গীতেৰে কথাৰে | ডঃ ভূপেন হাজৰিকা | GEETERE KOTHARE | AN INTERVIEW WITH DR. BHUPEN HAZARIKA

Поделиться
HTML-код
  • Опубликовано: 3 авг 2024
  • Geetere kothare... An Interview with Dr. Bhupen Hazarika
    Interviewer : Ratna Oja
    Producers : Bharati Sarma & Minati Choudhury
  • РазвлеченияРазвлечения

Комментарии • 400

  • @user-iy8cq6dh6h
    @user-iy8cq6dh6h 2 месяца назад +21

    2024 t kon kon sai ase ai xundar programme.

  • @ujjalghosh2637
    @ujjalghosh2637 2 года назад +18

    কিমান বিশাল ব্যক্তিত্বৰ অধিকাৰী তথাপিও কি যে অমায়িক ভুপেন দা। সচাঁই অনুষ্ঠানটো উপভোগ কৰি অভিভূত হলোঁ।

  • @manalishadas2421
    @manalishadas2421 3 года назад +29

    আমি ভালকৈ ভূপেন মামা আপোনাক লগ নাপালো 😢😢মই ক্লাছ সপ্তম শ্ৰেণীত থাকোতে আপোনাৰ দেহাৱসান হৈছিল 😢😢আপোনাৰ কৃতিত্ববোৰ অতুলনীয় মামা ❤❤❤😍😍
    # বহুত বেছি ভাল লাগিল অনুষ্ঠানটো চাই ❤

  • @j.swargiari1323
    @j.swargiari1323 3 года назад +18

    শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱলৈ শত শতবাৰ প্ৰনাম জনাইছোঁ 🙏🙏🙏🙏🙏

  • @manashjyotihandique49
    @manashjyotihandique49 3 года назад +10

    আপুৰুগীয়া সম্পদ এইবোৰ ... বহুত বহুত ভাল লাগিল.. Thank you so much

  • @bidyutphukan3440
    @bidyutphukan3440 3 года назад +20

    ক'বলৈ ভাষা নাই ।
    অতি সহজ সৰল ব্যক্তিৰ মানুহ ❤️😘❤️।
    আবেগিক হৈ পৰিছোঁ ।
    নাজানো কিয় চকুলো বাগৰি গৈছে ।
    ❤️😘❤️

    • @manabdeka10
      @manabdeka10 3 года назад +1

      Bidyut Phukan, আপুনি মোৰ মনৰ সকলো কথা কৈ দিলে । সচাকৈয়ে ভূপেন দাৰ দ্বৰে কোনো নাই । এনে এজন মহান অসমীয়াক শ্ৰদ্ধাৰে সুঁৱৰিছো।

    • @bhabeshbarua4662
      @bhabeshbarua4662 3 года назад +1

      57

  • @kangkannath2852
    @kangkannath2852 3 года назад +37

    সঁচাকয়েই তেখেত সুধাকণ্ঠ,অসমৰত্ন,ভাৰতৰত্ন আৰু সংগীতসূৰ্য্য।।
    তেখেত অসমৰ মহামূল্যৱান ৰত্ন।
    হে শ্ৰদ্ধাৰ মৰমৰ মহান স্বৰ্গগত আত্ম আপোনাৰ স্মৃতি শ্ৰীচৰণত মোৰ সশ্রদ্ধ প্ৰণাম।

    • @anjudadhora7839
      @anjudadhora7839 2 года назад

      Eman sundar , bhaxare bujano nuwaru. Punar janam puwa Jen lagise.

