কাষতেই তেওঁৰ ১২ গৰাকী পত্নীৰ মৈদাম আছে (বাগানৰ মাজতেই)। লগতে মাদুৰীত সৰ্বমুঠ ৪১টা মৈদাম আছে সৰু বৰ। ইয়াৰ ওপৰিও ফাকুৱা দৌলটো প্ৰকৃততে পা কুৱা(টাই ভাষাত ৮কুনীয়া স্তম্ভ) যিতো টাই তথা চীনা মুলীয় লোকসকলৰ এক ধাৰ্মিক আধাৰত বনোৱা স্মৃতি সৌধ। (চৰাইদেউৰ মৈদাম বোৰ চালেও বুজিব তাৰ প্ৰতিটো মৈদাম ৮ কোনীয়া, চকলংৰ বেদীটোও ৮ কোনীয় থাকে)। মানুহৰ মাজত মোখ বাগৰি পাক কুৱা গৈ ফাকোৱা হলগৈ। (বিদ্ৰ: কিছুমান তথ্য শুদ্ধকৈ প্ৰচাৰ কৰিব। নহলে মানুহে ভুলটোকে শুদ্ধ ভাবি লব)
বহুত পুৰণি চাবক্ৰাইবাৰ হয়। আপোনাৰ চেনেল গ্ৰৌ নহওঁতেই মই চাবক্ৰাইবাৰ হৈছো। সেয়েহে ভাল হোৱাটো বিচাৰো চেনেলটো।
ধন্যবাদ। আপুনি কি বুজালে , ফাকুওৱা দল তেওঁ প্ৰৎকৃততে মৈদাম নেকি ? যদি হয় , বুৰঞ্জীত কত আছে ? জানিব মন গৈছে ?
@@purbanchalassam মৈদাম নহয় কাৰন জয়মতীৰ পাৰ্থিৱ শৰীৰ বিছাৰি পোৱা নাছিল। কিন্তু তেওঁৰ শুৱৰণিত পুতেক ৰুদ্ৰসিংহই পাকুৱা নিৰ্মাণ কৰিছিল। পাকুৱা কি তাক বুজিবলৈ টাই আহোম দৰ্শন আৰু চীনা দৰ্শন ভালকৈ অধ্যয়নৰ প্ৰয়োজন। চে ৰাই দয় যিদৰে চৰাইদেউ হল ঠিক একেদৰে পাকুৱা গৈ খাকুৱা হল।
Apuni hosakoiye koise, vhulbur kobo nalage,aibure giyan murot vhoraboloi goi guborhe vhorabo.
Bahut2 bhal lagil, aru aapunak bahut2 dhanyvad, KRISHNA
বহুত সুন্দৰ বৰ্ণনা।এবাৰ বৰশীললৈ আহিবা দাদা।
Bohut. Bhal lagil moi dakhatkoy bohut dhunia hol
Bohut ktha jnibo parilu...Thank you for this beautiful vlog Bhaskar da
Jai aii assam
সামগ্ৰিকভাৱে ভিডিওটো চাই ভালেই লাগিল যদিও লাইথেপেনা বৰগোহাঞি মৈদামটো হাবি জংঘলে আৱৰি থকা দৃশ্যটো দুখজনক ৷ চৰকাৰক এই মৈদাটোৰ সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনালোঁ ৷
Yes bro tumi thik koisa kintu sor karok koi lv ni sur keitak ausaror gawor manhu khine a korok mor mote blor sor kr
F check
দাদা আশা থাকিল লগ pam buli
Mai sivasagar rr😍😍😍
বহুত ভাল লাগিল ভিডিঅ টি
Proud to listen about ahom ♥️
Dhuniya
Sivasagar. ..historic capital of assam. .....😀😀😀😀I m from Sivasagar
ভাল লাগিল কিছুমান নেদেখা জেগা দেখা পোৱা গল
Tamam mojja lage dronere kora video sai... filing a beleg
Dhunia
অতি সুন্দৰ ভাস্কৰ 👌👌👌😀
Bhut vl lgl njna ktha hikilu apunr pora
Waw Amar thaikhon dekhai dele mozaa
শিৱসাগৰ যাদুঘৰ বিষয়ে দেখালে ভাল হয়
Bohut bhut bhal lagise.
