Moi aponar advice khini valuable buli vabu...sunile dekhile roi jau...kiyanu moio ajani utthan potan hoi thoka patient hou... very good 👍👍 your suggestion...
বহুদিনৰ পৰা কিছুমান জানিব বিচৰা কথা আপুনি অলপ সময়ৰ ভিতৰতে কৈ দিলে। মোৰ husband ৰ ডায়াবেটিস আছে কম বেছি হৈ থাকে। আজি কথাখিনি জানি বহুত উপকৃত হলো। Thank you so much Baidew.. ( From Maligaon Guwahati).
Mam ami apunar comments bahut Val lagil Moi apunar comments pai mur OAo ln my left knee Val pisu apunar moi ajan val supported man aru moi ajan medical profession manuh so Ilike your valuable advised
কথা খিনি জানি বহুত ভাল লাগিল ধন্যবাদ থাকিল
ইমান সুন্দৰ কৈ সকলোখিনি কথা কোৱাৰ বাবে বহুত ধন্যবাদ থাকিল।Mental blockage যে মানুহৰ থাকে সেই কথাটো বুজি পালো....❤
পৰামৰ্শখিনি বহুত বহুত ভাল লাগিল। ধন্যবাদ।
আপোনাৰ কথা খিনিয়ে বহুত উৎসাহ দিছে বহুত ভাল লাগে মইভনে কমেনট দিচো
আপোনাৰ কথাখিনি বৰ ভাল লাগিল। বহুতেই মতিভেট হ'ব।
বৰ ভাল কথা
বাইদেউ,আপোনালৈ অশেষ ধন্যবাদ জনাইছোঁ।আজি প্ৰথম বাৰলৈ মোৰ চুগাৰ ওলাইছে বুলি ডাক্তৰে জনালে।২০০ ওপৰত (ৰএনদম্)্গতিকে মই বিস্বাস ৰাখিব পাৰোনে, আপোনাৰ পৰামৰ্শ মতে আগবাঢ়িলে ঔষদ সেৱন নকৰাকৈয়ে চুগাৰৰ পৰা হাত সাৰিম ।
বহুত ভাল লাগিল কথা খিনি জানিবলৈ পায় 🙏 ধন্যবাদ 🙏🙏👏
Apuni bohut dhuniya koi bujai diye sob kothai dhoinyobad 🙏... Apuni khub dhuniya o baidew❤️🙏
বহু উৎসাহ জনক পৰামৰ্শ। ধন্যবাদ
আপোনাৰ ভিডিঅ সমূহৰ পৰা আমি যথেষ্ট উপকৃত হৈছো। আপোনাক অশেষ ধন্যবাদ। ভগৱানে আপোনাৰ মংগল কৰক।
Khub proyujoniyo kotha kole apuni.Thank u much.
ব্যাখ্যা বৰ সুন্দৰ।
খুবেই ভাল লাগিল বাইদেউ। উপকৃত হ'লো।
বৰ ভাল ভাল জানিব লগীয়া কথা খিনি আপোনাৰ পৰা পাও বহুত বহুত ধন্যবাদ
ফল আৰু ফাছটি্ং আদি কৰি লে ডাইবেছ ভাল হয় বাইদেউ আপোনাৰ পৰামৰ্শ ৰ বাবে ধন্যবাদ।
হয়। বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো।
বহুত ধন্যবাদ। ভিদিও টো চাই বুজিলো যে আমাৰ খাদ্য তালিকা খন বহুত বেছি গুৰুত্বপূৰ্ণ। মোৰ চুগাৰ সমস্যা নাই---পেটৰ সমস্যাত ভুগি থাকো । তাৰো যত্ন লৈ আছো। আকৌ ক'ব বাকী থকা খিনি। শ্বেয়াৰ কৰিছো।
Mem kothabur huni bor valo lagil thank u
Iman hundor bornona, hundor poramorkho bohut bhal lagil dhoinyobaad🙏🏽
বহুত বহুত ধন্যবাদ ইমান সুন্দৰ আৰু প্ৰয়োজনীয় উপদেশ বোৰ দিয়াৰ বাবে 👍
Thanks mam
বৰ সুন্দৰ কথাখিনি ক'লা, বহুত ভাল লাগিল।চেষ্টা কৰি আছো তোমাৰ কথা ৰাখিবলৈ ।
আপোনাৰ মূল্যবান উপদেশ খিনি শুনি নিজকে ধন্য হলো। ধন্যবাদ মেলাত। I miss you ma'am thank you.
বহুত সুন্দৰ আৰু প্ৰয়োজনীয় পষ্ট।
Video Tu sai lavoban holu.Thanks.
