- Видео 67
- Просмотров 1 338 496
কৃষ্ণ চেতনা।। (KRISHNA SETONA)
Индия
Добавлен 16 мар 2023
কৃষ্ণ পদ সেৱা সুখ পৰম দুৰ্লভ ।
হৰি সেৱা ভৈলে আন সকলে সুলভ।।
কৃষ্ণ পাদ পদ্ম ভৈল যাহাৰ আশ্ৰয়।\u000f\u000f\u000f\u000f\u000f\u000f\u000f
তাহাৰেসে গুচয় নিঃশেষ দুখ ভয়।। \u000f\u000f\u000f\u000f\u000f\u000f\u000f\u000f
\u000f\u000f\u000f\u000f\u000f\u000f\u000f\u000f
কৃষ্ণই হৈছে পূৰ্ণ আনন্দৰ আধাৰ আৰু হেই কৃষ্ণক জনাৰ বা আত্ম উপলব্ধিৰ প্ৰয়োজনীয় দিক নিদৰ্শনা প্ৰকাশ পাইছে আমাৰ শাস্ত্ৰ সমূহৰ জৰীয়তে । সমস্ত শাস্ত্ৰৰ আধাৰ হৈছে -বেদ আৰু সেই বেদ স্বৰূপ কামধেনুৰ নি:সৃত গাখীৰেই হৈছে জীৱন গ্ৰন্থ গীতা আৰু হিদয় গ্ৰন্থ ভাগৱত। মানৱ জীৱনটো শৃংখলাবদ্ধ ৰূপত পালন কৰি এক সুস্থিৰ জীৱন যাপনৰ জৰীয়তে গৈ মোক্ষ প্ৰাপ্তি লৈকে সমস্ত জ্ঞান প্ৰকাশ পাইছে এই শাস্ত্ৰৰ জৰীয়তে । মহাপুৰুষ সকলৰ জৰীয়তে ভগৱন্তই সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ নিমিত্তে প্ৰদান কৰা শিক্ষা সমূহক , ইয়াত নিহিত বিজ্ঞানক বিভিন্ন গুণ - লীলা, তত্ত্ব ক সাধাৰণ ভাষাত , সৰল ভাৱে , সাধ্যানুসাৰি উপস্থাপন কৰি প্ৰচাৰ ও প্ৰসাৰ কৰাটোৱেই " কৃষ্ণ চেতনা " ৰ মূল লক্ষ্য আৰু উদ্দেশ্য ।
কৃষ্ণাৰ্পণমস্তু:
দূৰভাষ : ৬০০১৩৮০০৫০

হিন্দু ধৰ্ম কি।। Hindu Dhormo Ki ।।মাধুৰ্য্য বৰা।। Madhurjya Borah।।
হিন্দু ধৰ্ম কি।। Hindu Dhormo Ki ।।মাধুৰ্য্য বৰা।। Madhurjya Borah।।
Your Queries:-
hindu jun
hindu
hindhu
hindu hai hum
হিন্দু
Copyright Disclaimer Under Section 107 of the Copyright Act, 1976, allowance is made for 'Fair Use'. Fair use is permitted by copyright statue that might otherwise be infringing, non-profit, education or personal use tips that balance in favour of fair use.
Facebook: madhurjya.borah.31521
Instagram: madhurjya762?igshid=YmMyMTA2M2Y=
Phone no: 6001380050
Email: borahmadhurjya2001@gmail.com

Просмотров: 3 067
Видео
পৃথিৱীৰ উৎপত্তি সম্পৰ্কে ।।মাধুৰ্য্য বৰা।। Madhurjya Borah।।
Просмотров 1,6 тыс.4 месяца назад
পৃথিৱীৰ উৎপত্তি সম্পৰ্কে ।।মাধুৰ্য্য বৰা।। Madhurjya Borah।। #পৃথিবী #পৃথিৱী Your Queries:- পৃথিৱী আকাৰ আকৃতি Copyright Disclaimer Under Section 107 of the Copyright Act, 1976, allowance is made for 'Fair Use'. Fair use is permitted by copyright statue that might otherwise be infringing, non-profit, education or personal use tips that balance in favour of fair use. Facebook: madhur...
