Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
১২:২৫ হল । ১০ টা বজাতে শোৱা 😪 টোপনি নাই । ৫টাত উঠি পঢ়িম বুলি ভাবিছিলো নহব আৰু । ধন্যবাদ বহুত আপোনাক । কাইলৈৰ পৰা কৰিব চাম ।
Ponkhi Dangoriani...apunak bahu bahu dhanyabaad..bahut vaal kotha janilu..Isware apunak mongal korok
আপোনাক বহুত ধন্য়বাদ আৰু কৃতজ্ঞতা জনালো। মই দীৰ্ঘদিনৰ পৰা টোপনিৰ সমস্য়াত ভোগি আছিলো।
ধন্যবাদ বাইদেউ। আপোনাৰ উপদেশ বোৰ মই গ্ৰহণ কৰিছোঁ।
ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক। কথাখিনি বৰ ভাল লাগিল।
Many many thanx mam. Apunar video bilak sai bohut kotha hikibo parisu.
Apunar ei video r babe bohut upokito holu .. Dhoinobat Baido
Thanks Dr ponkhi very good advice Kiwi fruits Super Market val fol mulor Dukan & Big Bazar u pua jai
Baedew aponar bhal upodehor karone bohut dhanyabad
Thanks Mem apuni val solution diyar babe.
বাইদেউ আপোনালৈ ধণ্যবাদ। বাইদেউ মোৰ অত্যাধিক টোপনি আহিয়ে থাকে তাৰ ওপৰত আগ বঢ়ালে ভাল পাম।!
বাইদেউ মোৰ দুটামান সমস্যা আছে কিবা কিবি ঔষধ খালো কিন্তু ভাল পোৱা নাই মাজে মাজে আপোনাৰ মই ভিডিও চাও,মোৰ বহুত ভাল লাগে। মোৰ বেমাৰ টো হল দুয়ো খন হাতৰ মাজৰ আঙুলী দুটা বিষায় ভাজ কৰি আনিব নোৱাৰাৰ দৰে হয়। ডিঙিৰ পিছৰ পৰা ভিতৰে ভিতৰে বিষোৱাে যেন অনুভৱ হয়। মোৰ কথাটো হল কিহৰ বাবে হৈছে বাৰু??? আৰু কি কৰিলে ভাল হব? আপোনাৰ পৰা কিবা উপদেশ পাম বুলি আশাৰে বাট চাই থাকি লো।
সুন্দৰ পৰামশ আগবঢ়ালে , ধন্যবাদ বাইদেউ।
বাইদেউ আপোনাৰ ভিডিও শুনি বহুতো ভাল লাগিল। ধন্যবাদ।
👹
বাইদেউ আপোনাৰ ভিদিও সদাই চাই থাকো বহুত কথা জানিব পাৰিছো ভাল লাগিছে
সুন্দৰ উপদেশ বাইদেউ ।কথাখিনি শুনি বৰ ভাল লাগিল ।
সুন্দৰ উপস্থাপন।বৰ উপকৃত হলো। ধন্যবাদ।
বহুতো ভাল লাগে বাইদেউ আপোনাৰ উপদেশ সুমে
ধন্যবাদ আপোনাৰ পৰামৰ্শ সচাকৈ ভাল লাগিল ।
Good khobar tomar mem video tu suni bohut val lagil mem .......
