Aru nakhai dei 😁😁😁Ajir poraa Aigorakir bor kothaa dei Aku val nalagee Over smart dekhai aru ji bur kothaa koi jen kuneow najane baa aji loike xunai nai Aibur besi din nathake Dhan kheror juir nisinaa pisee...Agotee Nitumoni Dipok sharmh next anjelaa atiyaa
City t bartamaan Young aged r .. lora,suwali pathar tinali ,chariali, chuk ,kunat, foot gadhulite xurapan kora bidhi hoise, dekhi beya lage, ki hosise,kio hoise, bhabi asarit hoisu, ki hoba amar samaj khon ,ami xakalu chokhu muda kauri-kulir nisina hoisu...
❤কৃষ্ণ,এনে সন্তান প্ৰতি ঘৰতেই জন্ম হওঁক, অসমৰ অসমীয়াৰ মংগলৰ হেতু❤কৃষ্ণ❤
আপোনাৰ কথা বিলাক ভাল লগে ধন্যবাদ
Bahut dhanyawad baidew🎉🎉🎉🎉
ভাল লাগিল কথাবুৰহুনি কিন্তূ এটা কথা আজি কালি বিদ্যালয় বোৰত কিছু শিক্ষকে লৰা ছুৱালি কেনে শিক্ষা দিয়ে মানে মই বোজাই ক'ব নোৱৰিছু বহু কথা
ভাল লাগিল বাইদেউ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ
God bless you bideu ❤
কৃষ্ণ কৃষ্ণ 🙏 সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ 🙏
বহুত ভাল লাগে কথা খিনি শুনি ❤
কথা বহুত ভাল লাগিল শুনি ❤❤
Congratulations to anjela on right tropic
Explain. May God bless you.
Excellent speech
Bht dhunia kotha koise❤❤
আপোনাৰ ভাষন শুনি বহুত ভাল লাগে 🙏🙏
হৰেকৃষ্ণ ভনী তুমি ইমানধুনী কৈছা ।মই তোমাৰ লগাত এক মত ।
ভাল লাগিল আমাৰ গাঁৱত মৰিগাঁও গেৰুৱা জামাদাৰী প্ৰাথমিক বিদ্যালয়ত ৭৫ তম মহাৰজত জয়ন্তী উপলক্ষে এঞ্জেলা চাংমাই বাইদেউ ভাষণ শুনি ❤
I love you janmoni
God bless you
কৃষ্ণ 🙏🏻 খুব সুন্দৰ ❤❤❤❤❤
সঁচাকৈ খুব সুন্দৰ কথা কৈছে মানুহৰ এই অনুভৱ খিনি মানুহৰ মনত নোহোৱা হল।
সুন্দৰ আলোচনা। বৰ ভাল লাগিল।
সূন্দৰ সময় উপযোগী ভাষন।
❤❤❤❤ ভাল লাগিল
সময়োপযোগী হৈছে।
উপদেশতকৈ আৰ্হি শ্ৰেষ্ঠ এণজেলা বহুত ভাল কথা কৱা আৰ্হি কিমান দিলা ।
সুন্দৰ ভাষন।
Very very nice 👍👍👍
ধন্যবাদ থাকিল কৃষ্ণ।
সুন্দৰ ভাষণ ❤❤❤
Thanks four your advice my diyer sister ❤❤❤
Very good ❤
sunddar speech 🙏🙏🙏
ভাল,লাগিল
God bless you sis
বহুত বহুত সুন্দৰ লাগিল বা।
বিদ্যালয় ত যদি এটা ক্লাছ আধ্যাত্মিকতাৰ থাকিলে হেতেন তেতিয়া নিশ্চয় লৰা ছোৱালীয়ে আধ্যাত্মিকতাৰ বিষয়েও জ্ঞান লাভ কৰিব পাৰিব🙏
তোমাৰ কথাবোৰ ভাল লাগে। #Angelachangmai
Thank you so much
তুমি একেবাৰে মোৰ মনৰ কথাকে কৈছা ,❤মইও কথাবোৰ তোমাৰ দৰেই ভাবো। তুমি ভালে থকা ❤❤❤❤
Thanks
Hundar
সুন্দৰ 🙏
Hundar ❤❤❤
Thanks to your advice my dear sister ❤❤❤❤😂
U may long live thanks
Love from Morigaon ❤️
🗡️Jai Tiwa ✊
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤❤🎉
Bohut bohut val lagil
God bless you ❤❤
বহুত ভাল লাগিল ।
Nice❤❤❤❤
Tair bakon huni bohut. bal lage.thank you
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
very nice
সুন্দৰ কথা কৈছা l
Baido tumr kotha bor bhut vll lage... Akobar log koribo mon jai baido
Great speech anjela 👌
মই তোমাৰ দৰে মই দুটা লৰা ছোৱালী মাক ।কথাবোৰ ভাবোঁ তুমি ইমানধুনী কৈছা ।হৰেকৃষ্ণ হৰেকৃষ্ণ হৰেকৃষ্ণ হৰেকৃষ্ণ ।হৰেৰাম হৰেকৃষ্ণ ৰামে হৰেৰাম ।
Love you nice conversation
সুন্দৰ স্পষ্টবাদী শুদ্ধ শব্দ উচ্ছাৰণ ।
Ur are good
❤❤❤
বৰ ভাল লাগিল।
Bor val lagilde🙏🙏
Eman hundor bhakhon.ajir patyk byaktikc abysykya apat astra
My daughter God bless you, every Soul will feel Peace in Your speech.
