Back pain is found to be very common. I've been suffering from bank pain since last 40yrs at irregular intervals. Following advices of my Orthopedic surgeon and doing excercise taught by the physio therapist. The way you have explained is very understanding. Thank you.
Thank you mam ❤️ বহুত দিনৰ পৰা ককালৰ বিষত হৈ আছে । আজি আপোনাৰ video to পাই বহুত ভাল লাগিছে ।❤ মই বহুত দেৰিকৈ ঠিও হৈ আৰু বহি থাকিব নোৱাৰো ককালৰ বিষ হয় ।❤ আপুনি আৰু এই বিষয়ে video দিয়ে যেন ।❤ ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
আপোনাক বহুত ভাল লাগে কাৰণ অসমৰ অসুষকীয়া মানুহৰ বাবে সকলো পৰামৰ্শ বা আসন সমূহ দেখুৱাই দিয়ে
মোৰ বহুত ককালৰ বিষ হৈ আছে বহুত উপকৃত হলো ধন্যবাদ মেম 🙏
Bohut bhal lagil video tu Sai. Akha rakhisu anedore aru poramorkho diya Jen.
বহুত বহুত ধন্যবাদ থাকিল বাইদেউ।
ককালৰ বিষৰ বাবে বহুত অসুবিধা হৈ আছে আপোনাৰ ভিদিঅ বহুত উপকৃত কৰিছে
আপোনাক বহুত ধন্যবাদ
আপোনাক বহুত বহুত ধন্যবাদ ৷ আপোনাৰ পৰাই বহু কথা জানিব পাৰিছো৷
Baal🙄
বহুত ভাল লাগিল বা
Bohut val lagila
Thank you Baideu ❤
সুন্দৰ বিষয়।
Hojai pora . Bhohut bhal lagil
Thanks p.sarhma mem.bahut najona bishaye janilo.krityagyata thakil. Mem.
Jani Bahut val Lagil Dhanybad Baidew
ইয়াতকে বুজাব আৰু কোনে পাৰিব। ভাল শিক্ষক। student য়ে খুব ভাল পাব। ধন্যবাদ। মোৰ নিজৰেই এই বিষত ভোগা লোক।
Val lagil kothabur jani.
বাইদেউ আজি কালি ককালৰ বিষ মানুহৰ বহুতো বেছি আপুনি যে ভাল পৰামৰ্শ দিছে বহু ত ধন্যবাদ
Thanks mam aru Ane vidio dibo
Good Information madam
Very good video. Thank you so much. 😅
Bohut Bhal lagil 👌👌👌
বহুত বহুত ধন্য বাদ বাইদেউ🙏❤️
Nice baidew bhut dhunia katha koise
সুন্দৰ পৰামৰ্শ❤
Thank you so much for this informative video 👍🙏🙏❤️
Thenk you very much for your vedeocone on curing back pain. I am olso suffering lik this pain.
V.v.useful vdo thankyou ❤❤
Val lagil mam
Thank you mam , মোৰ ককালৰ বিষক হয় আছে
hoi hoi mam thiyo hoi thakile aru hui thakuteu bhut bhik hoi ,,,,Tq januwa karane❤
Helpful...advice
Back pain is found to be very common. I've been suffering from bank pain since last 40yrs at irregular intervals.
Following advices of my Orthopedic surgeon and doing excercise taught by the physio therapist.
The way you have explained is very understanding.
Thank you.
বাইদেও বহুত ধন্যবাদ এই ভিডিওটোৰ বাবে। আপোনাৰ কথাখিনি মোৰ সৈতে একেবাৰে মিলি গৈছে। এইবাৰ মই এই কাম কৰিবলৈ মন বান্ধি লৈছোঁ আৰু ১৯ তাৰিখৰ পৰা প্ৰথম সপ্তাহৰ গৰম পানী সেক লোৱা আৰম্ভ কৰিছোঁ। ❤❤
আপোনাক কথা এটা সুধু বেয়া নাপাব মৃদুলা কলিতা বাইদেউ,, আপুনি আৰাম পালে নে এতিয়া লৈকে,,ময়ো বহুত বেছি ককাল বিষৰ সমস্যাত ভুগি আছো,, বেছি সময় বহিব নোৱাৰোঁ,,থিয় হৈ থাকিব নোৱাৰোঁ,, তাতকৈ ডাঙৰ কথা ৰাতি শুবও নোৱাৰোঁ বিষৰ কাৰণে....মই আজি হে দেখিছোঁ এইটো ভিডিও,, ভাল লাগিল,, উপকৃত হ'ম বুলি মনে কৈছে,, নিয়ম কেইটা যেনেকৈ কৈছে কেনেকৈ মানি চলিম,,
Mur sietica hoise..
Physiotherapy loi asu..
