Gaurav Raj - Jetuka Jetuka (Official Music Video)

Поделиться
HTML-код
  • Опубликовано: 23 июл 2021
  • Song Credits
    Name- Jetuka Jetuka
    Composer & Singer - Gaurav Raj Hazarika
    Music - Gaurav Raj Hazarika
    My Instagram : / gaurav_raj_hazarika
    Lyrics- Abdul Malik
    Mixed & Mastering - Gaurav , Jahnu
    Pepa - Hirak Jyoti Nath
    Video Credits
    Direction- Deep Phukan (Kancha)
    Asst. - Anjan & Naba
    Cinematography - Nilotpal Borah
    Dibya Jyoti Medhi
    Editor- Manash Kashyap
    Pratim Lama
    Drone - Kalyan Chamuah
    Artist - Hirak ,Shiva,Bikash,Jugal Kishor,Anjan,Saini,Simi,Neha, Dibyajyoti
    Kakati ( Child) , Priya Jannat(Child) ,Zenx Assam Team
    Special Thanks - Ron Raktim, Banajit, Parul Hazarika,Bikash,Biswa,Tiku
    Lyrics:
    জেতুকা জেতুকা বিয়লিৰ আকাশ
    হৃদয়তে সুগন্ধি বতাহ
    সুগন্ধি বতাহ
    মৰমৰে মম গলে জ্বলিলে নিশা
    বুকুৰে বয় পিৰিতিৰে গংগা,
    অ'.. পিৰিতি গংগা
    দুচকুৰ নীলা মোহনা
    কঁপিছে দেহাৰ বিৰিণা
    পানেচৈ পোহৰৰ ঘাটতে
    তোমাৰ অন্তৰা ।
    মোৰ খিৰিকিৰে
    সৰা কুঁৱলীৰে
    বগা সুহুৰিৰে
    তুমি কথা পাতা,
    মোৰ কলিজাৰে
    ফুলা পাৰিজাতে
    লিখা কবিতাতে
    তুমি ছবি আঁকা,
    কপাহৰ বৰণ নিজৰা
    পমিছে প্ৰাণৰ পিয়লা
    এন্ধাৰে ভালপোৱা বাটতে
    তোমাৰ কল্পনা।
    আউসী ক'লা জোনৰে টুকুৰা
    এটি দুটি চুপি চুপি
    সৰু সৰু টঙী
    নিজৰ কৰিলা,
    তৃষা নদীৰ বুকুৱেদি
    ৰঙা জিঞাৰ পম খেদি
    পলে পলে মনে মনে
    খুটি খুটি ক্ষণে
    কলিজা ল'লা,
    মনৰ সাগৰ নীলা নীলা
    কঁপে চন্দ্ৰমা
    মাজ নিশাৰ প্ৰজাপতি
    সুৱদী সুবাসনা ।
    Copyright(s) 2021 Gaurav Raj Hazarika
    #GaurajRajHazarika#JetukaJetuka
  • ВидеоклипыВидеоклипы

Комментарии •