নামঘৰৰ ৰাইজক কপাই তুলিলে এঞ্জেলা চাংমাই | Angela Changmai | বৰ নাৰায়ণপুৰ নামঘৰ

Поделиться
HTML-код
  • Опубликовано: 24 ноя 2024

Комментарии •

  • @akash594f.f
    @akash594f.f 8 часов назад +2

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম

  • @anilboruah8818
    @anilboruah8818 День назад +3

    Bohut bohut vl lagil hundr 🙏🙏 huni thakile huni thakibo mon jay

  • @ridipblogger.320
    @ridipblogger.320 11 дней назад +14

    আপোনাৰ ভক্তিমূলক ভাষণ শুনি সঁচাই নিজকে অভিভূত হৈ পৰোঁ... ভগৱানে‌ আপোনাক শক্তি দিয়ক..🙏🙏💖

  • @bipulnath7468
    @bipulnath7468 День назад +1

    কৃষ্ণ কৃষ্ণ প্ৰভু। আপোনাৰ অভিজ্ঞতা ক ধন্যবাদ, আপোনাক কৃষ্ণ প্ৰভুৱে কুশলে ৰাখক কৃষ্ণ

  • @MamoniBora-j2j
    @MamoniBora-j2j 13 дней назад +6

    ৰাম কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ আই সুন্দৰ নিদৰ্শন আপোনাৰ ভাষনশুনি বিশেষ ভাল লাগিল। কৃষ্ণ কৃষ্ণ আই।।।

  • @pallabikagohain5720
    @pallabikagohain5720 13 дней назад +7

    কৃষ্ণ কৃষ্ণ আই সেৱা জনালোঁ কৃষ্ণ

  • @hiranyadas3255
    @hiranyadas3255 11 дней назад +5

    অতি সুন্দৰ উপস্থাপন কৰিছে বৰ ভাল লাগিল জয় শ্ৰীকৃষ্ণ ৰাম হৰি বিষ্ণু নাৰায়ন হৰি 🌷🥰😊👌👍🪷🌺🌹🌷🇮🇳

    • @hiranyadas3255
      @hiranyadas3255 9 дней назад

      আন্তৰিকতাৰে অভিনন্দন জনালোঁ জয় শ্ৰীকৃষ্ণ শুভ ৰাতি 🙏

  • @gitanjalithakuria-qr2gc
    @gitanjalithakuria-qr2gc 6 дней назад +2

    সঁচাকৈয়ে খুব সুন্দৰ উপস্থাপন বহুত ভাল লাগিল কৃষ্ণ কৃষ্ণ । 🙏🙏

  • @PhuleswarGogoi-n3w
    @PhuleswarGogoi-n3w 9 дней назад +2

    অশেষ ধন্যবাদ জনাইছোঁ, কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @LukumoniDas-g4f
    @LukumoniDas-g4f 11 дней назад +4

    কৃষ্ণ কৃষ্ণ সেৱা হে🙏❤️

  • @DilpSaikia-qx6by
    @DilpSaikia-qx6by 13 дней назад +45

    ইমান সুন্দৰ উপস্থাপন কৰিছে এঞ্জেলা বাইদেউয়ে আমাৰ ফালৰপৰা গোলাঘাট আঠখেলীয়া বেবেজীয়া গাঁৱৰ পৰাই আৰ্শীবাদ ও আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো ধন্যবাদ জনাইছো।

  • @ChitralekhaBaruah
    @ChitralekhaBaruah День назад +1

    ইমান মনঃপূত এঞ্জেলাৰ ধৰ্ম্ম মূলক বক্তব্য। ধন্যবাদ জ্ঞাপন কৰিছো।এইখিনিতেই এটা অনুৰোধ কৰিব খুজিছো।তেখেতৰ পৰিচয় চমুকৈ হলেও জনালে বৰ ভাল লাগিব
    ।ধন্যবাদ।

