বাপ আপোনাৰ লগতে সমস্ত জনকে মহাঅধমে সেৱা নিবেদন কৰিলো আপোনাৰ এই প্ৰয়াস ৰ দ্ৱাৰা গুৰু দুজনা ৰ সৃষ্টিৰ নাম ধমৰ্ৰ পছাৰ আৰু ভাগ ভাগ হৈ থকা সমাজ এক ঈশ্বৰৰ এখন সমাজ প্ৰতিষ্ঠা হোৱা ৰ কামনা কৰিলো বাপ কৃষ্ণ কৃষ্ণ ।
This superfine explanation must fulfil the desire to get a perfect source which is now immediately audio-visible to the society at large. I pray Krishna might bless you ever more. T.c.baruah,jhanji baruah gaon
Krishna Krishna Pravu apunar soronot khoto kouti pronam jonaisu....🙏🙏🙏
কৃষ্ণৰ পভৃ আপোনাৰ ভাগৱত শ্ৰৱণ কীৰ্তন শুনি ভাল লাগিল ধন্যবাদ থাকিল ❤❤❤❤🎉🎉🎉
Wwé
🐨
কৃষ্ণ কৃষ্ণ কৃষ্ণ।হয় ভকত বৈষ্ণৱৰ সেৱাত ব্ৰতী হবলৈ উৎসাহ দেখি গুৰু দুজনাৰ কৃপাত ভক্তিৰ পৰিবেশ সৃষ্টি হোৱা কাৰণে আনন্দ লাভ কৰিলো, সেয়ে আপোনালৈ অশেষ ধন্যবাদ জনোৱাৰ উপৰিও আন্তৰিক সেৱা আগবঢ়ালো কৃপাৰে গ্ৰহণ কৰিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ।
কৃষ্ণ কৃষ্ণ
তুমি নিজ পিতৃ গুৰু ইষ্ট মোৰ,ময় মন্দমতি ভৈলো সেৱা চোৰ হে। (নামঘোষা) । কৃষ্ণ।জয় গুৰু শঙ্কৰ।
কৃষ্ণ🙏 সহস্ৰ কোটি প্ৰণাম কৃষ্ণ🙏🙏🙏🙏 সুন্দৰ উত্তৰ সুন্দৰ উদাহৰণ কৃষ্ণ🙏
বৰ ভাল লাগিল ভাগৱত পাঠ হে হৰি ৰাম কৃষ্ণ ৰাম কৃষ্ণ নাৰায়ণ 🙏🙏🙏
E
কৃষ্ণ কৃষ্ণ🙏
কৃষ্ণ কৃষ্ণ।
Krishna , bapjan.
Excellent explanation.
Many many thanks.
কৃষ্ণ কৃষ্ণ বাপ 🙏 শ্ৰৱণ কৰি কৃতাৰ্থ হলো
কৃষ্ণ কৃষ্ণ শুনিলেই শুনি থাকিব মন যায় ইমান শুৱলা কন্ঠ সুন্দৰ ব্যাখ্যা ।
Krishna Krishna pranam jonalu
কৃষ্ণ কৃষ্ণ সুন্দৰ ভালে বাখ্যা কৰি দিলে ❤❤❤❤❤❤ ভাল লাগিল কথাখিনি শোনি
কৃষ্ণ কৃষ্ণ জয় গুৰূ শঙ্কৰ
কৃষ্ণ সুন্দৰ উপদেশ আগবঢ়ালে
কৃষ্ণ কৃষ্ণ বাপ আই সকল চৰণ ভক্তি ভৰা সেৱা নিবেদিলে কৃষ্ণ কৃষ্ণ
কৃষ্ণ, কৃষ্ণ 🙏🙏🙏
কৃষ্ণ কৃষ্ণ 🙏 🙏
গগৈ বাপৰ সহিতে সমস্ত আই বাপলৈ ভক্তি ভৰা সেৱা নিবেদিলো 🙏 🙏 অতি সুন্দৰ ভাগৱত বাখ্যা শুনি ধন্য হলো প্ৰভু 🙏 🙏
🙏 জয় গুৰু শঙ্কৰ 🙏
কৃষ্ণ কৃষ্ণ গগৈ বাপ
