Bhaskar Opswel - Xewali [Official Audio]

Поделиться
HTML-код
  • Опубликовано: 8 сен 2024
  • Follow Bhaskar:
    www.instagram....
    / bhaskaropswel
    Follow Abhinab:
    ...
    #bhaskaropswel #Xewali
    Bhaskar Opswel - Xewali [Official Audio]
    Lyrics ~ Abhinav Nath
    Vocal/Composition/Music ~ Bhaskar Opswel
    Mix/Master ~ Koustav Saikia
    Flute ~ Anjan Medhi & Anurag Saikia
    Guitar ~ Tiku Boro
    G-Design ~ Rongmon
    Motion visual ~ Suraj Gogoi
    Recorded ~ Taal audio lab (Morigaon) and B.N Music studio
    special thanks
    Gaurisnkr, Poketo, Bhargab pall,Harsh,Partho,Chandan mahanta, Dibya mahanta
    Lyrics___!
    শেৱালি তুমি মোৰ প্ৰতি শৰতৰ
    শেৱালি তুমি মোৰ শাৰদী প্ৰেমৰ
    শেৱালি তুমি মোৰ ৰাগিনী গীতৰ
    শেৱালি তুমি মোৰ হিয়াৰে কোণৰ
    শুকুলা মেঘৰ দৰদী সৰগী সুৰীয়া প্ৰাণ
    আছুতীয়া মৰমৰ সুৰ তুমিয়েই মোৰ গান
    শেৱালি তুমি আহিবা ঐ
    শাৰদী কুঁৱলী হৈ
    শেৱালি তুমি যাবাগৈ
    কুঁৱলী সিক্ত হৈ
    অ' মোৰ সেমেকা মনক লৈ
    জোনাকী বাটলৈ
    অ' মোৰ কাষতে বহি ৰৈ
    থাকিবা শেষলৈ
    মোৰ মিনতি তুমি
    থাপনাৰ জেউতি ৰাণী
    নিয়ৰ গৰকি তুমি
    হোৱা লাজুকী জনী
    পুৱা সৰি হোৱা তুমি কোমল দলিছা খনি
    নাযাবা তুমি আঁতৰি

Комментарии • 10 тыс.

  • @BHASKAROPSWEL
    @BHASKAROPSWEL  2 года назад +9802

    আপোনালোকৰ মৰম ভালপোৱা সহাৰি বিচাৰি আমাৰ 'শেৱালি' গীতটি আপোনালোকৰ মাজলৈ আগবঢ়াই দিলো। 🥰🥰🥰
    গীতটি শুনি কেনেকুৱা পালে কমেন্ট কৰি জনাবলৈ নাপাহৰিব! ধন্যবাদ।

    • @tultulihazarika2234
      @tultulihazarika2234 2 года назад +302

      ❤️❤️❤️

    • @sristi7844
      @sristi7844 2 года назад +194

      Bohut val lagil huni dada 😍

    • @rishirajborah1782
      @rishirajborah1782 2 года назад +116

      🥰🥰🥰🥰val lgil bhut

    • @NathStudioPrakash
      @NathStudioPrakash 2 года назад +79

      আউতষ্তেন্দিং 🥰

    • @user-qp4cy7te9b
      @user-qp4cy7te9b 2 года назад +108

      দাদা তুমাৰ কণ্ঠৰ কোনে বননা নাই 👌🏻👌🏻🔥🔥🔥।তুমি যাতে আৰু আগোৱাই যোৱা তাৰে কামনা কৰিছো।আমালৈ সোনকালে আন এটা গীত আগবঢ়ায় দিয়া যেন।তাৰে আপক্ষা থাকিল দাদা।

  • @mrmanupomsaikia7052
    @mrmanupomsaikia7052 Год назад +167

    সুন্দৰ আৰু আগুৱাই যোৱা কৃষ্ণ💗😊

  • @NitulDadhara
    @NitulDadhara 2 года назад +3495

    হে কৃষ্ণ 🌹🔥

    • @bvlassam2830
      @bvlassam2830 2 года назад +47

      xossa Krishna tu tamam diley dei ... what an ending

    • @xsonu3497
      @xsonu3497 2 года назад +25

      😄

    • @funwithmanash4986
      @funwithmanash4986 2 года назад +23

      Eta apunar falor pora uu hunib bisaru..... Hit lage....

