হনুমান চালিসাই মোৰ জীৱন সলনি কৰিছে🥰 মই সাক্ষ্যাত ভগৱানক দেখিছো😱😱 Gunjan Borah

Поделиться
HTML-код
  • Опубликовано: 28 дек 2024

Комментарии •

  • @madhabiphukan8055
    @madhabiphukan8055 3 месяца назад +54

    হনুমান বাবাৰ কথাখিনি আপোনাৰ পৰা জানি ভাল লাগিল,আনৰ সুখত সুখী,আনৰ দুখত দুখী সকলক ভগৱানে সহায় কৰেই। নামঘৰ ভাগিলৈ সেৱা আগবঢ়ালো🙏🙏🙏

  • @boniabijit3132
    @boniabijit3132 3 месяца назад +123

    কলি যুগৰ ৰজা হয় হনুমানজী ❤

  • @deepshikhasarmah5121
    @deepshikhasarmah5121 3 месяца назад +44

    নাসে ৰোগ হৰে সৱ পীৰা জপতে নিৰন্তৰ হনুমান বীৰা🙏

  • @hiranyadas3255
    @hiranyadas3255 Месяц назад +5

    অতি সুন্দৰ উপস্থাপন কৰিছে সত্য কথা বৰ ভাল লাগিছে জয় প্ৰভু শ্ৰীৰাম জয় শ্ৰী হনুমান জয় প্ৰুভা শ্ৰীৰাম ৰাম 🙏👌👍

  • @jitulonlinevlogs7912
    @jitulonlinevlogs7912 Месяц назад +4

    বহুত ভাল লাগিল দাদা ৰ কথাবোৰ শুনি । ময়ো বহুত বিশ্বাস কৰো হনুমান বাবা ক বহুত মানো । জয় হনুমান বাবা জয় শ্ৰী ৰাম ❤👏👏👏

  • @mukundadeka3213
    @mukundadeka3213 3 месяца назад +37

    খুব ভাল। সকলোৰে সঙ্কটমোচন হওক।
    জয় বজৰঙ্গবলী,
    জয় হনুমান জী।।

  • @swapnaranidas5078
    @swapnaranidas5078 3 месяца назад +148

    মই সংকল্প লৈ২৪ ঘন্টাৰ ভিতৰত ১০৮ বাৰ হনুমান চালিছা পঢ়ি হাতে হাতে ফল পাইছো৷এতিয়া মই সদায় সন্ধিয়া হনুমান চালিছা পঢ়ো আৰু পঢ়াৰ আগতে ১০৮ বাৰ ৰাম নাম জপ কৰোঁ৷ হনুমান চালিছা পঢ়াৰ সময়ত ঠাণ্ডাৰ দিনতো গাটো গৰম হৈ যায়৷এটা বেলেগ উৰ্জা অনুভৱ হয়৷হনুমান যে আজিও চিৰঞ্জীৱী হৈ পৃথিৱীত বিচৰণ কৰি আছে সেইটো অখণ্ড সত্য৷

  • @nilkamalbhuyan9507
    @nilkamalbhuyan9507 3 месяца назад +139

    গুঞ্জন তোমাৰ শেষৰ কথা কেইটা বেছি ভাল লাগিল, আনৰ উন্নতি কামনা কৰিলে নিজৰো উন্নতি হয়, একেবাৰেই সঁচা কথা। ঈশ্বৰে তোমাক কৃপা কৰক।

    • @rahimsaikia
      @rahimsaikia 2 месяца назад

      জয় শ্ৰি হনুমান বাবা হনুমান যে ইমান শক্তি শালি আপোনাৰ পৰা জানি নথৈ হূখি হলো ম ইয়ো আপোন দৰে ২৩ বছৰ ধৰি সমস্যাত ভুগি আছো মোৰ এটা চকু ফুটি নেদেখা হলো। আন এটা চকু দৃষ্টি হীন হৈছে এটীয়া চিকিৎসা ধীন সেয়েহে মোৰ থাপনাতে চাকি এগছ জলালো আশা কৰো মোৰ হৈ সেৱা এভাগ আগবঢ়ায় আপোনাৰ ফোন নম্বৰ দিব ধন্যবাদ তাৰিখ ১/১০/২০২৪ ধেমাজি

  • @beautimohan7258
    @beautimohan7258 3 месяца назад +6

    জয় হনুমান জি।নামঘৰ ভাগি লৈ ইয়াৰ পৰাকূতি কূতি প্ৰনাম পভূ সেইয়কি মনৰ কামনা পূৰ কৰি বা পভূ

  • @manikagoswami2050
    @manikagoswami2050 2 месяца назад +3

    দাদা আপোনাৰ কথাখিনি মন প্ৰন চুই গইছে সচায় বহুত ভাল লাগিল জয় হনুমান জয় শ্ৰীৰাম🙏🙏🙏🙏