Krishnan Krishnan
Keep it up
কৃষ্ণ কৃষ্ণ ভাল লাগিল।
এখেকা টো এসেকা হব লাগিছিল নেকি?
বাইদেউ কথা বিলাক বহুত ভাল লাগে কথা বিলাক বহুত স্পষ্টকৈ কয়
Anjela sister your realy adhar of maa saraswati.sonice live long.god be with you..
Duniya duniya bhakhan
Dhuniya 🎉
আপুনি আমাৰ ইয়াত আহিব
নাচিব নাজানিলেও শিক্ষকৰ লৰাটোয়ে প্ৰথম পুৰস্কাৰ পায়, কাৰণটো কি ? কৃষ্ণ
❤❤w
Deha oo
মনোগ্ৰাহী বক্তব্য
👍👍👍
Krisna.....Baideu aponar nuberto dibsn....
নমস্কার বাইদেও
Zz5
মই তোমাৰ দৰে কথাবোৰ ভাবোঁ,চলো আৰু ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰো। মোৰ একমাত্ৰ ল'ৰাটো মূল্যবোধৰ শিক্ষাৰে ডাঙৰ কৰিছিলোঁ। কিন্তু সেইদিনা তাৰ জীৱনত ঘটিছিল ডাঙৰ ঘটনা। জীৱনটো একেবাৰে শেষ হৈ গ'ল ।কলেজৰ পৰা ঘৰলৈ আহিব ধৰা ল'ৰাটোক চিনাকি ছোৱালী এজনীয়ে মিচা কথা কৈ। ৰূমলৈ মাতি নি তাক হত্যাকাৰী সজালে। তেতিয়াৰ পৰা ল'ৰাটো পাগলৰ দৰে হ'ল।মদ , ড্ৰাগছ সেৱন কৰি নিজকে শেষ কৰিব বিছাৰিছিল।সি কবিতা লিখে,নাটক কৰে, সৰুতে কৃষ্ণমণি চিনেমা ও কৰিছিল, পঢ়া-শুনাত ভালেই আছিল। মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগত উৰ্ত্তীণ হৈছিল ইংৰাজী আৰু অসমীয়াত লেটাৰ নম্বৰ সহ। একাউণ্টেনচিত মেজৰ লৈ কলেজলৈ গৈছিল হে, তেতিয়া এই ঘটনা ঘটে। এতিয়া নিচামুক্ত চেন্টাৰত আছে। ঘটনাৰ বিচাৰ কৰিলে তাক দোষী যেন নালাগে। কোনো দিন নোজোৱা মানুহৰ ঘৰত ১০মিনিট সময়ত মানুহ মাৰিব নোৱাৰে। এতিয়া আমাক মুখা পিন্ধা ভদ্ৰলোক সকলে বেয়া চকুৰে চায়। তুমি কোৱাচোন মাক দেউতাকে ল'ৰা মানুহ মাৰিবলৈ পঠাব পাৰেনে ?
Bahut bhal katha kaise sangmai
Sundor boktoibo dangi Dorise
মদৰ দোকান বোৰ বিষয়েও কব লাগে। ছোৱালী ল'ৰা সকলো সমান।
সমালোচনা ,ভাষণ দিলেই সমস্যা সমাধান হৈ নাযায় । এটা পথ দেখুৱাব লাগিব ।
toinu ki koriso ghorote bohi bal dal comments koriso gadho
duniya
Anjela ur my dear
bastur ji dam hoise tumar kotha kune gurata diba
এখেকা নহয় এসেকা ।
Hay hori o
ল'ৰা টোক মই তেনে দেৰে কিৰিছিলো আজি ও ঠগি আছো।অ
Apunar Kushal kamana karilu
Krishna 🌏🌏🌏❤❤❤🙏🙏🙏
Hosakoi anjila tumar dare hokalu nari ya vabibo parileheten prithibikhon dhuniya hoba.
ভাল লাগিল কঠাখিনি আপুনি অলপ অসুস্থ বোলি কৈছে ইমান অনুষ্ঠান কৰিথাকে অলপ জীৰনিৰ প্ৰয়োজন নিকি
Tumi nu kiman pohila koba
কোন কোন কোন অধম "এসেকা"বানানটো শুদ্ধকৈ লিখিব নজনা।এখেকা কৰি পেলালে।
Apuni ako najane moi darkar hole face to face kotha patim
Aru nakhai dei 😁😁😁Ajir poraa
Aigorakir bor kothaa dei
Aku val nalagee
Over smart dekhai aru ji bur kothaa koi jen kuneow najane baa aji loike xunai nai
Aibur besi din nathake Dhan kheror juir nisinaa pisee...Agotee Nitumoni
Dipok sharmh next anjelaa atiyaa
City t bartamaan Young aged r .. lora,suwali pathar tinali ,chariali, chuk ,kunat, foot gadhulite xurapan kora bidhi hoise, dekhi beya lage, ki hosise,kio hoise, bhabi asarit hoisu, ki hoba amar samaj khon ,ami xakalu chokhu muda kauri-kulir nisina hoisu...
বে ছি কথা কোৱা হৈছে যেন অনুমান হয় তুমি শিক্ষক হোৱা
Scha ktha
N