এই ৫ টা অভ্যাস ৰাতি শোৱাৰ আগত কৰক || শৰীৰৰ পৰিৱৰ্তন দেখি আচৰিত হব || Ponkhi Sharma

Поделиться
HTML-код
  • Опубликовано: 25 дек 2024

Комментарии • 806

  • @momirajkhowa3884
    @momirajkhowa3884 Год назад +16

    বহুত বহুত ধন্যবাদ,, আপোনাৰ বহুমূলীয়া মন্তব্যয়ে বহু উপকৃত হৈছো

  • @sumitrabasumatary9715
    @sumitrabasumatary9715 Год назад +1

    Bohut val lagil ma'am.Thankyou so much ❤️👌

  • @NANa-i9g
    @NANa-i9g 10 месяцев назад +6

    Iman madhur, bahut Val lagil Baidu.Dhanybad

  • @KolponaHajorika-iq3is
    @KolponaHajorika-iq3is Год назад +7

    বহুত ধন্যবাদ। আপুনি বৰ সুন্দৰ কাম কৰিছে।

  • @AnantaSonowal-w6x
    @AnantaSonowal-w6x Год назад +2

    ভাল লাগিল আগুৱাই যাওঁক ধন্যবাদ জনাইছো বাইদেউ 🙏

  • @sadhanakalita9609
    @sadhanakalita9609 Год назад +3

    বাইদেউ আপোনাৰ সু স্বাস্থ্যৰ কামনা কৰিছো বহুত ধন্যবাদ জনাইছো

  • @dipamonisaikia768
    @dipamonisaikia768 Месяц назад +1

    ভিডিঅ' টু চাই বহুত ভাল লাগিল বহুত কথা শিকিব পাৰিছো আপোনালৈ অশেষ ধন্যবাদ

  • @nilakhidas8212
    @nilakhidas8212 Год назад +2

    বহুত ধুনীয়া কথা কলে আপুনি বিশেষকৈ মূলাধাৰ চক্ৰৰ কথাখিনি ❤❤❤
    মূলাধাৰ চক্ৰ আমাৰ দেহৰ প্ৰথম চক্ৰ যি আমাৰ আত্ম বিশ্বাস, দেহৰ ওজন, ভয় ভাৱ, আগ্ৰহ, শৰীৰৰ দুৰ্বলতা আদিৰ লগত জঢ়িত হৈ থাকে......!!!

    • @jyotihazarika3832
      @jyotihazarika3832 6 месяцев назад

      সুন্দৰ পৰামৰ্শ।

  • @dipanjalidas6176
    @dipanjalidas6176 Год назад +2

    বহুত বহুত ধন্যবাদ বাইদেউ। আপোনাৰ পৰামৰ্শ বোৰ শুনি খুব ভাল লাগিছে

  • @NaliniKalita-p9r
    @NaliniKalita-p9r Год назад

    আপোনাৰ উপদেশখিনি পাই বহুত ভাল লাগিল

  • @binakumarigogoiborah8407
    @binakumarigogoiborah8407 10 месяцев назад +11

    এই সুন্দৰ পৰামৰ্শ বিশেষকৈ চহা জীৱনৰ বাবে অতি গুৰুত্বপূৰ্ণ ❤❤❤ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ 😊

  • @rinasaikia6436
    @rinasaikia6436 10 месяцев назад +2

    বহুত বেছি ভাল লাগে আপোনাৰ পৰামৰ্শ বোৰ পাই থাকিলে, ধন্যবাদ।

  • @ritumoniborchetia8986
    @ritumoniborchetia8986 Месяц назад

    স্বাস্হ্য সম্পৰ্কীয় ইমান বোৰ কথা জানিলো বহুত বহুত ধন্যবাদ 🙏🙏🙏

  • @sabitrisvlog721
    @sabitrisvlog721 Год назад +1

    বহুত ভাল লাগিছে ভিডিঅ'টি চাই বাইদেউ ❤

  • @bulbulisarmah1530
    @bulbulisarmah1530 9 месяцев назад

    ❤❤❤ বহুত ভাল লাগিল ❤❤❤

  • @hemalatachetia3765
    @hemalatachetia3765 10 месяцев назад +12

    কথাবোৰ বহুত ভাল লাগিল ,,,ইমান সুন্দৰ পৰামৰ্শ ,,ৰোগ প্ৰতিৰোধ কৰাৰ উপায় দিয়া বাবে অশেষ ধন্যবাদ থাকিল।

