এঞ্জেলা চাংমাই | শংকৰদেৱ বিদ্যা নিকেতন,মৰিগাঁও | Angela Changmai | Live At Morning |

Поделиться
HTML-код
  • Опубликовано: 26 окт 2024

Комментарии • 344

  • @angelachangmai1209
    @angelachangmai1209 2 месяца назад +68

    হৃদয়ৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছো 🙏। মনৰ দুই এটা কথা আলোচনাহে কৰিছো , গতিকে গ্ৰহণ কৰা নকৰা আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব । ইমান সুন্দৰ মন্তব্য আগবঢ়াইছে সকলোৱে , ধন্যবাদ। সুস্থ সমাজৰ যুঁজ খন মোৰ নহয় আমাৰ । সহযোগিতা কাম্য, কথাৰে কামেৰে আমি কৰি দেখুৱাব লাগিব। মোক আপোনালোকৰ পৰামৰ্শ, সহযোগিতাৰ প্ৰয়োজন।
    প্ৰান্তত
    এঞ্জেলা চাংমাই

    • @ujjal9871
      @ujjal9871 2 месяца назад +3

    • @RumiMedhi-sn8mh
      @RumiMedhi-sn8mh 2 месяца назад

      ❤❤❤

    • @bhairabmedhi9399
      @bhairabmedhi9399 2 месяца назад

      Um money Tu pblm j ki duxia ghorr manuhe kt parib pohabole duxia ghorr lora suwali blk nophib n xuni vl lgise kotha bur ami education poisat besa jua pst kunubai education lb pari ne aibur ami nijei kori loisu mem any way koi palu

    • @eng.social.s.class1020
      @eng.social.s.class1020 2 месяца назад

      সুন্দৰ মনৰ গৰাকী আৰু সুন্দৰ বাস্তৱসন্মত চিন্তা,ভাল লাগিল।

    • @nikumonibarman
      @nikumonibarman 2 месяца назад

  • @gaming11233
    @gaming11233 Месяц назад +2

    বাইদেউ আপনাৰ বক্তব্য বহুত সুন্দৰ অভিনয়ৰ মাজেৰে হয়। বৰ দুনিয়া লাগে। মই দৰং জিলাৰ পৰা শুনি আছোঁ

  • @indrajittalukdar3272
    @indrajittalukdar3272 2 месяца назад +34

    সুন্দৰ সময়োপযোগী হৃদয়স্পৰ্শী বাস্তৱিকতাৰ লগত মিলাই দিয়া তাত্বিক বক্তব্য।।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 2 месяца назад +17

    অতি সুন্দৰ অনুষ্ঠান। ভগ্নী স্বৰপ এঞ্জেলাৰ জ্ঞান গৰ্ভ ভাষণৰ মৰ্মাৰ্থ গভীৰভাৱে উপলব্ধি কৰিলে আমাৰ সমাজৰ উঠি অহা প্ৰজন্ম উপকৃত হ'ব। তেওঁৰ সু-স্বাস্থ্য আৰু মঙ্গল কামনা কৰিলো ❤❤❤

  • @nituldutta3682
    @nituldutta3682 2 месяца назад +17

    অতি সুন্দৰ ও গুৰুত্বপূৰ্ণ ভাষন। ধন্যবাদ

  • @MALABIKABora-nt6wo
    @MALABIKABora-nt6wo 2 месяца назад +13

    বাইদেউ আপোনাৰ ব্যক্তব্য বৰ সুন্দৰ। শুনিলে শুনি থাকিব মন যায়। এনেদৰে এই ভাল লগা আদৰ্শ পূৰ্ণ কথা সমূহ আমাৰ বাবে আগবঢ়াই থাকিবলৈ আপোনাক সদাই ভগৱানে কুশলে ৰাখক🙏🙏। দেৰগাঁওৰ পৰা আপোনালৈ শ্ৰদ্ধা নিবেদন কৰিলো🙏🙏🙏🙏🙏।

