বিশ্বাসে মিলয় হৰি Part 1 | ভাগৱত শাস্ত্ৰৰ সাৰ কথা, কিছু পাঠ আৰু আলাপ | Anjela Changmai
HTML-код
- Опубликовано: 8 фев 2025
- 📌 'বিশ্বাসে মিলয় হৰি'ৰ প্ৰথম খণ্ড
📌 ND24ৰ গুৰুগৃহৰ পৰা ভাগৱত বাখ্যানুষ্ঠান
📌 ভাগৱত শাস্ত্ৰৰ সাৰ কথা, কিছু পাঠ আৰু আলাপ
📌 ষ্টুডিঅ'ত অধ্যাপক ড০ মৃণাল কুমাৰ বৰুৱা
📌 এঞ্জেলা চাংমাইৰ সৈতে 'বিশ্বাসে মিলয় হৰি'
#bhagwatpath #srimadbhagavadgeeta #exclusive
-------------------------------------------------------------------
Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
All you need to do is PRESS THE BELL ICON next to the Subscribe button!
ND24 is an Assamese News Channel. ND24's RUclips channel offers the latest news videos on politics, cricket, technology, entertainment, and much more.
Stay tuned for the latest updates from India and around the world!
𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
▶️ 𝐋𝐢𝐧𝐤𝐞𝐝𝐈𝐧: / nd24assam
▶️ 𝐖𝐡𝐚𝐭𝐬𝐀𝐩𝐩 𝐂𝐡𝐚𝐧𝐧𝐞𝐥: whatsapp.com/c...
▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
• আজিৰ পৰ্যৱেক্ষণ | RAJD...
▶️ HASHTAG BY MANASH PRATIM DEKA
• HASHTAG | MANASH PRATI...
𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.
কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম
কৃষ্ণ কৃষ্ণ ইমান ধুনীয়া অনুষ্ঠান
মৃণাল কুমাৰ বৰুৱা সঁচাকৈ বহুত জনা মানুহ।ভাল লাগিছে বহুত
ভগৱন্তৰ এই অমৃতময় বণী শুনিবলৈ পালে মানুহৰ অন্তৰ সঁচাই বৰ পবিত্ৰ হয়। বিশেষকৈ উঠি অহা পিছৰ সকলে এই পঠ ললে কেতিয়াও যাতে বিপঠে নাযায় তাৰেই কামনা কৰিলোঁ। দ্বিতীয় বৈকুণ্ঠৰ থলীত আতধৰা সকলোলৈকে সেৱা জনাইছোঁ। আৰু এখোজ আগুৱাই গৈ আমাকো যেন কৃতাৰ্থ কৰে। কৃষ্ণ কৃষ্ণ কৃষ্ণ
কৃষ্ণ অতি সুন্দৰ প্ৰদৰ্শন সেৱা জনাইছোঁ
উত্তমো উত্তম অতি উত্তম পদক্ষেপ ৷ চাংমাই আই গৰাকীলৈ কৃতজ্ঞতাৰে আআন্তৰিক সেৱা নিবেদিছো ৷ লগতেে বৰুৱা মহাশয় বাপৰ তত্ব গধুৰ কথাবোৰে হৃদয় খন আপ্লুত কৰিলে ৷ তেখেতৰ প্ৰতিটো শব্দ বাক্যই ভাগৱতময় ৷ ঈশ্বৰে তেখেতক আৰু কৃপা কৰক ৷কৃষ্ণ
Ll0
⁰0⁰000⁰7uù
কৃষ্ণ কৃষ্ণ আই প্ৰণাম জনালোঁ সুন্দৰ লাগিছে বহু বহু ধন্যবাদ জ্ঞাপন কৰিছোঁ কৃষ্ণ কৃষ্ণ প্ৰণাম জনালোঁ 🙏🙏🙏🙏।
