JOUBONA - Bhaskar Opswel & Nibir X

Поделиться
HTML-код
  • Опубликовано: 18 ноя 2022
  • JOUBONA - Bhaskar Opswel & Nibir X
    Composition and Music : Bhaskar Opswel
    Additional programming : Nibir X
    Lyrics : Bijit Pratim Deka
    Acoustic Guitar : Tiku Boro
    Bass : Bhagyajyoti Dutta
    Violin : Manjil Kumar Gogoi
    Mix and Mastering : Nibir X
    Special Thanks
    DXA,AARXSLAN,TAVREED
    #bhaskaropswel #joubona
    যৌৱন অধৰত
    তোমাৰ পৰশত
    জীপাল কৰি হিয়া
    আৱেগৰ পথাৰত
    হেঙুলী আভাসত
    উতনুৱা মন দলিচা
    তুমি জানো আহিবা মোৰ প্ৰণয়ৰ দুৱাৰ খুলি সাঁচি ৰখা মৰম ল'বলৈ
    তুমি জানো আহিবা মোৰ আউসীৰ নীৰৱ ৰাতি অনুভৱ বুটলিবলৈ...!!!
    অনুভৱী হৃদয়তে
    লাগি ৰোৱা আৱেগতে
    ভাবি ভাবি আঁকিলো মাদকতা ভৰা ছবিখনি,,,
    পলকতে বাট ধৰা
    হাঁহিলে মুকুতা সঁৰা
    ক্ষণে ক্ষণে শিহৰিত আজি মোৰ কবিতাটি,,,
    পূজিছো তোমাকেই মোৰ চেনেহী
    মৰমৰ চিঞাহী মোৰ প্ৰনামী...।।।
    যৌৱন অধৰত
    তোমাৰ পৰশত
    জীপাল কৰি হিয়া
    আৱেগৰ পথাৰত
    হেঙুলী আভাসত
    উতনুৱা মন দলিচা
    খোজে খোজে বিচাৰো আল্পনা তোমাৰ
    শাৰদী জোনাকী নিশা,,,
    আলফুলে দুহাতে লাজুকী চাৱনিৰে বুলাবা মায়াবী তৃষা...
    তুমি জানো আহিবা মোৰ প্ৰণয়ৰ দুৱাৰ খুলি সাঁচি ৰখা মৰম ল'বলৈ
    তুমি জানো আহিবা মোৰ আউসীৰ নীৰৱ ৰাতি অনুভৱ বুটলিবলৈ...!!!
    যৌৱন অধৰত
    তোমাৰ পৰশত
    জীপাল কৰি হিয়া
    আৱেগৰ পথাৰত
    হেঙুলী আভাসত
    উতনুৱা মন দলিচা
  • ВидеоклипыВидеоклипы

Комментарии • 3,3 тыс.

  • @NibirX
    @NibirX Год назад +2503

    Had a great experience working with Bhaskar. Hope everybody loves it.

  • @kajusaikia3589
    @kajusaikia3589 Год назад +84

    পুৱাতেই ধুনীয়া উপহাৰ আমাৰ বাবে ....
    Thanku Bhaskar Da.... ❣️🤗

  • @jutikarajbanshi9252
    @jutikarajbanshi9252 Год назад +349

    Bhaskar দাৰ অনুৰাগী বোৰে এটা like কৰি দিয়া অ'💕

  • @vidyajj
    @vidyajj Год назад +242

    I m from Maharashtra but loved this song 💗love for assamese music

    • @dijuhafila4229
      @dijuhafila4229 Год назад +1

      Jai shivaji💪💪💪🚩🚩🚩mam

    • @rajubiver
      @rajubiver Год назад +3

      Hi❤❤

    • @adityakalita5560
      @adityakalita5560 Год назад +5

      Jai Shivaji maharaj 🚩💪 Jai Lachit borphukan 🤛🤜💪 Jai guru Sankar 🕉🙏

    • @bikashvaiatoz3316
      @bikashvaiatoz3316 8 месяцев назад

      Tq

    • @user-yd6iy5jx6s
      @user-yd6iy5jx6s 8 месяцев назад

      ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @khiruborah2016
    @khiruborah2016 Год назад +10

