জীৱন মানেই সংগ্ৰাম , সংগ্ৰাম কৰাৰ সাহস যাৰ আছে তেওঁ জীৱন যুদ্ধত জয়ী হবৈ । ভাইটি তোমাৰ ভৱিষ্যত জীৱন উজ্বল ই নিশ্চিত ।Best of luck & Wish U all the best ..... Actually You are the real HERO ....Thanks
Loratu a ei boyokhot bohut hapun dekhise bohut motivated lora val lagil,tumar vabishot bahut val habo enekoi sesta kori thaka edin tumi jiliki uthiba ,vaiti
ধনী মানুহবোৰে এনেকুৱা লৰাটোক সহায় কৰিলে ভগবানে বহুত আশীৰ্বাদ দিব ।
😢😢 11:55
বহুত দুখ লাগি গল দেই ,, লৰাজনক যাতে চৰকাৰে সহায় কৰে
ভাইটি তোমাৰ জীৱনটো উজলি উঠক। ভগৱানৰ ওচৰত শতকোটি প্ৰণাম জনাইছোঁ।
Good
Good👍
ভাইটি দলেক ধনেৰে সহায় কৰিব নোৱাৰিলেও আন্তৰিকতাৰে শুভেচ্ছা জনালো। ভগৱানৰ কৃপাত আগলৈ আগুৱাই যাওক এজন সুদক্ষ মানুহ হিচাপে নাম ৰাখক তাৰে কামনা কৰিলোঁ।
ভাইতি তোমাৰ জীৱন সুন্দৰ হওঁক ভগৱানে মঙ্গল কৰক ।
ভাইটিলৈ আন্তৰিক শুভকামনা জনালোঁ ।ইমান কষ্টেৰে তেওঁ ভাল ফলাফল দেখুৱালে । আগলৈ আৰু আগুৱাই যাওক ।
জীৱন মানেই সংগ্ৰাম , সংগ্ৰাম কৰাৰ সাহস যাৰ আছে তেওঁ জীৱন যুদ্ধত জয়ী হবৈ । ভাইটি তোমাৰ ভৱিষ্যত জীৱন উজ্বল ই নিশ্চিত ।Best of luck & Wish U all the best ..... Actually You are the real HERO ....Thanks
চৰকাৰে সহায় কৰিব লাগে ।।ধনী মানুহ সকলে সহায় কৰিব। ।
লৰাটি উজ্জ্বল ভৱিষ্যত কামনা কৰিছো ।
উৰুক্ষা পজা কেতিয়াও জীৱনত হেঙাৰ হ'ব নোৱাৰে তাৰ প্ৰমাণ এই জন ছাত্ৰ ই দেখুওৱা লে তোমা লৈ বহু ধন্যবাদ থাকিল
ৰাজনৈতিক দলসমূহে আৰু নেতা পালিনেতা সকল, মিচিং দল সংগঠন বিলাকে সাত পুৰুষলৈ কোটি কোটি টকা ধন ঘটে ।এইবিলাক লৰাক কিয় সহায় কৰিব নোৱাৰে।
Where is Mising autonomous council .Why the council cannot support such kind of students.
ভাইটিৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো। সহায় কৰিম,আপোনালোকেও সহায় কৰক। কাৰণ ভাইটী আজি ছাত্ৰ কালিলৈ দেশৰ,আমাৰ সমাজ সম্পদ।
দূখ লাগিল। ধন্যবাদ জিতুমণি নেওগ। লগতে ল'ৰা জনৰ উজ্বল ভৱিষ্যত কামনা কৰিলো।
ভাইটিৰ অতি সুন্দৰ চিন্তাধাৰা, মাঁকৰ সপোন সাকাৰ হোৱাৰ পথত ,ধন্যবাদ ভাইটি, তোমাৰ সৰলতাত ঈশ্বৰে নিশ্চয় সহায় কৰিব ! আগুৱাই যোৱা I
ভাল লাগিল নেওগ দা
Salute নেওগ দা এনেকুৱা ভিডিঅ'ৰ বাবে
আগুৱাই যোৱা, ভগৱান সহায় আছে 🙏 দৰিদ্ৰতা জীৱনৰ হেঙাৰ নহয় ।
ভাইটি জনৰ সৰলতাৰ মনৰ কথা শুনি বহুতো ভাল লাগিছে ভগবানে মঙ্গল কৰক
ঈশ্বৰৰ ওপৰত বিশ্বাস কৰি সৎকর্মত আগবাঢ়ি গলে কোনো বাধাই ৰাখিব নোৱাৰে। সাৰথি কেৱল মাত্ৰ একাগ্রতা আৰু একাগ্রতা থাকিলে সফল নিশ্চয়ই হব। আগবাঢ়ি যোৱা, আশীর্বাদ থাকিল!!