  • @SujataRay-r8x
    @SujataRay-r8x 2 месяца назад +11

    বাইদেউ আপোনাৰ বক্তব্য বৰ সুন্দৰ ৷শুনিলে শুনি থাকিব মন যায়

  • @lalitborah5541
    @lalitborah5541 2 месяца назад +3

    সাৱলীল সুন্দৰ ভাষণ । ভগৱানে তোমাক শক্তি দিয়ক আৰু আগুৱাই যোৱা। তুমি জাতীয় সম্পদ। এটা তথ্য তোমাৰ ভূল হৈছে নেকি কৃষক ধনীৰাম চেতিয়া যোৰহাটৰ নহয় তিনিচুকীয়া পেঙেৰীৰ অঞ্চলৰ টেকেৰী গাঁৱৰ।ভূলটো শুধৰাই দিলো বেয়া নাপাবা। ধন্যবাদ।

  • @amritkalita-jj6ug
    @amritkalita-jj6ug 16 дней назад +1

    বহুত ভাল কথা কৈছে বাইদেউ মই আপোনাৰ ভিডিও বোৰ সদাই চাউ বাইদেউ

  • @dilipsarma6676
    @dilipsarma6676 2 месяца назад +1

    অতি সুন্দৰ ভাষন ধন্যবাদ

  • @jeenalekharubora1190
    @jeenalekharubora1190 2 месяца назад +3

    সময়োপযোগী বক্তব্য খুব সুন্দৰ লাগিল শুনি। মোৰ লৰাটোও শংকৰদেৱ শিশু নিকেতনতে পঢ়াইছিলো। নিকেতনৰ পৰিবেশ আৰু শিক্ষা ব্যবস্থা সচাঁই বৰ সুন্দৰ।

  • @DineshPathak-k7n
    @DineshPathak-k7n 2 месяца назад +1

    বাইদেউ আপুনি ইমান কথা ইমান হৃদয় স্পৰ্শ কৰি যোৱা বক্তব্য বোৰ কেনেকৈ মনত ৰাখে ইমান স্মৃতি শক্তি কৰ পৰা পায় আমাকো অলপ দিব নেকি

  • @MuhonPuspa
    @MuhonPuspa 17 дней назад

    বহু বছৰৰ আগৰ কথা লৈ মনত পৰি গ'ল। Miss কৰিছো বাহপাতি বিদ্যালয়খনক।

  • @BijuMahanta-l1y
    @BijuMahanta-l1y 4 дня назад

    Aponar Katha bilak birat bhal lage.aponak bahut bahut dhanyabad janaisu.

  • @DhanadaDeka-rp8oo
    @DhanadaDeka-rp8oo 2 месяца назад

    বাইদেউ আপোনাৰ বক্তৃতা বৰ সুন্দৰ শুনিলে শুনি থাকিব মন য়ায ;

  • @NabinKachari
    @NabinKachari 2 месяца назад +1

    বৰ সুন্দৰ কণ্ঠ অমৃত বৰষা শুনি থাকিবৰ মন যায়। সদায় যাতে এনেকোৱা ভাষন পাই থাকিম বুলি আশা কৰিলো। ❤❤🎉🎉

  • @moonmikalita
    @moonmikalita 2 месяца назад +2

    বৰ সুন্দৰ কথা কলে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো ❤❤❤❤❤

  • @kantaborthakur9495
    @kantaborthakur9495 2 месяца назад +1

    ইমান সুন্দৰকৈ কথা খিনি কলা ভাল লাগিল ।মোৰ শংকৰ দেৱ শিশুনিকেতন বুলিলে আবেগ আছে ।আমাৰ লৰা দুয়োটা নিকেতনতে পঢ়ি হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তিণ হৈছে কিন্ত মই এতিয়াও নিকেতনৰ লগত জৰিত হৈ আছো ।

  • @jayantaborgohain7642
    @jayantaborgohain7642 2 месяца назад +15

    শঙ্কৰদেৱৰ এগৰাকী আচাৰ্যা হিচাপে গৌৰৱবোধ কৰিছোঁ। সঁচাই ইমান সাৱলীল ভাষণ শুনি থাকিলে হেঁপাহ নপলায়।