    কি কম তোমাৰ প্ৰতিটো গানেই শুনি শুনি হেঁপাহ নপলায় । ইমান ধুনীয়াকৈ গোৱা তুমি ।

  • @jyotishmanbora5052
    @jyotishmanbora5052 Год назад +628

    অনুৰাগীৰ বাবে হৃদয় চুই যোৱা উপহাৰ দাদা ❤️

    • @sabitaborah521
      @sabitaborah521 Год назад +5

      Yes bro

    • @js-iu4pi
      @js-iu4pi Год назад +2

      Ai puwali tu jodi tur dada hoi...toi beta kimn puwali o... school t aso sage

    • @nijukachari8762
      @nijukachari8762 Год назад +2

      NaBakamarkaCari,, of
      💽😍🎉❤️😇

    • @rupokgogoi
      @rupokgogoi Год назад +1

      @@nijukachari8762 ukjkkhkkk

    • @rupokgogoi
      @rupokgogoi Год назад +1

      @@nijukachari8762 xz c

  • @deepasritalukdar7160
    @deepasritalukdar7160 Год назад +28

    ইমান ধুনীয়া গান এটা আমাক উপহাৰ দিয়া বাবে অশেষ ধন্যবাদ ভাস্কৰ দা 😍😍 আপোনাৰ গানবোৰ শুনি থাকি কেতিয়াও আমনি নালাগে ...আকৌ অতি সোনকালে এটি ধুনীয়া গীত আপোনাৰ কন্ঠত প্ৰাণ পাই উঠিব বুলি আশাৰে বাট চাই ৰলো ..আপুনি সদায় ভালে থাকক🥀

  • @priyakashyap2625
    @priyakashyap2625 Год назад +39

    কি ক'ম দাদা🥺ক'বলৈ ভাষা নাই। আপোনাৰ কণ্ঠত সঁচাকৈ যাদু আছে❤️🤌🏻। প্ৰথমতে "শেৱালী " আৰু এতিয়া "যৌৱনা" 🥺❤️! এই দুটি গান নুশুনাকৈ টোপনি নাযাও। কিমান বাৰ শুনিলো এতিয়ালৈ হিচাপ নাই!! Lots of Love dada❤️...Keep Shining ✨

  • @DharitriBorgohain5
    @DharitriBorgohain5 Год назад +28

    এই গানটো আপোনাক সন্মুখত চাই শুনাৰ হেঁপাহ এটা বৰকৈ আছিল 🥰আশাটো পূৰণ হ'ল, Gauhati University ৰ BKB Hall প্ৰাণ পাই উঠিল এইটো গীতেৰে,এগালমান মৰম কৃষ্ণচূড়াৰ দেশৰ পৰা ❤️😘😍

  • @mdssinta5180
    @mdssinta5180 Год назад +236

    তোমাৰ গান সদায়েই ভাল লাগে দাদা ❤️😘
    লখিমপুৰৰ পৰা মৰম যাচিলো ❤️❤️
    বহুত ভাল লাগিল 😘 ৰাতিপুৱাই শুনিব পালোঁ 🤞🤞

    • @dreams50kviews58
      @dreams50kviews58 Год назад +2

      Nlp 🙏

    • @mdssinta5180
      @mdssinta5180 Год назад +1

      @@dreams50kviews58 🤞

    • @sumidutta4287
      @sumidutta4287 Год назад

      @@mdssinta5180😘😘😘😘

    • @tanjihajui5595
      @tanjihajui5595 Год назад +2

      তুমি আমাকে তোমার ভাষা শিখাবা প্লিজ....?