Vaiti Dole oxamor Real Hero. Oxomor natun prajanmoi vaiti Doler pora onuprerona pabo. Teonor. Vabishyat Uzzol kamona karilu
বহুত দু:খ লাগিছে ঈশ্বৰে লৰাটোক আশীৰ্বাদ দিয়ে যেন তাকে কামনা কৰিলো।
বহুত দুখ লাগিল লৰাজনৰ কথাখিনি শুনি।তেওঁ এই বয়সতে যথেষ্ট সংগ্ৰাম কৰিছে।মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়া এই ভাইটি টো অলপ কৃপাদৃষ্টি দিয়ক।তেওঁৰ ঘৰখন বনাই দিয়ক আৰু বিজুলী সংযোগ কৰি দিয়ক।আৰু মই ভাবো তেওঁ আগলৈ যি পঢ়িম বুলি ভাবিছে সকলো পঢ়াৰ খৰচ চৰকাৰে বহন কৰিব লাগে।কাৰণ আজিৰ ছাত্ৰ কাইলৈ দেশৰ ভৱিষ্যত,দেশৰ সম্পদ।আৰু মোৰ বিশ্বাস আছে এই লৰাজনে যদি ভালকৈ পঢ়িবলৈ অলপ সুবিধা পায় এদিন আমাৰ দেশলৈ গৌৰৱ কঢ়িয়াই আনিব।ভাইটী তোমাৰ একাউণ্ট নম্বৰ টো দিবাচোন মই যি পাৰোঁ সহায় কৰিম। মোৰ নিজৰে নাই তথাপি যি পাৰোঁ সহায় কৰিম।আমাক যদি ভগৱানে ধন টকা পইচা অলপ দিলে হয়,আমি যদি ধনী মানুহৰ শাৰীত স্বীকৃতি পালো হয় তেতিয়া মই অকলেই এই লোৰাজনৰ পঢ়াৰ দায়িত্ব ললোঁ হয়।কিন্তু কি কৰিবা আমাৰ নিজৰেই ফুটা কপাল।বাকী ৰাইজলৈ মোৰ এটাই অনুৰোধ যি যি এই video টো চাইছে প্ৰত্যেকেই অলপ চলপ পৰিমাণে হলেও লৰাজনক সহায় কৰক।যোনে যিমান পাৰে সহায় কৰক।যদি ১ টকাকৈ এক লাখ মানুহে সহায় কৰে তেতিয়াও এক লাখ টকা হব।গতিকে সকলো আগবাঢ়ি আহক আৰু ভাইটি টোক অলপ সহায় কৰক তেতিয়াহে সি আগবাঢ়ি যাব পাৰিব।
ভাইতি তোমাক শতকোতি প্ৰনাম 🙏👍💯 জনাইছো মাক দেউতাকৰ লগতে তোমাক আন্তৰিক শুভেচ্ছা জনালোঁ
ধন্যবাদ জনাইছো ভাইতি বহুত ল'ৰা ছোৱালীয়ে সুবিধা পাই তোমাৰ নিচিনা দেখাৱ পৰা নাই।তোমাক বহুত ধন্যবাদ জনাইছো আশা ৰাখিলোঁ আৰুআগবাহি জোৱা বুলি আশা ৰাখিলোঁ।
এনে মানুহৰ সদায় জয় পৰাজয় বুলি কথাই নাই❤❤❤
CONGRATULATIONS 🎉🎉🎉 BHAITI BROTHER ।।। আগুৱাই যোৱা জীৱনত 🎉🎉🎉
প্ৰকৃত দুখীয়া পৰিয়াল সকলেহে চৰকাৰী আঁচনি নাপায়।।😢😢
গাওঁৱৰ চৰকাৰৰ লিদাৰসকলে তেখেতৰ ঘৰখন দেখি নাপায় নেকি?? ঘৰখনৰ অবস্থা বেয়া বুলি।।😢😢😢😢
তোমাৰ ভবিষ্যৎ উজ্জ্বল হওক ভাইটি,মৰম আৰু আশিবাদ থাকিল তোমালৈ লগতে মা লৈ। বহুত দুখ লাগিল তোমাৰ কথাবোৰ শুনি