বহুত ভাল কথাকৈছে বাইদেউ
Val lagil mem vidio tu sau bohut kotha janibou parilu
বাইদেউ বহুত দৰকাৰী কথা কলে ভাল লাগিল
বাদেউ আপুনি বহোত ভালকে বোজাই দীযে মোৰ আপোনাৰ কথাবোৰ ভাল লাগে
Ijbvbj
Thank you so much, good bless you mam aapunar pora bohut pora morkho pang
মেম ভিডিও টো বহুত ভাল লাগিল আপোনাক ধন্যবাদ, শকত হোৱা উপায় দিবচোন ,মই বহুত ক্ষীণ হয়
Baido moi bhut khen asu mota hbo krone ki kribo lgbo kobosun plz
Thanks mam. 🥰🥰🥰🥰🥰
আপোনাৰ কথাবোৰ ভাল লাগিল বাইদেউ
Bohut Val lagil aapunar video khini sai & anedore aapunar video aami hodai pai thokatu aami bisaru🙏
Moro tupni tu bor khelimei hoy.aponar mullyoban kothabor jani bohu val lagil.thank u mem
বাইদেউ বহুত বহুত ধন্যবাদ। আপুনি ৰাতি টোপনি নহাৰ উপদেশ দিয়াৰ কাৰণে আকৌ এবাৰ ধন্যবাদ দিছোঁ । আপুনি দিয়া উপদেশ মানিবলৈ চেষ্টা কৰিম। সাতুৰ টো আগতে কৰিছিলোঁ এতিয়া লগ ডাউন হুৱাৰ পৰা এই বোৰ সবলৈ আৰম্ভ হৈছে । আছাম ডাউন ইনভাৰচিটিত (গুৱাহাটী) মই সাতুৰ প্ৰশিক্ষণৰ শিক্ষা দিওঁ।বেয়া নাপাব মোৰ পৰিচয়টো দিয়াৰ বাবে। মই ৰঞ্জিত বৰা মৰাণ ৰ বাইদেউ। আৰু এটা কথা কৈছো কিছুমান সৰু ছোৱালী ১০/১২/বছৰৰ হৈছে বিছনাট ৰাতি কেতিয়াবা সৰু পানী কৰে(পেছাপ কৰে) তাৰ কিবা উপাই আছেনেকী?
বহুত ভাল পালো জানিপাৰিলো 15:52
Very very Nice INFORMATION 🙏 THANKS DR
Thank u very much ponkhi ❤️❤️👍👍
Thank you very much Dr. Ponkhi ma'am
Many many thhanks Pongkshi for your video. Tumar video mur bohut val lage. Aidore video bilak di thakiba aamar bohut upokar hobo.
মেম আপোনাৰ সকোলো video সময় উপযোগী । এই video বোৰে আমাক বহু ধৰনেৰে সহায় কৰে । আমি সদায় আপোনাৰ নতুন video লৈ অপেক্ষা কৰি থাকো ।
টোপনিৰ বাবে কোৱা কাৰণে বহুত ধন্যবাদ ,বাইদেউ
ধন্য বাদ,, বাইদেউ আপোনার ভিডিও খিনি চাই ভাল লগিছে
Very very thankyou MISS FOR TIPS
Thnank you baa. Mur 2poni ahat bhut akhubidha hoi asile. 2year pora mur ai2 prblmt bhugi asilu
আপোনাৰ ভিডিঅ টো চাই বহুত ভাল লাগিল.ধন্যবাদ .আগলৈও এনেকুৱা ভিডিঅ বনাই আমাক উপকৃত কৰিব বুলি আশা থাকিল.
বাইদেউ আপুনি অতি গুৰুত্বপূৰ্ণ কথা প্ৰকাশ কৰিছে তাৰ বাবে আপোনাক ধন্যবাদ জনালো।🙏🙏
Thanku very much mam 😢❤❤
Mem mur hule bhut hopun dekhu kiba vitamin ba kiba rug neki...huwa loge bhut Bea Bea hopun dekhu ..pls help koreb buli akha korelu
Thank you ma'am.. Hodai 3hr mn bisonat jujibo lge xubole
Apunar advicebur mur bor val lage
আপোনাৰ পৰা বহুতো নজনা কথা জানিব পাৰিলো ধন্যবাদ বাইদেউ সদাই এনেদৰে ভি ডি অ আনি আমাক উপকৃত কৰে যেন
বৰ উপযোগী এটা ভিডিও।
বহুত ভাল লাগিল
Thanks Mem....... Good advice for every person
বৰ ভাল লাগিল শুনি
Thank u Ponkhi mdm.
Thanks ভাল লাগিল আপোনাৰ কথা
Please advice do's n don't's food habits of uric acid n fatty pancreas
Good khobar tomar mem .......
ধন্যবাদ বাইদেউ
ভাল লাগিল কথা খিনী জানি
A lot of thanks for tips...