    • @Ben0m420
      @Ben0m420 2 года назад +11

      @@funwithmanash4986 to

    • @manashvlogs3384
      @manashvlogs3384 2 года назад +14

      O krishna🙏🌷🌹

  • @dolibarman7760
    @dolibarman7760 5 месяцев назад +231

    এইটো গীত এতিয়াও কোনে শুনা বাৰু আৰু শুনিলে যেন কিবা এটা অনুভৱ হৈ❤

  • @lakhinandanlahon
    @lakhinandanlahon 2 года назад +887

    Uff 💘💘💘💘💘

    • @ashimhazarika2278
      @ashimhazarika2278 2 года назад +7

      ❤️

    • @khairulahmed471
      @khairulahmed471 2 года назад +9

      আপোনাৰ পৰা নতুন ভাললগা flute cover পাম বুলি আশা কৰিলো

    • @hirakjyotinath7929
      @hirakjyotinath7929 2 года назад +7

      Big fan broo🙏বহুত মৰম আপোনালৈ❤🥀

    • @himadriborah8899
      @himadriborah8899 2 года назад +2

      🙏bro

    • @pritomgogoi8223
      @pritomgogoi8223 2 года назад +5

      @Vaishnavi Sangvikar are you from pune?

  • @paroshk4867
    @paroshk4867 2 года назад +55

    বহুত ধুনীয়া হৈছে। গোটেই দিনটো এই গীতটি শুনি এ পাৰ কৰো বুলি কলেও ভূল নহব।❤️

  • @supriyagogoi9483
    @supriyagogoi9483 2 года назад +941

    মোৰ মিনতি তুমি,
    থাপনাৰ জেউতি ৰাণী।
    Uff 🔥
    ভাষা বিহীন ❤

  • @priyabora6986
    @priyabora6986 10 месяцев назад +34

    মই এইবাৰ বিদ্যালয়ত নিশ্চয় এই গানটো গাম❤❤❤
    ইমান ধুনীয়া হৈছে 😊😊😊😊

  • @biikz
    @biikz 2 года назад +738

    কি কণ্ঠ। কি কথা। কি অনুভূতি। সঁচাকৈ হৃদয় আপ্লুত। 👏❤️

  • @alongkritagogoi9165
    @alongkritagogoi9165 2 года назад +118

    আপ্লুত হৈ পৰিলোঁ, ইম্মান ধুনীয়া ❤️

  • @prantikdas4110
    @prantikdas4110 2 года назад +70

    সংগীতৰ নতুন দিগন্ত সূচনা কৰা তোমাকো বহুত বহুত ধন্যবাদ। এই শেৱালি গীতটি অন্য এটি মিঠা মাদকতা শুনিবলৈ পোৱা গৈছে।
    বাকী সুৰ,কণ্ঠ,সংগীত সকলো সুন্দৰ হৈছে।

  • @putumoniburagohain871
    @putumoniburagohain871 3 месяца назад +44

    অতি সুন্দৰ। বহুত ভাল লাগিল।আগুৱাই যোৱা। মিঠা মিঠা লগা এটি সুন্দৰ গীত ।

  • @gitarthazgmedhi.
    @gitarthazgmedhi. 2 года назад +70

    আহি গল 😘💞 ইমান ধুনীয়া লাগিছে কবলৈ ভাষা নাই 💞😘

  • @puspalotabaglary8265
    @puspalotabaglary8265 2 года назад +95

    মন চুই গ'ল❤️।।আকৌ এনেদৰে শুনিবলৈ পাম বুলি আশা ৰাখিলোঁ।।

  • @rinadevi5122
    @rinadevi5122 2 года назад +629

    উফফফ!! 😌😌 প্ৰতিটো শব্দৰ মাজতেই যেন এক যাদু । মোৰ দিনটো আৰম্ভ হয় এই গীতটিৰে ।❤️ আপোনাৰ কন্ঠত সচাই যাদু আছে । শৰতৰ শেৱালীৰ সুবাসত বিলীন হৈ যাও আপোনাৰ এই গীতটিৰ মাজেৰে। Love this song ❤️😍

  • @Jitul...
    @Jitul... 10 месяцев назад +100

    199 বাৰ মান শুনিলো,,,অলপো শুনি বেয়া পোৱা নাই,প্ৰতিটো শব্দৰ কিবা এটা নতুনত্ব বিচাৰি পাইছোঁ।nice one bro..love from sonari

  • @bhargavmahanata8527
    @bhargavmahanata8527 2 года назад +2151

    অসমীয়া সংগীতৰ ভাল সময়বোৰ আকৌ উভতি আহিছে 😍❤।

  • @upamainyubora1992
    @upamainyubora1992 2 года назад +462

    অসমীয়া সংগীতৰ পুনৰ এক নতুন যুগ আৰম্ভ হৈছে,এই যুগত এক গুৰুত্বপুৰ্ণ ভুমিকা পালন কৰিছে ভাস্কৰ Opswel য়ে।।।