  • @নিজৰাডেকা
    @নিজৰাডেকা 3 месяца назад +69

    সঁচাকৈ এই কথাখিনি শুনি বহু অনুপ্ৰাণিত হলোঁ....... জয় হনুমান

  • @sayadas242
    @sayadas242 3 месяца назад +21

    ইমান যে শান্তি অনুভৱ হৈছে আপোনাৰ কথাবোৰ শুনি বহুত ভাল লাগিল হনুমান বাবাই সকলোৰে মনৰ কামনা পূৰ্ণ কৰক। 🙏

  • @arusmitagogoi5814
    @arusmitagogoi5814 3 месяца назад +186

    Mur u 2019 t cancer hoisil . doctor e 3 month jiai thakim koisil.kintu daily hnumn chalisa phar aji date loike Moi normal.jai Hanuman

    • @warsonronghang4469
      @warsonronghang4469 3 месяца назад +11

      Jai Hanuman 👏👏👏

    • @deepankarbora9439
      @deepankarbora9439 3 месяца назад +4

      Ebar log korim apunak jodi pare

    • @urmimalabaruah4777
      @urmimalabaruah4777 3 месяца назад +4

      Apunar contact number tu pam niki

    • @KhirudMedhi-v5t
      @KhirudMedhi-v5t 3 месяца назад +2

      Joi honuman

    • @deepanjalidevi2667
      @deepanjalidevi2667 3 месяца назад +3

      Bapre bhgbanr jodi emn jor mor mak moi kin2 heralu.kimn honumank manu.salisa o porhilu.sob misa katha.aayukh thka loi o thake.bhgbn bula bostu tui je bosabo se2 o nhy.

  • @kausikdeka8380
    @kausikdeka8380 3 месяца назад +7

    জয় হনুমান । জয় বজৰংগ বলী ৷মইও পাঠ কৰো দৈনিক হনুমান চালিছা । বহুত মানসিক শক্তি পোৱা যায় ৷

  • @papuboruah7406
    @papuboruah7406 4 дня назад +1

    বৰ ভাল লাগিল আৰু ভাল দৰে শূনিবলৈ মন থাকিল

  • @priyankahaloipinky1404
    @priyankahaloipinky1404 3 месяца назад +98

    Sumi borah hotok mati onatkoi anekuwa vdo anibo Lage jate manuhr help hoi..Aru aibilk he real hero..real story ❤

    • @Pankaj-c8o8k
      @Pankaj-c8o8k 3 месяца назад +3

      100% Right

    • @dipalidas29
      @dipalidas29 3 месяца назад

      বৰ উপকাৰী ভিডিঅ' বনাইছে,সকলোৰে মংগল হ'ব।জয়শ্ৰী ৰাম,জয় জয় জয় বজৰংবলঈ কি জয়।মোক এই ল'ৰা জনৰ লগত যোগাযোগ কৰিবলৈ ফুন নং টো দিয়া চওন।

  • @bhaikiasaikia9445
    @bhaikiasaikia9445 3 месяца назад +79

    নাসে ৰোগ হৰে সৱ পীৰা জপত নিৰন্তৰ হনুমত বীৰা 🙏

  • @hemantahaloi9968
    @hemantahaloi9968 3 месяца назад +54

    সঁচা কথা কও বহুত সংকতৰ পৰা হনুমান বাবাই মুক্তি দিছে। 😢 জয় শ্ৰী ৰাম। জয় হনুমান। ❤ সদায় হনুমান চালিচা পাঠ কৰা বহুত মংগলময়

    • @RinaRoy-db1pf
      @RinaRoy-db1pf 3 месяца назад +1

      Joy❤shri❤Ram❤❤noy❤shri❤hanu❤man❤❤❤❤❤❤

    • @RinaRoy-db1pf
      @RinaRoy-db1pf 3 месяца назад +1

      Joy❤pfovu❤hnuman❤❤❤❤❤❤

  • @pronotychaliha3036
    @pronotychaliha3036 3 месяца назад +30

    সঁচাকৈয়ে হনুমান চালিচাৰ
    বিষয়ে একেবাৰে জনা নাছিলোঁ। আপোনাৰ কথাখিনিয়ে অন্তৰ চুই গৈছে। আপোনাক অশেষ ধন্যবাদ জনাইছো। মই আপোনাৰ মন্দিৰলে ঘৰৰ পৰাই শেৱা এভাগ আগ বঢ়াইছো আমাৰ পৰিয়ালৰ সকলোৰে আশু আৰোগ্যৰ কামনাৰ বাবে।