    • @bijoykalita7174
      @bijoykalita7174 Год назад +1

      North Lakhimpur or pora,,bht norm jasilu

  • @bastabborah5564
    @bastabborah5564 Год назад +9

    তুমি জানো আহিবা মোৰ.... প্ৰণয়ৰ দুৱাৰ খুলি... Uff mind blowing 😚 💜

  • @ArunavBaruah-tq3pj
    @ArunavBaruah-tq3pj 7 месяцев назад +23

    Moja Lagse song bhaskar da ❤️❤️❤️

  • @songitachutia6835
    @songitachutia6835 Год назад +15

    বৰ বেয়াকৈ গানটোৰ প্ৰেমত পৰিছো❣️🌼

  • @dibyajyotiphukan3400
    @dibyajyotiphukan3400 Год назад +302

    মই অতি সৌভাগ্য যে মই এই সময়ত আছোঁ আৰু তোমাৰ দৰে প্ৰতিভাশালী গায়কৰ সুন্দৰ গান সমূহ উপভোগ কৰিব পাৰিছো💕💕

  • @94rojinap.91
    @94rojinap.91 Год назад +34

    I came across this song from Spotify. Now I can't stop listening😍. With love from Manipur.❤❤❤

  • @criticismwithpositiveminds8122
    @criticismwithpositiveminds8122 Год назад +10

    সৰু লৰা, কম বয়স কিন্তু অনুভৱী সংগীত, নিভাজ সুৰ,মন ভৰি যায় শুনিলে।। অসমীয়া সংগীত জগতলৈ তোমালোকৰ দৰে কেইজনমান ভাল লগা শিল্পী এ এটা নতুন সুঁতি দিলা।। ধন্যবাদ bro

  • @madhusmitadeka7994
    @madhusmitadeka7994 Год назад +355

    অসমৰ একোটা নক্ষত্র তুমি❤️❤️❤️❣

  • @khirudsaikia4296
    @khirudsaikia4296 Год назад +14

    নিজকে বহুত সুখি যেন লাগিছে আপুনাৰ দৰে প্ৰতিভাশালী গান শুনি

  • @princekeanime
    @princekeanime 8 месяцев назад +7

    300 bartke besi khunilu taku mon bora nai❤❤❤

  • @freefirebhargav4220
    @freefirebhargav4220 Год назад +12

    কি কম দাদা song to হাজাৰ বাৰ শুনি থাকি লেও আমনি নালাগে❤️❤️তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ❤️❤️

  • @acidl3xm3x
    @acidl3xm3x Год назад +22

    এক অন্য এটা গীত যিটোৱে মন প্ৰাণ মতলীয়া কৰি চুই থৈ যায়... প্ৰতিটো শব্দ প্ৰতিটো সুৰ হিদয় জিপাল কৰি যাই ... যেন অজাক বৰষুণে মনত ধুই থৈ গৈছে ...❤️💚💞🥀👀

  • @kuhiborah1447
    @kuhiborah1447 Год назад +14

    সদায় প্ৰিয় তুমি ❤

  • @LijoygoyariLijoygoyari-kj4xf
    @LijoygoyariLijoygoyari-kj4xf Год назад +36

    I'm Bodo boy..I can feel the lyrics of this song lots off love from Tezpur ❤ love you mann Assamese brothers 🙏🤝

  • @jajabor123_new
    @jajabor123_new Год назад +8

    Bahut bar hunilo.. Val lagise. Huveswa janalo.

  • @user-qc9ni7pz3p
    @user-qc9ni7pz3p Год назад +19

    আপোনাৰ গানবোৰৰ সুৰ শুনি 😌👀মুগ্ধ হৈ যাও দাদা 🐼আগবঢ়াই লৈ যাওক অসমীয়া সংগীত জগতক 😍🥰

  • @shamarborgohain5138
    @shamarborgohain5138 Год назад +325

    কিছুমান গান মবাইলত নহয়
    হৃদয়ত বাজে ৷
    তুমি জানো আহিবা মোৰ
    প্ৰণয়ৰ দুৱাৰ খুলি
    সাঁচি ৰখা মৰম ল’বলৈ ❤️

  • @ravi_og
    @ravi_og Год назад +48

    1:43 Line কেইটা শুনিলে গাৰ নোম শিয়ৰি উঠে । ❤️

  • @arfinaahmed6307
    @arfinaahmed6307 Год назад +3

    Tumi janu ahiba mur pronoyor duwar khuli hasi rokha morom loboloi .. Wow 👌👌ai line tu bare bare huniu hepah polua nai

