অশৰীৰী আত্মাই কেনেদৰে প্ৰাণ লয় মানুহৰ? বীৰা আৰু অশৰীৰী আত্মাৰ মাজত পাৰ্থক্য কি?

Поделиться
HTML-код
  • Опубликовано: 27 дек 2024

Комментарии • 432

  • @plabanbhuyan6930
    @plabanbhuyan6930 6 месяцев назад +22

    ভূত পিশাচ নিকট নাহি আৱে
    মহাবীৰ জব নাম চুনাৱে জয় হনুমান

    • @enigmatic.grace-555
      @enigmatic.grace-555 Месяц назад

      @@plabanbhuyan6930 জয় গুৰু শংকৰ জয় গুৰু মাধৱ
      তিনি বাৰ মাত্ৰ মাধৱ মাধৱ মাধৱ বুলিবা ,,, বেয়া বস্তুৰও উদ্ধাৰ হব।

  • @vijaykumardev1345
    @vijaykumardev1345 7 месяцев назад +93

    বিৰা জিন এইবোৰক ভাৰত পাকিস্তানৰ সীমাত লগাই দিয়ক হে ৷ইয়াত ৰাখি কাম নাই । সৈনিকবোৰক অলপ অব্যাহতি দিয়ক আৰু বীৰা আৰু জিনবোৰক লগাই দিয়ক । এইবোৰ অন্ধবিশ্বাস লাহে লাহে কত কমিব এচামে বঢ়াই আছে ৷চুইচাইদ কৰা ৰুমত থাকিলো কিমান দিন অকলে ৷কিমান মানুহ জ্বলাই এঙাৰবোৰ থাকোতে মাজনিশা এক বজাত শ্মশানৰ মাজেৰে আহিছো তাৰ পিছতো ভূত নেদেখিলো আৰু এইবোৰ কৈ থাকক । ভূত মানুহৰ মনত সৃষ্টি হয় । মদাহীয়ে শ্মশানত পৰি থাকে গোটেই নিশা ভূতৰ কোনো ভয় নাই কিন্তু যেতিয়াই হোচ আহে তেতিয়াই মন সক্ৰিয় হয় আৰু তেতিয়াই ভূত আছে বুলি মনলৈ আহিব ধৰে ৷মদৰ নিচাত থাকোতে মন বুলি একো নাথাকে অচেতন হৈ থাকে৷সেইবাবে ভূতো নাথাকে । ইয়াৰ অৰ্থ ভূতৰ সৃষ্টি কেৱল মনত হয় বাহিৰত কতো ভূত নাই । এইয়া হল Projection of mind.

    • @knock._23
      @knock._23 7 месяцев назад +8

      ভূত বাৰু মইও দেখা নাই। কিন্তু মই ভগৱানক ও দেখা নাই

    • @vijaykumardev1345
      @vijaykumardev1345 7 месяцев назад +16

      @@knock._23 ভগৱান দেখা পোৱা বস্তু নহয়েই ৷ভগবান যদি কোনোবাই দেখিছে তেনেহলে সতৰ্ক হোৱা ভাল আৰু মানসিক ডক্তৰক দেখাই লোৱা ভাল ৷ভগবানৰ অৰ্থ হল -ভ মানে ভূমি,গ মানে গগণ ,ব মানে বায়ু ,আ মানে আগ বা অগ্নি আৰু ন মানে নীৰ মানে পানী । ভগবান শব্দটোতেই পাচটা অৰ্থ লুকাই আছে । এই সকলোবোৰ মিলিয়েই ভগবান ।

    • @nihagogoi9458
      @nihagogoi9458 7 месяцев назад +4

      😒moi dekhisu aatma nij sokure

    • @nipjyotikalita7852
      @nipjyotikalita7852 7 месяцев назад +1

      Val ka video tu sa

    • @vijaykumardev1345
      @vijaykumardev1345 7 месяцев назад

      @@nipjyotikalita7852 কিয় চাব লাগে ?যাৰ দৰকাৰ পৰিছে এইবোৰ জ্ঞানৰ সেইজনে চাওঁক ।

  • @DeepDas-m7q
    @DeepDas-m7q 5 месяцев назад +13

    মই বীৰাৰ লগত কথা পাতি পাইছোঁ, চুই পাইছোঁ, কথা বিলাক বৰ কষ্ট কৰি পাতে, উৰি থাকে, নোম আছিল গাত। দৰ্জা ভাঙি সুমাই আহিব পাৰে । কোমেণ্ট বক্সত বহুতে লিখিছে । কিন্তু সাক্ষাৎ হলে গম পাব ।
    এক অবিস্মৰণীয় অভিজ্ঞতা ।