Comments ৰ প্ৰশ্ন উত্তৰ।। Question and Answer ।।মাধুৰ্য্য বৰা।। Madhurjya Borah।।
Просмотров 14 тыс.5 месяцев назад
Comments ৰ প্ৰশ্ন উত্তৰ।। Question and Answer ।।মাধুৰ্য্য বৰা।। Madhurjya Borah।। Time Stamp 00:00 - Introduction 02:38 - Question No1 06:55 - Question No2 10:38 - Question No3 12:03 - Question No4 13:11 - Question No5 14:22 - Question No6 20:24 - Question No7 25:26 - Question No8 31:42 - Question No9 38:51 - Question No10 44:57 - Question No11 48:45 - Question No12 52:37 - Question No13 59:07 ...
মহাদেৱ শিৱ কোন হয় ?।। Who is Lord Shiva।।মাধুৰ্য্য বৰা।। Madhurjya Borah।।
Просмотров 23 тыс.6 месяцев назад
মহাদেৱ শিৱ কোন হয় ?।। Who is lord Shiva।।মাধুৰ্য্য বৰা।। Madhurjya Borah।। #শিৱ #মহাদেব #ভগৱান #Madhurjyaborah #Madhurjya #bhagawat #assamese #মাধুৰ্য্যবৰা #মাধুৰ্য্য #ভাগৱত #bhagawatbyakha Your Queries:- শিৱৰ নাম শিৱ প্ৰাৰ্থনা Siva siva shiva lord shiva Copyright Disclaimer Under Section 107 of the Copyright Act, 1976, allowance is made for 'Fair Use'. Fair use is permitted by copyright statue...
এটি ব্যতিক্ৰম বিষয়-গোঁসাই আদৰণিত চেলেং পাৰি দিয়া, নিৰ্মালী দিয়া, ইষ্ট আসনলৈ পিঠি দি বহা আৰু কিছু কথা
Просмотров 4 тыс.7 месяцев назад
।। এটি ব্যতিক্ৰম বিষয়-গোঁসাই আদৰণিত চেলেং পাৰি দিয়া, নিৰ্মালী দিয়া, ইষ্ট আসনলৈ পিঠি দি বহা আৰু কিছু কথা।। মাধুৰ্য্য বৰা।। Madhurjya Borah।। #গোঁসাই #নিৰ্মালী #Madhurjyaborah #Madhurjya #bhagawat #assamese #মাধুৰ্য্যবৰা #মাধুৰ্য্য #ভাগৱত #bhagawatbyakha #ইষ্টগুরু Your Queries:- গোঁসাই আদৰণি চেলেং seleng Copyright Disclaimer Under Section 107 of the Copyright Act, 1976, allowance is made for 'Fai...
ৰাম তত্ব।। Ram Tatwa ।। ভগৱান ৰাম।।মাধুৰ্য্য বৰা।। Madhurjya Borah।।
Просмотров 5 тыс.7 месяцев назад
ৰাম তত্ব।। Ram Tatwa ।। ভগৱান ৰাম।।মাধুৰ্য্য বৰা।। Madhurjya Borah।। #ৰাম #ভগৱান #Madhurjyaborah #Madhurjya #bhagawat #assamese #মাধুৰ্য্যবৰা #মাধুৰ্য্য #ভাগৱত #bhagawatbyakha Your Queries:- ram mandir ram ramayan ৰাম মন্দিৰ Copyright Disclaimer Under Section 107 of the Copyright Act, 1976, allowance is made for 'Fair Use'. Fair use is permitted by copyright statue that might otherwise be infri...
নাম কি? ।। Nam Ki? ।।মাধুৰ্য্য বৰা।। Madhurjya Borah।।
Просмотров 3,3 тыс.8 месяцев назад
নাম কি? ।। Nam Ki? ।।মাধুৰ্য্য বৰা।। Madhurjya Borah।। #নাম_কীর্তন #নাম #Madhurjyaborah #Madhurjya #bhagawat #assamese #মাধুৰ্য্যবৰা #মাধুৰ্য্য #ভাগৱত #bhagawatbyakha Your Queries:- ভগৱন্তৰ নাম Copyright Disclaimer Under Section 107 of the Copyright Act, 1976, allowance is made for 'Fair Use'. Fair use is permitted by copyright statue that might otherwise be infringing, non-profit, education or...
