Apunar video bur Sai bor val lge...mi ane Mur monor kotha ata kobo bisaru ...ai .je amr jibontu kormo aru paramatma r Dara he porisalito hoi...aku nkorake aku nipindhake jodi akanto mone bhogowank sinta kora jai tetiya jibn tu apuna apuni dhonatmak aru dhuniya hoi jai nhoine dada...
Moi 1 1/2 yrr pora Hanuman chalisha pohi ahisu ,raam nam jap kri ahisu apuni biswakh nkoribo ei vakti e mur jibontue totally change kri dile ,,mne ji bhakhare bujabo nuaru hei Anubhav moi likhiu kobo nuaru kintu ebar teor hanidhyat jaok Hokolu bisari pabo❤.... Jai Shri Ram Jai Hanuman
Aji ami goisilu dada saboloi kintu ekdom val nahai aru val nalagil xali poisa dhanda kari thake... Amak dui eta kotha koi pothai dile val koi prediction to nidile... Kunuba tekhtor usoror jam buli vabise jodiu ekdom najabo ekebare fatua mur experience or pora koisu
Very important information...But what about destruction of nature?... What is the solution about destruction of trees n ground water level lowering for the future generation?... If there is no oxygen n pure water in this earth planet then what is the solution for future generation?... Om Shanti
youtube.com/@assamesenhkcreation?si=ur76vsiJL5P_xCIL
Bal. lagil.
@@dibyajitdoley545😂😂
Bhal lagil
f0@@dibyajitdoley545
0😊l0l😊9😊p😊
অনুৰুধ কৰিছো আকৌ এদিন মাতিব বহুত উপকাৰ হব আমাৰ দৰে মানুহৰ তেওঁলৈ বহুত ধন্যবাদ আৰু তোমালৈও ধন্যবাদ থাকিল এনেকুৱা এজন মানুহ মতাৰ বাবে 🙏🙏
বহুত বহুত ধন্যবাদ চক্ৰপাণি পৰাশৰ এনে এটা সুন্দৰ অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে। শ্ৰী শৰ্মা দেৱলৈ বহুত শুভকামনা জনালো।
এনেকুৱা এজন মানুহৰ কথা শুনিবলৈ পালোঁ। নিজকে ধন্য মানিছোঁ। ধন্যবাদ চৰ্ৰপাণি তোমাক।
Eman vl lagise thanq tumak
অশেষ ধন্যবাদ । বহুত ভাল লাগিল।
বহুত ভাল ভাল কথা জানি উপকৃত হলো ধন্যবাদ চক্ৰ পানী পৰাশৰ ডাঙৰীয়া
Val palo
আপোনাক কেনেকৈ লগ পাম আৰু ফোন নম্বৰ টো পাম নেকি? জনাবচোন
বহুত ভাল লাগিল জ্যতিসি জনক লগ পোৱাৰ ব্যৱস্থা কৰিব পাৰিম নে জনাবচোন
Pravu Ram jik একান্ত মনে ভক্তি কৰক ,hunuman chalisa আৰাধনা কৰক ।।110% গেৰানতি দিছো আপোনালোকক।।life going changing definitely soon🙏🙏🙏
❤🙏100%yes🙏♥️
Jay bojorongboli 🙏
🌺🌺🌺
কেনেকুৱা পৰিৱৰ্তন হব দাদা জনাবচোন অলপ ।
Hoi .moi nije poman paisu.