    • @scamp0p265
      @scamp0p265 2 года назад +9

      Title tu Assamese likhi dile hoi 😄

    • @manurajdanggen8617
      @manurajdanggen8617 2 года назад +2

      Z3zriruurueiti3938t7ezcgrofhdhelhri4829265stgdieudz2628d8e1233rru8ugffwgsgdzdutz4zdhdur4it8fufcooome

    • @pranjittalukdar3110
      @pranjittalukdar3110 2 года назад

      @@manurajdanggen8617 jzdhgsmskhfnndisgfdhks

    • @bontisaikia1095
      @bontisaikia1095 2 года назад

      Yk

    • @juriborah4553
      @juriborah4553 Год назад

      Such a lovely voice you have. Heartiest love and best wishes 😊

  • @ASunnyLoying
    @ASunnyLoying 2 года назад +54

    অপেক্ষাৰ অন্তত এক মধুৰ সুৰৰ উপহাৰ আগবঢ়ালে 😁😍, বহুত বহুত মৰম আৰু শুভেচ্ছা 😇😇😇, গোলাঘাট 😍

  • @debendas1107
    @debendas1107 3 месяца назад +33

    মৰম লগা দাদা জন 🥰❤️__moja__Dada😍❤️

  • @bhargavpall3132
    @bhargavpall3132 2 года назад +409

    শৰতৰ "শেৱালি"ৰ সুবাসে সকলোকে যেনেকৈ মোহিত কৰে ঠিক তেনেকৈয়ে #bhaskaropswel দাদাৰ কণ্ঠতো "শেৱালি"য়ে সকলোৰে হৃদয় স্পৰ্শ কৰি গৈছে ।।।।। ❤️❤️❤️😍 বহুত বহুত শুভকামনা ।।।😊

    • @studiohealth9684
      @studiohealth9684 2 года назад

      ruclips.net/video/pwpAQT8hp-A/видео.html
      ling dilu sab abr mur video deiii Vlogs

    • @AmitabhKakoty
      @AmitabhKakoty 2 года назад +1

      I am your fan too!! Bring us more!

    • @nkrider09_rm
      @nkrider09_rm 2 года назад

      ❤❤❤❤❤❤❤❤❤❤❤❤❤😘🥰🥰🥰🥰🥰🥰🥰🥰i❤vu2

    • @birendranaththakuria558
      @birendranaththakuria558 Год назад

      সচাই শবদ আৰু সুৰ বহুত সুনদৰ

  • @luheetsaikia6419
    @luheetsaikia6419 2 года назад +432

    গীতটি শুনি দেহ মন ভৰি গল দেই। গীতৰ কথা,সুৰ,সংগীত বহুত ধুনীয়া। কৃষ্ণ !!👌

  • @daretoshow3425
    @daretoshow3425 2 года назад +513

    এক নিচা আছে এই শব্দত এক যাদু আছে এই কণ্ঠত।❤️🥰🥀

  • @Uniquerai0088
    @Uniquerai0088 4 месяца назад +15

    Dont understand any language but literally addicted one ❤ Tons of love from Nepal 💗😊

  • @borshabora7025
    @borshabora7025 2 года назад +47

    শেৱালী তুমি মোৰ শাৰদী প্ৰেমৰ...,
    শেৱালী তুমি মোৰ প্ৰতি শৰতৰ♥️✨
    Just Another Level 🔥❤️

  • @bijaydas9355
    @bijaydas9355 2 года назад +139

    গানটো শুনি শুনি Comment বোৰ পঢ়ি গীতটো আৰু বেছি ভাল লাগিল।
    Bhaskar da you are amazing ♥✨❣️

    • @dhirajmoran1203
      @dhirajmoran1203 2 года назад +3

      Bha

    • @studiohealth9684
      @studiohealth9684 2 года назад

      ruclips.net/video/pwpAQT8hp-A/видео.html
      ling dilu sab abr mur video deiii Vlogs

