Assamese village in Bangladesh ।। বাংলাদেশত এখন অসমীয়া গাওঁ।। এওঁলোক স্বদেশী নে বিদেশী।।
HTML-код
- Опубликовано: 2 апр 2021
- Copy the title and past here.
Hi,
How are you? I am Ratul Das Sarania. Welcome to my youtube channel VOICE OF RDS. Thankyou very much.
I will give credit to the PRATIDIN TIME who make this beautiful video
....credits....
if u have anykind of copyright problems u can mail us-
rsarania10@gmail.com. we will remove our video thanks ❤
The original video link-
• Video
my contact e-mail ID
rsarania10@gmail.com
Click to see my another videos
Naradar tyag pariksha
• Nagara nam নাৰদৰ ত্যাগ...
Duhshal bodh
• NAGARA NAAM BY KUMAR B...
bhikhari Narad
• Nagara Naam BHIKHARI N...
My social link
email- rsarania10@gmail.com
Page- Mukchanews
facebook
ratuldassarania
About this video
There are still many Assamese people in Bangladesh who want to come to Assam. But are they natives or foreigners? This is a big question today. This video discusses that topic.
About this channel
Nagara Naam is one of the religious cultures of Assam. Its popularity is unparalleled especially in lower Assam. This channel will cover all the cultures of Assam besides Nagara Naam.
.Thanks for watching #voiceofrds
এওঁলোক অসমীয়া..এওঁলোকক অসমলৈ আনি ঠাই আৰু নাগৰিকত্ব দিয়াৰ ব্যবস্থা কৰিৱ লাগে।
মোৰ মতেৰে তেওঁলোক তাতেই থাকক। কিন্ত্ত, বাংলাদেশৰ চৰকাৰে তেওঁলোকক উপযুক্ত নাগৰিকৰ সা- সুবিধা প্ৰদান কৰক । তাৰবাবে ভাৰত তথা অসম চৰকাৰে বাংলাদেশৰ চৰকাৰৰ সৈতে কূটনৈতিক আলাপ আলোচনাৰে এটা সমাধান সূত্ৰ উলিয়াওঁক ।
দুনীয়া ৰ মিঞাই অসমত আজি মন্ত্রী, এমেলে হৈ আছে , দহটা, বাৰটা পোৱালি, চাকৰি, চব সুবিধা লৈ আছে, আৰু আমাৰ অসমীয়াৰ বাংলাদেশত এই অৱস্থা| কা আন্দোলন কৰা সকলক গুলিয়াই মাৰিব লাগে |
Miyaa Xokol bhut agor poraa axomot ase but recently tor bapek xokole j CAA ani Bangladeshi xinik citizenship di ase dom takile xihhotor bixoy mativi sun ....wait kor keidinman pisot Bangladeshi xini a dingit dori jetya ulai dibo tetya pabi mojja.. 😂
CAA,NRC বহুত ঘাটক হয় অসমৰ বাবে ,, পিছত বুজি পাবি
Aru dibi vote khangress k
নেখেদাৱ কেলেই শুই থাকিলে কি দাল হ'ব হে
Mus limei
In
আমাৰ ইয়াত যদি বাংলাদেশী মিঞাই সমাধিকাৰ পাব পাৰে গতিকে সেই সকলেও তাত সমাধিকাৰ পাব লাগে।
এয়া লাগি গল,, গৈ চাই আহা অধিকাৰ পাইছে নে নাই
গৌৰব গগৈ, লুৰিণ গগৈ, অখিলৰ বাপেকৰ মাটি নহ'য়,, কোঁচ, কছাৰী, ৰাভা সকল বৰ অসমত যতে ইচ্ছা ততে যি কোনো সময়ত আহিব পাৰে,,
বঙালী সকল অসমৰ নহ'য় সিহঁতৰ অসম গঢ় াত একো অবদান নাই,, মানে বাংলাদেশী সকল অসমীয়া নহ'য়
❤
কাটাতাৰৰ তলেৰে +পাটকাইৰ ওপৰেৰে অহা বিলাকৰ মানসিকতা একেই,,,
খিলঞ্জীয়াৰ সন্তান একগোট হোৱাৰ সময় সমাগত ❤❤❤
মিয়াক অসমৰ পৰা উলিয়াব পাৰিলে আনক বাংলাদেশী মানুহ বিলাক।
কা আইনৰ জৰিয়তে চাকমা,হাজংৰ পৰিবৰ্তে বাংলাদেশী অসমীয়া লোক সকলক চৰকাৰে অসমত সংস্থাপিত কৰাৰ চিন্তা কৰিলে হয়তো কাৰো আপত্তি নাথাকিব?❤❤❤❤❤❤❤❤❤❤জয় আই অসম ।
1964 চনৰ পৰা সংস্থাপিত হোৱা চাকমা/হাজং সকল কেতিয়াও অসমলৈ নাহে. . . তেতিয়াৰ NEFA এৰি কলৈকো নাযায় ! নিশ্চিন্ত থাকক. . . 1962 চনত তিব্বতৰ পৰা ভগনীয়া হৈ অহা আৰু NEFAত থাকি থকা তিব্বতী সকলৰ কথা কোনেও নুলিয়ায় চোন. . . কিয়বা. .