ধন্যবাদ বাইদেউ ।
ৰাতি টোপনিত কিয় চক খাই সাৰপাই যাও৺৷ আপোনাক’আপোনি জনালে সুখী হ’ম ৷
Thank you bàidew
Thank you for your great advise
Thank you Dr, for your valuable advice
Super mkt like Nature basket food bazar any good fruit shop
Good khobar tomar mem
Moi apunar Vedio Sai Sai tuponi jao bohut bhal lage
Bahut xundar video dileThx
Thank you ma'am for the tips
Dr Pankhi many many thanks for your valuable advice. I shall follow your tips.
অশেষ ধন্যবাদ ডঃ উপকৃত কৰা বাবে ।
😊ভাল লাগিল ধন্যবাদ
টোপনিৰ ওপৰত দিয়া আপোনাৰ ভিডিঅটো চাই উপকৃত হ’লোঁ ধন্যবাদ৷আৰু বহু চেয়াৰ কৰিলোঁ
বাইদেউ আপোনাৰ ভিডিওতো পাই মই বহুত সুখি ,মোৰ টোপনি বহুত পলমকৈ হয় কিন্তু ওঠা সময় তো এটাই, সোনকাল শুব কাৰনে চেষ্টা কৰিছিলোঁ হোৱা নাছিল,আজিৰ পৰা চেষ্টা কৰিম আপোনি কোৱাৰ দৰে..আমাক নতুন নতুনকৈ আৰু Healthৰ ওপৰত ভিডিও দিয়ক আমি সদায় সুখি হম..বহত বহুত ধন্যবাদ
Ma'am ai advise to pi moi bohut upoketo
thanks baideo..
MEM YOUR ADVICE IS VERY GREAT. THANKS FOR YOU. LORD'S GOD'S BLESSING YOU.
Ma'am aji apunor pothom vedio salu sai khub val lagil . Mur suwali 2 years 4 month hoise , toi rati 12 , 1 ta loike toi nuhuwe . Aru ratipuwa 9 ,10 uthibo bisare . K korile vl hobo plz kobosun. Reply pam buli akha rakhilu .
Bohut.vl.lagil .
Thank you very much mam for your valuable video.🙏
Thanks for your valuable information,sister.
Thankyou so much,God bless u
Thank you so much ma'am ❤️ lots of love
Val lagil video to sai
Good khobar .......
অশেষ ধন্যবাদ জনালোঁ বাইদেউ। টোপনিৰ বিষয়ে দিয়া ভিডিঅটোৱে মোক যথেষ্ট উপকৃত কৰিলে। 🙏
Thank you so much for this vdo.God bless
Dhannyabaad bhaal lagil
Vaal lagil.Dhoynobad
Bohut Val lagil
Madam aponar video sai moi bahut upatrita hoiso. Mor murar suli bahut sari thake.Morto khujai barkoi. Parile suli sora aro sulir regrow uporat video eta bonale val lagiba
Vl lgil ...eswar aapunak hodai val a rakhok..aaru aakha koru aapuni ankwa video bonai thake ..aamk hohai aag bohai jate
Dhonyobad
Baaideau moi mas mangkho nkhau ..mur health moi knke val a rakhim
Dear Madam, Very wonderful points advice. My sleeping time only 5 & 6 hours. Thanks you, your very nice advice. Thanks for again.
ভাল লাগিল।
Bohut Val lagil Baido
তুমি ভাৰত ৰত্ন তোমাৰ উপদেশ বহুত ভাল
Val lagile bahut.
Informative video for all
Very good advice,many 2 thanks,Madam.
উপকৃত হলো
বাইদেউ আমি বহুত শান্তি পৰিবেশত থাকো ,তথাপিও মোৰ ৰাতি একেবাৰে টোপনি নাহে, ৰাতিপুৱা সময়তহে টোপনি আহে ,এই বিষয়ে জনাবচোন,,,
👌ধন্যবাদ জনাইছোঁ৷
Thank.you.good.advice.baidew
Thank you so much....
Thank you Medam.