    • @pranitamahanta3942
      @pranitamahanta3942 Год назад

      আজি এই অনুষ্ঠানটি চাই এনে অনুভৱ হৈছে ভুপেন দা জীয়াই আছে।

  • @tikendrajitnath8654
    @tikendrajitnath8654 3 года назад +15

    এনে অনুষ্ঠানে জীৱনৰ এটি সজীৱ মূহুৰ্ত
    আনি দিয়ে,শ্ৰদ্ধাৰ হাজৰিকা আকৌ অসমত জন্ম হওক।

  • @ujjalkalita8820
    @ujjalkalita8820 3 года назад +10

    সচাকৈয়ে মহান শিল্পী দিনৰাতি শুনিলেও আমনি নালাগে । প্ৰনাম তোমাক সুধাকন্ঠ

  • @jiusenmeck7859
    @jiusenmeck7859 3 года назад +19

    Legend off Assam .we miss you always Dr hazarika sir🙏

  • @biseswarbarman4
    @biseswarbarman4 2 года назад +7

    প্ৰগেমটো চাই মনতে এটা আনন্দ তথা ভাল লাগিল যেন মৰমৰ আৰু প্ৰিয় শিল্পী গৰাকীক আজি জীৱন্ত ৰূপত পাইছোঁ ।

  • @purabitalukdar1955
    @purabitalukdar1955 3 года назад +27

    ধন্যবাদৰ ভাষা নাই মোৰ ....অতি সুন্দৰ অনুষ্ঠান, ভূপেনদা আপোনাৰ সুৱদি কণ্ঠত কিযে এক ঐশ্বৰিক প্ৰেম

  • @saraswatiborahvideos4853
    @saraswatiborahvideos4853 3 года назад +34

    ভুপেন দা আপুনি আমাৰ মাজত সঁচাকৈ থকা যেন লাগিছে ধন্যবাদ ।যতে আছে কুশলে থাকক।

    • @PophulGowala
      @PophulGowala 6 месяцев назад +1

      Madrarephoolgeetmagbihurhurhubesathkel

  • @dipuphukan3396
    @dipuphukan3396 3 года назад +25

    অনুষ্ঠানটি সঁচাকৈয়ে অতি সুন্দৰ হৈছে৷ আৱেগিক হৈ পৰিছিলোঁ৷ সদায় চালেও যেন হেপাঁহ নপলাব৷ ক্ষণজন্মা পুৰুষ ভূপেনদা অামাৰ হৃদয়ত প্ৰতি ক্ষণে আছিল, আছে আৰু থাকিব৷ “শ্ৰদ্ধাৰ্ঘ্য নিৱেদিলোঁ ভূপেনদা🙏🙏🙏”

  • @bantigohain4676
    @bantigohain4676 3 года назад +35

    সুন্দৰ ! অতি সুন্দৰ! ভগৱানে সুধাকণ্ঠক পুনৰ অসমত জন্ম দিয়ক ।

  • @chintukumariti851
    @chintukumariti851 3 года назад +11

    ইমান মহান ব্যক্তি কিন্তু অহংকাৰ শূণ্য । So innocent ,
    When i used to start watching TV ,he left us . Now he has reinvigorated again ❤️❤️🙏💐

  • @renuchoudhury5044
    @renuchoudhury5044 3 года назад +45

    ভূপেনদাৰ গীত মাত বিলাক যিমান ৰসাল কথাবোৰো সিমানেই ৰসাল আছিল তেখেতক ভগৱানে বৈকুণ্ঠত ঠাই দিয়ক কৃষ্ণ

  • @nanditadutta6770
    @nanditadutta6770 10 месяцев назад +1

    মহান শিল্পীসকলৰ সান্নিধ্য লাভ কৰা ড০ ভূপেন হাজৰিকা আমাৰ তথা সমগ্ৰ বিশ্বৰে হিয়াৰ আমঠু। তেখেতৰ এই অনুষ্ঠানটি চাই নতুন প্ৰজন্মই বহু নজনা কথা শিকাৰ সহায় হ'ব।আৰু তেখেতক জনাৰো সুবিধা হ'ব।কি পটভূমিত গীত বোৰ ৰচনা হৈছিল তাৰো ওমান পাব।সেয়ে বহুত বহুত ধন্যবাদ এই অনুষ্ঠান টি প্ৰচাৰ কৰা বাবে।❤