    • @pabangogoi8916
      @pabangogoi8916 2 года назад +1

      Lovely voice❤hosai bohut vl lga apunar voice.... Agbahi jauk aru 💝

    • @manashsarma09
      @manashsarma09 2 года назад

      😊

    • @SAli-ps4jb
      @SAli-ps4jb 2 года назад

      Hossa deyy...... ❤️✨

  • @priyankahazarika8967
    @priyankahazarika8967 2 года назад +75

    গীতৰ কথা, সুৰ অতি উত্তম। বাৰে বাৰে শুনি আমনি লগা নাই 😍

  • @SankarDeka58
    @SankarDeka58 5 месяцев назад +14

    হৃদয় চুই গল গীতটিয়ে ❤❤❤🎉🎉🎉

  • @lilimaiassam
    @lilimaiassam 2 года назад +117

    বহু দিনৰ মূৰত এটি হৃদয় চুই যোৱা গান শুনিবলৈ পাইছো😍😍😍❤️❤️

    • @probhatborah8937
      @probhatborah8937 2 года назад +4

      হয় হয় ❤️

    • @cbmixer1576
      @cbmixer1576 2 года назад +2

      𝙳𝚊𝚍𝚊 𝚖𝚔 𝚑𝚎𝚕𝚙 𝚔𝚘𝚛𝚘𝚔

  • @abidurrohman18
    @abidurrohman18 2 года назад +30

    প্ৰতিটো শব্দই হৃদয় চুই যায়.....
    হৃদয়স্পৰ্শী❤️❤️❤️

  • @Ankita_Das_98
    @Ankita_Das_98 2 года назад +14

    Lyrics+voice+music+song xokolo bur bohut bhal hoise... Hridoy sui jua romantic song aitu❤❤

  • @jayantasarania3031
    @jayantasarania3031 4 месяца назад +8

    Bohot bohot dhonia...❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤.....

  • @monikhagondhia7317
    @monikhagondhia7317 2 года назад +83

    .কি শব্দ, কি ভাষা, কি সুৰ , সুকীয়া মাদকতা💕

  • @palvlogs3919
    @palvlogs3919 2 года назад +61

    শেৱালী তুমি মোৰ প্ৰতি শৰতৰ
    শেৱালী তুমি মোৰ শাৰদী প্ৰেমৰ
    এক অন্তৰংগ আলাপ 🥰💐🌼

  • @ramac2477
    @ramac2477 2 года назад +433

    আজিৰ অসমীয়া গীত সচাকৈ সুন্দৰ কণ্ঠত আছে।যেতিয়াই এই গীতবোৰ শুনিম প্ৰথম বাৰৰ বাবে শুনিছো নিচিনাই অনুভৱ হৈ থাকিব।

    • @studiohealth9684
      @studiohealth9684 2 года назад +3

      ruclips.net/video/pwpAQT8hp-A/видео.html
      ling dilu sab abr mur video deiii Vlogs

    • @bristiahom4349
      @bristiahom4349 2 года назад +4

      Right hosakoi emn vl hoise ki kom mne

    • @ramac2477
      @ramac2477 2 года назад +2

      @@studiohealth9684Val baru....

    • @ramac2477
      @ramac2477 2 года назад +2

      @@bristiahom4349 Val baru

    • @anupbarman8858
      @anupbarman8858 2 года назад +1

      Hii

  • @eerrt88
    @eerrt88 5 месяцев назад +19

    Krishna he ao❤❤

  • @Madhujya_saikia___2.0.
    @Madhujya_saikia___2.0. 2 года назад +161

    সুন্দৰ ভাস্কৰ দা তুমি এনেকৈ আৰু আগবাঢ়ি যোৱা আমি সদায় তোমাৰ লগত আছোঁ মাজুলীৰ পৰা বহুত বহুত মৰম যাছিলোঁ❤️❤️❤️

  • @yasichetia3356
    @yasichetia3356 2 года назад +37

    এই গানটোৱে হৃদয়ত আলোড়িত কৰি মন প্রান উৰুৱাই নিয়ে প্রিয়জনৰ ওচৰলৈ,, এই যৌৱনৰ উৎফুল্লিত মনটোত এনেবোৰ হৃদয় চুই যোৱা গীত শুনা পালে আৰু হৃদয় উৎফুল্লিত হয়,, ধন্যবাদ দাদা আপুনি আমাৰ মাজলৈ এই মন চুই যোৱা গীতটো দিয়াৰ বাবে🌈🌎🌹

    • @narentaid8347
      @narentaid8347 2 года назад +4

      i love you direct koi dilu beya napabi

  • @basu_bhai_vlog
    @basu_bhai_vlog 2 года назад +19

    অপেক্ষাৰ অন্তত finally আকৌ এবাৰ মন চুই গ'ল,,,শেৱালি জনীয়ে,,,🤗🤗

  • @dulalboruah9225
    @dulalboruah9225 6 месяцев назад +5

    ✨ ওফ ভাস্কৰ দা ইমান ভাল লাগিছে গানটো❣️

  • @biswajitbaruah20
    @biswajitbaruah20 2 года назад +452

    মৰিগাঁওবাসী হিচাপে গৌৰৱ অনুভৱ কৰো ভাস্কৰ, তুমি এনেদৰে আগুৱাই যোৱা

  • @babuljonak3828
    @babuljonak3828 2 года назад +45

    শেৱালীত সচাকে যাদু আছে🙁😘😘নহলে নো ইমান কে শুনিব লগা হয় নে🙏একেলেথাৰিকৈ ৫/৬বাৰ শুনিবই লাগে💘💘