  • @jaminianddiyasvlog867
    @jaminianddiyasvlog867 2 месяца назад +16

    শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্রী হিচাপে গৌৰৱ অনুভৱ কৰোঁ😊😊

  • @deepalideka718
    @deepalideka718 2 месяца назад +9

    এন্জেলা তুমি বহুত ভাল বক্তৃতা দিছা।ভাল লাগে।

  • @Rupalipatar-lr7fp
    @Rupalipatar-lr7fp 2 месяца назад +3

    বহুত বহুত ভাল লাগিল কথা খিনি শুনি..। নতুন প্ৰজন্মই এই আধ্যাত্মিক জ্ঞানৰ ভাষণ শুনাৰ প্রয়োজন..।।

  • @barnalikalita2166
    @barnalikalita2166 4 дня назад

    বা তুমি বহুত ভাল লাগিছে❤❤❤❤❤

  • @barnalidekavideos
    @barnalidekavideos 2 месяца назад

    বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ❤সঁচাই এনেবোৰ কথাই হৃদয় চুই যায় ❤

  • @babuboruah6071
    @babuboruah6071 20 дней назад

    Bhal lagil Baideu

  • @utpalborah7535
    @utpalborah7535 Месяц назад

    একাগ্ৰতাৰে শুনিলোঁ তোমাৰ ভাষণটো । সুন্দৰকৈ উপস্থাপন কৰিছা প্ৰকৃত কথাবোৰ । ছাত্ৰ জীৱনত লাভ কৰা নিজৰ অভিজ্ঞতা খিনি প্ৰকাশ কৰাৰ বাবে বৰ্তমানৰ ছাত্ৰ ছাত্ৰী সকল বহুপৰিমানে উপকৃত হ'ব।
    সু স্বাস্থ্যৰে দীৰ্ঘায়ু হৈ এনেদৰে
    সমাজ জাতিৰ হৈ কাম কৰি যাবলৈ ভগৱন্ত প্ৰভুৰ ওচৰত প্ৰাৰ্থনা জনালোঁ ।
    কৃষ্ণ কৃষ্ণ ।

    • @PradipGogoi-i7b
      @PradipGogoi-i7b Месяц назад

      মানুহৰ মুখেৰে শব্দ কৰে যে ই হ্নদয়ৰ পৰা মনৰ ইচ্ছা কৰিলে বাহিৰ হয়। ই শব্দ ব্ৰহ্ম। ব্ৰহ্ম সত্য জগৎ মিথ্যা। মানে শব্দ ব্ৰহ্ম থাকিলে হে হয়। অথাৎ জীৱিত ব্যক্তিৰ হে শব্দ বা মাত হ্নদয়ৰ পৰা উলাই। ব্ৰহ্ম মানে আত্মা বা চেতনা বা জীৱ একেই ও। অভিন্ন। এই ব্ৰহ্ম বা আত্মা অজনমা অমৰন অভগন অব্যক্ত অলিপ্ত অচিন্ত অক্ষয় অব্যয় নিৰাকাৰ নিবিকাৰ অনাদি অনন্ত অদাহ্য অদ্ৰৱনীয় অপৰিমান অসীম সবব্যাপী সবাৰো উদ্ধত কালৰ অতীত চৈতন্য সনাতন কল্পনাতীত সৰ্ববৃহৎ সবব্যাপী নিগূন সচিদানন্দ অপৰিবৰ্তিত অপৰিমান অকম্মা অকত্তা। এই টো হ'ল ব্ৰহ্ম বা আত্মা বা উশাহ-নিশাহ ৰ কথা। উশাহ লোৱাৰ কথা মানেৰি অনুকুল বায়ু মানে অক্সিজেনৰ যোগান ধৰে নিগূন ব্ৰহ্ম অনুকুল বায়ু মণ্ডলৰ দহবিধ বায়ু যেনে প্ৰাণ অপ্ৰাণ উদ্যান বেন সমান নাগ কুম্ম কিকৰ দেৱ দত্ত আৰু ধনঞ্জয় বায়ু এৰি দিয়া টো নাইট্ৰজেন কাৰ্বন ডাই অক্সাইডৰ 😅

