Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
Krishna❤ pronam probhu❤❤❤❤
কৃষ্ণ প্ৰভু বৰ ভাল প্ৰভুএ কৃপা কৰক🙏🔱🙏
🙏🏾🙏🏾 অতি সুন্দৰ 🙏🏾
কৃষ্ণ কৃষ্ণ অতি সুন্দৰ এনেকুৱা তত্ব গধুৰ বাখ্যা আগলৈ যাতে আৰু আগবহাই যায় ধন্যাৱাদ
KRISHNO 🙏 VOKOT
❤❤🙏🙏
কৃষ্ণ...🙏 সন্ধিয়াৰ সেৱা ভাগ গ্ৰহণ কৰিব।🙏🙏
কৃষ্ণ মাযুধ্য শুনি বহুত ভাল লাগিল বিশেষকৈ জানিব পাৰি
কৃষ্ণ কৃষ্ণ বাপ
আতি বিতোপন-দৈৱকী নন্দন ❤
🙏🙏কেইবাদিনৰ মুৰত দেখা পালো 🙏🙏
এনে ধৰণৰ ভিডিঅ আগলৈ শুনি বলৈ পাম বুলি আশা কৰিলো ধন্যবাদ
কৃষ্ণ...... 🙏কৃষ্ণ প্ৰভুই সকলোৰে মঙ্গল কৰক.................
ক্বষ্ণ ক্বষ্ণ বাপ।
Banti gashi jalaote koya manta Bhagi dibosun prabhu Krishna
বাপ শৰীতত্বজ্ঞানবাক্ষাদিয়াৰবাবেআনন্দপাইছো ফোনন্ন্বৰটোদিয়েযেন
KRISHNA .প্ৰণাম প্ৰভু ঈশ্বৰ,সেৱা গ্ৰহন কৰিব.মই আপোনাৰ পৰা দুটামান কথা জানিব বিচাৰো ॥প্ৰথম কথাটো হ´ল এই অবিনশ্বৰ মানৱ আত্মানো কি ?ই ক´ৰ পৰা আহিল? Prithibit ইয়াৰ আগমনৰ উদ্দেশ্য কি ?২য় কথাটো হ´ল Prithibir পৰা ই ক´লৈ প্ৰত্যাগমন কৰিব? এই প্ৰত্যাগমনৰ বাবে কি কি পাথেয়ৰ দৰকাৰ?প্ৰত্যা গমনৰ পিছত ই কি অৱস্থাপ্ৰাপ্ত হ´ব?
আত্মা হৈছে পৰমাত্মাৰ অংশ , সেয়ে আত্মা ও চৈতন্য যিদৰে পৰমাত্মা ও অনাদি চিদাত্মা ও অনাদি , ইয়াৰ কোনো ভৌতিক সৃষ্টি নাই । ইয়াৰ মূল উৎস হৈছে পৰমাত্মা অৰ্থাৎ পৰমাত্মাই হৈছে জুই সদৃশ আৰু ফিৰিঙতি সদৃশ হৈছে আত্মা । শৰীৰৰ বদ্ধতাৰ পৰা মুক্তিয়েই ইয়াৰ আগমনৰ উদ্দেশ্য । কৰ্মবদ্ধ শৰীৰৰ সংস্কাৰ অনুসৰিয়েই ই অন্য জীৱ শৰীৰ অথবা উৰ্ধদৈহিক লোক আৰু মুক্তিত বৈকুণ্ঠে গমন কৰিব । প্ৰত্যাগমনৰ আটাইতকৈ উত্তম মাৰ্গ হৈছে পূৰ্ণ পুৰুষোত্তমৰ চৰণত পূৰ্ণ সমৰ্পণ । প্ৰত্যাগমনৰ পাছত কোনো অৱস্থা প্ৰাপ্ত নকৰাই ইয়াৰ লক্ষ্য ।