Mor bahut dukh asil.arthik dikh Val nasil.etiya moi bahut Val abosta
@@shyamalborah1203 মোকো কোৱাচোন ।
শৰ্মা দেৱৰ কথাখিনি শুনি ভাল লাগিল। ধন্যবাদ
বহুত ধন্যবাদ থাকিল আপোনালোক দুয়োজনলৈ। ইমান ধুনিয়া এটা অনুষ্ঠান,
Thanks চক্ৰপাণি ji এনেকুৱা podkust দিয়াৰ বাবে
বহুত ভাল লাগিল অনুষ্ঠানটো চাই❤
চক্ৰপাণি পৰাশৰ ডাঙৰীয়া বহুত আপোনাক বহুত ধন্যবাদ এনেকুৱা এটা উপকাৰত অহা অনুষ্ঠান আগবঢ়োৱা বাবৈ । আগলৈ আৰু আশা কৰিলো ।
এনেকুৱা জ্যোতিষী দেখা নাই। ইমান সচা কথাবোৰ কৈছে। 🙏🏻🙏🏻👍👍
বহুত ভাল লাগিল অনুষ্ঠান টো। শৰ্মা ডাঙৰীয়ালৈ ধন্যবাদ জনাইছো।
100% right kotha koise Apuni Guruji❤❤❤🙏🙏🙏🙏
Apunar video sai val lagil
Apunak ebr log pabo parim niki❤
Bohut bohut Val lagil kotha bur Jani, vogobane vale rakhok spunalukok tare janona korilu
বহুত ভাল লাগিল দুয়োজনলৈ ধন্যবাদ জনালো ।
অতি সুন্দৰ আলোচনা বহুত বহুত ধন্যবাদ দাদা❤
Sakropani porashar dangoria aapunqr karone bohut val positive thinking thoka ajonn manuh log palo...bohut bohut dhanyabaad
বহুত ভাল লাগিল অনুষ্ঠান টো চাই
দুজন ব্ৰাহ্মন ৰ বাৰ্তা চালোঁ। ধন্যবাদ। অসমীয়া বছৰ আৰম্ভ হোৱাৰ আগতে এইজনক এবাৰ আকৌ মতিব।
অতি সুন্দৰ আলোচনা । বহুতো উপকৃত হলো ।🙏
সুন্দৰ উপস্থাপন। ভাল লাগিল।
তেওঁক আৰু এদিন নিমন্ত্ৰণ দিওক আপোনাৰ অনুষ্ঠান লৈ
বহুত ভাল লাগিল অনুষ্ঠানটো চায় ❤❤❤❤
বহুত ভাল লাগিল৷ ভৱিষ্যতে পাথৰৰ ব্যৱহাৰৰ প্ৰতি কোনো ইচ্ছা নোহোৱা হ'ল৷ আপোনালোকৰ বাৰ্তালাপ শুনি বহু উপকাৰ হ'ল বুলি ভাবিলো৷ অশেষ ধন্যবাদ ৷
বাত্তালাপত সুন্দৰ কথাশুনিলো,অসমীয়া নতুন বচৰৰ আগত পুনৰ এবাৰ আলোচনা কৰিবলৈ অনুৰোধ জনালোঁ ধন্যবাদ
অনুষ্ঠানটো বহুত সুন্দৰ পালোঁ। উপকৃত হ'লোঁ। আন্তৰিক ধন্যবাদ জনালোঁ আপোনালোক দুয়োগৰাকীলৈ 🙏💐
Bohut bhal lagil aponar sir Ast mintur program Sai.🙏🙏
সুন্দৰ অনুষ্ঠান!!ভাল লাগিল। ধন্যবাদ।
দুয়োজনলৈ বহুত বহুত ধন্যবাদ থাকিল 🙏বৰ ভাল লাগিল, বহুত কথাই শিকিলো🙏🙏
বৰ সুন্দৰ অনুষ্ঠান উপভোগ কৰিব পাৰিলোঁ বহুত নজনা কথা জানিব পৰিলোঁ বহুত বহুত ধন্যবাদ চক্ৰপাণি ।🙏💐
Bhuta Dhana Bha
বহুত বহুত ধন্যবাদ যাছিলো।
অতি সুন্দৰ ৷ আলোচনাটো ভাল লাগিল ৷
অশেষ ধন্যবাদ চক্ৰপাণি ভাতৃ সুন্দৰ অনুস্থানৰ বাবে
বৰ উপকৃত হ'লো পৰাশৰ দাদা
সুন্দৰ অনুষ্ঠান এনেকুৱা পালেই ৰাইজে ভাল সফল লাভ কৰিবলৈ আৰম্ভ কৰিব । ধন্যবাদ
ঈশ্বৰৰ প্ৰতিটো সৃষ্টি সুন্দৰ বুলি কোৱা হয় । ৰাহু কেতু ঈশ্বৰৰেই সৃষ্টি হয় ৷তেনেস্থলত সেই দুটা কৰ পৰা বেয়া ওলাল ৷
Rahu ketu buli Ako bostu nai
Porashor da, & Mintu da aponalokok bohut bohut thanks...
Apunar video bur Sai bor val lge...mi ane Mur monor kotha ata kobo bisaru ...ai .je amr jibontu kormo aru paramatma r Dara he porisalito hoi...aku nkorake aku nipindhake jodi akanto mone bhogowank sinta kora jai tetiya jibn tu apuna apuni dhonatmak aru dhuniya hoi jai nhoine dada...
আপোনাৰ বাৰ্তালাপ অনুষ্ঠান মোৰ অতি প্ৰিয়।এই খণ্ড টিৰ পৰা বহু কথা জানিব পাৰিলো আপোনাক বহুত বহুত ধন্যবাদ জনালো ।পুনৰ এনে আনুষ্ঠান মানে শৰ্মাৰ ডাঙৰীয়াৰ অনুষ্ঠান বাবে আশা কৰিলোঁ 🙏🙏🙏
পৰাশৰ ডাঙৰীয়ালৈ বহুত বহুত ধন্যবাদ থাকিল এনে এজন মহান জ্যোতিষীৰ লগতে বাৰ্তালাপ কৰিবলৈ ম'বাইলত সুবিধা লাভ কৰিলো, ধন্যবাদ শৰ্মা ডঙৰীয়া আপোনাৰ পৰা বহুত সুন্দৰ জ্ঞান লাভ কৰিলো।
Chakrapani da bohut bohut dhoinyobaad apunak apuni ata val interview dila thanks
Bohut Dhoynobad chokropani porakhor Eta request kunto Rakhir ki protikar koribo Lage heiburor bikhoyor kotha jonale bohut bhal lagibo please .jonabo buli Akha thakil.