  • @bipulkalita6608
    @bipulkalita6608 2 месяца назад

    সুন্দৰ মানুহৰ সুন্দৰ ভাষন। ধন্যবাদ👌👌👌

  • @bhargavbora9448
    @bhargavbora9448 2 месяца назад +2

    বা আপোনাক ধন্যবাদ জনাইছোঁ। আপোনাৰ সকলো ভাষন বাৰে বাৰে শুনিয়েই থাকো।

  • @MonalishaBorah-x6f
    @MonalishaBorah-x6f 2 месяца назад +2

    Very informative speech❤❤❤❤❤❤❤

  • @bishalsaikia7958
    @bishalsaikia7958 Месяц назад

    বাইদেউ আপোনাৰ কঠা বোৰ বহুত ভাল লাগে আপোনাৰ পৰা বহুত নজনা কঠা জানিয়ে🙏

  • @SubhaJyoti-ch9eu
    @SubhaJyoti-ch9eu 2 месяца назад

    Oti xundr koi jibnir kitapkhon Kom khomoit bujai dila thnk u 🥰🥰🥰🥰🥰

  • @bhirgudeka1567
    @bhirgudeka1567 2 месяца назад

    অতি সুন্দৰ, গুৰুত্বপূৰ্ণ ভাষন l ধন্যবাদ 🙏

  • @bkindianmixture4754
    @bkindianmixture4754 2 месяца назад +2

    অতি সুন্দৰ ,,,,, পিছে বাইদেউ খেতিয়ক ধনিৰাম চেতিয়াৰ ঘৰ তিনিচুকীয়া জিলাৰ টেকেৰি গাঁৱত । যোৰহাট নহয় । ধন্যবাদ ।

  • @Charahravijit
    @Charahravijit 2 месяца назад

    বাইদেউ আমাৰ সমাজত সঁচাই আপোনাৰ এনেদৰে সুন্দৰ স্পিকৰ কোৱেই দৰকাৰ , আশা কৰোঁ আগলৈ কে আমাক শুনাব very Beautiful ❤

  • @gitanjalidas2879
    @gitanjalidas2879 2 месяца назад +4

    তুমি ইমান সুন্দৰ কৈ কথা বিলাক কোৱা বৰ ভাল লাগে,,, শুনি থাকিব মন যায়

  • @AlimpyshreyamGogoi
    @AlimpyshreyamGogoi 2 месяца назад +4

    সঁচাই ভাবো ,মা দেউতাই মোৰ বাবে লোৱা প্ৰথম টো ভাল সিদ্ধান্ত আছিল বুলি ❤ শংকৰদেৱ শিশু নিকেতন ৰ সমান কোনো শিক্ষানুষ্ঠান হবই নোৱাৰে , ইমান বেছি শৃংখলাবদ্ধ নীতি নিয়ম , সৈনিকতালি বজোৱা লৈকে শৃংখলা , প্ৰত্যেকটো বস্তু নিখুঁত❤

  • @SewaliDutta-x3y
    @SewaliDutta-x3y 2 месяца назад +1

    সুন্দৰ উপস্হাপন ৷

  • @binitakakati1561
    @binitakakati1561 2 месяца назад +2

    কি সুন্দৰ কথা ❤❤❤শুনি থাকিবলৈ মন যায় ❤❤❤

  • @ritamohan7056
    @ritamohan7056 2 месяца назад +2

    বহুত উপযোগী, মুল্যবান কথা আগবঢ়াই দিছা ছাত্ৰ ছাত্ৰী লৈ।❤

  • @HimankAggarwal-l6t
    @HimankAggarwal-l6t 2 месяца назад

    Khubh bhalo❤ speech achhe apnar.
    God bless you always ❤

  • @kosari1007
    @kosari1007 Месяц назад

    কৃষ্ণ আপোনাৰ কথা কেইখাৰ শুনি সুখি হলো ।আপোনাৰ লগত বিষে কথা কেইটামান পাতিব বিছাৰিচো আপোনাৰ যোগাজোগ নম্বৰ টো দিবনে