  • @lakhyaf1dutta859
    @lakhyaf1dutta859 8 дней назад +6

    বহুত ভাল লাগিল। বহত কথা গম পালোঁ ।

  • @geetasaikia3359
    @geetasaikia3359 13 дней назад +5

    বৰ সুন্দৰ উপস্থাপন । নতুন প্ৰজন্মৰ ছোৱালী হৈয়ো ইমান সুন্দৰ কৈ ব্যাখ্যা কৰিছে । আচৰিত , ❤❤

  • @ChintaMonidas-b2p
    @ChintaMonidas-b2p 11 дней назад +4

    বহত ভাল লাগিল বাইদেউ আপোনাৰ ভক্তি ভাবৰ ভাষা শুনি সকলো ৰে পাপ মুক্ত হৈছে আৰু জ্ঞান পাইছে

  • @lukumoni4131
    @lukumoni4131 12 дней назад +6

    Ba bohut morom tumaloi.. Krishna 🙏

  • @rekhagogoi322
    @rekhagogoi322 13 дней назад +5

    Krishna joy guru Hankar,Anjela aagbarhi juwa Ishawre kreepa Kariba 🎉🎉 .

  • @anilkumarroy1691
    @anilkumarroy1691 11 дней назад +5

    বহুত ভাল লাগিল আই। কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @joduborah3235
    @joduborah3235 3 дня назад +1

    আপোনাৰ ভক্তি কথা বৰ ভাল লাগে আৰু শুনি থাকিবৰ মন যায়

  • @prabinmallabaruah8845
    @prabinmallabaruah8845 14 дней назад +16

    উত্তৰ ভাৰতৰ বিভিন্ন ঠাইত প্ৰবচন দিয়াতো বহুত জনপ্ৰিয় হৈছে । বিভিন্ন ধৰ্মীয় কথাৰে মাতাজী সকলে প্ৰবচন প্ৰদান প্ৰক্রিয়াৰ আকৰ্ষণ বঢ়াইছে । শেহতীয়া ভাবে জয়া কিশোৰী নামৰ এগৰাকী শিক্ষিত যুবতীয়ে বহুত জনপ্ৰিয় হৈছে । অসমত এঞ্জেলাইও প্ৰবচন প্ৰদানেৰে জনপ্ৰিয়তা লাভ কৰিছে ।