চাংমাই আই গৰাকীৰ এই পদক্ষেপক আন্তৰিকতাৰে শলাগ লৈছোঁ আৰু সেৱা জনাইছোঁ। আমাৰ পৰম শ্ৰদ্ধাৰ ব্যাখ্যাকাৰ বৰুৱা বাপলৈয়ো সেৱা নিবেদিলোঁ। জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ, কৃষ্ণ।🙏🙏
এঞ্জেলা চাংমাই ডাঙৰীয়ানীলৈ বহুত বহুত ধন্যবাদ জনালো। ইমান সুন্দৰ এটি অনুষ্ঠান ND24 চেনেলৰ যোগেদি দৰ্শক ৰ মাজলৈ আগবঢ়ায় দিয়া বাবে , মই নিজেও আগ্ৰহী আমাৰ ধৰ্মীয় গ্ৰন্থৰ কথাসমূহ জানিবলৈ । অনুষ্ঠান টিলৈ মোৰ অশেষ শুভেচ্ছা থাকিল। জয় গুৰু শঙ্কৰ 🙏🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ওম নমোভাগবতে বাসুদেৱাই
কৃষ্ণ কৃষ্ণ৷🙏🙏 পুৱাতো সকলোৱে বাবে সুন্দৰ হওক তাকে কামনা কৰিছোঁ৷🙏
কৃষ্ণ , কৃষ্ণ কৃষ্ণ।।
আমি গোগামুখৰ পৰা সেৱা ধৰিছো , আই এঞ্জেলা , এই মঞ্চ খনি বাপ বান্ধৱ সকলৰ সমন্বয় ক্ষেত্ৰলৈ পৰিবৰ্তন হওক !! ভগৱন্তৰ ওচৰত এইয়ে প্ৰাৰ্থনা। ।
"কৃষ্ণ কৃষ্ণ কৃষ্ণ।।"
কৃষ্ণ সুন্দৰ পদক্ষেপ। সেৱা হে হে জনালো।
Krishna Krishna Krishna 🙏🙏🙏 God is Good Advice Thank you
অতি ধুনীয়া অনুষ্ঠান. আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো. কৃষ্ণ, জয় গুৰু শংকৰ.
জয় কৃষ্ণ ❤❤❤❤----- জয় গুৰু শ্ৰীমন্ত শঙ্কৰ❤❤❤❤
জয় শ্ৰী কৃষ্ণ প্ৰভু ঈশ্বৰ সেৱা জনাইছো 🙏🙏🙏
কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏
অতি সুন্দৰ এক অনুষ্ঠান আগবঢ়াইছে ❤ সকলোৰে মঙ্গল হওঁক কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏
কৃষ্ণ ইমান সুন্দৰ অনুস্থান আয়োজন কৰাৰ বাবে আপোনাসবক বহুত ধন্যবাদ আৰু সেৱা জনালো।
কৃষ্ণ কৃষ্ণ জয় গুৰু শঙ্কৰ অতি সুন্দৰ অনুষ্ঠান 🙏
সুন্দৰ পদক্ষেপ ।অবিৰত যাএা সফল হওঁক 🙏🙏🙏
কৃষ্ণ হৰি ৰাম মাধৱ অতি সুন্দৰ আগলৈকে শ্ৰৱণ কৰিব পাৰিম বুলি আশাৰে অপেক্ষা কৰিলোঁ। কৃষ্ণ
বহুত ভাল পদক্ষেপ লৈছে আই গৰাকী য়ে যুবক যুবক যুবতীৰ বাবে
ঢাংমা বাইদেউ এইটো ভাল পদক্ষেপ লৈছে
কৃয 🙏🙏🙏
কৃষ্ণ আই আৰু বাপ দুজনাৰ সেৱা জনাইছো। জয় গুৰু শংকৰ কৃষ্ণ ❤❤
অতি সুন্দৰ পদক্ষেপ । লক্ষ আৰু উদেশ্য সফল হওক তাৰে কামনা কৰিলো ।🙏🙏🙏
বৰ সুন্দৰ পদক্ষেপ আই গৰাকীৰ। মোৰ ফালৰপৰা আই গৰাকীক তথা বাপ দুগৰাকীক মোৰ ভক্তি ভৰা সেৱা নিবেদিছো
। কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ কৃষ্ণ। সৰ্বাংগ সুন্দৰ নিদৰ্শন দেখিবলৈ পোৱা আৰু শুনিবলৈ পায় আনন্দ লভি সকলোৰে চৰণত ভক্তিভাৱেৰে নিজকে সমৰ্পিত কৰি সেৱা আগবঢ়ালো কৃপাৰে গ্ৰহণ কৰিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ।
কৃষ্ণ কৃষ্ণ কৃষ্ণ। এনেদৰেই সুন্দৰ অনুষ্ঠান এটি চাবলৈ নিজকে ধন্য মানিছো।ঈশ্বৰে সকলোৰেই মঙ্গল কৰক। ধন্যবাদ।
ৰাম ৰাম কৃষ্ণ হৰি ৰাম নাৰায়ণ ৰাম কৃষ্ণ হৰি ৰাম কৃষ্ণ
কৃষ্ণ প্ৰভু ভগৱন্তই আপোনাক কুশলে ৰাখক আই, বৰুৱা বাপ আৰু পাঠক শ্ৰদ্ধাৰ বাজনালৈ সেৱা জনালোঁ 🎉🎉
কৃষ্ণ। বৰ সুন্দৰ অনুস্থান। মানৱ জাতিক আৰু আগলৈ আগুৱাই যোৱাৰ পথ প্ৰদৰ্শক হব এই পদক্ষেপ । কৃষ্ণ কৃষ্ণ।
কৃষ্ণ সুন্দৰ হওঁক সকলোৰে দিনটো
অতি সুন্দৰ পদক্ষেপ , এই পদক্ষেপ টো আগবঢ়াই নিয়াত ভগৱানৰ ওচৰত শত-কুটি প্ৰণাম জনাও....... কৃষ্ণ কৃষ্ণ কৃষ্ণ ... !
কৃষ্ণ কৃষ্ণ বৰ সুন্দৰ পদক্ষেপ। এই অনুষ্ঠানলৈ সত্ৰাধিকাৰ ৰিজু পাঠক মহন্ত কো নিমন্ত্ৰণ কৰিবচোন।
কৃষ্ণ ।সুন্দৰ অনুস্থান ।এঞ্জেলা চাংমাই আৰু দুয়োজন বাপলৈ আন্তৰিক অভিনন্দন জনাইছোঁ ।🙏লগতে ND 24 কৰ্মকৰ্তালৈ হিয়া ভৰা শুভেচ্ছা যাছিচোঁ ।❤️
অতি সুন্দৰ আকৰ্ষণীয় ব্যৱস্থা ভনী কৃষ্ণ ৰাম 🙏🙏
কৃষ্ণ কৃষ্ণ সুন্দৰ অনুষ্ঠান সুন্দৰ চিন্তা ৷ আটাইকেজনলৈ শুভেচ্ছা আৰু আন্তৰিক সেৱা ধৰিলোঁ৷ৰাম
🙏🙏🙏 প্ৰণামোহো কোটি কোটি বাৰ !! কৃষ্ণ! কৃষ্ণ !❤
বৰ সুন্দৰ কথা শুনি পৰম আনন্দ প্রাপ্তি অনুভব কৰিলো
এঞ্জেলা আই আপুনি এক উত্তম ভক্তিৰ প্ৰয়াস কৰিছে ৷ আপোনাক ধন্যবাদ
## কৃষ্ণ কৃষ্ণ ## জয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ ##
কৃষ্ণ কৃষ্ণ সেৱা জনালোঁ।পৰোপকাৰী এই সুন্দৰ ভক্তি ভৰা কথোপকথনে সমগ্ৰ মানৱ জাতিৰ কল্যাণ সাধন কৰক।তাৰে কামনাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালো। কৃষ্ণ কৃষ্ণ জয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ।
কৃষ্ণ কৃষ্ণ, অতি সুন্দৰ পদক্ষেপ।অন্তৰৰ পৰা সেৱা নিবেদন কৰিলো
কৃষ্ণ কৃষ্ণ ।
কৃষ্ণ কৃষ্ণ, অতি সুন্দৰ পদক্ষেপ।সেৱা জনালোঁ।
কৃষ্ণ কৃষ্ণ অতি সুন্দৰ সেৱা জনায় ইছো প্ৰভু
কৃষ্ণ 🙏🏻🙏🏻🙏🏻🙏🏻 আন্তৰিকতাৰে কৃতজ্ঞতা জনাইছোঁ 🙏🏻 খুব ভাল লাগিল ❤️❤️❤️