কৃষ্ণ বাপ জনা ভক্তি ভৰা সেৱা জনালোঁ।
Joi Krishnar joi prabhu apunasobok aami odhormie sotokoti sewa nibedisu krishna krishna krishna prabhu
ধন্য হলো প্ৰভু,ৰাম নাৰায়ণ, কৃষ্ণ কৃষ্ণ
হে প্ৰভু আপোনা ভাগৱত পঢ়া সুৰ টো শুনিলে কিবা এটা দুখ লাগি আহে, চকু পানী ওলাই যায়।
কৃষ্ণ কৃষ্ণ ভকতৰ চৰনত শত কৌতি প্ৰনাম
কৃষ্ণ কৃষ্ণ প্ৰভু । ইমান সুন্দৰ ব্যাখ্যা ।
Dhinybad thakil
কৃষ্ণ কৃষ্ণ বাপ অতি সুন্দৰ ব্যাখ্যা। 🙏
Krishna Krishna
কৃষ্ণ কৃষ্ণ বাপ সন্ধিয়া ভক্তি ভৰা সেৱা নিবেদিলো কৃষ্ণ ।
কৃষ্ণ ,জয় গুৰু শ্ংকৰ ,এভাগি সেৱা ধৰা হ'ল।
কৃষ্ণ কৃষ্ণ বাপ ভক্তিভৰা সেৱা নিবেদন কৰিলো ।
জয় কিষ্ণ
বৰ ভাল লাগিল ভাগৱতৰ ভাঙনি শুনি,বহুত নজনা কথা জানিব পাৰিলো, কৃষ্ণ কৃষ্ণ বাপজনা
😮😅
কৃষ্ণ কৃষ্ণ বাপ প্ৰনাম জনাইছো 🙏🙏🙏🙏
Nomoskar thakil
কৃষ্ণ কৃষ্ণ বাপজন আমাৰ সেৱা গ্ৰহণ কৰিব কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 🙏 🙏 ।
Krishna Krishna Krishna
কৃষ্ণ কৃষ্ণ প্ৰণাম প্ৰভু। আৰু সমস্ত বাপ আই লৈ সেৱা জনাইছো।
Joi krisn
A❤@@kehsabgogoi7026
Krishna Krishna val lagil pravu kiran tihu
কৃষ্ণ কৃষ্ণ ৰাম ৰাম । ৰাম কৃষ্ণ হৰি বিষ্ণু তুমিয়েই গোবিন্দ হৃষীকেশ ।। মাধৱ কৃষ্ণ ।।
Dhinybad
সুন্দৰ হৈছে।
ৰাম ৰাম কৃষ্ণ কৃষ্ণ বাপ সেৱা গ্ৰহণ কৰিব ৷
কৃষ্ণ, সেৱা জনাইছোঁ,, বাপজনৰ ভাঙনি খুব সুন্দৰ,,,, কৃষ্ণ
আপোনাক দীঘ‘ আয়ো কামনা কৰিলো ৷ধন্যবাদ
শত শত কৌতি সেৱা নিবেদিলো,কৃষ্ণ কৃষ্ণ
Great expectations 🙏 praise the lord 🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ প্ৰভু আপোনাৰ শ্ৰীপদ্মমুখে শ্ৰীমদ্ভাগৱতৰ অমৃতময় ব্যাখ্যা শ্ৰৱণ কৰি উপকৃত হলো।কৃষ্ণ ভকতৰ চৰণলৈ সেৱাহে যাচিলো।
ক
(
জ
#
ৌ৮
বহুত বহুত dhoinoy
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আই সকল কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
Very best explaination of vagavat and understandable joy ram krishna bap!!