Val lagil video to sai madam thnkyou ❤🙏❤
বহুত বহুত মূল্যবান উপদেশ । মই ডাইবেটিচৰ ঔষধ বহুত দিন আগতেই এৰি দিছো । এতিয়া ডাইবেটিচ থিক হৈ আছে ।
Keneke bhal hol
বহুত ধন্যবাদ। welcome.
বহুত সুন্দৰ ভাৱে বুজাই দিয়াত ধন্যবাদ জ্ঞাপন কৰিছো।
বহুত সুন্দৰ উপস্থাপন ❤❤❤ বহুত উপকৃত হৈছোঁ...
Moi aponar advice khini valuable buli vabu...sunile dekhile roi jau...kiyanu moio ajani utthan potan hoi thoka patient hou... very good 👍👍 your suggestion...
বহুত ধন্যবাদ বাইদেউ ৷মই সদায় আপোনাৰ পৰামৰ্শ মানি চলিছো ৷এনে পৰামৰ্শ দি থাকিব দেই ৷
Vidio to val lagil
বহুত বহুত ধন্যবাদ মেদাম , মহা মূল্যবান video
বহুত সুন্দৰ উপদেশ ভাল লাগিল উপকৃত হৈছোঁ
Many many thanks ...apunar kotha khini jani bahut bhal lagil. Moi nijeo tenedharane koro poriman komkoi moi hakolo bstu khao ..muk dekhile kuneo sugar thoka buli nakoi ..heitu mur bhal lage .apunar bahumulia paramarkho hakoloke upokrito karibo .. dhanyawad
Very good advice..meam ❤apunar adress to dily bhal asill..!!!
বহুদিনৰ পৰা কিছুমান জানিব বিচৰা কথা আপুনি অলপ সময়ৰ ভিতৰতে কৈ দিলে। মোৰ husband ৰ ডায়াবেটিস আছে কম বেছি হৈ থাকে। আজি কথাখিনি জানি বহুত উপকৃত হলো। Thank you so much Baidew.. ( From Maligaon Guwahati).
❤
Good advice madam.l agree with your opinion.
বহুত ভাল লাগিছে বাইদেউ ভদিঅটুছাই আমি বহুত উপকিট হৈছো❤❤
Very good advice.Bohut val lagil
Amuni napau Mam apunar kothabur hunile hunni takibole monjai So, thank you so much Doctor for your excellent advices ❤❤❤
আপোনাৰ কথাবোৰ ভাল লাগিল আৰু উপকৃত হ'ম বুলি আশা কৰিলো । ধন্যবাদ বাইদেউ।
😊
Thank you so much ma'am.apuni eman dhuinakoi bujai diye xuni thakib mon Jai.
Bout bout thanks ma'am
বহু বহু ধন্যবাদ❤
সুন্দৰ পৰামৰ্শ ভাললাগিল বাইদেউ
বহু বহু ধন্যবাদ জনালো।
Bahut bhal lagil mem
বহুত ভাল উপদেশ ধন্যবাদ
Baidew many many thanks for abvice of diabeties
Sugar or uporot dia apunar Video tu sai khub bhaal laagil. Bohut nojona kotha janibo parilu. Xaikarone aaru besi bhaal laagi. Many many thanks Dr....
Dhaiyanabad baideu apuner poramorkha khini bhut val lagil xuni akaw jate ane dhoronr vedio di amak upkit korib 🙏
আপোনাৰ বহুমূলীয়া কথাবোৰে মোৰ লগতে আৰু বহুতকে নিশ্চিত ভাৱে উপকৃত কৰিব ,ধন্যবাদ,,,,,,,,,,,,,,,
ভাল লাগিল শুনি মই সদায় চাওঁ। চাই আছো।
খুব সুন্দৰ কথাখিনি জানি ভাল লাগিল।
বহুতো নজনা কথা জানিলো । অশেষ ধন্যবাদ জনালোঁ মেদাম।
বহুত ধন্যবাদ বাইদেউ
Kotha tu jani nisoy upkrito hom je lagise Apunaloi bohut dhnyobad
সুন্দৰকৈ বুজালে ভাল লাগিল
Bohut bohut thanks
বৰ ভাল লাগিল।আপোনাৰ কথাখিনিয়ে আমাক উপকৃত কৰিব।আপোনাক অশেষ ধন্যবাদ জনালোঁ।🙏
Uti sundr parammorkha thanks mam
Thank U. Baideo agalai anakuwa vdo pam buli asha karilo.
বহুত বহুত। ধন্যবাদ বাইদেউ
বহুত ধন্যবাদ আপোনাৰ ভিদিও টো চাই ভাল পাইচো
নতুনকৈ ডায়েবেটিজ ৰোগৰ অন্তৰ্ভুক্ত হৈছোঁ। আপোনাৰ পৰামৰ্শই বহুতখিনি সকাহ দিলে। ধন্যবাদ জনালোঁ 🙏 চিকিৎসকে মোক strictly গুৰ আৰু মৌ খাবলৈ মানা কৰিছে।
Murh same problem. Fasting aru PP sugar kiman hoi apunar ?