ekdom xosa
আমাৰ অসমীয়া বহু বিশাল জাতি
দক্ষিণ পশ্চিম এছিয়াৰ কৰ পৰা কৰ লৈকে বিয়পি আছে
কিমান অভাৱ দুখ কষ্ট সহিছে
আমি গমে নাপাওঁ
কিন্তু আজি অলপ গম পাইছোঁ 🙏 ধন্যবাদ
Ji sokole caa bisarise, sei sokole sihoyor bapekor matit sei sokolok bohiboloi dilei somossa r somadhan hoi jabo,
আটাই পৰিয়ালৰ মঙ্গল কামনা কৰিলো বাংলাদেশ চৰকাৰে পৰিয়াল কেইটি সহায় কৰক
রাঙামাটি জিলা চট্টগ্রাম পার্বত্য অঞ্চলত আছে। তাত ত্রিপুরা, চাকমা হে থাকে।
কোচ মানুহ শেরপূর জিলাত দেখা যায়।
রাজবংশী বা ক্ষত্রিয় মানুহ রংপুর ডিভিজনত প্রায় ১৫ লাখ আছে।
মোৰ মতে তেওঁ লোক অসমলৈ আহিব লাগে তেওঁ লোক যিমান আহে সিমান বাংলাদেশী মোছলিম অসমৰ পৰা উলিয়াব লাগে অসমত তো ইলিগেল বাংলাদেশী, ৰোহিংগীয়া মুছলিম বহুত আছে । কিন্তু এই বিলাকৰ বিৰুদ্ধে আজিলৈকে প্ৰতিবাদ হৈছেনে ? অসমত দাঙৰ অঘটন ঘটিবলৈ গৈ আছে কিন্তু এই বাংলাদেশী ৰোহিংগীয়া মুছলিম কাৰণে । কা, কৈ এইটো বিষয়ত বেছি গুৰুত্ব দিব লাগে অসমৰ ৰাইজে। কথাষাৰ ভালকৈ ভাবি চাৱ অসমৰ ৰাইজে ।
Val kole❤
আমাৰ অসমত আহি থকা বাংলাদেশী সকলে কিন্তু কেতিয়াও বাংলাদেশলৈ যাবলৈ মন কৰি নাথাকে। বাংলাদেশেও যোৱাতো নিবিচাৰে। থাকিলেই হল মাটি বাৰি এৰি দি আহিব লাগেনো কিয়? সকলো দেশতে বিভিন্ন দেশৰ মানুহে বাস কৰে নিগাজিকৈ বিভিন্ন কাৰণত চাকৰিয়েই হওক বা অন্য কাৰণতে হওঁক।
Hundor video
Love frm Assam
Very heart touching video. Felt very sad for them. 😢
CCA বিৰোধী দল বিলাকে বা কি কয়।
Tahote kbo fake video n report 🤣🤣
এই সকল আমাৰ নিজৰ আপোন মানুহ । সিহঁতৰ অন্তৰখনেও কান্দি ওঠে নিজৰ দেশলৈ ( অসমলৈ ) , নিজৰ আপোন সকললৈ মনত পৰে তেতিয়া। বিভাজনৰ সময়ত মোৰ দেউতা , মাৰ ঘৰখনো যদি সীমাৰ ইপাৰে ( বাংলাদেশ ) হোৱা হেঁতেন মোৰ আজি কি দশা হʼল হেঁতেন ?
আজি এই আপোন মানুহ সকলক যদি চৰকাৰে আমাৰ দেশত শৰণ দিবলৈ ইচ্ছা কৰে আপোন পেটিয়া সকলে কা আন্দোলন গঢ়ি তুলিব ।
এই সকল অসমলৈ আহিব পাৰে।
স-সন্মানেৰে এওঁলোকক অসমলৈ আনক৷
এই সকলক অনাৰ ব্যৱস্থা কৰিব লাগে ৷
👌 🎉🎉🎉🎉
Same isu all country all world
Very very sensitive issue. We should honour humanity and human right for better future.
Good news
Nuwara, welcome ❤
Very vulnerable
We Love also...