কৃষ্ণ আই আৰু বাপ দুজনা আপোনা সবৰ শ্ৰী পদ কমলত সেৱা ধৰিছো 🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ ইমান সুন্দৰ অনুষ্ঠান শত কোটি প্ৰণাম 🙏🙏🙏
জয় গুৰু শংকৰ ।সেৱাভাগি লব।ভাগৱত মানব জীবনৰ দাপোন।দাপোন নহলে যিদৰে নিজৰ মূখখন দেখা নাপায় তেনেদৰে ভাগৱত নাজানিলে জীৱনৰ মূলৈও অসাৰ ।সেয়েহে ভাগৱতৰ শৰনাপৰণহৈ মানব জীবন সাৰ্থক কৰক এয়াই সকলো ৰাইজলৈআমাৰ অনুৰোধ থাকিল।পুনু সেৱাথাকিল।
কৃষ্ণ কৃষ্ণ বৰ সুন্দৰ সদায় চাবলৈ পাম বুলি আশা কৰিলো 🙏🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম,,,সুন্দৰ চিন্তাৰ সুন্দৰ অনুষ্ঠান।।।ভগৱন্তৰ কৃপা হওক।
অতি সুন্দৰ পদক্ষেপ আগবঢ়ায়ছে।সবাৰো চৰণত ভক্তিভাৱেৰে সেৱা আগবঢ়ালো। কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤❤❤
কৃষ্ণ কৃষ্ণ প্ৰভূ 🙏🙏🙏 অতি সুন্দৰ পদক্ষেপ ভগৱন্তৰ কৃপা হওক তাকে কামনা কৰিলো কৃষ্ণ কষ্ণ 🙏🙏🙏
Krishna, Krishna,Krishna.,Om namu Bhagawate ........
কৃষ্ণ সমস্ত জনাৰ শ্ৰী চনৰত সেৱা আগবঢ়ায়ছো 🙏🏼
কৃষ্ণ কৃষ্ণ 🙏🙏 প্ৰভুজনা অতি সুন্দৰ জয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ🙏🙏🙏🪔🪔🪔🪔 কৃষ্ণ কৃষ্ণ 🙏🙏
কৃষ্ণ কৃষ্ণ অতি সুন্দৰ পদক্ষেপ তেজপুৰৰ পৰা চালো ধন্যবাদ
আই গৰাকী লৈ হিয়া ভৰা কৃতজ্ঞতা জনাইছোঁ। কৃষ্ণ
কৃষ্ণ🙏কৃৃষ্ণ🙏বৰ সুন্দৰ পদক্ষেপ।জয় গুৰু শঙ্কৰ।
সুন্দৰ অনুষ্ঠান , জয় গুৰু শংকৰ ,কৃষ্ণ
অতি সুন্দৰ পদক্ষেপ। অশেষ ধন্যবাদ ❤
Parom Ananda Anuvuta Hoise Hridoyat Samostare Kusal Mangal Kamona Koriso KRISHNA❤❤❤
Swagatam krishna
🙏কৃষ্ণ ।অতি সুন্দৰ পদক্ষেপ লোৱা হৈছে।
অতি সুন্দৰ অনুষ্ঠান❤
❤সুন্দৰ পদক্ষেপ❤কৃষ্ণ❤কৃষ্ণ❤ ওম নমো ভগৱ তে বাসুদেৱ❤
স্বাগতম জনালো।আই আৰু বাপ দুজনা। কৃষ্ণ কৃষ্ণ প্ৰণাম। জয়তু জগত গুৰু শ্ৰীমন্ত শঙ্কৰ।
ৰাম কৃষ্ণ হৰি ৰাম 🙏🙏 সুন্দৰ প্ৰয়াস আপোনাসকলোলৈ মোৰ সহশ্ৰ প্ৰনাম
সুন্দৰ অনুষ্ঠান । সবাৰে চৰণত ভক্তিভৰা সেৱা জনালো ।কৃষ্ণ🙏🙏🙏🙏🙏🙏🙏
🙏কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ অতি সুন্দৰ হৈছে আপোসবলৈ সহশ্ৰ প্ৰণাম 🙏🙏🙏🙏
গুৰুবনদনাপথমেগাবলাগে
জয় গুৰু শঙ্কৰ 🙏🏿 সেৱা জনালোঁ 🙏🏿
Baikunthar kalptaru the " bhagabat" shashtra ehar uttam phal hari nam matra, krishna. I garaki aya aponar sundar padakshep. God bless you.