Aibur sai lav nai apuni direct doctor usrt jaok
একো ঊষধ নখৱাকৈ ওকল magnatic water আৰু enarge pad বেবহাৰ কৰি যদি 200টা বেমাৰৰ পৰা হাত সাৰিব বিচৰা তেনেহলে জনাব
Magnatic power
Mur sugar hoisil, moi khuwa bahut basilu thik huwa nasil, kintu moi medicine luwa nasilu, moi manahik bhabe bhagi parisilu, etia buji palu daibetic bemar nahoi, moi kunu medicine nuluwakoi thik karilu, etia moi mitha, alu, kashu anatkoi besi khau, tathapitu mur daibetic normal, I am happy. Daibetic bemara namat byabakhyai anya eku nai.
@@biswajitbaruah3564Kenekoi komile apunar
Hi Doctor, I,m a by- pass heart patient which done in Bengaluru by Devi Shetty. Uor video is very useful to me. Thanks .
Bohut val lagil jiman paru nissoy sesta korim
কথাবোৰ শুনিভাল লাগিল। ।বহু মানুহৰ উপকাৰ হব।মিঠি গুটি ভিজাই পানী খোৱাটো কিমান উপকাৰী জনাবচোন ধন্যবাদ।
বহুত ভাল লাগিল বাইদেউ 🙏🏻I waiting next part
ভাল লাগিল কথা খিনি জানিব পাই
Correct Dr.Madam..I will wait for further information..
বাইদেউ বহুত সুন্দৰ কথা কৈছে আপুনি মোৰ বহুত চিন্তা হৈছে কমিবনে নকমেভাবিআছো
সুন্দৰ পৰামৰ্শ । ভাল লাগিল
Thanks for Advice
বহুত বহুত ধন্যবাদ থাকিল
সুন্দৰ উপস্থাপন
Mam ami apunar comments bahut Val lagil Moi apunar comments pai mur OAo ln my left knee Val pisu apunar moi ajan val supported man aru moi ajan medical profession manuh so Ilike your valuable advised
Bhut Bhut dhanobad baideo nojona kotha janibo pariso
আপোনাৰ ভিডিও চাই বহু উপকাৰ হলো, যিহেতু ময় এজন ডায়েবেটিক ৰোগী
আপোনাৰ কথাখিনী ভাল লাগিল ।
Bohut val lage video sai
বৰ উপকৃত হলো ❤
বহুত ভাল লাগিল
সুন্দৰ পৰামৰ্শ, কি কি বিয়াম কৰিব পাৰি জনাব।অশেষ ধন্যবাদ।
Bhut dorkari kothaa koise mam
I 100℅ agreed with your valuable guidance. Though am a patient of diabetic, I will follow your valuable guidance wef today itself. God bless you 🙏🙏🙏
%
ঔচ টো চুগাৰ থকা সকলে খাব পাৰেনে
Thanks for the video.
Thanks, for your good advice.
Actually you are like a God .May God bless you.
সঁচাকৈ বহুত ভাল লাগিল মেম
বহুত ভাল লাগিল বাইদেউ🙏
বাইদেউ আপোনাৰ ভিডিঅ সমূহ মাজে সময়ে চাও। উপায় সমূহ ও ভাল লাগে। ফল মূল খোৱা ত কিছু বাধা দিছে। Dr. Biswaroop Roy দেৱৰ উপদেশ মতে শৰীৰৰ উছন অনুসৰি ফল মূল খাব পাৰে। সেই অনুসৰি মই সদায় ১কেজি ৰ বেছি ১২বজাৰ আগত সকলো ধৰনৰ ফল মূল খাই আছো আজি প্ৰায় ১বছৰ মানৰ পৰা আৰু মোৰ চুগাৰ নিয়ন্ত্ৰণত আছে। আগত মোৰ চুগাৰ ৩০০ৰ অধিক আছিল।
Khub. Bhal. Upadesh. Dishe
বাইদেউ বৰ সুন্দৰ কথা কলে ভাল লাগিল ।
Hundor.
আপোনাৰ উপদেশ শুনি বহুত . ভাল লাগে। '
Kotha khini xosakoi bor mulyaban aru bixex upojogi hoy. Val lagil
Bohut dhunia koi bujai dise i helpful
Dhonyobad
Thank you madam for useful advice.
খুব সুন্দৰ ভাৱে বুজাই দিলে ভাল লাগিল শুনি
বাইদেউ exercise কৰিলে প্ৰটিন খাব লাগে suger free প্ৰটিন পাউদাৰ কেনেকৈ বনাব পাৰি জনাব বুলি আশা কৰিলো 🙏🙏