শিক্ষক বোৰে অলপ সহায় এটা কৰিব লাগে বহুত দুখ লাগিল ঘৰৰ অৱস্থা চাই 😢
সৌ তাহানিৰ পৰা আজিলৈকে আপোনাৰ সংবাদত নতুনত্ব, চতুর্থ স্তম্ভৰ ভ্যেলু আছে। ভাল লাগে জিতুদা।
বহুত দুখ লাগিল ভাইতি, ভগৱানে তোমাৰ আশা পূৰণ কৰক 🙏🙏
The real hero 🎉🎉 congratulations.
Baiti Doley প্ৰকৃত Hero
ভগবানক প্রনিপাত জনাইছো তেখেতৰ সপোন বাস্তৱত ৰূপায়িত হওঁক। নতুন প্রজন্মৰ এক আদৰ্শ।
তুমি আগবাঢ়ি যোৱা, ভগৱানে তোমাক সহায় কৰিব, লগতে চৰকাৰক অনুৰোধ জনাম যাতে লৰাজনক পঢ়াৰ ক্ষেত্ৰত অলপ সহায় কৰে
Tumi aru aguwai jowa bhaiti. Bhagwaane val karak tomar.
নেদেখাজন তোমাৰ সহায় হওক💗💖
Loratu a ei boyokhot bohut hapun dekhise bohut motivated lora val lagil,tumar vabishot bahut val habo enekoi sesta kori thaka edin tumi jiliki uthiba ,vaiti
Eyat joy sree ram kihor?, antorikota dibo lage, aag barhi juwa,kripa korok nedekajone
Don't give up and keep it up bhaiti dole👍and Congrats 🎊🎉
ভগবান যদি আছে তেনেহলে এনে মানুহৰ বাবেই আছে বুলি মোৰ বিশ্বাস
Bohut. Dukh loga. Kahini. Aru. Aguwai. Juwa. Tar. Kamonare. Thank. You
অসমৰ গোটেই মানুহবোৰে এনেকুৱা মানুহবোৰক অকনমান সহায় কৰিব লাগে
🙏dhoinobad bhaiti tumar nishina lorai lage hokoluke duk kosto korabuja ishwore tumak kamona kore🙏
অলেখ-অযুত শুভেচ্ছা ভাইটিলৈ। জীৱনত বহুদূৰ আগবাঢ়ি যোৱা। কেতিয়াও লক্ষ্যৰ পৰা বিচলিত নহ'বা। ঈশ্বৰ আৰু চৰকাৰ তোমাৰ সহায় হওঁক। ঈশ্বৰে তোমাক মঙ্গল কৰক তাৰে কামনা কৰিছোঁ ❤❤🙏 তোমাৰ পিতৃ-মাতৃকো সেৱা জনাইছোঁ 🙏🙏 সাধ্যানুশাৰে ভাইটিক সহায় কৰিবলৈ চেষ্টা কৰিম
Vaiti jonoloi bohut dhonyabaad gyapon korisu teu emaan dhunia koi aaru bohut kostore pohi teu vaaldore paas korise mur bohut vaal laagise vaiti jonoloi aaru vaaldore aaguwaai jaawok aaru aagoloi aaru vobisyote teu vaal saakori korok taarei kaamonaare❤❤❤❤
Bohut bhal lagil,anedore aguwai jua.
