Moi Karbi Anglong pora miss A Sangmar moi eakhetok bohut dhoinobat jono u A Sangmar moi bhabu akhon beja thai jodi hunor horu etukur giliki thoka dore A Sangmar.huntukura dore jiliki ase kotike moi A Sangmar bohut thonobat disu Ashom bohut Dr Eginer datra ase kintu A Sangma moi dekhai .
অসমৰ অসমীয়া সমাজত এনে ধৰণৰ কন্যা সন্তান বহু প্ৰয়োজন হৈ পৰিছে,ভগৱন্তই কৃপা কৰক,আৰু আগুৱাই যোৱা
তোমাৰ পিতৃ মাতৃ ক প্ৰণাম । ইমান সুন্দৰ মানসিকতাৰ জীয়াৰী জন্ম দিয়াৰ বাবে
শুদ্ধ সত্য কথা। ঈশ্বৰে মঙ্গল কৰক।
Bhuut val lagisa baidao
প্ৰতিটো বাক্য বৰ গুৰুত্বপূৰ্ণ।ধন্যবাদ এঞ্জেলা।
বহুত সুন্দৰ।
Very sweet lecture God bless you sister
Val kotha koise 🙏🙏🙏👍👍👍
সম্পূৰ্ণ শুদ্ধ কথা, আমিও সহমত আগ বঢ়ায়ছো।
অতি সুন্দৰ কথা উল্লেখ কৰিছে,
Bhal kotha koise apuni❤
এনজেলা তোমাৰ কথাৰ যুক্তি আছে।ময়ো তোমাৰ সতে এক মত।
Katha bor xone bhal lagise
Apunar shonkor madhobor kotha vag dhuni eman val lagil j bhut kisi man vul basi shudho potholoi jabor babeshokti palu
সময়োপযোগী সাৰুৱা ভাষণ
Val kotha koise apuni❤❤❤
নাৰী শক্তি এঞ্জেলা চাঙমাই । সু বক্তা । অসমৰ বলিষ্ঠ সৎ আমাৰ ভৱিষ্যত ।
Khundor kotha koesa
Bohut bhal kotha koisa
Val lagil
Nice and xundor very vety ❤
Anjela baa bhout dhuniya apunee aguai jauok aru logete Amer xhamaj khonku aguai niyaer xhundor podaxhep
বাস্তৱধৰ্মী সুন্দৰ সমালোচনা।
Bhal lagil, bahut hundar
ধুনীয়া কথা কৈছে
Kotha khini Val lagisa
বহুত ভাল লাগিল
কৃষ্ণ সঁচা কথা কৈছে আই ভগৱান নে আৰু আগবঢ়াই নিয়ে।❤❤❤
Val kotha koise
সুন্দৰ কথা বেছিভাগে এনেকুৱা হলে,
খুব ভাল কথা প্ৰকাশ কৰিছে আমি মানি চলা সকলোৱে প্ৰয়োজন লগতে মুছলমান সমাজৰ বিষয়েও দুআষা দাঙি ধৰিব বুলি আশা ৰাখিলোঁ মই ছিপাঝাৰৰ পৰা কলো।
সুন্দৰ কথা কৈছে কৃষ্ণ
ভাল লাগিল আপোনাৰ কথাবোৰ ।❤❤❤❤❤❤❤❤❤❤❤
Bahut val kotha koise
তুমি এগৰাকী মহান নাৰী আগলৈ
কথা বিলাক যুক্তি সংগত । ভাল লাগে কথা বিলাক👌👌👌👌👌👌👌
বঢ়িয়া হৈছে। লগতে গামোচা খনৰ আগ গুৰি থকা/নথকা লৈয়ো আলোচনা কৰা পামবুলি আশা কৰিলো।
কথা বোৰ একেবাৰে সত্য, আজি আমাৰ সমাজ কি যে হ’ব এই নতুন প্ৰজন্ম ৰ ❤ ভাবিব লগিয়া কথা❤5 like dane
ভাল লাগিছে 🙏
সম্পূৰ্ণ সত্য আৰু শুদ্ধ কথা।পিতৃ-মাতৃ আৰু জ্যেষ্ঠজনেই বৰ্তমান যুৱ প্ৰজন্মৰ অধঃপতনৰ মূল কাৰণ।নৈতিক আৰু আধ্যাত্মিক চৰ্চা অবিহনে আমাৰ মানসিক জগতখন অপূৰ্ণ হৈ ৰয়।গতিকে আমি শৰীৰৰ লগতে আত্মিক দিশটোলৈও চকু ৰাখিলেহে ভৱিষ্যত প্ৰজন্মক সৰ্বাংগসুন্দৰ ৰূপত দেখা পাম।😅
100%.right
Bhut Val lagil
Aupunar bhakhon huni val lagile🎉🎉
❤বৰ ভাল কথা বিলাক দাঙি ধৰা বাবে ধন্যবাদ বা
জয় শ্ৰী ৰাম 🚩🚩
Full support koriso aponak
Bohut.val.kotha.koisa.ba
সুন্দৰ শ্বেয়াৰ❤ বৰ ভাল পাও তেওঁৰ যুক্তিৰে ভৰা গহীন কথাবোৰ🙏🙏🙏
Bohot. Val kota. Kose
Right 👍👍❤❤
সছা কথা কৈছে 🙏🙏🙏
Right 👍
👍👍
সঁচাকৈয়ে আজিকালি আমাৰ অসমীয়া সমাজত এনেধৰণৰ মেধাবী কন্যা পাবলৈ বৰ টান হৈ পৰিছে ।।
আপোনাৰ এই ভিডিওটি পাই নথৈ আনন্দিত অনুভৱ কৰিছো।। এই পৰামৰ্শদাতাৰ পৰা বহুত আমাৰ অসমীয়া সমাজখন উন্নত যাত্ৰা আৰম্ভ হবগৈ বুলি আশা ৰাখিছোঁ ।।।
🙏🙏🙏👍👍👍
Right ❤
সময়োপযোগী সাৰুৱা ভাষণ:::::।
❤❤❤
Tumar ghar kot janaba vakhan suni val lagil
Dhemajit ghor
Val lagisa
❤ sister very nice ❤ may God bless you ❤ Tumi maa Durga ❤
Baidau apnar kothabur mur babe perona.