  • @champaborah3122
    @champaborah3122 Год назад +7

    বহুত ধন্যবাদ আপোনাৰ পৰামৰ্শ ই বহুত উপকৃত কৰিছে ।🙏🙏

  • @kabitasharma9698
    @kabitasharma9698 6 месяцев назад +2

    বহুত ভাল লাগিল ।নজনাকৈ থকা বহু কথা জানিব পাৰিলোঁ ।অশেষ ধন্যবাদ ।আপুনি সমস্যাত পৰা মানুহৰ সহায়কাৰী ।আপুনি কোৱা ধৰণে একবছৰ কৰি পুনৰ জনাম বুলি ভাবিছোঁ ।

  • @gitanjalibhuyanlakhimpur7496
    @gitanjalibhuyanlakhimpur7496 9 месяцев назад +1

    সুন্দৰ 👌

  • @nalchandrapatir72
    @nalchandrapatir72 4 месяца назад +6

    Thanks ma'am

  • @dipjyotigogoi6991
    @dipjyotigogoi6991 Год назад +2

    ভিডিঅ'টো চাই বহু কথা জানিবলৈ পালো আপোনালৈ অশেষ ধন্যবাদ জনাইছোঁ ।

  • @bontidevi9888
    @bontidevi9888 3 месяца назад

    বহুত সুন্দৰ❤❤❤

  • @rantugogoi9941
    @rantugogoi9941 7 месяцев назад

    সুন্দৰ হৈছে ❤❤❤

  • @renuphukanbaruah463
    @renuphukanbaruah463 Год назад +2

    সুন্দৰ দৰকাৰী কথা জানিব পাৰি ভাল লাগিল। ধন্যবাদ

  • @navakumarbaruah2360
    @navakumarbaruah2360 Год назад

    ভাল লাগিল আপোনাৰ পৰামশ' খিনি

  • @runudas6458
    @runudas6458 9 месяцев назад +1

    সুন্দৰ উপহাৰ আগবঢ়াইছে

  • @GunamaniGogoi
    @GunamaniGogoi 17 часов назад

    Bohut bhal lagil,ma'am apunar video tu sai,dhanyawad

  • @gouridaimary4940
    @gouridaimary4940 Год назад +3

    🙏❤️❤️❤️❤️❤️❤️ bohut nojona kotha janilo mam, axekh dhonyobad

  • @trishnaranigogoi236
    @trishnaranigogoi236 7 месяцев назад

    বহুত ভাল পৰামৰ্শ, ধন্যবাদ 🙏

  • @kakuprotiva9091
    @kakuprotiva9091 Год назад +2

    সুন্দৰ পৰামৰ্শ। বহুত বহুত ধন্যবাদ।

  • @ThaneswarHazarika-g8o
    @ThaneswarHazarika-g8o 3 месяца назад

    সুন্দৰ পৰামৰ্শ, ধন্যবাদ।

  • @babitaborthakur7125
    @babitaborthakur7125 3 месяца назад

    অতি গুৰুত্বপূৰ্ণ বিষয়❤❤❤

  • @sriatulchandrasharma1210
    @sriatulchandrasharma1210 Год назад +1

    ❤❤বহুত বহুত ভাল লাগিল, তোমাৰ প্ৰতিটো ভিডিও বহুত ভাল পাইছো।

  • @minasaikia9189
    @minasaikia9189 Год назад +1

    বহুত ভাল লাগিল। ভিডিঅ' টোৰ পৰা বহুত উপকৃত হ'লো।

  • @ajantaphukan3964
    @ajantaphukan3964 6 месяцев назад +1

    অতি সুন্দৰ এনে ধৰণৰ ভিডিও বাবে আশা কৰিলো |

  • @AnimaDasAnimaDas-t6h
    @AnimaDasAnimaDas-t6h Месяц назад

    ভাল লাগিল সুন্দৰ পৰামৰ্শ প্ৰদান কৰিলে।

  • @chinmoysaikia8341
    @chinmoysaikia8341 3 месяца назад