ঈশ্বৰ অৰ্থাৎ ভগৱান সাকাৰ নে নিৰাকাৰ।। Eswar Hakar Na Nirakar ।।মাধুৰ্য্য বৰা।। Madhurjya Borah।।
Просмотров 1,4 тыс.8 месяцев назад
ঈশ্বৰ অৰ্থাৎ ভগৱান সাকাৰ নে নিৰাকাৰ।। Eswar Hakar Na Nirakar ।।মাধুৰ্য্য বৰা।। Madhurjya Borah।। #ঈশ্বৰ #ভগৱান #god #সাকাৰ #নিৰাকাৰ #Madhurjyaborah #Madhurjya #bhagawat #assamese #মাধুৰ্য্যবৰা #মাধুৰ্য্য #ভাগৱত #bhagawatbyakha #embodied #embodiment Your Queries:- ভগৱান সাকাৰ নে নিৰাকাৰ god is embodied or not Copyright Disclaimer Under Section 107 of the Copyright Act, 1976, allowance is made fo...
অক্ষয় তৃতীয়া ২০২৪ ।। Akshqya Tritia 2024 ।।মাধুৰ্য্য বৰা।। Madhurjya Borah।।
Просмотров 4,3 тыс.8 месяцев назад
অক্ষয় তৃতীয়া ২০২৪ ।। Akshqya Tritia 2024 ।।মাধুৰ্য্য বৰা।। Madhurjya Borah।। #অক্ষয় তৃতীয়া #অক্ষয় #Madhurjyaborah #Madhurjya #bhagawat #assamese #মাধুৰ্য্যবৰা #মাধুৰ্য্য #ভাগৱত #bhagawatbyakha Your Queries:- অক্ষয় তৃতীয়া কি Akshaya akshaya akshaya tritiya Copyright Disclaimer Under Section 107 of the Copyright Act, 1976, allowance is made for 'Fair Use'. Fair use is permitted by copyright...
ভাগৱত ব্যাখ্যা।। গীতা শাস্ত্ৰৰ দৰ্শনৰ আলোচনা , স্থান : শ্ৰীমন্ত শংকৰদেৱ নামঘৰ, দুলীয়াজান। ভাগৱত পাঠ।
Просмотров 8 тыс.9 месяцев назад
ভাগৱত ব্যাখ্যা।। গীতা শাস্ত্ৰৰ দৰ্শনৰ আলোচনা , স্থান : শ্ৰীমন্ত শংকৰদেৱ নামঘৰ, দুলীয়াজান।। ভাগৱত পাঠ।। #ভাগৱতপাঠ #ভাগৱতব্যাখ্যা #Madhurjyaborah #Madhurjya #bhagawat #assamese #মাধুৰ্য্যবৰা #মাধুৰ্য্য #ভাগৱত #bhagawatbyakha #bhagawatkatha #কলি Your Queries:- ভাগৱতৰ ব্যাখ্যা দুলীয়াজান Timestamps: 0:00- Introduction 0:05- অৰ্জুনৰ বাবে কিদৰে যুদ্ধও ধৰ্ম হৈছিল ? 18:02- কলিযুগত গীতাই কিদৰে মাৰ্গ দৰ্শ...
ঋষী ভৰদ্বাজৰ বিমান শাস্ত্ৰত উৰাজাহাজ নিৰ্মাণ সম্পৰ্কে।। মাধুৰ্য্য বৰা।। Madhurjya Borah।। SAGE
Просмотров 59210 месяцев назад
ঋষী ভৰদ্বাজৰ বিমান শাস্ত্ৰত উৰাজাহাজ নিৰ্মাণ সম্পৰ্কে।। মাধুৰ্য্য বৰা।। Madhurjya Borah।। #ঋষী #ভৰদ্বাজ #বিমান #উৰাজাহাজ #শাস্ত্ৰ #Madhurjyaborah #Madhurjya #bhagawat #assamese #মাধুৰ্য্যবৰা #মাধুৰ্য্য #ভাগৱত #bhagawatbyakha Your Queries:- how to make aeroplane how to make airplane how to make plane according to shastra how to make plane according to sastra aeronatics vimanas vimana ancient vim...