Thanks for your advice
১২:২৫ হল । ১০ টা বজাতে শোৱা 😪 টোপনি নাই । ৫টাত উঠি পঢ়িম বুলি ভাবিছিলো নহব আৰু । ধন্যবাদ বহুত আপোনাক । কাইলৈৰ পৰা কৰিব চাম ।
Ponkhi Dangoriani...apunak bahu bahu dhanyabaad..bahut vaal kotha janilu..Isware apunak mongal korok
আপোনাক বহুত ধন্য়বাদ আৰু কৃতজ্ঞতা জনালো। মই দীৰ্ঘদিনৰ পৰা টোপনিৰ সমস্য়াত ভোগি আছিলো।
ধন্যবাদ বাইদেউ। আপোনাৰ উপদেশ বোৰ মই গ্ৰহণ কৰিছোঁ।
ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক। কথাখিনি বৰ ভাল লাগিল।
Many many thanx mam. Apunar video bilak sai bohut kotha hikibo parisu.
Apunar ei video r babe bohut upokito holu .. Dhoinobat Baido
Thanks Dr ponkhi very good advice Kiwi fruits Super Market val fol mulor Dukan & Big Bazar u pua jai
Baedew aponar bhal upodehor karone bohut dhanyabad
Thanks Mem apuni val solution diyar babe.
বাইদেউ আপোনালৈ ধণ্যবাদ। বাইদেউ মোৰ অত্যাধিক টোপনি আহিয়ে থাকে তাৰ ওপৰত আগ বঢ়ালে ভাল পাম।!
বাইদেউ মোৰ দুটামান সমস্যা আছে কিবা কিবি ঔষধ খালো কিন্তু ভাল পোৱা নাই মাজে মাজে আপোনাৰ মই ভিডিও চাও,মোৰ বহুত ভাল লাগে। মোৰ বেমাৰ টো হল দুয়ো খন হাতৰ মাজৰ আঙুলী দুটা বিষায় ভাজ কৰি আনিব নোৱাৰাৰ দৰে হয়। ডিঙিৰ পিছৰ পৰা ভিতৰে ভিতৰে বিষোৱাে যেন অনুভৱ হয়। মোৰ কথাটো হল কিহৰ বাবে হৈছে বাৰু??? আৰু কি কৰিলে ভাল হব? আপোনাৰ পৰা কিবা উপদেশ পাম বুলি আশাৰে বাট চাই থাকি লো।
সুন্দৰ পৰামশ আগবঢ়ালে , ধন্যবাদ বাইদেউ।
বাইদেউ আপোনাৰ ভিডিও শুনি বহুতো ভাল লাগিল। ধন্যবাদ।
👹
বাইদেউ আপোনাৰ ভিদিও সদাই চাই থাকো বহুত কথা জানিব পাৰিছো ভাল লাগিছে
সুন্দৰ উপদেশ বাইদেউ ।কথাখিনি শুনি বৰ ভাল লাগিল ।
সুন্দৰ উপস্থাপন।বৰ উপকৃত হলো। ধন্যবাদ।
বহুতো ভাল লাগে বাইদেউ আপোনাৰ উপদেশ সুমে
ধন্যবাদ আপোনাৰ পৰামৰ্শ সচাকৈ ভাল লাগিল ।
Good khobar tomar mem video tu suni bohut val lagil mem .......