My birth place.proud of it
Eman bl lagil dekhibole pai
My Village maduri gohain goan.
Bhut bhal lagise
জয়মতীৰ মাকৰ ঘৰটো মাদুৰীতে আছিল নেদেখালে কিয়
হয় ঘৰটো চাবলে মন আছিল
Ghortu nai...jaga tukura ase
Apunar video really vl lage.....👍🏿👍🏿
ভাল লাগিল কিন্তু অনুগ্ৰহ কৰি দেশদ্ৰোহী শব্দটো আতঁৰাই দিলে ভাল পাম। জয়মতীৰ নামৰ লগত দেশদ্ৰোহী শব্দটো কেতিয়াও খাপ নেখায়।
Dekhdruhi lora rojar time period t he gonyo kora hoisil buli ullekh korise
Realy
সঁচাই
Dlt krok dekhdurhi hbdo 2
Desh Drohi a asil
বহুত ভাল লাগিল
এদিন যাম উজনি অসম
বহুত ভাল লাগে
Moi o jam
নিশ্চয়
ভাল লাগিল।
Love from Gogamukh 💞
ভাল লাগিল
Mojjja
Proud to be an Assamese
আমাৰ ঠাই..........😊😊
সঁচা ?
হয় ....... 😊😊আমি গৌৰৱ কৰো আমাৰ ঠাইবোৰক লৈ.. ইমান ধুনীয়া ঠাই ,,,,ইতিহাস আছে
সঁচা কিন্তু; মোক মাতিবা চুন এদিন, তুমালোকৰ তাত
Bahut bhal lagil
Uuuffff title to teneke nidile besi val palu hoi. It's hurt to pronounce DEKHDROHI word with JOYMOTI
Bhal lagile
কথাতকৈ music বেচি হ'ল। একো শুনাই নাপালো
A TA nu ki change hoi se ake e ase
Kanot puk humaise sage
Baar bhal lagil
The drone shots were very good.
It would be good if the Government of Assam takes some initiative to restore and maintain these historically important archeological sites. It would be good for educational purpose as well as contribute to the tourism of Assam.
Bhaiti khub bhal lagise jen tomalokar lagat moio achilo
জয়মতী কুঁৱৰী প্ৰকৃতাৰ্থত এগৰাকী বিদুষী মহিলা আছিল, যিগৰাকীয়ে এখন ৰাজ্যৰ ভৱিষ্যত সম্পৰ্কে ধাৰণা কৰিব পাৰিছিল আৰু সেইবাবেই নিজৰ সুযোগ্য স্বামীক ৰাজ্যখনৰ ভাগ্যনিয়ন্তা হবলৈ সুযোগ দিবলৈ গৈ নিজে অকথ্য নিৰ্য্যাতন সহি সহি মৃত্যু বৰণ কৰিছিল ।।
দাদা এনেকৈ আমাক কৈই থাক ভাল লাগিছে
আহোমৰ গৌৰৱউজ্বল অধ্যায়ৰ কথা তথা সতী জয়মতীৰ আত্মবলিদানৰ কাহিনীবোৰ চিৰযুগমীয়া। আপুনি তাৰে এটি আভাষ দিলে তাৰ কাৰণে ধন্যবাদ।
কিন্তু Thumbnail দেখি অতিশয় খং উঠিল। 'দেশদ্রোহী' শব্দ ব্যৱহাৰ কৰিব নালাগিছিল। সতী জয়মতীয়ে দেশৰ কাৰণে দিয়া অাত্মবলিদান, নিজৰ স্বামীৰ প্ৰতি শেষ মুহূর্তলৈকে থকা অপৰিসীম প্ৰেম আৰু ত্যাগ ৰ কথা ভাৱিয়ে আপুনি Thumbnail টো এনেকে "সতী জয়মতীক সতী বুলি কিয় জনাজাত? , সতী জয়মতীৰ আপোন ঘৰলৈ বুলি। " ইত্যাদি Thumbnail দিয়া হয় বেছি ভাল পালো হয়। 'দেশদ্রোহী' বুলি শব্দটো ব্যৱহাৰ কৰি আপুনি মূ্ৰ্খামিৰ পৰিচয় হে দিলে।।
Dhuniya Lagise.Namaskar
4:17 Yessss 😁
পুৰণি ঠাই বোৰ দেখাইছে ভালেই হৈছে, কিন্তু , কথা বোৰতকৈ মিউজিক বেছি আৰু আপোনাৰ গা টোহে বেছি দেখা গৈছে, গতিকে আপোনাৰ গা তো এৰি ঠাইবোৰ বেছিকৈ দেখাব চেষ্টা কৰিব
Val lgl vdio nice
Very shamefull for the people of Assam and being Assamese why those historical monuments n sites are not given attention n protected or developed. The monuments n sites are the only evidence of Civilised Dimasa Kachari kingdom (1st )and Ahom kingdom(2nd) in entire NE area. It is very odd to see those encroachers residents near the historical sites.