অতি সুন্দৰ আলোচনা, ধন্যবাদ জনাইছোঁ ❤❤
Always Unique content🙏🏻🙏🏻thank u chakrapani da
সুন্দৰ অনুষ্ঠান । উপকৃত হ'লো ।
Believe in yourself..
Do your work and go ahead..
Your future is in your hand.....
God bless you all
বহুত বহুত ধন্যবাদ জনায়ছো দুয়োজনকে ।
পৰাশৰ ডাঙৰীয়াই ইমান মহান ব্যক্তি এজনক চিনাকি কৰাই দিয়াৰ বাবে বহুত বহুত ধন্যবাদ🙏🙏
পৰাশৰ ডাঙৰীয়া ,আপোনালৈ বহুত বহুত ধন্যবাদ ,কিয়নো আপুনি এনে এটা বিষয় আলোচনা মেজলৈ লৈ আহিছে ,বুজাবলৈ ভাষা নাই ....ধন্যবাদ ,চক্ৰ পানি পৰাশৰ ডাঙৰীয়া, ধন্যবাদ
Very good news bohut vhal lagil sir 🙏
Everything is already pre- written.......so just believe in god❤
Phone r joriote kundoli suwabo parim ne
আপোনাৰ ৰ পৰা বহুত জ্ঞান পালোঁ।অষেশ ধন্যবাদ 🙏🙏🙏
Thank you for your advice 😊
দীর্ঘ জীৱী হওঁক শৰ্মা মহাশয়।
Chakrapani dada Ram nam jop korok aru Hanuman jik Puja korok, regularly Hanuman chalisa parhok jibonor xakalu problem naikia hoi jabo. Jai shree Ram Jai Hanuman❤🚩
I agree with u
Moi 1 1/2 yrr pora Hanuman chalisha pohi ahisu ,raam nam jap kri ahisu apuni biswakh nkoribo ei vakti e mur jibontue totally change kri dile ,,mne ji bhakhare bujabo nuaru hei Anubhav moi likhiu kobo nuaru kintu ebar teor hanidhyat jaok Hokolu bisari pabo❤....
Jai Shri Ram Jai Hanuman
অনুষ্ঠানটো বহুত বহুত ভাল লাগিল। ইয়াৰ পৰা বহুত সিকিব পাৰিছো। ধন্যবাদ।🙏
অতি সুন্দৰ আলোচনা, চক্ৰপাণি পৰাশৰ ধন্যবাদ জনাইছোঁ, জ্যোতিষী জনক ফোন কৰি আমাৰ ভৱিষ্যত জানিব পাৰিম নে?
বহুত ধন্যবাদ দুয়োজনকে।
বহুত ভাল লাগিল অনুষ্ঠান উপভোগ কৰি
Bohut bhal lagil 🙏🙏hahokh palu okoman eaikain pathor luwa sinta kori thakute eai video 2palu lora2okoman rahu dukh soli ase 😢iman poisa di pathor kenekoi lom tare sintat porisilu bohut bohut dhanyabad apunak🙏🙏🙏
A lot of thanks for your most valuable advice
Bohut val lagile. 🎉🎉🎉
সুন্দৰ, অতি সুন্দৰ বাৰ্তালাপ, বহুত ভাল লাগিল
নলবাৰীত কত থাকে ঠিকনাটো দিব
বহুত বহুত ধন্যবাদ দাদা, আজি বহুত কথাই জানিব পৰিলোঁ
বহুত ভাল লাগিল 🙏
Bohut Bohut dhanyabad Parashor sir 🙏
আপুনি সছা কথা কৈছে দাদা।
বহু ভাল কথা জানিব পাৰিলো ধন্যবাদ ।
Nalbari ❤
বৰ ভাল লাগিল। বহুত ধন্যবাদ।
এখেতক চিনি পোৱা জনে হে জানে এখেত কি, কেনে, বা তেখেতৰ সকলো কথা সেই সকলেহে জানে যিয়ে এখেতক ভালদৰে চিনি পায়।
Apuni sini pai nki.
@@sweetydey7121 bht vlkoi
Mane ki kobo bisarise ...