এওলোকেই অসমৰ গৌৰৱ।। ❤🩹🥰👍গৌৰৱ অনুভৱ কৰিছো ভইটি দলেৰ এই কঠোৰ সংগ্ৰাম দেখি। ❤🩹👍
তোমাৰ উজ্জ্বল ভৱিষ্যত কামনাৰে।ৰৈ নাথাকিৱা আগুৱাই যোৱা।
ভগৱানে তুমাক সদাই সহাই কৰি যাব তুমি চিমন্টা নকৰিবা ভাইতী ভগৱান আছে।।
আৰু মোৰ ফালৰ পৰা ধন্যবাদ
তুমি ৰিজাল ভাল কৰাৰ কাৰনে।।👍👍👍
Jitumoni neog da anekuwa newsbur raijor majoloi ulai niyok bohutor babe preronadayok hob logote bhaiti Doley aru akbari dauk tar kamonare
Bohut bhal lagil
Very very congratulations to Bhaiti Doley l prospectus your future life
বহুত দুখ লাগিল ,ভাইটি তুমি আৰু আগবাঢ়ি যোৱা ভগৱানে তোমাক সহায় কৰক।
বহুত বহুত ভাল লাগিল ধন্যবাদ থাকিল 🌹👍🏼 হৈছে
Xub xundor vaity ❤ agoloi val manuh hoba nijor family tu valkoi saba kobo loi nalage tumi dekhi buja goise 🥰 aru bhut morom loga vaity tu ❤❤❤❤❤
ভাইটি দলেক এটা চেলুত জনাইছোঁ আৰু তেওঁৰ সপোন দিঠকত পৈনত হক তাৰে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা।
আগুৱাই যোৱা ভাইটি ভাল মানুহ হোৱা।
ভাইটিলৈ অশেষ শুভকামনা ও মৰম যাচিলোঁ। তোমাৰ ভৱিষ্যত উজ্জ্বল হওঁক, ভগৱানে তোমাৰ মঙ্গল কৰক; এয়ে আমাৰ প্ৰাৰ্থনা।🙏🏾
মনোবল আৰু বাঢ়ক ।সৰস্বতী আই কণ্ঠত ৰওক 🙏
God bless you Bhaity aru aguyai joa ashirwad koriso dei
Bohut val lagil Babu tumi aguwai jua God bless you ❤
ভগৱানে তেওঁক ভাল মানুহ হোৱাত সহায় কৰক
হে প্ৰভু এই লৰাটোক চকু খুলি চোৱা চৰকাৰে সহায় কৰিব লাগে
চৰকাৰে কিমান সুযোগ দি আছে কিন্ত এনেকুৱা মানুহ বোৰক কিয় ধুকি নাপায় 😢তোমাৰ ভবিষ্যতৰ উজ্জ্বল কামনা কৰিছো
ভাইটি তুমি লক্ষত উপনিত হুৱা তোমাৰ দক্ষতাৰ যোগ্য ভগৱান ওচৰত পৰ্থনা জনাইছোঁ
ভাইটি দলে বহু ত দুখ লগা কথা 😢😢😢😢😢🙏🙏🙏। আগলৈ এনেকৈ আগোৱাই যায়
অশেষ ধন্যবাদ। CM sir a sohai কৰক।
বহুত দুখ লাগিল।ভগৱান সহায় কৰক
তোমাৰ নামটো ' ভাইটি ' । এতিয়া তুমি মৰমৰ ভাইটি । কথাবোৰ শুনি বৰ ভাল লাগিছে ; কিন্তু তোমাৰ দুখ: বোৰ দেখি শুনি অন্তৰে উচুপিছো 🥲 ! তোমালৈ অলেখ শুভ কামনা জনালোঁ। ভবিষ্যতে তোমাৰ অপাৰ শুভ হওঁক।
মন ভৰি গ'ল ভিডিঅ'টি চাই ... শুভকামনা ভাইটি😊
Congratulations Vaiti,god bless you 🌹🌹🌹❤️
ভাইটি তোমালৈ অলেখ অলেখ শুভেচ্ছা জনালোঁ। তুমি চেষ্টা অব্যাহত ৰাখি যোৱা ,, এদিন নিশ্চয় সফল হ'বা।
Great Video . bhal lagil ❤🎉 loratik bhogobane kukhole rakhok..