  • @chintusaikia566
    @chintusaikia566 2 года назад +190

    গানটো বহুত ধুনীয়া হৈছে তুমি আৰু আগুৱাই যোৱা দাদা ❤️

  • @ChatkiSingh-dv2oc
    @ChatkiSingh-dv2oc 5 месяцев назад +12

    Bohut bhal lagil

  • @princedihingia3524
    @princedihingia3524 2 года назад +34

    হৃদয় চুই গল প্ৰতিটো শব্দই ❤❤❤❤❤

  • @axom1843
    @axom1843 2 года назад +26

    উফ: কান কেইখন যেন কিবা শান্তি পাইছে দাদা ,এটা এটা শব্দ উফ""""""❤️❤️

  • @axomsmoky1085
    @axomsmoky1085 2 года назад +16

    উফ: কান কেইখন যেন কিবা শান্তি পাইছে ,এটা এটা শব্দ উফ❤❤

  • @Rakeshneeldamu
    @Rakeshneeldamu Месяц назад +2

    Bhaskar da aponi iman dhuniya dhuniya geet guwa.aponi aru ei dure vl vl gan gai juwa.aru jate aponi geet gai gayokor bhitorat 1st ba 2nd hoi moi axar korisu.aponi iman tanot xur bur diya xuni bor vl lage.bhaskar da aru sestra kora ❤❤.xewali geetti xuni bor vl lagil.iman dhuniya xunile kibar natun jibon aha dharonr lage.

  • @himadriborah8899
    @himadriborah8899 2 года назад +312

    অপেক্ষাৰো অন্য এক মাদকতা আছে দেই❤🌸🌼🎧

  • @bhabanisarma6706
    @bhabanisarma6706 Год назад +94

    শেৱালীৰ সুবাষত পূজাৰ আগমন, 🥀 🥀 ভভাস্কৰ ডাৰ কণ্ঠৰ তূলনা আগমন 🌷🌺

  • @RAMENRAJBONGSHI
    @RAMENRAJBONGSHI 2 года назад +87

    এতিয়ালৈকে ৫০ বাৰৰো অধিক শুনিলো।। কাৰণ এটাই, হৃদয় চুই যোৱা কণ্ঠ, লিখনি, গোটেই গীত টো।।❤️❤️❤️👌👌👌🥰

  • @BhaimunGogoi-ye5wf
    @BhaimunGogoi-ye5wf 10 месяцев назад +15

    হে কৃষ্ণ ❤🌸🌸🌸💞💞

  • @subaldas6413
    @subaldas6413 Год назад +25

    বুজাৱ‌ নোৱাৰা এক অনুভূতি শেৱালি তুমি মোৰ হিয়াৰ এ কোনৰ ❤❤❤❤❤

  • @poojashri3392
    @poojashri3392 2 года назад +784

    This song is absolutely stunning!! I am from Tamil Nadu...recently, I am addicted to Assamese songs. I am in the phase of listening to at least 2 new Assamese songs daily. We( who don't know the language) are trying to know the meaning of these songs, but we could not find the meaning anywhere on the internet. If we also know the meaning of the songs, it will surely bring out the essence of the song and we will get to know the feelings of the singer deeply! So, I kindly request that every singer or music producer release these songs with English lyrics and meaning !!!

    • @kamalpradhan3258
      @kamalpradhan3258 2 года назад +10

      Thank you from Assam ❤️

    • @Danchingcatpg
      @Danchingcatpg 2 года назад +8

      Thnq from all assam boy's

    • @siddharthd.parkour227
      @siddharthd.parkour227 2 года назад +14

      keep trying love from (Meghalaya)

    • @user-jx6wt2fk4b
      @user-jx6wt2fk4b 2 года назад +7

      Yes subtitles must be provided in the videos. Bdw the meaning of hewali is Jasmine flower

    • @user-jx6wt2fk4b
      @user-jx6wt2fk4b 2 года назад +4

      @@yourlocalgayactivist.5844 accha moi najanisilu , jasmine buli vbisilu. Aru varun dhawan flim khonor name asil- October. It's call sewali in Assamese and seuli in Bengali. Night blooming/flowering jasmine.