True
assamese don't know what english
Tamam
Nice ....val lagil......
গদাধৰ সিংহৰ বায়েক বাউলীৰ সমাধি বাউলীমৈদাম নাজিৰাৰ টাওনৰ পৰা প্ৰায় ৫ কি:মি ৰ দূৰত আছে আৰু ওচৰত সোন্দৰ পুখুৰী,শেনৰ আলি,বামুন পুখুৰী,চকীমুখ আদি বহুত বুৰঞ্জি প্ৰসিদ্ধ
ঐতিহাসিক ঠাই আছে কিন্তু বহুতে নেজানে | আপুনি চিনাকি কৰাই দিব পাৰে আৰু সকলোৱে তাৰ বুৰঞ্জি গম পাব | বাউলী ৰ মৈদাম টো যি ঠাইত আছে সেই ঠাইৰ নাম বাউলী মৈদাম নামেৰে জনা যায় | অসমৰ প্ৰায় বোৰ মানুহে ইয়াৰ বুৰঞ্জি নাজানে গতিকে আপুনি চিনাকি কৰাই দিব পাৰে |
Sesta korim
val lagil vdoti.anedore vdobur aagoloi saboloi pambuli aakha korilu.
১২ জনী ঘৈণীয়েক,১৩ জনী ছোৱালী আৰু ২৪ তা লৰা।।। কৃষ্ণ হে বুলিছোঁ আৰু 😂🤣😂😂.......
Subscribe kori dilu dei dad
Bahut bahut bhal lagil 🙏 Thank you 🙏.
এতিয়া জয়মতীৰ চৰিত্ৰত অভিনয় কৰা আইদেউ সন্দিকৈৰ ওপৰত এখন ভিডিঅ বনাব লাগে।
Val lagil Dada, apuni ami nedekha thyai dekhuale🙏
Rang ghar kareng ghar aru tolatal ghar26dec 19 sai ahilu pase joimotik xhasti diya thai dokhor he suwa nahal dhet teri
Bhal lagil sai
জয়মতীৰ মাকৰ নামটো কোৱা হেঁতেন ভাল আছিল নে কি?
জয়মতি ৰ মাকৰ নাম sandradaru
@@abhigyangoswami6938 Thank u
Bohut val lagil sai
বহুত বহুত ভাল লাগিল দেই
বহুত ভাল লাগিল চাই 😄😀😃😄😀
drone shoot moja lagile
মজা
ভাল লাগিল দাদা
সুন্দৰ দাদা, ধন্যবাদ
Bohut Val lagil
A mojjjjjjjja lagil
val lagil dada
Bor sundar dada.. Aru dibosun ahom buronji r bisoye..
Video2 sai vl lagila .😊
বহুত ভাল লাগিল ইতিহাস ডাঙি ধৰি ৰাইজক জনোৱাৰ বাবে।বহুত বহুত ধন্যবাদ🙏🙏
Apunar video bur mjh lage dai
Bohut dhunia
Bhut vl lagise