    • @mkk4382
      @mkk4382 5 месяцев назад

      Mokkel maal kom koi khbi

    • @bhaityda7970
      @bhaityda7970 5 месяцев назад +1

      Ki kooy

    • @warrior473
      @warrior473 4 месяца назад +2

      😮 hosake

    • @DeepDas-m7q
      @DeepDas-m7q 4 месяца назад

      @@bhaityda7970 hoi, মোৰ লগত অন্য 9 জন মান আছিল বন্ধু আৰু পৰিয়ালৰ লোক । শাল কাঠৰ দৰ্জা এতিয়াও বেঁকা হৈ আছে।

    • @DeepDas-m7q
      @DeepDas-m7q 4 месяца назад

      @@warrior473 100%

  • @abhijitdas9364
    @abhijitdas9364 7 месяцев назад +44

    ভূত পিছাচ আদিৰ বাপ কোন বাপ হল মহাকাল মহাদেৱ , বজ্ৰং বলি হনুমান

  • @ABINASHAk47
    @ABINASHAk47 7 месяцев назад +9

    সমাজত চলি ‌থকা কিছুমান অন্ধবিশ্বাস ভুত পিশাচৰ ক‌থা ইমান সুন্দৰকৈ উপস্থাপন কৰাৰ বাবে চাৰলৈ বহুত বহুত ধন্যবাদ 🙏

  • @jurigogoi3906
    @jurigogoi3906 Месяц назад

    বৰ ভাল লাগিল

  • @AahiqueIkbalAhmed
    @AahiqueIkbalAhmed 5 месяцев назад +11

    ভূত আছে। মই দেখিছোঁ। মই এইবোৰ কেতিয়াও বিশ্বাস কৰা নাছিলো । কিন্তু এদিন মই আৰু মোৰ বন্ধু এজনে ৰাতি এক বজাত ৰঙিয়া ৰেল ষ্টেচনৰ পৰা মোৰ ভন্টিক আনিবলৈ গৈছিলো আহি থাকোতে ডুমনিচকিৰ দলং এটাত বহি থকা নিজ চকুৰে দেখা পাইছোঁ। এক ভয়ানক অভিজ্ঞতা।

    • @deepjyotihrishikesh
      @deepjyotihrishikesh 5 месяцев назад

      Ki koi
      Valdore saisil ne

    • @jyotishborah9825
      @jyotishborah9825 5 месяцев назад

      মনৰ ভ্ৰম।

    • @AahiqueIkbalAhmed
      @AahiqueIkbalAhmed 5 месяцев назад

      @@jyotishborah9825 no

    • @AahiqueIkbalAhmed
      @AahiqueIkbalAhmed 5 месяцев назад

      @@jyotishborah9825 it is really

    • @pranabbora2620
      @pranabbora2620 4 месяца назад +1

      মোৰ তাত পঠাই দিবি তোৰ ভূতৰ পোকৰ বহল কৰি পঠাই দিম৷

  • @aakroy3864
    @aakroy3864 4 месяца назад

    ভূত আচলতে আছে সত্য কথা।ভূত পেত দেও দত্ত দানব দিষ্টি সক্তী মই। ভূত পেতৰ কথা সকল সাষ্ট্ৰত আছে।এই বিলাক আপোনালোকে একো নাজানে ।আপোনালোকে জিমানে আমেৰিকা যুক্তৰাষ্ট্ৰত লন্দনত যতে গৱেষণা নকৰাক ইয়াৰ কনো পৰিক্ষা কৰিও নোপোৱা।মই ধন্যবাদ জনাইছো।

  • @bharatsu322
    @bharatsu322 5 месяцев назад +4

    আধুনিক বিশ্বত প্ৰায়বোৰ দেশেই বিজ্ঞান প্ৰযুক্তিত বহু দূৰ আগুৱাই গল আৰু আমাৰ মূলুকত এইবোৰ সংস্কৃতিত মজি ৰল এচাম

  • @nihabegum2419
    @nihabegum2419 6 месяцев назад +8

    আপোনালোক চহৰত থাকেনে গাঁওত থাকে?যদি চহৰত থাকে গাঁৱলীয়া মানুহক বুৰ্বক সজাই সকলো দোষ জাপি দিয়াৰ বৃথা চেষ্টা নকৰিব।

  • @nirmalgoswami9475
    @nirmalgoswami9475 7 месяцев назад +18

    আত্মাৰ হাত ভৰি নাথাকিলেও শক্তি প্ৰয়োগ কৰিব পাৰে !অকল ড্ৰাইভাৰকে নহয় সকলো ক্ষেত্ৰত তেওলোকে কৰিব নোবৰা কাম নাই !

  • @himadrideka4788
    @himadrideka4788 7 месяцев назад +7

    Bahut bahut val lagil vidiotor sai.love form mangaldai .