  • @assameseastrogyan5957
    @assameseastrogyan5957 3 года назад +8

    বহুত বহুত ধন্যবাদ এনেকুৱা এটা প্ৰগ্ৰেম আপলোড দিয়াৰ বাবে নহলে এনেকুৱা এটা প্ৰগ্ৰেম চোৱাৰ পৰা বঞ্চিত হৈ ৰলো হৈ

  • @binuprabhagogoi5303
    @binuprabhagogoi5303 3 года назад +5

    শ্ৰদ্ধাৰ ভুপেন হাজৰিকা দেৱলৈ মনত পেলাই এটোপাল অশ্ৰো নিগৰালো ।

  • @kbaruahao4604
    @kbaruahao4604 3 года назад +22

    I am 18 years old and I love listenning to bhupen hazarika's songs

  • @satyajyotichetiakonwar7253
    @satyajyotichetiakonwar7253 Год назад +3

    সেৱা জনাইছোঁ ।
    পুনৰ অসমত জন্মি বাকী থকাখিনি পূৰণ কৰক-এয়ে প্ৰাৰ্থনা ভগৱানৰ চৰণত ।

  • @dipakgogoi7775
    @dipakgogoi7775 3 года назад +8

    Many thanks to Doordarshan Assam. Wish a such a umemorable programme in future about Great Bhupenda .

  • @kemolollen5714
    @kemolollen5714 3 года назад +7

    Thank you so much much Ojha Da for this interview series of Bhupen Da

  • @hemendas5587
    @hemendas5587 Год назад +4

    🕉🙏ভূপেনদা তুমি যতেই আছা শান্তিৰে শুই থাকা।

  • @uttampegu1969
    @uttampegu1969 3 года назад +7

    কি অপূৰ্ব অনুষ্ঠান। দেহ মন ভৰি যায়।

  • @skywalker3684
    @skywalker3684 3 года назад +20

    ২০২১ৰ এই ক'ৰ'ণা মহামাৰীৰ প্ৰকোপত জুৰুলা জীৱনক পাহৰাই দিলে মোৰ প্ৰিয় শিল্পীজনৰ সাক্ষাৎকাৰে❤️❤️❤️

  • @Santanu_zazabori
    @Santanu_zazabori 3 года назад +12

    One & only best & knowledgeable person OF ASSAM...
    দ্বিতীয়জন আৰু নাই.. 🙏

  • @parvezmustafa7090
    @parvezmustafa7090 3 года назад +31

    জীয়াই থাকি এখন সমাজ গঢ়িবৰ মোৰ মন আছে
    য'ত সোণতকৈ মানুহৰ দাম অলপ হলেও বেছি আছে ❤️

    • @dhantimedhi2021
      @dhantimedhi2021 2 года назад +2

      সুন্দৰ। য'ত সোণতকৈয়ো।

  • @TheNeal92
    @TheNeal92 3 года назад +3

    Thank You so much for Everything..
    Bhupen Koka etiyou jiyai aase aamar majot aru xodai jiyai thakibo..
    Jai Axom Jai Northeast 🇮🇳

  • @bhaskarkalita7467
    @bhaskarkalita7467 3 года назад +8

    সুধাকণ্ঠলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম৷

  • @ondox
    @ondox 2 года назад +11

    This ought to have been a multi episode series. If only the Internet boom had happened a bit earlier.

  • @hirakjyotimedhii
    @hirakjyotimedhii 3 года назад +12

    আবেগিক হৈ গলো ❤️

  • @niranjansaharia1501
    @niranjansaharia1501 2 года назад +12

    সঙ্গীত বোৰ শুনি বৰ আবেকিক হৈ পৰো,মনত পৰে জালুকবাৰী ৰ অন্তিম সত্কাৰ দিনটো লৈ, গীত বোৰ শুনি আজি ও যেন তেখেত আমাৰ মাজত জীয়াই আছে এনে অনুভৱ হয়

  • @monojsarma228
    @monojsarma228 3 года назад +19

    Thank you DD ASSAM Team to Upload this Evergreen Historical program for us feature Generation ❤️ Thank you 😊

    • @gopalkrishnadas3754
      @gopalkrishnadas3754 Год назад

      A great program.. my heartiest salute to honorable Bhupen Da.