  • @ritupornadevi8461
    @ritupornadevi8461 3 месяца назад +7

    অতি সুন্দৰ। কথা খিনি শুনি বৰ ভাল লাগিলে। জয় শ্ৰী ৰাম 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
    জয় বজৰংগবলী মহাৱীৰ হনুমান 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @paruldas450
    @paruldas450 3 месяца назад +7

    জয় শ্ৰী ৰাম জয় হনুমান কৌটি কৌটি প্ৰণাম জনালো 🙏🙏🙏

  • @alpanapakgharandvlog6312
    @alpanapakgharandvlog6312 3 месяца назад +62

    সচাকৈ বহুত ভাল লাগিল কথাখিনি। মই বহুত বিশ্বাস কৰো হনুমান জীক 🙏🙏🙏

  • @jitendramazumdar5490
    @jitendramazumdar5490 3 месяца назад +9

    খৱ ভাল লাগিছে। সকলোৱে হনুমান জীৰ কৃপা পাওক।কামনা কৰিলোঁ।🙏জয় হনুমান🙏

  • @sweetymedhi8587
    @sweetymedhi8587 Месяц назад +2

    Bohut val lagishe je Prabhu Hanuman 🕉️🌺🙏 or mahima prashar hoise Akhomot.moiu Mahadev or abatar Hanuman or sarnot samarpit aru bhot lav paisu .hokolue porhk Hanuman prabhu bhot doyalu 🌺🕉️🙏🚩🙏

  • @MinakshiBordoloi-f4v
    @MinakshiBordoloi-f4v 2 месяца назад +3

    ভাল হওঁক আপোনাৰ সদায়🙏🙏

  • @debajeetvlogs4542
    @debajeetvlogs4542 3 месяца назад +11

    Jetia Baba Mahadev aru Baba Hanuman r kotha ahe tetia mon tu bhut val u lge aru sakupani u ulai..... Shambh sada Siva... Om Hun Hanumatee Namaha 🔱🚩❤

  • @barnalipatgiri1355
    @barnalipatgiri1355 3 месяца назад +12

    ম‌ই সদায় হনুমান চালিসা দুবাৰ কেতিয়াবা বেছিকৈ পঢ়ো ।জয় হনুমান🙏🙏🙏❤️❤️

  • @NayanjyotiDeka-d7j
    @NayanjyotiDeka-d7j 3 месяца назад +6

    জয় শ্ৰী ৰাম। ভগৱান সৰ্বশক্তিমান। বিশ্বাসে মিলয় হৰি ।

  • @PurabiBaman-ng7dr
    @PurabiBaman-ng7dr 11 дней назад

    আপোনাৰ জীৱনৰ কিছু কথা মোৰ লগতো মিলিলে,ভাল লাগিল🙏

  • @ranjanaborah4504
    @ranjanaborah4504 3 месяца назад +2

    ভাল লাগিল ধন্যবাদ জনালো আপোনাক হনুমান চালিচাৰ পৰি মইয়ো বহুত শক্তি পাও বিশ্বাস কৰো জয় শ্ৰী ৰাম জয় হনুমান জয় বজৰঙগ বলী🙏🙏🙏🌹🌹🌹

  • @anantaboruah5138
    @anantaboruah5138 3 месяца назад +7

    Dada jonr kotha khini xuni bohutei val lagil,iman xondor koi xohoj xorolke kole montu xanti lagi goise,,,,joy honuman ji,,,, Love from gohpur

  • @DipaKutum
    @DipaKutum 3 месяца назад +11

    জ‌য় হনুমান ❤❤ জয় জয় শ্ৰী ৰাম

  • @mousumigogoi6664
    @mousumigogoi6664 3 месяца назад +11

    Bohut val lagil ....Jai Shri ram 🙏🙏🙏 Jai Hanuman ji 🙏🙏🙏🙏🙏

  • @ranjudassaivalnlogahoise1548
    @ranjudassaivalnlogahoise1548 13 дней назад

    কথা বোৰ বহুত ভাল লাগিল, মই সদায় হনুমান চালিচা পঢ়ো। জয় হনুমান❤❤❤❤❤

  • @DipaliGogoi-hk2bw
    @DipaliGogoi-hk2bw Месяц назад +1

    কথা খিনি শুনি বহুত ভাল লাগিল। আপোনাক বহুত ধন্যবাদ।

  • @devidevi5344
    @devidevi5344 3 месяца назад +7

    Jai shree ram 🙏 akdom right koise😊😊 anekuwa miracle hoi, jai bajrangbali 🙏🙏 ram ram ram

  • @gunajitbarman2066
    @gunajitbarman2066 3 месяца назад +7

    Jai Siya Ram 🕉️🚩🙏🏼❤️ Jai Bajrangbali 🕉️🚩🙏🏼❤️... Hanuman chalisa muru life change kri dse....Jai Bajrangbali ❤❤❤