Apunar video sai excercise korisu❤
বহুত ভাল লাগিল ধন্যবাদ
Bohut val lagil
" Aapanak bohut dhoyowad❤❤..! "
🙏 baidew moiu bhut kokalr bixt bhugi asu bht tritment korisu vl puanai. Apunr poramorxo pale bht vl pam
Very very good information for me.Thanks madam.
Thanks ma'am good solution.
বহুত ধন্যবাদ থাকিল বাদেউ
হৈ হৈ থিয় হৈ থাকিলে বিষ হৈ,,,thanks mam জনোৱা বাবে 🙏🙏🙏🙏
Very good advice madam
Good advice ❤
Thank you for your valuable advice
Bohut vl Poramorkh❤
Bohut bohut dhanyawad
আপোনাৰ পৰামৰ্শ পাই সুখী হৈছো ।
বহুত ধন্যবাদ জনালোঁ আপোনাক 🙏
Thank you mam ❤️ বহুত দিনৰ পৰা ককালৰ বিষত হৈ আছে । আজি আপোনাৰ video to পাই বহুত ভাল লাগিছে ।❤ মই বহুত দেৰিকৈ ঠিও হৈ আৰু বহি থাকিব নোৱাৰো ককালৰ বিষ হয় ।❤ আপুনি আৰু এই বিষয়ে video দিয়ে যেন ।❤ ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Thanks for your information Ma'am❤🎉
Thanks you Bhadao for suggetion
Very good ma:am thnkyou
Very informative video 🙏
বহুত বহুত ধন্যবাদ বাইদেউ আপোনাৰ পৰামৰ্শ মানি চলিবলে চেষ্টা কৰিম
Yess val lagesa
বহুত ভাল কথা বাইদেউ
❤❤ Good video
আপোনাক বহুত ধন্যবাদ 🙏
Thank val lagil sister
thank you ma'am ❤❤❤
দীপাৱলী অলেখ শুভেচ্ছা জনালোঁ বাইদেউ ❤❤❤❤❤
Thanku....ba..thanku.
সুন্দৰ উপদেশ বাইদেউ
Bahut Val lagise
❤ thankyou mam
Thanku mam
সুন্দৰ পৰামৰ্শ।
Yes❤❤❤❤❤❤❤❤
Thankyou foryouradvice
Bohut -Bohut Dhoinobad
Thank you so much ma'am 🙏❤❤
Thank you so mach😊
আপোনাৰ পৰা বহুত উপকীত হৈছো ধন্যবাদ বাইদেউ
ধন্যবাদ মেম আপোনাৰ পৰামৰ্শৰ বাবে
I am your new subscriber ❤❤❤
Val lagil
আপোনাৰ পৰামৰ্শ ৰ বাবে বহু ধন্যবাদ
Thank you 🥰 bhàl lagil 🥰
সুন্দৰ পৰামুষ
আপোনাৰ পৰা খুব ধুনীয়া কথা শুনি ভাল পাইছিল ধন্যবাদ বাইদেউ
আপোনাৰ ভিডিঅ' তু চাই বহুত ভাল লাগিছে। ধন্যবাদ বাইদেউ
I will do from tomorrow ❤❤
মই এমাহ মানৰ আগতে এদিন পৰিছিলো । এতিয়া হথাৎ আজি দুদিনৰ পৰা ককালৰ তলত এটা চাইদে বিয হৈ আছিল । আপোনাৰ ভি ডিওটো পাই লগে লগে বৃয়ামটো কৰিবলৈ আৰম্ভ কৰিলে । এতিয়া ভাল লাগিছে বহুত বহুত ধন্যবাদ।❤🎉❤🎉❤
Very lmportent. advice madam
Ajir bikhor vdo tu muur babei .moi lumber spondalizor or patient Thanks mam❤
Nice baidew🎉🎉🎉🎉
Very good ❤
ধন্যবাদ বাইদেউ।
Oo hoi bhut besh
Please make a video of dish gaps reduce as I suffering from last 10 years
Good video mam❤❤
Very good suggestion ma'am
Dhanyawad sister.
Helpful advice. Thanks.
সুন্দৰ
Good advice
ধন্যবাদ জনালো 🙏❤️
Apunak bohut dhonyobad jonaisu
আপোনাৰ মতে কৰিছোঁ।চতুৰ্থ সপ্তাহ পাইছোহি।চুড়ান্ত পৰ্য্যায়ত বিষ।ডাক্তৰে কোনোৱে অপাৰেচনৰ উপদেশ দিছে কিন্তু কৰিবলৈ চিন্তা কৰিছোঁ।আপোনাক অশেষ ধন্যবাদ।
জয় শ্ৰী লক্ষ্মী দেৱী আৰু জয় শ্ৰী ধন তেৰেশ