  • @dancestudio8920
    @dancestudio8920 7 месяцев назад +10

    ভাল লাগিল ❤❤❤

  • @jyotirmoydas1157
    @jyotirmoydas1157 7 месяцев назад +7

    ❤...Joy Krishna Guru...🙏🙏🙏🙏..vogobanr nam lua sob val hbo...

  • @GameWaveGuru
    @GameWaveGuru 6 месяцев назад +5

    অতি ভৌতিক শক্তিৰ অস্তিত্ব নাই বুলি ওকালতি কৰা বোৰে যদি সেইবোৰৰ একো প্ৰমাণ পোৱাই নাই তেনেহলে কেনেকৈ জানে নাই বুলি। যিবোৰে এইবোৰৰ প্ৰমাণ পাই তেওঁলোকক উপলুঙা কৰাৰ অধিকাৰ নাই সেইবোৰৰ।

  • @atulregon6841
    @atulregon6841 4 месяца назад

    বহুত গুৰুত্ব পূৰ্ণ বিষয়।

  • @manjuborah3500
    @manjuborah3500 7 месяцев назад +6

    Bohut bohut val lagil

  • @iampritom5877
    @iampritom5877 6 месяцев назад +2

    Thank you 👍 Gom plu j Vut buli nai kintu atma ase ru Manuhr hei Atma tue
    negative energy khini eri thoi jai . Ru hei Negative energy bure mnuhr gat humai mnuhr monole vutor voi srishti kore . Manuhr brain unconscious kri diye . Tetiyai mnuhe ji ti dekhi pai nhole kori pai 👍

  • @prasantakalita3709
    @prasantakalita3709 5 месяцев назад +1

    42:14 according to Quantum, energy is transferred as a wave form, so when that instrument is nearby that energy it receives the wave and light blinks. The answer is clear. Same as for the detection of ionizing radiation where sentilation detectors and GM counter are being used.

  • @binudvauquline
    @binudvauquline 5 месяцев назад

    আপোনাৰ negative energy সম্পৰ্কীয় ধাৰণা মই মানি ল‌ও। ধন্যবাদ

  • @shivamsanjiv5500
    @shivamsanjiv5500 6 месяцев назад +6

    Apuni vul koise...moi Hatigaon high school r laxmi nath bezbaruah path t thaku...amar agor room tot asile vut... Kebol moi dekhile ba xunile manilu hoi je mur vrom hoise... Amar room hokolue dekhise ru xunise... Kandi thake... But dekha eko napao...atia room change kori dilu....

  • @tushark7297
    @tushark7297 7 месяцев назад +13

    Play hanuman chalisa while driving in lonely places.

  • @NabajyotiKakati-sd1yb
    @NabajyotiKakati-sd1yb 4 месяца назад +1

    Jai bhagaban brishnu. Jai mata laxmi.. Good night.

  • @uttamkumarsaikia8329
    @uttamkumarsaikia8329 7 месяцев назад

    অনুষ্ঠানটো ভাল লাগিল। কিছু কথা জানিবলৈ পালো।

  • @sciencefever7121
    @sciencefever7121 4 месяца назад

    Bhal lgl sai

  • @pranabbora2620
    @pranabbora2620 5 месяцев назад +6

    ভূত দেখাবোৰ সব মানসিক ৰোগী হয় । এইসকলক মানসিক চিকিৎসাৰ প্ৰয়োজন ।

    • @anibesanbaruah6631
      @anibesanbaruah6631 5 месяцев назад

      মই বুজাই দিম আহ

    • @anibesanbaruah6631
      @anibesanbaruah6631 5 месяцев назад

      নিজেই পলাই ঘৰৰ ভিতৰত লুকাই থাকিবি

    • @pranabbora2620
      @pranabbora2620 5 месяцев назад

      @@anibesanbaruah6631 মাকচুদু জহৰা গঞা মেখেলাৰ তলত সোমাই থাক ভূতৰ ভয়ত ৷তহঁতবোৰে ভূত দেখিবিয়েই কাৰণ তহঁত নিজেই একো একোজন গাওঁলীয়া ভূত হয় । হস্তমৈথুন কৰি শুই থাক জহৰা।

    • @pranabbora2620
      @pranabbora2620 5 месяцев назад

      @@anibesanbaruah6631 বাপেৰৰ কণীতো চুপি শুই থাক তহঁতবোৰ নিজেই একো একোজন গাওঁলীয়া ভূত হয় । তহঁতক বেলেগ ভূতৰ প্ৰয়োজনেই নাই । মেখেলা পিন্ধি থাকিবি ভূতৰ ভয়ত দেই।