@@rumagogoi1204 bht khota baidou akhtk sini Pabo bht tan vl dakhai kine tola di bambo tu di thke
Ohh.. apuni sini pai mane
Thank you Porashar da. Bahut kothai amak janib dile.
Nalbari t ki naai!! ❤
Bahut bahut daynayabad Mr M Sarma. Bahut bhal lagil.
কেতিয়াবা ভাবো গেদা বিলাকৰ গ্ৰহ দোষ নালাগে নেকি
বহুত ভাল লাগিল।
Kar kiman kotha hunim . Huni huni mor jibon. Potikar karibo nuara holu . Kasr kotha hunim. -- atiyahe moi asol upalobdih korisu ---
Honumanji soranot gole vl hb
Video tu sai bhut vl lagil aakha koru Sharma devak contact log pam buli aakha thakil
Phon number tu dibson
এনুকুৱা.এজন.মহান.মানুহৰ.কথা.সুনিব.পাই.সচাকৈ.খুব.ভাল.লাগিল
Aji ami goisilu dada saboloi kintu ekdom val nahai aru val nalagil xali poisa dhanda kari thake... Amak dui eta kotha koi pothai dile val koi prediction to nidile... Kunuba tekhtor usoror jam buli vabise jodiu ekdom najabo ekebare fatua mur experience or pora koisu
Xsakay naki moi jam vbislu
আমাৰ ও সেই একেই দশা।বহুত আশা কৰি গৈছিলো ।কেৱল টকাৰ লূভীযা।কোনো মানুহ তেওঁৰ ওচৰত নাযাব। একোৱেই নাজানে,এইবোৰ মানুহৰ বেছি দিন নাই..
❤❤❤❤❤❤
Mukh khon dekhi e gom pai
Bohut. Bohut. Bhal lagil
মানুহ জন প্ৰকৃততে ভাল হয় লুভ নাই
সেই কাৰণে 2 মিনিট ত 500/লুটিলে।কিমান ভাল গলে জানিব।
শেষৰ কথা খিনি একডম realistic কথা কলে ভাল লাগিল আৰু একডম সঁচা কথা কলে
পাথৰ বা আন কিবা কিবিৰ ওপৰত ভৰষা নকৰি শৃষ্টিকৰ্তা ঈশ্বৰৰ পৰমেশ্বৰ ওপৰত ভৰষা কৰক। পৰাশৰ দা এইবোৰ video বনাই আপোনাৰ ইজ্জত বৰবাদ নকৰিব please 🙏
Apunar problm kot..nasale nasabo.amar kamot ahise no
Thank you so much Chakrapani da
🙏🙏🙏
বৰ ভাল লাগিল । আকৌ এবাৰ মাতিব
Very important information...But what about destruction of nature?... What is the solution about destruction of trees n ground water level lowering for the future generation?... If there is no oxygen n pure water in this earth planet then what is the solution for future generation?... Om Shanti
ভাল লাগিল পিছে শৰ্মা ডাঙৰিয়া দৰে শব্দৰ উচিত ব্যবহাৰ নজনা কিজনে কি প্ৰ্তিকাৰ কৰিব লাগিব।
বহুত ভাল লাগিল আৰু জানিব লগা বহু কথা আছে।
9 ta graho ase buli janu kin2 rahu ketu graho ase janu
জোতিৰ বিদ্যাত গ্ৰহ বুলি ধৰে
rahu ketu saya graha buli koi. Physical existence nai kintu affect manuhor jibanat ase.
Duta point hoi.youtube t sale buji pabo.earth aru moon r cross point duta
@@kksvlogsentertainment9839kl
If you're talking about the solar system, we've 8 planets right now. Pluto is a dwarf planet as once it entered Neptune's orbit. 😫
সুন্দৰ অনুষ্ঠান, খুবেই ভাল লাগিল❣️🙏
Good
চক্রপানী দা, এই জোতিষী জনৰ ফোন নম্বৰ দিব পাৰিব নেকি। কাৰণ মোৰ বহুত সমস্যা হৈ আছে 🙏🏻🙏🏻🙏🏻🙏🏻
Number diya aase 👆👆👆
আজিহে এজন জোতিষী লগ পোৱা যেন লাগিল ।সচাকৈ বৰ ভাল লাগিল ।লগ পালে ভাল লাগিব ।
মোৰ মতেও আপোনাৰ কথাত এক মত মানুহে অন্ধ বিশ্বাসত তললৈ গৈ আছেজে গমে পোৱা নাই goodevining 🙏🙏🙏🙏❤❤❤❤❤❤❤
Bohut bhal lagil, dhinoyabab
Bohut bohut val lagil....
Bahut bhal lagil topic tu xuni. Aru aagoloiu pam buli akha thakil
চক্ৰপাণি পৰাশৰ - বহুত ভাল লাগিল। ধন্যবাদ।