  • @sreyasheegoswami2758
    @sreyasheegoswami2758 3 месяца назад +58

    মই এই video টো পাই আজি আচৰিত হৈছোঁ৷ আজি পোন্ধৰ বছৰ হ’ল মই মেট্ৰিক দিয়াৰ পৰা হনুমান চালিসা পাঠ কৰি আহিছোঁ৷ হ’লেও আজি ৰাতিপুৱা পাঠ কৰোঁতে মই ভাবিছোঁ যে আজি এইখনৰ বিৱৰণটো আকৌ youtube ত চাম কি বুলি আছে৷ আৰু এই video টো পাইছোঁ আজিয়ে upload হৈছে অলপ সময় আগত এই video. বহুত আচৰিত লাগিছে৷ সচাঁ বহুত poweful হনুমান চালিসা মই মঙল আৰু শনি বাৰে পঢ়োঁ লগতে যেতিয়া মন বেয়া লাগে তেতিয়া পাঠ কৰোঁ🙏

    • @pbtiensgroup4208
      @pbtiensgroup4208 3 месяца назад +4

      Joy hanumanji joy!

    • @nijoraboruah6202
      @nijoraboruah6202 3 месяца назад +5

      মোৰ অত্যন্ত শৰীৰ বেয়া আছিল হনুমানজীৰ কৃপাত বৰ্তমান ভালে আছো ।ধন্যবাদ প্ৰভু সহস্ৰপ্ৰণিপাত তোমাৰ চৰণত ।

    • @JinumoniSaikia-m3e
      @JinumoniSaikia-m3e 3 месяца назад +2

      জয় হনুমান

    • @sreyasheegoswami2758
      @sreyasheegoswami2758 3 месяца назад

      @@nijoraboruah6202 সচাঁ কথা৷ বিশ্বাস ৰাখিব এইদৰে৷ আপোনাৰ ভাল হওঁক৷ জয় বজৰংৱলী 🙏

    • @anjanagogoi6105
      @anjanagogoi6105 3 месяца назад +1

      জয়শ্ৰী ৰাম 🙏🙏🙏

  • @bhaskarchangmai6851
    @bhaskarchangmai6851 2 месяца назад +2

    Jai Shree Ram... 🙏🏻
    Jai Hanuman... 🙏🏻

  • @Poppe_hazarika123
    @Poppe_hazarika123 2 месяца назад +2

    Jai shree Ram ❤❤❤❤❤❤ Jai Hanuman ji ki jai

  • @dulumonihatimuriahatimuria427
    @dulumonihatimuriahatimuria427 3 месяца назад +18

    হয় মোক সকলো সময়ত জয় হনুমানে সহায় কৰে মহ ছোৱালীজনী গৰভ্ত ধাৰণ কৰোতে সদায়ে হনুমান চালীছা পাঠ কৰো লগতে নাৰায়ণ কৱচ বহুত শক্তিশালী মই মাথো অনুভৱ কৰো |সচাকৈয়ে দাদাজনৰ কথাবোৰ বৰ ভাল লাগিল||❤❤

  • @dhunuporigogoi4536
    @dhunuporigogoi4536 3 месяца назад +21

    মই বহুত ভয় কৰিছিলোঁ ৰাতি প্রায়ে ভূতৰ সপোন দেখিছিলো যিদিনাৰ পৰা হনুমান চালিসা পঢ়িব ললো এদিনো বেয়া সপোন দেখা নাই আৰু ভয়ো নকৰা হলোঁ। সপোনটো দেখা দিছে মোক মোৰ হনুমান প্ৰভুৱে। Jai Shree Ram Jai Hanuman ❤️

  • @DHANJITAOFFICIAL
    @DHANJITAOFFICIAL 3 месяца назад +6

    সচাকৈ এইখিনি শুনি মনটো বহুত ভাল লাগিল। 😌

  • @bobykondoli7095
    @bobykondoli7095 4 часа назад

    ভাল লাগিল।জয় হনুমান 🙏

  • @achyutrajbongshi7158
    @achyutrajbongshi7158 Месяц назад +1

    জয় জয় শ্ৰীৰাম ❤❤
    জয় হনুমান 🎉🎉🎉

  • @Archanadeka166
    @Archanadeka166 3 месяца назад +53

    হনুমান বাবাৰ ভিডিঅ'এটা মনে প্ৰাণে বিচাৰি আছিলো আচৰিত বাবাৰ শক্তি ইমান কম দিনৰ ভিতৰতে এই ভিডিঅ'এটা পালোঁ সঁচাকৈয়ে হনুমান বাবা শতকৌটি প্ৰণাম 🙏🙏🙏🙏🙏🙏

