ষ্টুডিঅ'ত কিয় হঠাতে উচুপি উঠিল ভূপেনদাৰ গীতৰ আজন্ম সাধক, শিল্পী মিথুন ধৰ?
HTML-код
- Опубликовано: 4 ноя 2022
- ▶️ 'ভূপেনদাৰ কলকাতাৰ ঘৰটোৰ কথা ক'লেই মোৰ চকুপানী ওলায়'
▶️ 'ভূপেনদাৰ ঘৰটোক লৈ মোৰ দুটা সপোন আছে'
▶️ ষ্টুডিঅ'ত কিয় হঠাতে উচুপি উঠিল ভূপেনদাৰ গীতৰ আজন্ম সাধক, শিল্পী মিথুন ধৰ?
মিঠুন ধৰ সচাকৈয়ে ডঃ ভূপেন হাজৰিকাৰ দ্বিতীয় সংস্কৰণ । মিঠুন দাক পাই আমি সমূহ অসম বাসী গৌৰৱান্বিত ।তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলো আৰু ভূপেন দাৰ সত্তা তেখেতৰ মাজত জাগ্ৰত হৈ আমাৰ মাজত অসমীয়া জাতিৰ, বঙালী জাতিৰ তথা ভাৰত মাতৃৰ বুকুলৈ বিশ্বৰ গৌৰৱ কঢ়িয়াই আনক, এয়াই আমাৰ কাম্য । অসংখ্য মৰম আৰু ধন্যবাদৰ শৰাই আগবঢ়াই আজিলৈ সামৰিছো ।
ভাষাই চুন হেৰাই যায় আপোনাক দেখিলে🙏🙏🙂 হে মহান শিল্পী ধৰ দাঙৰীয়া 🙏🙏
এখেতৰ কথা বিলাক শুনিলে কিবা মনটো বহুত ভাল লাগে
We proud of you dhar dangoria 🙏❤️
কলিকতাৰ তালিগঞ্জৰ ভূপেনদাৰ ঘৰটো সংৰক্ষণ কৰি মিউজিয়ামলৈ ৰূপান্তৰিত কৰাৰ ব্যৱস্থা কৰিব লাগে।
খুব গুৰুত্বপূর্ণ আলোচনা❤
Sir I salut you .God bless you.
মিঠুন ধয দা সছাঁই অতুলনী অসমৰ দিতীয় ভুপেন দা ।
Ooohhh mithun da u r great.
Hey legend tumak ako abar nomon bhupen da hodai jiwai thaka amar majot joi aai asom
সুন্দৰ অনুস্থান
ধৰ ডাঙৰীয়ালৈ আন্তৰিক মৰম ও শ্ৰদ্ধা যাচিলো।
Weekly one programe diba sir
THIS..SINGER.EXCELLENT..I..LIKE
Aru like nai aapunar karone prabhu 🙏🙏🙏💐💐💐
Wow ❤️❤️❤️
Khundor. Dada.
Mojha voice
Very good sir
salute🙏
Genius Dhar sir
❤
Assamor bhupen da jinda aase
👌
Nice
जय आई असम ❤️❤️❤️❤️
Welcome
Assam CM should take step for preservation of Taliganj house of Dr. Sudhakantha as early as possible.
🙏🙏🙏💐💐💐
All rights
val lagil sir
আমাৰো😮এই মহান ব্যক্তি জনৰ ঘৰটো সুন্দকৈ সজাবলৈ মমতা বেনাজি আৰু হিমন্তবিশ্ব শম্মালৈ আনুৰুধ ।
🥰🥰🥰🥰😍😍😍মজা🥰🥰🥰🥰😍😍
No comments Mithun sir
Joy aai axom
He hori Phupen Mamak ako palu
Apni ek sabhya Bengali manush
Bhupendaa mretu homoiot kot asil ekhet.
Moy o bonagali but moy asoxmia
জয় আই অসম🙏
Mur chokur Pani ulai gol dada
Mithun dhar saheb er contact no ta chai, sarada melate gan karate chai Arambagh sub division
Neno me dorpon he , dorponme koie ....suv ho saam
Khatu Shyam bolo Mohan
Annupam dar number pam nki
Momtaj Begom ibilak ako nojore , I eta fotua CM amar assomor sompod and àmar
Open other ka Ghar dikhao
bongali kya gaisa ha
Teu nejei bengali sei karone gaise.
@@nabadeepbhat9436 right
Aiburote lagi thak...bokasob
Gan he gaisil.... Ki nu iman mohan kaam dal karisil??
মুখত যি আহে তাকে ক'লে সমাজত লাজহে পাবা। সুধাকণ্ঠৰ বিষয়ে Wikipedia-ত থকা প্ৰৱন্ধটোকে পঢ়িবাচোন।
কান তলিয়া চৰ চিনি পোৱা নে,,, ভূপেন্দ্ৰ সংগীত কি, ভূপেন হাজৰিকা দেৱৰ জীৱনৰ অৱদানৰ বিষয়ে জানি লৈ,,, কমেণ্ট কৰিবা
❤