লাখ টকীয়া চিধা কথা এইটোৱে যে অসমত থকা বাংলাদেশী মিয়া ,বেংগলী বুৰক বাংলাদেশ পথাউক আৰু ৰাভা,কোচ,হাজং সকলক অসমত নাগৰিকত্ব দিয়ক,যদি এইয়া চৰকাৰে কৰিব নোৱাৰে অসমৰ জাতি জনগোষ্ঠীয়ে বাংলাদেশিক ৰাস্তা দেখাই দিব আৰু বাংলাদেশত থকা ৰাভা,কোচ,হাজং সকলক অসমত স্থান দিব
The reporter is requested to study the old history of greater North East Region of India. The name of Assam and Assamese is popular and known in greater sense after coming of British . If we study 40 percentage of geographical area of present Bangladesh was of North east region i.e. of old Assam . We should remember our 1st District Magistrate Anunda Ram Barua I.C.S. served at Nowakhali. Then our province's name was North East Frontier and capital was at Dacca. The present geographical Assam is not covered all the original peoples of this land .
Absolutely right
Only 1906 to 1911 conspiracy for Isexlimis 😢😢😢😢
Oxomiya kintu oxomiya nejane 😊😊😊😊😊
Tohote akhomiya jano neki bangladeshi geda
অসমত প্ৰতিজনে অসমীয়া জানে নেকি?তাত যিটো ঘৰুৱা ভাষা চলে সেইটো ভাষায়েই কব।এইসকল খিলঞ্জীয়া জনগোষ্ঠী।অসমৰ ইতিহাস পঢ়ি চালেই গম পাবা।
O my god abegig hoi golu 🥹🥲🥲
They are our own we can't deny them
জয় আাই অসম
Can Government bring back them to India.
M from Goalpara dudhnoi....
MARAM ❤❤❤❤❤
আমাৰ অসমত বাংলা দেশি নাই নেকি? সকলো দেশতে সকলো মানুহ থাকে । আমাৰ অসমতে বহু অবস্থা নাইকীয়া দৰিদ্ৰ লোক আছে সেই সকলক প্ৰচাৰ কৰক
News টো চাই বেয়া লাগিল ।।।
Goalpara and kamrup and udalguri all district rabha manu,Dudhnoi huise Goalpara district?rabha hasong a olp nojor dibo lage
Assme come back
Welcom . Sabei ahile Val.
Miwa xubak pothai dib paribi Bangladesh t
এওলোক অসমীয়া কেনেকৈ হল ? বাংলাদেশী হয়
👍👍👍+🔔✔️❤🙏
Moi bangali Assomia.. Ahile Moi ek poriyal k Thai dim
Ahibo dib Lage
বিনিময় প্ৰথাৰে Assamar মানুহ borak Govt. Of Indiai Assamat আনিব লাগে.
NRC Proyojon hoy ne nohoy...?
Moi bahukeita videot saisu teuloke Assamar ahiba bisara buli kua nai
Akhomot thoka bangladekhi sokolok akhomor pora pothai d anat kono asubidha nai, Laurin, gourab, himonto ,akhil buli kono kotha nai
তেওঁলোকক ভাৰতলৈ লৈ আনিব লাগে
আহিলে আমাৰ আপতি নাই
কিহৰ আপত্তি থাকিব তেওলোকৰ হিন্দু যে
@@JahirulIslam-ej8jdthey are tribal of northeast but your ancestors also muslim brothers assam is only tribal land.
অসম চৰকাৰে তেঁওলোকৰ কাৰনে অলপ আৰ্থিক সাহায্য দিলে ভাল আছিল ।বাংলাদেশী বহিষ্কাৰ কৰিলে অসমীয়া মানুহকো বহিষ্কাৰ কৰিব ।
Rangpur Tu a assamese village neki
Good
Welcome bai
Bangladeshi Bangladeshi a....agote Kochbihar khon a axom ot xumai lowk soon... axomiya tu kobo najane bangla he koi
Joy sri ram
Boro,rabha,koch people who went in search of work stayed there permanently could not return becoz of country separation
Hi🙏🙏🙏
আমি সকলোৱে মতামত হে আগবঢ়াব পাৰোঁ তাৰ ওপৰি এককে কৰিব নোৱাৰো চৰকাৰে ইচ্ছা কৰিলে আনিব পাৰে
সচা ককাই ধন্যবাদ ।
Moi bhabu kunu asomiyai ei sokol Asomo loi ahile accept kori lobo..
ইষ্টইণ্ডীয়া কোম্পানিৰ কাৰনে হল😢
Good Ansar
dekh bibhajonor somoyot asomot kunu sampro dayek songho huwi nasil..
অসমীয়াত। অতাকথা। ঘৰৰ। লৰা। ঘৰ। লৈ। আহিবই। লগে
New Nachoni Gompaicy
Miya ba bangoli Bangladesh or pora ohat koi tau luk ahile vl lagil hl
Mia ba Bongali? Mia Bongali nohoi neki dangoria?
Pare ahibo kiyo nuaribo
United India hole kotha bilak slove hob .