  • @OGxPANDA16
    @OGxPANDA16 Год назад +16

    Bhaskar Opsewal দা কি গাইছা অ অন্তৰত লাগি গৈছে 😌❤🌼

  • @Babu..Lyricxzz
    @Babu..Lyricxzz Год назад +21

    বহুত দিনৰ পিছত আকৌ এটা ধুনীয়া গীত____ 😌🌻🌈

  • @_A_B_I_N_A_S_H_
    @_A_B_I_N_A_S_H_ Год назад +5

    Aibur ha asol axomiya gaan jen lagise 😊😊😊

  • @sriyasaswinibalina4232
    @sriyasaswinibalina4232 Год назад +47

    Im from Andhra pradesh, im telugu
    i cant even understand a single word. but i loved this masterpiece.
    amazing music and tune. TRUELY LOVED IT❤❤❤
    GREAT VOICE😊😊

    • @daemon42
      @daemon42 7 месяцев назад +1

      Love from Assam 😊❤️

    • @AscendExalted
      @AscendExalted 14 дней назад

      Like le ne ma tarika thoda CASUAL hai 🤣🤣

  • @bastobkalita6328
    @bastobkalita6328 Год назад +27

    কি সাংঘাটিক ধুনীয়া অ।your voice ❤️

  • @dipaliahom8181
    @dipaliahom8181 Год назад +22

    আবেগৰ পথাৰত হেঙুলীয়া আভাসত উতনুৱা মন দলিচা___ 🥺❤

  • @RahulsonTeron
    @RahulsonTeron 8 месяцев назад +5

    I' here only for nibir da his is music always hit 😊😊❤❤

  • @Goutamjyotikalita
    @Goutamjyotikalita Год назад +13

    Midnight🌃 + headphone 🎧+ eyes closed😴 + feeling crush 🥰🙈 = wah romantic 🥳

  • @monujmohan4138
    @monujmohan4138 Год назад +24

    হৃদয়ত চুই গৈছে ❤️❤️❤️❤️❤️

  • @priyasaikia8545
    @priyasaikia8545 Год назад +7

    হৃদয়ৰ নিভাজ কোণত ৰৈ যাব এই শব্দ বোৰ❤️আগবাঢ়ি যোৱা

  • @momindas119
    @momindas119 Год назад +7

    যৌৱন অধৰত তোমাৰ পৰশত___🥺❤
    শুনি থকা সময়ত এনে লাগে যেন বেলেগ এখন পৃথিৱীত হে আছো___🙂

  • @_A_B_I_N_A_S_H_
    @_A_B_I_N_A_S_H_ Год назад +3

    Bhaskar Da mojaa
    এনেদৰে আগলৈকে ভাল গান অসম বাসিক শুনোৱাব বুলি আশা ৰাখিলোঁ।❤❤❤

  • @_trend_110
    @_trend_110 Год назад +10

    Roi asu Bhaskar daa❤️❤️❤️

  • @rumivlogers8121
    @rumivlogers8121 Год назад +7

    বহুত ধুনীয়া লাগিছে,,,,,মাজুলীৰ পৰা মৰম❤ থাকিল,,,

  • @user-ly7yl2os6o
    @user-ly7yl2os6o 3 месяца назад +2

    Dhuniya lgise bhaskar dada❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @hrishikeshbarman8362
    @hrishikeshbarman8362 Год назад +24

    This song became very successful in the Assamese industry. ❣️

  • @pallavgogoi3953
    @pallavgogoi3953 Год назад +14

    Bor hundar hoise💞💞💞

  • @mamonikhanikor6054
    @mamonikhanikor6054 Год назад +26

    তুমি জানো আহিবা মোৰ আউসীৰ নীৰৱ ৰাতি অনুভৱ বুটলিবলৈ ....!!❤☺💫

  • @uchiha_boy779
    @uchiha_boy779 Год назад +9

    This guy is the future of Assamese song .another master piece (song) by bhasker opswel