    • @gunajitbarman2066
      @gunajitbarman2066 3 месяца назад

      Shree Ram Jai Ram Jai Jai Ram 🕉️🚩🙏🏼❤️ Jai Shree Mahabali Bajrangbali Hanuman Maharaj Ji 🕉️🚩🙏🏼❤️

    • @Malah611
      @Malah611 3 месяца назад

      Jai hanuman🙏🙏🙏jai shree ram🙏🙏🙏

    • @RationalistDk
      @RationalistDk 3 месяца назад

      ভগৱানৰ অস্তিত্ব আছে জানো 🤔⁉️
      ভগৱান আছে নে নাই এতিয়া লৈকে কোনো তথ্য প্ৰমাণ নাইপোৱা। কিছুমানৰ মতে কিবা নহয় কিবা এটা শক্তি আছে বুলি বিশ্বাস কৰে। বিজ্ঞানেও চেষ্টা চলাই আছে, যে তেনেকুৱা শক্তি আছে নু বা ভগবান জন কেনেকুৱা হব? কিন্তু এতিয়া লৈ প্ৰমাণ নাইপোৱা। আজিৰ পৰা ২/৩ লাখ বছৰ পাছতো যদি তেনেকুৱা কিবা প্ৰমাণ পায়, আজিৰ সমাজে মানি থকা ধৰণৰ, ভগৱান আল্লাহ God নহব। এইবোৰ ভগৱান আল্লাহ god আমাৰ মানুহৰেই কাল্পনিক সৃষ্টি।

    • @NabanitaSaharia-o9q
      @NabanitaSaharia-o9q 3 месяца назад

      Joy hanuman

  • @bhabenborah3749
    @bhabenborah3749 3 месяца назад +3

    Jai bajrangbali ❤
    Jai hanuman ❤jai shree ram ❤

  • @Nomadic_Assamese
    @Nomadic_Assamese 3 месяца назад +11

    বহুত ভাল content.ধন্যবাদ এখেতক অনাৰ বাবে।মই নিজে প্ৰমাণ পাইছোঁ ভগৱান হনুমান যিয়ে মোক বহুত সহায় কৰিছে।তেওঁ মোৰ দাদা।Jai Shree Ram!Jai Bajarang Bali,Thank you for everything.

  • @mitaligogoi175
    @mitaligogoi175 29 дней назад

    ভক্তিমূলক কথাখিনি শুনি বৰ ভাল লাগিল 🙏🙏

  • @Majoni-y3q
    @Majoni-y3q Месяц назад +1

    Vl lagile🙏🙏je hanuman

  • @pratimaborah5692
    @pratimaborah5692 3 месяца назад +6

    কথাখিনি শুনি বহুত ভাল লাগিল।জয় হনুমান।

  • @JunmonirajkhowaPhukan
    @JunmonirajkhowaPhukan 3 месяца назад +3

    ❤❤❤❤❤❤❤❤❤ joy honuman

  • @purnanewar7512
    @purnanewar7512 3 месяца назад +3

    গুঞ্জন তোমাৰ কথাখিনি শুনি ভাল লাগিল।
    জয় হনুমান, জয় শ্ৰী ৰাম

  • @MinakshiBordoloi-f4v
    @MinakshiBordoloi-f4v 2 месяца назад +2

    জয় শ্ৰী ৰাম
    জয় হনুমান🙏🙏❤️

  • @Dhanjit2023
    @Dhanjit2023 3 месяца назад +2

    Jai Sharee Ram..🙏🙏🙏
    Jai Hanuman...🙏🙏🙏

  • @archanadas6936
    @archanadas6936 3 месяца назад +42

    খুব ভাল লাগিলে আপোনাৰ কথা খিনি শুনি। মোৰ বহুত বিশ্বাস ভগৱান হনুমান বাবাৰ ওপৰত। তেওঁ আমাক সংকটৰ পৰা মুক্তি কৰিব

  • @eshaniborkotoky4595
    @eshaniborkotoky4595 3 месяца назад +8

    হনুমান বাবা য়ে সকলো ঠিক কৰিব পাৰে🙏🙏জয় শ্ৰী ৰাম🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @nobingogoi5619
    @nobingogoi5619 3 месяца назад +3