ভাইটি তুমি ইমান কষ্ট কৰি পঢ়িছা , তোমাৰ ভবিষ্যত লক্ষ্য এদিন পূৰ হবই । ভালকে পঢ়া-শুনা কৰা তুমি যি আশা কৰিছা তোমাক ভগৱানে সহায় কৰিব 🎉🎉
তোমাৰ ভৱিষ্যত ভাল হক তাৰেই কামনা কৰিলো
উত্তৰ বোৰ বৰ ধুনীয়া কৈ দিয়ে এ লৰা জনে
❤❤ God bless you brother all the day long live ❤❤
এই য়াই অসমীয়া খিলঞ্জীয়া মানুহৰ অৱস্থা❤😢🎉
টেলেন্টৰ লগত জাতিৰ প্ৰশ্ন নানিব
ভাইট দলেক এটা চেলুত জনাইছোঁ তোমি আগুৱাই যোৱা। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।❤❤❤❤
Very good beta aag barhi jua
উজ্বল ভৱিষ্যত কামনা কৰিলোঁ ভাইটি তোমাক
ভাইতি তোমালৈ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।
ভাটি তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলো
Video tu bohut dinor pist paisu...bhaiti tumar ujjol bhobisot kamona korisu...urukha poja j hikhar hengar hb nuwar heitu prman kori dekhuwai dila Tumi...aguwai juwa Tumi tarei kamona korisu.....
ভাইতি দলে, তোমাৰ ভবিষ্যতৰ উজ্জ্বল কামনা কৰিছোঁ।
Bohut Dukh lagise Bhaiti. I hope that you will achieve your dream in your life.
Vaiti bhut dhuniya hoise ru aguai jua
তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো ভাইটি।
চিন্তা নকৰিবা এদিন তুমি ডাঙৰ মানুহ হবা আৰু ভগৱান তোমাৰ সহায়ক হ'ব।
কেৱল এই ধাৰা অব্যাহত ৰাখা😊❤❤❤❤❤❤❤❤।
দাদা বহুত ভাল কাম কৰিছে, আৰু এনকা কাম কৰা বাবে বহুত বহুত আশিবাদ থাকিল ❤
Aya akuta ujjal nakhyatra.
God bless u always..plz help govt
God bless you tumi jate anekoi aguai jua
Iman Morom loga Lora❤ God Bless you
I realy thanks to you with my heart.carry on bro
You are a real fighter of life. Congralution 🎉
বহুত বহুত শুভেচ্ছা জনালোঁ ভাইটি দলে লৈ
Kio nedekhe sarkare. Ane bixoi buror babe investigation kori manuh potha obo lage. Xosai proud you.
Aguai jua vaiti vgbane mangal korok ❤
Bhal lagile anekuwa video bonuwa babe ❤ kisuman news ase aku bhal video nobonai kaku support nokore only trp
God bless you brother...i hope your all dreams come true ❤
Bhaity tumi aguwai juwa 🙏🙏🙏❤️
Vaitir gibon val hok.buhut buhut val lagese.mrm lagese
ভাইতিলৈ আন্তৰিক শুভকামনা জনালোঁ,,আগলৈ আৰু আগুৱাই যাওক ।
Bohut bohut selut disu.aguwai juwa.gods blees you.