  • @mrinalmedhi8346
    @mrinalmedhi8346 14 дней назад +8

    প্ৰভূ ভগৱন্তই আপোনাৰ মঙ্গল কৰক তাৰেই প্ৰাৰ্থনা কৰিছোঁ 🙏🙏🙏

  • @tenjingboro7241
    @tenjingboro7241 6 дней назад +2

    অতি সুন্দৰ ভাষণ 🎉🎉

  • @BhaMudoi
    @BhaMudoi День назад +1

    ভাল লাগিল আপোনাৰ কথোপকথন ধন্যবাদ

  • @BasantaNeog-o5q
    @BasantaNeog-o5q 14 дней назад +17

    সুন্দৰ বক্তব্য প্ৰদান কৰিছা তোমালৈ বহু বহু শুভেচ্ছা জনালো।

  • @ChakraKonwar-tj1bm
    @ChakraKonwar-tj1bm 4 дня назад +1

    কথাবোৰ শুনিলে শুনি থাকিবৰ মন যায়।

  • @promodemedhi3455
    @promodemedhi3455 14 дней назад +4

    বৰ ভাল লাগিল!আপ্লুত হৈ পৰিছোঁ🙏কৃষ্ণ🙏

  • @bontiburagohainchetia1953
    @bontiburagohainchetia1953 День назад +1

    ইমান সুন্দৰ কথা বিলাক ।ধন্যবাদ বাইদেউ

  • @pinkudas4487
    @pinkudas4487 13 дней назад +3

    কৃষ্ণ 🙏
    সুন্দৰ উপস্থাপন বাইদেউ।।❤

  • @mukulbaishya5604
    @mukulbaishya5604 12 дней назад +4

    Krishna krishna pranam

  • @SuvachekanidharaSuva
    @SuvachekanidharaSuva 14 дней назад +6

    তোমালৈ বহুত বহুত ধন্যবাদ ।সুন্দৰ বক্তব্য প্ৰদান কৰিছা ।🎉🎉🎉

    • @prabingogoi8233
      @prabingogoi8233 14 дней назад

      Krishno Krishno Proshongshonio Udahoron Bilale. Krishno krishno. 🙏🙏🙏

  • @pareshsarmah383
    @pareshsarmah383 9 дней назад +2

    ইমান সুন্দৰ কথা খুউব ভাল লাগিল

  • @DaniDas-p3n
    @DaniDas-p3n 8 дней назад +2

    সুবে ভাল লাগিল । জয় গুৰু শংকৰ।

  • @rajibbaishya893
    @rajibbaishya893 9 дней назад +1

    আমাৰ পৰম গুৰু শ্রী মনত শংকৰ দেৱ

  • @DipakNath-re8ps
    @DipakNath-re8ps 6 дней назад +1

    কৃষ্ণ ভগৱন্তই আৰু কৃপা কৰক কৃষ্ণ 🙏🙏

  • @jayantdeka9306
    @jayantdeka9306 14 дней назад +3

    অতি সুন্দৰ ভাৱে কয় ভাল লাগে।

  • @RamenDas-h6k
    @RamenDas-h6k 13 дней назад +4

    বাইদেউ ‌ আপুনি বহুত ভালকৈ বক্তৃতা দিচে❤

  • @AmarNath-wd9rm
    @AmarNath-wd9rm 14 дней назад +2

    মনত ৰেখাপাত কৰা বক্তব্য বোৰ শুনি সঁচাকৈয়ে বৰ ভাল লাগিছে, ধন্যবাদ চাঙমাই।

  • @miranbaglary595
    @miranbaglary595 14 дней назад +8

    Joi Guru sangkar

  • @LilLil-r7y
    @LilLil-r7y 8 дней назад +2

    Radhe Radhe

  • @Axqua-e2o
    @Axqua-e2o 14 дней назад +5

    @ অতি সুন্দৰ।

  • @RanjitTalukdar-123
    @RanjitTalukdar-123 16 минут назад

    বহুত ভাল লাগিল কথা খিনি

  • @DibakarDas-vj7mx
    @DibakarDas-vj7mx 2 дня назад +1

    Jay guru shangkar. Aiti apunak kouti kouti pranam.Bhagabantar Sri sharanat apunar dirghayu kamana karilu .

  • @guleshwarbora5700
    @guleshwarbora5700 12 дней назад +5

    Apuner bhason suni khub bhl lage

  • @ArchanaThakuria-x5y
    @ArchanaThakuria-x5y 6 дней назад +1

    কৃষ্ণ 🙏 লগ পোৱাৰ আশাৰে

  • @DuluDas-x9e
    @DuluDas-x9e 4 дня назад +1

    ইমান সুন্দর বক্তব্য! কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @arupgogoi6532
    @arupgogoi6532 12 дней назад +2

    কৃষ্ণ কৃষ্ণ ইমান সুন্দৰ

  • @tirutarabha8698
    @tirutarabha8698 8 дней назад +2

    Jai shree Krishna Baba🙏🙏🙏🌹

  • @arunasaikia9066
    @arunasaikia9066 5 дней назад +1

    নৱপ্ৰজন্ম বাবে আপুনি আদৰ্শ। বহুত ভাল লাগিল আপোনাৰ আধ্যাত্মিক জ্ঞানৰ পাৰদৰ্শিতাৰ দেখি ❤

  • @nareswarrabha
    @nareswarrabha 13 дней назад +2

    ৰাম ৰাম আইজনী।সুন্দৰ ।

  • @kailashkr.bhattacharyya
    @kailashkr.bhattacharyya 3 дня назад +1

    এঞ্জেলা যাৰ নাম!!! বৰ ভাল !! মুচলমান সকলৰ জলচা আদি টো তেওসবৰ ধৰ্মীয় বাখ্যা দিয়ে। মুঠতে মূৰ্তি বিৰোধী হব লাগিব।