    Jai Shree Ram Jai Hanuman Jai Bojarongboli.❤ 🙏🙏🙏

  • @kanikabasumatary9749
    @kanikabasumatary9749 3 месяца назад +2

    Jai shree Ram 🙏🏻 Jai shree hanuman ji 🙏🏻🚩

  • @JunaBorah
    @JunaBorah 2 месяца назад

    আপুনাৰ কথাবোৰ বৰ ভাল লাগিল ❤❤❤🙏🙏🙏🙏🙏🙏🙏

  • @bhaskarchangmai6851
    @bhaskarchangmai6851 2 месяца назад +3

    Jai Shree Ram... 🙏🏻
    Jai Bajrangbali... 🙏🏻

  • @Cnmoii
    @Cnmoii 2 месяца назад +4

    ❤ জয় হনুমান ❤

  • @pareesmitasrapunzel9095
    @pareesmitasrapunzel9095 3 месяца назад +7

    Moi daily pohu hanuman chalisa ❤bohut hokti pao monot .. energetic feel koru hodai..agot bohut besi depression ot jao kintu ajikli akebare depression feel nhoi ...bohut besi Val feel hoi hanuman chalisa pohi❤️Jay shree Ram Jai Hanuman 🙏

  • @Anjanakalita-s4i
    @Anjanakalita-s4i 3 месяца назад +1

    Bohut val lagil. Joy Shree Ram. Joy Hanuman 🙏🙏🙏🙏🙏🙏

  • @SuityKoiri
    @SuityKoiri 3 месяца назад +1

    Ba ..apunak bohut dhoinnobad disu...
    Iman information diya karonr ....🙏🏻( always hanuman )

  • @maikanchoudhury9289
    @maikanchoudhury9289 3 месяца назад +8

    Apuni Satya Katha koise. Moi nije Hanuman bhakta . bahut Rogi bhal paise. praman aase. Joy Mahabir Hanuman..Joy Shree Ram. ❤❤❤❤❤❤❤❤🎉

  • @meeralahkar7473
    @meeralahkar7473 2 месяца назад +3

    ❤OM jai Shree Shree Hanuman Baba.Pronam Provu.🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏👌👌👌👌👌🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔.Apunar video tu khub val lagil.Apunak Vagabane Mangal karak.Mayu Hanuman Babar maram Shiv Babar maram aru Krishna provur morom pabalei khaxham hashu.Namaskar.🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🔱🔱🔱🔱🔱🔱🔱🔱🔱🔱🔱🔱🔱🔱🔱🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩

  • @meghalithakuria-kl3xr
    @meghalithakuria-kl3xr 2 месяца назад +10

    কথাখিনি শুনি গাৰ নোম শিয়ৰি উঠিল। আপোনাৰ কথাখিনিৰ পৰাই বহুত কথা জানিলো। ভগৱানে আপোনাক কুশলে ৰাখক🙏 জয় হনুমান 🙏🙏

  • @NanditaChoudhury-s7u
    @NanditaChoudhury-s7u 3 месяца назад +2

    Jai shree Ram ❤ Jai Hanuman ❤

  • @ranusaikia2691
    @ranusaikia2691 2 месяца назад

    Bor bhal lagil. Jai Hanuman ji. ❤

  • @tanaya4436
    @tanaya4436 3 месяца назад +4

    খুব ভাল লাগিলে মনটো আৰু সঁচাকৈ বৰ উপকৃত হ'লোঁ। গ্ৰন্থ সুৱাসত আপোনাৰ লেখাটি পঢ়িছোঁ। আজি আপোনাৰ মুখেৰে কথাখিনি শুনি বৰ ভাল লাগিলে। জয় হনুমান জয়‌ শ্ৰী ৰাম।

    • @NandankrishnaChutia
      @NandankrishnaChutia Месяц назад

      জয় হনুমান ৷ জয় বজৰংৱলী ৷ অনুগ্ৰহ কৰি সেই প্ৰৱন্ধ / লেখনিটো মোলৈ প্ৰেৰণ কৰিব পাৰিব নেকি বাৰু ? প্ৰৱন্ধ বা লেখনিটো পঢ়িবলৈ পালে কৃতজ্ঞ হম ৷ ধন্যবাদ ৷

  • @pakhilakalita945
    @pakhilakalita945 3 месяца назад +3

    Joy Shree Ram Joy Honuman 🙏🙏🙏

  • @binaborah3712
    @binaborah3712 3 месяца назад +9

    বহুত ভাল লাগিল ভাষা নাই বুজাবলে হনুমানজীলৈ শতকোটী পনাম🙏🙏🙏🙏

  • @bantidevchoudhury8775
    @bantidevchoudhury8775 2 месяца назад +1

    Xosakoi Bohot val lgil sai ..jai Hanuman

  • @kalpanabarman3644
    @kalpanabarman3644 18 дней назад

    Bhut val lagile jai hunuman 🙏🙏🙏

  • @নতুনদিগন্ত123
    @নতুনদিগন্ত123 3 месяца назад +24

    মইও ১৩ বছৰ বয়সৰ পৰাই প্ৰভূ হনুমানক মানি আহিছো এতিয়া ২৫ বছৰ বয়স হল আজিলৈ যি বিপদ আহিছে প্ৰভূ হনুমানৰ দ্বাৰা সকলো সমাধান কৰিব পাৰিছো আৰু কিবা বিপদত পৰিলে সোনকালে সমাধান কৰিব পাৰিম বুলি হনুমান প্ৰভূ ওচৰত সম্পূৰ্ণ বিশ্বাস আছে ৷ জয় বজৰং বলি ৷