কৃষ্ণ প্ৰভু আপোনাৰ মুখে অমৃত বানী শুনি ধন্য হলো ।
কৃষ্ণ। ভাল লাগিল,কৃতাৰ্থ হ'লো। ভগৱন্তৰ চৰণত সুস্বাস্থ, দীৰ্ঘায়ু কামনা কৰিলো।
Bapjona bohut excellent 👍
Krishna Krishna 🙏 bap seya nibedon karilo krishna krishna 🙏🙏
কৃষ্ণ কৃষ্ণ সেৱা নিবেদিছো
বাপ আপোনাৰ লগতে সমস্ত জনকে মহাঅধমে সেৱা নিবেদন কৰিলো আপোনাৰ এই প্ৰয়াস ৰ দ্ৱাৰা গুৰু দুজনা ৰ সৃষ্টিৰ নাম ধমৰ্ৰ পছাৰ আৰু ভাগ ভাগ হৈ থকা সমাজ এক ঈশ্বৰৰ এখন সমাজ প্ৰতিষ্ঠা হোৱা ৰ কামনা কৰিলো বাপ কৃষ্ণ কৃষ্ণ ।
🙏কৃষ্ণ কৃষ্ণ🙏জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ দেৱ🙏
দেৱ চেতিয়া
কৃষ্ণ কৃষ্ণ হৰি ৰাম
কৃষ্ণ কৃষ্ণ 🙏 🙏
Eman dhunia biyakhya......Ishwar r horbusso prasonkha houk.....
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ তুমি হে পৰম গুৰু।
কৃষ্ণ কৃষ্ণ 👏👏👏
Ss
কৃষ্ণ কৃষ্ণ বাপ জনাৰ শ্ব'ৰণ কালত এই অসমৰ শত বাৰ প্ৰণাম জনালো।
কৃষ্ণ প্ৰভূ আপোনাৰ চৰণত ভক্তিভাৱেৰে সেৱা নিবেদিছো অধমৰ সেৱা গ্ৰহণ কৰে যেন
Dhinybad thakil
Koti koti pranam prabhu, gobindra Krishna
কৃষ্ণ কৃষ্ণ বাপ ভক্তি ভৰা সেৱা নিবেদিছো কৃষ্ণ
Kisno kisno
সেৱা জনালোঁ কৃষ্ণ🙏🙏
কৃষ্ণ কৃষ্ণ ৰাম ৰাম জয় গুৰু শঙ্কৰ 🙏🙏🙏🙏🙏
Gogoi loi dhinybad thakil
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏
Krishna Krishna🙏🙏 prabhu bhakti bhara sewa janaisu🙏🙏 krishna🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ
Krishna Krishna bap pronam
🙏🙏🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
Krishno krishi provu jon
🙏🙏🙏👌কৃষ্ণ বাপ কি সুন্দৰ কণ্ঠ আৰু বাখ্যা 🙏🙏🙏
কৃষ্ণ🙏
ভাগৱত. পাঠা .জয় জয়
কৃষ্ণ কৃষ্ণ বাপ সেৱা জনালোঁ
Krishna bap iswar apunar padma.mukhe bhawat.biyakha..suni.bhut.bhut.dhany halu.
Krishna Krishna 🙏🏿 Bap samast ke xeyajanalu apuner bakhayxuni param anand lavilu Krishna 🙏🏿
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
This superfine explanation must fulfil the desire to get a perfect source which is now immediately audio-visible to the society at large. I pray Krishna might bless you ever more. T.c.baruah,jhanji baruah gaon
Ram Ram, Krishna Krishna 🙏🙏🙏
কৃষ্ণ
কৃষ্ণ কৃষ্ণ বাপ 🙏 প্ৰভু
কৃষ্ণ 🙏
কৃষ্ণ কৃষ্ণ🙏
Great explanation. ...praise the lord. ...
ভাল লাগিল বাপ ধন্যবাদ❤❤🎉🙏🙏🙏
Krishna Krishna bap hewa janalu
কৃষ্ণ মাধৱ 🙏
😮😢😢
শতকৌতি সেৱা নিবেদিলো, কৃষ্ণ কৃষ্ণ
Krishna Krishna bap
কৃষ্ণ আপোনাৰ উত্তৰ বোৰ সুন্দৰ- যথাযথ হৈছে । সেৱাজনালো কৃষ্ণ ।
কৃষ্ণ 🙏🏼
Joy. Shri krshno
কৃষ্ণ কৃষ্ণ প্ৰভু 🙏🏻🙏🏻🙏🏻
Krishna bap krishna bhakati bhara prnanam janalo
কৃষ্ণ কৃষ্ণ অমৃত পাণ কৰিলো ধন্যবাদ
Krishna Krishna.. hari hari..!! Pranam
Krishna Krishna apunak pronam korisu
Krishna krishna ❤