  • @atulgogoi6507
    @atulgogoi6507 12 дней назад +3

    ভাল লাগিল🙏🙏🙏

  • @binakumarigogoiborah8407
    @binakumarigogoiborah8407 13 дней назад +2

    কৃষ্ণ আই 🙏🏻 অতি সুন্দৰ ❤❤❤❤❤মন ভৰি গ'ল 🙏🏻🤗💐

  • @RebatiUzir
    @RebatiUzir 14 дней назад +4

    আপোনাৰ কথা বোৰ জানি শুনি বৰ ভাল লাগিছে

  • @probinnath7674
    @probinnath7674 15 дней назад +11

    জয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ

  • @KabindraBarman-c2f
    @KabindraBarman-c2f День назад +1

    Baa tumi eman dhunia bhan diya

  • @AkilHussain-i1c
    @AkilHussain-i1c 3 дня назад +2

    সুন্দৰ লাগিছে❤❤❤

  • @harendradeka7814
    @harendradeka7814 13 дней назад +2

    সৰস্বতী পুজাত ইমান মানুহ নহয় কিন্তু সৰচতী চাবজেক বহুত ধন্যবাদ

  • @aminulhaquk1233
    @aminulhaquk1233 4 дня назад +1

    ইমান ধুনীয়া কথা কৈছে বাইদেউ বহু ত ভাল লাগিল ম ই কিন্তু ইছলাম ধৰ্মৰ ছোৱালী আপোনাৰ দৰে আমাৰ সমাজতো এনেকৈয়ে গুৰুৰ সৈতে আকৰ্ষিত হয় ।❤❤❤❤

  • @JyotishmanDasধুন
    @JyotishmanDasধুন 3 дня назад +1

    কৃষ্ণ অতি সুন্দৰ

  • @etimoniborah1973
    @etimoniborah1973 13 дней назад +2

    Krishna Krishna joy gru hankar .Eman hundor bocktobya🙏🙏

  • @rakeshrabha4663
    @rakeshrabha4663 День назад +1

    Krishna Krishna Krishna 👃👃👃🌺🌺🌺

  • @RumiHazarika-y5x
    @RumiHazarika-y5x 9 дней назад +1

    Emn hundor kotha khub val lagil

  • @PhuleshorDas-e9m
    @PhuleshorDas-e9m 2 дня назад +1

    Jai.shree.krishna.🙏🙏🙏🙏🙏

  • @SanatanDas-e2z
    @SanatanDas-e2z 8 дней назад +1

    কৃষ্ণ 🙏🙏🙏🙏

  • @ManasKalita-b3k
    @ManasKalita-b3k 2 дня назад +1

    Baak vall lge...ru teur vaxon ru vall lge ❤❤❤❤❤❤❤

  • @KkDutta-k2i
    @KkDutta-k2i 2 дня назад +1

    Lkisu manar gat beakoi lagise sage khub bea paise huni...💕👍👌💕

  • @Cute___mini__bts_lover
    @Cute___mini__bts_lover 2 дня назад +1

    Khub val lagise baa

  • @balinch1362
    @balinch1362 День назад +1

    Anjela, you are great. Your speech is heartable. Hindu dharam is the best dharam in the world.