    • @RationalistDk
      @RationalistDk 3 месяца назад

      ভগৱানৰ অস্তিত্ব আছে জানো 🤔⁉️
      ভগৱান আছে নে নাই এতিয়া লৈকে কোনো তথ্য প্ৰমাণ নাইপোৱা। কিছুমানৰ মতে কিবা নহয় কিবা এটা শক্তি আছে বুলি বিশ্বাস কৰে। বিজ্ঞানেও চেষ্টা চলাই আছে, যে তেনেকুৱা শক্তি আছে নু বা ভগবান জন কেনেকুৱা হব? কিন্তু এতিয়া লৈ প্ৰমাণ নাইপোৱা। আজিৰ পৰা ২/৩ লাখ বছৰ পাছতো যদি তেনেকুৱা কিবা প্ৰমাণ পায়, আজিৰ সমাজে মানি থকা ধৰণৰ, ভগৱান আল্লাহ God নহব। এইবোৰ ভগৱান আল্লাহ god আমাৰ মানুহৰেই কাল্পনিক সৃষ্টি।

  • @aratisarmah7419
    @aratisarmah7419 3 месяца назад +6

    বহুত ভাল লাগিল, আগতে যিমান বিশ্বাস আছিল আজি আৰু বহু গুণ বাঢ়িল
    জয় শ্ৰী ৰাম 🙏 🙏

  • @runukalita2916
    @runukalita2916 3 месяца назад +8

    মইও হনুমান চালিচা পঢ়োঁ। কিন্তু আজি বহুত কথা শিকিলোঁ আপোনাৰ পৰা। হনুমান বাবাই সকলোৰে মঙ্গল কৰক।

  • @HappyOutdoorGrill-tw1yt
    @HappyOutdoorGrill-tw1yt 3 месяца назад +2

    Jai shree Ram❤❤ jai Maa Sita 🙏🙏 jai Hanuman thakur kipa kora pobu🙏🙏🙏🙏❤❤❤❤❤❤🌺🌺🌺🌺🌺🌺

  • @SumpiSonowal-wb2vm
    @SumpiSonowal-wb2vm Месяц назад

    Jai shree honuman ❤hoi projong boli 🙏🙏🙏❤

  • @NivaPachani
    @NivaPachani 3 месяца назад +25

    অতিকৈ দৰকাৰী কথাখিনি জানি উপকৃত হৈছো ,দুৰৰ পৰাই নামঘৰ ভাগত শতকৌটি সেৱা জনাইছো হে প্ৰভূ সেৱকীৰ পৰিয়ালৰ পৰা সকলো বেমাৰ আজাৰ দুৰ কৰি দিৱ 🙏🙏🙏

    • @PhaniKalita-k9s
      @PhaniKalita-k9s 3 месяца назад

      😢😢😢😢😢😢😢😢😢😮😢

    • @PhaniKalita-k9s
      @PhaniKalita-k9s 3 месяца назад +1

      😢😢😢😢😢😢😢😢😢😮😢

    • @PhaniKalita-k9s
      @PhaniKalita-k9s 3 месяца назад

      😢😢😢😢😢😢😢😢😢😮😢😢 40:59

    • @PhaniKalita-k9s
      @PhaniKalita-k9s 3 месяца назад +1

      😢😢😢😢😢😢😢😢😢😮😢😢 40:59

    • @junmonisaikia
      @junmonisaikia 2 месяца назад

      জয় হুনুমান।

  • @babuldas5961
    @babuldas5961 2 месяца назад +2

    জয় হনুমান ❤❤❤❤

  • @renusaikia2749
    @renusaikia2749 3 месяца назад +8

    জয় হনুমান , বৰ ভাল লাগিল আপোনাৰ কথা খিনি শুনি । মই আৰু মোৰ স্বামী দুয়োজন প্ৰেচাৰ ছুগাৰৰ বেমাৰী , আপোনাৰ নাম ঘৰ ভাগিত আমাৰ হৈ সেৱা এটা ল'ব চোন , আমি যাতে ভালে কুশলে থাকিব পাৰোঁ , আৰু বহুতো বেমাৰত ভূগী আছো । হনুমান চালিকা ৰ শক্তি দেখি আচৰিত মানিছো । জয় হনুমান

    • @nayanitasarmah5109np
      @nayanitasarmah5109np 3 месяца назад

      Honumane salisa porhoke aru sundore kande pathe koroke kunu bipode nohoi 💯

  • @dipshikha777
    @dipshikha777 2 месяца назад

    Thank you Baa ,ai episode tu loi ohar babe....bohut val lagil kothakeikhar huni....Jai Hanuman.,...