  • @jayantanath3487
    @jayantanath3487 2 месяца назад

    আপোনাৰ কথাখিনিয়ে মোৰ জীৱন ধন্য কোৰি তুলিছে। আমি যে আপোনাৰ নিচিনা এগৰাকী সু বক্তা পাইছোঁ, প্ৰভু ভগৱন্তৰ ওচৰত সেৱা জনাইছোঁ ।🙏🙏🙏

  • @sanjibsaikia792
    @sanjibsaikia792 2 месяца назад +1

    Baah....emaan sposto.bohot val lagil

  • @BipulDuwari-bh2he
    @BipulDuwari-bh2he 2 месяца назад

    অতি সুন্দৰ ভাষণ শুনি ভাল লাগিল।

  • @rubibhuyan1125
    @rubibhuyan1125 2 месяца назад

    অতি সুন্দৰ মনপৰশা ভাষন ভাল লাগিল !

  • @munmikataki-mk
    @munmikataki-mk 2 месяца назад +1

    Kotha khine mon Sui gol aruu iman dhuniya voice bohut vhl lagise xuni❤️❤️❤️

  • @AnjuSaikia-ws9kq
    @AnjuSaikia-ws9kq 2 месяца назад

    Apunar su paramarkshar babe bahut bahut dhanybad❤❤❤

  • @DeepshikhaDekaDeka
    @DeepshikhaDekaDeka 2 месяца назад +1

    Xsakoi bahut xundarkoi kothabur koise, Val lagil.

  • @KhagenDas-rk3le
    @KhagenDas-rk3le 2 месяца назад +1

    Thanku ba saw beautiful❤❤❤❤❤❤😊😊🙏🙏

  • @ThagiramBhuyan
    @ThagiramBhuyan 10 дней назад

    Aipune bohot val kotha koi day baido🙏

  • @jeutideka9317
    @jeutideka9317 2 месяца назад

    বহুত সাৱলীল ভাষা❤❤❤❤ সুন্দৰ মন্তব্য।

  • @AminakhatunMoyna
    @AminakhatunMoyna 26 дней назад

    Voice tu bht mza lage ❤

  • @rumibegum611
    @rumibegum611 2 месяца назад

    খুব সুন্দৰ কথা কৈছে ভণ্টি শুনি ভাল লাগিল ♥️🙏

  • @mondiradoley482
    @mondiradoley482 2 месяца назад

    কথাবোৰ শুনি ভাল লাগিল ।

  • @uttaradas1763
    @uttaradas1763 11 дней назад

    Val lagl❤❤❤❤❤

  • @bulbulisarmah1530
    @bulbulisarmah1530 2 месяца назад +1

    ❤❤❤ তুমি মন মগজু শান্ত হোৱা কথাখিনি কোৱাৰ বাবে বহুত বহুত ধন্যবাদ তুমি সমাজৰ সাহস হৈ ওলায় অহাৰ বাবে মৰম শুভেচ্ছা দিলো❤❤❤❤❤

  • @Polix424
    @Polix424 2 месяца назад

    বহুতো বহুত ভাল লাগিল আপোনা ভিডিয় ❤

  • @technicalassamese1760
    @technicalassamese1760 2 месяца назад +1

    অতি সুন্দৰ মাত কথা শুনিলে শুনি থাকিবৰ মন পায়।

  • @nareswarsaikia6119
    @nareswarsaikia6119 2 месяца назад +1

    বহুত সুন্দৰ আৰু সাৰুৱা ভাষণ .