গুৰু আসন কি ?।। Guru Akhon KI ? ।।মাধুৰ্য্য বৰা।। Madhurjya Borah।।
Просмотров 6 тыс.10 месяцев назад
গুৰু আসন কি ?।। Guru Akhon KI ? ।।মাধুৰ্য্য বৰা।। Madhurjya Borah।। #গুৰু #গুৰুআসন #আসন #Madhurjyaborah #Madhurjya #bhagawat #assamese #মাধুৰ্য্যবৰা #মাধুৰ্য্য #ভাগৱত #bhagawatbyakha Your Queries:- গুৰু আসন গুৰু আসন ফটো গুৰু আসন প্ৰতিষ্ঠা গুৰু আসন ছবি guru asana guru asanji guru asana yoga guru asanji speech Copyright Disclaimer Under Section 107 of the Copyright Act, 1976, allowance is made fo...
পাল নাম কি ?।। PAL NAM KI ? ।।মাধুৰ্য্য বৰা।। Madhurjya Borah।।
Просмотров 4,1 тыс.Год назад
পাল নাম কি ?।। PAL NAM KI ? ।।মাধুৰ্য্য বৰা।। Madhurjya Borah।। #পালনাম #Madhurjyaborah #Madhurjya #bhagawat #assamese #মাধুৰ্য্যবৰা #মাধুৰ্য্য #ভাগৱত #bhagawatbyakha Your Queries:- মহা পালনাম পালনাম শিৱসাগৰ PAL NAM MAHA PAL NAM MOHA PALNAM palnam paal naam pal name paal name sivasagar sibsagar Copyright Disclaimer Under Section 107 of the Copyright Act, 1976, allowance is made for 'Fair Use'. ...
ইংৰাজী নৱবৰ্ষৰ প্ৰাকমূহুৰ্তত ।।মাধুৰ্য্য বৰা।। Madhurjya Borah।।
Просмотров 4,9 тыс.Год назад
ইংৰাজী নৱবৰ্ষৰ প্ৰাকমূহুৰ্তত।।মাধুৰ্য্য বৰা।। Madhurjya Borah।। #নৱবৰ্ষ #Madhurjyaborah #Madhurjya #bhagawat #assamese #মাধুৰ্য্যবৰা #মাধুৰ্য্য #ভাগৱত #bhagawatbyakha Your Queries:- নৱবৰ্ষ new year happy new year happy Copyright Disclaimer Under Section 107 of the Copyright Act, 1976, allowance is made for 'Fair Use'. Fair use is permitted by copyright statue that might otherwise be infringing,...
ভাগৱত ব্যাখ্যা।। দ্বিতীয় স্কন্ধ- দ্বিতীয় আৰু তৃতীয় অধ্যায় - সৃষ্টি বৰ্ণনা আৰু বিৰাটৰ বিভূতি বৰ্ণনা।।
Просмотров 2,2 тыс.Год назад
ভাগৱত ব্যাখ্যা।। দ্বিতীয় স্কন্ধ- দ্বিতীয় আৰু তৃতীয় অধ্যায় - সৃষ্টি বৰ্ণনা আৰু বিৰাটৰ বিভূতি বৰ্ণনা।।
শৰীৰৰ ছয় চক্ৰ ।। Horiror Soi Chakra Ki।। মাধুৰ্য্য বৰা ।। Madhurjya Borah
Просмотров 4,7 тыс.Год назад
শৰীৰৰ ছয় চক্ৰ ।। Horiror Soi Chakra Ki।। মাধুৰ্য্য বৰা ।। Madhurjya Borah
ভুল শুদ্ধৰ শাস্ত্ৰীয় বিচাৰ - চতুৰ্থ ভাগ।।Vul Huddhor hastrio bisar মাধুৰ্য্য বৰা।। Madhurjya Borah।।
Просмотров 40 тыс.Год назад
ভুল শুদ্ধৰ শাস্ত্ৰীয় বিচাৰ - চতুৰ্থ ভাগ।।Vul Huddhor hastrio bisar মাধুৰ্য্য বৰা।। Madhurjya Borah।।