  • @NayanmoniNath-e9u
    @NayanmoniNath-e9u 2 месяца назад

    বহুত ভাল লাগিল। জয় হনুমান

  • @VB2Vlogz
    @VB2Vlogz 3 месяца назад +3

    Jai Hanuman 🙏 Jai Shree Ram 🙏

  • @mamonikonwar4686
    @mamonikonwar4686 3 месяца назад +8

    অতি দুখত থাকি যেতিয়া অতি ভক্তি ভাবে ঈশ্বৰক বিচৰা যায় তেওঁকহে ঈশ্বৰে দেখা দিয়ে ৷সেৱাৰ মান্য আৰু চমৎকাৰ খনিকৰ পুথিভাগৰ জৰিয়তে স্বয়ং গুৰুজনাৰ মই দৰ্শন লাভ কৰিছো ৷

  • @bobyburagohain2790
    @bobyburagohain2790 3 месяца назад +22

    মই সদায় হনুমান চালিছা পাঠ কৰো । প্ৰমাণ পাইছোঁ। ভাল লাগিল ❤❤❤❤ জয় শ্ৰী ৰাম জয় হনুমান বাবা

  • @sanjibdas5042
    @sanjibdas5042 3 месяца назад

    ❤ বহুত বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ। কথাবোৰ শুনি আপ্লুত হলো। ভগৱান নে কুশলে ৰাখক দুয়োকে।

  • @bhabeshbezbaruah2404
    @bhabeshbezbaruah2404 3 месяца назад +2

    জয় শ্ৰীৰাম🙏
    জয় হনুমান🙏

  • @BhijitSaikia6422
    @BhijitSaikia6422 3 месяца назад +11

    দাদাৰ কথাখিনি গ্ৰন্থ সুৱাহত পঢ়িছোঁ, আচৰিত কৰি তুলিছিল সেইদিনা আজি কিন্তু মোৰ চকুলো বৈ গ'ল মই নাজানো কিয় হনুমান জীৰ নাম ল'লে মোৰ চকুপানী উলাই আৰু সাহসী কৰি তোলে পাছত। মই বিশ্বাস কৰোঁ, মই গাড়ীৰ আগৰ পৰা ৰক্ষা পাইছোঁ য'ত এক চেকেণ্ডথ ঘটনা কিন্তু দুই মিনিট বেছিকৈ চালিছা খন শুনি যোৱাত ৰখা পৰিলো ৰাখে হৰি মাৰে কোনে।❤

  • @DipsikhaHazarika-hu1rt
    @DipsikhaHazarika-hu1rt 3 месяца назад +14

    নাচে ৰোগ হৰে চব পীৰা জপ নিৰন্তৰ হনুমান বীৰা সংকত তে❤চুৰাবে মন কৰ্ম বচন ধিয়ান যৌ লাবে🙏♥️
    ❤️🙏🙏🙏🙏

  • @kakumoniphukan4837
    @kakumoniphukan4837 3 месяца назад +24

    Hoi Hanuman chalisa pohile bohut energy pai .JAI HANUMAN

  • @gyanguru581
    @gyanguru581 3 месяца назад +1

    জয় শ্ৰী ৰাম ❤ জয় হনুমান ❤

  • @gunadadas5864
    @gunadadas5864 2 месяца назад

    সুন্দৰ বিশ্লেষণ। ভাল লাগিল। জয় শ্ৰী ৰাম

  • @bhabeshsarma9448
    @bhabeshsarma9448 3 месяца назад +11

    Boht val lagil, montu bohut val lagi gol, jai hanuman 🙏🙏

  • @neetiborgohain7615
    @neetiborgohain7615 3 месяца назад +3

    জয় হনুমান। সকলোকে দয়া কৰিবা প্ৰভু

  • @G.S.VY146
    @G.S.VY146 3 месяца назад +5

    🙏Jai Hanuman🙏 ❤️ like ata di dibo

  • @KoushelyaChoudhary-cd6mn
    @KoushelyaChoudhary-cd6mn Месяц назад +1

    Jai hunuman ❤❤❤

  • @jollydutta9546
    @jollydutta9546 2 месяца назад

    বহুত ভাল লাগিল । Dada আপোনাৰ সেৱা কেনেকৈ লব পাৰিম । মই বহুত বিপদত পৰি আছোঁ । 🙏🙏🙏