  • @jaadrissiks
    @jaadrissiks 3 года назад +9

    সৰুতে এই প্ৰগ্ৰেমটো লাইভ চাইছিলোঁ- ৰিণি ৰিণি মনত পৰে। কল কৰি প্ৰশ্ন কৰাৰ বৰ মন আছিল তেতিয়া , কিন্তু ঘৰত ফোণ নথকাত নোৱাৰিলোঁ। অনুষ্ঠানটো পুনৰ চাবলৈ পাই বৰ ভাল লাগিল! ভূপেন মামাক শ্ৰদ্ধাৰে সুঁৱৰিছো।

  • @bhorolidevi9369
    @bhorolidevi9369 3 года назад +31

    অতি ভাল লাগিল অনুষ্ঠানটি চাই।

  • @gautamsarma5296
    @gautamsarma5296 3 года назад +6

    DD অসম শত শত প্ৰণাম

  • @DrAbaniBaruah
    @DrAbaniBaruah 2 года назад +6

    জলন্তঅৰুণ দূৰন্ত তৰুণ 🙏🙏🙏

  • @devdas8542
    @devdas8542 Год назад +3

    এই মহান ব্যক্তি দেৱৰ অনুষ্ঠানটো চোৱাৰ পিছত বৰ্তমান অসমৰ গায়ক গায়িকা বোৰৰ প্ৰতি এটা সাংঘাটিক অনুভব আহিছে মনত...😅. তেওঁলোকে কি মানসিকতা লৈ ইমান টকা মাননী লৈ অনুষ্ঠান বোৰ কৰি আছে 😂....
    সংগীতৰ লগত জৰিত প্ৰতি গৰাকী অসমীয়াই ভূপেন দাক ভালকৈ বুজি সংগীতৰ দিশে আগুৱাই যোৱাটো সঁচাকৈ বহুত বেছি প্ৰয়োজন আছে.....

  • @gupikantahazarika2113
    @gupikantahazarika2113 Год назад +2

    চিৰ যুগমীয়া হৈ ৰওক ভূপেন দা ঈশ্বৰৰ সৃষ্টি আমাৰ ভূপেন দা 🙏

  • @zackdeka1361
    @zackdeka1361 3 года назад +3

    ভূপেন দা যিদিনা খন এই পৃথিৱী এৰে তেতিয়া মই ভৰলু শান্তিপুৰত, তেখেত জীয়াই থকা সময়ত তেখেতক যিমান ভালদৰে বুজিব পৰা নাছিলো তাত কৈ বহু গুনে বেছি সেই একেদিনাই বুজি গৈছিলো। জাজ ফিল্ডত দুবাৰ মান সেৱা জনালোঁ। বিশাল শূন্যতাই ঢাকি ধৰিছিলে। পিছৰ পৰ্যায়ত মই হাতত গীতাৰ তুলি লও।
    মানুহে মানুহৰ বাবে গীতটি শিকি পেলাওঁ। কথাবোৰ মনত পৰি যায়....🙏🙏

  • @altabhussain9565
    @altabhussain9565 3 года назад +10

    Thanks to upload such kind of Dr. Bhupen Hajarika's immortal program. May God keep him in peace full place.

  • @vandanabk4847
    @vandanabk4847 2 года назад +12

    Thanks to DD Assam for uploading such a beautiful programme. Adjectives are less to describe who Dr. Bhupen Hazarika is !