  • @Dhenumili-if8vo
    @Dhenumili-if8vo 6 дней назад +2

    নাম কীৰ্তন ৰচনা কৰিবলৈ লৈছিল যদিও সমগ্ৰ বিশ্বতে জনাজাত কৰিব নোৱাৰিলোঁ।

  • @bitupanbora4803
    @bitupanbora4803 23 часа назад +1

    Krishana Krishana

  • @bitupongogoi6820
    @bitupongogoi6820 14 дней назад +5

    Hossakoi bohut val lagil

  • @Arabindasonowal-b5h
    @Arabindasonowal-b5h 13 дней назад +1

    বৰ সুন্দৰ কথা কৈছে 🙏🙏🙏

  • @diptidas4859
    @diptidas4859 14 дней назад +4

    অতি সুন্দৰ

  • @MadhabGoswami813
    @MadhabGoswami813 13 дней назад +1

    আই আপোনলৈ সত সত প্ৰণাম আপোনাৰ ভাষণ শুনি ভাল লাগিল

  • @binodsah8726
    @binodsah8726 3 дня назад +1

    Jay sree krishana

  • @SomujjalKuli-v1c
    @SomujjalKuli-v1c 8 дней назад +1

    Manuh jeneka duniya ভাষনো খু বে ভাল

  • @KameswarPagag
    @KameswarPagag День назад +1

    Jai Shri Ram

  • @sankardada195
    @sankardada195 День назад +1

    Kopibo thanda loga nei amr 🚩joi Sri Ram 🚩

  • @HiraSaikia-z9o
    @HiraSaikia-z9o 12 дней назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাসুদেৱয় নমো নম মৰাণ ডিব্ৰুগড়

  • @ApalRabha
    @ApalRabha 10 дней назад +1

    ৰাম ৰাম কৃষ্ণ কৃষ্ণ

  • @PradipSharma-j2d
    @PradipSharma-j2d 14 дней назад +1

    ভালদৰে অধ্যয়ন কৰি অতি সুন্দৰ
    ভাষণ দিব পাৰি, পিছে বৰ্তমান যুগত নীতি আদৰ্শৰ হে অভাৱ। মহাপুৰুষ দুজনাৰ নামত নীতি আদৰ্শেৰে ওলাই আহক বাইদেউ,

  • @bikashbora4022
    @bikashbora4022 13 дней назад +1

    অতি সুন্দৰ বাইদেউ

  • @anirbankalita173
    @anirbankalita173 14 дней назад +1

    জয় গুৰু শংকৰ

  • @amordutta4659
    @amordutta4659 6 дней назад +1

    Krishna joy guru hankar

  • @ashimbora9322
    @ashimbora9322 2 дня назад +1

    Hosa kotha ba....

  • @basantaborah4429
    @basantaborah4429 14 дней назад +3

    Bhut val lage ba apunar kothabur haokh paw

  • @pallabikagohain5720
    @pallabikagohain5720 13 дней назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤🪔🌹🙏🙏🙏🙏

  • @Abcdef-oj3sr
    @Abcdef-oj3sr 13 дней назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ আমাৰ নগাবাটলৈ আহিলে‍ লগপাম পাম

  • @kaushikmedhi6032
    @kaushikmedhi6032 5 дней назад +1

    god. Bless. You

  • @trulyharshi
    @trulyharshi 14 дней назад +5

    সঁচা কথা বাইডাও নমস্কাৰ

  • @bipuldas4283
    @bipuldas4283 3 дня назад +1

    Krishna Krishna Prabhu Krishna Prabhu

  • @champasaikia868
    @champasaikia868 12 дней назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤❤❤

  • @DhanBora-e5e
    @DhanBora-e5e 14 дней назад +4

    Krishna krishna Jay guru Sankar

  • @niroddeka6379
    @niroddeka6379 8 дней назад +1

    Hare Krishna

  • @buddhaboruah3008
    @buddhaboruah3008 11 дней назад

    Krishna 🌏🌏🌏❤❤❤🙏🙏🙏

  • @GitaliDas-lp7vl
    @GitaliDas-lp7vl 4 дня назад +1

    God bles you baa

  • @hareshrahman1645
    @hareshrahman1645 9 дней назад

    Very good speech. May God bless you. Brilliant speech.

  • @kamalsaikia6768
    @kamalsaikia6768 6 дней назад +1

    ❤Ami goisilu dhunia hoisay ..ba

  • @saratkalita7685
    @saratkalita7685 9 дней назад

    অতি সুন্দৰ উপস্থাপন

  • @AjitHazarika-ty4jn
    @AjitHazarika-ty4jn 13 дней назад +1

    ভাল লাগিছে 😮😮❤