বহুত ভাল কথাকৈছে বাইদেউ
Val lagil mem vidio tu sau bohut kotha janibou parilu
বাইদেউ বহুত দৰকাৰী কথা কলে ভাল লাগিল
বাদেউ আপুনি বহোত ভালকে বোজাই দীযে মোৰ আপোনাৰ কথাবোৰ ভাল লাগে
Ijbvbj
Thank you so much, good bless you mam aapunar pora bohut pora morkho pang
মেম ভিডিও টো বহুত ভাল লাগিল আপোনাক ধন্যবাদ, শকত হোৱা উপায় দিবচোন ,মই বহুত ক্ষীণ হয়
Baido moi bhut khen asu mota hbo krone ki kribo lgbo kobosun plz
Thanks mam. 🥰🥰🥰🥰🥰
আপোনাৰ কথাবোৰ ভাল লাগিল বাইদেউ
Bohut Val lagil aapunar video khini sai & anedore aapunar video aami hodai pai thokatu aami bisaru🙏
Moro tupni tu bor khelimei hoy.aponar mullyoban kothabor jani bohu val lagil.thank u mem
বাইদেউ বহুত বহুত ধন্যবাদ। আপুনি ৰাতি টোপনি নহাৰ উপদেশ দিয়াৰ কাৰণে আকৌ এবাৰ ধন্যবাদ দিছোঁ । আপুনি দিয়া উপদেশ মানিবলৈ চেষ্টা কৰিম। সাতুৰ টো আগতে কৰিছিলোঁ এতিয়া লগ ডাউন হুৱাৰ পৰা এই বোৰ সবলৈ আৰম্ভ হৈছে । আছাম ডাউন ইনভাৰচিটিত (গুৱাহাটী) মই সাতুৰ প্ৰশিক্ষণৰ শিক্ষা দিওঁ।বেয়া নাপাব মোৰ পৰিচয়টো দিয়াৰ বাবে। মই ৰঞ্জিত বৰা
মৰাণ ৰ বাইদেউ। আৰু এটা কথা কৈছো কিছুমান সৰু ছোৱালী ১০/১২/বছৰৰ হৈছে বিছনাট ৰাতি কেতিয়াবা সৰু পানী কৰে(পেছাপ কৰে) তাৰ কিবা উপাই আছেনেকী?
বহুত ভাল পালো জানিপাৰিলো 15:52
Very very Nice INFORMATION 🙏 THANKS DR
Thank u very much ponkhi ❤️❤️👍👍
Thank you very much Dr. Ponkhi ma'am
Many many thhanks Pongkshi for your video. Tumar video mur bohut val lage. Aidore video bilak di thakiba aamar bohut upokar hobo.
মেম আপোনাৰ সকোলো video সময় উপযোগী । এই video বোৰে আমাক বহু ধৰনেৰে সহায় কৰে । আমি সদায় আপোনাৰ নতুন video লৈ অপেক্ষা কৰি থাকো ।
টোপনিৰ বাবে কোৱা কাৰণে বহুত ধন্যবাদ ,বাইদেউ
ধন্য বাদ,, বাইদেউ আপোনার ভিডিও খিনি চাই ভাল লগিছে
Very very thankyou MISS FOR TIPS
Thnank you baa. Mur 2poni ahat bhut akhubidha hoi asile. 2year pora mur ai2 prblmt bhugi asilu
আপোনাৰ ভিডিঅ টো চাই বহুত ভাল লাগিল.ধন্যবাদ .আগলৈও এনেকুৱা ভিডিঅ বনাই আমাক উপকৃত কৰিব বুলি আশা থাকিল.
বাইদেউ আপুনি অতি গুৰুত্বপূৰ্ণ কথা প্ৰকাশ কৰিছে তাৰ বাবে আপোনাক ধন্যবাদ জনালো।🙏🙏
Thanku very much mam 😢❤❤
Mem mur hule bhut hopun dekhu kiba vitamin ba kiba rug neki...huwa loge bhut Bea Bea hopun dekhu ..pls help koreb buli akha korelu
Thank you ma'am.. Hodai 3hr mn bisonat jujibo lge xubole
Apunar advicebur mur bor val lage
আপোনাৰ পৰা বহুতো নজনা কথা জানিব পাৰিলো ধন্যবাদ বাইদেউ সদাই এনেদৰে ভি ডি অ আনি আমাক উপকৃত কৰে যেন
বৰ উপযোগী এটা ভিডিও।
বহুত ভাল লাগিল
Thanks Mem....... Good advice for every person
বৰ ভাল লাগিল শুনি
Thank u Ponkhi mdm.
Thanks ভাল লাগিল আপোনাৰ কথা
Please advice do's n don't's food habits of uric acid n fatty pancreas
Good khobar tomar mem .......
ধন্যবাদ বাইদেউ
ভাল লাগিল কথা খিনী জানি
A lot of thanks for tips...