এই কাৰণেই প্ৰকৃত অসমীয়াই caa আইন সমৰ্থন কৰে,,
কেৱল ========,"কাটাতাৰৰ তলেৰে +পাটকাইৰ ওপৰেদিয়ে অহা বিলাকে নকৰে 😅😅😅
Amar,iyat,LoI,anibo,lage
Jonojati log hokol hoja hohoj horol ahibo najanilehh......!! Kintu Bangladesh geda bilak hai Ahil
This question -Answer can be replied by Akhil Gogoi,Lurinjyoti Gogoi, Bhuyan MP etc. only.
তেওলোক দেখি বহুত দুখ লাগিল। মোৰ মতে তেওলোকক অসমলৈ আনিব লাগে।
Kino , kar dorot !. Sahos na rakhile yeh duniya kahi jine nhi deta
Thanks .
কিমান বঙালী হিন্দু বঙালী মুছলমান অসমলৈ প্ৰব্ৰজন কৰি অসমত দপদপাই আছে, তেনে ক্ষেত্ৰত আমাৰ অসমৰ পুৰণি জাতি জনগোষ্ঠীৰ কোচ , কছাৰী , বড়ো, ৰাভা, হাচং আদি মানুহ বাংলাদেশত আছে । অতি সোনকালে তেওঁলোকক অসমলৈ ঘূৰাই অনাটো বিচাৰো । নালাগে আমাৰ মানুহ তাত থাকিব ।
নালাগে বিদেশী ক আমিয়ো ছাইনা মানুহ তাত ইষ্টাৰ্ণ দিবনে।
অসমৰ মানোহ বিলাক ছাইনাৰ বোলি কোনে ক'লে আপোনাক । ভালকৈ জানি কমেন দিলে ভাল ।
বাকী জনগোষ্ঠীতকৈ আমাৰ পূৰ্বপুৰুষ অসমলৈ আগতে অহা (চীন দেশৰ পৰা) আমিও চীন দেশৰ
নাগৰিকত্ব পাম নে
@@sineswarmoran4006 আপোনি কোনখন কিতাপ বা ক'ত শুনিছিল অসমৰ মানোহ চাইনাৰ পৰা অহা বুলি । অসমৰ কোনোবা এখন গাঁৱত চাইনাৰ পৰা অহা কেইঘৰ মান মানুহ আছে । কিন্তু আহোম সকল চাইনিজ নহয় ।
Sabo nuwari dukh lage sarkare uparat
Caa আছে নহয় কায় সহায় কৰিব
Let them stay there itsef, why are you unnecessary telecasting in the news channel.
Yes, because we have CAA now.
C. A. A ৰ লগত এই বিলাক কথাৰ যোগসুত্ৰ নাই, মোংগোলয়দ নৃগোষ্ঠীয় লোক সকল যিহেতু উওৰ পূবৰ মুল বাসিন্দা সেয়েহে তেওঁ লোকক আশ্রয় দিব পৰা যায় | বাকী ইছলামিক ৰাষ্ট্ৰ হিচাবে ইছলাম ধৰ্মাৱলম্বী সকলো লোক বাংলাদেশত নিৰাপদ, তেওঁ লোকে আহিব বিচৰাৰ যুক্তি নাই |
Aibilakor karone2 CAA lage.
Ahibo dibo lage axomoloi
Bohut dukh lagil.
Moi hohai korim ... Jatei Bangladesh oat a ... Assamese hoi bhalkei jiyai thkbo parei. .. Minister , MLA hoi Bangladesh oat
🙏🙏🙏
I fully support CAA
চৰকাৰে মাটি নিদিলেও আমি দিম ।
Ditiya bisyajudhor pasot bangladehot syhlet jilate Karbi janagusthi thakigol. Tate Karbi hokole ki owasthat aase sir apuni tategoi a alopman reporting videos bonabo Niki sir.
Teuloke dekhun Assamat ahiba bisara nai
Mor hisape akhomr thulowa manuhok hurai anibo lage
Anibo lage bahiror manuh thakibo lagise beya lagise. amar manuh
Ami koysu ahily Amar aopity nai
Anibo lage assam
Anibo Lage
5 khan assomor jila kangladeshod asse.hindu bilakor oporod athyachar kari thake.geadha bilak.😢😢
aahile khedib lagib jodi Hindu Bengali k Jaga nidiye aru Chakma,Hajong ko nidiye .Rava koch boro ko diya nohob .dile soboke diyok .wellcome
Onlly bangalik khedim
Ahi jab Lage assamot mati dhei ase
CAA আইনৰ অধীনত আবেদন কৰিলে হয়তো তেওঁলোকে অসমলৈ আহিব পাৰিব ❤❤❤❤❤❤❤
Kiya haba asamiya goan.Jiye noholeo teolog Bangla desi.Bidesi Bedesiye.