    • @pranabbora2620
      @pranabbora2620 5 месяцев назад

      @@anibesanbaruah6631 তোৰ চিকিৎসা মই কৰিব লাগিব পোকৰত ভলুকা ভৰাব লাগিব । উজনি অসমৰ কোনখন গাওঁৰ কোনখন বাৰীৰ বাহৰ তলৰ পৰা কৈ আছ জনাবি ।

  • @SmitaSmitadeka
    @SmitaSmitadeka 6 месяцев назад

    Right kotha sir bht val lgil xuni

  • @tilokroy2666
    @tilokroy2666 7 месяцев назад +3

    Val lagil

  • @user-jhdk777j
    @user-jhdk777j 7 месяцев назад +18

    Muk ata kotha bujai kowksun ami xodai manuhor vutor kotha kio koi thaku... Manuhor badew Proti dinei bohut jibo jontur mrityu hoi thake. Xaiburor atma ami kio nedekhu?? Moi aitu kotha buji napao

    • @deukaofficial326
      @deukaofficial326 7 месяцев назад

      Jibo jontur aatma dekhisu moi,,,kukuror

    • @ratulchetia5283
      @ratulchetia5283 6 месяцев назад +1

      Very well answer

    • @dr7374
      @dr7374 6 месяцев назад

      Ami na to manuh r atma dekhu na jontur....heitu a tu kola....atma gusi jai... negative energy buli ja koisa tat a manuh ba jontu sobora akeloga gout khai thaka...heitu asolota Amar body r ata part buli kobo pari....karon Amar body tu bhut energy (totto)di nirman hoi......

    • @himankuguruj4324
      @himankuguruj4324 6 месяцев назад +1

      @user-nj2dg9sq1m তুমি জীৱ জন্তুৰ লগত মৰি পাইছা ন?সেইবাবে next জনম পায় বুলি আত্মবিশ্বাসত কৈছা ।

    • @himankuguruj4324
      @himankuguruj4324 6 месяцев назад

      আত্মা বুলি একো নাই । শূন্যতাই হল আত্মা । বাহিৰৰ যি খালী ঠাই আছে তাৰ নামেই আত্মা । এইবোৰ কেৱল শব্দৰে দিয়া নাম । কোনোবাই আত্মা কব কোনোবাই শূন্যতা কব আন কোনোবাই পৰমআত্মা কব ইত্যাদি। নাম বেলেগ বেলেগ দিছে বস্তু এটাই । আচলতে চৈতন্য দৰ্শনমতে আমাৰ শৰীৰত আত্মা নাই ,আত্মাতহে আমাৰ শৰীৰতো আছে ।শৰীৰটো নষ্ট হোৱাৰ লগে লগে পুনৰ মিলি যায় ।

  • @debajitborah870
    @debajitborah870 6 месяцев назад

    Thanks sir. Right discussion

  • @Promothify
    @Promothify 5 месяцев назад +10

    ভূতে হাগে নে নাহাগে ?
    যদি খাই তেন্তে হাগাও লাগিবই ন 😅
    কাম নাই আপোনালোকৰ
    যদি পাৰে ভূতৰ লগত মুখামুখি কৰাই দিয়ক
    মই জীৱনভৰ আপোনাৰ গোলামী কৰিম

    • @sauravhazarika6708
      @sauravhazarika6708 4 месяца назад +1

      Sudirvai puwai pai thoise maksudu

    • @pranabbora2620
      @pranabbora2620 4 месяца назад

      ​@@sauravhazarika6708ভূতে তোক পোকৰ মাৰি পেনপেনীয়া কৰি কতি বহল কৰিছিল নেকি ৰেন্দীৰ পোৱালি ?ভূত তহঁতৰ দৰে গঞাবোৰে বিশ্বাস কৰি ভয়তে হাত মাৰি থাকে ৷আমাৰ দৰে মানুহে তহঁতৰ দৰে জহৰাবোৰৰ মুখত হাত মাৰি মাল পানী পেলায় আৰু তহঁতবোৰে তাকেই চেলেকি খাই থাক ।

    • @Prarthana808
      @Prarthana808 Месяц назад

      Jidina apunak dhoribo Heidina hudhi amaku answer tu d dibo

  • @Surajvlogs-r8e
    @Surajvlogs-r8e 10 дней назад

    যিবিলাক মানুহে ভুত বিশ্বাস নকৰে এদিন সিহঁতে ভুতৰ কবলত পৰিলেহে গম পাৱ ভুত আছে নে নাই 😂

  • @BRabha2
    @BRabha2 6 месяцев назад

    শিশিৰ সেন গুপ্তৰ মই পোষ্ট পাও Paranormal activity in assam পেজটোত ।মানুহজনক দেখি ভাল লাগিল।