ধন্যবাদ বাইদেউ ।
ৰাতি টোপনিত কিয় চক খাই সাৰপাই যাও৺৷ আপোনাক’আপোনি জনালে সুখী হ’ম ৷
Thank you bàidew
Thank you for your great advise
Thank you Dr, for your valuable advice
Super mkt like Nature basket food bazar any good fruit shop
Good khobar tomar mem
Moi apunar Vedio Sai Sai tuponi jao bohut bhal lage
Bahut xundar video dile
Thx
Thank you ma'am for the tips
Dr Pankhi many many thanks for your valuable advice. I shall follow your tips.
অশেষ ধন্যবাদ ডঃ উপকৃত কৰা বাবে ।
😊ভাল লাগিল ধন্যবাদ
টোপনিৰ ওপৰত দিয়া আপোনাৰ ভিডিঅটো চাই উপকৃত হ’লোঁ ধন্যবাদ৷আৰু বহু চেয়াৰ কৰিলোঁ
বাইদেউ আপোনাৰ ভিডিওতো পাই মই বহুত সুখি ,মোৰ টোপনি বহুত পলমকৈ হয় কিন্তু ওঠা সময় তো এটাই, সোনকাল শুব কাৰনে চেষ্টা কৰিছিলোঁ হোৱা নাছিল,আজিৰ পৰা চেষ্টা কৰিম আপোনি কোৱাৰ দৰে..আমাক নতুন নতুনকৈ আৰু Healthৰ ওপৰত ভিডিও দিয়ক আমি সদায় সুখি হম..বহত বহুত ধন্যবাদ
Ma'am ai advise to pi moi bohut upoketo
thanks baideo..
MEM YOUR ADVICE IS VERY GREAT. THANKS FOR YOU. LORD'S GOD'S BLESSING YOU.
Ma'am aji apunor pothom vedio salu sai khub val lagil . Mur suwali 2 years 4 month hoise , toi rati 12 , 1 ta loike toi nuhuwe . Aru ratipuwa 9 ,10 uthibo bisare . K korile vl hobo plz kobosun. Reply pam buli akha rakhilu .
Bohut.vl.lagil .
Thank you very much mam for your valuable video.🙏
Thanks for your valuable information,sister.
Thankyou so much,God bless u
Thank you so much ma'am ❤️ lots of love
Val lagil video to sai
Good khobar .......
অশেষ ধন্যবাদ জনালোঁ বাইদেউ। টোপনিৰ বিষয়ে দিয়া ভিডিঅটোৱে মোক যথেষ্ট উপকৃত কৰিলে। 🙏
Thank you so much for this vdo.God bless
Dhannyabaad bhaal lagil
Vaal lagil.Dhoynobad
Bohut Val lagil
Madam aponar video sai moi bahut upatrita hoiso. Mor murar suli bahut sari thake.Morto khujai barkoi. Parile suli sora aro sulir regrow uporat video eta bonale val lagiba
Vl lgil ...eswar aapunak hodai val a rakhok..aaru aakha koru aapuni ankwa video bonai thake ..aamk hohai aag bohai jate
Dhonyobad
Baaideau moi mas mangkho nkhau ..mur health moi knke val a rakhim
Dear Madam, Very wonderful points advice. My sleeping time only 5 & 6 hours. Thanks you, your very nice advice. Thanks for again.
ভাল লাগিল।
Bohut Val lagil Baido
তুমি ভাৰত ৰত্ন তোমাৰ উপদেশ বহুত ভাল
Val lagile bahut.
Informative video for all
Very good advice,many 2 thanks,Madam.
উপকৃত হলো
বাইদেউ আমি বহুত শান্তি পৰিবেশত থাকো ,তথাপিও মোৰ ৰাতি একেবাৰে টোপনি নাহে, ৰাতিপুৱা সময়তহে টোপনি আহে ,এই বিষয়ে জনাবচোন,,,
👌
ধন্যবাদ জনাইছোঁ৷
Thank.you.good.advice.baidew
Thank you so much....
Thank you Medam.
Thanks for your advice