PAHORI NAJAO ~ Gaurav Raj (Official Music Video)

Поделиться
HTML-код
  • Опубликовано: 29 май 2024
  • Audio Credits :
    Song - Pahori Najao
    Singer - Gaurav Raj Hazarika
    Music & Composition - Gaurav Raj Hazarika
    Lyrics - Abdul Malik
    Guitar - Ishanu
    Bass - Saurav
    Mixing & Mastering - Koustav Saikia
    Additional Vocal - Unmana
    Video Credits :
    Cinematography | Editing | Color Grading - MTVisuals
    Drone Operator - Nilkamal Das
    Lyrics :
    নালাগে জানা
    এষাৰো ক'ব
    ক'ব জানে চকুৱে যিমান
    বুজিলে সিমান
    কিযে মিঠা ..
    সকলো আশা
    বাসনা বেথা
    ৰঙা নীলা বুকুৰে হেঁপাহ
    মায়াবী সুবাস
    কিযে মিঠা...
    বৰষাতে তুমি
    বতাহতে তুমি..
    আঁকিলা হিয়াৰে
    চিয়াহী ঢালি...
    উশাহতে
    নিশাহতে মাথো তুমি
    আৰু তুমি
    উশাহতে
    নিশাহতে মাথো তুমি
    মোৰে তুমি...
    যোৱা দিনবোৰ
    সৰা ফুলবোৰ
    স্মৃতিৰ এটি দৰদী ক্ষুধা
    পাহৰি নাযাওঁ
    হেৰাব নিদিওঁ
    কলিজাৰ কুঠৰী তুমি...
    জোনৰে জোনাক
    মনৰে বহাগ
    তেজৰো গতি তুমি..
    কি অপৰাধ কৰিলো
    বুজিকে নাপালো,,
    কোৱাচোন- তুমি সিদিনা-----
    কথা দিলা, কথা ল'লা
    আজি কিয়নো...কাৰোবাৰে হৈ
    সেই কথাবোৰ পাহৰি
    কলিজা গৰকি..
    .আঁতৰি
    আছা তুমি ----------
    কিয় বাৰু
    ক'বানে মোক ----
    মোৰ অপৰাধ
    ভালপোৱাই নে কোৱা.....?
    Copyright(s) Reserved. 2024 GAURAV RAJ HAZARIKA
  • ВидеоклипыВидеоклипы

Комментарии • 138