  • @vagnahriday3074
    @vagnahriday3074 2 года назад +68

    উফফফ,,,
    আকৌ ধামাকা ❤️❤️
    মিঠা কণ্ঠস্বৰ ,লগতে সুৱদী সুৰীয়া গীতত এক অনন্য যাদু আছে ।

  • @diliptalukdar2746
    @diliptalukdar2746 8 месяцев назад +8

    S0 beautiful song 😊❤🎉

  • @priyasonowal2750
    @priyasonowal2750 2 года назад +100

    মোৰ মিনতি তুমি থাপনাৰ জেউতি ৰাণী .......🥺😘❤️🥰 শেৱালী তুমি মোৰ শাৰদী প্ৰেমৰ .... গীত টো শুনি ....মনত এক নোপোৱা সুখ জাগি উঠিল সচাকৈ ....... বহুত সুন্দৰ 😊

  • @bishalborah8409
    @bishalborah8409 2 года назад +14

    বুজাবলৈ আচলতে শব্দৰ অভাৱ, বহুত ‌সুন্দৰ গীতটি । এনেকৈয়ে যাতে আগুৱাই যোৱা আমি সদায় তোমাৰ লগত আছো।💞💞🥰🥰

  • @hemadutta2785
    @hemadutta2785 2 года назад +504

    মিউজিক , কন্ঠ ,কথা ,তুলনবিহীন তুমি দাদা 😘❣️হৃদয় চুই যায় ❤️

  • @user-db8ql1hr1v
    @user-db8ql1hr1v 8 месяцев назад +5

    Xagoror pani luniya🍃 bhaskar dar gaan bur always dhuniya❤

  • @sanjoypatiri900
    @sanjoypatiri900 2 года назад +55

    আপোনাৰ মাত সুন্দৰ দাদা
    শুনি বহুত ভাল লাগিল,Thanks a lot 😍😍👍

  • @OnlyEnjoy769
    @OnlyEnjoy769 Год назад +272

    I am bengali . I don't understand Assamese language but there are some Assamese songs which I listen to every day and I like them very much. West Bengal, Siliguri ❤❤❤

  • @achyutdas5495
    @achyutdas5495 11 месяцев назад +103

    গানটো শুনি বহুোত ভাল লাগিছে 🧡🤍💚 জয় আই অসম🙏🙏

    • @anupamdas8858
      @anupamdas8858 8 месяцев назад +2

      Harkhuya 😂😂😂😂

    • @ankursikder2016
      @ankursikder2016 2 месяца назад

      From Kolkata ❤❤❤
      Bt I like Assamese songs bcoz my maternal uncle'shome is I'm Guwahati ❤❤
      Joy Ai Assam ❤❤❤

  • @AnjelinaKashyap
    @AnjelinaKashyap 5 месяцев назад +5

    গানটো হৃদয় চুই গল❤❤❤🤟🤘

  • @dhrubajyotiofficial9973
    @dhrubajyotiofficial9973 2 года назад +17

    বহুত ধুনীয়া হৈছে ভাস্কৰ দা তুমি আৰু আগবাঢ়ি যোৱা সদাই তোমাৰ লগত আছো। নলবাৰীৰ পৰা বহুত বহুত মৰম ভালপোৱা যাচিলো।

  • @charusmitadeka7597
    @charusmitadeka7597 2 года назад +12

    মিউজিকবোৰ এনেকুৱা হ'ব লাগে সৰল; কথাবোৰ; য'ত তাৰ প্ৰতিটো শব্দই আপোনাক চুই যাব পাৰে ❤️❤️❤️❤️ আৰু সঁচাকৈয়ে এই গীতটি হৃদয় চুই গৈছে 😘😘😘😘😘😘😘😘😘 হয়তো প্ৰতিজন শ্ৰোতাই উপলব্ধি কৰিব পাৰিছে এই গীতটিৰ বিশেষত্ব😘😘😘😘😘

  • @polashrajkhowa664
    @polashrajkhowa664 2 года назад +12

    ভাষা নাই কবলৈ কিমান সুন্দৰ হৈছে .... ❤️🔥🥰🥀

  • @mainumithi224
    @mainumithi224 8 месяцев назад +3

    Etu mur favorite song hoi❤❤
    Mur minuti tumi thapunar jeuti rani niyor goroki tumi puala jauki Jani pua khari tumi this line is awesome ❤❤ and i love it❤❤