    আপোনাৰ পৰা বহুত কথাই জানিছো,ভাল লাগিল

  • @KusumprovaBuragohain-rt1qg
    @KusumprovaBuragohain-rt1qg Год назад +35

    বহুত ভাল লাগিল । আন্তৰিক অভিনন্দন জনাইছোঁ । ধন্যবাদ থাকিল ।

  • @binuboruah7400
    @binuboruah7400 Год назад +3

    বহুত ভাল লাগে আপোনাৰ কথা শুনি আমাক বহুত সহায় হয়

  • @Raimaliboro-e6k
    @Raimaliboro-e6k 11 месяцев назад

    Bohut val lagil mm❤

  • @binudeka5686
    @binudeka5686 Год назад +2

    বহু খিনি উপকৃত হৈছোঁ। ধন্যবাদ।

  • @minatitalukdar4568
    @minatitalukdar4568 3 месяца назад

    সুন্দৰ পৰামৰ্শৰ বাবে ধন্যবাদ জনালোঁ।

  • @MalaDevi-g1f
    @MalaDevi-g1f 3 месяца назад

    অতি সুন্দৰ মন্তব্য আগবঢ়ালে বহুত বহুত ভাল লাগিল 🙏

  • @কুঞ্জলতামজুমদাৰ

    ভাল লাগিল বাইদেউ।মাজে মাজে এইবোৰ দি থকিব।

  • @rinaarandhara5164
    @rinaarandhara5164 Год назад +10

    বহুত ভাল লাগে আপোনাৰ সকলো videos আৰু বহুত নজনা কথা শিকি আছো ।Thank you Madam ❤

  • @manishapatar1331
    @manishapatar1331 3 месяца назад

    ধন্যবাদ বাইদেউ ,আপোনাৰ পৰামৰ্শ বোৰ মানি চলিম ।❤❤❤❤❤❤❤❤❤❤❤🎉🎉🎉

  • @anjanagogoi6105
    @anjanagogoi6105 9 месяцев назад

    বহুত ভাল লাগিল , সহজ সৰল কৈ দহৰ কল্যাণ ৰ হকে সুন্দৰ পৰামৰ্শ বোৰে আগবঢ়াই দিয়াৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ ।লগতে তোমাকো ঈশ্বৰে কুশলে ৰাখক ,তাৰেই কামনা কৰিলোঁ ।❤️❤️🙏

  • @bimaladevi9513
    @bimaladevi9513 Год назад +1

    ❤❤❤সুন্দৰ আলোচনা
    বাইদেউ ।ধন্যবাদ জনালোঁ।

  • @jayasaikia8092
    @jayasaikia8092 2 месяца назад +1

    আপোনাৰ video সমূহ চাই ম‌ই যথেষ্ট উপক্ৰম হৈছো। ধন্যবাদ

  • @niruphukon4889
    @niruphukon4889 4 месяца назад

    ইমান সুন্দৰকৈ কথাখিনি কৈছে। বহুত ভাল লাগিল।

  • @lutfahassan8146
    @lutfahassan8146 7 месяцев назад

    ভাল লাগিল সুন্দৰ vdo

  • @alakadeka7483
    @alakadeka7483 8 месяцев назад

    বহুত ভাল লাগিল ধন্যবাদ থাকিল

  • @purnimagogoimaina1078
    @purnimagogoimaina1078 Год назад +1

    বহু বহু ধন্যবাদ জনালোঁ বাইদেউ🤗🙏 ভালে থাকক আপুনি।

  • @dipalidutta6729
    @dipalidutta6729 Год назад +4

    বহুত ধন্যবাদ জনাইছোঁ আপোনাক।ইমান সুন্দৰ কথা ক'লে মই আজিৰ পৰাই আৰম্ভ কৰি দিলোঁ।🙏

  • @g.k.centre6175
    @g.k.centre6175 Год назад +27

    নিশ্চয় ভাল পাইছোঁ। অসমীয়া মানুহ খিনিৰ ভালৰ বাবে আপুনি যি অৱদান যোগাই আছে তাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ।