চাৰি যুগৰ সময় সীমা, জগতত মহাপ্ৰলয়ৰ ব্যৱস্থা।। Sari Jug।। মাধুৰ্য্য বৰা।। Madhurjya Borah।।
Просмотров 2,5 тыс.Год назад
চাৰি যুগৰ সময় সীমা, জগতত মহাপ্ৰলয়ৰ ব্যৱস্থা।। Sari Jug।। মাধুৰ্য্য বৰা।। Madhurjya Borah।।
ভুল শুদ্ধৰ শাস্ত্ৰীয় বিচাৰ - তৃতীয় ভাগ ।।Vul Huddhor hastrio bisar মাধুৰ্য্য বৰা।। Madhurjya Borah।।
Просмотров 20 тыс.Год назад
ভুল শুদ্ধৰ শাস্ত্ৰীয় বিচাৰ - তৃতীয় ভাগ ।।Vul Huddhor hastrio bisar মাধুৰ্য্য বৰা।। Madhurjya Borah।।
ভুল শুদ্ধৰ শাস্ত্ৰীয় বিচাৰ-দ্বিতীয় ভাগ ।।Vul Huddhor hastrio bisar মাধুৰ্য্য বৰা।। Madhurjya Borah।।
Просмотров 21 тыс.Год назад
ভুল শুদ্ধৰ শাস্ত্ৰীয় বিচাৰ-দ্বিতীয় ভাগ ।।Vul Huddhor hastrio bisar মাধুৰ্য্য বৰা।। Madhurjya Borah।।
অসমত প্ৰতিষ্ঠিত দ্বিতীয় জগন্নাথ ক'ত আছে?।। JAGANNATH।। মাধুৰ্য্য বৰা।। Madhurjya Borah।।
Просмотров 4,6 тыс.Год назад
অসমত প্ৰতিষ্ঠিত দ্বিতীয় জগন্নাথ ক'ত আছে?।। JAGANNATH।। মাধুৰ্য্য বৰা।। Madhurjya Borah।।
ভুল শুদ্ধৰ শাস্ত্ৰীয় বিচাৰ - প্ৰথম ভাগ ।।Vul Huddhor hastrio bisar মাধুৰ্য্য বৰা।। Madhurjya Borah।।
Просмотров 14 тыс.Год назад
ভুল শুদ্ধৰ শাস্ত্ৰীয় বিচাৰ - প্ৰথম ভাগ ।।Vul Huddhor hastrio bisar মাধুৰ্য্য বৰা।। Madhurjya Borah।।
মাতৃ গৰ্ভত জীৱৰ শৰীৰৰ বিকাশ।। Matri Gorvot Jibor Horiror Bikakh।। মাধুৰ্য্য বৰা।। Madhurjya Borah।।
Просмотров 1,8 тыс.Год назад
মাতৃ গৰ্ভত জীৱৰ শৰীৰৰ বিকাশ।। Matri Gorvot Jibor Horiror Bikakh।। মাধুৰ্য্য বৰা।। Madhurjya Borah।।
ষোল্ল সংস্কাৰ কি কি ?।। Hulla Hongskar Ki Ki? ।। মাধুৰ্য্য বৰা।। Madhurjya Borah।।
Просмотров 11 тыс.Год назад
ষোল্ল সংস্কাৰ কি কি ?।। Hulla Hongskar Ki Ki? ।। মাধুৰ্য্য বৰা।। Madhurjya Borah।।
ষাঠৰ চুৱা আৰু স্ত্ৰী ৰজস্বলা হোৱাৰ দৰ্শনটো কি ?।।মাধুৰ্য্য বৰা।। Madhurjya Borah।।
Просмотров 43 тыс.Год назад
ষাঠৰ চুৱা আৰু স্ত্ৰী ৰজস্বলা হোৱাৰ দৰ্শনটো কি ?।।মাধুৰ্য্য বৰা।। Madhurjya Borah।।
গুৰুবন্তিৰ তাৎপৰ্য্য কি ?।। Guru Bontir Tatporjyo Ki ?।।মাধুৰ্য্য বৰা।। Madhurjya Borah।।
Просмотров 18 тыс.Год назад
গুৰুবন্তিৰ তাৎপৰ্য্য কি ?।। Guru Bontir Tatporjyo Ki ?।।মাধুৰ্য্য বৰা।। Madhurjya Borah।।
কৃষ্ণই ষোল্লহাজাৰ নাৰীৰ সৈতে কিয় বিবাহ কৰিছিল ? তাৎপৰ্য কি ?।।Madhurjya Borah।। Bhagawat।।
Просмотров 14 тыс.Год назад
