Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
কৃষ্ণ কৃষ্ণ বাপ বৰ ভাল কথা সুন্দৰ লাগিল কৃষ্ণ
কৃষ্ণ বাপ ভাল লাগিল কথা বোৰ শুনি।
কৃষ্ণ ❤️🙏 অতি সুন্দৰ
Krishna Krishna bap hewavagi janalu 🙏🙏.
সুন্দৰ ,নজনা বহুত কথাই জানিলো ।কৃষ্ণ
কৃষ্ণ কৃষ্ণ বাপ
Krishna Krishna Krishna
ধন্যবাদ বান্ধৱ গুৰুত্বপূৰ্ণ তথ্যৰ বাবে ,🙏🙏
ভালেই কৈছে
কৃষ্ণ
কৃষ্ণ কৃপাত সকলো ৰেই শুভ কামনা মঙ্গল হ ওক তাৰে কামনা কৰি লো ,
কথাখিনি জানিব পাৰি ভাল লাগিল। ধন্যবাদ 🙏
আপোনাৰ শ্ৰীমুখে নৱ বৰ্ষৰ বিষয়ে জানিব পাৰি ধন্য হৈছো কৃষ্ণ
🙏
Krishna ❤🎉🎉🎉🎉🎉
Kotha khini sundorkoi bujai diyar babe apunaloi oses dhonyobad jasilu
তোমাৰ চেনেলটো আগুৱাই গৈ থাকক তাকে কামনা কৰিলো
কৃষ্ণ। ঠিক কৈছে।ময়ো এই বিষয়ে অধ্যয়ন কৰিছিলো। তাৎপৰ্য নুবুজাকৈ গাঁৱলীয়া এচামে মিচাতে চিঞৰ বাখৰ কৰি পৰিৱেশ বিনষ্ট কৰে।
বহুত দৰকাৰী কথা কলে
প্ৰথমতেই বাপজনালৈ সেৱা আগবঢ়ালোঁ। মনত এটা প্ৰশ্নই খো -ধোৱাই আছে । এই যে গুৰু চৰিতৰ পচা মাছ ভক্ষণ প্ৰসংগখিনিৰ বিষয়ে অলপ ক'ব পাৰিবনে?.. গুৰুজনাই টো জীৱ হত্যা কৰাৰ বিৰুদ্ধে আছিল, তেন্তে তেওঁ মাছ কেনেকৈ ভক্ষণ কৰিব ? তেওঁটো সাত্বিক আহাৰ গ্ৰহণ কৰিছিল চাগৈ !!!... কৃপা কৰি আমাৰ জিজ্ঞাসা শান্ত কৰক। কৃষ্ণ 🙏
পৰৱৰ্তী সময়ত কিছু লোকে বিপৰীত মানসিকতাৰে এনে কিছুমান ভিত্তিহীন কথা যোগ দিয়ে , গতিকে এনেবোৰ কথাত গুৰুত্ব নিদিব🙏
@@madhurjyaborah-yy5rt কিন্তু বাপ। গুৰুচৰিতত যিহেতু আছে সেই গতিকে বহুতেইটো সঁচা বুলি ভাৱিব। গুৰু চৰিত খন অধ্যয়ন কৰোঁতে সেইটো পাঠ নপঢ়াকৈ যাম নেকি বাপ ?.. ক'ব চোন । ৰাম ৰাম🙏
@@madhurjyaborah-yy5rt কিন্তু বাপ.. যিহেতু গুৰুচৰিতত সেইবুলি লিখা আছে , সেই গতিকে বহুতো মানুহে টো সঁচা বুলি ভাৱিব। গুৰু চৰিতখন অধ্যয়ন কৰোঁতে সেইটো পাঠ নপঢ়াকৈ যাম নেকি বাপ..পাৰিলে জনাব চোন । ৰাম ৰাম🙏
@@madhurjyaborah-yy5rt বাপ, পাৰিলে আপুনি গুৰুজনাৰ খাদ্যাভ্যাসৰ ওপৰত ভিডিঅ'বনাব চোন । যিহেতু জনসাধাৰণেও জানিবলৈ বিচাৰে । কৃষ্ণ 🙏
আপোনাৰ মুখেৰে গুৰুজনাৰ জন্ম কত হৈছিল গুৰুৰ বাল্য কাল চোৱা কেনে দৰে পাৰ হল তাৰ অলপ জ্ঞান দিব পাৰিব নেকি আমাক
Krishna pobhujona apunar phon no dibo naki
600-138-0050