  • @keshabgogoi3959
    @keshabgogoi3959 Месяц назад

    Very perfect speech

  • @poragboruah4156
    @poragboruah4156 2 месяца назад

    সুন্দৰ সুন্দৰ অতি সুন্দৰ ।

  • @BankhiGogoi
    @BankhiGogoi 2 месяца назад

    Thank you so much❤❤❤❤❤

  • @tapanlahkar9711
    @tapanlahkar9711 2 месяца назад

    অতি সুন্দৰ।

  • @AtulKalita-r8r
    @AtulKalita-r8r 2 месяца назад +2

    অতি সুন্দৰ ভাষন। 🎉

  • @MALABIKABora-nt6wo
    @MALABIKABora-nt6wo 2 месяца назад

    আপোনাৰ দুলিয়াজানকে আদি কৰি সকলো ষ্ঠানতে ৰখা বক্তব্য সমূহ শুনিছোঁ।বৰ ভাল লগা সঁচাই ❤❤❤❤

  • @mithundas6731
    @mithundas6731 2 месяца назад

    ধন্যবাদ বা

  • @bijenroy7923
    @bijenroy7923 Месяц назад

    Nice speach,Santi palo

  • @tinahira1852
    @tinahira1852 6 дней назад

    Moja 😮😮😮

  • @puronpayeng7151
    @puronpayeng7151 2 месяца назад +1

    ধুনীয়া, ইস্পস্থবাদী, নমস্কাৰ থাকিল ।

  • @Dipankarshivam
    @Dipankarshivam Месяц назад

    ভগৱন্তই তোমাক সদাই ভাল কৰক ভালে থাকা

  • @diptiphukon1370
    @diptiphukon1370 2 месяца назад +3

    God bless🙏 you. God help you🌹

  • @tinumaisaikia1694
    @tinumaisaikia1694 2 месяца назад

    অতি সুন্দৰ মন্তব্য বহুত বেছি ভাল লাগিল।

  • @sanjaybharaliofficial7163
    @sanjaybharaliofficial7163 2 месяца назад +2

    Student of Sankardev Vidya Niketan + Asylum of Sankar Sangha = Next Gen's Powerfull Spirituality .. 🙏🏻

  • @parishmaborah4422
    @parishmaborah4422 2 месяца назад

    Baideo apunar kotha bure mon sui gol val lagil

  • @JantuLahon
    @JantuLahon 2 месяца назад +1

    বাইদেউ অপোনাৰ ক্থাবোৰ বৰ ভাল লগিল।

  • @PradipGogoi-i7b
    @PradipGogoi-i7b Месяц назад

    এই জগত খনত কোনো এটা ও মানুহ বেয়া নহয় অসৎ নহয় সকলো বিলাক কথা ও বিষয় একে বাৰে বেয়া নহয়। কিন্তু এই জগতৰ সৰ্বকালৰ বাবে বেয়া বস্তু টো হৈছে মানুহৰ একমাত্ৰ মনটো। যাক চকুৰে দেখা পোৱা নাযায়। মনৰ লগত বুদ্ধি চিত বিবেক আৰু আত্মা চকুৰে দেখা পোৱা নাযায়। ইহঁতৰ এটা কো চকুৰে দেখা কানেৰে শুনা হাতেৰে স্পৰ্শ কৰা মুখেৰে মাতবুল কৰা নহয়। ইহঁতে সুক্ষ্ম শৰীৰত পৰে। ইহঁতে দেহত অৱস্থান কৰে বাবে দেহে নিজেই নিজকে অহম ব্ৰহ্মাশ্মি বুলি অহ্ঙকাৰ কৰে বাবে সুক্ষ্ম শৰীৰত একে লগত জড়িত হৈ থকা আত্মা ই নিজৰ আত্ম বোধ আত্ম উপলব্ধি হেৰুৱায় জন্ম মৃত্যু ৰ বন্ধনৰ পৰা মুক্ত হ'ব নোৱাৰে
    Pradeep gogoi Guwahati

  • @MonmiBaruah-lz5oc
    @MonmiBaruah-lz5oc 2 месяца назад

    প্ৰেৰণা দায়ক বক্তব্যটো শুনি আপ্লুত হলো 🙏🏻

  • @BishnuDas-f2l
    @BishnuDas-f2l 2 месяца назад +1

    আপোনাৰ..ভকতি.মাৰগৰ.কথা.বূৰ.বহূত.ভাল.লাগে🙏🙏🙏

  • @pratibhakalitabaruah7321
    @pratibhakalitabaruah7321 2 месяца назад

    Bahut val lagile...... Krishna Krishna 🙏🙏

  • @ushabhuyan4264
    @ushabhuyan4264 2 месяца назад

    সুন্দৰ কথা। ভাল লাগিল তোমাৰ কথা শুনি।

  • @Tarulatarabha
    @Tarulatarabha 2 месяца назад

    Bhut bhal lagil ❤

  • @manasharts
    @manasharts 2 месяца назад

    অতি সুন্দৰ ভাষন❤❤❤

  • @nayanjyotideka9125
    @nayanjyotideka9125 2 месяца назад

    Katha khini xuni val lagil....
    Aponar voice tu Dhuniya....