কৃষ্ণই ষোল্লহাজাৰ নাৰীৰ সৈতে কিয় বিবাহ কৰিছিল ? তাৎপৰ্য কি ?।।Madhurjya Borah।। Bhagawat।।
প্ৰসাদ কি আৰু প্ৰসাদৰ মহত্ব?।। Prasad Ki Aru Prasad or Mohotto।।মাধুৰ্য্য বৰা।। Madhurjya Borah।।
Просмотров 43 тыс.Год назад
প্ৰসাদ কি আৰু প্ৰসাদৰ মহত্ব?।। Prasad Ki Aru Prasad or Mohotto।।মাধুৰ্য্য বৰা।। Madhurjya Borah।।
সমাজত ইমানবোৰ ধৰ্মীয় অনুষ্ঠান থাকিও শান্তি নাই কিয়?।। মাধুৰ্য্য বৰা।। Madhurjya Borah।। Bhagawat
Просмотров 21 тыс.Год назад
সমাজত ইমানবোৰ ধৰ্মীয় অনুষ্ঠান থাকিও শান্তি নাই কিয়?।। মাধুৰ্য্য বৰা।। Madhurjya Borah।। Bhagawat
ভকতে দক্ষিণাৰ মূল্য নিৰ্ধাৰণ কৰিব লাগেনে?।। Vokote Dokhinar Mulyo Nirdharon Koribo Lagene? Madhurjya
Просмотров 23 тыс.Год назад
ভকতে দক্ষিণাৰ মূল্য নিৰ্ধাৰণ কৰিব লাগেনে?।। Vokote Dokhinar Mulyo Nirdharon Koribo Lagene? Madhurjya
Krishna Krishna
বহুত ভাল লাগিল
Har Har Har madahev ke jai umni miscbi🚩🚩🚩💐🪔🧎🙏🙏🙏⛳️🇮🇳🚩🚩🚩
Om nomo bhagwat basudebai Om nomo bhagwat basudebai Om nomo bhagwat basudebai bhagwator sompunar Trotter ji mohan brakhrar agbohai Ji bhagwantor gun namor brakhra armitrosor Pran korale arthart sroban korai amar dore adham durasarok jiban dhany huwa subidha prodan korile bohut bohut dhanyawad.🎉🎉🎉🎉🎉
কৃষ্ণ, আপোনাৰ বক্তব্য পৰা একাদশী ব্ৰতৰ কাৰণ ,আৰু নীতি নিয়মৰ একো বুজি নাপালোঁ । ইয়াৰ বৈজ্ঞানিক ভিত্তি হে গম পালোঁ । ধৰ্মীয় ভাবে পালন কৰিবলৈ ভাগৱত গীতা ত কেনে নীতি নিয়ম আছে জনা নগল। সেয়ে বাঙালী ভাষাত প্ৰচাৰ হোৱা বোৰকে অনুসৰণ কৰিব লগা হল । একাদশী ব্ৰত পালনৰ কাহিনী , লিখিত ৰূপত নিয়ম ,আৰু মহত্ত নিশ্চয় আছে ।
মনলৈ বিভিন্ন চিন্তা আহিলে নিজৰ ভালপোৱা মানুহৰ সংগত কটাব লাগে।কৰ্মত মনোনিবেশ কৰিব লাগে।
ৰোগ ভাল কৰাৰ বাবে ভগৱানক পূজা দিয়াটো উচিত হ'ব নে?
কৃষ্ণ
Krishna ❤
Sundar super सुन्दर
Krishna,( ❤❤ )
কৃষ্ণ
Krishna 🙏
বহুত ভাল লাগিল প্ৰভু আপোনাৰ বাখ্যা শুনি এনেকৈই আৰু আগবঢ়াই থাকিব প্ৰভু মই আপোনাক সেৱা জনাইছো
কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম্
Krishna pronam probhu❤❤
Krishna Krishna Krishna Krishna Krishna Krishna Krishna 🙏🙏🙏🏼🙏🏼🕉️🔥 25:02
Krishna Krishna Krishna Krishna Krishna Krishna Krishna 🙏🤎🤎😍😊
Krishna Krishna Krishna Krishna 🙏🙏🙏🏼🙏🏼🕉️🔥
Krishna❤🎉❤❤❤
Jay shree Madhaba Bhai ji sador pranam.bhai koli yug hekh hole ne ,jodi hekh hol ketiya hol krepra kori jona le bhal Lage bo pranam.