  • @bungahussain6215
    @bungahussain6215 Год назад +29

    This man taking assamese music industry at different level❤❤❤

  • @Bikxuhh
    @Bikxuhh Год назад +12

    Your song is ollways my favorite ,❣️❣️ waiting.❤️❤️i am from golaghat

  • @rinkulkonwar3358
    @rinkulkonwar3358 Год назад +4

    কি কম ভায়, মোৰ মৰিগাওঁ নাম উজ্বলোৱা অসমৰ চাৰিওফালে! তোমাৰ প্ৰতিভা সকলোৱো স্বীকাৰ কৰে কৰিবই৷ অন্য দৰে তুমি নহয়! বহুত আগুৱাই যোৱা!!

  • @ankitadeka7135
    @ankitadeka7135 Месяц назад

    অতি সুন্দৰ কণ্ঠ আৰু বহুত ধুনীয়া গীত।প্ৰথম শুনাৰ পিছত একেৰাহে দহবাৰমান শুনিলো আমনি নালাগিলে । শুভেচ্ছা জনালো 🎉

  • @Chintulahkor
    @Chintulahkor 11 месяцев назад +6

    মোৰ হিদয়ৰ গীত চাকে❤

  • @melophile30
    @melophile30 Год назад +46

    Bhaskar you are on the verge of achieving everything ❤️

  • @priyanujhazarikaofficial
    @priyanujhazarikaofficial Год назад +37

    আকৌ এবাৰ ভাল লগা কন্ঠত ভাস্কৰ দাৰ উপহাৰ {মন মু্দ্ধ মোৰ} ❣️❤️

  • @hemadutta2785
    @hemadutta2785 Год назад +6

    অসমীয়া গানে পূৰ্ণতা পায় তোমাৰ কণ্ঠত ❤️শব্দ , সুৰ তুলনা বিহীন ❤️💞 অসমীয়া গানৰ ভাল দিন ঘূৰি আহিছে 🌹💞

  • @jarsangaoofficial6159
    @jarsangaoofficial6159 6 месяцев назад +1

    ইমান ধুনীয়া গান এটা আমাক উপহাৰ দিয়া বাবে অশেষ ধন্যবাদ ভাস্কৰ দা ❤❤ আপোনাৰ গানবোৰ শুনি থাকি কেতিয়াও আমনি নালাগে আকৌ অতি সোনকালে এটি ধুনীয়া গীত আপোনাৰ কণ্ঠত প্রাণ পাই উঠিব বুলি আশাৰে বাট চাই বলো আপুনি সদায় ভালে থাকক 🥀🥰😍❣️❤️

  • @biswajit5436
    @biswajit5436 Год назад +4

    উফ ইমান গৰম জুই যেনেই পাওঁ । ভাল লাগি গ'ল ❤️❤️।

  • @kangkannath7841
    @kangkannath7841 Год назад +8

    সুন্দৰ । মৰমৰ জনালোঁ ❤️🥰

  • @nijoradutta8406
    @nijoradutta8406 Год назад +2

    অনুৰাগীৰ বাবে হদয় চুই যোৱা উপহাৰ দাদা❤️❤️❤️❤️❤️❤️

  • @monmayuricreation8028
    @monmayuricreation8028 Год назад

    অনুৰাগী সকলৰ বাবে best gift
    Fvt song and fvt singer tmi dada

  • @borshabora97
    @borshabora97 Год назад +115

    And another masterpiece of Bhaskar da is here 👀কবলৈ ভাষা নাই দাদা , বহুত বেছি ভাল লাগিল 😌keep it up...we are always with you 🙌🏻best wishes to the whole team ✨ Lot's of love from Golaghat ❤️ hat's off brother's .