  • @bhanubrahma649
    @bhanubrahma649 Год назад

    " Bohut bhal.. Dhonyowad ❤❤ ! "

  • @bhanudeka5386
    @bhanudeka5386 3 месяца назад

    বহুত ‌সুখী হলো আপোনাৰ বক্তব্যত। আন্তৰিক অভিনন্দন জনালোঁ।❤

  • @himanibanikya8168
    @himanibanikya8168 5 месяцев назад

    বহুত ভাল লাগিল ❤❤❤❤❤❤❤❤❤❤❤❤

  • @harakantatamuli1053
    @harakantatamuli1053 Год назад

    Very important and valuable vedio .Thanks a lot .

  • @ritarita1000
    @ritarita1000 4 месяца назад

    বহুত বুজি পালো। বহুত ভাল লাগিল আপোনাক বহুত ধন্যবাদ

  • @sewtidevi
    @sewtidevi 3 месяца назад

    ধন্যবাদ বাইদেউ। আপোনাৰ ভিডিঅ'বৰ মনোমোহা। শুনি লে শুনি থাকিব ৰ মন যায়।

  • @BhupenBora-i3k
    @BhupenBora-i3k 6 месяцев назад

    সন্দৰ❤❤❤

  • @karunaborah7212
    @karunaborah7212 5 месяцев назад

    মুলৱান ভিডিঅ'। অশেষ ধন্যবাদ জনাইছো।

  • @JuthikaDas-lh9gi
    @JuthikaDas-lh9gi 3 месяца назад

    কথাখিনি জানি ভাল লাগিল। ধন্যবাদ

  • @axommaker4946
    @axommaker4946 Год назад +5

    আপোনাৰ পৰামৰ্শ অতি জৰুৰী হৈ পৰিছে সঁচাকৈয়ে ভাল লাগিল।

  • @mantutalukdar4602
    @mantutalukdar4602 2 месяца назад

    বহুত ভাল লাগিছে।

  • @dipikadutta2219
    @dipikadutta2219 7 месяцев назад

    বহুত ভাল লাগিল ।

  • @khiradadutta2047
    @khiradadutta2047 9 месяцев назад

    বহুত ভাল লাগিল❤

  • @rupasaikia5777
    @rupasaikia5777 Год назад +2

    বহুত ভাল লাগিল নতুন কথা শিকিলোঁ লগতে অভ্যাস কৰিম আজিৰ পৰা

  • @BhanuSarmah-vj6il
    @BhanuSarmah-vj6il Год назад +2

    Bor bhal lagil. Ati prayojaniya tathya palo. Topani nohar babe ji chinta si bhalotkoi beya besi korise.Dhanyavad janaisu. Apuni iman gharuwabhabe oti aantorikotare kowa katha khini abhyas koriboloi nichai chesta korim. Shubha Ratri.

  • @papariborah2856
    @papariborah2856 5 месяцев назад

    Dhanyawad Baideu
    Bohut bhal lage Apunar advice bur.

  • @arabindadeka3184
    @arabindadeka3184 Год назад

    ভাল পাইছো,অভ্যাস
    কৰিম ।ধন্যবাদ থাকিল।

  • @JunmoniDutta-ys8cv
    @JunmoniDutta-ys8cv 5 месяцев назад

    বাইদেউ আপোনাৰ পৰামৰ্শই উপকৃত হৈছো ।আপোনাক ধন্যবাদ জনাইছো

  • @Rita-t3m
    @Rita-t3m 8 месяцев назад

    Bahut. Val lagli. Most. Important. advice. mam

  • @SwapnaDutta-js8ti
    @SwapnaDutta-js8ti 2 месяца назад

    Bohut val lagil, maam.bohut opkrito hoisu

  • @bistiramboro5934
    @bistiramboro5934 Год назад

    Video চাাই বহুদ ভাল লাগিল

  • @sngitagoswamithakur3667
    @sngitagoswamithakur3667 Год назад

    Bohut bohut bhal lagil kothakhini apunar.Dhanyabad .