  • @mitalidakua104
    @mitalidakua104 5 месяцев назад +1

    Brain নোহোৱাকৈ light selection কৰি আপোনাৰ মেচিনৰ চুইচ জ্বলাই দিব পাৰে, আপুনি negative study আৰম্ভ কৰিছে, বিজ্ঞানে এতিয়ালৈকে ঢুকি নোপোৱা বিষয় এটা study কৰাৰ বাবে ধন্যবাদ

    • @mitalidakua104
      @mitalidakua104 5 месяцев назад

      Positively try কৰিলে হে কিবা positive হব

  • @manojsmusiccorner8016
    @manojsmusiccorner8016 7 месяцев назад +3

    sundar anusthan

  • @deepjyotihrishikesh
    @deepjyotihrishikesh 5 месяцев назад

    It's a science that says about negative energy.
    That's the matter.
    আমি যে কথা বিলাক কও। এই বিলাক atmosphere ত থাকি যায়।
    School college campus ত ৰাতি গম পোৱা যায়।
    শব্দ বিলাক।
    দিনৰ ভিতৰত থকা শব্দ বিলাক reflectহয়।

  • @birambhabasumatary1591
    @birambhabasumatary1591 5 месяцев назад

    অনুষ্ঠান টো আধৰুৱা যেন লাগিল,আকৌ পৰিবেশন কৰিব নে? যদি কৰে তেন্তে জনাব বুলি আশা কৰিলো।

  • @kiranbor3316
    @kiranbor3316 Месяц назад

    xosa Katha bhut aase kintu

  • @mrinaldas7072
    @mrinaldas7072 7 месяцев назад +1

    Nowgaon r pariyal tur bikhaye janabo ,actualy pariltur ki hoise now present positions. ....please

  • @gautamnath1854
    @gautamnath1854 7 месяцев назад +3

    Lot of cotridiction , in your experience, But till , from Today U Should Feel Dengerous Experience From Now,,,,,,

  • @jilele4305
    @jilele4305 6 месяцев назад +1

    dekhai dekhise nedekhai nai....agote moi bhoot bisakh nokoru rati rati ghuri furu ..but jetiya moi nijei protkhya vabe dekha palu aru nokou...khei beya din bur monot pelabo mon nejai

  • @skvlogs744
    @skvlogs744 5 месяцев назад

    ভিডিঅ'টো আজিহে পালো ,নজনা বহোকথা গম পালোঁ ভাল লাগিল ❤❤

  • @kangkandevboro9958
    @kangkandevboro9958 7 месяцев назад +3

    Quantum physics or kotha jane ne upuni , tate electron kihor pora centrifical force gain kore ,
    Do you believe in Big bang theory.
    Can you explain about multiple Univers, Einstein was also bilive in God and soul energy.
    Do you know about Neutron , 😢

    • @Kangkan101
      @Kangkan101 7 месяцев назад

    • @pranabsarmah5744
      @pranabsarmah5744 7 месяцев назад

      multi verse,parallel universe,multi dimensions ,time dilationall these phenomenon are described in hindu script thousand years ago.

    • @kangkandevboro9958
      @kangkandevboro9958 7 месяцев назад

      @@pranabsarmah5744 yess ,

    • @kangkandevboro9958
      @kangkandevboro9958 7 месяцев назад

      @@pranabsarmah5744 han ji 😳

    • @abhigyankonwar2504
      @abhigyankonwar2504 6 месяцев назад

      Kiddo flexing his class12th knowledge 😂

  • @nipulGhorphalia
    @nipulGhorphalia 6 месяцев назад

    Personality disorder সেই দিনাৰ পৰাই হব পাৰে৷ জানু. সেইটোও এটা চিন্তাৰ বিষয়..

  • @nabanitabarman9768
    @nabanitabarman9768 4 месяца назад

    ভূত আচে নে নাই নাজানো কিন্তু আমাৰ Universe কেনেকৈ সৃষ্টি হল... সেই টো বিজ্ঞানে কৱ পৰা নাই..আৰু ইয়াৰ শেষ ক'ত

  • @debanandaborah6704
    @debanandaborah6704 7 месяцев назад +9

    কোন অ এই গৰু কেইটা?ইহতি পঢ়োতে বিজ্ঞান খন মুখস্হ কৰিলে, ভালকৈ পঢ়া হেতেন!!

  • @NarayanIndustry-oy3ze
    @NarayanIndustry-oy3ze 7 месяцев назад

    Great inspiration

  • @binodbujarbaruah
    @binodbujarbaruah 6 месяцев назад +1

    During my service life I had visited jungle graveyard any many abandoned places. But never seen ghost bhoot.
    Had ghost bhoot Beera have been available India or Assam govt.would deploy them in borders.