  • @bipulkalita6116
    @bipulkalita6116 7 месяцев назад +1

    ভূপেন দা আপুনি সচাকৈ আমাৰ মাজত জীয়াই থকা যেন লাগিছে। যতেই আছে শান্তিত থাকক 🙏🙏🙏🙏🙏

  • @jyotikumarisarmah1285
    @jyotikumarisarmah1285 3 года назад +4

    বিমুগ্ধ, সন্মুখত যেন ভূপেনদাই কৈ আছে …

  • @hemkantaborah7434
    @hemkantaborah7434 2 года назад +2

    মহান মহান ব্যক্তিৰ হাতৰ পৰশত শক্তিশালী হৈ উঠা অ' মোৰ চেনেহৰ অসমীয়া ভাষা।

  • @konamiborah3383
    @konamiborah3383 Год назад +2

    অতি ভাল অনুস্থান এটি উপহাৰ দিলে। ধন্য বদ।

  • @pbytc5936
    @pbytc5936 3 года назад +9

    Very very good program, thank you DD Assam

  • @bantishikhamahanta1641
    @bantishikhamahanta1641 3 года назад +11

    Bhupen Hazarika dev k dekhi sokupani ulai goise.manuh Jon atiau thakibo lagisil.😭😭kotha huni thakile u val lage🙏🙏🙏🙏

  • @ramprakashsaikia9091
    @ramprakashsaikia9091 2 года назад +14

    Our honourable Bhupan Da past, present & future all' times greatest artist . No one artist can claim better service than Bhupan Da as to what is good or better for the people of Assam.

  • @kusumprovaburagohain2950
    @kusumprovaburagohain2950 3 года назад +8

    বহুত ভাল লাগিছে । ভূপেনাদা অসমীয়া জাতীয় সংস্কৃতিৰ সম্ভাৰ । ভূপেদাক সশ্ৰদ্ধাৰে সোৱৰিছো ।

  • @mustakalom9366
    @mustakalom9366 2 года назад +3

    আবেগিক হৈ গলো অনুষ্ঠানতো চাই। ভুপেন দাক কিমান ভাল পাও ভাষাৰে বুজাব নোৱাৰো

  • @munukanhazarika7307
    @munukanhazarika7307 Месяц назад

    কি কম ভাষা নাই ।।।। মাথো অশ্ৰু নিগৰাই সুঁৱৰিছোঁ ।। হে মহান সশ্ৰদ্ধ প্ৰণাম ।।

  • @juntibora7773
    @juntibora7773 3 года назад +8

    বহুত বহুত ধন্যবাদ 🙏🙏

  • @tarenboro7794
    @tarenboro7794 3 года назад +27

    ভূপেন হাজৰিকাৰ সুন্দৰ গীত শুনি বহুতো ভাল লাগিছে।তেখেতৰ আত্মাই শান্তি লাভ কৰক।বৰ ভাল লাগিছে।

  • @santanadeka9123
    @santanadeka9123 3 года назад +4

    ধন্যবাদ ডি ডি অসম । এনেকুৱা অনুস্ঠান আগলৈ পাম বুলি আশা কৰিলো ।

  • @sajedulalamsaju7506
    @sajedulalamsaju7506 2 года назад +2

    আমি সেই ছোটকাল থেকে ভূপেন হাজারিকার গান শুনি। উনার হিন্দি,বাংলা ও আসামিজ গান আমার হৃদয় মন সব জয় করেছে।

  • @kalyanb854
    @kalyanb854 3 года назад +4

    Thank You DD Assam for uploading this video🙏🙏🙏

  • @assamtinisukia4126
    @assamtinisukia4126 3 года назад +5

    বালি বীৰ-বলী বীৰ-অৰ্ধ হনুমান;নহ'ব নোপজিব শিল্গী ভূপেনদাৰ সমান।

  • @pranabsaikia8155
    @pranabsaikia8155 3 года назад +30

    I am in ecstasy to be able to watch this program. He is my idol.

  • @dwijensarmah4370
    @dwijensarmah4370 3 года назад +8

    সুধাকণ্ঠৰ প্ৰতি জনালোঁ শত সহস্ৰ প্ৰণিপাত 🙏🙏

  • @mousumisaikia7663
    @mousumisaikia7663 3 года назад +19

    চিৰষুগমিয়া মানুহজন,💗💗💗💗💗😭😭

    • @bkp9774
      @bkp9774 3 года назад +1

      Hoi sirojugomia.... bhupenda.