ওম নম ভগৱতেই বাসুদেৱাই কৃষ্ণ
জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ কৃষ্ণ বহুতো আনন্দিত হৈছোঁ
শ্ৰদ্ধাৰ শ্ৰী দীপক ব্ৰহ্ম বাপ , শ্ৰী ৰন্টো শইকীয়া বাপ , শ্ৰী জগত বণিয়া বাপ , শ্ৰী প্ৰঞ্জিত গগৈ বাপ , শ্ৰী বিজু পাঠক বাপ , শ্ৰী মাধুৰ্য্য বৰা বাপ , শ্ৰী লোহিত সন্দিকৈ বাপ এখেত লোককো পাৰিলে আমন্ত্ৰন জনাব কৃষ্ণ কৃষ্ণ 🙏
Krishna Krishna 🙏🙏🙏 oti mohan aru sundor anusthan
🙏🙏 কৃষ্ণ """""আজিৰপৰা মই এজন নিয়মীয়া শ্ৰুতা ও দৰ্শক 🙏🙏
জয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ🙏🙏🙏
কৃষ্ণ,জয় গুৰু শংকৰ।
🙏🙇🙏
কৃষ্ণ 🙏 , এটা সুন্দৰ আধ্যাত্মিক অনুষ্ঠান উপভোগ কৰিবলৈ পায়, নিজকে ধন্য অনুভৱ কৰিছো । অনুষ্ঠানটো উপস্থাপন কৰাৰ ক্ষেত্ৰত মূখ্য ভূমিকা গ্ৰহণ কৰা এঞ্জেলা আই গৰাকীৰ লগতে বাখ্যাকাৰ বৰুৱা আৰু পাঠক বাপ জনৰ শ্ৰী চৰণত শতকোটি প্ৰণাম জনাইছোঁ, কৃষ্ণ 🙏 ।
কৃষ্ণ কৃষ্ণ
Kishna kishna
কৃষ্ণ কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ
সুন্দৰ নিদৰ্শন
কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ
বা আপোনাক এবাৰ লগ পাবলৈ মন আছিল কৃষ্ণ কৃষ্ণ বা 🙏🙏
Krishna Krishna🙏🙏🙏❤️❤️❤️Ajir anuthantu bor val lagil dei. Sangmailoi antori xuvesa jasilu. God bless her.❤
Bohut val kam korise anjela baideu... Krishna krishna..... 🎉🎉🎉
Krishan krishan 🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼
Krishna Krishna Ram Ram ❤❤❤❤
🙏 সুন্দৰ ,সেৱা জনালো ।
সুন্দৰ পদক্ষেপ , সেৱা জনালো ।
সকলে নিগম কল্পতৰু
তাৰফল মহা ভাগৱত।
শুক মুখে আহি হইলা ভুমিত বিদিত
ৰসত চতুৰ যিটোজনকৃষ্ণৰচৰণে জিয়া মনে।
পৰমসন্তোষে পিয়োকৰসমৃত
কৃষ্ণ! কৃষ্ণ! কৃষ্ণ!🙏🙏🙏
কৃষ্ণা কৃষ্ণ ❤
,, বৰ সুন্দৰ নিদৰ্শন।বৰ সুন্দৰ পদক্ষেপ।,,
বৰ সুন্দৰ অনুষ্ঠান বিনিত বৰাৰ ভাগৱত পাঠ বহুত ভাল লাগে অ
Bahut bahut dhanyawad apunar bhagwan ankha Jen Lage changmai ai.
কৃষ্ণ ।কৃপা কৰক আই তোমাক 🙏🙏🙏❤
Jayljaykrishnaldhemaji