    • @prabhatsingha1420
      @prabhatsingha1420 5 месяцев назад

      Hoi kothatu thik koise apuni eko puwa nai... Kintu eta joga ase amar jogatu hill area hoi tate kiba sabo hole khunibo hole ahibo pare... kintu nijor riskot jabo lagibo...

  • @djhmthouse3893
    @djhmthouse3893 7 месяцев назад +2

    Good information 🙏 we need more topic of nigetive energy 👁️🙏🙏

  • @banjitchangmai4047
    @banjitchangmai4047 4 месяца назад +1

    আজি কালি এইবোৰ বিশ্বাস কৰে নে,, মই কৰোঁ,,,

  • @jyotirmoytalukdar4414
    @jyotirmoytalukdar4414 6 месяцев назад +3

    Padcast ❌vodcast ✅

  • @drubajitkalita8617
    @drubajitkalita8617 7 месяцев назад +5

    PRITHIBIT VOOT ASE..MOI DEKHISU...BOGA SADOR PINDHA,SULI POKA BURHI 1TA

    • @AbhijitDas-iy9nf
      @AbhijitDas-iy9nf 7 месяцев назад

      Kneke olp vlkoi kousun jnibo mn

    • @prabhatsingha1420
      @prabhatsingha1420 5 месяцев назад

      Hoi buri manuh hoi...mur chinaki dujon manuhe dekhise ratipuwa olop endhar khomoyot.maat diyat hothat herai gol..aru akou manuhtur deutai mash dhori thakute khondiya pichot dekhise noir parot bohi thokatu...khihote khihotor atmiyo buri ejoni ase tekhet hoi buli maat disile uchoror porai kintu mone mone bohi thoka dekhi bhoyote lora lorikoi ghorot ahi rokha poril nohole aru uchorot gole kiba hole hoi

  • @RohitBorah-j3f
    @RohitBorah-j3f 5 месяцев назад

    Moi voot pikhas ase buli biswas nkru....kiman din voot kenekuwa dekhibole moi rati rati jot tot ghuri furisilu onnya kiba kamot....adin Moi bohu rati bohu janghal...adin moi gutei rati voyanok ratir logot bohu voi loga ata thait bohi bohi tate tuponi golu kintu voot pikhas napalu... Kintu jokhini moi 2din dekhisilu

  • @jinukakati1589
    @jinukakati1589 7 месяцев назад

    Dhanyavaad 🙏🙏🙏🙏

  • @sciencefever7121
    @sciencefever7121 4 месяца назад

    ভত কাষ্ট নহয় podcaste hbo

  • @kiranbor3316
    @kiranbor3316 Месяц назад

    Guwahati

  • @pranabsarmah5744
    @pranabsarmah5744 7 месяцев назад +1

    ভূত৷পিশাচ ডাকিনী কৰ্ণ পিশাচ ব্ৰহ্ম ৰাক্ষস আদি তলৰ খাপৰ যোগিনী অপ্সৰা গন্ধৰ্ব আদি উচ্চ খাপৰ৷

  • @chitraboruah3532
    @chitraboruah3532 6 месяцев назад

    negative energy is meaningless.

  • @nurvousenergy7268
    @nurvousenergy7268 2 месяца назад

    যাৰ মগজুৰ অৱস্থা সন্তুলিত নাই তেওঁলোক মানুহে হে ভোট পিখাস দেখি পাই

  • @sanjaygaming8539
    @sanjaygaming8539 2 месяца назад

    Apuni thike kola kotha khar khura soxay dei hoy khura kotha khar 😢😢😮😮😮😮😊

  • @greenearth6207
    @greenearth6207 7 месяцев назад +54

    Kumarikata eta family problem sali ase bira loi jadi pare ahi saok

    • @kangkandevboro9958
      @kangkandevboro9958 7 месяцев назад +16

      Hee ki kowa 😅,,,

    • @GuruGiyan-sg1wb
      @GuruGiyan-sg1wb 7 месяцев назад +2

      Aap phone number dijiye main aapko help karungi kya baat hai

    • @Rosie_jjjjerbom
      @Rosie_jjjjerbom 7 месяцев назад +1

      Moi dhakin kumarikatar hoi apuni Kor hoi

    • @sameerdeka5893
      @sameerdeka5893 6 месяцев назад

      Bhut nai tenson nolabi

    • @Moonlight-j2y
      @Moonlight-j2y 5 месяцев назад

      Nuware bura pagol hol bhang khai ahise

  • @hiyadeka7180
    @hiyadeka7180 7 месяцев назад +2

    Plizz mk o help korok amr ghrot o anekua hoi ase kaku kbo noru bishak nokore o plizz help me ki hoi ase amr logt jana u sms kot sob kotha kbo o noru kiba kori amk lop help krok 🙏🙏🙏