  • @emoboycreation837
    @emoboycreation837 Год назад +39

    Blessed after listening the songs at morning times✨🌹❤it's make my day 💫🌺Love you Bhaskar dada 🌹🌺

  • @roshanrai3285
    @roshanrai3285 10 месяцев назад +10

    Love from nepal 🇳🇵

  • @pujanicesirimfromassamdevi5455
    @pujanicesirimfromassamdevi5455 Год назад +36

    I love this man without any reason ♥️ what a voice dada ☺️ wordless 🤗

  • @barunkumarrajmedhi1038
    @barunkumarrajmedhi1038 Год назад +7

    আৰু এটি সুন্দৰ গীত ! অসমীয়া সংগীতৰ এক সুমধুৰ কন্ঠ, ভাস্কৰলৈ অভিনন্দন ! ভাল কাম কৰি যোৱা এনেদৰে, শুভকামনা !

  • @rinkudutta1512
    @rinkudutta1512 Год назад +1

    বহুত ধুনীয়া ‌লাগিছে শুনি। আমাৰ ল'ৰাই বহুত ভাল পাই শুনি।🙏❤️❤️

  • @xukhdukh
    @xukhdukh Год назад +1

    সুন্দৰ গীত...গীতৰ কথাত বিজিত প্ৰতিম ডেকাৰ প্ৰতিভাৰ উমান পালো.

  • @banashrigogoi4192
    @banashrigogoi4192 Год назад +10

    ইমান ধুনীয়া শব্দ ,সুৰ ,কণ্ঠ 😍

  • @mylovekorbi4151
    @mylovekorbi4151 Год назад +22

    গুৱাহাটী বেলতলা তিনিআলিৰ পৰা ৰৈ আছো, বহুত ভাল লাগে আপোনাৰ গান বোৰ, আগুৱাই যাওক এইদৰেই,

  • @hridayranjankalita45678
    @hridayranjankalita45678 Год назад +2

    Gaanti xosakoi mor bohuut priyo ❤️

  • @ParagBoruah-gq7xg
    @ParagBoruah-gq7xg 10 месяцев назад +3

    Majaaaaa🎉🎉🎉🎉🎉

  • @nabajitkalita7475
    @nabajitkalita7475 Год назад +5

    Waiting dada....

  • @raktimaborgohain5569
    @raktimaborgohain5569 Год назад

    My one of the most favourite oneeeee ককাইদেউ😍😍❤️❤️❤️❤️❤️❤️

  • @user-ig4uw1km2s
    @user-ig4uw1km2s Год назад +12

    তুমি জানো আহিবা মোৰ প্ৰণয়ৰ দুৱাৰ খুলি সাঁচি ৰখা মৰম ল'বলৈ 😌❤️

  • @dipjyoti03vlogs42
    @dipjyoti03vlogs42 Год назад +24

    💕💕💕💕💕💕

  • @dipalisaikia1234
    @dipalisaikia1234 11 месяцев назад

    Emn dhunia gan.. Emn dhunia voice.... O my god... Mon val lagi jai gan2 xunile... 🥰🥰🥰🥰💕💕💕

  • @user-zd5vb9sg3l
    @user-zd5vb9sg3l 5 дней назад +1

    Bhal lagil da 😊😊😊❤❤❤

  • @sidth5719
    @sidth5719 Год назад +6

    Eman dhunia geet Bhaskar Da.Love ur voice..Keep us happy..Thank you❤️

  • @lostvibeee
    @lostvibeee Год назад +6

    প্ৰিয় তুমি ❤️ আৰু তোমাৰ voice😩 পাগল কৰি মাৰিবা নেকি 🥲🫀

  • @priyabasumatary2395
    @priyabasumatary2395 Год назад

    Bhaskar Da apuner voice hridoy sporkho kori jai. God bless you anedorei vaal vaal gaan punor Ber hunim buli akha rakhilu. Dhanyawad.