জগত গুৰু নহয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বুলি কবা , তুমি বহু ঠাইত জগত গুৰু বুলি কোৱা,
কিয় আপুনি নাজানে নেকি শংকৰ দেৱ ক যে জগত গুৰু বুলি koy,,,,এইটো ও যদি নুবুজে নকব,নিদিব মন্তব্য একো,,,,,
❤
Xundor❤
❤❤❤❤🙏🙏🙏🙏❤️❤️
Moja🎉🎉🎉
Aag barhi joa sundar Mantabya di thaka val lage
তোমাৰ ভাসন শূনি ভাল লাগিল
Great 👌Mera 🩷pyaraaa 💗💞 baideu✍️
Bahut,bahut,bhal,katha,koise
💯 right
❤❤❤
😅you are a good speaker. Worker is best
বহুত ভাল লাগিছে।
You my heart
ANJELA তোমাৰ কথা বতৰা বোৰ সকলো সময়তে সন্মান জনোৱাৰ বাবে উপেক্ষা কৰি থাকো। আজিলৈকে তুমি মোৰ বাবে সহাৰি সুচক ক ম এটাও নিদিয়াকৈ থকাৰ বাবে চিন্তনীয়
।। চৰ্চাৰ জৰিয়তে সিও আমনি দি থাকে।।
আমাৰ গোগামুখৰ গৌৰৱ তেওঁ
দুখ বুলি নকয় দোষ বুলিহে কয়।দুখ মানে কষ্ট, বা যান্ত্ৰণা,।
Moi Karbi Anglong pora miss A Sangmar moi eakhetok bohut dhoinobat jono u A Sangmar moi bhabu akhon beja thai jodi hunor horu etukur giliki thoka dore A Sangmar.huntukura dore jiliki ase kotike moi A Sangmar bohut thonobat disu Ashom bohut Dr Eginer datra ase kintu A Sangma moi dekhai .
Tumar.nisina.sita...Sara.. samajat12 garaki.thakil..hete ..mabail.tipa..Manila.samajat100%haise..thank..for..your..video
Right
👍
Krishna right
Thanks
Sister
Aponar....kothato.....thik
Ayai.....lora..soyalik...
Sikhabo......lagay
From
Assam
Forest
Manas...national....park
59...years....old
My
Name
Mukul...mani
Barman
My...son
Prabhakar...
Barman❤😂🎉😢😮😅😊
Tumar kathabur bar bhal lage,manot bar santi pao
নিজৰ নিজৰ স্বামীৰ লগত সংগম কৰাৰ বাবে নাৰী সকলৰ মনত বেয়া লাগে যদি বিয়াত বহিবলৈ সিদ্ধান্ত ল'ব ই নালাগিছিল। সেই উলংঘা দেহাটো জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন ঘোষাত ভগৱান বিষ্ণুৰ মোহিনী ৰূপ দেখি ভগৱান শিৱই উলংঘা দেহাটো লৈ কেদি পোৰা খণ্ডত স্পষ্ট বৰ্ননা দিয়া হৈছিল।সেয়া আঘোণ মাহৰ গৰুৰ জাক লোৱা দৃশ্য টোকে মানুহৰ ৰূপত ভিডিঅ' গ্ৰাফিক কৰি সমাজক বুজাইছিল পাঁচাট্য ভাৰাত
Sister, apuni, bahut, val, Katha, kaise, kintu, Ajir, ai,shamajat,apunar,dare,sualir,sankha,kam,nahai,ne?
৯০/শতাংশ সৰু সৰু ল'ৰা ছোৱালী এই আজি কালি বিড়ি চিগাৰেট সেৱন কৰা বা মদ,কোনে শিকাইছে ?
নে শিষ্টাচাৰ শব্দ তোকে উঠাই দিলে নেকি?
সকলো অভিভাৱক সকলে অকণমান চকু দবৰ সময় আহি পৰিছে। স্কুল যোৱা আৰু অহা সময়ত,পান দোকানত সোমাই কি কিনিলে, আৰু সন্ধিয়া ওলাই কলৈ গৈছে? এইবোৰ সম্পূৰ্ণ অভিভাৱক সকলৰ দায়িত্ব দেই। নহ'লে এই শঙ্কৰদেৱৰ অসমতেই বন্ধুৱে বন্ধুক মদ খাবলৈ মাতি নিয়ে হত্যা কৰা উদাহৰণ আছে। ধন্যবাদ
Islam r lagot mil ase.aponr baktaba. shni bhal lagil.
বহুত ভাল লাগিল
Aibur katha kale bht bya pao aji jugar bwareya
দোষ
😂
Khundr ktha
Apunar boktobyo hunile huni thkbo mon Jai....
Axomor joya kishori 😂😂
Bohut val lagil
Val kotha koise
Right 👍👍👍👍👍
Right
Bhut bhut dhanyavaad .