  • @quotationworld5
    @quotationworld5 5 месяцев назад

    I respect the Assamese Bhoots, Bira, jin, burha dangaria, kumora bhoot, jakhini , parua ,ud, pikhsh, raikosh,

  • @lakhyaofficial5667
    @lakhyaofficial5667 7 месяцев назад +2

    46:37
    45:54

  • @afridiahmed9476
    @afridiahmed9476 Месяц назад

    এইটো বঙলা হয় ন ? 😮😮😮😮😮

  • @chayanikadeka7028
    @chayanikadeka7028 5 месяцев назад

    Answer বোৰ সম্পূৰ্ণকৈ কবলৈ দিব আধৰুৱা হবলৈ নিদিব

  • @nayanjyotidas7133
    @nayanjyotidas7133 7 месяцев назад +8

    Murkho bura Atmai Sharir tyag korar pasot sidha gusi goi janam noloi., Akaal mrityu hole, atmaghati hole, durachari hole, papi hole aibur karonot sharir tyag korar pasot Jeebatmai Prithibit Notun Sharir bichari bhuke-piyaahe kandi-kati ghuri phure jot-tot ashanto hoi tetia hei atmak Pret ba pret atma buli koy simply bhoot buli koy. Atmai negative energy ba positive energy korobat aeri thoi najay logot jaay. Garuda Puran (Pret kalpa), Srimad BHAGAWAT( Dhundkari pret) aru Geeta( Jeevatma tatwa) aru ( Bhutani Bhutayanti Bhuteja shlok tur meaning pohi loi , valdore jani loi karubak usort lecture dibo bujise.Anei aang-bang akhupa nagabo.

    • @user-lg8ob3lx7o
      @user-lg8ob3lx7o 7 месяцев назад

      Deutar.k o murkho bura buli address kora ne??

  • @krishnakakati6417
    @krishnakakati6417 6 месяцев назад

    Agte moi akebare aibur andhabiswakh buli vbisilu.
    Kaal sandhiya adin moi ru xuri jetiya amr rastar front thoka baahoni jupa majot burhi manuh kanda xunilu.akebare usrte.
    Bahh xini bht bessi jungle,kukur vukisil.tash light mari sawte dexilu aku nai.
    Ru amr usrtu kunu burhi manuh nsl
    Amr usar manuh agte koisil j baahh khinit bhoot agr pora ase.ami kintu missa kotha koi buli h vbisilu.
    Ji dina nizz sakure usrte maat xunilu.haidinai confirm holu.negative energy ai World j ase

  • @HojaiRabha
    @HojaiRabha 7 месяцев назад +1

    মহাশয় যদি মানুহে পোহা বীৰাই কাৰোবাক জলা কলা খুৱাই যন্ত্ৰ ন কৰি থাকে তাৰপৰা বাচি লবলৈ উপায় কি

  • @Brilliantff
    @Brilliantff 7 месяцев назад +2

    Negative energy aru bira r difference hudhisile. Kunuba a proper ans 2 bisari pala ne koka r kotha t 😂😂😂

  • @BandanaRajbongshi-yh4oq
    @BandanaRajbongshi-yh4oq 3 месяца назад

    কথাবোৰ কৰবাৰ পৰা কৰবালৈ হে গল

  • @PutulaGogoi
    @PutulaGogoi 5 месяцев назад

    Helloo sar korno pikhs sadona r ata vidio diok e sadhona korar khomot ki ki ghotisel khebur diok tetne manhuor vidios bhutu ulaba apuni tewlukok r videos anibor e cenel tulioy adaorini jonalu dada aru agg barok e cenel tu videos episode bur khe karone koli baki apunar lukor khota

  • @yuvrajchoudhury4558
    @yuvrajchoudhury4558 7 месяцев назад +1

    Horror music tu nidileo hoi sn

  • @mrigankomrigankodeka5124
    @mrigankomrigankodeka5124 3 месяца назад

    ভূতৰ হাত ভৰি নাথাকিল কি যাক যি ৰূপত ক্ষতি কৰিব সি তেনেকুৱাই বিশ্বাস কৰিব ন

  • @Nag123Bas
    @Nag123Bas 7 месяцев назад +5

    Science t pha keitak koisu adin nhy adin energy atak log pabi aru haidina theory chnge hoi jabo science sob ....automatic 😂😂 agote moi o science t Pha buli blv kra nasilu but sokur agote dui tinita case dekhar pixot moi 🙏🙏 ...baki apunalkr kotha ...ruu

    • @ratulkalita1758
      @ratulkalita1758 6 месяцев назад

      apuni science poha nohoi.science koise bhut nai..monor bhram..