  • @dhunuassamesekid2121
    @dhunuassamesekid2121 4 месяца назад

    Bohut bhal lagil 👍👍🙏

  • @ritaborah3044
    @ritaborah3044 4 месяца назад

    বহু ত ভাল লাগিল ❤

  • @gegongboro
    @gegongboro 2 месяца назад

    ভাল লাগিল মেডাম
    Thank you.

  • @gargigitamnath5794
    @gargigitamnath5794 Год назад

    Bohut bohut val lagile ❤❤❤❤❤

  • @lakhi1269
    @lakhi1269 3 месяца назад

    বহুত ভাল লাগিল মেম,, 🙏

  • @pradipasarmah9321
    @pradipasarmah9321 Год назад +2

    বহুত ধন্যবাদ বাইদেউ, আপোনাৰ পৰামৰ্শবোৰ মানি চলিবলৈ চেষ্টা কৰিম

  • @RanuGogoi-fe3ed
    @RanuGogoi-fe3ed 11 дней назад

    ভাল লাগিল ।আৰু আশা কৰিছো।

  • @sewtidevi
    @sewtidevi 3 месяца назад

    সু পৰামৰ্শ দিছে আপোনাৰ স্বাস্থ্যৰ কামনা কৰিছো। সদায় আপোনাৰ ভিডিঅ' চাও। বহুত ভাল পাও আপোনাৰ ভিডিঅ'চায়। ধন্যবাদ বাইদেউ।

  • @pratapchandrakalita77
    @pratapchandrakalita77 Год назад +2

    very very good advice

  • @arunabailung3805
    @arunabailung3805 Год назад

    ভাল লাগিল কথাবোৰ

  • @kamaladas4788
    @kamaladas4788 Год назад

    Bohut val lagil

  • @vestigehealthiswellth5246
    @vestigehealthiswellth5246 Год назад +1

    Thank you so much ,nice video
    Bhout val lagil bhout
    knowledge palu health bikhiye..

  • @anupomadevi786
    @anupomadevi786 3 месяца назад

    বহুত ভাল লাগিল। আপুনি কোৱা কিছুমান exercise অজানিতে কেতিয়াবা কৰোঁ। ভাল লাগে। ভাল লগাৰ কাৰণটো এতিয়াহে বুজি পালোঁ।

  • @pakghorthefoodhub7059
    @pakghorthefoodhub7059 9 месяцев назад +1

    Bohut bohut dhanyabad jonalu Ma'am ❤❤❤🙏🙏🙏👍

  • @nazneenbagum2120
    @nazneenbagum2120 Год назад

    Khub dorkari video 👍👍👍...thank you so much

  • @nababeharidas4822
    @nababeharidas4822 Год назад

    বহুত ভাল লাগিল...যত্ন কৰিম....

  • @swarnalatadevi5447
    @swarnalatadevi5447 Год назад

    Mam ,apunar video samuhe muk soday anupranit kore .
    Thank you mam❤❤🎉

  • @RumiMahanta-wq6cw
    @RumiMahanta-wq6cw 13 дней назад

    Bhal lagil ❤

  • @lilikhataniar7292
    @lilikhataniar7292 Год назад

    বহুত ভাল লাগিল

  • @bipulkalita6116
    @bipulkalita6116 8 месяцев назад

    ভাল লাগিল ❤❤

  • @bikramkumardey9062
    @bikramkumardey9062 Год назад

    বহুত খিনি ভাল কথা জনিলো, ধন্যবাদ

  • @mrigendas4230
    @mrigendas4230 8 месяцев назад

    বহুত সুন্দৰ।

  • @lilygogoi706
    @lilygogoi706 10 месяцев назад +1

    Bahut bhal lagil