  • @abhinashpegu7179
    @abhinashpegu7179 Год назад +92

    শেৱালীৰ সুবাষত পূজাৰ আগমন,🥀🥀
    ভাস্কৰ ডাৰ কন্ঠৰ তূলানা অগনন🌷🌺

  • @jitusvlog9806
    @jitusvlog9806 2 года назад +17

    এটা এটা শব্দ ই হৃদয় চুই গৈছে 🎶 ❤

  • @user-ds2gd9rf1r
    @user-ds2gd9rf1r 2 года назад +169

    🙂অনুপম শব্দৰ সংযোগত প্ৰাণ পাই উঠা বাক্যৰ গাঠনি/সুৰ/কন্ঠ...👌👌👍👍

  • @Basiruddin-gl2zh
    @Basiruddin-gl2zh 5 месяцев назад +6

    Song tut mugdho moi ❤❤❤

  • @momitatamuli1397
    @momitatamuli1397 2 года назад +284

    হৃদয় কপোৱা সুৰ🎶💜গীতৰ ভাষাই মন চুই গ'ল।🖤

  • @taifurgeet952
    @taifurgeet952 2 года назад +11

    শেৱালি শব্দ টি যিমান ধুনীয়া, গীত টিয়ে আৰু ধুনীয়া কৰি পেলাইছে, Lyrics, music, 🔥 হেঁপাহ নপলুৱা এটি গীত....

  • @user-kx8np4zi5u
    @user-kx8np4zi5u 2 года назад +32

    Moi মুগ্ধ তোমাৰ গানত, হৃদয় কোণ ৰ পৰা এমুঠি মৰম জাচিলো ভাস্কৰ দা, শেৱালি বহুত ধুনীয়া লাগিল so smooth,soft nd beautiful 💙 💜💚💛❤️

  • @SumiBaruahDeka
    @SumiBaruahDeka 6 дней назад +1

    Ufffff hai main marjawan 😮❤❤

  • @statusboy6595
    @statusboy6595 2 года назад +172

    "শেৱালি"প্ৰেমত পৰিছো গভীৰভাৱে। মোৰ প্ৰেমত আকৌ কোনো নপৰে যে তোমাৰ শব্দবোৰ আমাৰ দৰে অকলশৰীয়া বোৰৰ বাবে অনুপ্ৰেৰণা ❤️

    • @tulikajunak4534
      @tulikajunak4534 2 года назад +4

      ইমান ধুনীয়াকৈ কথা খিনি লিখিলা ভাল লাগিল।

    • @statusboy6595
      @statusboy6595 2 года назад +2

      @@tulikajunak4534 হয় জানো

    • @barnillahkar9298
      @barnillahkar9298 2 года назад +1

      😂

    • @darkesportyt503
      @darkesportyt503 2 года назад

      হয় দিয়া

    • @runuborah1975
      @runuborah1975 2 года назад

      Same to me

  • @ranjanjyotiborah7669
    @ranjanjyotiborah7669 Год назад +13

    তোমালোক অসমীয়া সংগীতৰ ভৱিষ্যতৰ ধ্বজাবাহক । সুন্দৰ সুন্দৰ সৃষ্টিৰে সকলোকে আপ্লুত কৰি যোৱা ।

  • @AxomiaD
    @AxomiaD 2 года назад +69

    দিনটোৰ আৰম্ভণি এই গীতটিৰে আৰু অন্তৰো এই গীতটিৰে হয় । গানৰ কথা আৰু সুৰে বলিয়া কৰিলে মোক ।❤️🤗

  • @JharnaChakrabarti-bl7ws
    @JharnaChakrabarti-bl7ws Месяц назад +1

    Long drive + alone + with AC + xewali = FEEL LIKE HEAVENNN....😇😘

  • @madshifter
    @madshifter 2 года назад +17

    মোৰ প্রতিটো উশাহত এইটো গান 😍😍😍

  • @umagogoi
    @umagogoi 2 года назад +71

    হে কৃষ্ণ 😍❤️🔥।তাৰ আগৰ পাছৰ EDM লাইন উফ্😍🔥keep it up Bhaskar bro 😍love from Dibrugarh 🔥😍

  • @saurabhbhuyan5562
    @saurabhbhuyan5562 2 года назад +23

    হৃদয় কপোৱা গান...মনোমোহা...অতি সুন্দৰ...আগুৱাই যোৱা ভাস্কৰ...

  • @filmworld7028
    @filmworld7028 7 месяцев назад +1

    Bhai tmi🔥🥵🔥🔥 joy Aai axoom❤💝😊

  • @rupjyotisarma8133
    @rupjyotisarma8133 2 года назад +131

    মই গানটোৰ প্ৰেমত পৰি গ'লোঁ দাদা❣️❣️❣️❣️ "হে কৃষ্ণ" is ultimate 🙏🙏🙏🙏🔥🔥🔥🔥

    • @Devil-cy2qq
      @Devil-cy2qq 11 месяцев назад +4

      rup daa tumar comment bor bhut uncommon ,, heikarone vl tk

  • @babuljonak3828
    @babuljonak3828 2 года назад +87

    ভাস্কৰৰ গীতবোৰ আগতে মই প্ৰায়েই নূশুনো কিন্তু এতিয়া শেৱালী গানটোৱে আপোনাৰ প্ৰতিটো গান শুনিবলৈ বাধ্য কৰালে💖💖💖💖💖 ধন্যবাদ ইমান এটা সূন্দৰ গীত আমাৰ মাজলৈ আগবঢ়াই দিয়াৰ কাৰনে