  • @hemantahaloi3090
    @hemantahaloi3090 6 месяцев назад

    40:42 krrrishaanar nam lale nigetiv anarji nohowaa hoi jay

  • @SukumarDas-t4x
    @SukumarDas-t4x 7 месяцев назад +2

    ভিডিওতো চাই কিছুমান নজনা কথা জানিলু । ধন্যবাদ 🙏

  • @Aashingfa6706
    @Aashingfa6706 5 месяцев назад +1

    Jetia nijor logot hobo experience tetia believe koribo believe nokora bure

  • @Putola259
    @Putola259 5 месяцев назад

    Kothakeita believe koribo taan holeu misa nohoi,amar etate manuh eghort bira puhe teulokr ghoror front t prai a accident hoi

  • @smilewithlove6488
    @smilewithlove6488 6 месяцев назад

    Answer bilak clearly napalu.confusion thaki gol ako ata clear bujai nkole apuni.... Bhoot ase ne nai aituo clearly kbo nuarile😮

  • @allcreation8209
    @allcreation8209 4 месяца назад

    Dada apuni lecture tu alop besi mare nki baru , mur mote ,, direct point r kotha kobo lage , huwar time ot video tu logai loi silu , akow alop amoni puwat huwar pora uthi kene comment tu kori dilu
    Reply koribo buli akha tu thakil , BTW i m big fan of horror story & folk culture's story ***

  • @nabajitkonwar6184
    @nabajitkonwar6184 6 месяцев назад

    Can i join your team

  • @gautamnath1854
    @gautamnath1854 7 месяцев назад +6

    Aapai Nojonake, Kotha Koi Fosigol Dada

  • @ArjunRabha-qt8yf
    @ArjunRabha-qt8yf 4 месяца назад

    Ase/nai eyat answer nidiye,,, energy r he nam diye bare bare😅😂

  • @bnjn5135
    @bnjn5135 7 месяцев назад +4

    হয় ভূত প্ৰেত আছে

  • @prasannabora7644
    @prasannabora7644 7 месяцев назад +2

    Ki kotha koi ase apuni ????? Response dibole Energy ye keneke Hunile apunar kotha ??????? Kunu clear kotha kuwa nai apuni ??

  • @jyotiprakashsaikia8111
    @jyotiprakashsaikia8111 7 месяцев назад +2

    ভুতেৰ কাৰুকাৰ্য্য দেখিছো

  • @kumarsanjaysarmablog7023
    @kumarsanjaysarmablog7023 7 месяцев назад

    Bandhu bahut janiba logiya ase.Bidekhar pora machine aniba nalage.Amar rishi muni sakale r pora ji janiba setu he asal.

  • @basantiboro4314
    @basantiboro4314 7 месяцев назад +2

    ভালকৈ উত্তৰ দিবই না জানে।

  • @pankajnath4344
    @pankajnath4344 7 месяцев назад +1

    Bhogwan or babe sob khoman hoi .....kintu Nirih Jibo jontu k kio boli diya hoi....kunubai jonabo niki....

  • @krishnak.tboruah5536
    @krishnak.tboruah5536 7 месяцев назад

    Congratulations for him

  • @DhrubajyotyMedhi-kx3tl
    @DhrubajyotyMedhi-kx3tl 3 месяца назад

    Bira ahise atori diuok😂😂

  • @CreativeMousumi
    @CreativeMousumi 2 месяца назад

    Manuh Janar kotha bur bhal loga nai miss Jen lagise

  • @masterofff-fb7nj
    @masterofff-fb7nj 3 месяца назад

    Jodi vut pret nathake tetiya hole jitu manuhe dekha pai hitu ki

  • @RajdeepBarman-gs5rz
    @RajdeepBarman-gs5rz 15 дней назад

    Jai shree ram🙏

  • @RohitDas-fu7pp
    @RohitDas-fu7pp 7 месяцев назад +1

    Takhetor kotha bor sompurna suddho jen loga ni. Tekhete enargy kotha koi ase dirrect vut buli kole kiba okhubidha hoy nki.vut pret ase aito sosa. Tekhetor anargy he ni sage.

  • @MonaPaul-wk6bo
    @MonaPaul-wk6bo 6 месяцев назад

    নতুন উপাৰ্জনৰ ৰাস্তা

  • @Nayan0114
    @Nayan0114 4 месяца назад

    Gutei bishwot bhoot kotha aase ....tar maane yaat kiba nhoi kiba ata rohosyo aase ....okol indiat nhoi khomogro bishwot bhootor ghotona soli aase ....kheye E kunu ane kua kotha nhoi ....aagote moiu vabisilu nai buli kintu atia khondehot aasu

  • @CctvKalita
    @CctvKalita 7 месяцев назад +2

    ইহঁত নিজে কি? বীৰা নে আত্মা

  • @bhupenbarman2129
    @bhupenbarman2129 4 месяца назад

    ম‌ই কোন ,আত্মা কোন?