❤❤
বৰা ডাঙৰীয়া আপুনি ভুল নুবুজিব, হয়তো আপোনাৰ ভাৱ একেই বুলি ধৰিব; গুৰু জনা কিছুমান পুথিত চালে পাওঁ যে গুৰু জনায় কি কৈ গৈছে কিছু কিছু সৰু সৰু পুথি বিলাক চাব যে গুৰু জনা বাক্যত কৈছে,সাত পুৰুষ লাগি ধৰ্ম প্ৰৱত্তিব। জীয়াৰীৰ পুত্ৰে মোৰ ভকতি ৰাখিব।। মোৰ সাত পুৰুষৰ যেবে সীমা ভৈলা। বৰ দোকান জানা তেবে ভঙ্গ গৈলা।। এনে হৈ উঠাৰ কাৰণতো লক্ষ্য কৰক! যিহেতু পৰমব্ৰহ্ম আকাৰ ৰহিত। অতয়েব নাই তাৰ ৰূপ কদাচিত।। শঙ্কৰে বোলন্ত নিৰাকাৰ সত্য হয়। জীৱৰ তাৰণ হেতু আকাৰ লভয়।। অৱতাৰে নাম, ৰূপ, গুণ প্ৰকাশয়। যাক চিন্তিলোক ভৱ সংসাৰ তৰয়।। আকাৰ বিহনে চিন্তিবাৰ হেতু নাই। আকাৰ বিহনে নাই তৰণ উপায়।। বৰা ডাঙৰীয়া আপুনি শাস্ত্ৰ ব্যাখ্যা দ্বাৰা আপোনাৰ হ্নদয়খন ফালি হুনুমানৰ দৰে দেখাই দিলেও নুবুজা সকলে কেতিয়াও নুবুজে, আপোনাক আৰু এটা কওঁ সৰু সৰু ধৰ্ম পুথিও লক্ষ্য কৰক যদি কৰিছেও সেইটোও কওক ধন্যবাদ।। জয় শ্ৰী হৰি
কৃষ্ণ কৃষ্ণ বাপ জনা ভাল লগা কথা
সুন্দৰ কথা উল্লেখ কৰিছে
🙏🙏🙏
বৰা ডাঙৰীয়া আপুনি যি কথা আলোচনা কৰিছে এই কথাই একেবাৰেই চিৰন্তন;
কৃষ্ণ 🙏🙏🙏🙏
🙏🙏🙏
কি সুন্দৰ ব্যাখ্যা, শুনি থাকিবৰ মন যায়,এনে ব্যাখ্যা ই আমাৰ বহুত উপকাৰ সাধন কৰিব । কৃষ্ণ কৃষ্ণ।
ভাগৱত দৰ্শন শাস্ত্ৰ।প্ৰশ্ন উত্তৰ নহয় । সংশয়হে। শুকদেৱে পৰীক্ষিতৰ সংশয়হে ছেদন কৰিছিল।প্ৰশ্ন কৰে মূল্যয়ন কৰিবলৈহে।শ্ৰীকৃষ্ণ সগুণ কৃষ্ণ, অৱতাৰ হৈছে দৈৱকীৰ পুত্ৰ হিচাবেআৰু কৃষ্ণ নিৰ্গুণ,নিৰাকাৰ,নিৰ্বিকাৰ।ঘোষাত কৃষ্ণৰ অৰ্থ দিয়ে থৈছে।
Ram Ram Ram kirsna kirsna kirsna Braun
Kirsna kirsna kirsna kirsna
Krishna
Jay shree Ram 🙏🙏🙏🙏🙏🙏🏿🙏🙏🏿🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
Krishna Krishna
কৃষ্ণ কৃষ্ণ। ভগৱানৰ কৃপা হওক। youtube.com/@bultonboruah825
Krishna Krishna provu xohhoxbo pronam jonaiu। Aru aoloi। Bohu axare bat sai--
জয় শ্ৰীৰাম🙏
Har har mahadev
mur videi abar sai louk.tetiyahe maya par koribo paribi.
Povu you sorot atar nati naki please
Mohesha bulanto auia suniu parboti kimota korisu a।I Krishna bhokoti jitujona amasako sagya assayo tahuta sa otubor janibo itchyo,,,,
নাম আৰু চাবোনৰ পাথক্যটো জনাবচোন ।
Dharmoi manuhok bhag bhag kore...eitu e hotyo kotha ..
কৃষ্ণ কৃষ্ণ 🙏
Krishna🙏🌺
কৃষ্ণ। সুন্দৰ বিশ্লেষণ।
কৃষ্ণ কৃষ্ণ ❤❤❤ 🙏🙏🙏 প্ৰভু আপোনাৰ চৰণত সেৱা জনাইছো ।
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
Bahut Val lagil