  • @bhargobvlogs9897
    @bhargobvlogs9897 Год назад

    অন্তৰ চুই গল o bhaskar d❤️❤️❤️❤️❣️🔥🔥

  • @mridulborophotography5836
    @mridulborophotography5836 Год назад +4

    অ তুমি জানো আহিবা
    মোৰ প্ৰণয়ৰ দুৱাৰ খুলি
    খাচি ৰখা মৰম লবলৈ...! ❤️ 💕💕

  • @dulumonigogoi8783
    @dulumonigogoi8783 Год назад +5

    সুন্দৰ 👌🥰

  • @mohankaman7631
    @mohankaman7631 8 месяцев назад +1

    Dint abar holu hunu ❤

  • @user-fg6wk4gy1o
    @user-fg6wk4gy1o 8 месяцев назад

    A.. mojja ... ase gantu mur bohut bohut vl lagile ... ❤

  • @kamal49961
    @kamal49961 Год назад +6

    আপোনাৰ পৰা সদাই সুন্দৰ সুন্দৰ গীত বোৰ উপহাৰ পাই থাকো ❤️ ভাল লাগে সকলো গীত ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️

  • @ritamborah309
    @ritamborah309 Год назад +7

    তুমি জানো আহিবা মোৰ
    প্ৰণয়ৰ দুৱাৰ খুলি
    সাঁচি ৰখা মৰম ল'বলৈ। ♥️♥️♥️
    হৃদয়স্পর্শী কন্ঠ তোমাৰ 😊😊
    বহুত বহুত মৰম তিনিচুকীয়াৰ পৰা ♥️♥️

  • @akanksha__borah
    @akanksha__borah Год назад +2

    Koboloi vaxa nai hosake😍bohut dhuniya song

  • @jeutidas3319
    @jeutidas3319 11 месяцев назад +1

    Mojjah ❤

  • @jyotishikhaborah7406
    @jyotishikhaborah7406 Год назад +21

    The way you convey emotion in the whole song is so incredible.....after "xewali" joubana gonna be viral 😍🎶

  • @tileswarburagohain2265
    @tileswarburagohain2265 Год назад +11

    পুৱাই তোমাৰ সুমধুৰ কণ্ঠত নিয়ৰ সতে চেচা চেচা লগা সময়খিনিত ভাল লগা গীতটো শুনি সঁচাকৈ মনটো কিবা এটা ভাল লাগি গ'ল ❤💚💛💖💖

    • @tanjihajui5595
      @tanjihajui5595 Год назад

      আমাকে তোমার ভাষা শিখাতে পারবা প্লিজ?

    • @tileswarburagohain2265
      @tileswarburagohain2265 Год назад

      @@tanjihajui5595 Definitely why not

    • @tanjihajui5595
      @tanjihajui5595 Год назад

      @@tileswarburagohain2265 কি করো এটা কিভাবে বলো তুমি?

  • @madhabdas1817
    @madhabdas1817 5 месяцев назад +1

    Gantu bohut bhall lagil❤❤😊😊

  • @user-ds2gd9rf1r
    @user-ds2gd9rf1r Год назад +6

    অপূৰ্ব গীত দাদা ❤🙂

  • @statuseditor05
    @statuseditor05 Год назад +10

    Finally........
    Tonner king 👑 is back to rock again......
    Lot's of love to you #DADA.......

  • @tinkupriyamsaikia3029
    @tinkupriyamsaikia3029 Год назад +34

    Share নকৰি নোৱাৰিলো প্ৰিয়জনলৈ🥺🌻💓

  • @rajdip9476
    @rajdip9476 Год назад +1

    Uff just....I am speechless... adorable, fabulous bla bla....😍😍🥰🥰😍😍😍

  • @bbiplobvlogandgamingchanne5678

    Bhut vall lage gan2 huni thnk u Bhaskar daaaa enekua dhunia dhunia gan agoloi hunibo pam buli akha thakil

  • @jyotishmanbaruah4618
    @jyotishmanbaruah4618 Год назад +73

    Wordless ❤️😩
    What a voice 😭❤️, lyrics uffffff 🔥🔥
    Thanks for this Opswel daa ❤️...nd kudos to whole team 💚

  • @lilbabes1591
    @lilbabes1591 Год назад +17

    ভাস্কৰ দা আৰু তেওঁৰ গান বিলাক মোৰ সদায় প্ৰিয় 🤞❣️😇

  • @anuragbaruah4147
    @anuragbaruah4147 7 месяцев назад +2

    Moja Lage song bhaskar da❤️❤️❤️