    • @rekiahmed7381
      @rekiahmed7381 3 года назад

      Zubeen da o hobo edin enekua

  • @nipondeori9177
    @nipondeori9177 3 года назад +8

    মহান হৃদয়ৰ মানুহ

  • @dr.p.hazarika500
    @dr.p.hazarika500 2 месяца назад

    Bhupenda as if you are alive now. Live amidst us. Your loving touch on my shoulders reminds me the golden days of passed by.

  • @babukalita2262
    @babukalita2262 3 года назад +6

    অনুষ্ঠানটো চাই এনে লাগিল যেন ভূপেন দা আজিও জিয়াই আছে ।

    • @birendrabarman8491
      @birendrabarman8491 2 года назад

      Bhupen Da mor antarat xadai jiwai thakib good blestbhupen da

  • @niranjansaharia1501
    @niranjansaharia1501 2 года назад +4

    চিৰ স্মৰণীয় হৈ থাকিব আপোনাৰ সংগীত,

  • @pranabjdas
    @pranabjdas 3 года назад +7

    Bhupen Da 🙏🙏🙏🙏🙏

  • @moitrayeebaruah
    @moitrayeebaruah Год назад +1

    Audience defines the history, the dress and the obedience to listen and interect

  • @anilgogoi524
    @anilgogoi524 3 года назад +4

    অতি গুৰুত্বপূৰ্ণ অনুষ্ঠান। ভাল লাগিল।

  • @binoddas4327
    @binoddas4327 3 года назад +6

    বহুত ভাল লাগিল আৰু এনে ধৰণৰ ভিডিও পজ দি থাকিব ।

  • @parthaprotimhatiboruah23
    @parthaprotimhatiboruah23 3 года назад +3

    জীয়াই থকাৰ প্ৰেৰণা, সুৰৰ উৎস৷

  • @ramnathborah7356
    @ramnathborah7356 6 месяцев назад +1

    ভুপেনদা ভাৰতৰ আকাশে বতাহে সদাই থাকিব,,,,,,,,,,,

  • @sondas6210
    @sondas6210 Год назад +2

    অতি সুন্দৰ অনুষ্ঠান
    কোনোবাই ২০২২ চনত আকৌ এই ভিডিঅ'টো চাই আছে নেকি জনাব চোন ভাল লাগিব

  • @niharranjansarma9648
    @niharranjansarma9648 3 года назад +1

    Kiman ta je porisoi... The best... Knowledge, word wow... ❤️.. The true gem

  • @iamwhatiam8261
    @iamwhatiam8261 2 года назад +2

    Common People's Artist.... Salute to him...

  • @localaxomiyayoutubch...9203
    @localaxomiyayoutubch...9203 2 года назад +2

    Bhupen hazrikar program to sai bohut val lagil..

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 7 месяцев назад

    Unique and ultimate programme hoi. Many many congratulations to all

  • @techyboynayanabh601
    @techyboynayanabh601 2 года назад +2

    Bhupenda is the heart beat of ASSAM. God bless you where you are now. L. Kakati. 6.335AM.24..8..2021.

  • @mukulkakati9584
    @mukulkakati9584 3 года назад +8

    অতীত ৰোমান্থনে আবেগিক কৰে

  • @kamrup133
    @kamrup133 Год назад +1

    এইজনা মহান শিল্পীক শত কৌটি প্ৰণাম ।🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @mrfactman8311
    @mrfactman8311 8 месяцев назад

    One of the precious video on the internet 🌟🌟🌟🌟

  • @nareswarkardong1255
    @nareswarkardong1255 2 года назад +1

    মোৰ যে মনটোৱে ডুবি গৈছে।তেওঁৰ প্ৰতি শ্ৰদ্ধাত চকুপানী ওলাইছে।

  • @md.azimuddinahmed224
    @md.azimuddinahmed224 2 года назад +1

    Honored to DR BHUVEN HAZARIKA, a world wide Famous ASSAMESE.