  • @allisabegum1337
    @allisabegum1337 2 года назад +448

    অসমীয়া সংগীতৰ সময়বোৰ আকৌ উভতি আহিছে ❤️❤️

  • @noahmartin1596
    @noahmartin1596 2 года назад +222

    Harika. Türkiye'den sevgiler. Lots of love from🇹🇷

    • @biplabroktim1210
      @biplabroktim1210 2 года назад +10

      Assamese song .......Lots of love From Assam bro........💕💕😊😊

    • @annu_ak9111
      @annu_ak9111 2 года назад +9

      @@noahmartin1596 it's the most beautiful state in India

    • @odin3433
      @odin3433 2 года назад +3

      Thank you would love to visit hagia sophia museum one day

    • @autumngirl1527
      @autumngirl1527 2 года назад +2

      ❤️❤️

    • @odin3433
      @odin3433 2 года назад +4

      @@annu_ak9111 *one of the most beautiful. Not most beautiful...

  • @viewsme8080
    @viewsme8080 2 года назад +8

    তোমাৰ প্ৰতিটো গানতেই সুকীয়া মাদকতা পাওঁ।অনুভৱৰ পৃথিবীখনলৈ সোমাই যাওঁ। well done for whole team.. Gd bless u.

  • @jaangogoi8315
    @jaangogoi8315 2 года назад +55

    শুনি থাকিলে শুনি থাকিব মন যায়। ইমান মন পৰশা সুমধুৰ কন্ঠ।❤

  • @user-jx9jy2dl7z
    @user-jx9jy2dl7z Месяц назад

    Suni bohut vl Lagill, Oti Sundar Anuvob. Vakhare bujabo nwara 🙏🙏🙏

  • @indibrkonwar5470
    @indibrkonwar5470 Год назад +50

    কিয় নাজানো মোৰ শেৱালী গানটো বহুত বহুত বেছি ভাল লাগে মই প্ৰতি দিনে শুনু কিয় নাজানো বহুত ভাল লাগে মই দিনে কেতিয়াবা ৩বাৰ৪বাৰ লইকে শুনু বহুত ভাল লাগে ❤❤

  • @mandiraborah4092
    @mandiraborah4092 2 года назад +170

    I've been always attracted to his voice since he first started recording songs.. Found him on Instagram and then RUclips.. From ' tumi mur nuhua ' to ' xewali' you've always been such a sweet one! 🥀❤

  • @munushmitaray1873
    @munushmitaray1873 2 года назад +12

    ভাস্কৰ দা কঁপাই তুলিলা... ❤️
    মৰম বোৰে গান হৈ নিগৰে...

  • @DibeyaChutia
    @DibeyaChutia 5 месяцев назад +2

    Bohut val lage gantu mon val thakile hunu kintu man bea lagileu huni val pau ❤❤❤

  • @arnabmallick588
    @arnabmallick588 2 года назад +23

    কি সুন্দৰ গীত 👍👍👍 ,, শুনি বহুত বহুত ভাল লাগিল ❤️❤️❤️❤️

  • @mallikabaruah8132
    @mallikabaruah8132 2 года назад +13

    তোমাৰ কণ্ঠত সঁচাই যাদু আছে ভাস্কৰ দা ❤️ বহুত বেছি ভাল লাগিছে শুনি গীতটো ❤️✨ সদায় এনেকেই আগবাঢ়ি যোৱা🤗🤗। বহুত বহুত মৰম তোমালৈ❤️ love you so much ❤️😘

  • @dhrubajyotihazarika3673
    @dhrubajyotihazarika3673 2 года назад +909

    আজি মই গাড়ীখন লৈ অলপ ওলাই গৈছিলো --এই গানটো শুনি মোৰ গা ৰমৰমাই গৈছে❤❤আৰু আগোৱাই যোৱা।।।।। জয় আই অসম ✊

  • @AnjumoniChetia-fe2xj
    @AnjumoniChetia-fe2xj Месяц назад +1

    সছাকৈ আপোনাৰ গান কিবা বহুত বেছিয়ে ভাল লাগে ❤❤😊

  • @SJ-xw1ff
    @SJ-xw1ff Год назад +122

    literally tears in my eyes ..what a voice ..just beginning to fall in love in love assamese song again ..love from Arunachal pradesh ..