  • @PankajaChutia
    @PankajaChutia 2 месяца назад

    মই ল'ৰা ক শংকৰদেৱ শিশু নিকেতন ত দিছো।এই যে নীতি শিক্ষা কিতাপ খনৰ কথা কৈছা। সঁচা কৈ বহুত জানিবলগীয়া কথা আছে কিতাপ খনত।ভাল লাগিছে। বেলেগ বিদ্যালয় ত কৈ ব্যতিক্ৰম।তুমাৰ কথাবোৰ শুনি ভাল লাগিছে।

  • @mojitpatgiri5342
    @mojitpatgiri5342 2 месяца назад

    Nice ktha✅

  • @koushikbaro9235
    @koushikbaro9235 2 месяца назад +1

    Bahut Val lagile baidew❤

  • @imabordoloi1401
    @imabordoloi1401 2 месяца назад

    Hundor montyabo❤ val lagil

  • @ritamonigogoi9256
    @ritamonigogoi9256 2 месяца назад +5

    ইমান মধুৰ বক্তব্য শুনিলে শুনি থাকিব মন যায়🙏

  • @susilsarmah4429
    @susilsarmah4429 2 месяца назад +1

    Nice & excellent lecturer

  • @Tarukaman
    @Tarukaman Месяц назад

    Bhut val lage

  • @LiliGogoi-xf3qt
    @LiliGogoi-xf3qt 2 месяца назад +3

    তুমি ‌ইমান ধুনীয়াকৈ ‌কথাবোৰ‌ কেনেকৈ কোৱা শুনি থাকিব মন যায়

  • @AmritBorah-vj5di
    @AmritBorah-vj5di 2 месяца назад

    Vl lgl emn hundr vabe kotha bur bujai dia babe❤❤❤

  • @PranjalSaikia-is7ec
    @PranjalSaikia-is7ec 2 месяца назад

    আমাৰ নিকেতনলৈ আহি এই সাৱলীল কথা খিনিয়ে আপ্লুত কৰাৰ বাবে তোমাক বহুত ধন্যবাদ।

  • @jituborah1125
    @jituborah1125 2 месяца назад

    বহুত ভাল লাগিল 🙏

  • @MomiDas-te7bz
    @MomiDas-te7bz 2 месяца назад +1

    Apuni bahut val katha kaise thanks.

  • @rajpatar1315
    @rajpatar1315 2 месяца назад

    Apunar kotha bur khuni bor val lagi gol ba 🎉khosa kotha koise apuni dhonyobad ❤🙏🙏hare Krishna hare rama🙏

  • @MunuDeka-l3s
    @MunuDeka-l3s 2 месяца назад

    Buhut val lagil khotha khini xuni ❤

  • @hemantamahanta8384
    @hemantamahanta8384 2 месяца назад +1

    আপোনাৰ ভিডিও বোৰ চাও হৃদয় চুই পেলাই । বহুত সাৰুৱা কন্ঠ আগলৈ আপোনাৰ দিহা পৰামৰ্শ সদায় পাম বুলি আশা কৰিলো ।

  • @AnitaDevi-jn1eb
    @AnitaDevi-jn1eb 2 месяца назад

    তোমাৰ কথাবিলাক খূউব ভাল লাগে শুনি। একেবাৰে সঁচা কথা কৈছা‌।

  • @RahulSaikia-ws6ii
    @RahulSaikia-ws6ii 2 месяца назад

    Krishna baa.....bhut Val lagil apunar kotha bur huni