  • @digantabablu987
    @digantabablu987 3 года назад +2

    ধন্যবাদ অনুস্থান তিৰ বাবে

  • @omdevgoswami3379
    @omdevgoswami3379 3 года назад +17

    সঁচাকৈ program টো চাই মই কিছু সময়ৰ বাবে নস্তালজিক হৈ পৰিলোঁ 🥺🥺

    • @ganeshprashadsingh8922
      @ganeshprashadsingh8922 3 года назад

      Yetinstrumental idiotic account DC hiby

    • @dipaknath3689
      @dipaknath3689 3 года назад

      ভূপেন দা অকল অসমতে নহয় সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত সমাজ জীৱনৰ বাবে আধাৰ আছিল।

    • @dipaknath3689
      @dipaknath3689 3 года назад

      অনুয়ঠানটিয় সঁচাকৈয়ে বহুত ভাল লাগিল।

    • @krishtidas2773
      @krishtidas2773 3 года назад

      Thank you

  • @kaushikkrishnatraya3909
    @kaushikkrishnatraya3909 3 года назад +10

    শ্ৰদ্ধাৰ শিল্পী জনলৈ প্ৰণাম জনালোঁ,মোৰ জীৱনৰ প্রিয় শিল্পী ভূপেন মামা।,,,বানুমনি

  • @kishorsharma140
    @kishorsharma140 2 года назад

    Khub val lagil anusthan ti sai aami khub vagoyokhali egoraki mohan silpi aamar majot khody Roy jab joy Aai Akhom..joy Dr.Bhupen Hazarika...💐💐💐💐💐🙏

  • @priyabratdas3996
    @priyabratdas3996 10 месяцев назад +1

    All time greatest.

  • @rajbodepudi
    @rajbodepudi 2 года назад

    Thanks for the Live Program

  • @nirmaltalukdar4562
    @nirmaltalukdar4562 3 года назад +1

    Bahut bahut bhal lagil...
    Bhupen Da sadai amar majat jiliki thakiba....

  • @rajibdas8358
    @rajibdas8358 3 года назад

    Bohut val lagil. Bhupen Hazarika dev o loi pronam jonalu 🙏

  • @aruneltonswargiary4632
    @aruneltonswargiary4632 3 года назад +1

    Dr.Bhupen Hazarika !!! Wow !

  • @saqleinmostak5589
    @saqleinmostak5589 3 года назад +6

    ভূপেন মামা ইমান সহজ সৰল ...একেবাৰে মাটিৰ লগৰ মানুহ.....আমাৰ প্ৰেৰনা...

  • @pradeepsagarsmusical1934
    @pradeepsagarsmusical1934 3 года назад +5

    অতি সুন্দৰ !

  • @pranjalsaikia7163
    @pranjalsaikia7163 Год назад +1

    Really Great 🥰🥰🥰

  • @chrismartin1231
    @chrismartin1231 3 года назад +14

    Dislikes in this video is blasphemy. 57 people has no soul nor sensibility.

  • @ajaypatowary7153
    @ajaypatowary7153 3 года назад +1

    Bhut vl loga entarvie ata xunibo aro dekhibo palo video to sai ane lagise mor dr bhupen hazarika dev jen jeeyai ase i love you bhupen hazarika dev

  • @bkp9774
    @bkp9774 3 года назад +6

    Mur bhupendar hoktihali mokhon dekhi mur sokulu ulaise. Kin2 bhupenda bor dusta aasil dei. Sob traibel maar 3 din dudu khaidile, kiman dusta .... tika2tat thoporia dilu hoi .... jodi hei konmani bhupenok paluhoi ru gutai jibon dhanya hol heten.

  • @jogendraborah5448
    @jogendraborah5448 2 года назад

    Very nice. No words to praise him.